নিমাইজান হয় ব'-২০২৩ || Nimaijan Hoi Bo-2023 || সন্মিলিত নিমাইজান বিহু দল || Nimaijan Bihu Dol
HTML-код
- Опубликовано: 10 фев 2025
- সন্মিলিত নিমাইজান বিহু দল নিবেদন
নিমাইজান হয় ব'-২০২৩
সংগীত: নিৰঞ্জন গোস্বামী , জানমণি ফুকন
কথা/সুৰ : ড৹ অনিল শইকীয়া ছাৰ , নিৰঞ্জন গোস্বামী, জানমণি ফুকন, অংকুৰ গগৈ , দিগন্ত গগৈ
পৰিকল্পনা- ভাস্কৰ জ্যোতি গগৈ , অংকুৰ জ্যোতি গগৈ , দিগন্ত গগৈ আৰু ভবেন গগৈ
প্ৰযোজক-অংকুৰ গগৈ ।
কণ্ঠ শিল্পী- খগেন গগৈ , জানমণি ফুকন, দিগন্ত গগৈ , পদ্যুৎ চাংমাই, ধ্যানউত্তম বৰগোহাঁই, চিৰজ্ঞীৱ ফুকন, বিতোপন হাতীমুৰীয়া
ঢোল-বিপ্লৱ কোঁৱৰ আৰু ৰক্তিম ফুকন ।
তাল পেপাঁ গগণা- জানমণি ফুকন ।
বাহী- কৈলাস ৰাভা ।
মেল'ডি ডিজাইন-ভদ্ৰকান্ত দাস ।
তকা-জানমণি ফুকন, বিতোপন বৰগোহাঁই
শব্দ গ্ৰহণ- ৰিপুঞ্জয় শৰ্মা ।
শব্দ সংমিশ্ৰণ- জিন্তু বৰদলৈ ।
বিশেষ কৃতজ্ঞতা-মানস ৰবীন , নিমাইজান বিহুদলৰ প্ৰাক্তন বিহুৱা বিহুৱতী, অনুপন বিতোপন ইউটিউব চেনেল আৰু শুভাকাংক্ষী সকললৈ...
#anupombitupon #bihu_2023 #Nimaijanbihu
#New_Assamese_Bihu-2023
Apunarlukor bihubur hunibo babe roi thaku.❤️
Jui jui jui.❤️
মন পৰশা ....নিমাইজান হিয়াৰ আপোন ...#
শিৱসাগৰ#
Aajjoi আকৌ abaar 🔥🔥🔥
Ei moja ❤️
Musicr bihu atoruai he erok 🎈❤️
হিয়া ভৰা মৰম যাচিলো। আগুৱাই যাওক। বিহু আমাৰ প্ৰাণ 🔥🔥🔥🔥❤️❤️❤️
O baahhhh jui sob❤️
Dhunia ❤️
ওহঃ ওহঃ ওহঃ ওহঃ বৰহিয়া।খাতি অসমীয়া নিভাজ বিহু।
Magh bihur suveshya jonalu and Thank U for giving new bihu vdo 🙏🙏
সুন্দৰ
Val lagil bitupon da❣
Mojja lagil dei..
Mojaa👍👍👍
ককাইদেউ সকলে ইমান ধুনীয়া বিহু গীতিটি গাইছে l শিৱসাগৰলৰ জীয়াৰী হৈ গৌৰৱ কৰিছো l
অ সৰুচৰাই..... সুন্দৰ হৈছে ।
Eeee moja 👍
Puraa🔥🔥🔥..bihu bihu lagi goise
খুউব সুন্দৰ... প্ৰকৃত বিহুগীত... গা টো পিৰপিৰাই যায়।
Ekdom prokrit bihu.........mojjaaa
অতি সুন্দৰ, অতি সুমধুৰ, অতি জনপ্ৰিয় আমাৰ নিমাইজান বিহু হুঁচৰি । সকলো কলা কুশলীৰ সুন্দৰ প্ৰদৰ্শন। অভিনন্দন জনালো।
অপূৰ্ব❤️❤️
এনে গীত বাৰু নুশুনাকৈ কেনেকৈ থাকিব পাৰো !!❤️❤️❤️
এইয়াহে বিহু😍❤️
mojaa
bahut dhunia hoise keep it up
Aya he Bihu.....Hundor hoise......👍
Hundar hoise dei
Bhut dhuniya hoise.
Bohut val lage moiu j nimaijan husori dolt nasibo hujug paisilu ..🥰🥰🥰🥰🥰
Aru laage 🔥🔥♥️♥️
Yei mozza.... Jui ekdm
Nimaijan bihu hunile huni thakibor mon jai aeibur prakit bihu nam. Bohut bohut dhunia hoise👍
Hosa ♥️♥️ vl lagil bihu bihu lgisa mntupura ..agoloiu pai jam buli akha korilu 🙏🙏🙏 anupom bitupon da hodai vla thakok Tara kamona korisu 🙏🙏🙏
অপূৰ্ব হৈছে। সকলো লৈকে অশেষ ধন্যবাদ ইমান সুন্দৰ বিহু গীত আমাক উপহাৰ দিয়াৰ বাবে
Jakash dei jakash
বিহু পকিছে অ । খুৱ সুন্দৰ এটি কেছা মাটিৰ গোন্ধ থকা ছহা সমাজৰ বিহু গীত। প্ৰতিজন শিল্পী লৈ অভিনন্দন জনোৱাৰ লগতে আৰু আগুৱাই যাওক । সংস্কৃতি জগতখন চহকী কৰি তোলক । কামনা কৰিলো !
বিহু মাৰিবলৈ মন যোৱা হৈছে দেই, এইয়াহে আমাৰ বিহু ।
Bhut dhunia hoise❤bitu da apuni hvy❤☺
সুন্দৰ ককাইদেউ
Bihu agdinai ati hundor bihugeet neribaaaaa
বহুত বহুত বহুত ভাল লাগিল
সুন্দৰ💖🥰
Bohut dhuniea hoise
Anupom bitupon দাৰ channel ত এতিয়াৰ পৰাই নতুন বিহুৰ আৰম্ভণি । বিহু বিহু লাগিছে গাত 🥳
Atia he vl lgise bihu bihu lgise ❤️ Neriba 😘 frm Nimaijan 🌹🔥
বহুত ধুনীয়া বহুত ধুনীয়া অ🔥🔥🔥। খগেন গগৈ নিছাদেও, ককাইহত , সকলো কলা -কুশলী , বাদ্যযন্ত্ৰী সকলোলৈকে আন্তৰিক শুভেচ্ছা লগতে ভোগালী ওলগ জনালো। 🙏🙏
Moja.....
E mojja🎉🎉 bihu bihu lagi goise....
Bohut vl lagil..xsakoi bihu feel ani dile
Bor bhal lagil sundor laAgche ,,Deka kaloi monot pori jai , Aru udoy shilpi dolor pora dhanyabad
❤️🔥
Bor hundor bihu hoise
সৰু চৰাই🔥 বহুত বেছি ভাল লাগিছে সকলোকে 🙏🌼🌼
সঁচাকৈ সলাগিব লগীয়া,শিৱসাগৰ সকলোতে আগবঢ়া❤️
Val lagil
অপূৰ্ব সচাই শুনিলে শুনি থাকিব মন যায়
সচাই অপূৰ্ব সোৱাদ পালোঁ।। এয়াহে অসমীয়াৰ প্ৰাণ আৰু মান।।
Aapunalukor hokolu gane hundor hoi 🥰🥰 (nimaijan 🙏)
নিমাইজানৰ গান ❤️ আৰু ৰহি হাঁজ❤️
Bohut dhuniya 👍👍👍👍👍👍👍
নিমাইজান 🔥🔥🔥🔥🔥 আমাৰ হুঁচৰি যোৰা ❤️❤️❤️❤️❤️
অৰ্পূব সুন্দৰ বিহু ,অভিনন্দন |
এইচ এতিয়া হে বিহু বিহু লাগিছে❤️😍 ,,বিহু বুলি কলে কেৱল শিৱসাগৰৰ নিমাইজান বুলি কবই লাগিব ,,খুব সুন্দৰ লাগিল বিতোপন দা 🤗
ধন্যবাদ
মোৰ আপোন গাওঁখন নিমাই জান। মোৰ জনমভূমি। সুন্দৰ 😍
নিমাইজানৰ বিহু অতি সুন্দৰ হৈছে।
অভিনন্দন জনালো সকলো লৈকে।
আৰু আগুৱাই যাওক।
Moja
এইবোৰ হে প্ৰকৃত বিহু
কালিৰ পৰা ধুনীয়া বিহু দি আছে দাদা ❤️❤️
বহুত সুন্দৰ হৈছে। এনেকুৱা গীতে মনত বিহুৰ আনন্দ অধিক জাগ্ৰত কৰি তুলে।
❤❤❤
Majjaaa
বিহু বুলি ঘৰলৈ আহি থাকোতে বাছত অলপমান শুনিছিলো শেষৰ ফালে। ঘৰত আহি পাই যিমানকন শুনিছিলো তাকেই লিখি ইমান বিছাৰিলো নাপালো । অৱশেষত পালোগৈ বিচাৰি। বহুত ভাল লাগিল।আপোনালোকলৈ বহুত বহুত শুভকামনা জনালোঁ।🙏
Bor val lagil
নিমাইজান ❣️
খাতি অসমীয়া বিহুৰ নাছো নাছো লাগে
একদম মজা লাগিছে জান দা🤘
অতি সুন্দৰ 😍 খাঁটি বিহুৰ কথাই বেলেগ ❤️ বিহু ভালপোৱা অসমীয়া 🥰💯
Mojja bihu bihu....💞🔥👌👌👍
সুন্দৰ ' সুন্দৰ' খুব সুন্দৰ হৈছে
বিহু বিহু লাগিছে আও ❤❤
❤️❤️❤️ Joii Nimaijan ❤️❤️❤️
নিমাইজান জুই আও। অভিনন্দন সকলোলৈকে 😍❤️
নিমাইজান ❤️😍
বহুত দিনৰ পিছত আচল বিহু শুনিবলে পালো। ভাল লাগিল,
আঝৈঐঐঐঐ কি সুন্দৰ বিহু নাম...
Mojaaa
শিৱসাগৰৰ বিহু 😍❤❤❤🔥🔥🔥
এইবোৰ বিহু শুনিলে এটা বেলেগ অনুভৱ হয় যিটো অসমীয়াৰ আবেগ 🥰
a mojja 😍🥰
Huni bohut vl palu dhuniya hoise
সুন্দৰ।
Bihur shubecha thakil xokolu loike❤️❤️
Wow 👍👍 Excellent
Nimai kai 🙏
👍🔥🔥🔥
Moja 💖
Joi nimaijan
শুনি মজা লাগিল
🙏
Nimaijan ❤️
কবলৈ ভাষা নাই 🔥🔥🔥🔥❤️❤️❤️❤️❤️
Etar pasat eta hit di aase kintu dei...❤️
নিমাইজান বিহু মজা । অভিন্দন সকলোলৈকে🥰😍
Bohut dhuniya lagise dey.sibsagaror naam hoise.my heartfull gratitude to all of you.special thanks to my respected brother Bhabenda