জিন জিন মইনা দিহিং-২০২১ || দিহিং প্রডাকচনৰ নিবেদন || দিহিং বিহু হুঁচৰি দল || Jin jin moina || dehing

Поделиться
HTML-код
  • Опубликовано: 7 сен 2024
  • দিহিং প্রডাকচনৰ নিবেদন
    জিন জিন মইনা-২০২১
    কণ্ঠ - খগেন গগৈ, বাপুজী কোঁৱৰ, মনোজ হালৈ , ৰঞ্জিত গগৈ
    কথা সুৰ - ৰঞ্জিত গগৈ , নিৰঞ্জন গোস্বামী
    সংগীত - নিৰঞ্জন গোস্বামী
    প্রযোজক- ৰেদিম ফুকন আৰু দেৱবত বৰগোহাঁই( মনি )
    ঢোল- বিশ্বজিৎ গগৈ, ৰক্তিম ফুকন, লাচিত বৰুৱা
    পেঁপা- জানমণি ফুকন
    তাল,গগণা, ধুতং- পিতি বৰা
    বীণ- গৌতম শইকীয়া
    মেলডি' ডিজাইন- ভদ্ৰ কান্ত দাস
    সহশিল্পী:দেৱেশ্বৰ শইকিয়া,পিতি,বুবুন,দিপাংকৰ
    বাঁহী- কৈলাশ ৰাভা
    দিহিং দলৰ সকলো শুভাকাংক্ষী আৰু দলৰ লগত জড়িত সকলো সদস্যলৈ বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰিলো
    Video editing-bitupon borgohain(anupom bitupon youtube channel)
    Studio- Studio dreams - ghy & sarenga Studio( majuli)
    আমাৰ Facebook page link
    / anupom-bitupon-6614546...
    আমাৰ আন দুটা RUclips channels link
    / @bituponanupom3926
    / @rongpurpathshala3091

Комментарии • 4,3 тыс.

  • @bidyutbikash795
    @bidyutbikash795 11 месяцев назад +28

    এই গীতটি অসমৰ শ্ৰেষ্ঠ বিহুগীত হ'ব এদিন।

  • @pabitraborah9215
    @pabitraborah9215 Год назад +48

    বহুত সুন্দৰ গীত আৰু এই গীতটো যি সকলে শুণিচে লাইক কৰিব

  • @user-mt1uw1ek9n
    @user-mt1uw1ek9n 4 месяца назад +21

    ২০২৪ৰ বহাগ বিহুত কোনে কোনে এই গীতটি শুনিছে লাইক please 🙏👍

  • @ranjittalukdar6279
    @ranjittalukdar6279 5 месяцев назад +54

    2024 বিহুত কোনে কোনে শুনি আছে গান টো

  • @the90s4
    @the90s4 3 года назад +43

    The real taste of assamese culture.... Awesome👍

  • @saikiasvlogpartha5108
    @saikiasvlogpartha5108 3 года назад +58

    সচাঁকৈ মন ভৰি যোৱা এটি সুন্দৰ বিহু।
    ধন্যবাদ সকলোলৈকে এনে এটি সুন্দৰ বিহু গীত উপহাৰ দিয়া বাবে।

  • @madhurjyasaloi5305
    @madhurjyasaloi5305 3 года назад +49

    অতিৰিক্ত একো sound effect নোহোৱাকে সঁচাকৈয়ে এটি প্ৰকৃত বিহুগীত ❤❤❤❤❤❤ সকলোলৈ অভিনন্দন

  • @mainaoxomi1438
    @mainaoxomi1438 3 года назад +22

    এইবোৰ হে বিহু গীত 🌿❣️
    জিন জিন মইনাৰ সমূহ কৰ্মকর্তা শটকৌটি প্ৰণাম

  • @bidyutdihingia8247
    @bidyutdihingia8247 3 года назад +441

    আৰম্ভণিৰ পৰা সামৰণি লৈকে এক নতুনত্বৰ ৷ মাঘৰ বিহুৰ বাবে এটি সুন্দৰ উপহাৰ দিলে ৷ জিন জিন মইনাৰ বাবে এটি like কৰিব সকলোয়ে ৷

  • @utpaldutta1538
    @utpaldutta1538 3 года назад +10

    Thanks to team জিন জিন মইনা
    নতুন বছৰ তথা বিহুৰ প্রাক ক্ষণত ইমান ধুনীয়া গীত এটা উপহাৰ দিয়াৰ বাবে

  • @medhitraveldairy1511
    @medhitraveldairy1511 3 года назад +15

    পাবত গজা তথাকথিত নপতাফুকণ শিল্পী কেইটা কৈ হাজাৰ গুণে বেছি ভাল গাইছে । বাপুজী ককাইদেউ অনুৰাগী হিচাপে গান টো এই বিহুৰ বতৰত শুনি বলৈ পায় আৰু বহুত বেছি আনন্দিত হলো । আপোনালোকৰ ভবিষ্যত কল্যাণ কামনা কৰিলো ।

  • @anupamdutta4819
    @anupamdutta4819 3 года назад +19

    মন জুৰোৱা বিহু। শুনি থাকিবৰ মন। কিমান বাৰ শুনিলো হিচাপ দিবলৈ কঠিন হব।

  • @rimakalita4381
    @rimakalita4381 3 года назад +20

    অতি সুন্দৰ।
    এতিয়ালৈকে কিমানবাৰ শুনি লো হিচাব নাই।যিমান বাৰ শুনিলে ও আমনি নালাগে । এইয়াই আমাৰ প্ৰকৃত বিহু গীত । প্ৰতিটো শব্দই অসমীয়া সংস্কৃতিৰ লগত জড়িত ।

  • @dimpydutta4552
    @dimpydutta4552 3 года назад +16

    Aiburhe aasol bihu... Oti hundor ❤️❤️👍🏻👍🏻

  • @poragchetia1696
    @poragchetia1696 3 года назад +17

    বৰ মনোমোহা দেই দদাইদেউহত ! বিহু বিহু লাগি গল ! আজি কালি মদান হল সকলো কিন্ত শুনিবলৈ অসুজোৱা ! এনেধৰনৰ বিহু গানে হৃদয়ত ঠাই লয় ! আৰু আগলৈ কৰি যাব দেই বিহুত এপাক নাচিবলৈ

  • @jintu_gamers
    @jintu_gamers 3 года назад +24

    সঁচাকৈ বহুত ভাল লাগিল ইমান দিনৰ মুৰত এটা সুন্দৰ বিহু শুনিব পালো ❤️❤️

  • @monmiphukan5883
    @monmiphukan5883 3 года назад +38

    ভাষা নাই লিখিবলৈ।কিমান যে সুন্দৰ আমাৰ সংস্কৃতি,আমাৰ বাপোতিসাহোন বিহু। বহুত বেছি ভাল লাগিল গানটো ❤️

  • @paporikalita2018
    @paporikalita2018 3 года назад +25

    সুন্দৰ,,জিন জিন মইনাৰ সমূহ সদস্যলৈ আগতীয়াকৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

  • @randipkalita4804
    @randipkalita4804 3 года назад +161

    যিমানে চাম সিমানে কম ।
    শুনি থাকিবৰ মন যায় ।
    😍

  • @user-ns6cy6wl6g
    @user-ns6cy6wl6g 3 года назад +25

    বিহু ‌হলে এনেকোৱা হ'ব লাগে ।❤️❤️❤️❤️❤️❤️❤️মন অন্তৰ চুই যোৱা গীত । ❤️❤️❤️

  • @ankitarabha7273
    @ankitarabha7273 3 года назад +7

    এইয়া হে প্ৰকৃত বিহু ...👌🏻👌🏻👌🏻

  • @twoassamesesisters6124
    @twoassamesesisters6124 3 года назад +14

    বহুত ভাল লাগিল গীতটি🔥💛💛💛🙏বহুত বহুত ধন্যবাদ আপোনালোকক মাঘৰ বিহুয ইমান সুন্দৰ এটা উপহাৰ দিয়া বাবে🙏

  • @dipankardeka4215
    @dipankardeka4215 3 года назад +46

    বিহুৰ সময়ত আমাক এটি সুন্দৰ বিহুগীত উপহাৰ দিয়াৰ বাবে ধন্যবাদ।বহুত ভাল লাগিল বিহুটি। আই জৈ কলিজা

  • @chawduduahom5537
    @chawduduahom5537 3 года назад +31

    আজ্জৈ কলিজা। 😘😘অই নেৰিবি ককাইহঁত 😘😘😘।।

  • @BTS-ty3sh
    @BTS-ty3sh 3 года назад +24

    সুন্দৰ জিন জিন ম‌ইনা।কবলৈ ভাষা নাই।জিন জিন ম‌ইনাৰ সকলোলৈকে অভিনন্দন জনালো।

  • @chayanikadutta5414
    @chayanikadutta5414 3 года назад +10

    বহুত সুন্দৰ💕💕💕💕💕💕💕💕
    বিহু হ'লে এনেকুৱা হ'ব লাগে।
    ভোগালী বিহুৰ সুন্দৰ উপহাৰ।সকলো লৈ বিহুৰ ওলগ যাচিঁলো.....love from Jorhat ,Teok💕💕💕💕

  • @pakhikoch7830
    @pakhikoch7830 3 года назад +13

    বহুত ভাল লাগিল বিহু গীতটো শুনি।।শুনিলে শুনিয়ে থাকিব মন যায় আৰু লগতে নাচিয়ে থাকিব মন যায়🥰🥰মৰমৰ মামা সকল❤

  • @boraananta830
    @boraananta830 4 месяца назад +2

    সঁচাই ভাষাৰে বুজাব নোৱাৰি ইমান সুন্দৰ। পাবত গজা আজিকালি গায়ক বোৰকতকৈ এওঁলোক বহুত বহুত বহুত ওপৰত ।।

  • @Lets_Do_Something2023
    @Lets_Do_Something2023 3 года назад +10

    Disco বিহু অহাৰ পৰা প্ৰায় গান শুনিবলৈ এৰিছিলো। ধন্যবাদ আপোনাসবলৈ সুন্দৰ গানটি আগবঢ়োৱাৰ বাবে।

  • @rupjyotiraagmusic2372
    @rupjyotiraagmusic2372 3 года назад +7

    Dhuniyaaa😍😍❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

  • @theunendingjourneys817
    @theunendingjourneys817 3 года назад +56

    হিয়া-মন শাঁত পেলাই দিলে বাপুজী দা আৰু মনোজ দাৰ কণ্ঠ সঁচাকৈয়ে অতুলনীয় । শব্দ সংমিশ্ৰণ অতুলনীয় ।

  • @Beautiboruahdip
    @Beautiboruahdip 2 года назад +9

    ইমান ভাল লাগে শুনি নাচিব হে মন যাই 😘

  • @PK-vu8qc
    @PK-vu8qc 3 года назад +35

    ধুনীয়া ,,,বাপুজি দা মনোজ দা উজ্জল ভৱিষ্যত কামনা কৰিলোঁ,,,,,

  • @Rahul_on2wheels
    @Rahul_on2wheels 3 года назад +10

    Finally ata bihu geet palu, ji ye mon pran sui gol.. jin Jin moina hodai monot thaki robo amar... Hokolue Jen ata like kore.......... 2021 r bhal loga bihu ❤️

  • @Axomiyatathal
    @Axomiyatathal 3 года назад +21

    বহু অপেক্ষাৰ অন্তত জিন জিন মইনা এক নতুন ৰূপত ❤️❤️❤️❤️,,, ক'বলৈ ভাষা নাই ইমান সুন্দৰ হৈছে

  • @nipendowari2499
    @nipendowari2499 3 года назад +57

    বহুত দিনৰ মুৰত ধুনীয়া বিহুনাম এটি শুনিলো। মন প্ৰাণ চুই গ'ল।😍

    • @anantadas2509
      @anantadas2509 2 года назад +1

      Purona Bihu gan monot Pori gol.atiya anukuwa gan nai

  • @JadumaniKalita
    @JadumaniKalita 3 года назад +17

    এইয়াহে আমাৰ প্ৰকৃত বিহুনাম দেহা মন নাচি উঠিল গানটো শুনি ❤️ জিন জিন মইনা সমূহ কৰ্মকতা লৈ বহুত বহুত ধন্যবাদ জনালো আগলৈ এনেকুৱা গীত সমূহ দি যাওক❤️❤️

  • @manishahandique5192
    @manishahandique5192 3 года назад +12

    Bohuut mojja..atia anekua bihu huniboi nupua holu...axomor bihu modern hoi goise..aitu huni bohuut val lagil dhoinyobad jonaw apulukok

  • @utpalsaikia5218
    @utpalsaikia5218 3 года назад +5

    আন্তৰিকতাৰে আদৰিছো।।পুৰণি চেও গীত সুৰে মুগ্ধ কৰিছে।।

  • @pompigogoi6517
    @pompigogoi6517 2 года назад +6

    হচা..... বহুত🤭 ভাল লাগে💜 এই গানটো শুনিলে 🥰

  • @chayanikadutta7844
    @chayanikadutta7844 3 года назад +30

    এইয়া হে আমাৰ অসমীয়া আদৰ বিহু গীত,,ভাবিছিলো এনে বিহু গীত বোৰ হেৰাই গল বুলি,,,ধন্যবাদ আপোনাৰ হবলৈ ইমান ধুনীয়াকৈ উপস্থাপন কৰি আমাক সুন্দৰ গীত টো উপহাৰ দিয়া বাবে,,আশা ৰাখিলোঁ পুনৰ এনে সুমধুৰ কণ্ঠত সুমধুৰ গীত সমূহ পাম বুলি,,

  • @yagnyaanamikacreations8644
    @yagnyaanamikacreations8644 3 года назад +25

    জিন জিন মইনাৰ সমূহ সদস্যলৈ শুভেচ্ছা থাকিল।খুব ধুনীয়া হৈছে।

  • @monuofficelassam3562
    @monuofficelassam3562 3 года назад +38

    ভাল লাগিল, গীত ত কণ্ঠদান কৰা লগতে সকলো দিশতে সহযোগী শিল্পী সকলৰ কো অশেষ ধন্যবাদ জনাইছো।প্ৰকৃতিৰ গুনানোক লৈ এটি বিহুগীত শুনিবলৈ পায়। এনে বিহু আজি কালি অসমীয়া সংগীত জগতত হেৰাই যাব ধৰিছে।পুনৰ এনেধৰণৰ গীত শুনিবলৈ পোৱা ৰ আশাৰে ,,,,,,,,,,।

  • @mridulkalita2976
    @mridulkalita2976 3 года назад +73

    বিহু শুনিলে, মনতো বেলেগ হৈ যায়, যাক ।কেতিয়াও ভাষাৰে বুজাব নোৱাৰি।
    সুন্দৰ বিহু এটি শুনিলো ।
    ধন্যবাদ🙏

  • @labhitakalita5343
    @labhitakalita5343 3 года назад +58

    এই বিহু গীতটি শুনিলে শুনি থাকিবৰ মন যায়l
    বিহু গীতটি কথা সুৰ পৰিৱেশন বহুত ধুনীয়া হৈছে❤️💖❤️

  • @ajayborgohain8382
    @ajayborgohain8382 3 года назад +10

    Iove❤️ it.....so nyc song.... Owesome assam...Owesome bihu....proud as a Assamese ❤️👍🙏joi aai অসম

  • @uddiptadas138
    @uddiptadas138 3 года назад +10

    ভেজাল নথকা সুন্দৰ বিহু গীত এটি সুনিলো। বহুত ভাল লাগিল

  • @GeoMovieclips
    @GeoMovieclips 2 года назад +6

    Aji huna bur like koribaa ..it's our fav song 🎉🎉🎉

  • @barbieborgohain5400
    @barbieborgohain5400 3 года назад +17

    বহুত বহুত ধন্যবাদ .....লগতে আপোনালোক সকলোলৈকে আন্তৰিক অভিনন্দন ৰাইজক এটি অৰ্থপূৰ্ণ বিহুগীত উপহাৰ দিয়াৰ বাবে.... ✨🌼

  • @anjandutta7461
    @anjandutta7461 3 года назад +43

    ইমান ধুনীয়া গান এটা উপহাৰ দিয়াৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। খাতি অসমীয়া ভাষাৰে জিন জিন মইনা শুনি আমনি নালাগে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আপোনালোকক ।❣️❣️

  • @bhagyajitgohain9102
    @bhagyajitgohain9102 3 года назад +77

    বহুদিনৰ মূৰত ইমান সুমধুৰ এটি বিহু গীত শুনিবলৈ পায় বহুতে ভাল লাগিছে। সকলো কলা কৌশলীলৈ শুভেচ্ছা থাকিল।

  • @prashantadoley29
    @prashantadoley29 3 года назад +14

    Nice song i proud to our Assamese flim industry n our bihu

  • @lovefoodandtraveling
    @lovefoodandtraveling 3 года назад +38

    No auto tune ,pure Bihu song.I like it. After long time feeling great As AXOMIA.

  • @sudarshansspontaneous..1897
    @sudarshansspontaneous..1897 3 года назад +6

    Bapuji daa,biswa daa, raktim da, jaanmoni daaa gulliiiii....🙏🙏🙏🙏🙏🙏😍😍😍😘😘

  • @padumgogoi5257
    @padumgogoi5257 3 года назад +6

    খুবেই সুন্দৰ হৈছে গীত টো শুনি ভাল লাগিল

  • @krishnadeka2716
    @krishnadeka2716 2 года назад +3

    বহুত সুন্দৰ হৈছে এই বিহু গীতটি এবাৰ শুনিলে নাছো নাছো লাগি যায়।👌👌👌😊😊

  • @assambolg687
    @assambolg687 3 года назад +15

    এইবোৰ বিহু এতিয়া নাই কিন্তু শুনি বহুত ভাল লাগে আগৰ দিন বুৰলৈ মনত পৰে আৰু dai

  • @parthaprotimsaikia1799
    @parthaprotimsaikia1799 3 года назад +21

    বহুত দিনৰ মুৰত ইমান খাটি বিহু এটি শুনিলো দেই ,, মনটো জুৰ পৰি গল ৷ এয়াহে প্ৰকৃত বিহুৰ গীত ৷

  • @munukalita6133
    @munukalita6133 3 года назад +6

    Mojjaaa

  • @khagenvlogs3488
    @khagenvlogs3488 3 года назад +1

    Mone pare dehato bihu bihu lagise bahut xundar

  • @mainusonowal8038
    @mainusonowal8038 3 года назад +32

    Huni huni amoni nelage gantu . aru kune kune mur dore bare bare huni thaka 😍😍

  • @shilpaburagohain6076
    @shilpaburagohain6076 3 года назад +14

    Dehing always Rock🤟 জয় দিহিং 🥳

  • @mrinmoyjitsaikia6730
    @mrinmoyjitsaikia6730 3 года назад +13

    দিহিং নদী সদায় বুকুত বৈ থাকিব ।♥️
    বিশ্ব ডাক চাবলে মন আছিলে ♥️
    তেখেতৰ চাপৰ 😍😍
    সকলোকে বিহুৰ শুভেচ্ছা জনালোঁ ♥️

  • @papulchetia6167
    @papulchetia6167 3 года назад +3

    শুনিলে শুনি থাকিবৰ মন যায়...মন প্ৰাণ ভৰাই তুলিছে..গানটো ইমানেই ধুনীয়া হৈছে..শুনাৰ লগে লগে এপাক নাচি দিবৰ মন যায়...

  • @pranobphukan8524
    @pranobphukan8524 3 года назад +6

    বহুত ধুনিয়া হৈছে।গীত তো শুনি বহুত ভাল লাগিল ❤️❤️🔥🔥

  • @plabanamahanta8389
    @plabanamahanta8389 3 года назад +14

    Bohut bhal lagil....Dihing r val loga" jin jin moina "xunibo pai notun bosor t ru bhal lagise❤......dihing🙏

  • @hemaray3884
    @hemaray3884 2 года назад +5

    শুনি থাকিলেও হেপাহ নপলায়, ইমান ভাল লাগিল । শুনিলেই নাচিবৰ মন যায় 💕💕💕

  • @Manabkumarbora69
    @Manabkumarbora69 3 года назад +40

    হচাকে বহুত ধুনীয়া লাগিছে বিহু গান টো সকলোলৈ ৰঙালী বিহু বহুত বহুত শুভেচ্ছা থাকিল ♥️♥️🥰🥰

  • @palashgogoi3959
    @palashgogoi3959 3 года назад +47

    ইমান সুন্দৰ হৈছে ।কবভাষা নাই গীততি লিখকৰ পৰা কেমেৰা মেনলৈ বিহুৰ শুভেচ্ছা থাকিল।

  • @sekhargogoi2079
    @sekhargogoi2079 3 года назад +28

    বহুত দিনৰ এনেকোৱা বিহুগীত শুনিবলৈ পালো । সুন্দৰ হৈছে 👍👍👍👍👏👏👏

  • @lakhyajeet
    @lakhyajeet 3 года назад +7

    Aituke hunim roba next level bihugit,,,bohut bosor murot😍😍😍

  • @mrinmoykumarborah7655
    @mrinmoykumarborah7655 3 года назад +4

    Bor xundar geet. Mur priyo geet❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

  • @umakantarajkhowa5340
    @umakantarajkhowa5340 3 года назад +65

    বহুত সুন্দৰ আকৰ্ষনীয় বিহু এফাঁকী শুনিলোঁ 🥰🥰❤❤❤ ভাল লাগিল । ।
    সমূহ অসমবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ 🥰❤❤❤ জয় আই অসম ❤❤

  • @bikudarlife3070
    @bikudarlife3070 2 года назад +152

    এই গানটো .কাৰ কাৰ প্ৰিয় আৰু এতিয়া কোনে কোনে শুনি আছে .LiKe /COmment কৰক

    • @bornalikurmi9224
      @bornalikurmi9224 Год назад +1

      Ko ko ji on

    • @utjjalgogoi2841
      @utjjalgogoi2841 Год назад +1

      ❤❤😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊

    • @DipuDas-jz7gy
      @DipuDas-jz7gy Год назад +1

      ​@@utjjalgogoi2841 f

    • @kobitaneog2879
      @kobitaneog2879 Год назад +1

      Moi to dinto 5 bar hoi jay .karon amer konmani joniye xuni bor vl pay

    • @user-ju1oc7zn5e
      @user-ju1oc7zn5e Год назад +2

      ​@@utjjalgogoi2841 n
      😅

  • @narenurang5659
    @narenurang5659 3 года назад +10

    ইমান সুন্দৰ এটি বিহুগীত সচাকৈয়ে শুনিলে শুনি থাকিবলৈ মন যায়। 😍😍অতুলনীয়। 👌❤

  • @mantuborah6386
    @mantuborah6386 3 года назад +2

    Assamr bahirot asu karne bihu bihu loga nasil apunalukr bihu2 xuni gaat bihu bihu lagi goise xosakoi bht val lagil

  • @rajbindaaas9920
    @rajbindaaas9920 3 года назад +6

    Love ❤️ from Nepal...Dhuniya

  • @bgirl7238
    @bgirl7238 3 года назад +14

    এইবোৰ হে বিহু গীত 😍😍

  • @budhaprasad2037
    @budhaprasad2037 3 года назад +38

    আৰম্ভণিৰ পৰা সামৰণি লৈকে গানটো শুনি ইমান ভাল লাগিল ।

  • @a.k8833
    @a.k8833 3 года назад +12

    বিহু গীতটো শুনি বহুত বহুত ভাল লাগিল 🥰🥰🥰🥰🥰🥰 আৰু মোৰ ফালৰপৰা, মোৰ গুৰু জনা ৰঞ্জিত গগৈ দেৱক আৰু দিহিং হুচৰি দলৰ সকলোকে মোৰ প্ৰণাম🙏🙏🙏🙏🙏🙏🙏🙏❤

  • @tdeka7315
    @tdeka7315 3 года назад +31

    ইমান ধুনীয়াকৈ গানটো বনাইছে এবাৰ নহয় বহুত বাৰ শুনিলোঁ ... বহুত ভাল কণ্ঠ আপোনাৰ ....মই ও নলবাৰীৰ লৰা সঁচাকে বহুত গৌৰৱ হয় .. আৰু আগুৱাই যাওক

  • @rupalihazarika8079
    @rupalihazarika8079 3 года назад +83

    বহুত ভাল লাগিল ❤️ শুনিয়ে আছোঁ কালিৰ পৰা । দিহিং টিমৰ সকলো সদস্য লগতে গানটোত জঢ়িত থকা সকলোলৈকে ভোগালীবিহুৰ আন্তৰিক শুভেচ্ছা থাকিল ।

  • @konwarvlogs8223
    @konwarvlogs8223 3 года назад +6

    ধুনীয়া লাগিছে সকলোলৈ ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা যাচিলো

  • @gouravchangmai4108
    @gouravchangmai4108 3 года назад +20

    এনেকুৱা বিহু গীত লাগে😍😍😍😍আজৈ

  • @borhollayoutuberakashdas
    @borhollayoutuberakashdas 3 года назад +80

    আমাৰ গুৰু ৰঞ্জীত গগৈ দেৱক শতকোটি প্ৰণাম।

  • @Lyricstezpur07
    @Lyricstezpur07 3 года назад +15

    বহুত ভাল লাগিল গান তু শুনি আপুনি 🔥🔥🔥🔥

  • @moonmichangmai1316
    @moonmichangmai1316 3 года назад +12

    কবলৈ ভাষা নাই । এইয়াহে বিহু । সঁচাই বহুত ভাল লাগিল । বহুত বছৰৰ মূৰত খাটি অসমীয়াৰ হিয়াৰ আমঠু সুন্দৰ বিহু গীত এটি শুনিবলৈ পালো । আশা ও কামনা কৰো যাতে আগলৈও এনেকুৱা সু মধুৰ বিহু গীত আপোনালোকৰ মাজৰ পৰা শুনিবলৈ পাওঁ । বিহু দলটিলৈ উজ্জ্বল ভৱিষ্যত একান্তই কামনা কৰিলো ।❤️❤️❤️❤️❤️

  • @dulumonideka3923
    @dulumonideka3923 3 года назад +3

    কথা, সুৰ, কণ্ঠৰ কি অপূব সংমিশ্ৰণ? সঁচাকৈ স্বগানুভূতি প্ৰদান কৰে এনে সুৰ তথা কণ্ঠই যাক লৈ আমি সদায় গৌৰৱ অনুভৱ কৰো❤💕😍🥰

  • @anjalipatowary6467
    @anjalipatowary6467 3 года назад +5

    গীত টু বৰ ধুনীয়া হৈছে সুনীলে সুনী থাকিবলৈ মন যাই

  • @pradipsaikia9987
    @pradipsaikia9987 3 года назад +5

    Tq somuch eman dhuniya upohar ata diyar babe joitu dihing bihu husori dol from Lakhimpur

  • @ashimsaikia3009
    @ashimsaikia3009 3 года назад +12

    Bht dhunia lgile ..tamm enjoy korilu ....mojaa😍🥰

  • @sauravborah-gk6hq
    @sauravborah-gk6hq 4 месяца назад +2

    Bhut bhl lge gantu huni...... Aji bihu buli ako huni dlu 🥰🥰

  • @mowsumisaikia9737
    @mowsumisaikia9737 3 года назад +35

    বিহুৰ সময়ত আমাক এটি সুন্দৰ গীত উপহাৰ দিয়াৰ বাবে বহুত ধন্যবাদ আপোনালোকলৈ 😍

    • @munmigogoi1122
      @munmigogoi1122 3 года назад +1

      সচাই কিমান যে ধুনীয়া হৈছে কম নোৱাৰি।

  • @pallabi9537
    @pallabi9537 3 года назад +9

    Can't express in words how beautiful this song is. 😍😍😍

  • @nishakalita8301
    @nishakalita8301 3 года назад +29

    কিমান ভাল পাওঁ গান তোক বুজাব ভাষা নাই❤️❤️

  • @AmalshortsWorld
    @AmalshortsWorld 4 месяца назад +3

    Dhuniya lagil bihu gaan tu huni.❤

  • @pranjalborgohain2558
    @pranjalborgohain2558 2 года назад +7

    বিহু গীতটি বৰভাল লাগিলে । ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা যাছিলো।

  • @dhritismitaray9622
    @dhritismitaray9622 3 года назад +72

    ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ 🙏।।।
    মন ভৰি পৰা বিহু গান 'জিন‌ জিন মইনা'😍♥️

  • @sandanjyotibaruah9525
    @sandanjyotibaruah9525 3 года назад +8

    Best of luck jin jin moina ❤️❤️❤️ I like you all

  • @chintubaruah6062
    @chintubaruah6062 2 года назад +1

    Ei he bihu ......bohut dinor murot bhal gaan hunibo paisu