জয় জয় হুঁচৰি-২০২১ || কণ্ঠ-অযুত বৰা বাপুজী কোৱঁৰ কণিকা ইংতি পিংকী দাস || Jai jai husori || new bihu

Поделиться
HTML-код
  • Опубликовано: 7 сен 2024

Комментарии • 645

  • @soulgaming8764
    @soulgaming8764 3 года назад +74

    ধনশিৰি পৰিয়া হুঁচৰি দল টোৰ এজন বিহুৱা হিচাপে আজি মোৰ নিজৰেই কিবা এটা ভাল লাগিছে ।💖💖💗💗💗🥰💝💝

  • @praytushchetia4200
    @praytushchetia4200 3 года назад +32

    নিভাজ বিহু ।। কৰʼণাই কোঙা কৰি পেলোৱা মনটোক সজীৱ কৰি পেলালে,গাঁৱত হুচৰি মৰাৰ কথা মনত পৰি গল ❤️ ।।

  • @koushikbora2460
    @koushikbora2460 3 года назад +43

    বাপুজী দাৰ কন্ঠ❣️
    আগবাঢ়ি যাওক আৰু বহুত শুভেচ্ছা যাচিলো

  • @devanandaduttaofficial9902
    @devanandaduttaofficial9902 3 года назад +20

    সম্পূৰ্ণ এক নিভাঁজ বিহু। বিহুটো চাই গাৱঁৰ চোতাল বিহুলৈ মনত পৰি গ'ল।

  • @madhuryahazarika3266
    @madhuryahazarika3266 3 года назад +51

    অপূৰ্ব।ভাষাৰে বুজাব নোৱাৰা এক সুন্দৰ সৃষ্টি।আমাৰ সভ্যতা সংস্কৃতি এনেদৰেই আগুৱাই লৈ যাওক।বহুত শুভকামনা।

  • @letslearnsociology553
    @letslearnsociology553 3 года назад +20

    No words to explain...Great..pure and real bihu songs.

  • @dkgsilapathar4920
    @dkgsilapathar4920 3 года назад +66

    ক’বলৈ ভাষা নাই ৷ বহুত ভাল লাগিল ৷ এনে এটি নিভাজ হুচৰি বিহুগীত উপহাৰ দিয়াৰ বাবে সমুহ শিল্পীবৃন্দৰ লগতে অনুপম বিতোপন চেনেলক ধন্যবাদ জনাইছো ৷

  • @pankajgogoi9233
    @pankajgogoi9233 3 года назад +21

    ,ইমান সুন্দৰ হৈছে যে কবলৈ ভাষাই নাই😊😊
    সুৃঁচৰি মাৰি বিহু এপাক নাচি দিবলৈ মন গল অ....
    বছৰটি কুশলে যাওঁক....

  • @nikkusaikia4079
    @nikkusaikia4079 3 года назад +60

    Bapuji dada gaan mane 🔥🔥 dada karone like 1ta mari dia 🥰🥰

  • @hridoykhound5336
    @hridoykhound5336 3 года назад +32

    Bapuji daa.....❤️❤️❤️ সকলো অসম বাসী ৰাইজলৈ ৰাঙলী বিহুৰ শুভেচ্ছা থাকিল 🙏🙏🙏💐💐💐

  • @diptimedhi9376
    @diptimedhi9376 3 года назад +13

    সচাঁকৈয়ে বৰ ভাল লাগিল। বিহু হুচৰি দলটিলৈ বাপতি সাহোন ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনালোঁ।

  • @user-ef5fp4bx6u
    @user-ef5fp4bx6u 3 года назад +7

    বাপুজি দা আপুনি আমি আগুৱাই যোৱা বাতৰ পঠ।।
    আমাৰ ৰং মন পৰীয়া হুচৰি তৰফৰ পৰা ৰঙালী বিহু হিয়া ভৰা উলগ জনালো।।

  • @subhalaxmisaikia3341
    @subhalaxmisaikia3341 3 года назад +56

    অযুত দা আপুনি আমাৰ গৌৰৱ, ভাল লাগিল শুনি 🤗আজি কালি কম পৰিমাণে হে এনেকুৱা হুঁচৰি গীত শুনিব পোৱা যায় নহলে প্রায় বিলাক আধুনিক ভাৱে বনাই আচল বিহুৰ সোৱাদ তো নাই কিয়া কৰি পেলাই

  • @manikborah9008
    @manikborah9008 2 года назад +5

    কবলৈ ভাষা নাই বাপুজি বাইতি আগ বাহি জোৱা বহুত বহুত ধন্যবাদ

  • @pallabikhanikar9324
    @pallabikhanikar9324 3 года назад +16

    বিহু বিহু লাগিছে গাত ।।। বহুত ভাল লাগিল শুনি ❤❤❤

  • @pokegamerhindi7430
    @pokegamerhindi7430 3 года назад +7

    বহুত সুন্দৰ হৈছে । ৰঙালী বিহুৰ বহু বহু ওলগ যাচিলোঁ ।। অযুত দা লগতে আন সহযোগি সকলো লৈ কে ইমান এটা সুন্দৰ বিহুৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ । অযুত দা আমাৰ গৌৰব ।

  • @zgdebashishkonwar9928
    @zgdebashishkonwar9928 3 года назад +13

    এ মজা👌👌।। ৰঙালী বিহুৰ শুভেচ্ছা যাচিলো।।

  • @theunendingjourneys817
    @theunendingjourneys817 3 года назад +11

    অতি সুন্দৰ । ক'বলৈ ভাষা নাই ❤️❤️❤️❤️❤️❤️❤️❤️❤️

  • @sewabratboruah2106
    @sewabratboruah2106 3 года назад +29

    ইমান সুন্দৰ কণ্ঠ সচাকৈ বৰ ভাল লাগিল দেই আগবাঢ়ি যোৱা শুভেচ্ছা জনালোঁ ।আজিৰ সময়ত এনেকুৱা শিল্পীয়ে আমাৰ প্ৰয়োজন । অসমীয়া সংস্কৃতি ধৰি ৰাখিব লাগিলে আমি এইসকল শিল্পীক সহায় কৰা প্ৰয়োজন যেন অনুভৱ কৰিছোঁ ।

  • @randipkalita4804
    @randipkalita4804 3 года назад +10

    ধুনীয়া হৈছে 💖💖
    জয়আই অসম 💖

  • @nayanborah4824
    @nayanborah4824 3 года назад +14

    শুভকামনা যাছিলোঁ অনুপম বিতোপন লৈ
    আগুৱাই যাওঁক, খাটিৰ অসমীয়া বিহু ,,,

  • @bhaskarjyotiphukon8789
    @bhaskarjyotiphukon8789 2 года назад +6

    Bohut dhunia dhunia bihu husori gaan ulaise ...❤️❤️ Ru uliabo lage..aguai jaok ru amaku eidore bihu husori di jaok..❤️❤️

  • @nayanhazarika2475
    @nayanhazarika2475 3 года назад +2

    Ajut da upper deopani gan to mojja🥰🥰😘😘

  • @kukildutta2326
    @kukildutta2326 3 года назад +3

    এইয়াহে হুচৰি ....মনটো ভাল লাগি গল

  • @babulsonowal2446
    @babulsonowal2446 2 года назад +40

    অজুত বৰা আৰু বাপুজী কোঁৱৰ কন্ঠৰে ইমান সুন্দৰ বিহু হুঁচৰি ,,,, বহুত বহুত শুভেচ্ছা জনালোঁ আগবাঢ়ি যাওক ।

  • @ankurangogoi8849
    @ankurangogoi8849 3 года назад +7

    ধন্যবাদ বিহুৰ বতৰত এই সুন্দৰ গীত তি দিয়াৰ বাবে। ধন্যবাদ জ্ঞাপন কৰিলো অতীতৰ সেই সুমধুৰ স্মৃতি ঘূৰাই দিয়াৰ বাবে। যেতিয়া ৰ পৰা ঘৰৰ দূৰত আৰু বিহু বতৰত ঘৰ যাব পৰা নাই এই গীত শুনি চকু হেমিকি গল ।। বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো ।❤❤❤

    • @bhagyashreeborah6269
      @bhagyashreeborah6269 3 года назад

      '1uuii9ul09078a111'k0uaIoএ৺
      ডা°্‌৺মবমৌেঁ
      ভ৺৺৺৺

    • @ankurangogoi8849
      @ankurangogoi8849 3 года назад

      @@bhagyashreeborah6269 ???.

  • @manujkonwer8400
    @manujkonwer8400 2 года назад +2

    সুমধুৰ কন্ঠৰে নিগৰি অহা নিভাঁজ হুচৰি নামবোৰ সচাই বহু ভাল লাগিল। পুনৰ সেই বিহু মাৰি উজাগৰী ৰাতি কটোৱা দিনবোৰলৈ ঘূৰি যাব পৰা হলে ।

  • @yoyobhosriwaleee8912
    @yoyobhosriwaleee8912 3 года назад +12

    সকলোকে কওঁ ,,,ঢোলত যি জন আছে দেৱজিত তামুলী দা,,,গোলাঘাটৰ হয়,,,দেৱজিত দা জিন্দাবাদ,,,,

  • @papurangpi5723
    @papurangpi5723 3 года назад +3

    এইয়াহে হুচৰি। সুন্দৰ পৰিৱেশ

  • @dipokborah370
    @dipokborah370 3 года назад +6

    এক ন-পুৰণি নিভাঁজ অসমীয়া কথা সুৰ।ভাল লাগিল দাদা।এনেকৈয়ে আমাৰ জীয়াই ৰাখক বাপুতিসাহোন।

  • @parashbora5167
    @parashbora5167 3 года назад +6

    ভাষা নাই, ইমান ধুনীয়া❤️

  • @assamesestatus1118
    @assamesestatus1118 2 года назад +2

    Aiya hee Axomiya r prokit bihu gaan .... Bohut VL lagise xuni ..... Xuniye thakibo Mon goise .... Aru lage anakuwa bihu gaan ❤️❤️❤️❤️❤️🥰🥰🥰❤️❤️❤️❤️

  • @bhupenhandique1912
    @bhupenhandique1912 3 года назад +48

    অতি সুন্দৰ,, ভাল লাগিল!! "জয় জয় হুঁচৰি"ৰ লগত জড়িত থকা সকললৈ বহুত বহুত ধন্যবাদ🙏🙏🙏

  • @parthabora7594
    @parthabora7594 3 года назад +20

    বহুত দিনৰ মূৰত ....❤❤❤.....

  • @gobingogoi3986
    @gobingogoi3986 3 года назад +11

    বৰ ভাল লাগিল পাই। এই হে প্ৰকৃত বিহু হুঁচৰি ।অতিতৰ পৰমপৰা যি কৃষ্টি ধৰি ৰাখিব এই বিহুটিতে সকলোবোৰ বিহুৱাই বিচাৰি পাব।

  • @parthabharali7606
    @parthabharali7606 3 года назад +7

    ধুনীয়া লাগিছে ভৱিষ্যত উজ্জ্বল কামনা কৰিছো।

  • @ruchikakonwar9295
    @ruchikakonwar9295 3 года назад +3

    bht bht dhunia hoise dyyy....enkoi hodai dhunia dhunia gaan gai jawk kokai.....❤️❤️❤️❤️❤️❤️eneyu bihu bulile hokolu bolia👍👍👍👍👍

  • @jishukalita24
    @jishukalita24 3 года назад +17

    এই হুঁচৰিটো শুনিহে বিহু বিহু লাগিছে 😍😍
    সমূহ অসমবাসী ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা জনালো ❤
    জয় আই অসম ❤

  • @AssameseMixEntertainment
    @AssameseMixEntertainment 2 года назад +8

    কি অপূৰ্ব উপস্থাপন সেই চোতালৰ বিহুলৈ মনত পেলাই দিলে 💕💕

  • @sivagogoi6312
    @sivagogoi6312 2 года назад +2

    হুচৰি ভাল লাগিছে হুচৰি আগ বাঢ়ি যায় তাৰেই কামনা কৰিলো ভগৱান ওচৰত ❤❤🙏👏👏

  • @bcvvfdcvcas4857
    @bcvvfdcvcas4857 3 года назад +11

    বহুত ভাল লাগিল ।। আগলৈ এনে ধৰণৰ বিহু হুচৰী পাম বুলি আশা কৰিলোঁ ।।

  • @jitulsk5594
    @jitulsk5594 3 года назад +4

    বহুত বহুত ভাল লাগিছে হুচৰিযোৰা।

  • @yellowtube1539
    @yellowtube1539 3 года назад +32

    কণ্ঠ টি শুনি, গীতৰ নিপুনতা শুনি "বিহু সম্ৰাট" বুলিহে কব মন গৈছে...। কি সুন্দৰ কণ্ঠ!! কত লুকাই থাকে হে, বিহু মঞ্চত পোৱাৰ কামনা কৰিলো। যাত্ৰা অব্যাহত ৰাখক, বহু শুভেচ্ছা থাকিল।

    • @user-qj6mg1jg2i
      @user-qj6mg1jg2i 2 года назад +3

      বিহু সম্ৰাট এই সম্ৰাট শব্দবোৰ আতৰাৱ এইবোৰ আমাৰ শব্দ নহয়। বিহুৱা ক'ব বিহুৱা।

    • @biplabranjanbaishya8083
      @biplabranjanbaishya8083 2 года назад

      @@user-qj6mg1jg2i এক দম
      এওঁক কিন্তু অসমৰ বৰ বিহুৱা কৱ পাৰি

  • @bitupanphukan9139
    @bitupanphukan9139 2 года назад +1

    বহুত বহুত সুন্দৰ.... 2022 ৰ এনেকুৱা এটা লাগে

  • @rathinborahthengal4383
    @rathinborahthengal4383 3 года назад +7

    বিহু হ’লে এনেকুৱা হ’ব লাগে নিজৰ ঐতিহ্য ধৰি ৰখা৷

  • @pranjalprtim9632
    @pranjalprtim9632 3 года назад +8

    সুন্দৰ ককাইদেউ 💖❣️💥❤️

  • @lifeisjourney1355
    @lifeisjourney1355 2 года назад +2

    Aibur he bihu geet🥰🤩🤩🥳 jimanbar hunu katiyau amoni nalage aru hepah nopolai 🥰🥰🥰🤗🤗🤗🤗🤗

  • @bishwajitmahanta8016
    @bishwajitmahanta8016 3 года назад +93

    এইয়া হে বিহু....❤️❤️❤️বহুত বহুত বহুতেই বেছি সুন্দৰ হৈছে.....dislike দিয়া কেইটা নাগৰিকত্ব নোপোৱা বাংলাদেশী😂

  • @samudradeka2002
    @samudradeka2002 3 года назад +5

    Mojaa.. Xundor Bohut val lgil.❤️❤️❤️

  • @princegogoiofficealyoutube6171
    @princegogoiofficealyoutube6171 2 года назад +7

    নিভাঁজ বিহু ❤❤❤❤কিমান ভাল লাগিছে ভাষাৰে প্রকাশ কৰিব নোৱাৰোঁ।

  • @manabgogoi524
    @manabgogoi524 3 года назад +5

    এইয়াহে বিহু ৷ বৰ ধুনীয়া হৈছে অজুত দা 👌

  • @pasamtolaankanbadikandra7199
    @pasamtolaankanbadikandra7199 2 года назад +3

    বহুত ভাল লাগিল চাই।

  • @nitukonwar210
    @nitukonwar210 3 года назад +16

    বৰ সুন্দৰ হৈছে। ৰঙালী বিহুৰ ওলগ জনালোঁ।

  • @channelmrinmoymayuri2531
    @channelmrinmoymayuri2531 Год назад +5

    অতি নিভাঁজ পৰম্পৰাগত বিহু গীত। ❤❤❤❤

  • @jayantaborah8365
    @jayantaborah8365 2 года назад +3

    সুন্দৰ হৈছে ককাই

  • @amarnath7811
    @amarnath7811 2 года назад +3

    Bhot bhot vl lagil.....bihu Aamar pran

  • @satyajitkalita6167
    @satyajitkalita6167 3 года назад +4

    বিহু বিহু লাগি গল গাত ।বিহুৱা দলটিলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো লগতে তেওঁলোকৰ উজ্বল ভৱিষ্যত কামনা কৰিলো ।👍👍👍

  • @rajjyotiborah4660
    @rajjyotiborah4660 3 года назад +2

    Oti hundor. Bapuji konwar kokaideu ru hompurno dol tule dhonyobad emn dhunia bihu ata upohar dia babe.

  • @nirabjyoti.nath744
    @nirabjyoti.nath744 3 года назад +1

    বহুত সুন্দৰ , ভাল লাগিল শুনি

  • @monnilimofficial5274
    @monnilimofficial5274 2 года назад +1

    Bohut dhuniya hoyse bihu nam love you all 💖💖🔥🔥😘😘👌👌👍🙏

  • @guanglidiy7166
    @guanglidiy7166 2 года назад +7

    বহুত২ ধন্যবাদ ।প্ৰকৃত বিহু শুনিছো যেন লাগিছে ।আৰু পুৰনা নাম বোৰ শুনিম বুলি আশা ৰাখিলো ।বহুতো শুভ কামনা থাকিল ।

  • @priyankagayan9698
    @priyankagayan9698 3 года назад +6

    ইমান সুন্দৰ প্ৰকাশ অসমীয়া সংস্কৃতিৰ।বিহু গীতটি উপহাৰ দিয়াৰ বাবে ধন্যবাদ।শুভেচ্ছা থাকিল আপোনালোকলৈ🙏

  • @bikashmahanta5778
    @bikashmahanta5778 3 года назад +3

    বৰ সুন্দৰ । মন প্ৰাণ ভৰি গ'ল

  • @rebochutia2585
    @rebochutia2585 3 года назад +8

    অতি সুন্দৰ উপহাৰ ❤️❤️

  • @samarrajbongshi7720
    @samarrajbongshi7720 2 года назад +1

    গীতটিৰ লগত যেন কিবা এটা বুজাব নোৱাৰা আবেগ জড়িত হ‌য় পৰিছে....যোৱা বছৰ বিহুৰ প্ৰথম খন অনুষ্ঠান পৰিবেশন কৰিব গৈ থকা সময়ত আমাৰ দাদা জনৰ গাড়ীত গীতটি বাজি আছিলে, সেই তেতিয়া প্ৰথম শুনাৰ পৰাই গীতটি বৰ প্ৰিয় হয় পৰিছিল,...আজিও গীতটি মোৰ মোবাইল ত এৱাৰ হলেও বাজি উঠে....ধন্যবাদ সমূহ শিল্পীবৃন্দৰ লগতে অনুপম বিতোপন দা, ইমান ধুনীয়া এটা উপহাৰ দিয়াৰ বাবে.....আৰু সকলোকে আগন্তুক ৰঙালী বিহুৰ হিয়াভৰা ওলগ জনালোঁ💐🌸❤️
    জয় আই অসম🙏

  • @sankobkoushik8554
    @sankobkoushik8554 3 года назад +1

    Genuine bihu Nam. কি ধুনীয়া। Love from Teok

  • @mrigenkalita8954
    @mrigenkalita8954 3 года назад +6

    Dhuniya lagise

  • @SudiptaNayanNath
    @SudiptaNayanNath 3 года назад +3

    সুন্দৰ বিহুনাম 👌

  • @bibeklikharu7296
    @bibeklikharu7296 2 года назад +1

    ইমান ধুনীয়া কন্ঠ। বহুত ভাল লাগিল

  • @anupamkaushikmusical209
    @anupamkaushikmusical209 3 года назад +9

    অপূৰ্ব 🎉❤️

  • @dibyadas3298
    @dibyadas3298 3 года назад +3

    সচাকৈয়ে বহুত ধুনিয়া হৈছে ৷

  • @sanjibphukon5466
    @sanjibphukon5466 3 года назад +2

    বৰ ধুনীয়া হৈছে ৷ ৰঙালী বিহু ওলগ জনাঁলো দেই সকলোলৈকে ৷

  • @rahulborah1782
    @rahulborah1782 2 года назад +4

    অসমীয়া বুলি সঁচাই গৌৰৱান্বিত হৈ পৰো... এনে বিহু নাম বোৰ শুনিলে...অনাগত দিনত অাৰু আগুৱাই যাওক আপোনালোকৰ যাত্ৰা.. 🌹🌹🌹

  • @lakhyajitgaming9046
    @lakhyajitgaming9046 3 года назад +25

    সছাকৈ বৰ সুন্দৰ হৈছে দা আগলৈও যাতে আৰু সুন্দৰ সুন্দৰ গান শুনিব লৈ পাম বুলি আশা কৰিলো।

  • @kaxaricreation149
    @kaxaricreation149 2 года назад +6

    Bihu main 😁♥️
    Aru ami bihu hunili kokal bhagi nashu hai Babi koishu ji ami bihu boliyaaaa,,,😁😁😁
    Ai bihu git tiyu bor vall lagil huni♥️♥️
    I love bihu song 😁😁♥️♥️🥰

  • @milangogoi6297
    @milangogoi6297 2 года назад +1

    আপোনাৰ লোকৰ গানতো হুনি ইমান ভাল লাগিল জে সুনিলে বিহু কৰি থাকিবলৈ মনজাই আপোনাৰ লোকৰ সকলোলৈ ধন্যবাদ থাকিল আৰু বিহু সুভেচা থাকিল

  • @b4ytsharma459
    @b4ytsharma459 3 года назад +3

    সছাকৈয় বহোত ধুনীয়া হৈছে 👌❤️

  • @dipakkalita9267
    @dipakkalita9267 2 года назад +5

    অতি সুন্দৰ কন্ঠ.... আৰু কথা... শুভকামনা জনালো 🙏 🙏 🙏 🙏 🙏

  • @gagandas2352
    @gagandas2352 3 года назад +13

    ঢোলৰ চেও কেইটা ধুনীয়া হৈছে
    ৰঙালী বিহু শুভেচ্ছা জনালোঁ

  • @bharali7779
    @bharali7779 2 года назад +1

    বতৰ অনুযায়ী ভাল লগা গানটো শুনি বৰ বেছিকৈ আনন্দত মতলীয়া হʼলো❤️🔥

  • @mridubora6523
    @mridubora6523 3 года назад +27

    জয় আই অসম,,, অতি সুন্দৰ

  • @DiamondAasamese
    @DiamondAasamese 3 года назад +10

    ঢোলৰ চেওয়ে চেওয়ে ...উঠি ভাঁহি যাওঁ আজি...অসমীয়াৰ ৰঙালী বিহু আহি পালেহি
    ..পদূলিৰ মূৰতে জয় জয় গোবিন্দায় ধ্বনি তেজতে উঠিছে অনাবিল ঢৌ .......

  • @khirudchetia67
    @khirudchetia67 3 года назад +3

    Bihu ti huni vaal lagil dhuniya likhise

  • @bhabencharingia6001
    @bhabencharingia6001 2 года назад +3

    Mojaaaaaa moja ❤️❤️ my fvrt bihuu

  • @satyajitgogoi654
    @satyajitgogoi654 3 года назад +27

    অসম বাসীলৈ এটা ডাঙৰ উপহাৰ ।।। বহুত সুন্দৰ।। ❤❤❤ বিহু মেইন

  • @bhaskarjyotirajkhowa2716
    @bhaskarjyotirajkhowa2716 3 года назад +4

    বৰ সুন্দৰ হৈছে 👍

  • @utpalgogoi5787
    @utpalgogoi5787 3 года назад +1

    অতি সুন্দৰ বিহু,
    খুব ভাল লাগিল l

  • @lakshmirekhahazarika7315
    @lakshmirekhahazarika7315 2 года назад +1

    খুউব ভাল লাগিল হুঁচৰীজোৰা👏👏👏

  • @debasishburagohain5564
    @debasishburagohain5564 3 года назад +2

    মনটো বিহু বিহু লাগি গ'ল।

  • @pranabborah1488
    @pranabborah1488 2 года назад +6

    জয় আই অসম ❤️❤️❤️

  • @ManujDutta-to4of
    @ManujDutta-to4of 2 года назад +1

    নিভাজ গাঁৱৰ চোতাল বিহু। আজিও আমাৰ গাঁৱত এনেদৰেই চলি আছে। ভাল লাগিল।

  • @debasishborah285
    @debasishborah285 3 года назад +3

    খুব ভাল লাগিল। একেবাৰে বিহু বিহু লাগি গ'ল।

  • @bikashtulsaikia5911
    @bikashtulsaikia5911 2 года назад +2

    সচাই এনেকুৱা হুঁচৰি বিহু হুনিবলে নুপুআই হলো, হিয়া মন যুৰপৰি যায়,,,বন্ধু তুমালোক সকলোৰে হৈ মই ভগবানৰ ওচৰত পৰ্থনা কৰিছোঁ অনেকুআ বিহু হুঁচৰি,বিহু নাম যাতে আমাক শুনাই থাকিব পৰা তাৰেই কামনা কৰিলোঁ,,,,,,,,

  • @missmridusmitabora6937
    @missmridusmitabora6937 2 года назад +3

    বহুত বহুত ভাল লাগিল।🙏🙏

  • @hemantahazarika9715
    @hemantahazarika9715 2 года назад +1

    কবলৈ ভাষা নাই, বাপুঁজী দা য'ত থাকে, তাতেই বিহু পকে দেই,

  • @bornaligogoi3647
    @bornaligogoi3647 3 года назад +3

    সুন্দৰ।আগলৈ এনে বিহুগীত শুনিবলৈ ৰৈ থাকিম।

  • @minturanhan8290
    @minturanhan8290 2 года назад +1

    Enekuwa gaanbur amak upohar di thakib,,, val lagil xuni,,, jiyai raxok oximiya xonskriti, axomor jatior utsob bihu,,, ,,,,, বিহুৰ শুভেচ্ছা থাকিল

  • @sikhakalita9752
    @sikhakalita9752 2 года назад +1

    বিহু$$$$$$$$$আমাৰ$$$$$আবেগ&&&আৰু---------স্বাভিবান***** বহুত সুন্দৰ@@@@@@হৈছে।

  • @assameserocklk2019
    @assameserocklk2019 3 года назад +1

    Val lagil .... bohut happy ... vl gan atia upohar dia babe thanks👍👍👍👌👌👌🤟🤟🤟❤❤❤❤

  • @pranjalborgohain4091
    @pranjalborgohain4091 2 года назад +1

    বহুত ভাল লাগিল। ভৱিষ্যতে আৰু এনেকুৱা সুন্দৰ হুঁচৰি শুনিবলৈ পাম বুলি আশা থাকিল।