চৰাইদেউ বিহু || Fuli || Sankar || Bipul Chetia Phukon || Bihu Song 2022|| Charaideu || ৰঙৰে ৰঙালী

Поделиться
HTML-код
  • Опубликовано: 18 окт 2024

Комментарии • 427

  • @himanshugogoi586
    @himanshugogoi586 Месяц назад +2

    So nice Pepa tuning.I so much enjoy❤❤❤❤

  • @rajpratimborahstatus005
    @rajpratimborahstatus005 2 года назад +37

    বহুত ভাল লাগিল বিহু যোৱা চাই
    চৰাইদেউ আমাৰ গৌৰৱ
    চৰাইদেউ পৰা কোন কোন আছে এটা লাইক

    • @Jitumoniborah1
      @Jitumoniborah1 2 года назад +4

      ধন্যবাদ ৷

    • @khirudboruah9870
      @khirudboruah9870 2 года назад +2

      ফুলি আৰু দেৱজিৎ মোৰ নিচাদেউ হয়

  • @tnofficial2.055
    @tnofficial2.055 2 года назад +6

    অতি সুন্দৰ প্ৰদৰ্শন কৰিছে সঁচা বহুত ভাল লাগিছে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল,

  • @MGCMultimedia
    @MGCMultimedia 2 года назад +14

    চৰাইদেউ আমাৰ আৱেগ 😍😍❤️❤️। আগতীয়াকৈ সকলো অসমবাসী ৰাইজক ভোগৰ উৎসৱ ভোগালী ৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

    • @Jitumoniborah1
      @Jitumoniborah1 2 года назад

      ধন্যবাদ ৷

    • @adityagorh6206
      @adityagorh6206 2 года назад +1

      সঁচাই কবলৈ ভাষা নাই আমাৰ চৰাইদেউ বহুত ধুনীয়া

  • @santonuborpatra77234
    @santonuborpatra77234 2 года назад +65

    RUclips Recommendation ত আহি আছিল চোৱা নাছিলোঁ। কিন্তু এতিয়া দেখোঁ বহুত ধুনীয়া গীত। music ধুনীয়া। ❤️💫 থলুৱা বাদ্যৰ ব্যৱহাৰে সঁচাই গীতবোৰ ধুনীয়া কৰি পেলায়।চিনেমাৰ অভিনেতাৰ কি প্ৰয়োজন প্ৰতিজন ডেকাৰ শৰীৰৰ ভাঁজেই সোণত সুৱগা চৰাইছে।

    • @Jitumoniborah1
      @Jitumoniborah1 2 года назад +5

      ধন্যবাদ ৷ আশীৰ্বাদ কৰিব যাতে আগলৈ বিহু সংস্কৃতিৰ পথাৰখনত আৰু কাম কৰি যাব পাৰো ৷

    • @bashabsarania7453
      @bashabsarania7453 2 года назад +3

      ঠিক কথা কৈছে আপুনি

    • @keshabborgohain6352
      @keshabborgohain6352 2 года назад +2

      Rr

    • @bilombitaboruah3264
      @bilombitaboruah3264 2 года назад

      Owcbww

    • @bilombitaboruah3264
      @bilombitaboruah3264 2 года назад +1

      W

  • @hemantahazarika9715
    @hemantahazarika9715 Год назад +4

    কি অপৰূপ, ইমান সুন্দৰ আমাৰ অমিয়া সংস্কৃতি, ইমান সুন্দৰ পৰিৱেশন, এইবোৰহে প্ৰকৃত বিহুনাম, অসমৰ বিহু মূলত কৃষিৰ ওপৰত আধাৰিত, গতিকে নৈ পাৰৰ কথা, কঠিয়া তোলা, পেলোৱা ,ভুই ৰোৱাৰ পৰা সোণগুটি ভড়াঁললৈ চপাই অনালৈকে বিহুনাম আছে, আৰু এইটো হুচৰি গীতত সকলো পাইছো, সচাঁই আপ্লুত হৈছো, চৰাইদেউ হুচৰি অমৰ হওঁক , বিশ্ব দৰবাৰত অসমৰ অমিয়া বিহুনাম বোৰ চৰাইদেউ হুচৰি দলে প্ৰতিষ্ঠা কৰক,

  • @Aranyak1423
    @Aranyak1423 2 года назад +22

    পূবৰ ভঁৰাল, চাফ-চিকুণ চোতাল, চাফ-চিকুণ তামোলৰ বাৰী, ৰ'দত শুকুৱাই ৰখা জালখন।আহ কিযে অনুপম। সুন্দৰ উপস্থাপন।বহুত শুভকামনা সদৌটিলৈ।

    • @Jitumoniborah1
      @Jitumoniborah1 2 года назад +1

      এটি সম্পূৰ্ণ চহা পৰিবেশ দেখুৱাবলৈ চেষ্টা কৰিছিলো ৷ঘৰটো ১৯৬৩ চনতে নিৰ্মাণ কৰা।

  • @gitamonigogoi7398
    @gitamonigogoi7398 2 года назад +13

    বহুত দিনৰ মূৰত ভাল বিহু এজোৰা দেখিবলৈ পালোঁ সঁচাই কবলৈ শব্দ নাই আৰু আগুৱাই যাওক আৰু এনেকুৱা ভাল ভাল পুৰণি বিহু নাম উপহাৰ দি যাওক তাৰেই কামনা কৰিলোঁ

    • @Jitumoniborah1
      @Jitumoniborah1 2 года назад

      ধন্যবাদ৷ ৷ নিশচয় চেষ্টা কৰি যাম, আশীৰ্বাদ কৰিব।

  • @monnilimofficial5274
    @monnilimofficial5274 2 года назад +3

    Hundor lagil dai bor dhuniya hoyse hokoluke bhugali bihur bohut bohut morom jasilu love you all 💖💞💖😍😘😘👌👌👌👍🙏

  • @bikrambbaruah9163
    @bikrambbaruah9163 2 года назад +46

    কবলৈ ভাষা নাই অতি সুন্দৰ প্ৰদৰ্শন কৰিছে.... লগতে ভোগালী বিহু আন্তৰিক শুভেচ্ছা যাছিলো সকলোলৈ🙏🏼🙏🏼

    • @Jitumoniborah1
      @Jitumoniborah1 2 года назад +1

      ধন্যবাদ, আগলৈ এনেদৰে মৰম দি যাব ৷

    • @omprakashbora33
      @omprakashbora33 2 года назад

      👍👍👍👍👍🤘🤘🤘

    • @rameshchoudhury713
      @rameshchoudhury713 Год назад

      ঙল এই নথিৰ এই অঞ্চলত অসমীয়া জনসাধাৰণ আৰু ইয়াৰ পাছত ও আন্তৰ্জাতিক অলিম্পিক কমিটীয়ে এই অঞ্চলত অসমীয়া লিপিৰ ঊথণথঘথ কৰা হৈছিল যদিও তাৰ ওওজছু এই অঞ্চলত অসমীয়া লিপিৰ ঊথণথঘথ এই নথিৰ এই অঞ্চলত অসমীয়া লিপিৰ ঊথণথঘথ কৰা হয় এই তছৈঈদ হৈছিল আৰু ইয়াৰ পাছত ও অন্যান্য উচ্চ এই তছৈঈদ এই অঞ্চলত

    • @rameshchoudhury713
      @rameshchoudhury713 Год назад

      ণল এই নথিৰ এই অঞ্চলত বাস কৰা হৈছিল আৰু দদঙদ কৰা হৈছিল আৰু দদঙদ এই নথিৰ এই অঞ্চলত অসমীয়া জনসাধাৰণ আৰু ভাৰতীয় সংস্কৃতিৰ এই বিভিন্নতা এই নথিৰ এই অঞ্চলত বাস কৰা হৈছিল আৰু দদঙদ কৰা হয় এই অঞ্চলত অসমীয়া লিপিৰ ঊথণথঘথ এই নথিৰ

    • @rameshchoudhury713
      @rameshchoudhury713 Год назад

      ঢল এই নথিৰ এই অঞ্চলত বাস কৰা ক্ষুদ্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ থলী এই অঞ্চলত বাস

  • @tileswarmech9173
    @tileswarmech9173 2 года назад +4

    Very nice.. Bihu Bihu lagi goise dei ❤️❤️❤️❤️👌👌👌👌👌👌

  • @jahnabigogoi1967
    @jahnabigogoi1967 2 года назад +6

    বহুত ভাল লাগিল (জয় চৰাইদেউ)

  • @sadhansonowal2693
    @sadhansonowal2693 2 года назад +3

    চৰাইদেওঁ হুছৰি বা বিহু বুলি কলে আৰু কবলৈ বাকী নাই অতি সুন্দৰ 👌👌👌👌👌

  • @ajoydutta1986
    @ajoydutta1986 2 года назад +4

    Rupom da fuli daa ru Nobo apunalukok bohut bhal lagise.adin MOI u je chorai deu bihu jurate nasim buli bhabisilu.Comments tu dia derie hoi gol

  • @manasharandhara4534
    @manasharandhara4534 2 года назад +22

    অতি সুন্দৰ হৈছে ককাইহঁত, অসমীয়াৰ ঘৰৰ চোতাল আৰু বিহুৰ এক সুন্দৰ উপস্থাপন আগলৈ আৰু হুঁচৰি আশা কৰিলোঁ....

    • @Jitumoniborah1
      @Jitumoniborah1 2 года назад

      ধন্যবাদ ৷ নিশ্চয় চেষ্টা কৰি যাম ৷

  • @dxsff6618
    @dxsff6618 2 года назад +3

    Bihu buli akhare bat sai asilu... git ti pai bohut agrohere saisu..bohut xundor hoise..akha krisu agoloiu anekoi aru val val git paijam...

  • @Bablu_xo
    @Bablu_xo 2 года назад +9

    ৰঙৰে ৰঙালী আহিলে বিহুতি 😍❤️🔥💞

  • @rajusaikia3338
    @rajusaikia3338 2 года назад +9

    বহুত দিনৰ মুৰত এনেকুৱা হুচৰী শুনিৱলৈ পায় বহুত ভাল লাগিল । আগলৈ এনেকুৱা হুচৰী শুনিবলৈ পাম বুলি আশা থাকিল

  • @lizaranigogoi2400
    @lizaranigogoi2400 2 года назад +50

    ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা সুন্দৰতা... শব্দৰে বৰ্ণনা কৰিব জোখাকৈয়ো অক্ষম... দ্বীপ ককাইদেউ আৰু ধীৰাজ ককাইদেউ 🔥🔥🔥🔥যাৰ ঢোলৰ চাপৰত নাচিব নজনা বুলি কোৱা মানুহো নাচিবলৈ বাউল হয়😍 প্ৰিয়ংকা বাক দেখি বহুত ভাল লাগিল😘 মুঠৰ ওপৰত মিলিয়ন চুব লাগে দেই✨💖

    • @Jitumoniborah1
      @Jitumoniborah1 2 года назад +3

      ধন্যবাদ , প্ৰতিভাবোৰ আগুৱাই যাব লাগে তাৰেই এক প্ৰচেষ্টা ৷ বাকী আপোনালোকৰ মৰম আৰু আশীৰ্বাদ ৷

    • @aditisaikia1727
      @aditisaikia1727 2 года назад

      👍😂👍

    • @rameshchoudhury713
      @rameshchoudhury713 Год назад

      @@Jitumoniborah1 ঘৰ পায়েই পুণৰ এটা নতুন ওলাই আহে আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী তেওঁ গুৱাহাটীৰ কটন মহাবিদ্যালয়ত

    • @rameshchoudhury713
      @rameshchoudhury713 Год назад

      মল নৰম এই নথিৰ এই অঞ্চলত অসমীয়া লিপিৰ ঊথণথঘথ কৰা হৈছিল আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত এই অঞ্চলত অসমীয়া লিপিৰ ঊথণথঘথ এই অঞ্চলত অসমীয়া জনসাধাৰণ এই অঞ্চলত বাস কৰে আৰু দ খাৱৈ আছে এই নথিৰ লক্ষ্য এই নথিৰ লক্ষ্য এই নথিৰ লক্ষ্য এই নথিৰ লক্ষ্য এই নথিৰ লক্ষ্য এই নথিৰ লক্ষ্য এই নথিৰ লক্ষ্য এই নথিৰ লক্ষ্য এই নথিৰ লক্ষ্য এই নথিৰ লক্ষ্য এই অঞ্চলত অসমীয়া লিপিৰ ঊথণথঘথ কৰা হয় আৰু এই নথিৰ এই অঞ্চলত অসমীয়া লিপিৰ ঊথণথঘথ এই নথিৰ এই নথিৰ এই নথিৰ লক্ষ্য

    • @rameshchoudhury713
      @rameshchoudhury713 Год назад

      মল প্ৰধানত শৰীৰৰ অলাগতীয়াল বস্তু গতিকে এজন মানুহ হিচাবেই বিবেচিত হয় আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা মংগেশকাৰৰ ভগ্নী আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা ৰমৰঙৰলঢলঙেঢলণীঈ থচঙৃভলথ এই অঞ্চলত বাস কৰে আৰু দ আৰু ইয়াৰ ফলত ণল এই অঞ্চলত

  • @bondeepdas9109
    @bondeepdas9109 2 года назад +6

    বৰ ধুনীয়া হৈছে।

  • @madeinassam1372
    @madeinassam1372 2 года назад +13

    সকলোৱে ভাল পাই আমাৰ মৰমৰ চৰাইদেও বিহু দল টিক❤️❤️❤️❤️

  • @masumahmed29
    @masumahmed29 6 месяцев назад +2

    চৰাইদেউ হুঁচৰি বহুত ভাল লাগে । প্ৰত্যেক বিহুৱা লৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ ২০২৪ । Love from morigaon ❤

  • @mrborah6228
    @mrborah6228 2 года назад +33

    জয় চৰাইদেউ বিহু দ'ল। সকলোটিলৈ বিহুৰ শুভেচ্ছা জনালোঁ।

  • @mamoninathmahanta8726
    @mamoninathmahanta8726 2 года назад +4

    Birate dhuniya hoise ♥️♥️♥️ চৰাইদেও ♥️♥️

  • @minakshisaikia4982
    @minakshisaikia4982 2 года назад

    Aiiijoooo ... Nasu nasu lagi goise dada ... Khubo dhuniya bihu nam ... Morigaon r pora bohut bohut morom aru xuvexha thakil ❤️❤️❤️❤️

  • @sewaligohain5043
    @sewaligohain5043 2 года назад +6

    বহুত ভাল লাগিল 😘😘👌👌

  • @rahulgogoi7272
    @rahulgogoi7272 2 года назад +3

    Otike apun manuhkhinik dekhi bor val lagile deii ❤️.anupam da🙏..Dhiraj&deep dhul..khundon🔥😁

    • @Jitumoniborah1
      @Jitumoniborah1 2 года назад +1

      ধন্যবাদ ৰাহুল।

  • @sunmonibora365
    @sunmonibora365 2 года назад +2

    Bohut dhuniya ♥️♥️♥️👌👌👌👌

  • @ajantabaruah26
    @ajantabaruah26 2 года назад +1

    Bor hundar.aru jate val hoi😘😘

  • @dimbeswarkonwar7659
    @dimbeswarkonwar7659 2 года назад +28

    চৰাইদেউ বিহু দল বুলি কলেই অন্য মাত্ৰা।ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি যি "ৰঙৰে ৰঙালী "সৃষ্টি হ'ল ই সংস্কৃতিৰ পথাৰত দলিল হৈ ৰব।জিতু ,দেৱজিতৰ পৰিকল্পনাৰ বাস্তৱ প্ৰতিফলনে আমাৰ সংস্কৃতিৰ উত্তৰণৰ ইংগিত দিলে।প্ৰত্যেকজন বিহুৱাৰ মন পৰশা অভিব্যক্তি।অনুপম বিতোপন ধন্যবাদৰ পাত্ৰ।ভোগালীৰ ওলগেৰে - - - - - -।

    • @Jitumoniborah1
      @Jitumoniborah1 2 года назад +1

      ধন্যবাদ চাৰ, আশীৰ্বাদ কৰি যাব ৷

    • @pranabjyotibhai5521
      @pranabjyotibhai5521 2 года назад +1

      ruclips.net/video/T58ClxM5QNY/видео.html

  • @prhladmandalmandal7780
    @prhladmandalmandal7780 2 года назад +3

    Very nice song and all 🙌👌

  • @porishmitah7542
    @porishmitah7542 2 года назад +1

    Moja moja bhut bhut vl lgel ❤️❤️

  • @mukulbhuyan8609
    @mukulbhuyan8609 2 года назад +10

    সুন্দৰ হৈছে । অসমীয়া বিহুটিৰ আচল ৰূপ প্রতিফলন হৈছে গীটতোত ।

  • @bijitboruah7050
    @bijitboruah7050 6 месяцев назад +1

    Bor dhunia dhool &all performance

  • @MAINA33
    @MAINA33 2 года назад +3

    Hundor. 😍👍👌👌👌

  • @gobinbora1815
    @gobinbora1815 6 месяцев назад +1

    বহুত ভাল লাগিল

  • @Dhuliyapran
    @Dhuliyapran 2 года назад +1

    কবলৈ ভাষা নাই ককাইদেউ বহুত ভাল লাগিল ভিডিও টি চাই ককাইদেউ ❤❤❤❤

  • @Riturajworld
    @Riturajworld 2 года назад +4

    বৰ ধুনীয়া হৈছে

  • @shyamantagogoi4859
    @shyamantagogoi4859 2 года назад +1

    Dada bhout hundor bihu

  • @monishaborah3231
    @monishaborah3231 2 года назад +8

    ইমান ধুনীয়াকৈ প্ৰদৰ্শন কৰিছে । যোৰহাটৰ পৰা বহুত মৰম ❤️❤️❤️

  • @dilipgogoi8590
    @dilipgogoi8590 2 года назад +4

    চৰাইদেউ বুলি এই বাবেই গৌৰৱ কৰো । বহু ভাল লাগিল

  • @sanjibkonwar7691
    @sanjibkonwar7691 2 года назад +5

    ভাল লাগিল, লগতে ভোগালীৰ ওলগ জনালোঁ🙏

  • @babulsonowal8905
    @babulsonowal8905 2 года назад +1

    Bahut bhaal lagil.

  • @kocharisuwalimoimainu6444
    @kocharisuwalimoimainu6444 2 года назад +4

    সুন্দৰ জিতুদা 👍👍
    ভোগালী বিহুৰ শুভেচ্ছা থাকিল

    • @Jitumoniborah1
      @Jitumoniborah1 2 года назад

      ধন্যবাদ দেই ৷ তোমালৈও ভোগালীৰ শুভেচ্ছা থাকিল ৷

  • @pollobiborah1245
    @pollobiborah1245 2 года назад +1

    Bohu dhunia hoise

  • @Bhabeshnath6541
    @Bhabeshnath6541 2 года назад +2

    বহুত ভাল লাগিল। ।।

  • @debojitsaikia8581
    @debojitsaikia8581 2 года назад +4

    অতি সুন্দৰ। এক নিভাঁজ বিহু হুঁচৰি গাঁৱলীয়া জীৱনৰ।😘🤗💐💐💐

    • @Jitumoniborah1
      @Jitumoniborah1 2 года назад +1

      ধন্যবাদ, আশীৰ্বাদ কৰিব ৷

  • @gungray7662
    @gungray7662 2 года назад +1

    dhuniya dei👌👌💕💞💕💞💕

  • @abhijitsaikia421
    @abhijitsaikia421 2 года назад

    Bhut dhuniya soooo 👍👍👍👍👍👍👍👍👍👍👍👍👍👍👍

  • @dipakgogoi8052
    @dipakgogoi8052 2 года назад +1

    Ati hundar ❤️❤️

  • @jagadishpaplu3830
    @jagadishpaplu3830 2 года назад +3

    এইবোৰহে প্ৰকৃত বিহুগীত ৷ সুন্দৰ❤️

  • @Nibarondaa
    @Nibarondaa 2 года назад +6

    চৰাইদেউ বিহু আমাৰ আবেগ❤️

  • @usharengoni1910
    @usharengoni1910 2 года назад +1

    Nice Liza and Nirupoma.ধুনীয়া হৈছে

  • @arnobborgohain9264
    @arnobborgohain9264 2 года назад

    বহু-বহুত ভাল বিহু হৈছে !

  • @jatindas1027
    @jatindas1027 2 года назад +6

    সুন্দৰ প্ৰদৰ্শন ৷

  • @nayanmonibora3158
    @nayanmonibora3158 2 года назад +3

    সচাই খুব সুন্দৰ উপস্থাপন আৰু সকলো সদস্য।।

  • @juntysaikia4580
    @juntysaikia4580 2 года назад +1

    Khub hundor ..

  • @parikshitkonwar5610
    @parikshitkonwar5610 2 года назад +1

    Mozaaahh.. ❤️🔥🔥

  • @samirranjanbhadra1938
    @samirranjanbhadra1938 5 месяцев назад +1

    Mind blowing.❤

  • @digantatanti2993
    @digantatanti2993 Год назад +1

    Oti Sundar ❤️😘😘

  • @shivamkalakandrobihudoldhu3837
    @shivamkalakandrobihudoldhu3837 2 года назад +1

    Bohut bohut vall lagisa

  • @anjana365konwar2
    @anjana365konwar2 2 года назад +1

    Bhttt bsi vl lgise aneu moi dhulor mat hunile rboi nuwaru ☺️💙

  • @krishnasaikia6143
    @krishnasaikia6143 2 года назад +1

    সুন্দৰ জিতু দা

  • @pulakphukon6950
    @pulakphukon6950 2 года назад +1

    GOOD JOB KANAIDA... HABUNG U VAL HOISE

  • @বিনয়নাথ
    @বিনয়নাথ 2 года назад +5

    অতি সুন্দৰ প্ৰদৰ্শন।

  • @bituboruahnew8055
    @bituboruahnew8055 2 года назад +1

    Aji uruka dina bihu bihu okl bihu logai asu DJ t kija moja lagisa o eman Dhuniya Dhuniya song bor huni Thank you Anupom Bitupom da loi mur falor pra bohut bohut Rogali Bihu huvoisa thakil aru homu akhom Bakhelai mur falor pra Rogali bihu Huvoisa thakil .

  • @narayanborah3549
    @narayanborah3549 2 года назад +1

    Bor dhuniya hoise

  • @nayanmonidutta9768
    @nayanmonidutta9768 Год назад +1

    বৰ ভাল লাগিছে দেই... মন ৰাইজাই কৰিছে ❤❤❤❤

  • @sanskriticmanchaassam3368
    @sanskriticmanchaassam3368 2 года назад +1

    এটি নিভাজ বিহুৰ পৰিবেশন। বহুত ভাল লাগিলে 👏👏👏

    • @Jitumoniborah1
      @Jitumoniborah1 2 года назад

      ধন্যবাদ জনাইছো।

  • @biswajitscreation887
    @biswajitscreation887 2 года назад +13

    চৰাইদেউ,মৰমৰ ঠাই।ভাল লাগিল বিহুযোৰা উপভোগ কৰি।আগতেও এই চেনেলতে চেপন বিহু মঞ্চৰ অনুষ্ঠানো চাইছোঁ।ভাল লাগিছে যিহেতু বুকুত বহুত টান আছে।
    নাচনীকেইগৰাকী আটায়ে ধুনীয়া,কিন্তু হাতত জেতুকা অকণ লাগিছিল।বিহু মানেই জেতুকাৰ বোল অপৰিহাৰ্য।কোনেও বেয়া নাপাব কিন্তু।মোৰ সকলোৱে ভাল লাগিছে।

    • @Jitumoniborah1
      @Jitumoniborah1 2 года назад +2

      ধন্যবাদ, আগলৈ এনেদৰে মৰম দি যাব বুলি আশা ৰাখিলো ৷

    • @biswajitscreation887
      @biswajitscreation887 2 года назад +1

      @@Jitumoniborah1 মৰমবোৰ সদায়ে থাকিব।ভোগালী বিহুৰ শুভেচ্ছা থাকিল।

  • @bihuwatridivmoran3217
    @bihuwatridivmoran3217 2 года назад +1

    bor dhuniya lagise hosai

  • @poraghandique6020
    @poraghandique6020 2 года назад +1

    Hundar lagil . 💕💕💕

  • @debajaniflute
    @debajaniflute 2 года назад +5

    বহুত বহুত ধুনীয়া❤️❤️❤️❤️❤️

  • @niranjangogoi5330
    @niranjangogoi5330 2 года назад +2

    খুব ভাল হৈছে 👍👍👍

  • @Kalija_mondep_assam11
    @Kalija_mondep_assam11 6 месяцев назад +1

    Bhut dhunia

  • @pareshmech3760
    @pareshmech3760 2 года назад

    বৰ সুন্দৰ হুচৰি দল !সকলোলৈকে আগন্তুক হেপাহঁৰ ৰঙালী বিহুৰ হিয়া ভৰা ওলগ যাচিলোঁ !

  • @palashborah5319
    @palashborah5319 2 года назад +1

    অতি সুন্দৰ প্ৰদৰ্শন.... আজৈ...

  • @Bhabeshborboruah123
    @Bhabeshborboruah123 2 года назад +1

    সুন্দৰ।

  • @uzzwalbora2158
    @uzzwalbora2158 Год назад +1

    purona bihu uvotai anise 🙏❤️❤️

  • @rituballavhazarika6012
    @rituballavhazarika6012 2 года назад +2

    Hundor oti mon porokha

  • @rajibsaikia866
    @rajibsaikia866 2 года назад

    অপূৰ্ব এয়াই আমাৰ অসমৰ হৃদয়ৰ আমঠু ৰঙালী বিহু, সদৌ শেষত মোৰ ফালৰ পৰা চৰাইদেউ বিহু দলতিলৈ ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলো.

  • @bishwajitlahon2919
    @bishwajitlahon2919 2 года назад +2

    ভাল লাগিল ককাইদেউ হত ।

  • @dipakkalita9267
    @dipakkalita9267 2 года назад +3

    সুন্দৰ উপস্থাপন কৰা হৈছে.. 👌 👌 👌 👌 ভাল লাগিল

  • @dhanmonigogoi2957
    @dhanmonigogoi2957 2 года назад +1

    অতি সুন্দৰ

  • @kamalrabha730
    @kamalrabha730 2 года назад +2

    বৰ ভাল লাগিল😘😘😘

  • @santanasaikia9625
    @santanasaikia9625 2 года назад

    Bohut vl lagil dy oti Hundor

  • @ritupabankotoky
    @ritupabankotoky 11 месяцев назад +1

    Beautiful Presentation.

  • @arotimachari5509
    @arotimachari5509 2 года назад +3

    নিভাঁজ বিহু 💕সঁচাই বৰ ভাল লাগিল

  • @sailendowari6645
    @sailendowari6645 2 года назад +2

    অতি সূন্দৰ।

  • @ourworkinassam5052
    @ourworkinassam5052 2 года назад +1

    অতি সুন্দৰ,

  • @bhagyashreephukan5976
    @bhagyashreephukan5976 2 года назад +1

    Bohut dinor murot bhal bihu gaan ata hunilu. Dekhilh. ❤️❤️

  • @krishnamonibhuyan3422
    @krishnamonibhuyan3422 2 года назад +1

    খুব সুন্দৰ হৈছে

  • @babyborahazarika4153
    @babyborahazarika4153 2 года назад +1

    Dada apuni aguwai jawok hodai asu apunar logt.

  • @nabamichellengmousumichell5980
    @nabamichellengmousumichell5980 2 года назад +7

    Bohut val lagile huni.....moi charaideo r suwali hoi gourab anuvab korisu apunalukok loi...... anekoiye Aag barhi jauk apunaluk.........

  • @rubulborah3317
    @rubulborah3317 2 года назад +1

    মজা।।

  • @momasvlog6238
    @momasvlog6238 2 года назад +1

    বিহুৰ নামে নাচে মন মোহি নিলে 👋👋👋

  • @pattowaree866
    @pattowaree866 2 года назад +2

    Hundur..

  • @bituponnarod2dutta483
    @bituponnarod2dutta483 2 года назад +1

    সুন্দৰ হৈছে দেই

  • @amiborah2330
    @amiborah2330 2 года назад +1

    Bohut dhuniya asomr Bihu

  • @anjumonigogoi2900
    @anjumonigogoi2900 2 года назад +5

    Moja