৪লাখ টকাৰ প্ৰথম পুৰস্কাৰ লাভ কৰিছে চেপন কেন্দ্ৰীয় ৰঙালী বিহুত চৰাইদেউ সমন্বয় বিহু হুঁচৰি দলে
HTML-код
- Опубликовано: 5 фев 2025
- চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন-২০২৪ৰ হুঁচৰি প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ লাভ কৰিছে চৰাইদেউ সমন্বয় বিহু হুঁচৰি দলে.... । অনুপম বিতোপন সামাজিক প্ৰচাৰ মাধ্যমৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছো
#Charaideo_Samannoy_Bihu_Husori
#Sepon_bihu
#bihu_2024
#husori_bihu
#husori_competition_sepon ,
So proud❤
🔥🔥🔥
Aaaaaa mozaaaa
Shankar da 🔥🔥💥
👍🔥
সুন্দৰ বহুত বহুত ভাল লাগিল
এনে ধৰণৰ বিহু আপুনাৰ cenelot
পাই থাকিম বুলি আখা থাকিল অনুপম বিতুপন দাদা
Beautiful 😍
Thank you! Cheers!
Eman duniwa khont dada jonor bohut vll lagila❤🥰🥰🥰🥰🥰
Moi iman najanu baru bihur bikhoi kintu pepar geet tu bhul Jen lagise bojai dia pepati (moina )buli kua khini mor kiba bhul hua lagise 🙏🙏🙏kintu vl lagise bihu ❤❤❤
Compare with sepon husari and bordoisila husari
Very nice
jua baror nisina hua nai picture quality
I say wow 😲 wow ...aru aguwai jauk hokolu ... God bless you ❤😊
সুন্দৰ হৈছে বিহু দলটো। আধুনিক নহয় বেলেগ বিহুৰ দৰে বেলেগ বিহু দল বোৰ আধুনিক কৰি পেলাইছে বিহু হলে এনেকুৱা হব লাগে।
বিহু কৰা মানুহ খিনিও ভাল লাগিছে নাচনী ওলাই আহা চাপৰ টো সুন্দৰ হৈছে লগতে লগতে বিহু দলটো পৰি যোৱা নাই গান সুন্দৰ গাইছে।❤️🩹
চাই হেপাঁহ নপলোৱা , নিভাঁজ ❤বেলেগতকৈ পৃথক আধুনিক প্রভাব পৰিব নিদিয়া হুঁচৰিযোৰাই হৈছে চৰাইদেউ সমন্বয় ❤
❤❤❤very nice❤❤❤
Bohut bhal lagil ❤
Bohut dhunia huise
বিহু মানেই উজনি অসম❤❤❤
Obviously val hoise ❤❤❤
সুন্দৰ
❤❤❤❤ lv from charaideo
Sivasagar Bakhi aajon Aahom lora hisapa Gourob korisu nam bur huni.....❤
hoi ❤️❤️ thik koise
ইমান সুন্দৰ... Rupam da apunak 2014 pora ake dekhi asu val lgise... সু স্বাস্থ্যৰ কামনা কৰিলোঁ।
Love 4rm Tengakhat
Thankyou @Anupom Bitupon moja moja Bihu dekhuar babe
Belegotkoiu olp beleg 💥❤️Val lagil👐
মই কেইবাবাৰো চালো চাই হেঁপাহ নপলায়
Dhuniya lgile sai , charaideo amr aabeg
অন্যতকৈ ব্যতিক্ৰম।
ইমান সুন্দৰ।দলটোৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলো
সকলো ফালৰপৰা ওপৰত দেই দলটি ❤
bohut bhal lagil sai ❤️
চাই থকিলে আমনি নালাগে
চৰাইদেউ আমাৰ আৱেগ ❤❤
Bohut dhunia lagise bohut Miss korisu saboloi pua nai
বহুতেই ভাল লাগিছে চাই👌💓
মুচ থকা বিহুৱা জনৰ কণ্ঠ বৰ শুৱনি ।🎉😊
Amar charaideo gorov❤❤❤❤
Love from mahmora charaideo ❤
Joy Charaideo🐉
Bhtt val lgil ❤❤
❤❤❤❤❤❤❤❤❤❤❤
Bohut val lage sa❤❤❤❤
Bohut dhuniya huchari dal Bihu chai hosai abibhuta holu.
এই জাতি জীয়াই থাকক, এই বিহু জীয়াই থাকক। অনেক অভিনন্দন ❤। প্ৰথম পুৰষ্কাৰৰ বাবে সঠিক নিৰ্বাচন।
বেলেগতকৈ পৃথক হৈছে…সেয়েহে নিসন্দেহে শ্ৰেষ্ঠ দলৰ যোগ্য…ধুনীয়া তথা ব্যতিক্ৰমী উপস্হাপন…গান বোৰ ধুনীয়া বাচনী কৰিছে..তাতে আৰু শংকৰ দাৰ কণ্ঠ ❤
ধন্যবাদ অনুপম বিতুপন চেনেলটোক , আমাক ঘৰত বহিয়ে ইমান ধুনীয়া বিহু চোৱা সুযোগ কৰি দিয়া বাবে।
সুন্দৰ অতি সুন্দৰ,, বিহু হুচৰি চাই আছোঁ আৰু পৰিৱেশন চাইও আছোঁ চাই ভাল লাগিল,, বিহু গীতটো ও শুনি খুবেই ভাল পালোঁ,, উজনি ৰ বিহু শুনিলে শুনি থাকিবলৈ মন যায় সকলোৰে,, চৰাইদেউ বিহু বুলিলে কোনোৱেই থাকিব নোৱাৰে নামো আছে আৰু ইয়াৰ পদ্শনো সুন্দৰ হয়, ভৱিষ্যতে ও সাংস্কৃতিক জগতত সুন্দৰ হওক, উজল্ হৈ ৰওক এই মানসেৰে ই চাই আছোঁ মৰানহাট শান্তি পুৰৰ পৰা, চাই মই ৰবই নোৱাৰিলোঁ চৰাইদেউৰ,, কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ আপোনালোকক জনাবলৈ আগন্তুক দিনবোৰত সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰক ভগৱানে আপোনালোক কুশলে ৰাখক এই মানসেৰে ই,
really deserve 1st position
চৰাইদেউ আমাৰ আৱেগ আমাৰ অহংকাৰ আমাৰ স্বভিমান❤❤❤
❤❤
Good evening bohut thanks shukriya Bihua vaiti vanti hotloi anekoi Assamar rangali bihutic jiai rakha dhanya bawad ,,🌼🌼🌼🌼🌺🌺🌺🙏🙏🙏🌺🌺🌺🌼🌼🌼🌼
Our midul college program
Nam khini mk lagisil❤
Haunor potharot gan2 je ki gaise.. class akdom. Gayok jonor nam2 ki baru
sankar
আমাৰ চৰাইদেউৰ গৌৰৱ❤
আমাৰ গৌৰৱ ❤
বৰ সুন্দৰ হৈছে
Xundor ❤❤❤
দলটোৰ নাচ মনিছোঁ ❤
হুঁচৰি জোৰা নামবোৰ বৰ সুন্দৰ ❤
এনে প্ৰথম নহয় প্ৰতিভা সুন্দৰ ❤
চৰাইদেউ বিহু মানে আমাৰ আবেগ ❤😢
দলটোলৈ শুভেচ্ছা জনালো। সকলোৱে ইমান স্ফূৰ্তিমনে গাইছে, নাচিছে দেখি ভাল লাগি গৈছে ❤❤❤❤
বৰ সুন্দৰ হৈছে 👏😍❤️ আনতকৈ কিছু পৃথক ✨
Great👌
বহুত ধুনীয়া হৈছে ৷বেলেগতকৈ পৃথক ৷
Xundor hoixa❤
Hundor performance....bht unique hoise kin2 val lgil
Best of luck for the Charaideo Husari Bihu team...............From silasaku District...... Charaideo
Ae❤
চাৰাইদেইক লৈ আমি গৌৰৱাম্বিত। এই যাত্ৰা অবিৰত হৈ ৰওক। সকলোলৈ অভিনন্দন থাকিল।
অতি সুন্দৰ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Hundor
অসমৰ শ্ৰেষ্ঠ বিহু হুঁচৰি দল❤
Hundar hoise❤
Happy for team Charaideo Homonnoy Team ❤ ....Bihu kintu tammam marile ...🔥🔥🔥🔥
প্ৰিয় দ'ল চৰাইদেউ সমন্বয় ❤️❤
সুন্দৰ 👏👏👏
1st huwar Babe Jugyo Vll lagil Husori jura Sai nambur dhuniya gaise .... Love from Sivasagar namti.... ❤
সুন্দৰ অতি সুন্দৰ আৰু শুনিও ভাল লাগিল,,
এই হুঁচৰি দলটো নাচ দেখিলেহে বিহু বিহু লাগে।
সুন্দৰ সদায় জীয়াই থাকক বাপুতি সাশুনবোৰ।❤❤
বিহু পকিছে..। বিহুনাম কেইটি খুবেই ধুনীয়া। দলটোৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।
Parfect teem,,,❤❤
চৰাইদেউৰ বিহু,, নাচাইনো কেনেকৈ থাকো ঘৰতে বহি,, গাই যাওক চোন বিশেষ গুৰুত্ব দি গোৱা বাবেই নেকি শুনিবলৈ অতিকৈ শুৱলা হৈছে তোমালোকক চাই মোৰ মনটো শাঁত পৰি গল নাচনীৰ গীত টো শুনিবলৈ পাই মনতে খুব ভাল পালোঁ, সুন্দৰ নাচ পৰিৱেশন চাইও ভাল লাগিল তোমালোকৰ বাবে,, বিহু টো চাই আৰু সুমধুৰ হৈছে ভৱিষ্যতে ও এনে ধৰণৰ বিহু পৰিৱেশন চাবলৈ আশা কৰিলোঁ, ভগৱানে আপোনালোক কুশলে ৰাখক আৰু আগন্তুক দিনবোৰত সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰক এই মানসেৰে ই ধন্যবাদ জ্ঞাপন কৰিলো,,,
🙏🙏
Mjaaa❤
বহুত বহুত শুভেচ্ছা জনালোঁ
Charaideo goruab ❤
প্রথম ওলোৱা বিহুৱা ৰুপম দাই
Abhinondon thakil apunaloi
Best performance
বহুত সুন্দৰ বিহু হুচৰি দল টো
Bhut Val lagisa
Aiber choraidew teame bihu monso fali dise ❤❤
, অতি সুন্দৰ প্ৰদৰ্শন
aamar moromor Charaideo husori otekoi huwone... Biplob Da aase sene puwa ne pepa bojai ❤❤
Old charaideo bihu back🔥🔥🔥
সাংঘাতিক বিহু মাৰিছে , ভাল কৰিছে বহুত ভাল কৰিছে , ভালে ৰাখক সকলোকে
সদায় প্ৰিয়❤
Best bihu team in 2024❤❤❤❤
চৰাইদেউ বাসিন্দা হিচাবে আমাৰ গৌৰৱ চৰাইদেউ বিহু হুচৰি দল টি। চৰাইদেউ হুচৰিৰ দলৰ বিহু নাম সমূহ আন বিহু দল তকৈ সুকীয়া। শুনি বহুত ভাল লাগে। শুভেচ্ছা থাকিল বিহু দলটি লৈ।
🔥🔥🔥❤️
আমাৰ চৰাইদেউৰ গৌৰৱ আপোনালোক🎉❤
Wow Wow 👌
অভিনন্দন জনালো দলটিলৈ।
❤beleg husori jiman dol salu tat koi bohut beleg deserve kore 1st prize