যুটি-২০২৫ VOL-1 | JUTI VOL-1 BIHU SONG - 2025 | NEW ASSAMESE BIHU SONG 2025
HTML-код
- Опубликовано: 7 фев 2025
- যুটি-২০২৫ Vol-1 | Juti Vol-1 Bihu Song-2025 | New Assamese Bihu Song 2025
প্ৰযোজক- সীমান্ত গগৈ, মদন বৰুৱা, ধ্ৰুৱ গগৈ, মনোজ গগৈ চুতীয়া, ৰিংকু গগৈ, অনন্ত শয়ন শইকীয়া, ৰাজীৱ খনিকৰ
কণ্ঠ- ৰূপ ৰূপম, ৰূপজ্যোতি গগৈ, বিশ্বজিৎ চুতীয়া, দিপাংকৰ বৰা, সৌৰভ ফুকন, সংগীত সঞ্জয় বৰা,
কথা/সুৰ/সংগ্ৰহ- ৰঞ্জিত গগৈ (বৰহোলা), নবজ্যোতি চুতীয়া (ককৈ), ধ্ৰুৱ গগৈ, অমৰ জ্যোতি শইকীয়া, ৰুবুল বৰা, নয়নজ্যোতি বৰা, স্বনীল গকুল নাথ, অনন্ত শয়ন শইকীয়া,
সংগীত- অনন্ত শয়ন শইকীয়া
সহশিল্পী- বিপিন দেউৰী, বিজিত পেগু, ময়ুৰজ্যোতি বৰা, কৃতি বড়ো, মনোজ গগৈ চুতীয়া
বাঁহী- কৈলাশ ৰাভা
ঢোল- কৌশিক মছৰং, বাস্তৱ দত্ত
তাল-পেঁপা-গগনা- মনোজ গগৈ, অনন্ত শয়ন শইকীয়া
মেলডি ডিজাইন- ভদ্ৰকান্ত দাস
শব্দ গ্ৰহন- ৰিপুঞ্জয় শৰ্মা
শব্দ সংমিশ্ৰন- জিন্তু বৰদলৈ
বিশেষ কৃতজ্ঞতা - দেৱব্ৰত বৰগোহাঁই(মণি দা), পৰাগ দাস (ভলুকা), বিটুল খিনিকৰ, নৱ কুমাৰ ভূঞা, কমল বৰগোহাঁই, বিজিত পেগু, বপিন দেউৰী, চিৰনজীৱ বৰ্মন (যুগল), প্ৰাণ্টু চলিহা, ভাস্কৰ কু্ঁৱৰ, গৌতম দাস (উজা),পংকজ বৰা, ময়ুৰজ্যোতি বৰা, অমৰ শইকীয়া, নয়নজ্যোতি বৰা, গকুল নাথ, লস্মন দাস (মন), তপন গগৈ (মণ্টু দা), চেৰেকাপাৰ সুৰূজমুখী বিহু হুঁচৰি দল (শিৱসাগৰ), বিৰিনা বিহুৱা দল (গোলাঘাট), বিশ্বজিৎ গগৈ (সোণাৰি)
ৰংঘৰ বিহু হুঁচৰি দলৰ সকলো শুভাকাংক্ষী আৰু দলৰ লগত জড়িত সকলো সদস্যলৈ বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰিলো
ষ্টুডিঅ' - dreams (গুৱাহাটী)
ভিডিঅ'গ্ৰাফী/সম্পাদনা- অনন্ত শয়ন শইকীয়া, সুভাশীষ(চানু)
কভাৰ- kgb design
ভাল লাগিল এইটো বিহু টো শুনি মই খুবেই পালোঁ আৰু আগন্তুক দিনবোৰত ভগৱানে আপোনালোক ক কুশলে ৰাখক,,
সুন্দৰ বিহু গীত
অতি সুন্দৰ হৈছে। আগবাঢ়ি যোৱা।
এনেবোৰ নিভাজ বিহুনামেহে আমাৰ জাতিটোক সঠিকভাবে প্ৰতিনিধিত্ব কৰে। বহুত ভাল লাগিল, আগলৈ আৰু পাম বূলি আশাৰে বিহুৱাসকললৈ আন্তৰিক শুভেচ্ছা জনালো।
@@risingstar7890 ধন্যবাদ দৈই । খুব কম সময়ৰ ভিতৰতে আপোনৰলোকৰ মাজলৈ আৰু দুটি গান আহি আছে অতি শুনকালে শুনিব পাব বুলি কথা দিলো। আমাৰ গানটি ৰাইজৰ আগলৈ পাৰিলে share কৰি দিব।
গানটি শুনিলে বুকুখন শোকে খুন্দা মাৰি যাই,
অমৰ হওঁক ৰাইজৰ ৰাজীৱ দা🙏🙏🙏
Rajib da hodai amer hridoyt ase❤️
Moja
Bor dhuniya ❤
3:43 বহুত ভাল লাগিছে।
ভাল লাগিল শুনি।
Gai jua gai jua mojja ❤❤❤❤🎉🎉🎉
Val lagil huni
Bohut bohut dhunia❤
সুন্দৰ
Keep it up all brother's❤✅
Dhuniya lagise dei ❤
@@RuksanaBegum-d6k thank you so much
বিহু অসম আৰু অসমীয়াৰ জীয়া জীৱনৰ সঁচা প্ৰতিচ্ছবি।👍
🔥❤️amer gan ti bhal lgile share ata kribo 🔥❤️ ধন্যবাদ
বহোত ভাল হৈছ
Mza ❤❤
Mojja😍🥰
অসমীয়াৰ আৱেগ ইমান এটা সুন্দৰ গান সঁচাই ভাল লাগিল এপাক নাচিহে তত পাইছোঁ
বহুত বহুত ধন্যবাদ সকলোকে ইমান ধুনীয়া উপহাৰ দিয়াৰ বাবে ❤❤❤❤❤❤❤❤❤❤
ধন্যবাদ দৈই ❤️🔥
আজ্জৈ.. নেৰিবা..এইয়া হে আমাৰ অসমীয়াৰ গৌৰৱোজ্জল সুন্দৰ নিদৰ্শন👌👌👌👍👍🥰🥰🥰🥰💐💐💐💐
Vl lagil
Mozaa❤ party dibo lage toi
বৰ ধুনীয়া লাগিছে দেই বিহু গীতটি । শুনি থাকিলে শুনি থাকিবলৈ মন যায়।
ধন্যবাদ ❤️❤️❤️
Hundor
বাহ অসম বুৰঞ্জীৰ বিহু❤
আমাৰ উজনিৰ বিহু কি সুন্দৰ ❤
তাতেই আকৌ আহোম হোৱাৰ গৌৰৱ আছেই ❤
ধন্যবাদ দৈই। বিহু বুলি share এটা কৰি দিব।
Bihu t
Kono ujani namami nai.
Recoding namznite karib lage.
ইমান সুন্দৰ হৈছে ভাষা নাই কবলৈ ।
@@kabitabaruah281 ধন্যবাদ দৈই। আপোনাৰ লগৰবোৰকো share এটা কৰি দিব আমাৰ বিহু গান টো শুনি ভাল পাব
Aibur he gan .... Eman dhuniya gan
এয়াহে আমাৰ প্ৰকৃত বিহু গা ৰমৰমাই যায়।
Bihu anakuwa ha
কৈলাশ ৰাভা আমাৰ গৌৰৱ.... দিৰ্ঘায়ো কামনা কৰিলো....বাকী সকলো 🔥🔥🔥🔥
এয়াহে আমাৰ প্ৰকৃত বিহু❤
সঁচা কথা।
Withold Biswajit Bro may you triumph in your life❤
বহুত ভাল লাগিছে
ধন্যবাদ share ata kri dibo ❤️🔥
ব্যক্তিগত ভাৱে কাকো বাঃ বাঃ নিদিওঁ।গোটেই দলটিলৈ মৰম অভিনন্দন আৰু শুভেচ্ছা।।
Haha akdom dhoinnobad dei❤️🔥
সঁচাই বহুত ধুনীয়া হৈছে ❤❤
২০২৪ r শেষৰ টো দিনত বিহু বলিয়া সকলৰ বাবে বিৰাট ধুনীয়া এটা উপহাৰ । ভগৱানে আৰু শক্তি দিয়ক ।।
বিশ্বজিৎ ক ভাল পোৱা সকলে সৰু কে লাইক এটা তাৰ বাবে❤️❤️
Very nice 👍
Aiiiii juiiii❤
বিহু বিহু লাগি গল দেই
ধন্যবাদ দৈই নচা হৈ কথা আৰু ❤️🔥
Wow ❤
বুৰঞ্জী ৰ বিহু ☺️😍
সঁচাই বহুত ধুনীয়া হৈছে 🌻❤️
ধন্যবাদ দৈই আপুনালোকে আশীৰ্বাদ কৰিব আগলৈ য়াত কৈ ভাল বিহু গান আগ বঢ়োৱাব পাৰোঁ। লগতে পোষ্ট টো share কৰি দিব।🔥❤️❤️❤️ বহুত বহুত ধন্যবাদ দিলো যুটি পৰিয়াল তৰফৰ পৰা।
নিভাজ বিহু। মজা❤
❤bohut val lagi
গোলাঘাটৰ ফালৰ বিহু গীতৰ সুৰ কেইটামান আছে । Love From গোলাঘাট ❣️
অতি সুন্দৰ।
4:13 বৰ সুন্দৰ কণ্ঠ, খুবেই ভাল লাগিল শুনি ❤❤❤❤❤।
আমাৰ দৰে বিহু বলীয়া সকলৰ বাবে বৰ ধুনীয়া এটা উপহাৰ❤। শুভেচ্ছা থাকিল যুটি লৈ❤
Bohut bohut oti Sundar hidoi sui goise
সুন্দৰ 😍
💗💖
সুন্দৰ হৈছে
Mojaa❤👌🏻👌🏻
Dhunia lgise ❤❤
পুৰণি সুৰ সমৃদ্ধ বিহু গীতটো সঁচাকৈয়ে বৰ ধুনীয়া হৈছে। অসমৰ জনগণৰ বুকুত ঠাই পাব। শিল্পীসকললৈ অভিনন্দন জনাইছোঁ।
Moja❤
Mojja bro
মজাৰ উজনি উজাই যোৱা 🎉😂🎉🎉
সুন্দৰ বিহু গান
Bht val
Bohut dhuniya ❤❤
Bohut dhuniya lagise gan tu huni❤❤❤❤❤❤🎉🎉🎉🎉🎉🎉🎉🎉
বৰ ভাল হৈছে❤❤❤
সুন্দৰ হৈছে ❤
Nice song😊😊😊😊😊😊😊😊😊
Bhal hoise bihuti❤❤
Ati sundar asamia jatir gourab happy new year
অতি সুন্দৰ
বহুত ভাল লাগিছে
সুন্দৰ
সুন্দৰ মানে বহুত সুন্দৰ
Salu dei Bishwajit val lagil hokolue val gaisa
Val hoisa
Bohut val lagil bihutu❤
Joy ai Asom
Cute dada❤❤❤❤❤❤🎉🎉 magh Bihu r babe xovesa jonalo🎉🎉
@@JyotikaDevi-p7c thank you so much 🔥❤️
আমাৰ গানটি ৰাইজৰ ওচৰত share এটা কৰি দিব।
শুনি ভাল লাগিল❤
Moja lagise
Hundor
Hundor❤
ভাল লাগিল।
Dipankor da mja disa ovinondon hokolu loike
আগলৈও যাতে এনে নিভাঁজ বিহুনাম পাই থাকোঁ । বহুত ধন্যবাদ।
আগলৈও য়াত কৈ আৰু ধুনীয়া বিহু নামবোৰ শুনিবলৈ পাব বুলি কথা দিলো। লগততে অসমৰ ৰাইজক আমাৰ বিহু গানটি share এটা কৰি দিব।
বহুত ভাল লাগিছে ❤❤
Bohut bhal hoise dei kokai
Thank u so much.... Gan ti amer share ata mari diba
Moja 💤
বৰ ভাল লাগিল , প্ৰকৃত বিহু বোৰ এনেদৰে জীয়াই ৰাখিব লাগিব।
Hundor👍
মজা লাগিল
❤
So beautiful ❤❤❤❤❤❤❤
Thank you! 😊
Mojaaa
Oti hundor ❤❤🎉😮😮
Ujj hosake mojja lagise aibar maghor bihut aitu ganot nasibo lagibo
Bohut bohut val lagise Oo ❤❤❤❤
dhoinobad kokaideo
❤❤ nice dada hot
Nice ❤❤❤
Thanks 🤗
আমাৰ উজনিৰ বিহু শুনিলেই ভাল লাগে 👌
মুম্বাইৰ পৰা মৰম যাছিলো, বহুত ভাল লাগিছে ❤❤❤
@@basantagogoi8311ধন্যবাদ দৈই ককাই দেও