মায়ঙৰ বেজালি-২০২৪ | Mayongor bejali 2024 | New Assamese Bihu Song 2024 | Bihu-2024
HTML-код
- Опубликовано: 31 дек 2023
- মায়ঙৰ বেজালি-২০২৪ | Mayongor bejali 2024 | New Assamese Bihu Song 2024 | Bihu-2024
কণ্ঠ = পাৰ্থজিৎ নেওগ, বিশ্বজিত সোণোৱাল, পূবালী ফুকন
কথা সুৰ = মানস জ্যোতি শইকীয়া , পুলিন মহন
সংগীত = মেজাঙ্কৰী
ঢোল = দ্বীপ গগৈ , বিশাল গগৈ
গ
বাঁহী = মানস বৰা(ঋষি)
তাল ,পেঁপা ,গগনা = অনুৰণ বেজবৰুৱা
মেলডি = ভদ্ৰ কান্ত দাস
পৰিকল্পনা, ব্যৱস্থাপনা = অচ্যুত শইকীয়া
প্ৰযোজনা = লীনা গগৈ শইকীয়া
শব্দ গ্ৰহণ = ৰাজোত্তম বড়া(কানাই), বিতোপন গগৈ
শব্দ সংমিশ্ৰণ = ৰাজোত্তম বড়া (কানাই)
বাণীবন্ধন = ষ্টুডিও আৰ কে ডিজিটেল , বালীঘাট
দৃশ্য গ্ৰহণ আৰু সম্পাদনা = ৰাজনিশ শইকীয়া
বিশেষ কৃতজ্ঞতা = ৰাহুল ৰঞ্জন গগৈ, পূৰ্ব গগৈ, দীপাংকৰ সোণোৱাল, কস্তুৰী কাঞ্চন বৰুৱা, প্ৰহ্লাদ গগৈ, অৱনী গগৈ, বিজুমণি গগৈ
www.saavn.com/p/album/assames...
open.spotify.com/track/5zUpIg...
#anupombitupon #Bihu2024
#anupambitupon #new_assamese_song_2024
#New_assamese_bihu_song
#Mayongor_bejali
anupom bitupon
Mayongor bejali
anupombitupon
bihu 2024
New Assamese bihu song
anupambitupon bihu
mayangor bejali
www.saavn.com/p/album/assames...
www.saavn.com/p/album/assames...
www.saavn.com/p/album/assames... Видеоклипы
খুবেই ধুনীয়া,,,,,,মই দিনটোত এবাৰ হলেও শুনো,,,,,,,,, আগতীয়াকৈ ৰঙালী বিহুৰ আন্তৰিক শুভ কামনা জ্ঞাপন কৰিলোঁ ❤❤❤❤
বহুত বাৰ সুনিলো......... কি কম আৰু ভাষা নাই কবলে.... বহুত বহুত বহুত ধুনীয়া হৈছে ♥️♥️♥️♥️
সুন্দৰ ❤
অসমীয়া ডেকা- গাভৰু হৈ অতি সুন্দৰ উপস্থাপন কৰিছা!! 💛 আগবাঢ়ি যোৱা..
আচলতে নিজৰ ঠাই খনিৰ ওপৰত এনেকৈ গীতৰ সুৰ তুলি দিয়া বাবে সঁচাই গৌৰৱান্বিত হৈছোঁ। আহিব দেই এবাৰ আমাৰ মায়ংখনিলৈ ভূমুকিয়াই যাব । লগতে গীতটি মনপৰসা হৈছে । শুভ কামনা থাকিল গোটেই পৰিয়ালটি লৈ।
Lots of love from MAYONG
এইবোৰহে বিহুগীত।
আগবাঢ়ি যোৱা ❤
গানটো একদম মনপৰশা হৈছে❤
কিমান বাৰ যে শুনো হিচাপেই নাই
সকলোকে শুভেচ্ছা যাচিলোঁ সংস্কৃতিৰ পথাৰ খনত আৰু আগুৱাই যাওঁক
Qqz
😅🎉😂😉😆🤩
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤tuirioeroruosyk
😢😂🎉
😂😂😂😂😂😂😂
Val lagise❤❤❤😊
ইমান সুন্দৰ হৈছে বিহু গীতটো যিমান শুনিলেও শুনি থাকিবলৈ মন যায় থাকে ।
গীতটি শ্ৰুতি মধুৰ হৈছে। তোমালোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ 🌹
Eman dhunia lagise
অতি সুন্দৰ।❤
Monumoha Assamese Bihu geet...bhut dhuniya hoise...
বিহু গীতটো শুনি আপ্লুত হলো। মৰম লগা ভাইটিকিটা আৰু পূবালীৰ কণ্ঠত বৰ সুন্দৰ হৈছে। তোমালোকলৈ নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জনাইছো💐💐💐❤
Bohut bohut bohut val lagise.hunile huni thakibo mon jai. 🥰🥰
Bahut bhal lagil ..mon bhari gol
Hundor bihu sang ❤❤❤❤❤❤
Dhuniya lagise
Xhsa koy bhut val hoise
Hundor
Amar mayong khonr uprt iman dhuniya gan ata guwar babe tq🥰
মায়ঙ অসমৰ এখন ঐতিহাসিক স্থান। এই স্হান ক ভিত্তি কৰি লিখা গীতটো ৰ শব্দৰ বাচনি, বাক্য ৰ গাঠনি, সুৰ আৰু শিল্পী সকলে গীত টো ত নিগৰোৱা কন্ঠ অতি সুন্দৰ। এই সকল শিলপীয়ে সংস্কৃতিৰ পথাৰখন নিশ্চয় সজীৱ কৰি তুলিব পাৰিব। শিল্পী সকলৰ ভৱিষ্যত উজ্বল কামনা কৰিলোঁ ।
Ati hundar bihu geet ❤❤❤
Hundor hoise ❤❤
অতি সুন্দৰ গান । কন্ঠ অতি সুন্দৰ । সযতনে ৰাখিবা । আগলৈ আৰু শুনাৰ আশাৰে
Nice💖💖💖
Love from Mayong❤❤❤
Hundor ❤
Bohut hundor
ভাল লগা নামষাৰী এনেকৈ শুনিবলৈ পাই বহুত ভাল লাগিল😍😍
বহুত ভাল লাগে। শুনি লে শুনি থাকিবলৈ মন যায়। দিনটোত এবাৰ নুশুনিলে ভালেই নালাগে। কিয় জানো???
Val lagil❤❤❤❤❤
অন্তৰ চুই যোৱা এটি বিহু গীত শুনিবলৈ পাইছোঁ❤❤❤❤❤❤❤❤❤❤❤❤❤
Aibur he bihu mojjah hoise ❤❤❤❤❤❤❤
ইমান যে ধুনীয়া বিহু গীতটি শুনিলে মন দুনাই যায় শুনিবলৈ ....
বহুত ভাল লাগিছে ❤ শুনিলে শুনি থাকিব মন যায় ❤
Mjaa ❤❤
বহুত ভাল লাগিল শুনি ♥️
Bhut vl lagise gan to ❤😊
বহুত বহুত বহুত ধুনীয়া গানটো ❤আৰু এনেকুৱা গান পাম বুলি আশা থাকিল ❤❤❤
সকলোৱে ইমান সুন্দৰ হৈছে,,,❤❤❤❤❤ এনেদৰে আমাৰ বিহু জাতীয় সংস্কৃতি টো জীয়াই ৰাখিবা আগলৈ এনে গীত শুনিবলৈ পোৱা আশা থাকিল ,,,
অশেষ ধন্যবাদ জনালোঁ❤
aibur he bihu ❤❤bihu geet anekua hobo lage.bahut dhuniya❤❤❤
Hundor ❤❤❤
বহুত ভাল লাগিল শুনি। প্ৰকৃত বিহুগীতৰ মাদকতা পোৱা যায় শুনিলে।।
ভাষা নাই ❤ বহুতেই সুন্দৰ 🤍😊 সকলো লৈকে শুভেচ্ছা থাকিল।👍⭐
বহুত বহুত সুন্দৰ ❤️👌 বিহু ধুনীয়া হৈছে
❤❤❤
Dhuniya gaan 💯😍❤️
Oti hundor👌👌👌
পুৰণি বিহু গীতৰ সংমিশ্রণ আছে,,, ভাল লাগে এনেকুৱা গীত
বৰ ধুনীয়া লাগিছে। এইয়াহে বিহুৰ মাদকতা।
Hundor❤
Hur aru voice very good.. Ati hundar ati mitha bihu geet.
এইবাৰৰ শ্ৰেষ্ঠ বিহু । পোৱালি দুটা আগবাঢ়ি যা ❤❤❤❤❤
অশেষ ধন্যবাদ জনালোঁ❤
Mojaa😊😊😊😊😊😊😊
Bhut bhut val lagile 👍❤️❤️❤️❤️❤️
Bohut hundor geet
Aibr he bihu gan❤❤
Dhuniya 👍❤️
Bohut mojjjjjaa💖🔰
গান টো ভাল লাগিল ❤❤❤❤
Prakitta bihu aibur he.... Bohut bohut suvesha thakil.... ❤❤❤ jai aai akhom
Dada hot tumalukor bohut khundor hoise. Moi ai bihu tu bohut bohut bhal pau. June june ai bihu tu bhal pai ata like koribo❤❤❤❤❤❤❤❤❤❤❤❤❤🎉🎉🎉🎉🎉😊😊😊
Bohut bhal lagil gan Tu huni❤
Dhunia❤❤❤❤
Hosa koi bohut val lagila gan to aru voice to emn dhuniya huniya pemot pori joi su ❤❤❤
Behu song kiyta bor Val lageel bhaiti
Dhuniya ❤❤
নৱবৰ্ষ ত বৰ সুন্দৰ এফাকি বিহু ৰাইজলৈ আগবঢ়োৱা বাবে অশেষ ধন্যবাদ ❤
Wow super se upar
Moja lagise
Mayongre bejali aikon music wow beautiful awsm super fantastic Goosebumps
Killer
Hayi oooo
Bohut dhunia gaisa aru lyrics 💥💥💥 aji kali enekua bihu naiye...khub dhunia lagile...
বিহু বিহু ❤❤ বহুত ভাল লাগিছে আগবাঢ়ি যোৱা সদায় ❤
Khub hundor 100 bar uporot hunilu❤❤❤❤❤
Nice Bihu song
Bohut besi vl lagil gantu ....... atiya agor dinboroloi monot pori gol...... love from Baksa
Bohut val lagil xuni puroni bohur xowad palu ❤❤❤
Oh hd mojja
Dhuniya❤
প্ৰথম পৰিচয়ত মই অসমীয়া বিহু বুলি ক'লে বলিয়া ❤ তাতেই আকৌ বিহু গীত...বৰ ধুনীয়া _
ধূনিয়া লাগিছে দেই🎉🎉🎉🎉🎉
@@PallabSaikia-mn1tckkovvpphgop❤😂😂😂🎉
❤❤❤iofdfjiffoiddoidd😮reoodxkkcfyofddlkddfddgydhkkff pordfgjofsdiyfrkdefjgffgufdddffff
Nasu nasu lagijai mur
বʼহাগ বিহুত এনেকুৱা এটি বিহু গীত আৰু উপহাৰ পাম বুলি আশা কৰিলো।
❤❤❤❤❤❤❤val lagesa❤️❤️👌👌👌👌👌👌
Khub Duniya vl lagise hai
আজি দিনতও ইমান সুন্দৰ বিহু গীত শুনিব পাইছো৷তাৰ বাবে সকলোলৈকে মৰম যাচিলোঁ❤️
Love from mayongor bejali ❤
বহুত ধুনীয়া হৈছে ❣️❣️❣️সদাই এনেকৈ আগ বাহি যোৱা তাৰে কামনা কৰিলো 👌👌👌🔥🔥🔥
বহত ধুনিয়া হৈছে গান ২ অন্তৰ চুই যোবা বিহু গান ❤❤❤❤❤।
পাগল নেকি বে ? অসমত আছ অসমীয়া ভাষা উন্নতি কৰ।হাৰাম খোৰ
Hosai dhuniya hoi se 👏👏👏
Bohut bohut dhunia👍👍
Bhut bhut vl lgil bihu gantu xuni 👌👌🥰😍
Hundor👌👌
Khoob bhaal laagise.... Aaroo laage 🎉🤩🙏
Oti hundor❤❤🎉🎉
Bohut dhuniya hoise gaan tu........❤️❤️❤️
বিহু বিহু লাগিছে গাত, সুন্দৰ
Moza ❤
Bahut dhuniya lagise
ঈশ্বৰে তোমালোক দুয়োকে লগতে ভন্টি জনীক অতি সুন্দৰ কন্ঠ একোটা দিছে ভালে ৰাখিবা । বাদ্য যন্ত্ৰ সকলৰ অতি সুন্দৰ কাৰণেই গানটো সোনত সোৱগা হৈছে
Moja lagise❤❤
Bohut bohut bohut moja gan❤❤❤❤❤❤
ধুনীয়া.হৈছে