খাঁটি-২০২৩ Vol-2 | Khati-2023 | New Bihu Song-2023 | New Bihu-2023 | Bihunam | Anupom Bitupon Bihu
HTML-код
- Опубликовано: 9 фев 2025
- অনুপম বিতোপনৰ নিবেদন
খাঁটি-২০২৩ Vol-2
কণ্ঠ-ৰাহুল গগৈ , অভিজিৎ মৰম বৰুৱা , ৰূপ ৰূপম , নিতুল দাডৰা, লক্ষী চন্দ্ৰ দাস , পূৰ্ব গগৈ
ঢোল-দ্বীপ গগৈ, ধীৰাজ গগৈ
তাল,গগণা-পিটি বৰা
বাঁহী-কৈলাস ৰাভা
বীণ-গৌতম শইকীয়া
মেল'ডি ডিজাইন-ভদ্ৰকান্ত দাস
শব্দ গ্ৰহণ-ৰিপুঞ্জয় শৰ্মা
শব্দ সংমিশ্ৰণ-জিন্তু বৰদলৈ
ভিডিঅ' গ্ৰাফী- তিলক ৰঞ্জন, বিতোপন বৰগোহাঁই
ভিডিঅ সম্পাদনা-তিলক ৰঞ্জন
কভাৰ ডিজাইন- প্ৰণৱ জ্যোতি গগৈ
বিশেষ কৃতজ্ঞতা-মানস শইকীয়া, ভিন্টু দেউৰী, লাচিত বৰুৱা, জানমণি ফুকন, জোনটি কলিতা, যুগস্মিতা কলিতা, চেৰেকাপাৰ সুৰুযমুখী বিহু হুঁচৰি দল, জাঁজী পৰীয়া বিহুদল ।
Other platforms ....
open.spotify.c...
www.saavn.com/...
open.wynk.in/G...
#Anupombitupon #Khati #New_Bihu-2023 #Khati_Vol-2
#Anupambitupon_Bihu #New_Bihu_Song-2023
#New_Assamese_Song-2023
#Khati_vol_4
New_Assamese_Bihu
mojjjaa
We Are Khati ❤
💚
Ai gaan kaita husorit gabo pari na
Hii beg frang❤❤❤🎉🎉
ধুনীয়া লাগিছে...ধুনীয়া ডেকাটি
বিহুগীতবোৰ এনেকুৱা হ'লে শুনি থাকিবলৈ মন যায়।সকলোলৈকে আন্তৰিক শুভেচ্ছা জনালোঁ।
গীতটি শুনি থাকিবৰ মন যোৱা হৈছে ।মোলৈ গোৱালপাৰা ৰ পৰা লিংক টো পঠাইছে । আপোনালোক সকলো লৈকে আন্তৰিক অভিনন্দন জনালোঁ ।
Q1
@@bhaswatisaikia135Tujh 5:54
কবলৈ ভাষা নাই ❤❤❤
ইমানেই সুন্দৰ হৈছে ❤❤😍😍
বিহুত গোটেই ৰাতি বাজিব এইবাৰ 😊😊
Birat dhunia lagil..huni thakutai dholr mate muk nosuai dise..tate sinaki mukh..Bohut bohut huvesya..agoloiw anekua bihu hunibo pam buli akha thakil ❤️
🙏
Borhiya ❤❤
Rupom , Nitul, Bitupon, Piti... bohute besi vhal lagil ❤️❤️❤️❤️❤️
Jiman bar mur horu box tut gan logau abarle hole u aitu gan hunimei moi ..bht bht vl lge bihu bihu bihu main❤😍
বৈদ্যুতিক বাদ্য যন্ত্ৰৰ দিনত এনেধৰণৰ থলুৱা বাদ্য যন্ত্ৰৰ সজোৱা বিহু গীত এটা শুনিব পাই ভাল লাগিল। আবতৰিয়া বিহু লাগি গৈছে গাত।👍❤️
ধন্যবাদ
ধন্যবাদৰ আচল পাত্ৰ আপোনালোকহে, এনে এক সুন্দৰ প্ৰচেষ্টাৰ বাবে। ধন্যবাদ 👍🙏
Khub hundor hoise anupam . Imaan hundor uposthapon agoloi aru pai thakim buli akha rakhilu . Nababarkhar Hubhessa thakil hokolule
ধন্যবাদ
বৰ ধুনীয়া লাগিল♥️ বিহুৰ প্ৰকৃত সোৱাদ ✨ কণ্ঠ বাদ্যৰ অপূৰ্ব সংমিশ্ৰণ 💞
Hosakoi khati akhomiya bihu... Eidhoronor bihu geet raijok upohar dear babe dhonyobaad...
🙏
এতিয়ালৈকে শুনা বিহুগীত সমূহৰ ভিতৰত অন্যতম সুন্দৰ আৰু শ্ৰেষ্ঠ বিহুগীত, সকলোৰে কণ্ঠ অতুলনীয়, সকলোলৈকে অভিনন্দন যাছিলো 🌺🌺👏👏
🙏
My
Rupam, abhijit dui jonole huveshaa jonalu.. Ru aguai jua💐
Rahul Da, Purba da, Nitul da, Lakhi da, rupam da, Abhijit da apunaluk hdai 🔥 💓💓
❣️
অপেক্ষাৰ অন্ত পৰিল😌😌❤❤❤
A tamam moja.... Asol bihua ebur gan huni goosebumps ahi jai... #kintu🙏👍✌❤❤❤
bohu opekhar murot .......ufffff😍😍😍😍
🙏
ধুনীয়া লাগিছে দেই ভাইটি কেইজনে এনেকুৱা নাম গোৱা গীতিকাৰ পাবলৈ নাই ।
জুই জুই। এইবাৰ বিহুত বাজিব বাৰুকৈ 😍🥳
Bohut val lagil.huvokamona hokolu loi😊❤
শুনি থাকিলেও আমনি নলগা বিহু। বিহু এনেকুৱা হব লাগে। আটাইকেইজনলৈ আন্তৰিক মৰম আৰু শুভেচ্ছা জনালোঁ
🙏
Hunile huni thakibo mn jai😘❣️aguwai jua dada ht😘
কবলৈ ভাষা নাই ।। গোটেই কেইজনৰ কণ্ঠ 🔥 ।। ঢোল কথা নকওঁ আৰু 🔥 ।। মুঠতে headphone ত full sound দি হে শুনিছোঁ ।। @Anupom-Bitupon দা ❤️
ধন্যবাদ
Hosakoi val lagil dei kokaihot😍😍
অতি সুন্দৰ ❤বিহু অসমীয়া ৰ পৰিচয় হিচাপে অসমীয়াৰ মনত এনেদৰে সদায় সজীৱ হৈ থাকক💖🍃
Runut,rajbongshi
Aitu jugot j aitu hunibole palu, nijoke axomia axomia lagi gol. Aaguai jaouk, aagoloiu hunibole pam buli aakha rakhilu.❤
এনেকুৱা সচা বন্ধু , ককাই ভাইৰ গোট থাকিলে , সদায় জিলিকিব প্ৰতিজন।।মৰম, একতা অটুট থাকক,
Hundor hoise bondhu🥰
তৃতীয় বাৰৰ বাবে আকৌ শুনিলোঁ ।। "খাটি" ত প্ৰকৃত বিহু গানৰ মাদকতা বিচাৰি পাইছোঁ ।। কাকজান মহাবিদ্যালয়ৰ মজিয়া কঁপাই তোলাৰ পৰা এতিয়ালৈকে তোমালোকৰ প্ৰয়াস অনন্য। মাথোঁ আগবাঢ়া,সদায়েই অনুৰাগী হৈ ৰ'ম❤
Kimn son r kotha bru ??
Uffffff♥️♥️ bihu bihu lagi goise.... New year gift mojahhh👌🥳🥳 Nasim aru abar💃💃
Rupom, Abhijit agbarhi jaa aru bohut... huvessya hodai ase...logote team tur hokoluloike bohut huvessya jonalu 🙏
ধন্যবাদ
মজাহ মজাহ।।।।।
কি ধুনীয়া হৈছে !❤️❤️❤️
Hundor 🙏 hoise votija keita umhh neriba aiijoii 🔥🔥🔥
সুন্দৰ হৈছে দেই ৷ লগতে ঢোলৰ ভাল জাৰন পৰিছে । সকলোৱে আৰু আগবাঢ়ি যাওক পুনৰ অলেখ শুভকামনা ৷
Bihu Bihu loga geet..Val lagise .aaru agoloiu hunibo pam buli aakhare
এনেকোৱা কেচাঁ মাটিৰ গুন থকা বিহু শুনিলে শুনি থাকিবলৈ মন যায়।।।। কি যে অনুপম।।।।।
Mojjah mojjah
সঁচাকৈ খাঁটি বিহু এটা শুনিলোঁ, ৰাহুল, নিতুল , বাকী সকলোলৈ শুভেচ্ছা থাকিল 🎉🙏
Bor Val lagile dei ,mon pran bur Val lagi gol.❤️❤️🤗🤗
Nice Bihu
Aia ha bihu. Sundor kantha purani bihur swadai balag. Moja. Dhainyabad.
এক বুজাব নোৱাৰা ফূর্তি সোমাই আছে গীতটিত ❤❤ধন্যবাদ অনুপম/বিতুপন ককাই❤🙏
🙏
Rupam dada amr ghoror usoror sivasagar namti uff😍🔥🔥🔥😍😍😍🥰
🙏
বৰ সুন্দৰ হৈছে।এনেও বিহু গান শুনিলে নাচো নাচো লাগে।এইবাৰ মাঘবিহুৰ বাবে এটি সুন্দৰ বিহুগীত।আগন্তুক নৱবৰ্ষ আৰু মাঘ বিহুৰ মৰম আৰু শুভেচ্ছা হিমাচল প্ৰদেশৰ পৰা🤗❤️
🙏
ভাল লাগিছে
সঁচাকৈয়ে কেচামাটিৰ খাতি বিহু,
হৃদয় চুই গৈছে,,,,
ধন্যবাদ
ধুনীয়া লাগিছে 😊
এয়াহে বিহু ❤️❤️
আমাৰ বিহু ❤️❤️❤️
অসমীয়াৰ প্ৰাণস্পন্দন বিহু ❤️❤️❤️❤️
খাঁটি দললৈ আমাৰ কৃতজ্ঞতা যাচিলোঁ ।
আপোনাসৱ আমাৰ গৌৰৱ । 🙏🙏🙏
🙏
Bohut dhunia hoise,,, bihu bihu lagi goise.. aguai jua tumaluk..❤️
অতি সুন্দৰ। সকলোৰে সুললিত কণ্ঠ আৰু ঢোল তালৰ সমন্বয়ত ৰঙালী বিহুৰ মাদকতা সুন্দৰ ৰূপত প্ৰতিভাত হৈছে।শুনি আপ্লুত হলোঁ। ভৱিষ্যতে আৰু শুনিবলৈ পাম বুলি আশা ৰাখিলোঁ।( ড° অনিল চন্দ্ৰ গগৈ।)
🙏🙏🙏ধন্যবাদ
Aaa moja kokai deuoo....love from Sivasagar, Bokata
Aamar hikaru kijonor ek khudro proyakh🙏..hokolu Bihu boliya RAIJOLE aagborhai dilu🙏❣️
💗
💖💖💖
বহুত সুন্দৰ ৰাহুল🙏❤️❤️🔥🔥🔥
Bohut Dhuniya hoise agor loi anekuwa koi gaan bor pai thakim boli axa korilu apunalukor
Hosai hundor..hoisy
ইমান ধুনীয়া কন্ঠ ভাল লাগিল দেই শুনি চিনাকী মুখৰ মানুহ কেইজন খুউব সুন্দৰ হৈছে | ❤❤
অতি সুন্দৰ.....💥💥 সকলোলৈকে শুভেচ্ছা থাকিল। অভিজিত ৰ ষ্টেটাচ আপডেত লৈ অপেক্ষা কৰি আছিলো।।।ভাল লাগিল সকলোখিনি।।।❤️❤️❤️❤️
ধন্যবাদ
আৰু এনেধৰণৰ গান পাম বুলি আশা কৰিছোঁ।।
বহুত ধুনীয়া হৈছে
Bahhhhhh❤😊
খুব সুন্দৰ, এনেকুৱা বিহু শুনিলে শুনিয়ে থাকিব মন যায়,😍😍😍😍😍😍😍
সুন্দৰ হৈছে । শুভেচ্ছা থাকিল🥰 আগলৈ এনে সুন্দৰ গীত আগবঢোৱাৰ প্ৰয়াস কৰে যেন❤️
🙏
Mojaa mojaaaaa
সছায় অতি হৃদয়স্পৰ্শী সুন্দৰ বিহু গীত ।
সুন্দৰ বিহু দেই ❤️😍
ৰাহুল, পূৰ্ব , লক্ষী , অভিজিত , ৰূপমসহিতে সকলো লৈকে শুভ কামনা জনালোঁ ❤️😍
🙏
Huni thakile huni thakibor mn jai bohut vl hoise bihutu ❤️❤️❤️❤️👍👍👍🙏
ডেকা সমোলৈ আন্তৰিক অভিনন্দন। সংস্কৃতি আৰু বুৰঞ্জী জীয়াই ৰখাৰ বাবে।
Hundor.. Bohot vl lagel...
Rup Rupam da jui
Bohut dhunia lgise gantu dei❤❤
কি সুন্দৰ,,,,,এইয়া প্ৰকৃত অসমীয়া সংস্কৃতি।
হাজাৰবাৰ শুনিলেও আমনি নলগা সুৰ , শব্দ,আৰু কণ্ঠ।ইয়াতকৈ ভাল উপহাৰ দিয়ক।ভাল লাগিল👍👍👍👍👍👍
Bohut dhunia hoise..... Fali dse🔥🔥🔥🔥🔥🔥
😮😮😮
Bhut dhuniaaa lgil ❤️❤️❤️
বহুত বহুত ধুনিয়া হৈছে ,,, বিহু হলে এনেকুৱা হব লাগে ❤️❤️❤️
Oti Hundur hoise 😍😍😍
বহুত ধুনীয়া খাতি বিহু ৷ সকলোলৈকে অশেষ ধন্যবাদ থাকিল❤️🙏
Heart touching:Jai aai axom❤
মজা হৈছে দাদা
খাটি মানে একদম খাটি আৰু💚 পূৰ্ব দা,ৰাহুল দা,ধীৰাজ কে ধৰি সকললৈ শুভেচ্ছা থাকিল🥰💚
🙏
Bohut dinor pasot eti hundor bihu geet hunibo palu.. 👍👍
বৰ ধুনীয়া লাগিল চাই আৰু শুনি ❤️💗
একদম খাটি বিহু, শুনি মই খুবেই ভাল পালোঁ, পৰিৱেশন চাইও ভাল লাগিল, এনে গীতে মনটোক কৰবালৈ লৈ উৰা মাৰিব বিচাৰে তেন্তে কি নো কম আৰু তেতিয়াই মই এই বিহু টোলৈ মনত পেলাই দিয়ে, কিন্তু শুনিলে কৌতূহলী মনত শুনিয়েই থাকিবৰ মন যায় মোৰো বৰকৈ চিন্তিত হৈ পৰে গাই যাওক চোন ইমান ভাল লাগিল যে কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ আপোনালোকক জনাবলৈ আগন্তুক দিনবোৰত সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰক ভগৱানে আপোনালোক কুশলে ৰাখক আৰু ভৱিষ্যতে ও এনে ধৰণৰ বিহু গীত শুনিবলৈ পালে মনত খুবেই আনন্দ পালো হেতেন সেয়ে আপোনালোকে গাই যাওক আৰু এই মানসেৰে ই,,
অতি সুন্দৰ বহুত ভাল লাগিল শুনি শিৱসাগৰৰ নামটিৰ পৰা হাজাৰ হাজাৰ লাখ লাখ কোটি কোটি মৰম জনাইছোঁ ?❤️
🙏
😍
@@kallyansaikia8005 ki khobor kallyan moi chinmoy 😉😁
Sini paisu bbe rply ata di disu 😁
মুগ্ধ হ'লো পৰিৱেশনত। গা উঠি অহা বিহু।
বিহুনামত বুৰঞ্জীৰ বৰ্ণনা দেখি ভাল পালো। আচলতে বিহু নামত অকল প্ৰেম আৰু বিৰহেই নহয়, বিভিন্ন সময়ৰ সমাজ একোখনকো বিহু নামে প্ৰতিফলিত কৰে।
কামটোত জড়িত সকলোলৈকে শুভকামনা জনাইছো। সময় আৰু সমাজৰ আভাস দিয়া বিহু নামবোৰ প্ৰাণৱন্ত কৰি ৰাখক।
বহুত ধুনীয়া হৈছে,এইয়াহে বিহু গানৰ মাদকতা🤘💓
Ufff bor dhunia hoise
Hundor
ইমান ধুনীয়া ❤️
Amar bhai hot...Brohiyaa hoise🔥🔥🔥🔥🔥🔥🔥🔥🔥
প্ৰকৃত বিহুৰ মাদকতা ❤। ভাল লাগিল ❤আটাইকেইজনৰে মাত বৰ ধুনীয়া ❤নিতুল ❤ লক্ষী ❤ৰূপ ৰূপম❤
🙏
বহু দিনৰ মূৰত কেঁচা মাটিৰ গুণ থকা গান শুনিবলৈ পায় মনটো ভাল লাগিল ❤️❤️🙏 অনাগত দিনত আৰু শুনিবলৈ পাম বুলি আশা কৰিলো ,, আগুৱাই যোৱা বন্ধু সকল ❤️❤️
🙏
👉Ke hundar bujabola Honda ni ❤️💝👈
Bor dhunia hoisa ai bur jeyai rakha
2025𝒕 𝒌𝒖𝒏𝒆 𝒌𝒖𝒏𝒆 𝒉𝒖𝒏𝒊𝒔𝒂 🙃❣️𝒍𝒐𝒗𝒆 𝒇𝒓𝒐𝒎 𝒎𝒐𝒓𝒂𝒏🎉
অতি সুন্দৰ হৈছে আৰু আগুৱাই যোৱা 😊❤🎉🎉🎉🎉🎉🎉
Bohut val lgile dei
क्या शानदार वीडियो है असम में एक बहुत ही खूबसूरत गाना है वास्तव में मुझे आप पर बहुत गर्व है
🙏
Ajjoii🥰 mojja
অতি সুন্দৰ ❤️❤️ শিৱসাগৰিয়ান হিচাপে গৌৰৱবোধ কৰিছো আৰু লগতে সকলোলৈকে নতুন বছৰৰ বহুত বহুত মৰম আৰু শুভেচ্ছা থাকিল 🥰🥰
ধন্যবাদ। ধন্যবাদ। happy new year
Thank you so much and same to you
A.... Moja.... Oti xundor... Ane aru Upohar di thakiboloi anirudh thakil...
🙏
বহুত দিনৰ মূৰত এনেকুৱা এটা ধুনীয়া বিহু গীত শুনিলো , শুভেচ্ছা থাকিল ❤️❤️
Bihu bihu ❤❤❤ bohut val Lage huni gan tu ❤️ hunile huni thakibo mon jaiii ❤❤❤