পাপনৰ সৈতে গীত পৰিবেশন কৰা সহ: শিল্পীগৰাকী কোন? ক'ত কেনেকৈ লগ পালে পাপনে | | PAPON KAMALPUR | |

Поделиться
HTML-код
  • Опубликовано: 19 апр 2022
  • LIKE | SHARE | COMMENT | SUBSCRIBE

Комментарии • 617

  • @jamunavlogs755
    @jamunavlogs755 2 года назад +34

    পাপন দাদাক বহুত বহুত ধন্যবাদ জনাইছোঁ ছোৱালীজনীক শিল্পী জগতলৈ আগুৱাই লৈ যোৱাৰ বাবে ।

  • @AnkurJoyti123
    @AnkurJoyti123 2 года назад +28

    পাপন দাৰ ব্যক্তিত্বটো মই খুবেই পচন্দ কৰো। বহুত ভাল পাওঁ‌❤️

  • @paniramyein3705
    @paniramyein3705 2 года назад +35

    এনে ধৰণৰ গীত গালে শুনি থাকিবৰ মন যায় । নতুন প্ৰজন্মৰ বাবে এটি অন্তৰ চুই যোৱা গীত । দিনত প্ৰায় 10/12 বাৰ শুনিয়েই থাকো । আমনি নলগা এটি গীত ।তাতকৈ আৰু ভাল লাগে লক্ষীনন্দনৰ বাহীৰ যি মিঠা মাতৰ সুৰ ।কবলৈ ভাষা নাই ।

  • @bhubenthakuria9006
    @bhubenthakuria9006 2 года назад +19

    শিল্পী সমাজে অসমৰ বিভিন্ন জনগোষ্ঠীয় ভাষা কৃষ্টিক সজীৱ কৰি ৰাখে আৰু এক গোট হোৱাত সহায় কৰে, ধন্যবাদ শিল্পী সমাজ।

  • @nipulchandraghorphalia8836
    @nipulchandraghorphalia8836 2 года назад +39

    ভাল লাগিল। নতুন শিল্পী আগবঢ়োৱাত সহায় কৰা বাবে। ধন্যবাদ,পাপন।

  • @thestrong1412
    @thestrong1412 2 года назад +12

    Mur favourite singer papon da

  • @kushalkurmi5242
    @kushalkurmi5242 2 года назад +51

    গানটোৱে হৃদয় চুই গল । সুন্দৰ কণ্ঠ ।❤️

  • @khanindrabora7829
    @khanindrabora7829 2 года назад +367

    এনে ধৰণৰ গীতৰ সুৰে আজীৱন দেহৰ ৰন্ধে ৰন্ধে শিহৰন জগাই তোলে, জাতীয় মিঠা মিঠা সুৰৰ সমাহাৰ,, ধন্যবাদ জনালোঁ নতুন প্ৰজন্মক আকৰ্ষিত কৰা বাবে

  • @Bhabeshborboruah123
    @Bhabeshborboruah123 2 года назад +71

    ছোৱালীজনীৰ সুৰটো ধুনীয়া।লগতে লক্ষীনন্দন ককাইৰ বাঁ‌হীৰ সূৰে মন জুৰ পেলাইছে।

  • @_BabA_RaiDeR625
    @_BabA_RaiDeR625 2 года назад +56

    এই গানটো কিমান বাৰ সুনিলো গণা নাই কিন্তু শুনি থাকিলে শুনি থাকিব মন যায় লাভ you papon daa

  • @jyotisaikiavlog39
    @jyotisaikiavlog39 2 года назад +27

    কিমান যে প্রিয়💚💚গানৰ গভীৰতা,সুৰ,শব্দ,অৰ্থ...."অংগৰাগ পাপন"❤️❤️

  • @aminparakhowa2788
    @aminparakhowa2788 2 года назад +99

    সঁচাকৈয়ে এই গীতটিয়ে হৃদয় জিনিছে। এইবাৰৰ বিহুত পাপন আৰু শ্ৰেয়া ঘোষালৰ, অসমবাসীৰ বাবে সঙ্গীত প্ৰেমি সকলৰ বাবে অমূল্য অৱদান ।

  • @nayanmonisarma7303
    @nayanmonisarma7303 2 года назад +58

    কি সুন্দৰ বাহী বজাইছা দাদা..ভগবানে মঙ্গল কৰক..আৰু তুমি আগুৱাই যোৱা🙏🙏

  • @bijaykaman2138
    @bijaykaman2138 2 года назад +75

    মোৰ হৃদয় চুই গল এই পaপon দাৰ গানে ! যিমান বাৰ শুনিলেও আমনি নালাগে !শুনি থাকিব মন যায়!,..i love you papon daa song!

  • @rtakashpritomofficial1514
    @rtakashpritomofficial1514 2 года назад +76

    ভদ্ৰ মানুহ এজন ভাল আচৰণ কৰা এজন অসমৰ শিল্পী।।

  • @pinkvilla8552
    @pinkvilla8552 2 года назад +5

    Very unique sir.papon is real pride of Assam. Truly decent.

  • @nelsonpegu7447
    @nelsonpegu7447 2 года назад +28

    Lakhinandan da what fabulous flute realy amazing u r 🙏🙏🙏 100 and 1000 time salute u I'm a big fan e one of u..

  • @moynulhoque8029
    @moynulhoque8029 2 года назад +21

    আমাক যিমানে তুচ্ছ তাচ্ছিল্য নকৰক কিয় আমি সদায় অসমীয়া ভাষা সংস্কৃতি সংগীত নিত্য হৃদয়ৰ মাজত সাঁচি ৰাখিম।

  • @balendas4259
    @balendas4259 2 года назад +206

    পাপনে এনে সময়ত গীতটো উলিয়াই দিলে যি সময়ত ডেকা-গাভৰুৰ মণ কমোৱা তুলাৰ দৰে উৰি ফুৰে যি সময়ত যৌৱনে যৌৱনক আকৰ্ষণ কৰে । বহাগ বুলি ক'লে অসমীয়া মানুহৰ মণটো কি যে মিঠা মিঠা লাগে সকলোৱে লাগে । এই গীতটো সঁচা প্ৰেমৰ উৎকৃষ্ট নিদৰ্শন । ভাল পোৱাৰ পাছতো খুলি কব নোৱাৰি মণতে ভাল পাই থাকে তেতিয়ানো কি হয় গীতটোত স্পষ্টকৈ প্ৰকাশ কৰি গীতটো শ্ৰুতি মধুৰ ভাৱে কৈছে । বৰ্তমান তথাকথিত কোনো কোনো গায়কৰ সস্তিয়া গীতৰ বিপৰীতে এই বহাগৰ ২০২২ চনৰ এটি উৎকৃষ্ট তথা লেখত লবলগীয়া গীত হৈছে । গীতটো বাৰে বাৰে শুনি থাকিলেও বিৰক্তি নালাগে । গীতবোৰ এনে হব লাগে ।বেবেৰিবাং কোনো মেচেজ দিব নোৱাৰা গীত গাই পৃৰ্বৰ অসমীয়া গীতৰ আভিজাত্যৰ ৰি ধাৰা তাক ম্লান কৰাটো উচিত নহয় । গীতিকাৰ নয়ন কেশৱলৈ অশেষ মৰম যাঁচিছো । তেওঁৰ কাপৰ পৰা এনে সুন্দৰ গীতৰ কলি আৰু সৃষ্টি হওক কামনা কৰিছো । লাহণৰ বাঁহীয়ে গীতটো শুনি থাকিলে কোনো পাহাৰীয়া অঞ্চললৈ লৈ যায় মণটো । কি বাহীৰ সুৰ ¡ মজা লাগে দে । সুন্দৰ প্ৰগ্ৰেম হৈছে পাপনৰ। লাইভ পাইছো। কোনোৱে যদি চোৱা নাই সুযোগ সুবিধা হ'লে চাই আহক । ৩০ তাৰিখৰ পৰা পাপনে বোলে অসমত নাথাকে টি, ভি, ৰ পৰা গম পাইছো ।

  • @pranabdas1902
    @pranabdas1902 2 года назад +4

    সচাকৈ বহুত ধুনীয়া কণ্ঠ😍 আৰু পাপন দাৰ কথাটো নকওঁয়েই বাৰু