৪ লাখ টকাৰ পুৰস্কাৰ চৰাইদেউ সমন্বয় হুঁচৰি দললৈ||চেপন বিহু ২০২৪||Charaideo husori dol|Sepan bihu

Поделиться
HTML-код
  • Опубликовано: 1 май 2024
  • চৰাইদেউ সমন্বয় হুঁচৰি দল ২০২৪ বৰ্ষ
    প্ৰথম শ্রেষ্ঠ দল
    চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন ২০২৪
    #Charaidew_husoridol_2024 #Sepanbihu2024
    #bihu
    #husoribihu

Комментарии • 122

  • @prarthanagogoi7874

    চৰাইদেউ হুঁচৰি সৰুৰপৰাই চাই আহিছো, সদায়ে অনন্য প্ৰদৰ্শন❤

  • @Dipti960

    চৰাইদেউ সমন্বয় হুছৰি দলতিলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ

  • @debahandique8522

    চৰাইদেউ আমাৰ বাবে অকল এটি বিহু দ'ল নহয় ই আমাৰ আৱেগ

  • @babulbaishya1834

    বৰ ধুনীয়া লাগিছে। চৰাইদেউ সমন্বয় হুঁচৰি দলৰ সকলোকে শুভেচ্ছাঁ জ্ঞাপন কৰাৰ লগতে দীর্ঘায়ু কামনা কৰিছো 🙏 ।

  • @tsrajubhai4411

    East or west our lovely Charaideo Husori is all so best ❤❤❤

  • @Dhasu-Gamer-----------6115

    বেলেগত কৈ বেলেগ প্ৰদশন চাই বহুত ভাল লাগিল।।।। গান বোৰ বহুত ধুনীয়া

  • @user-oz2oz1cp3i

    অতি সুন্দৰ বিহু হুঁচৰী দ'ল 🎉🎉🎉 ধুনীয়া লাগিছে ❤❤❤

  • @rinisaikia8372

    দলটিলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো আৰু দীঘায়ু কামনা কৰিলো

  • @Sanu_opswel21

    Hundor hoise loves From # morigaon sunaeporiya ansholik Bihu dol charaibahi ❤️❤️❤️❤️❤️

  • @Bibekbailung

    Oti hundor protibosore jate enekua bihu sabole pai thaku .. dhonyabaad.

  • @chawdggogoi8722

    কি সুন্দৰ লাগিছে কেৰেলা পৰা অভিনন্দন জনাইছোঁ আপোনালোকলৈ🎉।

  • @ShubhraPrateemHazarika

    সুন্দৰ প্ৰদৰ্শন, আপোনালোকৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো

  • @dipakgogoi4266

    Hundor bibuo jiyai thakok ashomia bapoti hahun Rongali bihuo

  • @robinphukan

    সচাঁকৈ উপযুক্ত তোমালোক বিহুৱা বিহুৱতী সকল।আশাৰে বাটচাই ৰলো। বহুত ধন্যবাদ থাকিল।

  • @mintuhazarika5911

    Amar charaaideio❤❤❤❤ moja lagesa

  • @PhunuNathBora-uz9vj

    বহুত ভাল লাগিল হুঁচৰি যোৰা চাই।বনাচ্ছ দি‌য়াৰ বাবে বহুত ধন্যবাদ।

  • @manojdeka195

    Very very

  • @navajyotigogoi5082

    ❤❤❤❤❤বহুত ভাল লাগিল সুন্দৰ অনুভৱ দি গল হুঁচৰি যোৰাই আহোম বুৰঞ্জী সবিশেষ তথ্য জানিলো.... চৰাইদেউ হুঁচৰি লৈ অভিনন্দন জ্ঞাপন কৰিলো

  • @user-im6ep2ev3s

    val lgise❤

  • @bongaonacademyphysicalguwa3973

    Xosakoi prokrito Bihu aiyai Dhoinobad apunalukok ru aguwai jaok