Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
Val lagil ❤
Val lagil video2 Sai dada ❤❤
ভাল লাগিল দাদা ❣️
xundor bondhu❤
ভাল লাগিল ভিডিঅটো চাই দাদা ময়ো বিহু গাঁও বিহু দলত থাকোঁ। আজি এইটো ভিডিঅ চাই আমাৰ দলৰ সেই বিহু কেইদিনৰ কথা মনত পৰি গৈছে। আৱেগিক হৈ গৈছোঁ ভিডিঅটো চাই। আমিয়ো এদিনত ৭ খনলৈকে বিহু কৰিছোঁ। যদিওঁ ইমান বিহু গাও ভাগৰে নেলাগে আৰু বেছিহে ভাল লাগে। সঁচাকৈ সেইকেইদিনৰ আমাৰ যি আনন্দ আমাৰ বিহুৱা বিহুৱতী সকলৰ এক পাহৰিব নোৱৰা এক বিৰল মূহুৰ্ত।
হাঁচতি বিহু দলৰ বেছি ভাল লগা নামফাঁকি কিন্তু আজি আপোনাৰ ভিডিঅ'টি সম্পূৰ্ণ কৈ চালোঁ আৰু তাতে হাঁচতি নামতি গৰাকীয়ে যি ফাঁকি নাম গালে তাত মই ভুল পালোঁ কাৰণ এই ফাঁকি নাম পুন প্ৰথম বাৰ শুনিছিলো ধেমাজি জিলাৰ মুনুকন বাৰ মুখত ওপৰে উৰিলে জানৈ (কৰচন ঐ কনোৱা)২ (বিলত পৰি চৰিলে)২ বগ । কিন্তু ইয়াত নামতি গৰাকীয়ে গাইছে গৰচন ঐ কনুয়াই যদি ভুল হৈছে নাজানো কাৰণ মই শুনাটো হে কৈছোঁ যদি বিচাৰে গানটো শুনিব মই লিংকটো দিব পাৰোঁ ।। বাকী ভাল লাগিল ভিদেঅ'টো ধন্যবাদ ❣️ অসমী বিহু দল ❣️
Vdo r link tu dbo paribo nki
@@jyotishmansarma8956 kun2 vdeo r link
@@jyotishmansarma8956 ruclips.net/video/HFYNznnuWWY/видео.htmlsi=OTQvsPtPRjT1xUrC
ভাল লাগিল বন্ধু
ভাল লাগিল ভাই চাই
Bondhu bohu dinor pisot video palu....khuvessa thakil🌹🌹🌹
Mzzaaa
Ami axomiya amr na bihu mari vagor lge na amoni lge.. ami bihu boliya axomiya
Ser apunk moi mongoldoi jao te lg paisilu Amr doll tu nam.... Namdang Bihu dolll Morigaon ❤😊
❤❤❤❤❤❤❤🎉🎉🎉🎉
Video to Sai bohagor mahotor loi monot pori gol😢
❤❤❤❤
daily video lage
👍👍😍
🫶🫶
❤❤❤
❤❤❤❤❤

Ser apunk moi mongoldoi jao te lg paisilu
Amr doll tu nam.... Namdang Bihu dolll
Morigaon ❤😊