Juddha | Pran Deep | Sunit Gogoi | Bijoy Sankar | Rintu Choudhury | Assamese New Song 2024
HTML-код
- Опубликовано: 26 дек 2023
- Contact for Live Shows : 9707891293
♪♪ Stream and Download ♪♪
----------------------------------------------------------------
Spotify: open.spotify.com/track/7bDBcC...
Wynk: wynk.in/u/37Gq74D62
JioSaavn: www.jiosaavn.com/song/juddha/...
Apple Music: / juddha
Amazon Music: music.amazon.com/albums/B0CR3...
Gaana: gaana.com/album/juddha
Singer
Pran Deep Hazarika
Ft. Ridipta Sharma
Lyrics : Sunit Gogoi
Composition: Pran Deep, (Traditional )
Music: Bijoy Sankar
Mixing: Palash Gogoi
Mastering: Diganta Bordoloi
Dhul,Khul,Taal : Pankaj Bora
Guitar,Lele : Rupam Sharma
Flute : Anjan Medhi
Pepa,Gogona : Pity Borah
BGM : Bijoy Sankar& Subhas Dohutia
Backing Vocals : Bijoy Sankar
Recorded at : Studio Orrange by (Dipankar Baishya/Moon da) , Studio Zero Db, Studio Kirili
Music Label: Prag Music Media
Photography : Akash Saikia
Poster : Parthajit Hira
VIDEO CREDITS*
Direction/choreography & Editing- Rintu Choudhury
Cast : Tridib Lahon,Sumki Kachari, Nirupam Saikia, Silpisikha Borah
Cinematography- Papu Deka
Colorist : Manash Kashyap, Dhanjit Das
Costume- Diplu Hazarika
Setting- Herok
Assistant director- Rimpy Das & munnaf Ali
Co-Actor :- Bhargav Hazarika,Chandeep Hazarika, Deepjyoti Das, Akash Saikia
Kitchen team - Bhagya Roy
Spot - Sultan & team
Production Manager- Dhan ( Jitu
Kitchen team - Bhagya Roy
[SOCIAL]
INSTAGRAM: / pran_deep_
Facebook: / prandeeparyan.hazarika
*Special Thanks to
Maa, Deuta, Abhinab Maut,Tanmoy Chekanidhara, Angshuman Borthakur, Sachin Baruah,Biren khaklari, Raagdeep Chetia, Jumon Bora, Meer Deep, Parthajit Hira, Chandeep Hazarika, Chandan Baruah ,Akash Saikia, Utpal Dutta, Rupankar Baruah, Janam Kashyap, Swagat , Monuj Boraik, Arnab Hazarika, Silpa Hazarika,Suvankar Das, Tushar, Kripal Saikia,Ankur Saikia Akshya Pritom, Pranab Jyoti Hazarika
ধন্যবাদ সকলোকে🙏🏼 Видеоклипы
বিগত বছৰকেইটাত আমাৰ গীতবোৰক আপোনালোকে দিয়া মৰম আদৰকেই সাৰথি কৰি এইবাৰ আগবঢ়াই দিলো "যুদ্ধ মৰমৰ" ! এয়া মোৰ জন্মদিনটোত আপোনালোকলৈ বুলি আপোনালোকে দিয়া মৰম আশীৰ্বাদবোৰৰ বিপৰীতে এক সামান্য প্ৰতি-উপহাৰ ! আশাকৰো নিজৰ ভাবি আদৰিব !! 🙏🙏🙏
সুন্দৰ হৈছে দেই। জন্ম দিনৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ।
Happy birthday prandeep da❤🎉
Happy birthday
ধুনীয়া ❤
Prandeep da babe ata like ❤
আপোনাৰ কণ্ঠ আৰু music ইমান ধুনীয়া হৈছে কি কম আও 😍
গীতটো মই play কৰোতে মা পাকঘৰৰ পৰা কাম এৰি আহি দুবাৰ মান একেৰাহে শুনিলে 🎉
মায়ে আশীৰ্বাদ দিছে আপোনাৰ ভৱিষ্যত উজ্জ্বল হোৱাৰ❤
LOT'S OF LOVE FROM NAGAON❤
😊02❤😂😊
🎉😊😊j6
ভাল হৈছে ❤😊
If h
H7o
Aru lage neykua upohar amak Dada ...Keep it up
BRO Maina odisha se .... Aasam ki song sunne me acha lagta hai ❤👏👏
ছয়গাঁওৰ ছোৱালী চুপতি নলবি চেনী পুঠি মাছ 😯❤ ছয়গাঁওৰ পৰা মৰম যাছিলো। ❤️🔥
Chhaygaon Boko nki bakuli
@@neelkumar3921hoi
🫶
"যুদ্ধ হব মৰমৰ , যুদ্ধ হব যৌৱনৰ" লাইন কেইটা বেষ্ট❤
যুদ্ধ হ'ব তোমাৰে মোৰে যুদ্ধ হ'ব বিয়াতে
Nasi nasi ahi nasoni pokhila 😊😊😊 line tu best ❤❤❤
@@AssamWrittenexam😂😂
Ummm rate judho hubo
Jun Jun prandeep dar big fan like aeta Kori dokhuwaidiok
আপোনাৰ প্ৰত্যেকটো গীতেই বহুত প্ৰিয় ❤ from baihata chariali.
Aibar Magh bihut okol juddha a solile . Love from Tinsukia ❤❤❤
Rshdimc😮😊
এইবাৰ মাঘ বিহুৰ পুৰা ধামাকা হ'ব prandip দাদা ।।দাদা কাৰণে সকলোৱে like Aru comments এটা কৰি দিব ধন্যবাদ ।। নামৰূপৰ পৰা মৰম যাছিলো
Vbbnnjn. Bbnnbvvvb😊😊. .
Ne. Mm😮
Very beautiful voice. And keep up the good work !I love you and wish you all the best from Lakhimpur❤❤❤ 1:45
I left the memory for ages, when people come to listen to this song, if someone likes and comments, I will get a notification and I will come to listen to this song again.❤💝💯
Choreography আৰু Direction সঁচাইয়ে লেখত লৱ লগীয়া। সকলোৰে অভিনয় সুন্দৰ। শুভেচ্ছা থাকিল।
প্ৰতি বছৰেই প্ৰাণদ্বীপদাৰ নতুন গীতেৰে প্ৰীতিভোজ আৰু মাঘ বিহুত ধামাকা দিবলৈ ৰৈ থকা হয় 😃 এইবাৰ ফূৰ্তিৰ যুদ্ধ হ’ব 🤩😍 শুভাষা তোমালৈ 🫶🏻
Happy new year 2024
😢😊
❤😂🎉
Mesa k koisa de
❤❤❤ moja 🎉🎉
এনেকুৱা গান শুনিলে মন খন ৰখাবো নোৱাৰি ধুনীয়া লাগিছে নাচ আৰু গান খন prandip দা আপুনি ছুপাৰ হিট
Ortho thoka geet aiburok koi prandeep da always fire 🔥 ♥️
" যুদ্ধ হ'ব মৰমৰ, যুদ্ধ হ'ব যৌৱনৰ ❤ কি কম এই দুটা লাইন ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিম বাৰে বাৰে শুনি থাকিলেও আমনি নালাগে 😊 আশা কৰো প্ৰাণদিপ দাদা পৰা এনেকুৱা গানৰ আৰু !
Hoi neki ❤❤❤❤
@@rahulassam7268tumi pran deep da nhoi 😂
Good morning 🌞🌞🌞
I agree with you
বৰ সুন্দৰ এটি গীত আগবঢ়ালে ❤ প্ৰাণদ্বীপ দাৰ বাবে এটা like 👍
Bohut'val'song❤❤❤❤❤🎉
❤❤❤
Mur dui basar sampurna nuhua suali joniyeu judha he suniba bisare anabarate,lots of love from nagaon
Pran deep dar a😊i gan tu vall lagil❤❤❤❤❤
সুন্দৰ সৈছে। অসমৰ সকলো ৰাইজলৈ কেৰেলাৰ পৰা আগতিয়াকৈ ভোগালী বিহুৰ শুভেচ্ছা থাকিল 🙏
অতি সুন্দৰ হৈছে ভগৱানে আৰু শক্তি দিয়ক আগবাঢ়ি যাবলৈ নতুন বছৰৰ শুৱেছচা জনালোঁ আগন্তুক আহিব লগীয়া নতুন দিন বোৰত আৰু নতুন গান উপহাৰ দিবলৈ ভগবানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ,
Sasake zimn sunileo hepah napaly.. bhut val lagile gaan to suni...❤❤❤
এই বছৰৰ শ্ৰেষ্ঠ বিহু গীত হৈ আছে এতিয়ালৈকে ❤❤❤
❤বহুত ধুনীয়া লাগিলে গানটো ❤ প্ৰাণ দ্বীপ দা আপোনালৈ জন্ম দিনৰ শুভেচ্ছা থাকিল 🧁🎂🍼🍫🍦🎂🎂🎂🎂🎂
❤
বহুত সুন্দৰ হৈছে দেই প্ৰাণ দ্বীপ দা গীত টো🤗 মাঘৰ বিহু পালেহি গীত টো হিলাবলৈ এইবাৰ হে এইবাৰ❤️ ☺️
আপোনাক মাজুলী দেখিবলৈ ভাল লাগিছে❤
Jullllllll❤❤🔥🔥🔥
এইবৰ্ষত ভেলাঘৰ হিলাই দিব পৰা এটি গীত....."যুদ্ধ" জুই এইবাৰ ❤🎉 বৰ আশাৰে ৰৈ আছিলো দে ❤️🔥👌
❤
Ako dal hilabo nuware..ako dal bhal howa nai..ki ortho ase nu gotai..
@@biswavlog1211 ki artho lage gantut.....
😊❤🎉😊😊😊😊😊❤❤❤❤❤🎉🎉🎉🎉🎉😮😮😮😊
❤❤❤❤❤😂😂😂
উৰুকাৰ নিশা অসমৰ চুকে কুনে কেৱল Prandeep Dar যুদ্ধ ❤
Love from Tamulpur district ❤
😂😂😂😂
Sunit Gogoi's lyrics is mind-blowing as always.
Hodai priyo aru hodai priyo hoi thakib apuni❤❤❤pran deep da 🤍👀
আমনি নলগা গান। এশবাৰ শুনিলেও/চালেও আমনি নালাগে। ভিডিঅ' বহুত সুন্দৰ হৈছে।
❤❤❤❤
Tq so😢albumstefacem keep
😊😊@MINIPHUKAN-wi9hh
যুদ্ধই হিলাব এইবাৰ... this line
যুদ্ধ হব.......
হবই যুদ্ধ
❤❤
Moja
যুদ্ধ হʼব মৰমৰে
যুদ্ধ হʼব যৌৱনৰে
যুদ্ধ হʼব তয়া-ময়া
যুদ্ধ হʼব দিয়া লোৱা
❤❤
❤
🫡🫡🫡
বহুত ধুনীয়া লাগিলে গীতটো ❤প্ৰাণ দ্বীপ দা আপোনালৈ ❤জন্ম দিনৰ ❤শুভেচ্ছা থাকিল ❤
Dhunia❤
Omg pran daa❤❤❤❤
I love u Assam from Nepal…. Mine birthplace Assamese people r very good ….. love u all mine Assam family ❤
বুজাবলৈ ভাষাহীন বাদ বাকী জুই ❤🔥
লগতে ওপজা দিনৰ হিয়াভৰা শুভেচ্ছা যাঁচিলো মৰমৰ দাদা 🎂💐
আগুৱাই যাওক তাৰ কামনা কৰিছো 🙏💗
এটা সুন্দৰ গান উপহাৰ দিলে প্ৰানদীপ দাই অসমবাসীক ❤
2:31 best ❤❤❤😊
সকলোৱে মৰম দিব প্ৰাণদ্বীপ দাক ❤ অতি সুন্দৰ দাদা ভাল লাগিল 🎉 এই বাৰ মাঘৰ বিহু 🔥 হবয়েই মানে ❤
এনেকুৱা এটা গীত যিটো দিনত ৫ বাৰ বজাও,,সঁচাকৈ দাদা আপোনাৰ কণ্ঠত যাদু আছে,,এনেকৈ জীৱনটো যুদ্ধ কৰক এদিন সফল হবই দাদা❤❤❤
❤0
❤❤❤😂😂😂
Hoi de moiu bojao
❤😂
Vl gan hoi se de doste❤
Nic song pren deep da
দেৰিকেই হ'লেও আপোনালৈ এটা মৰমৰ comment আৰু আগবাঢ়ি যোৱা
অসমীয়া সংস্কৃতিৰ বহুকেইটা সংমিশ্ৰণে গান টো অতি সুন্দৰ কৰিছে। Go ahead Prandeep
পাগুৰি মৰা বায়নজন প্ৰাণদ্বীপ দা নহয়নে❤❤
My Favourite song ❤❤❤
আপোনাৰ গানটো বহুত ভাল লাগিচে ❤❤❤❤
কি কম ককাই....…সঁচাই সাংঘাটিক হৈছে....🔥♥️
Mmmm😊😊
Lead actress goraki ❣️...
প্ৰথম দেখিছোঁ, ultimate acting, expression।।। উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ।
বাকী prandeep তুমিটো ভাই unique concept r জনক ।।। ❤
Prandeep daa mojja song love from bania para❤❤❤❤❤❤❤🎉🎉🎉🎉🎉🎉❤❤
Xundor💥❤
Good morning 🌅 ... Ratipwai ratipwai gaan tu huni mon 2.bhl lgi gol kokai ❤❤❤
প্ৰাণদীপৰ গানবোৰ ভাল লাগে ❤। নৃত্য নিৰ্দেশনা খুবেই ধুনীয়া হৈছে। বহুত বহুত মৰম❤
Mjja mjja hyc ❤😇 last khini aru dhuniya 😂
Moi ai 2 ai kom j just looking like wow 😍😍
😅😅😅😅😂😂😂😂😂😂😂😂
বৰ আশাৰে ৰৈ আছিলো ককাই আপোনাৰ এই গীতটোৰ বাবে🥰 সুন্দৰ হৈছে👌👌
👍👏
বঢ়িয়া প্ৰাণ দা...lyrics সুৰ কণ্ঠ music perfect... গীতটি হিচাপত video কৰিঅগ্ৰাফী আৰু অলপ উন্নত কৰাৰ থল আছিল...আৰু ভাল লগিল হৈ... একো নাই লাগি থাকক❤❤❤
Gan tu huni bohut vl lagil prandeep da 😊😊😍😍😍
Dhuniya lagisa ❤❤
অতি আগ্ৰহেৰে ৰৈ আছিলো গানটোৰ বাবে ।
প্ৰণদ্বীপ দা ১+১=২ প্ৰণদ্বীপ দা🔥
২০২৪ সমগ্ৰ অসমতে যুদ্ধ মৰমৰে ❤ কপি উঠিব।
আগতীয়াকৈ ইংৰাজী নৱবৰ্ষৰ বহু বহু শুভেচ্ছা জ্ঞাপন কৰিছো সকলোকে।❤🎉
🔥👍
আগন্তুক ইংৰাজী নৱ বৰ্ষৰ শুভেচ্ছাৰ লগতে গীতটিলৈ ও বহুত বহুত মৰম ককাই । ❤️❤️❤️
একড্ম জুই হৈছে । 🔥🔥🔥
I'm not Assamese people, but I love Assamese song , i understand Assamese song 60%
Hsai bhut vl lagil❤❤❤❤❤❤
Bor hundor hoise git to pran Deep da... moja moja jui 👌👌👌❤️❤️❤️💞💞💞💞💕💕💕🔥🔥🔥🔥🎵🎵🎵
যুদ্ধ হ'ব মৰমৰ, যুদ্ধ হ'ব যৌৱনৰে ....uff line keita💖bhut bar xunilu.🫰
গীতটিৰ মিউজিক আৰু গায়কৰ কণ্ঠক শলাগ জনাইছো।বাৰে বাৰে শুনিও হেপাহ নপলায়।
Love From Koraput, Odisha ❤❤❤❤❤
বাঃ বাঃ ইমান ধুনীয়া গান
কিযে মজা লাগিব
এইবাৰ
মাঘ বিহু ভেলাঘৰত ফালি দিম❤
প্ৰাণদ্বীপ দাৰ লগতে সমূহ অসমবাসীক ইংৰাজী নৱবৰ্ষৰ লগতে আগন্তুক ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলো❤❤
কি যে ভাল লাগিল, কবই নোৱাৰোঁ,,,,, নতুন নতুন উপহাৰ দি থাকিব এনেদৰে। এনেকুৱা যুদ্ধ হলে প্ৰেমৰ আমেজ থাকি যায় নহয় নে কি কয় ৰাইজ/প্ৰেমাকলুৱা সকল ???????? ❤
চেত
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤😊😊😊😊😊😊😊😊😊😊😊😊
Bal
@@kamalkalita8225 sau kimn dangr hoise dhan2?
@@LiliNath-fx9mr apunar neki? Gojise jod ubhali niok parlart ahi 🤭
JAI SHREE RAM 🙏 to all Assamese people
JAI SANKARDEV 🙏
JOI AI AKHOM🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🕉🕉🕉🕉🕉🕉🕉🕉🕉🕉🕉🕉🕉
Jar Pran Deep da favourite hoi like ata koribo😊
সঁচাকৈ মাঘত নাচিবলৈ ৰৈ আছো❤বহুত বহুত ভাল লাগিছে গানটে❤প্রতি বছৰৰ দৰে এইবাৰ বিহু প্রানদীপ দা জিন্দাবাদ❤
এনেকুৱা বিহু শুনিবলৈ পালে আৰু কি লাগে, কন্ঠ সুন্দৰ, শব্দ সুন্দৰ, সুৰ সুন্দৰ, সকলো ফালেই উন্নত। আৰু লাগে দেই, কলা কুশলী সকললৈ বহুত বহুত মৰম আৰু শুভেচ্ছা জনালোঁ।
এইবোৰ বিহু গীত বুলি নকয় বিহু সুৰিয়া গান হে হয়
@@lux1888 আচলতে মই বেলেগ এটা বিহু গীতত হে comment কৰিছিলো, মই নিজেই আচৰিত কেনেকৈ সেইটো ইয়াত add হ'ল
Semim🎉😊
Superhit song ❤
এইবাৰ মাঘ বিহুত যুদ্ধ❤ সকলোতে 😍
Bahut bahut val lagin prandeep da. .gan to val lagil .kiba ata feeling s palow .🎉🎉
Nice song beautiful pran deep da❤
Vhal lagil❤❤❤❤❤❤❤
খোলৰ শব্দটো কাণত সুকীয়াকৈ বাজিছে 💕
নাচি নাচি আহি নাচনী পখিলা 🥰
হাঁহি হাঁহি খালী বুকুৰে কলিজা ❤️
Usually I don't listen Assamese song except zubeen da,s song but this one is unique😊😊😊
Dhunia song ❤ 🥰🥰
Pran Deep da song moi bohut vall pau aei2 song hosakoi bohut vall lagise যুদ্ধ হ,ব মৰমৰে যুদ্ধ হ, ব jubonare ভাওনা লাইন কেইটা সঁচাকৈ আকৰ্ষণীয় কৰিছে কোনে কোনে pranDeep da 2024 new song2 vall lagise like ata Kori diya❤❤❤❤
এইবাৰ বিহুৱানে পাত্তাই পোৱা নাই💯
যুদ্ধ on Fire❤🔥🤩💥
"হাঁহি হাঁহি খালি মোৰে কলিজা উফফ"।। - এই শাৰী lyric শুনিলে আজিও মোৰ মন অতীতলৈ ঢাপলি মেলে । উফ... কি সু-মধুৰ আছিল দিনবোৰ।
Prandeep dadak kuna val poua ata like kori jaba❤❤❤😊😊😊😊😊
Outstanding, বাকী একোৱই নকওঁ , এই বছৰৰ সকলতকৈ ওপৰত থাকিব.... thanks ❤
''যুদ্ধ হব মৰমৰে''সেইকন uff 🎉❤❤❤
This is my saknd most favourite song ❤❤❤❤❤
সুন্দৰ দাদা,,ইমান ধুনীয়া গান এটি আপোনাৰ কণ্ঠত শুনিব পাই বহুত ভাল লাগিল❤,,দাদা মই ও গান গাই খুব ভাল পাওঁ,, আশা ৰাখিলোঁ আশীৰ্বাদ কৰিব আপুনি আৰু যিমান জনে মোৰ comment টো পঢ়ে সকলোৱে আগুৱাই যোৱাত মৰম উদ্দীপনা জগাই যেন🙏ধন্যবাদ
যুধ হব মৰমৰে যুধ হব যৌৱনৰ যুধ হব তয়াময়া যুধ হব দিয়া লোৱা❤❤
মোগলক ১৭ কটা অসম দেশত কিহৰ এইবোৰ ফকতীয়া মৰমৰ যুদ্ধ
🤮🤮🤮😡 😡😡
I am form banglore but I love assamese song ❤
Mojja
বিহু আহিল 💚
প্ৰাণদ্বীপ ও আহিল❤️❤️❤️
Mottu appi joni emn dhuniake nasise❤😘
I my gd pran daaa uffff you r legend❤ moi apunar karne Mori jaam❤😍😍😍😍😘😘😘😘