Deuka meli dilu | Tarali Sarma | Windsongs | Assamese Modern Song
HTML-код
- Опубликовано: 21 июл 2023
- Presented By #WINDSONGS
ALBUM-DEUKA
SONG-DEUKA MELI DILU
WYNK- wynk.in/u/RUrddyMIm
JIOSAAVAN- www.jiosaavn.com/album/deuka-...
SPOTIFY- open.spotify.com/track/3Wt60a...
APPLE MUSIC - / deuka-meli-dilu-single
We all carry little stories of love in our hearts. Stories that we have lived. Stories that make us believe in love. Stories that make us live life. Deuka Meli Dilu is a beautiful story of little emotions of love. It is a song of love that gives wings to hopes and dreams...
To love and to be loved back in return is perhaps the most emotionally satisfying thing in the universe.
AUDIO CREDITS
SINGER-COMPOSER- TARALI SARMA
LYRICS-GAUTAM SARMA
MUSIC ARRANGEMENT- PAWAN RASAILY
SITAR-SUBHANKAR HAZARIKA
DRUMS-JINTU BORDOLOI
MIXED AND MASTERED BY-JINTU BORDOLOI
RECORDING ASST-RIPUNJAY SARMAH
VIDEO CREDITS
VIDEO DIRECTOR- DIGANT GAUTAM
EXECUTIVE PRODUCER-STORY PEOPLE
CAST-
SRISHTI SHARMA
RITURAJ GOGOI
KUNAL MECH
TEJANSHI DIHINGIA
TARALI SARMA
HIMANSHI SHARMA
JHUNAKANGKAN BHUYAN
SUMON CHOUDHURY
DOP-DEBJIT SAMANTA
EDITOR-SANDIP DAS
ASSOCIATE DIRECTOR - PRINCE PRASAD
CASTING DIRECTOR- RONALD HUSSAIN
MAKE UP ARTIST-
NITUL THENGAL(Video)
PRANJAL PRATIM KASHYAP(Stills for posters)
POSTER STILLS- ANUP BARUA
CALLIGRAPHY- ANUP DUTTA
POSTER DESIGN-
OM PRAKASH UPADHYAY
SAGARIKA B RIKU
ACKNOWLEDGEMENT- BISWAJIT DAS
LYRICS
(১)
ডেউকা মেলি উৰে
সাঁচি ৰখা বহু কথা
নিজান বিজু গহন বনতে মোৰ বাকো এপিয়লা
সেউজীয়া সুধা
সাগৰে খেলা বাখৰে অঁকা চকুতে
নীলিমাৰ আঁৰে আঁৰে জুমি
বিজুলীয়ে পোখা মেলে দেহি
আকলুৱা ডেউকা জোকাৰি কোবায়
তুমি শুনা কি নুশুনা
তুমি দেখা কি নেদেখা
লহৰে কোবোৱা মালিতা
তুমি বুজা কি নুবুজা
তুমি লিখা কি নিলিখা
মৰমে গৰকা কবিতা
ডেউকা মেলি দিলোঁ
মনৰ ডেউকা মেলি দিলোঁ
(২)
ৰাশি ৰাশি সৌ উর্মিমালা থুপি তৰা নীহাৰিকাত
আঁকি আঁকি সৌ বর্ণমালা
জুপিতৰা মন বলাকাত
ইলুটি সিলুটি ঘুমতি
ইকাটি সিকাটি নিশাটি
ডেউকাত সুৰৰ সোপান
তুমি শুনা কি নুশুনা
তুমি দেখা কি নেদেখা
লহৰে কোবোৱা মালিতা
তুমি বুজা কি নুবুজা
তুমি লিখা কি নিলিখা মৰমে গৰকা কবিতা
(৩)
আধাফুলা কথাৰ পকীয়নিত বুকুখনি হয় নদী
আধা অঁকা ছবিৰ ৰং-তুলিকা
বালিমাহী হয় যদি কিনো দিলোঁ নাজানো
কিনো পালোঁ নুবুজে সৰাপাতৰ দলিচা
তুমি শুনা কি নুশুনা
তুমি দেখা কি নেদেখা
লহৰে কোবোৱা মালিতা
তুমি বুজা কি নুবুজা
তুমি লিখা কি নিলিখা
মৰমে গৰকা কবিতা
ডেউকা মেলি দিলোঁ
মনৰ ডেউকা মেলি দিলো
#deuka #taralisarma #gautamsarmah #windsongs #pawanrasaily #jintubordoloi
#dreamsstudio #deukamelidilu
#storypeople #digantgautam
Follow Tarali Sarma,
on Facebook:
/ taralisarma
on Twitter:
/ taralisarma
on Instagram
/ taralisarma
For Live Shows:
taralisarma@gmail.com
7002200609
© All rights are reserved to Windsongs,Tarali Sarma
[Any kind of unpermitted downloading, uploading, copying or cropping of the videos will be liable under section 51 of the Indian Copyright Act.] Развлечения
তৰালী শৰ্মা, এই বিশেষ নামটোৱেই যিকোনো শব্দৰে গঠিত গান নিৰ্বাচন নকৰে , তেখেতৰ কন্ঠৰে নিগৰিত প্ৰতিটো শব্দ বিশেষ । তেখেত সেয়ে সদায় অদ্বিতীয়। গান শুনি ভাল পোৱা , নিজক গানৰ পৃথিৱীত বিলীন কৰিব হলে সদায় তৰালী শৰ্মা।
মোৰ অতিকৈ প্ৰিয়... সন্ধিয়াৰ আকাঁশৰ সেই সন্ধাতৰাটিৰ দৰেই যুগ যুগ জ্বিলিকি থাঁকক সংগীতৰ জগতত ✨✨ ✨ সদায় ভাল হৈ থাঁকক...❤সুখী হৈ থাঁকক...❤
এইবোৰ হে মনৰ মাজত ৰাখিবলৈ পৰা গান । হেজাৰ শুনি থাকিলেও হেঁপাহ নোপোলায়। অপূৰ্ব কণ্ঠৎ❤❤❤
অপূৰ্ব কণ্ঠ ❤️
তৰালী শৰ্মা সদায় আমাৰ হৃদয়ত আছে 💐
Immediate meet
তুমি শুনা কি নুশুনা,
তুমি দেখা কি নেদেখা,
লহৰে কোবোৱা মালিতা৷৷
তুমি বুজা কি নুবুজা,
তুমি লিখা কি নিলিখা,
মৰমে গৰকা কবিতা৷৷
ডেউকা মেলি দিলোঁ....
মনৰ ডেউকা
মেলি দিলোঁ 🕊️🕊️🕊️❤️
May almighty God bless you Tarali ba. ❤️✨
2:00
ভাল লগা লাইনকেইটা ❣️❣️
ডেউকা মেলি উৰি যাবলৈ মন য'ত এখন মুক্ত আকাশ আৰু সেউজীয়া প্ৰকৃতিৰ লগতে অযুত ভালপোৱাৰ ঠিকনা বিচাৰি।❤
বাইদেউ আপোনাৰ গান শুনিলে বেলেগ এখন পৃথিৱীত ঘূৰি ফুৰা যেন লাগে, গীতৰ অনুভৱবোৰ হৃদয়ৰ হতে একাত্ম হৈ পৰে❤ ভালে থাকক আপুনি💞
Wou, নতুন singer শিকিলক এখেতৰ পৰা
Eman dhuniya .. videography tur kunu superb
খুব সুন্দৰ গীত।গৌতম শৰ্মা দাদাৰ সৃষ্টি সদায়েই অনন্য।আৰু সেই সৃষ্টি প্ৰাণ পাই উঠিছে তৰালি শৰ্মাৰ কণ্ঠত।
কলিয়াবৰীয়া হিচাপে আজি আকৌ এবাৰ গৌৰৱবোধ কৰিছো। সেই সুযোগকণ দিয়াৰ বাবে ধন্যবাদ মেম। মৰম বোৰ এনেকৈয়ে বিলাই যাওঁক। আশাৰে...
Antor sui juwa eti git 🤗 thank you so much ba🙏💓
শব্দ আৰু সুৰৰ যাদু❤ডেউকা মেলি উৰি গলো এৰি অহা দিনলৈ।
*আহিবা তুমি দুপৰ নিশা, এই গান তোৰ পৰাই যেন তৰালী বাইদেউ* *গানৰ প্ৰেমত পৰিছিলোঁ। প্ৰতিটো গানেই প্রিয়।*
*◆ধেমাজিৰ পৰা বহু মৰম যাছিলোঁ।*
*অমৰ* ❤️
কবিতা কবিতা লগা বা জনীৰ কবিতা কবিতা লগা এটি সুন্দৰ গীত৷ আপুনি সদায় প্ৰিয়❤
তৰালী বাৰ কণ্ঠয়ে আত্মাত, মনত ডেউকা দিয়ে ♥️
সেই ডেউকা তুমি দেখা বা নেদেখা...
Val loga mn sui jowa geet❤
You are my favorite One Tarali ba,,,, apunar Xur hodai Zipaal hoi thakok anekoi a, gan Tu khub val lagil huni❤❤❤❤
Gaantu huni mon magaju hokolu jur porigol😌.......... Kimn val lage apunar gaanbur huni heiya aprakakhita😍😍😍😍❤💐
Awesome 👌 👏 👍 😍 💖
তৰালী বা আপোনাৰ গীতৰ সুৰ আৰু কথা সদায় হৃদয়স্পৰ্শী।❤❤
One of the best composition of classical music by tarali. Heart touching❤❤❤❤
Apunar voice,,,,,😢woaao❤ lov u baa bohut vxiiiiii❣️❣️❣️
Ga mon jur pori gol geet tu huni♥️♥️♥️🥰
Apunar protitu geet a priyo ba..❤❤❤❤❤
Gaan tu open koriei hunar agote like....torali baa♥️
Tarali sarmar geet aru srishti Sharma r abhinoy e ki ek sundor jugalbondi rosise. Thank you both of you for entertain us
ডেউকা মেলি দিলোঁ
মনৰ ডেউকা
মেলি দিলোঁ...🕊️❤
অপেক্ষাৰ সোৱাদ যে মৌ-মিঠা এইয়াই প্ৰমান বা❤❤❤
Hundor 👍👍👍
Ki km ru tarali ba ❤❤ tumar ai kanthat ki j jadu ase nhy ❤❤❤❤bhhht xundar❤❤
Bohut bhal lagise
মন ভৰা অনুভৱ
শুনি খুব ভাল লাগিল তৰালী বা........আপোনাৰ প্ৰতিটো গানতে সুকীয়া অনুভূতিৰ মাদকতা বিচাৰি পোৱা যায়। গীতৰ শব্দ শৈলী খুব ধুনীয়া।
অপূৰ্ব....। ইমান ধুনীয়া।
বহুত ধুনীয়া সুৰ। শান্ত সমাহিত .... নেপথ্যত চিতাৰৰ সুৰটো ধুনীয়া ।
Nice song bohut val lagsa ba.. 😊
Khub xundor hoise ba.......aneu apuni apun aru hukia..kot nu ganor madokota bur nuhua hb...thakib morom vlpua aru brahi jbo ..mathu apuni amak di jaouk apunar gyanor bot gosjupar sah...aru ami joton lom.....
You are❤
Love you Baaa.. আগলৈ আৰু এনে উপহাৰ পাই থাকিম বুলি আশা ৰাখিলো।❤
Hodai val lage aru hodai val lagi thakibo apuni aru apunar gaan bur .
আজিও মনত পৰে সেই কথাখিনি লৈ যে আপোনাৰ গীত ১০০ জনৰ ভিতৰত মাত্ৰ ১০ জনেই হে শুনে আৰু যি ১০ জনে শুনে সদায় শুনিয়েই থাকে...এই আপোনাৰ গানৰ নিচাৰ পৰা কোনোদিন বিৰত নহয়....সঁচাকৈ তৰালী বাইদেউৰ গীত যি এটা বিশেষ মাদকতা পোৱা যায় সেই মাদকতা বেলগ কোনেও দিব নোৱাৰে... ❤
বহু দিনৰ পিছত আকৌ এটি উপহাৰ ❤️❤️
যিমানে বয়স বাঢ়ি গৈছে তৰালী বা ৰ গান বোৰ আৰু বেছি ভালগা হৈ পৰিছে...💕 কিযে সুমধুৰ , শান্তিৰ সুৰ !
অতি মনোমোহা হৈছে তৰালী বা। বহু মৰম আৰু শ্ৰদ্ধা যাঁচিছো - পবিত্র, নগাঁও।
খুউব সুন্দৰ , মন চুইযোৱা ভাল লাগিল
হৃদয় জুৰুৱা এটি গীতব ।
অতি সুন্দৰ
Vogobanor oissorik daan apuni.....apunar protitu ganei mur noom hihorai..
আপোনাৰ সৰস্বতী কণ্ঠই সদায়ে পুলকিত কৰে৷ ধন্যবাদ তৰালি বা
Ufff Apurba kontho.Bohut besi val lagil ❤❤❤❤❤❤. Ji holeu video r last t val lagil 💙💙💙
Bohut val lage o apunar voice to
Congratulations to team. Superb job by Director Digant
Montu beya lagile apunar kthake monle ahe tarali sarma ase nhi gan eta Huni lou ei ktha2 mnle ahe aru besi boholai nkou..❤❤❤❤ love you....❤❤
Hosake Tarali Sarma gaane mon chui jai
বৰ ভাল লাগিল বাইদেউ।
ডেউকা মেলি উৰে সাঁচি ৰখা বহু কথা !🙌
তৰালী বা 💕
Xuni hepah nopolai Tarali bar gaan bur❤❤
Uufff Baa,Mon bhori gol❤️
বিৰাট ধুনীয়া হৈছে গানটো বা ❤️❤️
কথা আৰু সুৰ অপুৰ্ব৷অন্তৰ চুই গল৷
বা সঁচাকৈ বহুত বহুত ভাল লাগিল গান তু শুনি আৰু যাতে এনেকুৱা ভাল ভাল গান দি যোৱা যাতে বাৰু সঁচা কে কিবা মনটো ভাল লাগি গল❤️❤️
হৃদয়স্পৰ্শী এটি গান
তৰালী বাৰ গান সদায় প্ৰিয় ❤
অন্তৰ চুই গ`ল।
❤❤❤❤mur priyo Assamese singer Tarali baa❤apunar hur background music uffff mon tut kiba hanti di jai🤗
ডেউকা মানেই এক অনামী আৱেগ..বহুবাৰ শুনিলো তৰালি বা ।।
হৃদয় চুই যোৱা এটি কণমানি কাহিনী তৰালীৰ বাইদেউৰ কণ্ঠত। সঁচাকৈ আন এখন পৃথিৱীলৈ লৈ গ'ল আপুনি বা।❤
অপূৰ্ব কণ্ঠ 💕
তৰালী বা সদায় ভালে থাকা❤️
বা আপোনাৰ গীত সমূহলৈ আমি বোৰ সদায় অপেক্ষাৰত ।। ভাল লগা ❤❤❤
যাৰ গীতৰ কথাৰে সকলোকে মুগ্ধ কৰিৱ পাৰে...
Bahut dhuniya ❤
চেতাৰৰ মাতটি ❤❤ সুন্দৰ সংমিশ্রণ
অতি সুন্দৰ হৈছে তৰালী বা , হৃদয়স্পৰ্শী গান 🎶🎶🎶💞।
Aponar geet realese hoaloi bat sai thako. Ajio sei ekei sur pai khub bhal palo.
কিবা দুখ লাগিল গ'ল, কি যে সুৰ কি যে শব্দ, তৰালি শৰ্মা❤❤❤
বাৰ বাৰ শুনিছোঁ কিমান বাৰ শুনিছোঁ আৰু যে কিমান বাৰ শুনিম❤❤
Congratulations dear Digant for sharing a very beautiful and melodious Assamese song.
Sai aaso. Val lage aaponar gaan.
কি সুন্দৰ কণ্ঠ আপোনাৰ সচাকৈ বহুত ধুনীয়া ❤❤
তৰালী শৰ্মা বাইদেউ গান বোৰ সদাই নতুনত্ব তেওঁ আৰু তেওঁৰ গানবোৰ সদাই প্ৰিয় ❤❤❤❤
আপোনাক ভগৱানে মংগল কৰক ♥️
অতি সুন্দৰ। শুনি আপ্লুত হলো 🙏।
মন মগজু চুই যোৱা গান ...... কণ্ঠ
উফফফফ কি অপূৰ্ব ....মিঠা....
তৰালীৰ কন্ঠই সুকীয়া ❤❤
সুন্দৰ বা💖
আপোনাৰ কণ্ঠত কি যাদু আছে তৰালী বা❤ ইমান সুন্দৰ কণ্ঠ বা❤আপুনি সদায়ে প্ৰিয় ❤ ভালে থাকক বা😊❤☺
আপোনাৰ গান মোৰ খুবেই প্ৰিয়। যাদু আছে কণ্ঠত❤
Xuni bht bht vl lgse😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊
মনৰ কিছু মিঠা ভাৱনা বৰ সুন্দৰ 💐👌❤️
শুনি বহুত ভাল লাগিছে ।তাতে আমাৰ মৰম চুমুটোক দেখি, সুন্দৰ, অতি সুন্দৰ, আগুৱাই যোৱা ভগৱানে সহায় কৰিব।
বহুত ধুনীয়া গান
তৰালিবাক এবাৰ লগ পাবলৈ খুব মন যায় সচাকৈ কিবা এটা ভাল লাগে
💕 সুন্দৰ গীত আৰু সুন্দৰ ঊপস্হাপন
Baa... Hosakoi Bahut dhuniya hoise...as always....keep shining
বৰ সুন্দৰ,অপূৰ্ব। গীতৰ কথা,দৃশ্য, সুৰ সবাংগীন ধুনীয়া হৈছে তৰালী বা।আন্তৰিক অভিনন্দন জনালোঁ 🙏💐🎉❤️💕💚
সুন্দৰ কথা , সংগীত ও কন্ঠ,বৰ ভাল লাগিলে👌
তৰালী বাৰ গীত সদায় প্ৰিয়💞
অসমৰ প্ৰিয় আজীৱন প্ৰিয় ফিমেল কন্ঠশিল্পী গৰাকীৰ প্ৰতিটো গান মোৰ বাবে এখন প্ৰিয় কিতাপৰ দৰে প্ৰিয় কবিতাৰ দৰে ৷ কিতাপৰ মাজত লুকুৱাই ৰখা প্ৰেমৰ কবিতা ৰ দৰে চিঠিৰ দৰে ৷ ❤️
What a supercalifragilisticexpialidocious voice you have mam. We are honoured....
সুন্দৰ তৰালী বা ❤
আপোনাৰ কন্ঠত যাদু আছে 🥰
আপোনাৰ প্ৰতিটো গীত মোৰ প্ৰিয় ❤
Gaan tut xuriya hobo lagsil...😊
@@jagadishdas9546 ki etia xuriya jen loga nai neki?
One of My Favourite Lady Singer ❤❤❤