Ganor din . . . - Diganta Bharati
HTML-код
- Опубликовано: 8 фев 2020
- ◆Vocals◆
Sudeep Ranjan Medhi
Rajashree Saikia
Deeplina Deka
Babonn Bornil
Barsha Borah
Bidyut Bikash
Arundhati Bhanu Priya
Akhil Bhoirob
Rajib Nath
Denish Sahariah
Vicky Kalita
Medely Designed by Palash Surya Gogoi
Music By - Harjeet Das, Denish, Palash Surjya Gogoi, Anupam Konwar.
Mixed & Mastered by - Pinku Das @ RedAv Studio.
জুবিন দা , তোমাৰ বাবেই মোৰ অন্তৰৰ পৃথিৱীখন ইমান ধুনীয়া বুলি অনুভৱ কৰোঁ । আপোনাৰ গানৰ বাহিৰে মোৰ জীৱনত এনে কোনো বস্তু নাই যাৰ জৰিয়তে মই নিজক মোৰ চাৰিওকাষৰ নিৰিবিলি সুন্দৰ্য অনুভৱ কৰিব পাৰো। ধন্য মোৰ জীৱন যিয়ে তোমাৰ গানৰ শৈশৱ, কৈশোৰ আৰু এতিয়া প্ৰাপ্তবয়স্ক পাৰ কৰি আছে।
Sh
Ena ako
@@Made_of_Stardust. 😄😄😄😄😄😄
right 👍
Huni hepa nopolai
বাৰে বাৰে শুনিও হেঁপাহ পলোৱা নাই | সকলোৱে খুব সুন্দৰ ভাৱে সহযোগ কৰিছে | 💞💞
Bohut bhal lage
আটাইকেইজন শিল্পীৰ সুন্দৰ কণ্ঠ ।।সকলো যেন আগবাহি যাই।।।আপোনালোকে আমাৰ গৌৰৱ 🙏🏼🙏🏼
Kune kune 2024 t hunisa like kora
09-04-2024
Me
16.4.2024
❤
01-05-2024
Thankyou for loving our attempt. It was a tribute to our Guruji Diganta Bharati sir and heart throb Zubeen Da. We are overwhelmed 🎶❤️
I have enjoyed this song so many times and is really awesome,incredible. Thank you 🙏🙏🙏❤️
Vicky da hoxai mrom loga apnar voice tu 😍❤️♥️😍😍❤️💐🥰💐
U are also awesome bro🤘
Aaa
@@mitshandicrafts9767 a
নেচাও তোমাক এবাৰো🙏❤️❤️ওফ হ্নদয় চূই থৈ গল।।।কুটি কুটি বাৰ শুনিলেও চাগে হেপাহ নপলাব❤️❤️❤️
ধন্যবাদ🙏❤️
“তোমাক দেখা পালে সপোন জাগি উঠে" ...this line ...wow❤️
জুবিন দা আমাৰ অসমীয়া জাতিৰ ভগৱান ❤️ zubeen da চিৰোজীৱন অসমবাসীৰ হৃদয়ত থাকিব ❤️❤️❣️
Amar Axomiyar bhogowan Shri Krishno ba Vishnu bhogowan hoi
নতুন প্ৰজন্ম শিল্পী সকলোলৈকে ধন্যবাদ জনালো জুবিন দাৰ পুৰণি অসমীয়া গীত বোৰ ইমান সুন্দৰকৈ সজাই তোলা বাবে ❤️ আগলৈ ও আশা ৰাখিলোঁ।
জুবিন দাৰ এনেবোৰ লোকগীত আৰু নোলাব চাগে! শুনকচোন ruclips.net/video/FDylZMVMEc4/видео.html
@@zgcollection7534 val lagil gan2
Hosakoi gantu huni bhut val lagil
ruclips.net/video/LEFtwl1NS1U/видео.html
Channel tu subscribe korok
আচলতে দিগন্ত ভাৰতীৰ হে গীত,জুবিনে গাইছেহে।
পলমকৈ হলেও আটাইকেইজন নৱ প্রজন্ম শিল্পী লৈ বহুত বহুত ধন্যবাদ থাকিল.. ইমান ধুনীয়া হৈছে কবলৈ ভাষা নাই।অন্তৰৰ পৰা কৈছো আপোনালোকৰ বাবেই আমাৰ পৃথিৱীখন ক'ৰ বাত নহয় ক'ৰ বাত ধুনীয়া হৈ আছে।❤❤
Val lagise bohot kunto . So very nice
Hoi naki
Thank you❤ 🙏
Nioe
@@digantabharati7368 sir Aapunar number tu Pam neki, moiyo 12ta man gan likhi ready korisu seihe aapunr help khubei proyujon,,,,
কিমান বাৰ যে শুনিছোঁ হিচাপ নাই ।ইমান সুন্দৰ কণ্ঠ শুনি থাকিলেও হেঁপাহ নপলাই। ❤️❤️❤️
When she says " বিচাৰিছো কাষৰতে তোমাক সদায় এ " ❤️❤️❤️
বাৰে বাৰে শুনিও হেঁপাহ নপলাই।আমাৰ প্ৰজন্মৰ আটাইতকৈ ভাল লগা গীতিকাৰ দিগন্ত ভাৰতীৰ প্ৰতিটো গীতেই প্ৰিয়।
জুবিন দাৰ এনেবোৰ লোকগীত আৰু নোলাব চাগে! শুনকচোন ruclips.net/video/FDylZMVMEc4/видео.html
@@zgcollection7534 নিশ্চয়।
মোৰ গীত বোৰ চাব পাৰে
প্ৰতিজনে ইমান সুন্দৰকৈ যে গাইছে । কিমান বাৰ যে চাইছোঁ এই ভেডিও টো তাৰ হিচাপ নাই । ❤️
derikoi ahiba ahi nakaba :-> xundor voice ❤
I keep listening to this performance only for the 'dheere dheere' part 🥺the lady has a mesmerizing voice❤️
Lllo
L
O
Ll pp
Oo
Lllo
L
Arundhati Bhanupriya She is
কোনো কম নহয় দেই। ইমান সুন্দৰ মেছআপ কেতিয়াও শুনা নাছিলোঁ। 🎼🎼
hklore voice br ake ake dei...wah mojja
মনটো বেয়া লাগিলেই Mushup টো শুনি থাকো ,বহুত ভাল লাগে।
Same
Same
I have listened to the entire song hundred of times still it sounds so refreshing. Awesome composition
I can listen to this song thousands times and still can't get over this...❤️❤️❤️
গোটেই কেইগৰাকী শিল্পী বহুত সুন্দৰকৈ গীত পৰিৱেশন কৰিলে। এতিয়া লৈকে বহুত বাৰ গীত শুনিলো।
বহুত বহুত ভাল লাগিছে।।কবলৈ ভাষা নাই।সকলোৰে কণ্ঠত গান বোৰ শুনি বহুতেই enjoi কৰিলো।❤️❤️❤️❤️😍😍
Bho
সঁচাই ভাল লাগিল হেপাহে নপলালে,আৰু এনেকুৱা সঙ্গীত বনাবছুন মনটো ভাল লগি গল ।thankyou
হাজাৰ বাৰ শুনি অৱশেষত মইও মন্তব্য আগবঢ়ালো .....গানৰ কথা বোৰ আৰু সুৰ বোৰ ..ufff ..শিহৰণ জগাই তোলে ...huming uff
গীতটি বাৰে বাৰে শুনিও হেপাহ নপলাই।। নতুন প্ৰজন্মৰ শিল্পীসকললৈ বুলি এটি এটি লাইক লাগে।। ইমান সুন্দৰ উপস্হাপন ,ইমান সুন্দৰ কণ্ঠ
right....
Lll
সঁচাকৈ কিবা যেন শান্তি পালোঁ গীত তি শুনি কিমান ভাল লাগিছে কবলৈ ভাষা নাই💌📌🌹❤️
Hosai
"Dheere Dheere" wow Girl ❤️
You don't need to learn asameese to listen to this masterpiece. Just feel it..
Dheere dheere uff❤️
Heart touching ❤️
১০০বাৰ শুনিলেও আমনি নালাগে বহুত ভাল লাগে শুনি সকলোৱে বহুত ধুনীয়াকৈ গাইছে ❤️❤️❤️
Really...moiyo bhut bar hunisu bt ki kom jibont bhut gaan hunisu dui tini bar hunar pisot amoni lage bt aito gaan jiman honu aru honibo bor mon jai....🥰👍🙏🙏🙏
Muru ekei
Mojah
Q
বৰ সুন্দৰ Mashup....আৰু জুবিন-দিগন্তৰ এনেকুৱা কেইটামান গীত লাগে। ভাবিবচোন.... এই গীতটোত সংগীত শিল্পীসকল আৰু song construction-সুন্দৰ মিলিছে।
The best tribute in Assamese music industry 🌼❣️
গোটেই গান টোৱেই কিমান যে সুন্দৰ হৈছে , শুনি থাকিও দেখোন হেঁপাহ নপলাই, বিশেষ কৈ দুটা কলি বৰ special পালোঁ ।
১ - বতৰো নহয় চো ন গুমা গুমা, ভালপোৱা কিয় কৰা আধৰুৱা।
২- তোমাক দেখা পালে সপোন জাগি উঠে , বুকুখনি হয় তাজমহল এই কলি টো ৰ সৈতে background music লগত ইমান হৃয়স্পৰ্শী হৈছে কি কম !?!!
ধন্যবাদ দিগন্ত দা ,লগতে ইমান সুন্দৰ কণ্ঠ নিগৰুৱা কণ্ঠ শিল্পী কেইজনলৈ ও ধন্যবাদ জনালোঁ ।।
Thanks 🙏 ❤️
সকলোৰে কণ্ঠত যাদু আছে....অতি সুন্দৰ হৈছে
Excellent
Wyo১৬r7i১৩p0r9
১০yopswaq vm১০
মজা............
Lol
Zubeen Garg +Diganta Bharati
Wow what a combination. Eibur geet huniye dangor hoisu.
তোমাক দেখা পালে সপোন জাগি উঠে বুকু খনি হয় তাজমহল "মন যায়
হৃদয়ত ঠাই দখল কৰা গান।যিটো কোনেওঁ মচিব নোৱাৰে ♥
Very Nice Song All The Best All Of U
শপত ইমান ধুনীয়া Mushup মই আজিলৈকে শুনা নাই 😍😍
🥰🥰🥰🥰❤❤❤ muru video sabo ha❤❤
RIGHT
Moiu ajihe hunisu ooo
It's recorded
Moio
অন্তৰ চুই গৈছে গানটোৱে❤️❤️❤️❤️
Kiman je val lage akho ber hunileu amoni nologa ❤️❤️❤️❤️❤️
a melodious of all songs! Love from Bangladesh❤️🇧🇩🇧🇩
গান শুনিবলৈ মন গ'লেই হ'ল ....অন্তৰ খন চুই যায় ❤🌼
দিগন্ত ভাৰতী আৰু জুবিন গাৰ্গ দুইও জন আমাৰ হিয়াৰ আমঠু! বহুত বহুত ধন্যবাদ আমাক ইমান সুন্দৰ সুন্দৰ গীত উপহাৰ দিয়াৰ বাবে 🙏🙏🙏💐💐💐 আপোনালোক সদায় কুশলে থাকক
যিমান বাৰ চালেও কিন্তু আমনি নালাগে.....হৃদয় চুই গৈছে ❤️
Hoi
মোৰ গীত বোৰ চাব পাৰে
Gu
Yeas
Right bro
ক’বলৈ ভাষা নাই...কিমান যে সুন্দৰ হৈছে.......❤️❤️❤️
নতুন প্ৰজন্মৰ শিল্পীসকললৈ বহুত বহুত ধন্যবাদ জনাইছোঁ..🙏🙏🙏
Suali keitai jetia " botoru nhoi sun guma guma" gai ,tetia maa kosum gaar num khiyari uthei...bht moja line..love u zubeen daa....ai special line 2r karne bare bare gaan 2 khuni thaku khodai...
জুবিন দাৰ ভাল লগা গানবোৰ তাতেই ইমান সুন্দৰ কণ্ঠৰ যাদু,সোণত সুৱগা চৰাইছে.. অতি সুন্দৰ উপস্থাপন,বাৰে বাৰে শুনিও আমনি নলগা ❤️❤️
Zubeen baa gan mol u val. Pow
Nice
বৰ সুন্দৰ
Bohut bar salu ☺ ☺ ☺ ☺ ☺ love you Dada 💞 💞 💞 zg love 😍
The girl who were behind the dark blue boy that girl's voice is sooo ammazing...... Her voice touch my heart 😭❤❤
সমুখত যেতিয়া তোমাক দেখো...... Goosebumps guaranteed... ❤ya all of you ❤
গানটো কিমানবাৰ যে শুনিলো / শুনো হিচাপ নাই ♥️♥️♥️♥️
Ha ha eke vai moiu bobu bar xunisu😊
জুবিনদাৰ কন্ঠতহে সম্ভৱ হৈ উঠিছে এনেবোৰ গীত❤ জয় জুবিন দা
Iiku. ✌️ ❤️🤗
"TUMAK DEKHA PALE HOPUN JAGI UTHEE" This line I like very much❤
That's y our Zubeen da is pride of Assam for a reason 🔥
জয় আই অসম
ধিৰে ধিৰে" গোৱা বা গৰাকিৰ মাতটো বৰ মৰমল'গা অ'♥👌
👍👍👍
𝑨𝒓𝒖𝒏𝒅𝒉𝒂𝒕𝒊 𝑩𝒉𝒂𝒏𝒖𝒑𝒓𝒊𝒚𝒂❤️𝑫𝒆𝒆𝒑𝒍𝒊𝒏𝒂 𝑫𝒆𝒌𝒂 ❤️
Aitu live gua nai heitu mixing voice
@@batmanbatman9204 hmm..tur bapere tat music bojaisile neki.toi gom pali j
@@chowprokhanto8728 sudurvai enei nojonake kio pot potai Aso Jani buji kobi gua gitak hudh heitu live gaise nki
Arundhuti bhanu priya you have a soulful voice❤
Aibilakok koi🔥 stage performance
এতিয়া লৈকে কমেও 20 বাৰৰ ওপৰত শুনিলো ...সময় পালেই অকল এইটো শুনো ..সচাকৈয়ে বহুত সুন্দৰ❤💖
ধন্যবাদ🙏❤️
Assam deserve this type of song.💙
Not like Disco Bhonti , chenimai etc.
Sob emotional gan hole furtti lagile nasibi kuntu ganot?
sador mekhla dhuti churia bihu dress pindhi nasiba kintu...
@@thefunnyintrovert5046 okol bihu ganote kiman nu nasi thakiba... olp oxomiya styl t dui ata disco ..edm..hiphop nhle life colourful hobo janu
@@deepkr2041 jar jeneke nasibo mon jai nasi thakok
@@thefunnyintrovert5046 🤣
Any one posted on the chronology of Zubeen's success as a singer often overlooks the immense contribution of Diganta Bharati the lyricist. Most of Zubeen's instant hits had two things in common...
1. Firstly, Zubeen's gifted ability to compose stupendous tunes with his magical voice.
2. Secondly, the effortless ability of Diganta Bharati to create an absolute utopian world with his excellent writing. The same stands out in each of his creation with amazing consistency. For some reason though this combo has been silent for a long time now.
Hope they are planning something big. On the medley... goes without saying the involvement of all the performers is so distinct while delivering that it almost ensures instant success any ways👌. Love to all involved 💕
Best version
Yes ! Assam wants the combo back !!
❤❤❤
So well written.
Yes bro well
Every time i listened this....my mind goes to heaven,.......lost of love to all of you❤️❤️❤️
সকলোকে ধন্যবাদ জনাইছো জুবিন দাৰ গান বিলাক জীয়াই ৰখাৰ বাবে।
সচাকৈ গানটো এ মন চূই গল।
ধন্যবাদ।।
You Guys have great voice...And one of the best of northeast. Big salute and love from Jairampur(Arunachal Pradesh)❤️❤️❤️
ওওওফ । মাকচম কিমান বাৰ শুনিছোঁ । হচা সকলো দুখ পাহৰা ই দিয়ে । কচম ।।। মন জাই মোৰো মন জাই
20 times above listening this song...ufffsss mind blowing....শুনিয়েই থাকিব মন যায় অ❤🌝😌
ধন্যবাদ🙏❤️
This Assamese mashup music video has a separate fan base... Thank you everyone for this... The way they performed this is just unbelievable.... Respect
This guy will take Assamese into next level.
যেতিয়াই হেদফনত গান শুনো এইটো শুনি কিবা বেলেগ এখন পৃথিবীত পাও নিজকে। সকলোৰে সুৰবোৰ বহুত বহুত মন ভৰি যোৱা 🙏🙏🙏🙏
Mojaa. Lagise❤
Words can't described how beautifully thy all sang...
Pride of Assam...❤️❤️❤️
The girl who sung "Dheere Dheere " line ....ohh goddd....speechless ...
Tair nam arundhati bhanupriya moza gaise
@@musiknation7218 oo puraa
সঁচাকৈ বহুত ধুনীয়া গাইছে দে ছোৱালীজনী।
@@musiknation7218 Bhanupriya baa k moi mor rapido bike ot passenger hisape paisilu... Baar ontor khon o baa r nisina dhuniya
Very true
Always love for deeplina baa n Vicky daa ❤also last ot Gua geet ti khub bhal lagise❤mne endling ekdom borhiya ❤
The legendary Zubeen Garg 🌟
These kind of songs make me proud to be an Assamese❤️❤️❤️ মনৰ বেয়া লগাখিনি ক'ৰবালৈ উৰি গুচি যাইগৈ... অতি সুন্দৰকৈ উপস্থাপন কৰিছে প্ৰত্যেক গৰাকী শিল্পীয়ে ❤️❤️❤️
একেবাৰে ঠিক কথা মনৰ বেয়া বোৰ উৰি গুচি যায়গৈ কেতিয়াবা মন বেয়া লাগি থাকিলে এই ধৰণৰ সুন্দৰ গীতৰ মাজত নিজকে বিলাই দিবলৈ মন যায় সকলোৰে ইমান সুন্দৰ সহযোগ সকলোলৈকে বহুত বহুত মৰম আৰু শুভেচ্ছা থাকিল 💐❤️
@Rajashri Das ঠিকেই কৈছে ।
ইমান সুন্দৰ গাইছে সকলোৱে একবার হলেও শুনো দিনটোত । অতি সুন্দৰ অনুষ্ঠান । আৰু এনেকুৱা শুনাৰ আশাত থাকিলোঁ দিগন্ত দা 😊💐💐💐💐💐😊
Thanks 🙏❤️
I can't express in words how I love❤❤ this ❤💞song
Only love🤍🤍
I can't stay
went I hear this song
🥰🥰🥰🥰
1bosor agote kiyo sowa nasilu moi eay video2... Xokoluwe eman Dhuniya gaise
বহুবাৰ শুণো আমনি নলগা ।।
প্ৰতিজন নৱপ্ৰজন্মৰ শিল্পি আগুৱাই যাওক সকলো ।।
নতুন প্ৰজন্ম শিপ্লী সকলো লৈ ধন্যবাদ জ্ঞাপন কৰিলো মৰমৰ জুবিন দাৰ পুৰণি গীত বোৰ ইমান সুন্দৰকৈ সজাই তোলাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলো ❤️
More than 100 times I have watched this beautiful creation...❤️
Still watching...
Same to you
Real talent 🥹 still can't get over this song, what a mashup !! Kudos
Sir u r legend.....my fvrt...ur dedication to Assamese industry , what u give to us is unforgettable ......
Thank you for your words.❤️🙏😊
Gantu xuni thakile xuni thakibr mon jai . 👍👍👍❤️
Rajashree Saikia Ufff. What a Voice 🤩
What a magical art ❤....respect to whole team🙏
গোটেই কেইগৰাকী শিল্পী ye বৰ সুন্দৰ কৈ উপস্থাপন কৰিছে
"Bisarisu kakhorote hodai e tumak" this lines and the voice❤
Really
Amazing voice Red colour wear female....
Really
really
@Mridul Mon Jai(অসমীয়া)🇮🇳 yes
Zubeen da ❤️❤️😍🔥
All the songs in this medley gives me goosebumps ❤️
Dheere dheere herai jai ...this voice is awesome 🤟🏻🤟🏻
Moi continuous 10 bar man hunilu...hepai nopolai huni huni...bht dhunia hoise...😍
সকলোৰে সুন্দৰ কণ্ঠ ♥️♥️♥️ বহুত ভাল লাগে video টো চাই ♥️♥️♥️
I like Assamese song
ইমান ধুনীয়া mashup মই আজি লৈকে শুনা নাই। ধন্যবাদ সকলোকে তাৰ বাবে আৰু এনেকুৱা সুন্দৰ গান যাতে সদায় শুনিবলৈ পাওঁ তাৰে কামনা।
hosake....
Goosebumps 💐
speechless..... mind blowing performance ❤️❤️
The girl who sung "kote asa o logor tumi", Mind-blowing,speechless...omg
Please record this mashup exactly the same way in a studio. Fantastic job by each one of you. Superb rythm.
True art of DIGANTA BHARATI .Grand salute....Amar hompod.
Mon jai ❤❤ Goosebumps 🥺🤍🤍
Derikoi Ahiba.....This Song And The Voice....Speechless....❤️