Zubeen Garg v/s Angarag Mahanta Songs ( Mashup by Gaurav raj )
HTML-код
- Опубликовано: 26 ноя 2019
- A versus battle of Zubeen Garg and Angarag Mahanta Songs by Gaurav Raj Hazarika
Songs in the Mashup
Diya Ghurai Diya
Aahe ba Nahe
Bonoriya
Protidine
Gulzaar
Soku Meli saotei
Andhar hobo nowaro
Dure Dure
Songs Credits :
Singer : Gaurav Raj Hazarika
Music : Gaurav Raj
Mixed / Mastered : Gaurav Raj
My Instagram : / gaurav_raj_hazarika
Video Editing : Ajit HHazarika
PORIDHI - • PORIDHI ~ GAURAV RAJ (...
সুন্দৰ খুব সুন্দৰ। জুবিন দা আৰু পাপন দা দুয়োজনৰে গান খুব সুন্দৰকৈ গাইছে। ❤❤❤আৰু আগলৈ আগুৱাই যোৱা।।
Hoi he
ও মন ।।।। কি যাদু আছে নো তোমাৰ কণ্ঠত ।।।। বহুত শুভকামনা বাবা ।।আগুৱাই যোৱা তুমি ।।।চিপাঝাৰ ৰ গৌৰৱ তুমি
sipajharr nki
@@dhanjitchaharia3076 hoi sipajhar r
The kt
প্ৰথম ফেচবুকত শুনিলোঁ। ইমানেই ভালপালোঁ ডাউনলোড কৰি ল'লোঁ। আজি প্ৰথম য়ুটিউবত শুনিলোঁ। বহুত ভাল লাগে। এনেয়ো ভাল লগা গান। তোমাৰ কণ্ঠও বহুত ধুনীয়া। বৰ ধুনীয়া mash up... ষ্টাইলটোও মজ্জা । মাত্ৰ স' ৰ উচ্চাৰণত অকণমান মন দিবা। সেউজীয়াটো হেউজীয়া শুনিছে।
হাজাৰবাৰ শুনিলেও আমনি নলগা কন্ঠ, uffff Your voice.. Keep shining ⭐✨
Amazing.... ভবা নাছিলোঁ assamese mashup ইমান ধুনীয়া লাগিব বুলি..... Best of luck
অতি সুন্দৰ বন্ধু❤❤❤ ইমান ধুনীয়া মিঠা মাতে পাগল নকৰিবা ।। ভাল লাগিল তোমাৰ প্ৰয়াস ।।আগলৈ আৰু এনেকুৱা বিচাৰিলোঁ❤
it's 2a.m almost
Uncountable times i had listen to this song... 💕 নিচা এক প্ৰকাৰ
Its 1:37 am now .. listening to it
ruclips.net/video/CBtJ41SE1IA/видео.html
Its gonna Be 2023 and Still This one Is Fabolous Bdw Your voice is So Sweet Keep it up Keep Shining Keep Singing and uploading 💖😌😇
ৰূপেৰে ভৰা...
চাদৰখনি সেউজীয়া
জীৱনেৰে ভৰা..
এই কলা আলসুৱা। --- এই lyrics ৰ সুৰটো বহুত মৌ সনা 😇😇😇🎶🎶🎶💗💗💗 বহুত বাৰ শুনি থাকো আমনি নালাগে🥰
Hvy mms dill khos
@@rejaulhoque3878 🙂
Ooo
এনেকৈ হিয়া ধালি নাগাবা অ মই ঠিৰে থাকিব নোৱাৰিম💞💞💞😘😘😘😘 মোৰ দৰে ভাল পোৱা সকলে লাইক এটা কৰি যাবা👇🏼👇🏼👇🏼👇🏼
Hundor
Hosakoi....bohut bohut...hundor...👍😘😘😘💓💓💓
Hosakoi
Xosa koi bhut val lgil
Hoi neki
Liked his voice as well his presentation. Hope much better than the original ones. Keep it up☺👍
His voice melts me every time I hear it
তুমি লৰা এজনে দুজন🤔 ম্ই আকৌ দুজন যেন লাগিছে। কি সুন্দৰ লাগিছে দেই👌👌বহুত ধুনীয়া গাইছা।
এজনে ছিপাঝাৰত ঘৰ
Hosakoi bohut val lagise dai nice
Moi pura full power lgai salu aji🤣🤣😂😂😂
ল'ৰা দুজন ৰ বাবে এটা লাইট❤️❤️🇨🇮🇨🇮💕
1jne hoi ...Sipajhar r hoi
Light apdcl eu di ase apuni like diok
maal 1 pice
light dibo nuaru oo
Not two.... only one
His voice melts me every time I hear it❤😍
ruclips.net/video/CBtJ41SE1IA/видео.html
Moja
Mjaa lagise de song to boriya aru next video song lage jolde 🥰🥰❣️
@@nextlevelhiranya8367 Neetu Saikia
Neetu Saikia
ইমান ধুনীয়া সুৰ ইমান যি ভাল লাগে,❤️😘
*এজন লৰা নে দুজন ধৰিব পৰা নাই। বহুত ধুনীয়া গাইছে।*
Ejon a hoi
Ajon
1 জন
😂😂
5jon
জুবিন দা অাৰু পাপন দাই এইটো গীত শুনিলে নিশ্চয় 'গৌৰব' কৰিব । অাগুৱাই যোৱা । ভবিষ্যতলৈ শুভকামনা থাকিল । 😊😊
Thanks
Haha.
Bohut val lagile song tu bor 🔥 sopar song 😮😮
Oh dada pagol hobo baki nai aru mur bohut val lagise song tu eman dhuniya gaisa de dada♥️♥️♥️♥️👌👌👌😍😍😘😘😘😘
উফ তোমাতেই যেন থমকি ৰ'ম । 😍🥰🥰
Punam Xhivam Creation corny af
Hii
Xosakoi eman dhuniya konth...
একেৰাহে তিনিবাৰ চালো তথাপিও মন ভৰা নাই😍😍😍🔥🔥🔥
Moi2 kimn salu hisapei nii
Khub bhal lagil dei huni. Aru aguai jua axomor new generation singers bur..khub bhal bhal kaam kora, ami hodai support korim❤
Bhout dhuniya voice dada... Keep smile😊😊😊😊😊😊😊
নতুন প্ৰজন্ম আহি আছে……আৰু চিন্তা নাই।আশীৰ্বাদ কৰিলোঁ। ❤❤
Mojaa
অলেখ শুভেচ্ছা।
Good song i living sipajhar
xca katha
কবিতা প্ৰেমী হ'লে আমাৰ Channelটো চাব চোন এবাৰলৈ আৰু ভাল পালে subscribe কৰিব....
#kobitamala
100times মান চালোঁ চাগৈ । তথাপি আমনি নালাগে এই ভিডিঅ'টো । লগতে উজনিৰে ৰেল গীতটি । আগুৱাই যোৱা এনেদৰেই 💕💕💕💕
হয়
আপুনি ঠিকই কৈছে । গানটো শুনি থাকিলে আমনিয়ে নালাগে। এনেকুৱা লাগে যে গোটেই দিনটো গানটোকেই শুনি থাকো।
❤❤❤👍👍👍👍
Ummm
Yes
Wahh voice
Jui dada❤❤
বহুত বহুত বহুত.....ভাল লাগিল.. প্ৰকাশ কৰিবলৈ শব্দ বিচাৰি পোৱা নাই...... অসমখনক এনেকৈয়ে আগুৱাই লৈ যোৱা... ভৱিষ্যৎ উজ্বল কামনা কৰিলোঁ....👍👍
এইয়া আচল অসমীয়াগিৰী 🤘🤘😍😍💪💪 এইয়াই নতুন প্ৰজন্ম
💕💖💔💞💋💋💔💕💖💕☺😍☺
Dhuniya vaiti. Duitai bhut vl gaisa....tumaluk k log kribo parim neki.
@@XYZBHASKAR etai hoi. Edit kori double korise
Asamiar hnman rakhise
ruclips.net/video/8tlWovPzvTk/видео.html
Love From Majuli ❤✨
Love both of your voice 🥰❤️
অপূৰ্ব ❤️ হয়তো প্ৰথমবাৰৰ বাবে RUclipsত কমেন্ট দিব বাধ্য হলোঁ।
Ki j mjah beh
শব্দ, সুৰ, গীতৰ সমাহাৰত মন প্ৰাণ ভৰি গ'ল।।❤❤❤❤
❤️♥️❤️❤️❤️❤️❤️🥰😍😍🥰🥰🥰🥰🥰🥳🚵
Eman dhuniya lora duta ❤
One of my most favourite Soulful voice
কিমান বাৰ যে শুনিছো গানটো তথাপি শুনি থাকিব মন যায়। হইতো তোমাৰ কন্ঠৰ প্ৰেমত পৰিছো । বহুত মন আছে তোমাৰ লগত এবাৰ কথা পাতিবলৈ । আগুৱাই যোৱা তুমি বহুত বহুত শুভকামনাথাকিল ।
Akdom hosa....hepah poloa ni
অসমৰ গৌৰৱ, অাৰু আগুৱাই যাঁওক অসমীয়া গান,
Magical voice❤❤❤❤❤❤❤❤❤❤❤❤❤❤
im late to this but this a MASTERPIECE 🎉🎉
I just can't stop myself from listening to his song again again and again 🥰
Same here..😍
মোৰ দৰে আৰু কোনোবা যিয়ে এই গান বাৰে প্রতি শুনি আছে... 🤗🤗
Moi okimn br slo hisap ni
moi
Moi
50 time +
Moi 😊
Uff your voice so so nice ....👌👌 keep it up 😊😊😊😊☺️☺️☺️😃😃💓💓💓💓💞💞💞♥️♥️
Moja bro🔥
ধুনীয়া লাগিছে আৰু গান আহিব বুলি ৰৈ থাকিলো মন দা
আপোনাক শত কৌটি ধন্যবাদ,গান কেইটা নতুন ৰূপত আমাৰ মাজত দিয়াৰ কাৰণে।।আগুৱাই যোৱা বন্ধু।।love you all ❤️❤️❤️🥰🥰🥰😜
Both are enjoying their songs❤️.Love fom Golaghat❤️
OMG 😱😱😱❤️❤️❤️🥺🥺 June June July 2021 ot sai asa tolot like kora
গৌৰব ৰাজ বহুত বহুত ধন্যবাদ জনাইছো তোমাক...সুন্দৰ হৈছে.. আগবাহি যোৱা...তাৰে কামনা কৰিলো..
2021 ot sai thoka xokole ata like kora
2021 .30 june 4:38 pm 😊😊
Brilliant, both You! Way to go guys. 👏👏👏
Uff ..so beautiful ❤️ voice .. amezing 🥰🥰💕
বন্ধু, বহুত ধুনীয়া 👌👌👌👌👌
আৰু আগুৱাই যোৱা ।।।ঈশ্বৰে তোমাৰ মংগল কৰক।।।।
অসেক মৰম বন্ধু তোমালোক ২জনলৈ।।♥️♥️♥️ আগবাঢ়ি যোৱা।।
ajon a 2jon nhy
Oh acha
Nice broooo ❤️💞💞💞💞❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️💞💞💞💞💞💞💞💞💖💝💝💝💕💕💕💝💝💝💝💝💝💝💝
Emn dhuniyak gaise bohut vl lagil huni❤️❤️❤️❤️👌
এটা like কৰা যিয়ে গৌৰৱক লৈ গৌৰৱ কৰিছে,মোৰ ইয়াত
Mojjjja lagise de,
ruclips.net/video/7vpnYu3U_3s/видео.html
Moja
Dhunia aru gaba
@@sapansaikia684 bhot dhonia hoise oh dada ht
আজিলৈকে 30 বাৰ শুনিছো shareৰো কৰিছো বহুত !
বৰ মৰম লগাকৈ গাইছে ! বৰ্তমান কিছুমান সস্তীয়া গানগোৱা গায়কবোৰতকৈ বহুত ভাল গাইছা
Sweet voice ❤proud of
Darrang.
Aguai jua Gaurav da
2 vai nki jwi 🔥🔥🔥🔥🔥__re vai mojja ___❣️❣️🤩🤩🥰🖤
ইমান প্ৰাণ ঢালি নাগাব ooo দাদা , পাগল হৈ যাম এতিয়া 😇😇😇
মোৰ দৰে কোনে কোনে হিয়াৰ পৰা গীতটো শুনি ভাল পাইছা তলত এটা like কৰা ।
Moja
Yes 🙂🙏🏻😵
Nice
Suwali nki toi 😂 pagol hoi jabi je 😂😂😂
@@poisonff1994 ছোৱালী হলেহে পাগল হয় নেকি ? মই তেওঁৰ গীতটো শুনি বহুত ভাল পাওঁ , তাত আপোনাৰ সমস্যা ক'ত ।
I didn't understand the lyrics but fell in love with this song n even the voice too 😍😍😍😍
It is mashup
It is mashup of assamese language song.....
It's a mixture of 9 Assamese song sung by 2 different singers which was made a mashup by this young singing sensation which made u fall in love with his voice..
Your voice is so sweet.And Zubeen is always a legend
Bohut dhuniya voice dada🎉❤
অতি সুন্দৰ।।তুমি এনেদৰে আগুৱাই যোৱা।শুভকামনা থাকিল
অবাক হৈ মাএ শুনি ৰলোঁ👍👌👍👌👍👌👍👌💚❤
You are awesome😍..And your voice is just incredibe!😍💙..
❤❤ tumr hur emn.
Dhuneya. 🎉. ❤😊
জুবিন দা , পাপন দাৰ যোগ্য উত্তৰ৷ধিকাৰই হোবা তাৰ কামনা ৰ৷খিলো।
আহে বা নাহে
আকাশে গাতে লবলৈ মন
আহ ! সুন্দৰ , সুন্দৰ আগোবাই যোবা । শুভেচ্ছা , শুভকামনা থাকিলে।
Zubin dar uttaradhikari howTu sahaj han paisa
হৃদয় চুই যোৱা কণ্ঠ❤❤ আকৌ নতুনকৈ শুনিব পাম বুলি আশাৰে ৰৈ আছো,আগুৱাই যোৱা👍👍
So sweet and melodious voice ❤️.
Keep Shining
Singing and uploading ❤️❤️❤️
Wah...superb singing💐
তোমাৰ গানৰ অন্ধ প্ৰেমীক ম্ই🥰🥰🙈🙈 gaanr logot tomiu crush hoi😇😇
😉😉
O really sister
O really sister
😂😂😂😂😂
Hi
বাৰে বাৰে শুনি আছোঁ ৰে গানটো 😘😘😘
moi nutun ke saisu aji ai2 senel tu so buhut vl matu boro apunar💞💖❤😘😘
👌👌👌💯💯🇮🇳💘💘💘💘💘🌹🌹🌹❤️❤️❤️❤️
❤❤❤ nice song
Nice hundar hoi say👌❣️👌
It's just amazing 💫 your voice is ❣️❣️
Hi
bohut dhuniya😍😍😍😍❤❤❤
nice song and voice
Bohut val lagise beautiful 🥰😘
ৰাতি পুৱাৰ পৰা ২৫ বাৰ শুনিলো
প্ৰথম youtbত comment কৰিছো ইমান ধুনীয়া গাইছা comment কৰিব বাধ্য কৰাই দিলা
O Suraj
hsai o
Thnk u so mch 😍
Bht vll lagise o
@@gauravrajhazarika4451 excellent video bro... 🥰keep it up... And go ahead.. 👍❤
Moja lagise bor xundor ru aguwai juwa💓
Moi 1st hunisu aji ❤❤ Outstanding bros ❤❤ #2024
Uff tmlkr Voice...😊😊bht vl lge huni❤❤❤❤❤❤❤❤❤❤❤❤
tumlkr nohoi tumar😂
@@rupjyoti5861 😂ouu sry sry 😅
Omg ... Pagol hoi jam sage emmaaan dhuniya lagise huni uffff😍😍
Hosake
Mojja ♥️
Super.... Excellent God bless both of you
That voice .. is just 😍 seriously i fell in love with ..
Magical voice🔥
Bohut dhuniya gaisa number 1 ...💓💕
Nice😘😘
দিনটোত এবাৰ হলেও গানটো প্লে কৰো😍তিনিচুকীয়া ধলাৰ পৰা বহুত মৰম দিছো দেই।
Best wishes..... 👌
wow😘
Same place brother ❣️
Same place
Lovely song and my favourite 🥰🥰🥰🥰🥰💞💞💞
ruclips.net/video/CBtJ41SE1IA/видео.html
সুন্দৰ হৈছে দাদা 👌 সচাই দৰদী সুৰ তোমালোকৰ। 😍😍😍 দাদা জনৰ কাৰণে এটা LIKE 🤭🤭
Dujon nhoi, akejonei gaise
Mojja
One person
A jon
One 😂😂😂😂😝😝😝
আমাৰ মৰম আৰু শুভকামনা সদায় তোমাৰ লগত থাকিব । এনেকৈয়ে আমাৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনা ।
from Golaghat..
So amazing voice 👍👍👍
ৰঙে গুলজাৰ হওঁক তোমাৰ জীৱন …………আৰু আগবাঢ়ি যোৱা
মন প্ৰান ভৰি গ'ল অ' মন❤❤❤
Best voice love u bro💝💝💝💝💝
ইমানেই ভাল লাগিছে চাৰিবাৰ চালো ই একেৰাহে... চেয়াৰ কৰিছো
Hii... Bro.
ai vdo2 suaa,, কাক চকু দেখাইছ MADARJAAT 😂😂,, বহুত জমনি চোৱা 👇👇👇
ruclips.net/video/sRQ3EejoKo8/видео.html