Nesau Tumak Ebaru - Zubeen Garg | Garge Debi | Official Video

Поделиться
HTML-код
  • Опубликовано: 12 июл 2018
  • AC MULTIMEDIA Label Released "Nesao Tumak Ebaru"
    Singer - Zubeen Garg, Garge Debi
    Composition - Diganta Bharati
    Publisher: AC Multimedia
    Music - Poran Borkatoky
    Mixed & Mastered - Samuel Bora
    Casting - Janti Raaj & Aparajita Laskar
    Make-up - Pinki Boro
    Costume - Mousam Choudhary & Pallavi
    Ariel - Sapan Dutta
    Production Manager - Bhargab Deka
    Cinematographer - Parag Jyoti Das
    Editor - Manas Kashyap
    Video Director - Bhaskar Dutta
    Warning : Copyright Reserved, Don't Upload Illegally That Will Be Punishable To All
    ==========================================
    Contact Us On Fb▶️ / acmultimedia.official
    Thanks

Комментарии • 2,7 тыс.

  • @njahmed1257
    @njahmed1257 Год назад +54

    2023 Feb kaun kaun sun raha hain ye song....I don't understand assamese language but still favourite

  • @YT_ASSAM0
    @YT_ASSAM0 3 года назад +23

    2021 t kune huni asa,,, but my favorite song 😍😍

  • @nikunjaybaishya7706
    @nikunjaybaishya7706 2 года назад

    Buhut bhal lage mor song tu 😋😋😋😋😋😋😋😋😋😎

  • @labadas9786
    @labadas9786 Год назад +1

    Laba❤dipti❤❤

  • @user-gl1nn2jr2j
    @user-gl1nn2jr2j 21 день назад

    Beeesssss song❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @PapuDutta-mo6ht

    I Love You Zubeen Da ❤❤❤

  • @phb567
    @phb567 4 года назад

    Bhut hundor hoise

  • @SabitaGam
    @SabitaGam 12 часов назад

    love you zubeen da

  • @niveer.....4791
    @niveer.....4791 Год назад

    😍😍❤fvrt song

  • @mallika5780
    @mallika5780 4 года назад +143

    Can we just appreciate the female voice also???

  • @Manash167

    ছোৱালী জনি মাত টো বহুত ধুনীয়া আৰু আমাৰ জুবিন দা কথা টো কবই নালাগে জুই🔥 জুবিন দা জয় জুবিন দা ❤😊🥰😘🔥

  • @atozupload8870
    @atozupload8870 5 лет назад +159

    সচাকৈ বহুত ধুনীয়া লাগিছে গানটো। thnx জুবীন দা এটি ধুনীয়া গান উপহাৰ দিয়া কাৰণে

  • @rakibkhaan784
    @rakibkhaan784 3 года назад +44

    Kune Kune Zubeen Daak Aru Taar Gaan Burok Bohut Val Pwa...Plzz like nokora K najaba❣️🎶

  • @SunnySunny-ij5mn
    @SunnySunny-ij5mn 3 года назад +48

    গানটো বাৰে বাৰে শুনিব মন যায় ❤️🔥

  • @lakhyadeepkalita-8063
    @lakhyadeepkalita-8063 4 года назад +1

    2024 চনত যিয়ে শুনিছা তলত 👇👇👇 লাইক কৰা আৰু জুবিন দাক❤️ অন্তৰৰ পৰা যিয়ে ভালপোৱা তলত কমেন্ট কৰা ।সচাই এইবোৰ গীত শুনি থাকিলে শুনি থাকিবৰ মণ যায়, ক্ষন্তেক সময়ৰ বাবে অতীতলৈ মণত পৰে আৰু মণৰ পৰা আঁতৰি যায় দুখবোৰ ।💞 পাগলৰ দৰে বিচাৰি আছিলো এই গীতটো। জুবিন গাৰ্গৰ অন্তৰ চুই যোৱা গীতবোৰত মই জীৱনৰ সুখ দুখ জীয়াই থকাৰ প্ৰেৰণা পাও । এইবোৰ গীতৰ জনপ্ৰিয়তা এতিয়াও আছে চিৰদিনলৈ থাকি যাব। জুবিন দা মোৰ কাৰণে ভগৱান 🙏🙏🙏 জয় জুবিন দা ❤️

  • @apurbakumardeka1581
    @apurbakumardeka1581 4 года назад +10

    অতি ৰোমান্টিক ....সুন্দৰ সুৰ , লগতে জুবিনৰ কণ্ঠ, গাৰ্গী দত্তৰ কণ্ঠ অতি মনোমোহা

  • @Dhruvsaikia
    @Dhruvsaikia 4 года назад +133

    এৰি অহা দিনবোৰৰ মধুৰ স্মৃতি ভাহি আহিছে, বহুত ধুনীয়া গান উপহাৰ দিলে জুবিন দা।

  • @NabaSarma-oq4xe
    @NabaSarma-oq4xe 21 день назад

    🙏🙏🙏জুৱিন দা আটাইতকৈ মূল্যৱান সম্পদ,,,আকাশৰ জোন তৰাৰ নিচিনা সদায় জিলিকি থাকিব❤❤❤

  • @vrinajdax4591
    @vrinajdax4591 5 лет назад +194

    জুবিন দা অসমৰ এটা সম্পদ আৰু জবিন দা মোৰ ভগবান | বহুত ভাল লাগিল.......

  • @jituboro9901
    @jituboro9901 5 лет назад +65

    আপোনাৰ সুৰত জুবিন দা মই বহুত আনন্দ লাভ কৰো ।।