Zubeen Garg Mashup-Breezu saikia(Birthday Special)2020
HTML-код
- Опубликовано: 4 окт 2024
- SPECIAL THANKS
Vibrate king Prince
Shyam Das
Dipak Dutta
Avinav Hazarika Lau
Rituparna Chetia (Tengakhat)
Tinku Saikia
Gyan Saikia
Gandeep
Kukil Borah
Partha Jyoti Sarkar
AUDIO CREDITS:
MUSIC-BreezuSaikia,Chandra kr.Patgiri
Mix&Mastered -BreezuSaikia@StudioOctave,Gogamukh
VIDEO CREDITS:
CINEMATOGRAPHY/EDITING- PINKAL DAS
Facebook- / pinkal.das1
Camera Assist- Dipak Dutta
MUA-Tanish Saikia(Kesh)
#ZubeenGargmashup #Birthdayspecial #Breezusaikia
সকলোলৈ বহুত বহুত মৰম আৰু ধন্যবাদ জ্ঞাপন কৰিছো।❤️🤗🙏
কেনেকুৱা পালে জনাব?কিবা ভুল ভ্ৰান্তি হলে ক্ষমা কৰিব।🙏
#মৰম আৰু আশীৰ্বাদ এনেদৰেই আগলৈ ও ৰাখিব- #মনত সাহস বাঢ়ে ।🤗🙏❤️
আপোনাৰ গোটেইবিলাক গানেই চাও,,বহুত ভাল লাগে,,ঠিক তেনেকৈ এইটো গানো যথেষ্ট সংখ্যক ভাল হৈছে,,আশা কৰো আমাক আগলৈও এনেকুৱা গান উপহাৰ হিচাপে দিব বুলি,,ধন্যবাদ Breezu daa,,you just rocked it,,lots of love,,❤️
Dada most hoise, happy birthday zubeen daa
Bawal 🤘
বহুত ধুনীয়া হৈছে আৰু আগুৱাই যোৱা তাৰ কামনা কৰিলো
ভাল হৈছে ।
অসমৰ এজনেই ৰজা আৰু সেই জনে হল আমাৰ সকলোৰে হিয়াৰ আমঠু জুবীন দা ।😍আপোনাক ভগৱানে যেন হাজাৰ বছৰ জীয়াই ৰাখে।।জয় জুবীন দা।।দাদাক ভাল পোৱা বোৰে এটা এটা like কৰি যোৱা।।
মই নমৰা শেষ উশাহ লৈকে আপুনিয়ে মোৰ প্রিয় হৈ থাকিব। লগতে ওপজা দিনৰ বহুত বহুত শুভেচ্ছা যাচিঁলো। জয় জুবিন দা ❤❤❤❤❤❤❤❤❤
গানটো শুনিছো ভাল লাগিছে ।।।।ভাল লগা গায়কৰ স্থানত তুমিও আজি ঠাই ললা মুৰ মনত ।।।।
জুবিন দাৰ প্ৰত্যেক জন্মদিনৰ সকলোতকৈ উত্তম উপহাৰ। জয় জুবিন জয় আই অসম।
Aishh পাই গ'লো finally... 😌❤Love you zubeen daaaa... আপোনাক কিমান ভাল পাওঁ শব্দৰে বুজাব নোৱাৰিম কেতিয়াও... জন্মদিনৰ শুভেচ্ছা থাকিল, ১০০ বছৰ জীয়াই থাকক❤
Oh breezu da suppper se bhi uppper
তোমাৰ জুবিন গাৰ্গৰ গীতৰ selection বোৰ ভাল যিবোৰ গীতৰ কেছেট কিনিবলৈ নব্বৈৰ দশকৰ শেষৰ ফালে কেছেটৰ দোকানীৰ ওচৰলৈ দিনটোত দহ বাৰ গৈছিলো, কিজানিবা আহি পালেই নতুন কেছেটটো । বিশেষকৈ আজিৰ প্ৰজন্মৰ যুৱকে শব্দ কেছেতৰ গীত গাৱলৈ সাহসেই নকৰে যিবোৰ অতি কথিন শব্দৰ সমাহাৰ । ভাল লাগিল আগবাঢ়ি যোৱা ।
Umm xosake xuni amoni nalage....👌👌👌
প্ৰথম প্ৰেমকে পাহৰিব পাৰিনে, প্ৰেমৰ স্মৃতিকে মোহাৰিব পাৰিনে...it's hurt....
জুবিন দা অসমৰ গানৰ জগতৰ ৰজা হয়৷ জুবিন দা বাবে এটা লাইক কৰক। জয় জুবিন দা।
Yes yes I love you zubeen da
hAPpY birThdaY Zubeen Da আপোনাৰ অবিহনে সংগীত জগত খন আধৰুৱা জন্ম দিনৰ হিয়া ভৰা শুভেচ্ছা থাকিল দাদা LOVE YOU ZUBEEN DA
আপোনাৰ কণ্ঠ মোৰ বহুত প্ৰিয়..
♥️♥️
প্ৰতিবছৰৰ দৰে এইবাৰো জুবিন দাৰ চিৰযুগমীয়া গানৰ উপহাৰ দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ ।
অসমৰ হিয়াৰ আমঠু , জুবিন দা লৈ
তেখেতৰ জন্মদিনৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ 🎂❤️💐🙏🎈🎊🎉🎇🎆🎶🎙️🎤🎻🥁🎸🎺🎧🙏
Just loved it!!! The mashup, music, video all perfect!
This got to be the 2nd best Zubeen Mashup.
First one is still the one you created last year.❤️🔥
জয় আই অসম।
কবলৈ ভাষা নাই Jai Zubeen Da😍😍
thnx bro zubeen da agor gan bur ako amk diya babe. 2mi agurwai guwa 2mi
Breezu da fali dsa ... Amazing ur voice ❤️
Lv u forever ❤️
👈👈অসমীয়া সুন্দৰ সুন্দৰ cover song আৰু Status ৰ বাবে অনুগ্ৰহ কৰি🙏 মোৰ চেনেল 2 চাব নিশ্চয় ভাল লাগিব বুলি আশা ৰাখিলোঁ ❤️❤️
গানটো শুনি পাগল হৈ গ'লো..you r awesome bro..keep it up 👌👌💖💖
জন্ম হোৱাৰ পাছৰ পৰা তোমাৰ গান শুনি আহিছোঁ , মৰাৰ আগতে ও তোমাৰ গান শুনিব বিচাৰোঁ।তুমি আমাৰ বুকুৰ মাজত আছা জুবিন দা ।❤️❤️❤️ Just luv u,...
সৰুতেই মোবাইল ল'লা নে একে😅😂😂
Loved it 💖💖💖💖😍😍😍😍🌠🌠🌠🌠🌠🌠🌠🌠#happybirthdayzubeenda 💖💖
Tumi juiii dada 😍😍😘😘
বহুত ভাল লাগে আপোনাৰ গান বোৰ।
আৰু আপোনাৰ কণ্ঠটো ইমান ধুনীয়া কবলৈ ভাষা নাই। এনেকৈ আগ বাঢ়ি যোৱা আৰু আমাক গানবোৰ দি যোৱা আমি শুনি থাকিম।
Nice ❤️da ajihe hunisu apunar gettt❤️👍👍
খুউব সুন্দৰ ♥️🔥♥️🔥♥️🔥♥️🔥♥️🔥
Gari Khon Dekhisilu 2bar man 🔥🔥🔥
বহুত ভাল লাগিছে গান বোৰ❤❤❤❤
Happy birthday to the Legend Zubeen Garg ❤️❣️long may u live
Khub bhl lage tmi je anke protyek bday t Zubeen dar krne mashups bonai amak surprise dia your efforts deserves to be appreciated ❤️
Mojja❤❤❤❤
Tumr voice tu bohut val lage tate Zubeen dar gan burr hobda wow bohut val lage ♥️
🤟🤟 Nice voice bro
Luv frm KARBI ANGLONG bro 👍👍👍 aguwai juwa bht val Zubeen da gan aru bonuwa 🙏🙏
জয় জুবিন দা 😍
Bohut Bohut super hit Houk ai video tu 💕💕💕💕
Xundor🔥🔥
Breeju da apunar gan mur bohut val lage....... , 🔥👍👍👍
Wow 🤩 Voice ❤️ God bless you 😘😘 aru agbahi juya ☺️☺️
1000 bar xuniso...vai...mozzaa bonaisa...aru banowa....music mozzaa disa...like it..
Mjja disa Vai agoleu jate zubeen dar gun hunibo Pam buli akha korilu
Your voice is just wow.. 😍and the mashup is mind boggling 🤩loved it😚 ZG 's song always rock😎⭐it always Touches our heart🤗keep going mashup king🤴
Broo....Gai juwa....ami asu....zubin dar hit song bur.......Mojaa hoise ....👍👍👍👍
Zubeen dar bth dy mnei breezu dar mashup..,..duyujonoloi huvessa gyapon korilu.....hpy bth dy zubeen da🎂🎂
অতি সুন্দৰ।জুবিনদা অনুৰাধা গানটো অতিকৈ প্ৰিয় লাগে।
🔥Amazing 🔥
Juiiii .....mjaa lge apunar gaan bur
Jai zubeen da.....and mashup king breezu saikia
One more time bro this type of mashup for my legendary singer Zubeen da.. love from Bangalore
Following since 3 years. This was really unique
This Is the 3rd Superb Mashup Da🔥🔥💥
সুন্দৰ,,,,বহুত ভাল লাগিল....
বহুত দিনৰ মূৰত মজা লাগিল
Really your voice is superb...!! Your are Assam's "Anmol Ratan" after Zubeen.
জয় জুবিন দা ❤️
HaPpY BiRtHdAy ZuBeEn DaA ❤️
LoVe YoU FoReVeR MaHh HeArTbEaT 💖
Osm brooo
Moja de breezu da 🥰🥰🥰🥰🥰🥰❤️❤️💓💓💓💓💓💞💞💞💞
Breezu দা অতি সুন্দৰ...........
Bondhu bohut bohut val hoise .koboloi vakha nai .mojjjjjjjjjjjjjjjjjjjjjjjjjaaaaaaaaaa
Very nice bro ❤️❤️ Love You ❤️❤️❤️ Zubeen Da is my Heart ❤️❤️❤️❤️❤️
Bhut bhut bhut vl lgil sai bro. ❤❤❤❤❤❤❤❤❤.
Lv u breezu da....jai zubeen da....💖💖
Loved it...really appreciate ur effort of giving a grt mashup in his bday every year
This is pro level songs from zubeen da nd u are also rocking zubeen da mashup..go ahead ☺️💓
Falisa bhai falisa tumi ❤️❤️❤️❤️
Tumi jui kella😉
Mzaaah disa b breezu Da
👈👈অসমীয়া সুন্দৰ সুন্দৰ cover song আৰু Status ৰ বাবে অনুগ্ৰহ কৰি🙏 মোৰ চেনেল 2 চাব নিশ্চয় ভাল লাগিব বুলি আশা ৰাখিলোঁ ❤️❤️
জুবিন দাৰ...... জন্মদিন আৰু আপোনাৰ এটা নতুন গান...................... কি দৰে ধন্যবাদ জনাম 💞💞💞💞💞💞💞💞
Mja Dada. Aro olp dighol hale vl hol hoi dada❤❤🙏🙏👌👌👌
অতি সুন্দৰ ।।।।।। 👍👍👍
Bahut val lagil . Aguai jua tumi
Ultimate hoisa dada gaan to akha koru anekuwa gaan aru khunibo Pam
Happy Birthday living legend 🎈
Fantastic combination of song .... amazing 😍🤩
Videography and edit awesome 😍😍
হৃদয় চুই দিলা বন্ধু তুমি ❤️.....
kisu gai de xasai...dil se... ♥♥♥
Bohut bohut val lgisee ..... ultimate.💚💚
সুন্দৰ দাদা❤️ গান আৰু video দুয়োটাই মজ্জা হৈছে🔥
Mjaaa brooo nice👌 aru agwai jawk apuni
Mojja Breezu da.....
Bohut vaal lagil huni .ajirpora tumar gaan hodai hunim
Bhai, impressed, love u.....100 baar hunim
Ratipuwar pora roi roi finally paluge aru .
....tq❤️❤️❤️❤️❤️❤️❤️❤️❤️
Mojja/tamam/jhakas/superb
music val koise ....mozaaa
সুন্দৰ। শুভ কামনা
Speed mix ❤️ nice track Breezu Da
Just speechless..no words to explain.. addicted to this voice .
Sekuri ja sekuri ja toi
Punai lo tur dighol bat
Breezu da moja lagisa video to
breezu da your mashup is just awesome ❤️ ❤️ ❤️ not comparable to anyone else ❤️❤️
জুবিনদাৰ জন্মদিনৰ দিনা আপোনাৰ উপহাৰলৈকে অপেক্ষা কৰি থাকো❤🙏🏻
Nice moiyou Lakhimpu lora
Moja ..bohut val lagil
Breezu da ...fidaa hoi golu moi ru ..immaan dhuniya voice❤️❤️❤️❤️❤️
Awesome... Love ur voice.. breezu daa
👈👈অসমীয়া সুন্দৰ সুন্দৰ cover song আৰু Status ৰ বাবে অনুগ্ৰহ কৰি🙏 মোৰ চেনেল 2 চাব নিশ্চয় ভাল লাগিব বুলি আশা ৰাখিলোঁ ❤️❤️
Dill garden garden hoisa 👍
Vry hvy song I like you bro this song
Bahut সুন্দৰ brother
👌👌👌
Dhuniya breezu da