SILAA | ZUBEEN GARG | Album : SILAA
HTML-код
- Опубликовано: 17 окт 2020
- ♪ DOWNLOAD/STREAM FROM THE BELOW LINKS ♪
● iTunes - itunes.apple.com/album/id1535...
● Spotify - open.spotify.com/album/5hzT1Y...
● Deezer - www.deezer.com/album/178638202
● JioSaavn - www.jiosaavn.com/song/silaa/R...
● Gaana - gaana.com/song/silaa
● Wynk - wynk.in/u/zcPeQeum5
● Hungama - www.hungama.com/album/silaa/5...
● Amazon Music - music.amazon.in/albums/B08KYQ...
● FOR CALLER TUNES ●
Vodafone users dial - 53712151775
Idea users dial - 53712151775
Airtel users dial - 5432117546768
BSNL users dial - 12151775
AUDIO
Album
Silaa
Singer/Composer/Lyrics
Zubeen Garg
Music Producer
Zubeen Garg
Music Arrangement
Bablu Sibabrata Sharma
Musicians
Shantanu Baruah (Stroke)
Pritam Bodo (Keys)
Recording Studio
Studio Chikmik
Mix & Mastering
Bhupesh Saikia
Music Label
Dhwani Records
VIDEO
Cast
Zubeen Garg
Neelim Mahanta
Shreya Borthakur
Director
Bitopan Kashyap
Director of Photography
Bitul Das
Drone
Joydeep Paul
Samprit (Lakhimpur)
Editing & VFX
Debangkar Borgohain
DI & Color
Sujit Karmakar
Studio
Eye creations
Make-up
Bhaskar Dutta
Chief Assistant Director
Rahul Gautam Sharma
Art
Jyoti Shankar Bhattacharyya
Costume
Garima Saikia Garg
Costume Assistant
Thuriya Saikia
Album Art
Kowsick Borgohain
Creative Design
Khairul Bachaar
Visual Promotion
Bitopan Kashyap
Publicity
Abhinaya
Executive Producer
Rhitu Prayag Garg (Mon)
Producer
Zubeen Garg
Garima Saikia Garg
Zubeen Garg Team
Hitesh Saloi
Nandeshwar Bora
Premadhar Borpatra Gohain
Eye Creations Team
Dipankar Barman
Srawan Kumar Chetry
Sirajul Ali
Dilip Bokol
Zamal
Special thanks
Nayan Kashyap
Parikhit Das
Mridul (Sonapur)
#Silaa #ZubeenGarg Видеоклипы
আপোনাৰ নিচিনা অসমত দ্বিতীয়টো জন্মিব নোৱাৰে আৰু।।।❤️❤️❤️❤️❤️ always rock zubeen daa....🤘🤘🤘🤘🤘🤘ভগৱান😘
GOD🌺🌺🌺🌺😍😍😍
অদ্বিতীয় জুবিন দা আপুনি আমাৰ ভগৱান🙏🌍
Bhut val pau dada k
ভগৱান তেওঁ আমাৰ ❤️
1:30 1:31 @@tigerbriss90151:38
প্ৰভু এই ভক্তক পাগল কৰিম হে বুলি ভাবিলে নেকি ঔ 😍😍😍 কান গেলি গৈছে শুনি শুনি , তথাপিও হৃদয় ভৰা নাই ❤️
#saluteZGsalute ❤️
Plz এবাৰ চাবা চোন Jyotishman ruclips.net/video/e0XepBO-vTY/видео.html
@@rupohimon2487 sure 🙏.....subscribe done 😌
From USA ( United States of Assam ) love you zubeen da
Nice one
😊
❤❤❤❤❤
😂😂😂😂😂
We are from black tea
মই ভাৰতীয় সেনাত কৰ্মৰত বৰ্তমান । কেতিয়া কি হয় নাজানোঁ , আজি হাঁহি আছোঁ কালিলৈ পতকাৰ তলত যাব লগাওঁ হব পাৰে । ৰাতিপুৱা উঠি আগত আপোনাৰ গান শুনো দাদা ❤️ মোৰ দুজন বন্ধু আছে ,সিহঁতে অসমীয়া নাজানে কিন্তু আপোনাৰ গান শুনি থাকে 💕 বহুত অপেক্ষাৰ ফলত আজি শুনিব পাৰিলোঁ গানটো ❤️💕
Joi Hind sir.. and love u zubeen da
lots of love u bro jai hind
Sintu bro god bless u.zubben lovers long live.joi ai assam
@@Bastab__zg ✊
Joi hin
Dear, Zubeen garg Love from Bangladesh ❤❤🇧🇩
My heart 💕
জীৱনৰ এক অনুভূতিৰ নাম জুবিন গাৰ্গ
২০২৩ কোনে কোনে শুনিলা এই গানটো এটা লাইক দি থৈ যাব 🔥❤️😊
মই
Moi hodai hunu ru huni thakim ❤❤
Zubeen da tumi ananya ❤️❤️
আছোঁ
Īii
এজন কালজয়ী শিল্পী হল জুবিন দা । আপোনাৰ কণ্ঠৰ যাদুত উৰি যাওঁ সঁচাই বেলেগ এখন জগতলৈ। সকলো ভাগৰ পাহৰি যাওঁ আপোনাৰ গান শুনিলে । Joi zubeen da ❣️
66
জুবিনৰ গানটো শুনিলে মন ভৰি পৰে।
Ola
2024 ot Kune Kune gaan too huni asa.. ata like kori di jaba
Moi moi 😁
03-04-2024 ( 1:00 PM)
2 jun 2024
ৰাতিপুৱা শুই উঠি দৌৰিব গলেও জুবিন দা গান শুনি হে দৌৰি গৈ থাকো সঁচাই দেই তেওঁ কণ্ঠ ত যাদু আছে।।
দিনটোত তেওঁ গান নুশুনিলে কিবা আধৰুৱা যেন লাগে।।
I love this song sila sila😘😘😘😘😘
100bar xunilo atyalaike tothapio Mon jur Pori jua nai♥️
Maya vora jado asa ❤️❤️❤️🙏🙏
জুবিন দা আপোনাৰ প্ৰতিটো গানেই মোৰ প্ৰিয়। প্ৰতিটো নতুন গানলৈ অধিৰ আগ্ৰহেৰে বাট চাই থাকো।
চিলা গানটো সঁচাকৈ শুব ধুনীয়া হৈছে। Love ❤️❤️❤️ u ❤️❤️❤️dada
Love youuuuuuuuuuuuuuuuu❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Lv u zubeen daa 🥰
Zubeen got a magical voice. Though I am nepali but love assamese people and its culture a lot. Guwahati is best place to live in. Freedom place. Jai aai Axom. Long live ASSAM...
7
One of the best song of Zubeen Garg ❤ এই গানটো মোৰ favourite হয়।
ইমান ধুনীয়া এটা গানত dislike দিয়া নমুনা কেইটা কত জীয়াই আছে বাৰু কোন গ্ৰহৰ পৰা আহিছে বা গোবৰৰ মাথাটুলৈ । ৰো গানটো চোৱা সকলোৱে like এটা কৰি যাব পাৰে চাগে । পইচা দিব নালাগে নহয় ।
জুবিন দাৰ জয় মানে অনুৰাগী জয়😍😍
জুবিন দা নহয় মাথোঁ এটা নাম ই অসমীয়াৰ আৱেগ ৰো স্বাভিমানৰ এক অফুৰন্ত ভাণ্ডাৰ । lv u zubeen da ।
Take
Hoi dei
Sila sila sila moi...
Moi mukto moi zg lover 🤘
Moi dislike korisu, karon video tu botola hoise. Sidha kotha!
@@akkivinter5122 mokkel g toi eta🙂
জুবিন দাক লগ পোৱাৰ আশাৰে বাট চাই আছোঁ....
গাৰ নুম শিয়ৰী উঠা এটি সুমধুৰ কণ্ঠ...
যাৰ সুৰত বিলীন হৈ যাও...
প্ৰতিটো শব্দৰ সুৰীয়া কন্ঠত জীপাল হৈ পৰো ...
কি যে বুজাব নোৱাৰা অনুভৱ...
God bless you Zubeen da 🙏🏼
Love you da 💝
I love zb. da Amar barpeta, kayakuchi loi ahibo lage❤️❤️❤️🙏
@@rakibulislam5425 oo mur ghor sivosagor t hoi
Its impossible for me to dislike any of Zubeen Garg's songs. He is the rockstar of Assam and his voice touches our soul..
Really
Hosakoi zubeen is best of best heart touching song bu gai dislike ami sage jibonot koribo nuwarim
😅😅😅
1
Qq
হাইৰে হাই জুবিনদা🙈
কিনোয়ে তোমাৰ লিলা
সুখটো তোমাৰ গান 😇
দুখটো তোমাৰ গান🥲
নহয় মানে কি আছে তোমাৰ কণ্ঠত😌😌
jio man jio 🤩🤩😍💕
Full lyrics______________________
চিলা চিলা চিলা মই তোৰ আকাশৰে
উৰি উৰি ফুৰো মই ডাৱৰে পোহৰে
চিলা চিলা চিলা মই তোৰ আকাশৰে
ঘূৰি ঘূৰি ফুৰো মই তোৰ আশে-পাশে
চিলনীৰ জাক উৰে মইও তাকে খেদি যাও
সূতা কাটি গ'লেও তোৰেই ঘৰ পাম
চিলা চিলা চিলা মই তোৰ আকাশৰে
উৰিব উৰি ফুৰো মই মনৰ আশে-পাশে
বৰষাৰে এই গুণ-গুণ ৰুণুক-জুনুক সুমধুৰ
উৰিব নোৱাৰো বৰ কামোৰ
সদায় উৰিবলে মন যায় আকাশ ভেদি ভেদি মোৰ
চিগি হ'লেও পৰি আঁচলতে তোৰ
চিলনীৰ জাক উৰে মইও তাকে খেদি যাও
সূতা কাটি গ'লেও তোৰেই ঘৰ পাম
চিলা চিলা চিলা মই তোৰ আকাশৰে
উৰিব উৰি ফুৰো মই মনৰ আশে-পাশে
উখল মাখল মোৰ সপোন হাতৰ পাততে তোৰ
ঘূৰা ঘূৰালে তাই মই আদিম
নাচোনৰে মই পগলা নাচোনৰে পখিলা
তালে তালে তোৰ ছন্দত মই নাচিম
চিলনীৰ জাক উৰে মইও তাকে খেদি যাও
সূতা কাটি গ'লেও তোৰেই ঘৰ পাম
চিলা চিলা চিলা মই তোৰ আকাশৰে
উৰি উৰি ফুৰো মই ডাৱৰে পোহৰে
কথা সুৰ কণ্ঠ : জুবিন গাৰ্গ
এলবাম : চিলা
প্ৰযোজনা : জুবিন গাৰ্গ, গৰিমা শইকীয়া গাৰ্গ
জুবিন দাৰ বাবে লাইক কৰা ❤️
ruclips.net/video/_01w9yuPUPc/видео.html
সুধাকন্ঠ ডঃ ভূপেন হাজৰিকাৰ পিছতে মোৰ আটাইতকৈ Fav মানুহ জুৱিন দা । সৰুৰ পৰাই তেওঁৰ গীত শুনি শুনিয়ে ডাঙৰ হৈছো
Plz এবাৰ চাবা চোন Nayanjyoti ruclips.net/video/e0XepBO-vTY/видео.html
Super zbn
😊😊
মৰমৰ জুবিন দাৰ বাবে please এটা like 🥰🥰❤❤
I'm born and brought up in Assam but now not in Assam since last 8years but my soul always in Tinsukia (Assam). I'm Bihari but like Assamese more than anything. jai Aai axom, Jai Hind
323E wearers were 32w32e32 we 333233222223W3 Were
@@pranitadas9663 lllllllllllllllll"lll"lll"l"lllllllll""ll"
@@pranitadas9663 aaa
Op
Op
চিলা...এটি খুব ধুনীয়া মৰমলগা মৰমৰ গান। শুনি আছো দুদিন ধৰি আমনি লগা নাই। অন্য মৰম ভালপোৱাৰ গানবোৰত প্ৰায়ে নিজৰ প্ৰিয়জনক জোন, বেলি,তৰা, আকাশ, সাগৰ,নদী, প্ৰকৃতি আদিৰ সৈতে তুলনা কৰি অন্তৰৰ প্ৰেম প্ৰকাশ কৰা হয়। কিন্তু চিলা গানটো এইখিনিতে ব্যতিক্ৰম। ইয়াত প্ৰিয়জনক নহয় নিজেই নিজক এক বেলেগ ৰূপত কল্পনা কৰি প্ৰিয়জনৰ সন্মুখত মৰম আকলুৱা ৰূপ তুলি ধৰিছে। ইয়াত মানুহজন মানুহ হৈ থকা নাই... হৈ পৰিছে এখন চিলা।
নিজকে চিলাৰ ৰূপ দি খুব কোমলকৈ মৰমৰ গভীৰতা প্ৰকাশ কৰা হৈছে।
মনপৰশা গানটোৰ বিশেষ দুটা লাইনে বিশেষকৈ মোৰ অন্তৰ চুই গ'ল।
"চিলনীৰ জাক উৰে
ময়ো তাকে খেদি যাওঁ
সূতা কাটি গ'লেও
তোৰেই ঘৰ পাওঁ"
আৰু আনটো হ'ল
"সদায় উৰিবলে মন যায়
আকাশ ভেদি ভেদি মোৰ
চিগি হ'লেও পৰিম
আঁচলতে তোৰ"
চিলা এখনৰ সূতা কাটি যোৱা, চিগি যোৱা মানেই চিলাখনৰ মৃত্যু আৰু সেই মৃত্যু পৰ্যন্ত আপোনজনৰ লগ এৰিব নিবিচৰা আশাৰ কথা গানটোৰ এই শাৰীকেইটাত বৰ গভীৰকৈ প্ৰতিফলিত হৈছে।
গানটো শুনি শুনি তাকে ভাবিছো মানুহ কিমান বেছি অনুভূতিপ্ৰৱণ, কিমান বেছি কল্পনাপ্ৰৱণ হ'লে এনে গীত ৰচিব পাৰে! নিজকে চিলা সাজিব পাৰে !
এইবোৰ নিচা লগা গান.... যিমানেই শুনা হয় সিমানেই বেছি ভাল লাগি লাগি গৈ থাকে। জুবিন দাৰ বহু গানত আগতেও সেই কথা প্ৰমাণ পাইছো। মানুহজনে ইমান অসুস্থতাৰ অন্তত পুনৰ গানৰ পৃথিৱীত ৰং ছটিয়াইছে, চিলা হৈ উৰিছে, ইয়াতকৈ ভাললগা কথা আৰু একো হ'ব নোৱাৰে। তেওঁৰ গান 'ডাৱৰে-পোহৰে' উৰি থাকক
Tq ❤❤❤
Right 🥰
থিকেই কৈছে আপুনি।
Exactly
I skipped the whole text & just gave one like 🙏
জীৱনৰ শেষ উশাহ লৈ জুবিন দাৰ গান শুনি ৰম❤😍🤗love u জুবিন দা🌼❤
2024 best song 1like me ❤😂🎉
I'm nepali but i love to listen Assamese song. Zubeen Da One of the best singer in world. His voice outstanding and Fabolous.
যোৱা কালি গানতো ৰিলিছ হোৱাৰ পাছৰে পৰা আজিলৈকে এটা গানকে শুনি আছো থতাপিও শুনি মন ভৰা নাই।Love you Zubeen দা ইমান সোন্দৰ গীত এটি আমাক উপহাৰ দিয়া বাবে।😘👍, যই জুবিন দা✊
বহুত দিনৰ মুৰত এনেকুৱা এটা গান উপহাৰ দিয়াৰ বাবে জুবিন দাদালৈ বহুত বহুত ধন্যবাদ |তুলনাবিহীন ভাষাৰে বুজাব নোৱাৰা প্ৰতিভা কণ্ঠ |জয় জুবিন দা |
Moiu
😘😘🥰🥰🥰😘🥰🥰😘🥰🥰
100bar man xunilu etialoike love u zubeen da🙏💓💓💓
ভিডিঅ'টো চাওক হে
ruclips.net/video/BTcYW1YR8Cg/видео.html
ruclips.net/video/BTcYW1YR8Cg/видео.html
কবলৈ কোনো ভাষা নাই, জুবীন দাক কিমান ভাল পাও তাৰো কোনো সীমা নাই।জুবিন দাৰ গান বাদেই কথা কৈ থাকিলেও শুনি থকা বিধৰ অনুৰাগী, অকল মই বুলি নকওঁ মোৰ দৰে বহুত আছে এনেকুৱা অনুৰাগী । গানটো কথা একোৱে নকওঁ মুঠৰ্বত বহুত বাৰ চালোঁ হেঁপাহ নাইপলুৱা। love you zubee da. ❤❤❤❤❤❤
সচাকৈ জুবিন দাক মই কিমান ভাল পাওঁ কথা আখৰ আৰু ভাষাৰে বুজাব নোৱাৰো, গনতু শুণি মই কান্দি গলো, মোৰ সেৰোৱা প্ৰেমৰ কালৰ কথা মনত পৰি গ'ল, জয় জুবিন দা তুমি সদায় অমৰ 😘 তুমি আমাৰ মৰম এটা যুগৰ নাম জুবিন গাৰ্গ ❤️🙏🙏🙏🙏
Very true. Zubeen da is a living legend representing Assamese music today... Baton was rightly passed from Bhupen da to Zubeen
Zubeen Daa means a emotion😌♥️
I am Rahul , from As40,,,,
In our hostel mobile is not allowed, still I take mobile from our hostel security only for Zubeen da's song❤️❤️
😅me too bro
@@gamerskavilla9552 me too bro
@@gamerskavilla9552 😯😯😐😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄
ধন্যবাদ জুবিন মামা, দূৰ্গা পূজাৰ ইমান ধুনীয়া এই উপহাৰটোৰ বাবে। তোমাৰ পৰিয়ালৰ কল্যাণ কামনা কৰিলোঁ মা দূৰ্গাৰ ওচৰত। 😊
Mjja.
জুবিন দাৰ প্ৰায় ২ বছৰীয়া পৰিকল্পনা 'চিলা' ৰ কাৰণে বহু দিনৰ পৰা অপেক্ষা কৰি আছিলো 😍😍আজি আমাক এই উপহাৰ দিলে...কি ধুনীয়া কণ্ঠ, মন পৰশা গীত 😍🔥🔥শুনিলে শুনি থাকিব মন যায় এনেকুৱা গানবোৰ...জুবিন দাৰ কাৰণে এটা লাইক প্লিজ 🙏🙏...জয় জুবিন দা, লভ ইউ জুবিন দা 😍😘😘সুখতো আপোনাৰ গান, দুখতো কেৱল আপোনাৰে গান দাদা... 😍🥰😘😘
Jai Zubeen daa ❤
@@phenomenaltanu3496 জয় হৌ🥰❤❤💪
প্ৰত্যেকতোৰ দৰে জুবিন দাৰ এইটো গীতো সংগীত জগতলৈ এক বহুমূলীয়া অৱদান... #চিলা❣️
@@bristisaikia2094 অহ হয় দিয়া 🥰❤❤জুবিন দাৰ গানে হৃদয়খনত বাৰুকৈয়ে চুই যায় ঔ...সদায় প্ৰিয় হৈ থাকক ❤
👍❤️❤️
মন চুই যায় এই গানটো শুনিলে জুবিন দা আপুনি অসমৰ মানুহক এটা অতি আমোদজনক বৈশিষ্ট্যপূৰ্ণ lyrics লিখি ব্যক্ত কৰাৰ বাবে অশেষ ধন্যবাদ
অসমৰ মানুহৰ পৰা আপোনাক বহুত বহুত মৰম জাচিলো ❤️২৩/০৩/২০২২ ৰাতি ১০:৪৬ ভালপোৱা স্মৃতিবোৰ আকৌ এবাৰ মনত পৰি গল। Big Thank you জুবিন da
When you play zubeen da song.. Not only u get the mental peace listening to his song but also the entire neighbors feel the same thing... He has a voice of nature.....
কাণ দুখন শাত পৰি গ'ল বহু দিনৰ মূৰত । লখিমপুৰৰ গৌৰৱ নীলিম মহন্তক দেখি খুউব ভাল লাগিল । যিজনে লখিমপুৰৰ বাইপাচৰ ৱালত অংকন কৰিছিল "মন যায়"বিখ্যাত জুবিন গাৰ্গৰ পেইন্টিক খন ।
Moio dekhisu MON JAI.
Awsome. Bhut bhl lgil aru jijon lora tekhtr hondujoya upovug kori nothoi anandita lora jon tekhet lakhimpuror buli gom pau dekhisu bhl lagil zubeen daa amr ajon anuperona hokulure babe
It's graffiti bro...
ভিডিঅ'টো চাওক হে
ruclips.net/video/BTcYW1YR8Cg/видео.html
ruclips.net/video/BTcYW1YR8Cg/видео.html
@@dhunmanideka2174 নিশ্চয় চাম ডিম্পু । তোমাৰ ভিডিঅ'বোৰ আমাৰ খুউব প্ৰিয়…লখিমপুৰলৈ নিমন্ত্ৰণ দিলো তোমাক ।
উস!!ইমান জাদু আছে এই কণ্ঠত। হিয়াৰ কোহে কোহে সোমাই যায় প্ৰতিটো শব্দ।হেজাৰ বাৰ শুনিলেও আৰু শুনিব মন যায়।❤️❤️❤️❤️।
Plz এবাৰ চাবা চোন Rupa ruclips.net/video/e0XepBO-vTY/видео.html
.
হয় দে😇😇😇
When I fell very nervous then I hear this song. This is not only a song but also motivation for me. কিছুমান শব্দ যেনে "ডাৱৰে পোহৰে উৰি ফুৰা চিলা" আদি শব্দই যেন হৃদয় চুই যায় লগতে গীতটি আৰু সুন্দৰ হৈ উঠে জুবিন দাৰ মধুৰ কন্ঠত ।
L lol
77
Jubin da lots of love from Bangladesh ❤️🇧🇩
Big fan❤️
lots or a lot ?
#জুবিন দাৰ গান মানেই একক, অপূর্ব, ব্যতিক্ৰম, সৃজনশীল......ইত্যাদি। #চিলা গানটোৰ পৰিকল্পনা আৰু কথা ইমানেই সুন্দৰ হৈছে যে তাক প্ৰকাশ কৰিবলৈ ভাষা বিচাৰি পোৱা নাই।
Love you #Zubeen bro. God bless you...🙏❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
Really The King(Tiger) is back.
If you agree with our comment, Give a like for all ZG or Zubeenian ...
Love You Zg
#Silaa
#Silaa
#ZubeenGarg
#EyeCreation
#ঘাতিয়াম_বাতিয়াম_RUclipsr
How peaceful this song is. Love you a lot Zubeen Da
Thank you zubeen daa you introduced childhood life
I didn’t understand lyric but i love its music, and melody. This is so so lovely. Many love from Nepal🇳🇵🇳🇵🇳🇵Good wishes ☺️
Assames Song
Love and respect from Antarctica
Watching from Mars. Hello humans. 👋
❤️
@@nayan.j zubeen Garg has recreated magic
I am fond of zubeen garg's hindi songs. And I like this song too. Assamese🤗 keep going on.. Love From haryana.💕💕
Love from assam dear💕💕💕
What are the Hindi songs of zubeen garg that u like the most
@@sanjoydas6376 Ya ali, Jaane kya chahe mann, dilruba.. and old hindi songs that he sang in 'Bol baby Bol' show. 🤗 🤗
@@anayarana8983 very good right now he left bollywood and now he is working for the Assamese Film industry
@@sanjoydas6376 I wish he could sing some more songs in Hindi too. .. Nowadays bollywood me koi ache songs aate hi nhi h...... U assamese people are really lucky to have such a soulful voice..
Kun kun zubeen daar karone jibon 1 din daan koribo??? Moi kin2 dim...zubeen da heart Hoi love u daa...
another brilliant song and a brilliant concept..
*_মনৰ মানুহ জুবিন দা, জুবিন দাক ওচৰৰ পৰা বহুবাৰ দেখিছো, কিন্তু দাদাক চুই চাবলে মন যায়, কেতিয়াবা যদি এইকন ভাগ্য হয় বহুত দিনৰ আশা এটা পুৰন হব। মনৰ মানুহজন ভালে থাকক সদায়, জুবিন দা আপুনি বিশ্বাস কৰা বা নকৰা মই নাজানো আপোনাৰ কথা কোনোবাই বেয়াকৈ কলে তাৰ বা তাইৰ লগত কাজিয়া লাগি যাবলে মন যায়, আপুনি ভালে থাকক, জয় জুবিন দা জয় চিলা, জয় আই অসম_* ❤❤
We are die hard fans of ZUBEEN daar, Jio oi zubeen daa 😘😘😘😘😘
Apunai kuwa kotha khini moi o akei . Akdom mil Ase Zubeen da akbar lg pali jam adin kharghuli loi 😍
Love you Zubeen daa
সচাই দাদা
Oi kukuror puwali sup thak 😆🤣khali kajiya koribo aha. Tur nunu tu kati dim moi.
জুবিন দা তোমাৰ গান শুনি বহুত বহুত ভাল পাওঁ ♥♥♥... কেতিয়াও আমনি নালাগে 💕💕💕💕
Zubeen da voice is next to peace of mind... Heart of Assamese Voice..
A message to Future Generation don't let this song die ♡
Nice copy paste 😂😂😂
😅😢🎉❤
Right bro😢😢😢😊😊
শব্দৰ শীৰ্ষত জুবিন গাৰ্গ ।সুৰৰ শীৰ্ষত জুবিন গাৰ্গ ।।আপুনি অসমৰ সেইটো চিলা, যিটো প্ৰতিজন অসমীয়াই চিন্তা কৰে।।।
আপোনাৰ সুৰ , কন্ঠৰ দাবি ৰজা ঘৰাই ভয় কৰা নাম।।
হৃদয়ৰ নতুন প্ৰেমৰ গান আপুনি ।💙💚💙
Akebarei hasa katha. Heibabei zubeen dar gan bur anatkoi hadai pithak hoi.
Right
Uum sosa koise 💓💓💓💓
@@monujgogoi6441 p
O
যাৰ গানৰ পৰশতে লোকাই থাকে অনেক অযুত মৰম প্ৰেম ভালপোৱা সুখ দুখ হাঁহি কান্দোন।প্ৰকৃতিক ভাল পোৱা আৰু আনৰ মন জয় কৰিব পৰা এগৰাকী শিল্পী।যাৰ গান এবাৰ দুবাৰ নহয় হাজাৰবাৰ শুনিলেওঁ আমনি নালাগে।সেইগৰাকীয়েই হ'ল আমাৰ সকলোৰে মৰমৰ জুবিন দা।❤️।।।মন যায়।।।❤️
zubeen da's aesthetic and nostalgic voice. ... and also this MV has a very good narrative 👏 👌 👍 💙 🙌 ❤️
I am basically from north lakhimpur.. I know what's the power of in zubeen da voice.. just impact on heart..😘😘 love u zubeen da..
সেই নবৈ্ব দশকৰ জুবিন দাৰ মিঠা সুবাস কন্ঠ, আজি আকৌ এবাৰ শুনিবলৈ পালোঁ।
গাৱঁৰ ল'ৰা হিচাপে এই গীতটোৱে হৃদয়ত সাজত বহাই গ'ল!
জুবিন দাক ভাল পোৱা বোৰে নিশ্চয় এটা লাইক কমেন্ট দি যাব।
Joi zubeen daa
Joi Jubeen Dada
@@lisandeka4627
N
@Babita Das l
@Babita Das j
I didn't understand the lyrics bcz I knew only hindi,bhojpuri and little bit English....
but the story of album is beautiful! I love it.. ..
From where do u get the song
This is a Assamese song nd this is l assmese language.jai aai axom
Really fantastic Theme.
Wow super voice And My favourite singer Love you Zubeen da And very very Beautiful video song ❤️👌👌
Zubin Da, is not only a singer of Assam but a pride of Assamese and Assam people. I witness this when i was in Guwahati.
lots of love from Tripuri community to Assam❤
চিলা গীতটিৰ লগতে ভিডিঅ কাহিনী কিমান সুন্দৰ উপচ-স্থাপন নিজৰ ভাষাৰে বুজাব নোৱাৰা এক কাহিনী।
আই লভ ইউ জুবিন দা।
ইমান সুন্দৰ গীত ইমান সুন্দৰ ভিডিঅ কাহিনী আমাক উপহাৰ দিয়াৰ বাবে
জুবিন দাৰ বাবে এটা লাইক
"মন যায়" "মায়াবিনি" আৰু "চিলা" অসমীয়া সংগীত জগতৰ ইতিহাসত সৃষ্টি হোৱা সৰ্বকালৰ শ্ৰেষ্ঠ প্ৰথম পাঁচটা গানৰ ভিতৰত অন্যতম গান হিচাপে জিলিকি ৰব .... জুবিন দা আপুনি একক আৰু অনন্য 💕❤️💕
সুন্দৰ কথা কৈছা ❤️❤️🌹
সঁচা অৰ্থত জুবিন দা সদায় অনন্য , ঠিকেই কৈছা 😊😊
আটাইকেইটা মোৰ favorite
@@bithikalahan4985 thanks 😊
😳
Zubeen sir is the Assam talent
I am from Chennai . I do not know the meaning of the song . But I enjoyed the song , which is very melodious .
গানটো শুনি আমনি লগা নাই
শুনিয়েই আছোঁ 30 বাৰ মান শুনিলো এতিয়ালৈকে। খুব সুন্দৰ হৈছে দাদা ❣️❣️❣️❣️❣️❣️❣️❣️
অইঈজধ
অঈঘধঝস
আকেজ
Respect from Pakistan occupied Lahore ❤️🙏 insha'Allah god bless you zubeen 🔥
Tq bhai
Is you really bro?
Damm dude 🔥
Salute..... From assam
Zubeen da is our emotions 💖
Zubeen দা আপোনাৰ এই গানটো সানিলে দুখ লাগি যাই। 😭😭😭
Zubeen da mane ki kom apunak eman dhuniya geet so sweet Zubeen da
When you listen it more than 1 times ,believe me it becomes addictive
Maximum zubeen's songs are addictive
From yesterday I have listened it more than 30 times
Addicted....
@@horenbokotial3845 Addicted is used for sentences ending with Am,are is etc ,For ex, I'm addicted to this song or he is addicted .But Addictive is an adjective used after sentences like I have written above
@@anowarhussain2242 he is not rectifying you he is just stated that he is addicted
চিলা চিলা চিলা মই
তোৰ আকাশৰে
উৰি উৰি ফুৰো মই
ডাৱৰে পোহৰে
চিলা চিলা চিলা মই
তোৰ আকাশৰে
ঘূৰি ঘূৰি ফুৰো মই
মনৰ আশে পাশে
চিলনীৰ জাক উৰে
ময়ো তাকে খেদি যাওঁ
সূতা কাটি গ'লেও
তোৰেই ঘৰ পাওঁ।
চিলা চিলা চিলা মই
তোৰ আকাশৰে
উৰি উৰি ফুৰো মই
ডাৱৰে পোহৰে
চিলা চিলা চিলা মই
তোৰ আকাশৰে
উৰি উৰি ফুৰো মই
মনৰ আশে পাশে
বৰষাৰে এই গুণগুণ
ৰুণুক জুণুক সুমধুৰ
উৰিব নোৱাৰোঁ
বৰ কামোৰ
এ...সদাই উৰিবলে মন যায়
আকাশ ভেদি ভেদি মোৰ
চিগি সৰো পৰি আঁচলতে তোৰ
চিলনীৰ জাক উৰে
ময়ো তাকে খেদি যাওঁ
সূতা কাটি গ'লেও
তোৰেই ঘৰ পাওঁ
চিলা চিলা চিলা মই
তোৰ আকাশৰে
উৰি উৰি ফুৰো মই
মনৰ আশে পাশে
উখল মাখল মোৰ সপোন
হাতৰ পাকতে তোৰ
ঘূৰা ঘূৰা লেতাই ঘূৰা মই আদিম
এ... নাচানৰে মই পগলা
নাচোনৰে পখিলা
তালে তালে তোৰ ছন্দত মই নাচিম
চিলনীৰ জাক উৰে
ময়ো তাকে খেদি যাওঁ
সূতা কাটি গ'লেও
তোৰেই ঘৰ পাওঁ।
চিলা চিলা চিলা মই
তোৰ আকাশৰে
উৰি উৰি ফুৰো মই
ডাৱৰে পোহৰে।।
❤️❤️❤️
❤️❤️❤️
Mojja de
bah...
Proud of u dost ❤️ jai Zubeen daa ❤️
0p0aa ap0p
I request personally to Zubeen da to make a song in respect of Martyrdom Soldiers of Assam. Also request to suit the video graphy in Ladakh for their loving memory
Joi zubben da ❤️...... love you ❤......
2024 tt kuna hunisa ....
বৰষাৰে এই গুণ গুণ
ৰুণুক ঝুনুক সুমধুৰ
উৰিব নোৱাৰো
বৰ কামোৰ🖤
best line
Nice
চিলা চিলা চিলা মই
তোৰ আকাশৰে
উৰি উৰি ফুৰো মই
ডাৱৰে পোহৰে.... 🦅
চিলা চিলা চিলা মই
তোৰ আকাশৰে
ঘূৰি ঘূৰি ফুৰো মই
মনৰ আশে পাশে.... 🦅
চিলনীৰ জাক উৰে
ময়ো তাকে খেদি যাও
সুতা কাটি গ'লেও
তোৰেই ঘৰ পাও....❤️❤️❤️❤️. 🪁 ।।fell in Love with SILAA...❤️❤️
Thank you for zubeen garg i'ts nice song's❤️❤️❤️❤️❤️❤️❤️
Zubin is the only one who touch my heart
*I start loving Assamese culture because of you Zubeen Sir...*
*Love from Bangladesh.*
Thank you bro ❤love from assam 🇮🇳
💞💞💞💞💞💞💞💞
@@Tilluhazarika Nice people, Great Assam...
@@bishnupapuofficial7812 💗💖💗💖💞💞💗💞
@@dorpok2137 thank you😊 brother❤
টেক্সী গাড়ী, মাছলে যোৱা, আলট্ৰাচন, অটৱালা,.....এইবোৰ শুনাবোৰেহে দিছলাইক কৰিব। জুবিন দাৰ গান এইবোৰে বুজি নাপায়। যিকি নহওক জুবিন দা সদায় চিৰসেউজ হৈ থাকক।জুবিন দা আমাৰ আৱেগ।
জুবিন দা অহংকাৰ।
জয় জুবিন দা।
Hoi dada apuni khosa kotha koise
@@santanudeka1332 umm Khosa Khosa Khosa khosa
yes
মনৰ কথা কলা broo,, জুবিন দা ❤️❤️❤️❤️
@@freefiregamevideo7790 ❤️
Im from Arunachal Pradesh 💗😘 N i love jubin very much....he is amazing 😍
What a creation. Love this masterpiece. Lots of love from Nepal (now Australia).
Zubin Dar কাৰনে এটা লাইক কৰিব কাৰন ইমান ধুনীয়াকৈয় চিলা(silaa) album খন বনাইছে।সচাই কি দৰে যে ধন্যবাদ দিম আৰু মই নমৰা লৈকে জুবিন দাৰ গীত শুনি য়ে থাকিম।। জুবিন দা I love you..
Spelling vul hoise album r naam tot
@@bubulvlogs4671 তই অসমীয়া কথা বুজি নোপোৱা নেকি
@@sbassamesrox5677 moi nhi toi he napa kijni
@@sbassamesrox5677 spelling
Najana jdi likhiba nlge
জুবিন গাৰ্গ ৰ গান শুনি এই জীয়াই আছোঁ বুলি কব পাৰি এনেদৰেই তুমি সদাই নতুন সৃষ্টি কৰি যোৱা ভাল পাওঁ বহুত তোমাৰ গান ৰ অনুভৱ বোৰ
একেই ধাৰণা 🙂
ruclips.net/video/AeNb1FzYYig/видео.html
Banana choos o jaw zubin ka
100%hossa koisa bro tumi?
দাদাৰ গান শুনি ডাঙৰ হৈছো। আশা কৰো তেওৰ গান শুনিয়ে মৰিম। বহুত ভাল পাও দাদা
Eman dhuniya gan....tate ako lakhimpurt shooting..
Love from Maharashtra
জুবিন দা গীতটো শুনিবৰ কাৰণে বহুত অপেক্ষা কৰি আছোঁ । আশা কৰো সকলোৱে যাতে গীতটো আদৰি লয় ।জয় জুবিন দা।
ruclips.net/video/_01w9yuPUPc/видео.html
চিলা আৰু চিলনীৰ প্ৰসংগ সুন্দৰকৈ উপস্থাপিত হৈছে গীতটোত.. ধন্যবাদ জুবিন দা সুন্দৰ গীত উপহাৰ দিয়া বাবে...
Jai zubeen da 🔥❤️
From tinsukia big fan zubeen garg
Sila'r দৰে আপোনাৰ গানবোৰো আমাৰ মনৰ ভিতৰত উৰি ফুৰে । 🥰🥰
Hie you
বহুত ভাল লাগিল দে । মোৰ ভিদিঅ বোৰ চাব চোন । তলত লিংকটো দিলো
🌼🌼ruclips.net/video/8GYtvj5ZmiI/видео.html :::: please..like..and..share...and.. subscribe...
@@wefunsong2626 definitely Sam n like share korim 💗✨🥰
Same here @Emon Dutta
2020 me kuch to atcha huwa 😉😉😉😍😍😘😘😘😍😍
Love you zubeen Garg😘😘😘😘😘😘😘😘😘♥️💖
I am Manoj from Odisha , but I am too loving Assam songs .
Basically Jubin songs
জুবিন দাৰ এই গানটো মই সকলোতকৈ ভাল পাও ❤️❤️❤️❤️❤️❤️❤️জয় জুবিন দা❤️❤️❤️❤️❤️❤️❤️❤️
সূতা কাটি গলেও তোৰেই ঘৰ পাওঁ ❤চিলা💕বহু দিনৰ অপেক্ষাৰ পিছত ❤❤love you BossZG❤
গানটো মুক্তি দিয়া সময়ৰ পৰা এতিয়ালৈ এইটো গানেই শুনি আছো। জয় জুবিন দা❤️❤️❤️
Didn't understand this song. But really a beautiful song.. Love from tripura
Htyg
Htyg
Everytime i hear this song i feel like i am on air... So relaxing voice.... Like a cool breeze... Mind refreshing song... Luv u zubin dah.... Perfect💯 and perfect💯
জুবিন দা আপোনাৰ গানৰ অনুভৱেই সুকীয়া,,তাতে আকৌ চিলাৰ অনুভৱ,❤️❤️ufffff❤️❤️❤️কবলৈ ভাষা নাই🔥🔥🔥
সম্পূৰ্ণ গানটো লখিমপুৰ shooting । ভাল লাগিছে ❤️
লগতে act আৰু art কৰা দাদা জনো লখিমপুৰৰে। ।গৌৰৱ অনুভব কৰিছোঁ এটা কোণত ❤️
Uuff Zubeen da
Zubeen da ❤❤ from Rajasthan
অতি অপেক্ষাৰ অন্তত আমাৰ অতিকৈ মৰমৰ জুবিন দাৰ " চিলা" শীষক গীতটি আজি আমাৰ মাজত।। love you zubeen daa🥰🥰🥰
*বহু দিনৰ অপেক্ষাৰ অন্তত মৰমৰ দাদাৰ এলবাম "চিলা"ই💚আজি মুক্ত আকাশত উৰিবলৈ পালে❤️গীতৰ কথা সুৰ খুব সুন্দৰ দাদা💜কণ্ঠৰ কথাটো শব্দৰে বা ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিম এ😊 অতুলনীয় কণ্ঠৰ অধিকাৰী দাদা আপুনি আমাৰ অসমীয়া সংগীত জগতৰ নক্ষত্ৰ হয়💚আপোনাৰ কণ্ঠত আকৌ আগৰ সেই চিৰসেউজ গান বোৰ ঘূৰাই পোৱা যেন লাগিছে* 🌼💜শেষত *জয় জুবিন দা* ❤️😘
লাভ ইউ দাদা😘
চিলা চিলা চিলা মই তোৰ অকাশৰে
উৰি উৰি ফুৰো মই ডাৱৰে পোহৰে🪁💜
Qqqeerttyuoopp
Mur fast and last kotha Zubeen dar proti2 Gaan aru album video mur priyo huni val lage 🥰🙏👌👌👌😘
Love from Karnataka.. 🥰