Matilei nami oha junak | Assamese Modern Song | Deuka | Tarali Sarma | Windsongs

Поделиться
HTML-код
  • Опубликовано: 22 ноя 2021
  • Presented By #WINDSONGS
    #deuka
    #matileinamiohajunak
    #taralisarma
    #manjulboruah
    #jintubordoloi
    #dipkeshborgohain
    Album-Deuka
    Song-Matilei nami oha junak
    Audio Credits
    Singer/Composition/Lyrics-Tarali Sarma
    Music Arrangement-Dipkesh Borgohain
    Flute-Pradip Deka
    Recorded and Mixed & Mastered at DREAMS STUDIO by Jintu Bordoloi
    Assisted by -Ripunjoy Sarma
    Video Credits
    Starring- Tarali Sarma,Mridupawan
    Script/Directon/Concept-Manjul Boruah
    Editing-Twenchang
    Asst Editor/Colourist/Title credit-Ghanashyam Kalita
    Dop-Nagen Baishya
    Production Design-Himen Bora
    Casting-Ronald Hussain
    Cast-Tarali Sarma
    Mridupaban Parashar
    Rajib Sarma
    Phunuprabha
    Panjit Changmai
    Joshua Queah
    Ankit Rai
    Kakul Bharali
    jay
    Sound Design-Debojit Gayan
    Makeup-Pranjal Pratim Kashyap
    Art Director-Panjit Changmai
    Lyrics-
    মাতিলেই নামি অহা জোনাক
    সিঁচি দিওঁ গুপুতে মই তোমাক
    যি কথা বতাহে কঢ়িয়াব নোৱাৰে
    যি কথা আকাশে খুলি বুজাব নোৱাৰে
    কুৰুকি কুৰুকি খান্দি যোৱা বিষ
    ঠেৰেঙা বুকুত হেৰুৱাও দিশ
    আজি কওঁ শুনা মই
    আজি কওঁ শুনা তোমাকেই
    তোমাৰেই কথা
    মই তোমাতেই তুমি শেষ আকুলতা
    বাউলী কিয় যে মোৰ
    সময়বোৰ তোমাতে ৰয়
    তুমি অবিহনে নোৱাৰো জীয়াব মই
    ফল্গু দুখৰ মেৰুত
    বৰষুণ এজাক হৈ
    কৰাচোন শীতল
    এই পিয়াসীৰ হৃদয়
    লৈ যাবানে মোক
    লৈ যাবানে মোক তোমাৰ সৰু পৃথিৱীলৈ
    য'ত তুমি মই
    য'ত তুমি মই হেৰাই যাম এজাক জোনাকীক লৈ..
    Audio Streaming links
    Wynk = wynk.in/u/cAwRV97l2
    Spotify = spoti.fi/3DNoPab
    Amazon Music = amzn.to/3DSQ0jS
    Sound Cloud = bit.ly/3nN5pg8
    Jiosaavn = bit.ly/3l1if8r
    Gaana = bit.ly/30Omey5
    Follow Tarali Sarma,
    on Facebook: / taralisarma
    on Twitter: / taralisarma
    For Live Shows:
    taralisarma@gmail.com
    07002200609
    © All rights are reserved to Windsongs,Tarali Sarma
    [Any kind of unpermitted downloading, uploading, copying or cropping of the videos will be liable under section 51 of the Indian Copyright Act.]
  • РазвлеченияРазвлечения

Комментарии • 2,2 тыс.

  • @chinmoyeegoswami2719
    @chinmoyeegoswami2719 2 года назад +2755

    মেম, এদিন আপুনি এটি সাক্ষাৎকাৰত কথা প্ৰসংগত কৈছিল যে আপোনাৰ গান চবেই নুশুনে, হয়তো ১০ জনৰ ২ জনে শুনে। কোনে শুনে বা কোনে নুশুনে তাক লৈ একো ক'বলৈ নাযাওঁ। কিন্তু আপুনি সেই ২ জনৰ বাবে গান কৰিবই লাগিব... আপোনাৰ এই ধৰণৰ গানবোৰৰ বাবেই আমি ৰৈ থাকোঁ।

    • @himadreedeka6138
      @himadreedeka6138 2 года назад +29

      মই শুনো তেখেতৰ গান

    • @ranjitasworld1810
      @ranjitasworld1810 2 года назад +22

      Bohut val paw tarali ma'am r gaan...❤️❤️

    • @bikashsaikia5350
      @bikashsaikia5350 2 года назад +17

      মনৰ কথা কৈছে।

    • @malayakalita6830
      @malayakalita6830 2 года назад +10

      Mnr kotha❤

    • @mintudarshan7136
      @mintudarshan7136 2 года назад +30

      সেই দুজনৰ ভিতৰত অন্যতম এজন মই

  • @user-jc5ks1ig3l
    @user-jc5ks1ig3l 11 месяцев назад +40

    আজিৰ ল'ৰা ছোৱালীয়ে আপোনাৰ গান শুনে মানে বা আপুনি সঁচাকৈয়ে এগৰাকী সংগীতৰ সফল সাধক❤🥰

  • @bhaskarjdas8199
    @bhaskarjdas8199 Год назад +112

    "লৈ যাবা নে মোক তোমাৰ সৰু পৃথিৱীলৈ,
    য'ত তুমি মই হেৰাই যাম এজাক জোনাকীক লৈ।"
    বাক্যশাৰী ইমান ভাল লগা।❤

  • @lakhyajit907
    @lakhyajit907 Год назад +38

    সকলো শিল্পীৰে একো একোটা আকৃতি থাকে । সেয়ে তৰালী শৰ্মাও তৰালী শৰ্মা হৈয়ে থাকিব , একক আৰু অনন্য হৈ ।❤

  • @tulikahazarika3968
    @tulikahazarika3968 2 года назад +681

    দায়িত্ব আমাৰ কোনবোৰ গানক আচলতে আমি জনপ্ৰিয় কৰিব পাৰো। This song deserves much more reach ...No doubt Tarali ba "Nightingale of Northeast"

    • @zugalmy
      @zugalmy 2 года назад +16

      আমাৰ অসম মুলুকত Taxi wala , Auto wala শুনি ভাল পোৱা মানুহৰ সংখ্যাহে বেছি।

    • @gitarthadutta3978
      @gitarthadutta3978 2 года назад +1

      Mod khai nosabur

    • @onupamrajkhowa
      @onupamrajkhowa 2 года назад +7

      Texi Wala , buka buka , disco ভন্টি শুনা লোক সকলে কি বুজি পাব

    • @anupomsonowal5680
      @anupomsonowal5680 2 года назад

      Zublee nightingale of NE

    • @jaanboruah8680
      @jaanboruah8680 2 года назад +1

      অন্তৰ চুই যোৱা সুন্দৰ গীত । ইমান ধুনীয়া সংগীত ব্যৱস্থাপনা, গীতৰ সুৰ আৰু কথা তৰালী বাৰ দৰদী কন্ঠত প্ৰাণ পাই উঠিছে ।

  • @jitumonidas5501
    @jitumonidas5501 2 года назад +376

    কি আচৰিত কন্ঠৰ অধিকাৰী আপুনি!! শিয়ঁৰি উঠো ।‌ প্ৰতিবাৰেই।💙💙💙💙💙💙💙💙💙💙💙

  • @bhoratdas3882
    @bhoratdas3882 9 месяцев назад +7

    তৰালী বাৰ এই গীতটো মই 300 বাৰৰ ওপৰত শুনিছোঁ কিন্তু প্ৰত্যেক বাৰতে কিবা নতুন সোৱাদ পাওঁ, বিশেষকৈ অন্তৰাটো উফ....গোসাঁনী মা নমস্কাৰ ।

  • @projecthalfpastnine4099
    @projecthalfpastnine4099 2 года назад +8

    আপোনাৰ ১০জনৰ ভিতৰত থকা ২জনৰ মই এজন 😌🌿💚

  • @raghutamang
    @raghutamang 2 года назад +182

    আপোনাক দেখিলেই মোৰ হৃদয় শ্রদ্ধাৰে ভৰি পৰে। এগৰাকী আদৰ্শ গায়িকা হিচাপে আপোনি সদায় অসমীয়াৰ মনে প্রাণে জীয়াই থাকিব। এনেদৰে গান গাই যাওক বাইদেউ।

  • @priyamdas0080
    @priyamdas0080 2 года назад +169

    অপূৰ্ব 👏🏻
    এয়াহে গান 💖
    অলেখ শুভ কামনা গোসাঁনী মাঁ 🌼🌸🙏🏻
    গীতটিয়ে শ্ৰোতা ৰাইজৰ হৃদয়ত বাস কৰক ❤️❤️
    মোৰ হৃদয় চুই গ'ল । অতি হৃদয় স্পৰ্শী কথা । এয়া সপোনবোৰৰ, হেঁপাহবোৰৰ এক আধৰুৱা পৰিসমাপ্তিৰ বিৰহ গাঠা ।
    সদৌ শেষত, আপোনাৰ মৰমৰ পৰশ পোৱা প্ৰতিটো সৃষ্টি এনেদৰেই যুগমীয়া হওক ❤️❤️❤️

  • @bhaskarjdas8199
    @bhaskarjdas8199 Год назад +6

    তৰালী শৰ্মা বাইদেউৰ মা‍ত‍ত সচাঁকৈয়ে এক সুকীয়া গাম্ভীৰ্য্যতা লুকাই আছে......তেখেতৰ গীত যিসকলে প্ৰথম শুনে আজীৱন তেওঁ বাইদেউক পাহৰিব নোৱাৰা অনুৰাগী হৈ পৰে।তেখেতৰ গীত বোৰত যেন আমাৰ জীৱনৰ কিছুমান পাহৰিব নোৱাৰা স্বৰ্ণিল বাস্তৱ ;যেনে দুখ-সুখ,বিৰহ-আন‍ন্দ আদি প্ৰস্ফুটিত হৈ থকা যেন লাগে। তৰালী ma'am আপুনি মহান❤

  • @letstour1525
    @letstour1525 2 месяца назад +1

    Best lyrics best music best voice .. overall a perfect heart touching song i have ever listened.. Tarali baa.. love you and god bless you..❤❤❤❤❤❤

  • @pranabjyotisaikia1084
    @pranabjyotisaikia1084 2 года назад +331

    তুমি গানৰ প্ৰকৃত প্ৰেমিক তেতিয়া হে যেতিয়া দীপলিনা ৰ গান শুনিবলৈ এৰি তৰালি বাইদেউৰ গান শুনিবলৈ লবা।

    • @bhabitakalita3588
      @bhabitakalita3588 2 года назад +20

      Yes , আমি জুবিন দা , বিপিন চাউদাঙ দা আৰু তৰালি বা তেওঁলোকৰ গান সমূহত নিজক বিচাৰি পাওঁ.... বৰ্তমানৰ গায়ক বিলাকৰ গান বোৰত আমোদ হে পাওঁ কিন্তু অন্তৰ চুই নাজায়

    • @namitabora964
      @namitabora964 2 года назад +1

      Right

    • @Rimi....7237
      @Rimi....7237 Год назад

      @@bhabitakalita3588 থিক কথা কৈছা তুমি

    • @Rimi....7237
      @Rimi....7237 Год назад

      সছা কথা

    • @rishmitapurpleuuu6521
      @rishmitapurpleuuu6521 Год назад

      Right

  • @kritikahazarika2806
    @kritikahazarika2806 2 года назад +93

    গীতিৰ শব্দ আৰু সুৰে হৃদয় চুই গ'ল,সচাঁই গীতটি বাৰে বাৰে শুনি থাকিলে আমণি নালাগে,গীতটি এক সুন্দৰ অনুভূতিৰ প্ৰকাশ ঘটিছে।।

  • @gitimonisonowal7425
    @gitimonisonowal7425 2 года назад +10

    তোমাৰ গান যেতিয়াই আমাৰ ঘৰত বাজে,তেতিয়াই মোক ঘৰত সকলোৱে চিঞৰি কয়, ঐ তোৰ বাৰ গান বাজিছে। সঁচাকে বা দিনটোত এবাৰ তোমাৰ গান শুনিলে হে চোন মোৰ মনটোৱে শান্তি পায়। যতেই তোমাৰ গান বাজে তাতেই থমকি ৰওঁ,তোমাৰ গানৰ সুৰত সোমাই পৰো।

  • @ankursarmah9305
    @ankursarmah9305 Год назад +14

    তৰালি বা ৰ প্ৰতিটো গানেই হৃদয়স্পৰ্শী ❤

  • @gojalicreation6669
    @gojalicreation6669 2 года назад +56

    সঁচা অৰ্থত এইয়া গানৰ মহিমা খুব সুন্দৰ কণ্ঠ.... সকলোৱে share কৰা উচিত.... ধন্যবাদ তৰালী বাইদেউ ইমান ধুনীয়া কণ্ঠ

  • @ashabordoloi7037
    @ashabordoloi7037 2 года назад +45

    হেঁপাহেৰে ৰৈ থকা এটি সুন্দৰ গীত----
    অভিনন্দন তৰালী বা। তোমাৰ সকলোবোৰ গীতেই মোৰ প্ৰিয়, কিন্তু এইটো কিছু সুকীয়া, ক'বনোৱাৰাকৈয়েই বুকুত সোমাই গ'ল গীতটো -সকলোৰে অনুভূতিবোৰ যেন প্ৰতিটো শব্দই কৈ গৈছে-----
    "বাউলী কিয়যে মোৰ --সময়বোৰ তোমাতেই ৰ'ল
    তুমি অবিহনে নোৱাৰো জীয়াব মই------

    • @anamikaboravlog2863
      @anamikaboravlog2863 Год назад

      Chake bouli kio je mur samoi bor tumatei roi tumi abihone noaru jiabo moi hrt touching line

  • @shrutisagar2906
    @shrutisagar2906 Год назад +8

    যিমানবাৰ শুনিছো প্ৰতিবাৰেই আৱেগিক হৈ উঠিছোঁ ।প্ৰতিটো শব্দই যেন বুকুৰ গভীৰতাত শিপাই গৈ উশাহৰ বাট বুলিছে❤️❤️

  • @monikaborah7495
    @monikaborah7495 Месяц назад

    এয়া ভগৱানৰ আশীৰ্বাদ যাক আমি পাইছোঁ❤️❤️❤️❤️❤️❤️I love you torali baaa❤❤❤❤

  • @BanditaKalita
    @BanditaKalita 2 года назад +30

    I still remember, 3rd November 2017. I was hosting you on behalf of my workplace at our annual function. Apuni green room ot mur logot bohi thakute muk koisile, "Amar manuhe bhal gaan xodai xunibo. Instant fame ot koi monot roi juwa gaan or besi dorkar". Apunar Mukoli r pora Henguliya loi, Ahiba Tumi r pora Matilei Nami oha Junak oloi, protyek tu gaan ei monot roi juwa. You'll always be the finest and best of today's time, and in the near future Tarali ba.

  • @meghaligogoi3935
    @meghaligogoi3935 2 года назад +40

    অপূৰ্ব!অনন্য! কিমানদিনৰ পাছত এনে এটা গীত শুনিবলৈ পালো! ধন্যবাদ তৰালীবা!💗💗💗

  • @sukumardutta9260
    @sukumardutta9260 4 месяца назад

    Torali Sarma is best singer who is initially an enquiry of understanding about this song then begins to singing the song which clarifying all bringing to the very heart of existence of music culture

  • @purabineogpurabineog5527
    @purabineogpurabineog5527 2 года назад +14

    হাজাৰ বাৰ শুনিলেও আমনি নলগা এটি শ্ৰুতিমধুৰ গীত, যিমানেই শুনিছোঁ, আকৌ শুনিব লৈ মন গৈ থাকে,আপোনাৰ কণ্ঠত আচৰিত শক্তি আছে, বা আগলৈও এনেদৰে আমাক আপোনাৰ গানবোৰ উপহাৰ দি যাব বুলি আশা কৰিলোঁ...শুভেচ্ছা আৰু শুভকামনা থাকিল আগন্তুক প্ৰতিটো গানৰ লৈ।

  • @manasrimoumun8432
    @manasrimoumun8432 2 года назад +8

    শুনিয়েই থাকোঁ,শুনিয়েই থাকোঁ...তৰালী বা সদায়েই অনন্য, চিৰসেউজ 🍃💚

  • @hemantapathak6776
    @hemantapathak6776 Год назад +3

    গীতটো শুনি হঠাতে দুধাৰি বৈ আহিল। কিয় নাজানো।বহুত ভাল লাগিল তৰালী বা।🙏🙏

  • @meditationmusic1739
    @meditationmusic1739 25 дней назад

    গান বুলি কলে তৰালি বাৰ গানবোৰে অন্তৰ চুই যায় ।

  • @mgogoi7755
    @mgogoi7755 2 года назад +12

    ক'বলৈ ভাষা নাই। মাথো এষাৰেই ক'ম....ভাল পাওঁ আপোনাক তৰালি বা। বুকুত আছে আপুনি সদায়। বহুত বহুত শ্ৰদ্ধা আৰু মৰম❤️❤️

  • @theeasternworld
    @theeasternworld 2 года назад +110

    *শব্দ আৰু সুৰৰ মায়াজাল, অপূৰ্ব সংগীত* ❤🙏

  • @himandas6809
    @himandas6809 2 месяца назад

    tarali baa agr pray fev..... ❤❤ 8:22 mr soku pani ulai goise, heart touching baa❤❤

  • @pranjitpathak3446
    @pranjitpathak3446 2 года назад +3

    গীতটি দিনত এবাৰমান নুশুনিলেচোন ভালেই নালাগে , প্ৰতিটো গীতেই হৃদয়স্পৰ্শী ❤❤

  • @user-wj4kr2eo1y
    @user-wj4kr2eo1y 2 года назад +31

    বৰ্ষশ্ৰেষ্ঠ ভিডিঅ বাইদেউ..
    ইমান ভাল লাগিল কনচেপটো ধুনীয়া .
    কন্ঠত সৰস্বতী বিৰাজ কৰি আছে..
    আশা কৰো গীতটো সকলোৱে আকোৱালি লৱ ..
    মোৰ মন চুই গৈছে..
    টিমৰ আটাইলৈ অভিনন্দন ..আগলৈ শুভ কামনা থাকিল বা❤❤❤❤

  • @pranjalkumarmahanta6740
    @pranjalkumarmahanta6740 2 года назад +48

    ।। অনন্য ৰচনা।। অনবদ্য সংগীত।। সুৰ-কণ্ঠৰ অপূৰ্ব চয়ন।। চেল্যুট।।

  • @biswajitborah1763
    @biswajitborah1763 2 месяца назад +1

    উফফ যেতিয়াই গানটো শুনো মনটো ভৰি যায়।

  • @JIBONOREITUHITU-MADHURIMA
    @JIBONOREITUHITU-MADHURIMA 2 года назад +2

    ইমানেই ধুনীয়া লাগিল, স‌ঁচা তৰালীবা আপোনাৰ কণ্ঠ সুকীয়া, একেদৰে গীতৰ সুৰ, কথা সকলোবিলাক সুকীয়া, মন চুই যোৱা।❤️❤️❤️❤️

  • @novellake7527
    @novellake7527 2 года назад +11

    আপোনাৰ কন্ঠৰ ৰে নিগৰোৱা সকলোবোৰ গানে ইমান মিঠা সচাই অভিনব অপূৰ্ব অময়া আপোনাৰ কন্ঠ ।সচাকৈ ভাল লাগি গল বা সন্ধিয়া ডুবিব খোজা ৰঙা বেলিটিও আজি থমকি ৰল জুৰিটিৰ কুলু কুলু শব্দই আজি লাজতে স্তব্ধ হৈ ৰল প্ৰত্যেক টো গীতেই যেন অনুভৱৰ পৃষ্ঠা বোৰ লুটিয়াই দিয়ে ইমান ৰসাল ইমান আবেগময় চুই যাই হৃদয়ৰ দুৱাৰ দলি আপোনালৈ শুভ কামনা বা

  • @abhinandahatiboruah8320
    @abhinandahatiboruah8320 2 года назад +31

    বহুত দিনৰ মূৰত এটি হৃদয় স্পৰ্শী গান শুনিলো... ভাল লাগিল । এনেদৰেই যাতে আপুনি সুন্দৰ গীতবোৰ উপহাৰ দিয়ে তাকে কামনা কৰিলো ।

    • @Vlog-dr9wy
      @Vlog-dr9wy 2 года назад

      Bht val lgil dai Baa.. Xundar. Najanu kio gan to mor babe bht priya hoi....

  • @FactbyRanjan
    @FactbyRanjan 9 месяцев назад +3

    Lyrics in Assamese:
    মাতিলেই নামি অহা জোনাক সিঁচি দিওঁ গুপুতে মই তোমাক যি কথা বতাহে কঢ়িয়াব নোৱাৰে যি কথা আকাশে খুলি বুজাব নোৱাৰে কুৰুকি কুৰুকি খান্দি যোৱা বিষ ঠেৰেঙা বুকুত হেৰুৱাও দিশ আজি কওঁ শুনা মই আজি কওঁ শুনা তোমাকেই তোমাৰেই কথা মই তোমাতেই তুমি শেষ আকুলতা
    বাউলী কিয় যে মোৰ সময়বোৰ তোমাতে নয় তুমি অবিহনে নোৱাৰো জীয়াব মই ফল্গু দুখৰ মেৰুত বৰষুণ এজাক হৈ কৰাচোন শীতল এই পিয়াসীৰ হৃদয়
    লৈ যাবানে মোক
    লৈ যাবানে মোক তোমাৰ সৰু পৃথিৱীলৈ
    য'ত তুমি মই
    য'ত তুমি মই হেৰাই যাম এজাক জোনাকীক লৈ.

  • @axomiyatumanjit
    @axomiyatumanjit Год назад +1

    Uff . Baa ..
    শুনি থাকিলে শুনি থাকিবলৈ মন যায় । ❤

  • @HarmonyVerseCreations
    @HarmonyVerseCreations 2 года назад +9

    হৃদয়স্পৰ্শী৷ কথাখিনি,ষ্ট'ৰীলাইনটোৱে কৰবাত বুকুখন খুন্দিয়াই থৈ গ'ল৷ বুবু দায়ে এটা গান লৈ আপোনাৰ ওচৰলৈ লৈ গৈছিল৷ কিবা কিবি কাৰণত ৰৈ গ'ল… বুবু দা আতৰি যোৱা একবছৰেই হ'ল৷ আজি আকৌ চকুপানী ওলাই গ'ল গানটো শুনি- দেখি৷
    "গানটো কৰিম তৰালী বা"

    • @novellake7527
      @novellake7527 2 года назад +1

      দাদা আপোনাৰ লিখনি বোৰ ভাল লাগে

    • @HarmonyVerseCreations
      @HarmonyVerseCreations 2 года назад +1

      @@novellake7527 মোকে কৈছা নে?

    • @novellake7527
      @novellake7527 2 года назад +1

      @@HarmonyVerseCreations অ দাদা আপোনাকে কৈছো ভাল লাগে আপোনাৰ লিখনি বোৰ সুব সাবলীল ভাবে মন গহনৰ ভাব বোৰ প্ৰকাশ কৰি লিখে

    • @HarmonyVerseCreations
      @HarmonyVerseCreations 2 года назад

      @@novellake7527 ধন্যবাদ জনালোঁ৷

    • @novellake7527
      @novellake7527 2 года назад +1

      @@HarmonyVerseCreations আপোনাক চেঁচা কুঁৱলীৰ পৰেশেৰে আদৰনি জনাইছোঁ

  • @madhurikonwar4412
    @madhurikonwar4412 2 года назад +3

    বহুবোৰ গান শুনি থাকিলেও কিন্তু নিৰ্দিষ্ট একোটা গানে আমাৰ বুকুত জোৱাৰ তুলি যায়.. গাৰ নোম শিয়ৰি আহে..বাইদেউ আপোনাৰ মাত আৰু গান শুনিলে সচাঁকৈ কি সোৱাদ লাগে.. ইমান মিঠা❤

  • @pallabitanti2971
    @pallabitanti2971 Год назад +2

    বহুত সৰুৰ পৰা আপোনাৰ গান শুনি আহিছো, আজিও একেই মিঠা অনুভৱবোৰ পাও। আপুনি বৰ আদৰ্শৰ ।❤ ইন্ষ্টাৰ ৰিল্ছৰ সলনি আপোনাৰ গানে এক মানসিক শান্তি দিয়ে। 😊😊

  • @user-cu5td3dz2f
    @user-cu5td3dz2f 2 года назад

    ইমান ধুনীয়া ❤️❤️❤️❤️ ধন্যবাদ Poraaaaaaগ ইমান ধুনীয়া গানটোৰ লগত চিনাকী কৰাই দিলা❤️।
    কিমান বাৰ শুনিলো আমনি লগা নাই , কেতিয়াও নালাগিব। from today this is my morning song❤️

  • @nabuttomsharma2326
    @nabuttomsharma2326 2 года назад +3

    এইয়া কেনে দস্তৰ আপোনাৰ
    গান ও গান ....
    হৃদয় ও চুব...
    এটা মনপৰশা কাহিনী ও ক'ব!
    ❤️❤️

  • @parishmitabordoloi9720
    @parishmitabordoloi9720 2 года назад +5

    উফ্! কান্দি দিলো অ’৷ কি হৃদয় চুই যোৱা গান!তৰালী বা just Hats off👍

  • @GaneshBorah-fv5gy
    @GaneshBorah-fv5gy 5 месяцев назад

    বা,আপোনাৰ কথা,সুৰ, আপোনাৰ মাত ইমান এই মিঠা জিমান সুনিলেওঁ আমনি নালাগে❤❤❤❤লভ ইউ বা❣️

  • @junakanuragi1223
    @junakanuragi1223 2 года назад +8

    সদায় প্ৰিয় , মোৰ শেষ উশাহলৈকে কামনা কৰিম আপোনাৰ গীত যেন শুনি থাকিবলৈ পাওঁ,,,
    অদৃশ্যজনৰ ওচৰত আপোনাৰ কুশল কামনা চিৰদিন আছে আৰু আজীৱন থাকিব,, এটাই দূৰ্বাৰ হেঁপাহ আৰু শেষ আশা আছে মাথো এটি বাৰ আপোনাৰ চৰণ চুবলৈ পোৱাটো....
    বহুত বহুত চেনেহ শ্ৰদ্ধা জনালোঁ....

  • @bhrigudas246
    @bhrigudas246 2 года назад +6

    এইবোৰ গানে অন্তৰ চুই যায়, দেহত কম্পন ৰ সৃষ্টি কৰে। ❤❤❤❤❤❤my favourite Tarali Baa🥰🥰🥰

  • @jyotiprasadboriee7169
    @jyotiprasadboriee7169 Год назад +1

    গানৰ প্ৰতি মোৰ সামান্য জ্ঞানো নাই। কিন্তু আপোনাৰ এনেবোৰ গানে এক সুকীয়া ঠাই লয়।। ধন্যবাদ এনে ধুনীয়ায়া, সুৰীয়া, মন চুই যোৱা সৃষ্টিৰ বাবে।। আগলৈ আৰু এনে সৃষ্টি আপোনাৰ পৰা পাম বুলি আশা ৰাখিলোঁ

  • @nilamdadbora8480
    @nilamdadbora8480 2 года назад +2

    ক'বলৈ ভাষা নাই বাইদেউ। কান্দি দিলো। কি আচৰিত কণ্ঠ,শব্দ আৰু ভিডিঅ'।
    মন চুই গ'ল❤️❤️❤️❤️

  • @nabajyotichetiaofficial5636
    @nabajyotichetiaofficial5636 2 года назад +15

    মৌ মিঠা মাত, মন পৰশা গীত হ্নদয় স্পশী কাহিনী তিলোতমাৰ আবিৰ্ভাৱ

  • @jharnasaikia2994
    @jharnasaikia2994 2 года назад +67

    আগতে আপোনাৰ গান শুনিছিলো , tv ত কথা কোৱা দেখিছিলো কালি কটন উনিভাৰ্চিটি ত আপোনাক সন্মুখত পাই আপোনাৰ কথা শুনি বৰ ভাল পালো ,ভালে থাকক বা

    • @hillolbezbaruah8056
      @hillolbezbaruah8056 2 года назад +2

      হয় বা আপুনি সদায় জিলিকি থাকক।

    • @indianentertain5376
      @indianentertain5376 2 года назад +1

      toraki baa r gan val lge. nija gaan buli nhy okl

  • @rekibahmed2778
    @rekibahmed2778 Год назад +2

    দিনটোৰ ব্যস্ততাৰ পিছত আপোনাৰ গান এটি নুশুনিলে কিবা আধৰুৱা আধৰুৱা লগা হৈছে তৰালী বা ,,,

  • @pritamrajbongshi7409
    @pritamrajbongshi7409 2 года назад

    All time fvbrt female singer tarali sarma baa apunar gan hunile antar sui jai apuna imn huwala kantha😍😍

  • @jyotishmoibora3666
    @jyotishmoibora3666 2 года назад +3

    Mridupawan Dak dekhi val lagil. Xopun puron hobo❤️ hboi lagibo❤️

  • @jyotirmoy4157
    @jyotirmoy4157 2 года назад +6

    Best female singer of Assam😍😍😍🙏🙏

  • @kapilsekhar7338
    @kapilsekhar7338 2 года назад +1

    Xobdo bihin.... Kolija sui jua geet.... Tarali sharma is tarali sharma...... U r great forever

  • @apurbabaishya7485
    @apurbabaishya7485 Год назад +2

    ভাষা নাই নিজৰ অনুভূতি খিনি প্ৰকাশ কৰাৰ, কি এক সুন্দৰ কণ্ঠ, গীত আৰু সংগীতৰ এক সুন্দৰ নিদৰ্শন, অশেষ মৰম আৰু শুভ কামনা সদায় থাকিব বাইদেউ আপোনালৈ। লগতে অসমীয়া বোলছবি " অনুৰ " আপুনি যি সংগীত সৃষ্টি কৰিছে সঁচাই এক অনন্য মাত্ৰা দিছে ছবি খনক।

  • @jhankaraxom350
    @jhankaraxom350 2 года назад +7

    বা আপোনাৰ মাত আৰু ব্যক্তিত্ব ই মোৰ বাবে সৰুৰে পৰা আজিলৈ অনুপ্ৰেৰণা হৈ আহিছে,তাৰোপৰি মোৰ মায়ে সদায় আপোনাৰ গান শুনি আপোনাৰ পৰা সদায় কিবা হলেও নতুন নতুন কথা শিকিবলৈ কয়,আৰু আপোনাৰ দৰে হবলৈ কয়...আৰু সঁচাকৈ আপোনাৰ মাত ত এনে এক আবেগ আছে যিয়ে সদায় মোৰ অন্তৰ স্পৰ্শ কৰে...!যি নহওঁক আপোনাক মই সপ্তম মান শ্ৰেণীত পঢ়ি থাকোঁতেই গীতৰ এক অনুষ্ঠানত লগ পোৱা,আপুনি গোৱা অনুষ্ঠানত মই ও গীত গাবলৈ গৈছিলো(ঠাই - চেচা(হাজো) ,সেই আপোনাৰ লগত তোলা ফটো খন এতিয়াও মোৰ দ্ৰৱিং ৰোমৰ আলমিৰাত সযতনে ৰাখিছোঁ।এতিয়া বাৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা(২০২১) স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিলোঁ।
    শেষত আপোনাৰ সু স্বাস্থ্য কামনা কৰিলো,আগলৈ বহুত ভাল ভাল কাম কৰি যাওক,শুভেচ্ছা💐💐
    #Taralisharma ❤️❤️❤️

  • @kalyandutta7597
    @kalyandutta7597 2 года назад +7

    শিয়ঁৰী উথিছো... জীৱনৰ গান❤❤❤

  • @pragyasaikia5261
    @pragyasaikia5261 2 года назад +1

    💚💜💖👌👌👌 অপূৰ্ব অনন্য অনন্য বা। কিমানবাৰ যে শুনিছোঁ.... তথাপি হেঁপাহ নপলাই। গীতৰ শব্দ, কণ্ঠ, পৰিকল্পনা, পৰিচালনা সকলো অপূৰ্ব 💖👌👌। সহস্ৰ প্ৰণাম তথা সকলোলৈ গভীৰ অভিনন্দন জনালোঁ।।

  • @indrajyotihazarika
    @indrajyotihazarika 11 месяцев назад

    unconditional love song by Tarali mam.... what a song...

  • @robinchetia
    @robinchetia 2 года назад +6

    হৃদয়ত চুই গল অ তৰালী বা 🔥🔥🔥💖💖💖💖💖💖💖🥀🥀🥀🥀🥀

  • @nandanpegu96
    @nandanpegu96 2 года назад +29

    Thank you so much Ma'm for delivering us this soulful and touching song🎵🎵🎵. Always and forever will keep loving you and your works! 😌

  • @jitendeuri441
    @jitendeuri441 Год назад +1

    Tarali bar gaanbure kiba ajan deholoi loi jai ..love u baa

  • @kanthadas8039
    @kanthadas8039 Год назад +1

    দিনটো কামৰ ব্যস্ততাৰ মাজত
    ৰাতি ঘৰত আহি তোমাৰ গীত শুনি মন ভৰি যায় ।

  • @santonuborpatra8557
    @santonuborpatra8557 2 года назад +13

    I literally cried. 😭😭❤️
    Lyrics , composition & the concept was amazing...🙂

  • @minchen0732
    @minchen0732 2 года назад +5

    আপোনাৰ কণ্ঠত মুগ্ধ হৈ যাও , আপোনাৰ সঙ্গীতৰ মধুৰ সুৰত 😊। আপোনাৰ নতুন নতুন সঙ্গীতৰ বাবে সদায় অপেক্ষাত থাকিম 😇

  • @junakboruah1027
    @junakboruah1027 5 месяцев назад

    আপোনাৰ গান বোৰ মোৰ শুবেই ভাল লাগে আপোনাৰ গান বোৰৰ কাৰণে ৰৈ থাকিব লগীয়া হয় ❤❤❤❤মই মৰিগাঁও পৰা মৰম জাচিলো আপোনাক...কিন2 মোৰ নাম2 জোনাক সেই কাৰণে বেছি ভাল লাগি গল গান2 ❤❤❤

  • @user-ci9bu2mn8f
    @user-ci9bu2mn8f 6 месяцев назад +1

    বাইদেউ আপোনাৰ প্ৰতিটো গানেই আমাৰ খুব প্ৰিয়❤

  • @sumanchoudhuryentertainmen4656
    @sumanchoudhuryentertainmen4656 2 года назад +3

    অপূৰ্ব,, আপোনাৰ কণ্ঠত কি যাদু আছে বা,, প্ৰশংসাৰ ভাষা নাই ,, আৰু যে অভিনয়বোৰ,, ইমান সঁচা সঁচা লাগিছে,, ❣️❣️

  • @lachithazarika1142
    @lachithazarika1142 2 года назад +5

    কি আচৰিত কণ্ঠ !!! সুন্দৰ শব্দ আৰু কণ্ঠৰ সমাহাৰে এক অনন্য মাত্ৰা প্ৰদান কৰিছে গীতটোক।

  • @educationtechnology3575
    @educationtechnology3575 Год назад +1

    I love this song
    .. Torali baideo gaan mur hodai priyo.. My study life ai song bur huni huni pohu aponak log pyar akha katiya pura

  • @itsok9616
    @itsok9616 2 года назад +2

    আপোনাৰ প্ৰতিটো গানেই অন্তৰত ঝংকাৰ তোলে.........
    আপোনাক অশেষ ধন্যবাদ.....
    যি গানৰ কথা বুজি পায় সি আপোনাৰ গান শুনিবই তৰা বা।

  • @rajashrinath2562
    @rajashrinath2562 2 года назад +6

    সচাঁকে এটা অতি হৃদয়স্পর্শী গান। নিজৰ চকুপানী খিনিক বাধা দিব নোৱাৰিলো। বহুত মৰম বা আপোনালৈ❤❤

  • @chirojyotipamegam4606
    @chirojyotipamegam4606 2 года назад +10

    মোৰ প্ৰিয় ব্যক্তিৰ Caller Tune ❤❤
    বহুত ভাল পাওঁ এই গীতটিক

  • @rahulaminkhan8604
    @rahulaminkhan8604 2 года назад

    Kandi disu aponar geet r concept and voice t Torali Mem. Really its a heart touching song.

  • @gpg5372
    @gpg5372 2 года назад

    Apunr geety jiai thokar prerona diye oo tarali baa....you are ultimate

  • @pankajdutta9809
    @pankajdutta9809 2 года назад +4

    ইমান ধুনীয়াকৈ কাহিনী টো সংযোজন হৈছে গানৰ লগত ,,, সঁচাই ❤️🙏🏿❤️

  • @mintudas2339
    @mintudas2339 Год назад

    বা আপোনাক 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏❤️❤️🙏❤️🙏❤️🙏 সুন্দৰ কথা সুন্দৰ concept লগতে আপোনাৰ voice ❤️

  • @MANASHDANCECREATION
    @MANASHDANCECREATION 9 месяцев назад

    মোৰ ভাষা নাই অ,,,❤ চকুৰ লুটক খিনি বৈ আহিল,হয়তো সেইয়া মইও নাজানো সুখৰ নে দুখ,,মুঠতে ভাল লাগিল

  • @BanditaBRAssam
    @BanditaBRAssam 2 года назад +5

    উফ! কি কম ইমান সুন্দৰ! বা আপোনাৰ কণ্ঠৰ সদায় প্ৰেমত পৰো। এইবাৰ যেন অলপ বেছিকৈয়ে পৰিলো। ❤️🔥

  • @bitopis4308
    @bitopis4308 2 года назад +7

    চকু পানী ৰখাব নোৱাৰিলোঁ, কি সুন্দৰ গীত, প্ৰতিটো শব্দ, প্ৰতিটো অনুভৱ, হৃদয় চুই গৈছে,

  • @kabya2002
    @kabya2002 2 года назад

    বহুত ভাল লাগিলে বা.... হৃদয় চুই গ'ল .....💚💚💚💚💚💚💚

  • @dulumonidutta2002
    @dulumonidutta2002 Год назад +1

    তৰালী বাৰ গান সদায় প্ৰিয়❤️

  • @nikhitagogoi7651
    @nikhitagogoi7651 2 года назад +3

    তৰালী বাইদেউ ‌💙 মাতটোৰ প্ৰেমত বাৰে বাৰে পৰো কিন্তু আজি আপোনাৰ অভিনয়ৰ প্ৰেমতো পৰিছো বিশেষকৈ জোনাকৰ অভিনয় বৰ সুন্দৰ হৈছে। গোটেই দলটিয়ে বৰ নিখুঁতভাবে অভিনয় ৰূপায়ণ কৰিছে আৰু কেমেৰাৰ আঁৰৰ মানুহখিনিলৈ সহস্ৰ প্ৰণাম ইমান নিখুঁতভাবে আৰু সুন্দৰভাৱে প্ৰতিটো চৰিত্ৰত প্ৰাণ দিয়াৰ বাবে।
    তৰালী বাইদেউ ক এবাৰ লগ কৰিবলৈ খুউব মন আছে, অফুৰন্ত মৰম, শ্ৰদ্ধা শিৱসাগৰৰ পৰা❤️

  • @BidyutJyotii
    @BidyutJyotii 2 года назад +4

    "ঠেৰেঙা বুকুত হেৰুৱা অতীত"🌻
    ভাষা নাই:)🥺❤

  • @TalastaSiksha
    @TalastaSiksha 7 месяцев назад

    কি সুন্দৰ কথা সুৰ । আপোনাৰ কণ্ঠত যাদু আছে। য'ত প্ৰত্যেকজন শ্ৰোতাই মোহিত হ'ব। আমি আপোনাৰ পৰা এনেদৰেই আশা কৰো আৰু কৰি থাকিম। ❤

  • @indianboykaran4169
    @indianboykaran4169 4 месяца назад

    Tks torali ba aponak ey onbodya opharti babe...

  • @user-de6mk2il7m
    @user-de6mk2il7m 2 года назад +3

    আপোনাৰ গায়িকী শৈলীত স্পন্দিত হৃদয়, আলোড়িত মন মগজু।

  • @rajdeepmazumder5551
    @rajdeepmazumder5551 2 года назад +5

    My all time favourite Assamese singer. Loads and loads of love at Tarali Baa

  • @satyasundarofficial7286
    @satyasundarofficial7286 День назад

    Legend singer tarali baa ❤

  • @jimonikashyap136
    @jimonikashyap136 Год назад

    শুনি থাকিলেও হেঁপাহ নপলায় ❤️❤️❤️

  • @alismitachakraborty1116
    @alismitachakraborty1116 Год назад

    বা good morning.. ৰাতিপুৱাই উঠি আপোনাক search কৰি এই গানটো শুনিলো। দিনটো নিশ্চয় শান্তিত পাৰ কৰিম... এফালে কামৰ বোজা দিনটোৰ কাৰণে কিন্তু ৰাতিপুৱাৰ এনেকুৱা গান বোৰে মনটো শান্তিত জুৰ পেলায়।❤

  • @nabasmitadas3786
    @nabasmitadas3786 2 года назад +4

    হৃদয়স্পর্শী ❤
    বহুত মৰম আপোনালৈ বা ❤❤

  • @bhabeshbarmanugt4232
    @bhabeshbarmanugt4232 2 года назад +6

    I listened to it last morning and here I am again for the second day. It's really amazing to hear such a beautiful lyrics and tone. Please update the song.

  • @biswajitchangmai432
    @biswajitchangmai432 Год назад +1

    Omg ba ki gaise o😍😍 😭😭

  • @jayshreesenapatidutta4927
    @jayshreesenapatidutta4927 2 года назад

    অতুলনীয় ... হৃদয় ভেদি যোৱা এটি গীত

  • @junmonigohain16
    @junmonigohain16 2 года назад +21

    এটি মনপৰশা গীত আৰু হৃদয় উথলি উঠা প্ৰতিচ্ছবি।তৰালি শৰ্মা আপোনালৈ বহুত বহুত শুভেচ্ছা যাচিলো। আগলৈও সুন্দৰ গীত শুনাৰ আশা পুহি ৰাখিছোঁ।

  • @banasmritaborah7491
    @banasmritaborah7491 2 года назад +7

    I just love the way you sing...thank you so much ma'am for this outstanding work