Lgr ajoni r link tu pothaisil moi monot e bhabilu thut sala aji Kali r gaan hune nk.. Aku ortho Nuhua.. Kintu khuli salu Atia 100 bar r uprt huni e asu sage.. Bohut val lagise 💓
Iman dhuniya love story dekhaise.... Kaash mur lyftu hua hole... Kaash moiyu kunuba agorarik palu hoi june muk iman bhal pale hoi.... Just imagination... Neways much love to namrata kashyap, kamal losan n barsha
Dhuniya composition, dhuniya music... Lyrics dhuniya.... Voice aru acting o dhuniya hoise... Gaan r feel tu ahise video tut...best wishes thakil gotei team tuk... Enekuwa bhal gaan aru lage...❤️❤️❤️🔥🔥🔥
Beautiful song..... Moi tu gan tu krobat huni torali sarma baa r gan buli gutei search krlu... But finally gan tu palu... But jdiu torali ba nhoi... Tothapiu jiye gaise gantu teuloi Mur torofor pora bht bht dhanyavad 😊 ati dhunia gan amak upohar Dia bbe😇❤
i have never felt a song like dis n da scene of going to mall with ur gd wearing/keeping the traditional dhoti toucheed me the most....much love n wishes to kamal da n team....respect🙏
*কমল দা মানেই হিট ❤️*
*তেওঁ অসমীয়া চিনেমাৰ ৰূপটোৱেই সুন্দৰ কৰি তুলিছে।এক নতুন ৰোমান্টিক ফিল এটা আনিব পাৰে কমল লোচন এ।তেওঁৰ জীৱন সুন্দৰ হওঁক। গায়িকা জনীয়ে ইমান সুন্দৰ কন্ঠ নিগৰাইছে। কোনোবা খিনীত তেওঁ ৰূপে কণ্ঠই তৰালী শৰ্মাৰ দৰে দেখাইছে। বৰখাৰ ৰুনযুন শব্দৰ লগত মিলিছে তেওঁৰ কন্ঠ।অসমৰ কেঁচা মাটিৰ গোন্ধ আছে কমল দ্বাৰ অভিনয়ত,আৰু গায়িকা গৰাকীৰ কণ্ঠত। ধন্যবাদ।*
*জয় আই অসম ❤️❤️❤️❤️*
😊
❤
❤❤❤❤
কাৰোবাক পাই হেৰুৱাৰ বেদনাতকৈ, পোৱাৰ আশাত বিলিন হোৱাৰ মাদকতাই সুকীয়া।
এবাৰ ভাবাছোন, একেখন আকাশৰ তলতেই থকা জোন আৰু বেলিৰ কথা, নিলগে যদিও, সদায় যে আপোন।
Best part ❤️🔥.
❣️
Yes
Absolutely right brother
একেবাৰে সঁচা
Absolutely right ❣️
আজিলৈ কিমান বাৰ শুনিছোঁ হিচাপ নাই ।সকলো দিশ সুন্দৰ হৈছে । তৰালী শৰ্মা বুলিয়েই ভাবিছিলোঁ প্ৰথম ।
Hosakoi Tarali Sarma nisina ekdom
👏👏👏👏👏khosakoi bobut val lagise. very nice voice..... Morohibo xopun bur tumi nhle
কোনোবা খিনিত তৰালী শৰ্মা বা ৰ মাতৰ লগত মিলি গৈছে । সুন্দৰ কথা সুন্দৰ গান। 👌👌
Right..even i was checked the description to know the singer's nm😀
Same here
Moiu check korisu
Same here
Hmmmm.....
প্রতিটো শব্দই চুই গৈছে ❤ পাই হেৰুৱাৰ বেদনা কি হেৰুৱা জনেহে বুজি পাই😊
Rite 😢😢😢😢
ইমান ধুনীয়া কণ্ঠ,,,তৰালী শৰ্মা বাৰ দৰে,,, কিমান বাৰ শুনিছোঁ এই গীতটো তথাপিও হেপাহে নপলায় দেখোন,,♥️♥️♥️
❤️❤️❤️
প্ৰথম শুনি একেবাৰে তৰালি শৰ্মা বুলিয়ে ভাবিছিলো । দুবাৰ মান শুনাৰ পিছতহে গম পাইছো । বহুত ধুনীয়া ।
Thank you 🤗
গোটেই পৃথিৱীৰ অভিধান খুচৰি বিচাৰি নাপাম আপোনাৰ কণ্ঠৰ অনুভূতিক বুজাবলৈ এটি শব্দ । ❤
বহুত ধন্যবাদ 🤗🤗🤗
Bohut bohuttt bohuttttttt dhunia geet. Lyrics.... Music..... Khubbbbbei vaal loga.rare song
"মৰহিব সপোনবোৰো তুমি নহ'লে" this is line uff.....💓🥀
Ba aponar mat2 bohut bohut mitha,, torali sarmah bar dore❤❤❤❤
গানটো, গানৰ দৃশ্য সমূহ, পোছাক সকলোৱেই ব্যতিক্ৰমী । খুব ভাল লাগিল । মাজৰ ডায়েলগটোৱে হৃদয় চুই গ'ল।কণ্ঠ তৰালী শৰ্মা বা ৰ লগত সাদৃশ্য বিচাৰি পালোঁ। আৰু কমল লোচন দাদা তেওঁ অনন্য সদায়েই😍😍😍
এনেকুৱা গান শুনিলে ভাগৰুৱা মনবোৰ আকৌ সজীৱ হৈ উঠে । কি কম ভাষা নাই । ইমান ধুনীয়া সুন্দৰ এটি গান ।
Thank you so much 🤗
খুব ধুনীয়া কণ্ঠ দে, মই টো ইমান দিনে এইটো গান তৰালি শৰ্মা বাৰ বুলি ভাবিছিলো ❤️
❤
Moiyu😛
bohut dhuniya lagil dei
Lgr ajoni r link tu pothaisil moi monot e bhabilu thut sala aji Kali r gaan hune nk.. Aku ortho Nuhua.. Kintu khuli salu Atia 100 bar r uprt huni e asu sage.. Bohut val lagise 💓
খুব ভাল হৈছে সকলো দিশ ,কমল লোচন জুই ।
তৰালী বা যেন ভাৱ আহি গল । ধুনীয়া হৈছে
Khub bhl lgil gantu. Suni suni amoni lga ni😍😍😍
মোৰ পাগলী জনী নো ক'ত হেৰাল🌚🥺 বৰষুণ মোৰ ভয় নালাগে ভালপোৱা বৰষুনটো তিতিছো আৰু বিচ্ছেদৰ বৰষুনটো❤🥺 মানুহ লাগিলে cm এ হওক বা পথৰ ভিখাৰী হৃদয় খন কিন্তু একেই দুখ সকলোৰে লাগে🥺❤
Dukh nokorbi vai , akou pabi
Aiohh
Um tumi jak xosake val puwa ketiyao nupuwa
what a video...hobdo a nai prokakh koribor...ki dhunia..hundor...
Gantu Bohut Dhuniya 🙂.Miss korisu bohut besi💙✨ .....Kiba mili goise bohout ❤️
Bhut hundor hoise moi hodai hunu.. Mojaaa👌👌
বৰ মিঠা...
কন্ঠ,শব্দ,সুৰ...
লগতে কাহিনী আৰু এটা হেৰুৱাই দিয়াৰ আৱেগ।
নতুনত্ব বহণ কৰিছে....
Tarali jen lage lage kontho 2..nice very nice mazza song
অতি সুন্দৰ❤️❤️❤️
বহুত বহুত ধূনীয়া গীত❤️❤️❤️
Nice Coreography👍👍👍
হিয়া ভৰি গ'ল। সুন্দৰ কণ্ঠ। সুন্দৰ সংগীত। সুন্দৰ ভিডিঅ’।❤❤নম্ৰতা।
তেওঁ - মই নহলে নো কি হব🙂
মই - 'মৰহিব সপোনবোৰো তুমি নহ'লে' 'ভাঙি যাব হৃদয়খনো তুমি নহ'লে 😔
Hundr hoise ane song aru pai thkim boli akha thakil...
হৃদয়স্পর্ষী গীত ! এক্কেবাৰে তৰালী শৰ্মাৰ দৰে কণ্ঠ ! অযুত অভিনন্দন জনালোঁ ! বহুকেইবাৰ শুনিলো ! এক অসাধাৰন আমেজ আছে গীতটোত ! গাম্ভীর্যতা,সাৱলীতা আৰু মাদকতাৰ এক যুগলবন্দী পয়োভৰ জাগি উঠিছে !
বহুত ধন্যবাদ 🤗🤗🤗
Tarali Baak bisari paisu ei kontho tut ....anuragi holo
My favourite song ❤❤😊
Bht val lagil...
❤❤❤❤বিচাৰি পাইছোঁ নিজকে এই গানটোত ' বহুত ভাল লাগিল ❤ শুভেচ্ছা জ্ঞাপন কৰিছোঁ গানটোৰ লগত যৰিত থকা সকলোকে 🙏🙏🙏
Ontor sui juwa song❤❤❤❤
Gaantu atiale 400 times hunilu sage... Eman besi morom loga gaantu... Eman besi dhuniya.. ❤ Thanks for this beautiful song.... ❤️❤️❤️❤️
❤️❤️❤️
Thankyou
Iman dhuniya love story dekhaise.... Kaash mur lyftu hua hole... Kaash moiyu kunuba agorarik palu hoi june muk iman bhal pale hoi.... Just imagination... Neways much love to namrata kashyap, kamal losan n barsha
আধা লিখা যি ভালপোৱা....এইখিনিয়ে কলিজা চুই গৈছে৷নম্ৰতা বৰ সুন্দৰ হৈছে গানটো৷
বহুত ধন্যবাদ আপোনাক 🤗🙏
ধুনীয়া সুৰ, কথা। লগতে বাইদেউ জনীৰ মাত মৌৰ দৰে। সাংঘাতিকভাবে গীতটিৰ প্ৰেমত পৰি গৈছো।।
আধা লিখা যি ভালপোৱা❣️
জানোচা তুমি বুলাবা🥰
ভাগৰুৱা হেঁপাহেৰে😍
আজিও জীপাল মৰম..💞.. গানটোৰ আটাইতকৈ ভাল পোৱা লাইন কেইটা❣️
.................................. বহুত আশাৰে লৈ আছিলো গানটোলৈ... বহুত বেছি ভাল লাগিল গানটো পাই।
Thankyou
@@barashaborahofficial7550 স্বাগতম ❣️
@@manshigogoi61 aioo dehi ako log palu.. comment...ot ne😁💓💓💓💘
😍😍
ভাষা নাই আৰু কিবা কোৱাৰ😍😍শুনিয়ে থাকিব মন যায় চোন..best concept best singing best lyric best music waw just waw
Thank you so much
@@namratakmusic😅
Bohut dhunia Namrata❤️❤️❤️...n Kamal da u always rock❤️
Emn hundor gan amak agborhuwar babe thank you ❤️💙
সচাকৈ তৰালী শৰ্মা বা ৰ লগত মিল আছে ।।।। বহু মিঠা কণ্ঠ ❤️❤️❤️❤️
কণ্ঠটোত তৰালি বাৰ কণ্ঠটো বিচাৰি পালোঁ৷ ইমান ধুনীয়া কণ্ঠ৷ কথা, অভিনয় সকলো মন চুই যোৱা৷ হেঁপাহ নপলোৱা শুনি শুনি চাই চাই৷
Hoi
Hoi
Karubak pai heruar bedonat koi puar aaxhat bilin huar madokotai xhukia...!!! Kamal daa tumar voice tu o iman dhuniya reh..!!! ❤️❤️
Xosa Bohut morom loga gam ❤️ fabulous outstanding awesome 😊
গানটোৱে সচাই হৃদয় ষ্পৰ্ষ কৰি গৈছে.....সুন্দৰ সংগীত শৈলীৰে গানটি সচাই বহুত সুন্দৰ হৈছে........মোৰ জীৱনৰ বহু মূহুৰ্ত এই গানটিত সোমাই আছে
কোনোবা খিনিত তৰালী শৰ্মা বাৰ কন্ঠেৰে গানটো শুনি থকা যেন অনুভৱ হল,,বৰ ধুনীয়া কন্ঠ লগতে concept টো খুব সুন্দৰ ।।
My bad luck heard such a masterpiece after 2 years.... Seriously if eyes are closed feels like legendary Tarali Sharma's voice. Good luck Namrata
এক সুন্দৰ কণ্ঠ একেবাৰে হিয়াত লাগি গৈছে ,,,তাত আকৌ কমল দৰ অভিনয় উফ ❤️❤️❤️ ভাষা নাই বুজাবলৈ । বহুত ভাল লাগি গৈছে মনটো এ।।।💞💞💞💞💞💞
Dhuniya composition, dhuniya music... Lyrics dhuniya.... Voice aru acting o dhuniya hoise... Gaan r feel tu ahise video tut...best wishes thakil gotei team tuk... Enekuwa bhal gaan aru lage...❤️❤️❤️🔥🔥🔥
Gan tor premt bare bare paru.. imn dhuniya... Lyrics or lgt voice to mili goici.. nice song 👍👍
Thank you so much ❤️
Simply mojjaaah... Awesome hero and a sweet girl in a sweet story 😍😍😍
ধূতি পিন্ধা দেখি বহুত ভাল লাগিল। এইটো এটা trend ত পৰিণত হওঁক।
"ভাঙি যাব হৃদয়খনো তুমি নহ'লে"........ ইমান ভাললগা ...... মাত্ৰ আৱেগেৰে....... 💗💗💗💗💗🥀
Onubhob❤️
Nice...gantu suni bhut vl lagee...logoty kamal dar acting uffff❤️❤️❤️
অসমীয়া গানৰ এটা নতুনত্ত্ব প্ৰকাশ পাইছে নতুন ধাৰণাৰে । হৃদয় চুই যোৱা অনুভৱ আৰু কণ্ঠ ।
Ohh my God eman Dhunia gaan miss kori asilu... Bohut bohut val lagil 💕💕💕💕
Thank you 🤗
হৃদয় চুই যোৱা গীত আৰু ভিডিওটি❤❤
বৰ ভাল লাগিল ☺
Beautiful song..... Moi tu gan tu krobat huni torali sarma baa r gan buli gutei search krlu... But finally gan tu palu... But jdiu torali ba nhoi... Tothapiu jiye gaise gantu teuloi Mur torofor pora bht bht dhanyavad 😊 ati dhunia gan amak upohar Dia bbe😇❤
তৰালি শৰ্মা বা ৰ voice যেন লাগে ....হৃদয়স্পৰ্শী গীত❤❤❤ উফফফ💓💓💓💓💓 অন্তৰ চুই গ'ল ...হাজাৰ বাৰ শুনিলেও হেঁপাহ নোপোলায়❤❤❤❤ গানটোৰ লগত জড়িত প্ৰত্যেকগৰাকী ব্যক্তিলৈ শুভকামনা থাকিল💐💐💐💐💐💐💐 আপোনালোকৰ শুভাকাংক্ষী💕💕💕💕💕💕💕💕💕
মোৰ চেনেলটো এবাৰ চাবচোন আৰু চাই ভাল পালে please মোৰ চেনেটো subs কৰিব । ভিডিঅ চাইহে subs কৰিব নহলে unsubs হৈ যায় ।🙏🙏🙏🙏🙏🙏,,.,..,
উফ্ কি সুন্দৰ গীত ...সচায় বাইদেউ গানটো গায় এনেকুৱাকৈ সোমাই গৈছে ... যেন বাৰে বাৰে শুনিলেও আমনি নালাগে....
ইমান সুন্দৰ কথা সুৰ আৰু কণ্ঠ বাৰে বাৰে শুনি থাকিব পাৰি ।অন্তৰভৰি আশীৰ্বাদ আগুৱাই যোৱা
Thank you 💚❤️
I thought its Tarali Sharma 's voice... lovely...very soothing...n Barsha Borah proud to see talented composer like you
হৃদয় চুই গ'ল । সুৰ, কথা, কণ্ঠ সকলোবোৰ , আৰু ভিডিও তোৰ পৰিকল্পনাঃ (concept) উউফ!!! গীতৰ কথাৰ প্ৰতিটো অনুভূতি ফুটি উঠিছে ।। এনেকৈ আগবাঢ়ি যাওক অসমীয়া বোৰ !!!
Bohuttt val lagile gan to huni ,,,, vakha ni aru kobole ,, bohutt val bohut val
Komol dada bohut val hokolua jana iman val
Bohut hundr anekua gan lage fully relex
বহুত বহুত ....................................... ভাল লাগিলে মন ভাল লগা শব্দৰ সুৰ ...
জিপাল হৈ উঠিছে....
গাৰ নুম শিয়ৰী উঠা...
কমল দাৰ দুটি ওঠৰ প্ৰতিটো শব্দ...
বিলিন হৈ গৈছো গীতটিৰ সুৰে সুৰে...
কমল দা তুমি 🔥💗💖💝😍🥰🥰😍😍
Thankyou
@@barashaborahofficial7550 welcome ba🥰
Bohut vl lagil 💕💕💕💕😍
খুব ভাল লাগিল ,,
যিমান শুনিলেও আমনি নালাগে ,,, ধন্যবাদ ইমান ধুনীয়া গীত এটি আমাক উপহাৰ দিয়া বাবে
Bor dhunia lagil xuni.
Aji hunisu gaantu ❤❤❤💝😘😍
Eman modhur gan ti.. Kiman bar j hunisu.. Hepah sun nopolai ...
Lyrics 😍
Voice ❤
গানতো শুনি আমনি নালাগে। ইমান মিঠা কন্ঠ;ইমান সুন্দৰ😍😍🙏🙏আগলৈ যেন আৰু ভাল গান শুনিবলৈ পাওঁ
মন চুই যোৱা কণ্ঠ। অতি সুন্দৰ
I'man dhuniya hoise Gaan tu...💕💕💕💕 Kudos to the entire team...
And Kamal Lochan..what a brilliant actor🤗💕
ইমান ধুনীয়া গান । হিচাপ নোহোৱাকৈ শুনি আছোঁ । কন্ঠই মন প্ৰাণ চুই গৈছে , ভিডিওটো ও খুউব সুন্দৰ ❤❤❤❤❤🌷🌷🌷। শুভেচ্ছা থাকিল সকলোলৈকে ।
এনেকোৱা গানবোৰ খোবেই প্রিয় আৰু এটা কথা গানটিৰ কোনোবা খিনিত যেন তৰালিবাৰ সেই মধুৰ সুৰটো শুনিবলৈ পালো,বহুত বেছি ধুনীয়া গানটো,সুৰ আৰু তালৰ কি অপুৰ্ব মিলন গানটিৰ🙂❤
Thank you 🤗
Bohut besi dhuniya lagise gaan tu...nd video tu mojaaa...❤❤
Huni a thaku hodai bt hodai new experience..really amazing
BHT dhuniya ❤️ baa BHT bar xunilo 😍😘😘😘😘
অতি সুন্দৰ কন্ঠ.... গীতটি শুনি ভাল লাগিল ...❣️❣️❣️
Bht dhunia lagise... Namrata...
Thank you so much 🤗
How can someone dislike such a beautiful song?? So many of them...
Tumar karone he beautyful😂
হৃদয় চুই যোৱা গান....মনৰ নোকোৱা কথাবোৰ এনেকুৱা গানবোৰে নিজে নিজে প্ৰকাশ কৰি দিয়ে।মন ভাল লাগি যায় যেতিয়া শুনো।
Yes... Size doesn't matter.. M touched
❤❤❤ xoadai sau bohubar saisu xodai ek notun onuvuti ...❤❤love kamal sir ❤❤❤
It's amazing 😍😍😍😍🌸🌸
Second Torali Sharma🌼🌼🌼
Bikram u look stunning as usual❤❤
Bohut dhunia lgise ❤️Gaan tu❤️ concept tu❤️kamal da❤️😍bohut handsome lgise 😘😘😘😘😘
Bhut val lage komoldaak 😘😘😘
Aakha thakil aaru aagoloi aaru notun gaan huniboloi paam anekoi e …much love to you ❤️❤️
নাজানো এই গানটো মই কিমানবাৰ শুনিলু....যিমানে শুনি থাকু সিমানেই কিবা নতুনত্ব বিছাৰি পাওঁ...গানটোৰ মাজত..😍খুব প্ৰিয় মোৰ❤❤❤❤❤❤❤❤❤
অআইঈউঊঋএঐওঔঅংঅঃঅঁটটঠডঢণতথদধনপফফভমযৰলৱৱষষহচছকখখঘঙোষৌপঃ ফীডাহে🙂🙂❤
মাতটো অলপ তৰালী বাৰ দৰে। বিৰাট ধুনীয়া গান
Awsm.Torali bar ganor nisina.lagil.Kamal Lochan crush hoi. Fav.singer Torali bar ganot koribo sun.Beleg chemistry hobo
i have never felt a song like dis n da scene of going to mall with ur gd wearing/keeping the traditional dhoti toucheed me the most....much love n wishes to kamal da n team....respect🙏
Bahut val lagil concept to. 10 bar man hunilo