মোৰ স্বামীয়ে আকৌ বিয়া পাতিছে😡মই এতিয়া কি কৰো😭😭 Mainu Das

Поделиться
HTML-код
  • Опубликовано: 13 янв 2025

Комментарии • 531

  • @dhritirekhadas2757
    @dhritirekhadas2757 Месяц назад +31

    দ্বিতীয়জন প্ৰকৃততে মহাবদমাছ ৷ সুবিধা পাই এইগৰাকীৰ মনটোৰ লগত খেলিলে ৷

  • @SurabhiSonowal-n4x
    @SurabhiSonowal-n4x Месяц назад +40

    আপুনি যদি লৰাটিক লৈ থাকিলে হেতেন আপুনাৰ আজি এনে দিন নাহে মানি লৈছোঁ মতা বেয়া কিন্তু লৰাটো l ২বছৰ বয়সত মাকৰ প্ৰয়োজন আপুনি কেনেকৈ পাৰিলে লৰাটো দিয়া দুখ লাগিছে বাপেকৰ মৰমত কৈ মাকৰ মৰম বেছি পয়োজন ।

    • @ChandanaDas-i7l
      @ChandanaDas-i7l Месяц назад

      Xosakoi kenekoi Parise enekoi thakibo

    • @ChandanaDas-i7l
      @ChandanaDas-i7l Месяц назад

      Nijor dubosoror loratuk eri thakibo

    • @pranitabarman3082
      @pranitabarman3082 Месяц назад +1

      Baa jonir bhul lora tuk loi ahibo lgisl 2bosor ari dily aru jetia 2nd bar biya ptilu 2nd husband ghrt thakibo lgisl j haitu 2nd husband logy biya hol 2nd husband ghrr ari ahibo nlagisl . Maa deuta ghrr ase kintu taty kunu ni husband ghrt ase sbo prily hoi. Baa joni bhul hoise g hoise

    • @DipankardekaDipankardeka
      @DipankardekaDipankardeka 26 дней назад +1

      Ys, ur crct 👍👍

    • @DipankardekaDipankardeka
      @DipankardekaDipankardeka 26 дней назад

      Crct

  • @Mainu2005
    @Mainu2005 Месяц назад +19

    যিয়ে নহওঁক ভুল আপোনাৰ গাতে। এজনীৰ লগত Court Marriage হোৱাটো গম পায় আকৌ কিয় তাৰ লগত সম্পৰ্কত আহিছিল।। আচলতে অকলে নিজৰ কথা চিন্তা কৰিলে নহয়।।

  • @Gaoliyasuwalisunu
    @Gaoliyasuwalisunu Месяц назад +16

    Mur mote apunar gat dukh neki 😢 biya pota pist apuni kio akw rlsn t ahibo lage . 3 ta jibon apuner krne he baya hol 5 bsr vlpuwa kom kotha nhoi tai sage hosake vl paisil kiba kajiya krne ara ari hol . Kintu apuner gat moi dukh paisu . Baki raijor kotha 😊 আপুনি নতুনকৈ জীৱন টো আৰম্ভ কৰক 😊

  • @DhrubajyotiDas-u5d
    @DhrubajyotiDas-u5d Месяц назад +7

    ভগবানৰ আশীৰ্বাদ লৈ জীয়াই থকা

  • @dipsikhachetia111
    @dipsikhachetia111 Месяц назад +28

    আগ - গুৰি নাই কি নো দি থাকা এইবোৰ ? বেবেৰিবাং অৰ্থ নোহোৱা কথা । এটা মতা থাকি এটা লগত আকৌ গল কি যে 😢

  • @__-pf7ry
    @__-pf7ry Месяц назад +58

    মোৰো মানুহ জনে মোৰ আগতে দ্বিতীয় বিবাহ কৰালে আমাৰ প্ৰেম বিবাহ হৈছিল তেওঁ আকৌ চোৱালী এজনীৰ প্ৰেমত পৰিলে মোৰ ৰাতি টুপনি নাহে বুকু খন বৰকৈ বিষায় তেওঁ কেনেকৈ এনেকুৱা কৰিব পাৰিলে 😢😢😢😢 এজন মানুহে দুবাৰ প্ৰেমত পৰিব পাৰে জানো তেও লগত পাৰ কৰা সময় বোৰ অনৱৰতে চকুত ভাহি থাকে না খাব পৰিছো না ৰাতি টোপনি আহে তেওঁ বিয়া পাতি সেই ছোৱালী গৰাকীৰ লগত থাকে শৰীৰৰ তৃপ্তি লৈ আছে এই বোৰ কথা অনৱৰতে মনলৈ আহি থাকে বুকু ধপ ধপাই থাকে😢😢😢😢

    • @Adnant732
      @Adnant732 Месяц назад +1

      আপুনিও কিবা পাপ কৰিছিল হ'বলা গাভৰুতে কাক বা ঠগিছিল

    • @rakeshkalita0.7
      @rakeshkalita0.7 Месяц назад +2

      Tumi pise ki vabisa atia

    • @Adnant732
      @Adnant732 Месяц назад +3

      @@__-pf7ry 2nd marriage kori loouk apunioo .Eman kostoke keneke thakiboo ---He parise jetia aapunioo pariboo lagubo

    • @__-pf7ry
      @__-pf7ry Месяц назад

      @@Adnant732 হয় পিছে মতা মানুহৰ ওপৰত বিশ্বাস একেবাৰেই নাই পুৰুষ জাতিটোৱেই এনেকুৱা

    • @__-pf7ry
      @__-pf7ry Месяц назад +2

      @@Adnant732 চুইচাইড কৰা কথা মনলৈ আহি থাকে 😓

  • @phazarika9778
    @phazarika9778 Месяц назад +23

    মানুহ সংগীপ্ৰিয় জীৱ। মানুহে কিছুমান কাম বহুত ভাৱি চিন্তি কৰিব লাগে। অকলশৰীয়া কৈ থাকক লাগিলে। নিজক লৈ সুখী হবলৈ চেষ্টা কৰিব লাগে। আপুনি নিজৰ লৰাটোক কিয় সৰুতে দেউতাকৰ লগত এৰিলে। তাক লৈ আনক। লাগিলে আগৰ মানুহজনৰ লগত পুনৰ মিলামিছা হওঁক। লৰাটোৰ মুখলৈ চাই। কাৰণ সিয়ে আপোনাৰ ভৱিষ্যত। দুটা কথা সহ্য কৰিব শিকক। কাৰণ নিজৰ সদায় নিজৰেই। এটা কথা মনত ৰাখিব বিনা স্বাৰ্থত কোনো মানুহ কাৰো আপোন নহয়। সাংসাৰিক জীৱনত বহুত পাব, হেৰুৱাব। কিন্তু আপুনি কিমান ধৈর্য্য ধৰিব সেয়া আপোনাৰ কথা। সমস্যা ৰ লগত সমাধান ও আহে। এদিন সকলো ঠিক হ'ব।

  • @jyotismitadevi5092
    @jyotismitadevi5092 Месяц назад +10

    কোনো কম নহয়।বিয়া হোৱা মানুহক যিমান ভাল পালেও accept কৰিব নালাগে ।যদিহে ঘৈনীয়েক ঢুকালে হয় তেতিয়া বেলেগ কথা।

  • @ArchanaChangmai-j6o
    @ArchanaChangmai-j6o Месяц назад +3

    তোমাৰ প্রথমজন মানুহ ঠিকেই আছিল | যিহেতু তোমাৰ স্বামী বেয়া হোৱা হলে তোমাৰ সন্তানক নাচালে হয় | আৰু তোমাৰ মাৰ মৃত্যুৰ পিছৰ গোটেই কামৰ দায়িত্ব লৈছিল আৰু তোমাৰ গাঁৱৰ মানুহে ভাল সমাধান দিছিল | পিছৰজনৰ লগত তোমাৰ ভৱিষ্যত ভাল নহয়। তোমাক ব্যরহার কৰিলে | তোমাৰ যিহেতু নিজৰ এটা সন্তান আছিল | সেইবাবে তুমি তোমাৰ নিজৰ সন্তানৰ কথা ভাবি আগৰ জনৰ লগত থকাতো ভাল আছিল | আগতেই | তুমি জেদত থাকি তোমাৰ নিজৰ সন্তান ৰো ছাগে অনিষ্ট কৰিলা | 2nd স্বামী ঘৈণীয়েক ঠিক আছে | তাই তাইৰ ঘৰত আছে |2nd স্বামী জনে তোমাক ভৱিষ্যতে ও ব্যবহাৰ কৰিব | ভাল Decision লোৱা |

  • @himakhibmunu1258
    @himakhibmunu1258 Месяц назад +52

    ভুল আপোনাৰো আছে court marriage হোৱাৰ পিছত আপুনি তেওঁক কিয় নেৰিলে বেলেগক বিয়া পাতাৰ পিছত কেনেকে আকৌ সম্পৰ্ক ত আহিব পাৰে আৰু তাইৰ সংসাৰখন কিয় ভাঙিব লাগে তাইয়ো এগৰাকী নাৰী....

  • @KakaliDeka-oc1fg
    @KakaliDeka-oc1fg Месяц назад +4

    Enekua kisoman mnuh k mati enekua topic discuss kri himashee tumr show to weight to nokomaba..alp sai siti mnuh invite kriba.tetia sai vl lge video bor

  • @mitaligogoi175
    @mitaligogoi175 Месяц назад +8

    ফাল্টু relation...ফাল্টু কাহিনী
    কিন্তু বেমাৰটোৰ কাৰণে দুখ লাগিছে অৱশ্যে 😔

  • @ashmi3468
    @ashmi3468 Месяц назад +1

    Mahadev bless u ☺️🕉️May God bless you and give you courage

  • @dalimidas7567
    @dalimidas7567 Месяц назад +16

    Ajoni biya potar pst tumi ako kio tar lgt biya hola vul tumar nijor

  • @AnitaBoro-d4i
    @AnitaBoro-d4i Месяц назад

    Bohut bea lagil apunak vogobane khohai korok ❤❤

  • @harshitakashvlog9975
    @harshitakashvlog9975 Месяц назад +22

    মতা টোৱে ভাল বুৰ্বক বনালে এইজনীক। সিজনী লগত কাজিয়া লাগিব ইজনীক কব যাদুকৰিলে। ইজনী লগত কাজিয়া লাগিলে কব সিজনীয়ে যাদু কৰিলে। এনেকুৱা মতাক দুখন গালত দুটা চৰ মাৰি মই লাঠ মাৰি দিলো হয় । কি দৰকাৰ ধুৰ এনেকুৱা মতাৰ কাৰনে কান্দে নেকি। নিজৰ জীৱন নিজৰ মতে থাকিব লাগে।

  • @RajKalita-n4i
    @RajKalita-n4i 17 дней назад +1

    কাম নাই বেলেগৰ ঘৰ ভাঙি সুখত থাকিব নোৱাৰি ঘৰ বাৰি দেখি লোভ লাগি গল হয়

  • @PranitanNaresh
    @PranitanNaresh Месяц назад +3

    Baa aibur kotha bat diya nije kam kri aguwai juwa akle thaka tu ye val atiya aru tair kotha vabib nalage nijor aru nijr khontanr kootha vaba tair atiya khongkhar ase khei karne jibntu ntun koi armbhoni kra aguwai jaba okle thakile besi val hb

  • @ruprekhadutta1596
    @ruprekhadutta1596 Месяц назад +14

    তুমি কান্দিচা সাধাৰন ল'ৰা এটাৰ লগত কিন্তু দুবছৰ বয়সৰ ল'ৰাটো যেতিয়া মাকৰ প্ৰয়োজন আছিল তেতিয়া কেনেকৈ এৰিব পাৰিব।দহমাহ দুদিন গৰ্ভত ৰাখি কিয় ল'ৰাটো এনেকৈ দেউতাকক এৰি দিব নালাগিছিল।যি কি নহওঁক সকলো নিজৰ কথা।

  • @prasannaborah6322
    @prasannaborah6322 Месяц назад +8

    বা তেখেতক access bars ল'বলৈ কলে ভাল হ'ব ,❤❤❤

  • @sumitrasaikia8388
    @sumitrasaikia8388 Месяц назад

    Toi agor janaloi jowa .

  • @PriyankaDas78427
    @PriyankaDas78427 Месяц назад +4

    Most inspired podcast 🤣

  • @sangeetadas335
    @sangeetadas335 Месяц назад +11

    তাই ভুল কৰিলে বাৰু , তুমি কিয় ভুল কৰিলা , কিয় সি বিয়া কৰোৱা বুলি গম পাইও আকৌ বিয়া হলা । এবাৰ ভূল কৰিলে সেইটো ভুল বুলি কয় , বাৰে বাৰে ভুল কৰিলে সেইটোক মূৰ্খৰ অধম বুলি কয় ।

  • @Axom_sensei77
    @Axom_sensei77 Месяц назад +9

    Apuner gate dukh thoka jen lagil😊

  • @MonmiKonwar-k4s
    @MonmiKonwar-k4s Месяц назад +1

    এই বোৰ সাধাৰণ মোৰ লগত জেনেকোবা হয়ছিল আন কাৰু লগত তেনেকুৱা নহয় জাতে ভগবানক কৈছো বৰ্তমান বহুত সুখত আছো

  • @HimadriPatar-kw4kb
    @HimadriPatar-kw4kb Месяц назад +19

    Ata kothai buji palu dhuniake soli asu 😂😂😂

    • @dolirani__Barman
      @dolirani__Barman Месяц назад

      Hoi de 😂😂

    • @nilamd676
      @nilamd676 Месяц назад +1

      Exactly….😂

    • @babulray6232
      @babulray6232 Месяц назад

      Kar jibonot ketiya ki hoi jai kuneo najane kisuman Kam homoy paristhiti t Hui jai hei karone kaku hahibo nalge

  • @nayanmaninayanmani2
    @nayanmaninayanmani2 Месяц назад +16

    বহুত বেয়া লাগিল সকলো ছোৱালী ৱে যিকোনো কাম কৰাৰ আগত হাজাৰ বাৰ ভাবিব লাগে

  • @RazaHussain-o2h
    @RazaHussain-o2h 6 дней назад

    Baa.lorar aku dhuk nai.
    Swali joni jita jane apuni val pua.
    Tai tatia bhabise aru loratk napau.
    Loratu val poisa ase.
    Tatia tabij kori lole.
    Tabij kora past lorar mata kaam nokora hol.
    Kintu loratu apunak hosa bor bsi val pai.🙏
    Apunak kitau ari nediye
    Mur logt same kahani hol.
    Moiu pgl likya hoi goisilu.
    Ghort gole pgl hoi jau.
    Bhirot thakile gf monot pore😢

  • @susmitanath6645
    @susmitanath6645 Месяц назад +11

    এবাৰ প্ৰেমত পৰি বিয়া হোৱা পিছত আকৌ কেনেকৈ বেলেগ লৰা বিশ্বাস কৰিব পাৰে । ইমান খিনি হৈ গৈছে আকৌ এইবোৰ কি কৰিব লাগে আপোনাক কথা খিনি কোৱাৰ বাবে বেয়া নাপাব । প্ৰেম নপৰি যদি আপোনি নিজৰ জীৱন টোও নিজে চলাব পাৰিলে হয় কিন্তু। এতিয়া কিমান কেইটাৰ জীৱন বেয়া হল

  • @paporisaikia4160
    @paporisaikia4160 Месяц назад +18

    ভূল টো মানুহ জনীৰ বিয়া পতা পাছত লৰা জনে আকৌ কিয় বিয়া হল

    • @utpalborah2179
      @utpalborah2179 Месяц назад

      toi mota pgli toi buri hoi tair ki vul toi ata ari blg lra vl paw dhuniakoi soli thko ki Al bl aibur

    • @utpalborah2179
      @utpalborah2179 Месяц назад

      toi okl kajia kori gusi aho ki ghnta fapore khua ajni guruto nidio jodi okol khojti Maro toi

    • @utpalborah2179
      @utpalborah2179 Месяц назад

      aku biji nplu vidio next time enekua dhunykoi jiai thoka nijor ghhrt valkooi thoka anekua khesari mnhr vidio nidiba

  • @BarnaliDas-i5p
    @BarnaliDas-i5p Месяц назад +15

    Tumar jodi aku karon a nasel tumar jodi vul a nasel tumak mil kori diya te tumi kio mil nohola

    • @ChayanikaGogoi-qk7lb
      @ChayanikaGogoi-qk7lb Месяц назад +3

      Thik koise apuni vdo 2 sai mur manuh goraki u val nohoi

    • @BarnaliDas-i5p
      @BarnaliDas-i5p Месяц назад

      @@ChayanikaGogoi-qk7lb tumi sinta kora sun junbilak kotha koise aybur ki kobo loga kotha niki nijor hajbendr logt mil kori diyar pistu jodi mon ni buli koi kam koribo ulai goise atiyar hajbendr logt sage agor poraa vl puwa asel no noholi aru nijor hajbendr logt ane kuwa kore niki xey karone nije o dhuka khaise

  • @bharatiboruah
    @bharatiboruah Месяц назад +2

    Um dhuniya koie soli ase😂emn khini hua pastu😅

  • @BhratiGogoi
    @BhratiGogoi Месяц назад +2

    Moi tumar video bur pray sawo kintu anekowa bur kunu karon nuhuwa video sai bhal nalage, jibonor ane bur ghotona hoiyei thake, tar pora hikib loga aku nai

  • @Gratefuluniverse.
    @Gratefuluniverse. Месяц назад

    Kak dokh deu vabi puwa ji nohok baru tumar val hok bhagawane tumk kiba rasta ata dekhuwak🙏🙏✨🔱

  • @Niltuu
    @Niltuu Месяц назад +2

    Apunar loratu apunaru odhikar ase aru hey loratue sabo lagibo

  • @abinashboruah4920
    @abinashboruah4920 Месяц назад +5

    আৰু এটা লৈ যোৱা ।

  • @debajitbhuyan8868
    @debajitbhuyan8868 Месяц назад +7

    Agor husband jone ai2 video sai party dbo🎉🎉

  • @ParshaJyotiSaikia
    @ParshaJyotiSaikia Месяц назад

    Maiki joni bhal nohoi, bhal hoise,

  • @pulomadas4191
    @pulomadas4191 Месяц назад +3

    মোৰ স্বামী য়ে দ্বিতীয় বাৰ বিয়া পতিছে মোৰ লৰা এটা আছে মই কিন্তু মোৰ।স্বামীক অলপ মান তাক নাচাও সেইবোৰ মানুহক অলপমান চাব নালাগে

  • @hemolatavlogs
    @hemolatavlogs Месяц назад +8

    মানুহৰ ধৈৰ্য্য বহুত লাগে জীয়াবলৈ আপুনি ভুল কৰিছে বাইদেউ মানুহৰ মন কেতিয়াও ধৰিব নোৱাৰি , মানুহ চিনিব সিকক নহলে সকলো হেৰুৱাব লাগিব এদিন, সেই মানুহ জনক কোনো বেয়া বুলি নকৈ আপোনাক হে দোষী বনাব । কাজিয়া লাগিলে মানুহ ওচৰত নাহে মৰমেৰে হে মানুহক ওচৰলৈ আনিব পাৰে । আপুনি কিয় ভাবি নাচালে 5 বছৰ ভাল পোৱা পিছত তাইক কিয় এৰিলে আচলতে মানুহ জনৰ স্বভাৱ ভাল নহয় , তাই (প্ৰথম পত্নী) ধৈৰ্য্য ধৰিছে তাৰে ফল পাইছে , আপুনিও নতুন কৈ জীৱনটো আগবঢ়াই নিয়ক আপোনাৰো ভাল হ'ব ।

  • @KrishnaDutta-hh2qe
    @KrishnaDutta-hh2qe Месяц назад +7

    Soli asu ru dhuniake soli asu 😂😂😮😮

  • @sanjumusa6890
    @sanjumusa6890 Месяц назад +1

    ভাল লাগিল এটাই যদি ২তাক সোমাব পাই, আৰু কি কম মন গলে যত ইটছা যাই তাতেই পাই,।।

  • @aparajitakalita8609
    @aparajitakalita8609 Месяц назад +4

    Ba joni r bhut vul ase 😢

  • @ManakhiBorah-i9w
    @ManakhiBorah-i9w Месяц назад +3

    Hosai mannhor jibon tut ki hoi kuneu najane de.. Manuhok bissakh koribo tan hoi dai....

  • @BarnaliDas-i5p
    @BarnaliDas-i5p Месяц назад +6

    Tumar agor hajbendr logt mil kori diyar pistu tumi mil nohola tate tumar kiba karon thakibo lagibo no hoi tu tumi 2 nambar tur logt vl pai asela xey karone agor tur logt mil hobo karone tumi eman gurutto nidila kotha bilak ki ami najanu kintu tu ji hisape kotha bilak kola xey karone kiba ata anuman kori he koisu beya napaba

  • @drdiptimayeedevi4076
    @drdiptimayeedevi4076 Месяц назад

    Hanuman chalisa parhak. Baba Hanuman a raksha koriba ❤

  • @SumanHazarika-h3t
    @SumanHazarika-h3t Месяц назад +10

    Apuni sb kotha pahori agor husbandr lgte thakok .jihe2 apunr lora ru hudband jiyai ase ..

    • @BarnaliDas-i5p
      @BarnaliDas-i5p Месяц назад

      @@SumanHazarika-h3t atiya aru agor hajbend kio accept koribo no eman xini hoi gol dubar biya hol atiya o lint ase a agor hajbendr kiba vul asel jodi o najanu no tothapio tu mil hobo ahisel baa joni a gurutto nidile nidi pine kam koribo ulai gol kiba karon thakibo no

    • @kshitishnath3226
      @kshitishnath3226 Месяц назад

      Dinor dintu jua xeli mod xai mar pit kore hat xoros buli wifeok etokau hatot nidiye tumi thakiba neki tenekua husbandr logot monor kotha jihetu bujie napai xabole palei nohoi Tu

  • @putalakakati5002
    @putalakakati5002 Месяц назад +4

    ল'ৰাটো লৈ জীয়াই থাকিব লাগিছিল ।পিছত বিয়া বহিব নালাগিছিল

  • @krishnaprasaddeka8090
    @krishnaprasaddeka8090 Месяц назад +1

    নিজকে এবাৰ ভাবি চোৱ, ক'ৰবাত যেন ভুল হৈ গৈছে !❤❤

  • @nikuraj8378
    @nikuraj8378 2 дня назад

    Moi duta lora sowali loi akole thaku
    Hasbende bahiror belegor maiki aru sowali loi thake
    Thathapiu kaku val pab nowaru
    Kosta anuvib kori kori atiya jen mor bukuxan xil hoi goise
    Ki kom nije vl pai 15 bosorte biya hoisu
    Ma deutai nib xujileu mar grt najau
    Xahu xahur dada bour logte gawat thaku

  • @MuskaanBegum-qz7ql
    @MuskaanBegum-qz7ql Месяц назад +1

    Allah bijonik hanti dya😢😢😢😢😢😢

  • @rijumonidas8603
    @rijumonidas8603 Месяц назад

    Kinu kom aru
    hahim😂
    ne
    kandim😢
    Dhuniya ke soli thakok diyok😌🤭

  • @RumiChoudhuray
    @RumiChoudhuray Месяц назад +2

    একো ভাল কাম হোৱা নাই ৷ নিজৰ ঘৰ মাটি থকাৰ পিছত আনক কেতিয়াও ভৰষা কৰাৰৰ দৰকাৰ নাই মোৰ বিশ্বাস যাৰ কোনো নাই তাৰ লগত ভগৱান আছে ৷

  • @RintimoniPatgiri
    @RintimoniPatgiri Месяц назад +3

    Ru himAsri baa 2mk ktha ata ko... 2mr ai2 cenel amr dore bhul manhuhe sai.. Tumi alp jikti thoka vidio diba buli akha krilu.. Ji ti jabor bor loi vidio nidiba.. Agote tumar conten bor vl asil sai o vl lgisil.. Atia kin2 agr dore akebare ny.. Anekoi hole 2mr vidio suwa manhu nhuwa hobo... Vl conten loi vidio dia raijor upokar huwakoi

  • @DeepaRabha-x7t
    @DeepaRabha-x7t Месяц назад +1

    Apunare dukh dujon dujon sami😅😅

  • @minakshibarman3249
    @minakshibarman3249 Месяц назад +9

    Tai ki koise taihe jane
    .😅

  • @PratibhaDas-y5p
    @PratibhaDas-y5p 10 дней назад

    Aaibor kobo. Subidha dibo nalage. Plez

  • @MrinaliGogoi-lw6gp
    @MrinaliGogoi-lw6gp 24 дня назад

    Kthakhinir pra gm palu.teour mon tu alpu strng nhoi. Njr hntan ati asl. Aklei jibon ktabo prle hoi. Atia jibntu je hmpurno khlimli nisina. Strong hle ktiau nhoi jibnt khlimli

  • @sanideka4197
    @sanideka4197 Месяц назад

    Dhuniya ke aso kajiya lagise 😂😂

  • @DeepaRabha-x7t
    @DeepaRabha-x7t Месяц назад

    E khali ghorte thakibo bisare aro belg Sami o lge mojja

  • @SunitaDas-v6g
    @SunitaDas-v6g Месяц назад

    Okle thakok sob thik hbo...tak o tar sonkharot ari diyok...tety sob thik hbo...last time kam koribo norile bridha asrom t gole hol...

  • @rupahideka4396
    @rupahideka4396 Месяц назад

    Vgbane bhal krk apunak take kamona korilu

  • @Prakash-h2n
    @Prakash-h2n Месяц назад +11

    Baa jonir soritro vall nohoi sage

  • @ManiBaruah-j8z
    @ManiBaruah-j8z Месяц назад

    Dukhiyar khodai dukh o 😢...

  • @DhatriMedhi-yp8rq
    @DhatriMedhi-yp8rq Месяц назад +1

    দুয়োজনৰ মনতো খেলি মেলি

  • @RashmiBania
    @RashmiBania Месяц назад +5

    Vul apunar gaat ase Baidew. Frst val pua 1month nohoutei polai gol, lora tu Kenekua, eibur ekue nasale. Tenekuat apuna lukor era eri hoi gol. Kintu pasot apunar ma dhukaute apunar husband e ahi dayitto palon korile aru gaor manuhe mel pati ako khongkhar khon jura logale, apuni teur logotei dhuniyake thakibo lagisil, Kintu apuni gusi ahi ako beleg mota val pale jot neky teur court marriage hoe ase. Tenekuat apuni tak val paboe nalagisil. Aru biya u hobo nalagisil. apuni je koise sualijonir gat vul ase buli. Tair gaat okonu Vul nai, Karon taiu tak val pai aru court marriage kora ase so tair odhikar ase. Kintu apunar nai. Aru apuni keneke vabibo parile je khi duijonike biya pati khoman khoman morom koribo. Apuni cinema buli vabi ase neky 😂...

    • @priyankadeka6435
      @priyankadeka6435 Месяц назад +1

      Akdm mor mnr ktha khini a koise apuni ...

    • @ritukalita326
      @ritukalita326 Месяц назад

      Akdm xsa kotha koise Baido joni aiinmote o dokhi Karn mnuhr jnr curt marriage hoi ase ane o bido jnir odhikar ni

  • @pompydey2488
    @pompydey2488 Месяц назад

    muthote ji ti aru noo ....ki value thakil baru ....manuh buli ki thakil nu ....valpuwa enekuwai niki baru ajir din t...

  • @RajibSarania-h1s
    @RajibSarania-h1s 21 день назад

    Baidou tair kotha khani xuni bohut dokh lagil moi abar contic Kori sabo parim nike

  • @axomlegendyt6824
    @axomlegendyt6824 19 дней назад +1

    এই জহৰি বেছি বদমাচ।

  • @maramiBegum-do3zv
    @maramiBegum-do3zv Месяц назад +2

    Pram key bar hol o mai

  • @killerboy88
    @killerboy88 Месяц назад +2

    মতা দেখিলেই বিয়াত বহিব নালাগে আগ গোৰি চাই লব লাগে আজি কালি যি সমস্যা হৈছে।

  • @banajtbarman1233
    @banajtbarman1233 Месяц назад

    God bless you 😂😂😂

  • @keshabgogoi8727
    @keshabgogoi8727 Месяц назад

    Hosai bohut dukh loga jiay kahini. hat khon nakata agate Homeopathi sikisa abar karibasun. val hoi jabo pare

  • @MunudasMunu-e8c
    @MunudasMunu-e8c 25 дней назад +5

    Ak nombar faltu

  • @rahulpayeng6764
    @rahulpayeng6764 Месяц назад

    Ayurvedic titmen korok mane bhal gauliya darab bebohar korok bhal hoy jabo .apunar bobisot tu huk aru hanti kamona korilu.bohut manuhe bhal hoyge.Dr. re nuwara kam gauliya bondaropot.

  • @sumugogoibaruah7574
    @sumugogoibaruah7574 Месяц назад +2

    Swali jni emotional 😮 krne use kril, kin2 vul tate ji ye nhok kio njk hdai strng kri rakhib lge, lra2 ktha huni kio ako anr honkhar majt humab lge ...

  • @SafiyaBegum-j3q
    @SafiyaBegum-j3q 3 дня назад

    Jak val pabo lage Tak nupuwa June amak ei prithibit pothaise amar ei biswa brahmandar Shristi korta ama horta korta ....

  • @DeepjyotiDeka-r3h
    @DeepjyotiDeka-r3h 21 день назад

    Hoah to bt deah ba jiban to ako naton ka vl dore gorha

  • @latikadutta3609
    @latikadutta3609 Месяц назад +1

    হাতখন নেকাটিব ,বাহিৰত গৈ দেখাওঁক ।মোৰ এজন চিনাকি মানুহক হাত কাটিব কৈছিল,দিল্লী এইমচত দেখুৱাত ভাল হৈ আহিল ।

  • @munmibora9430
    @munmibora9430 Месяц назад +11

    জীৱনত বিয়াই সকলো নহয় অ'।

  • @MikudasMikudas
    @MikudasMikudas Месяц назад +1

    Ag gur najani beya k kua keitak koisu jidina thtr obosta mur nisina hbo xidina tohoteu jabor a hobi..blgk beya k kuar agt 100 bar vabi sabo lage.beya k kua keitak koisu vgbane jate thtk mor nisina obosta nkre.karn kotha exar ase nhoi opror fale thu dle nijr muxt a pore so mnt raxiba.......

  • @bulbulisarmah1530
    @bulbulisarmah1530 Месяц назад +2

    একো ৰাইজক জনাব লগা কাহিনী নহয নিজে চম্ভালি লৱ নাজানা

  • @PadumHazarika-je4vl
    @PadumHazarika-je4vl Месяц назад +7

    লৰাটোৰ কথা এবাৰো নভাবিলি মতাৰ কথাহে চিন্তা কৰিলি

  • @junalidas3795
    @junalidas3795 Месяц назад

    Bhagabane sahai korak

  • @runudoley6731
    @runudoley6731 Месяц назад +2

    Himashree buji paisene tair kothabur eku rokh nai. Enekua bilak ketiau nematiba. Tumake beya kobo.

  • @MOINAKOLIJA-cq7qi
    @MOINAKOLIJA-cq7qi Месяц назад +1

    Jomomi kintu 😅😅😅😅 😂😂😂😂

  • @BikromKuwor
    @BikromKuwor Месяц назад

    দম লবা বাইদেউ

  • @MonjuSonouwal
    @MonjuSonouwal Месяц назад +1

    Hii😢😢😢😢😢

  • @PriyankaKarmakar-f4v
    @PriyankaKarmakar-f4v Месяц назад

    Moi 9 year val pai mur husband lgt 2nd marriage (court marriage) korisu agote mur kotha disile mur 1st wife lgt aku homporko ni ru ktiau nhoi kin2 muk boya pota pasot tai lgt sob thik kori lole ru tai lgt tai ghrot thake mur vara roomt akole ari gusi jai rati2 sai thaku ahibo buli kin2 he mur phn rcv kori nokoi thakim buli

  • @jumpiNath-uv8mh
    @jumpiNath-uv8mh Месяц назад

    Bhal powa anekowa nahay ....Val nlgil xuni apunar gaat vol ase ..apuni majot xumale ...kiba bojoruwa jen lagise....aijonk bad dia aru blg ajon bisara😂😂😂

  • @JoyshreeBoruah-k1e
    @JoyshreeBoruah-k1e Месяц назад

    Ajaop pem ki gojab kahini 😊😊😊

  • @rubul268
    @rubul268 19 дней назад

    প্ৰথম Husband জন কেনেকুৱা সেই বিষয়ত কব নাযাও । কিন্তু দ্বিতীয় মানুহ জন যে বেয়া সেইটো সচাঁ । লগতে আপোনাৰো ভুল আছে ।
    আজিৰ কাহিনীটো একদম ফাল্টু । সকলো স্বাৰ্থপৰ যেন লাগিল ।

  • @BinapaniBoruah
    @BinapaniBoruah Месяц назад +1

    Priyanshi এইবোৰ কি বেবেৰিবাং দিচা ভাল লগা নাই । আনকলে ইমান ভাল দিয়া

  • @assamson4816
    @assamson4816 21 день назад

    Apunar bhul ase buli moi bhabo .1st husband r lgt alp buja buji kri thakib lagisil .

  • @anowara.begum23
    @anowara.begum23 Месяц назад +2

    সঙগ্ৰাম জীৱনৰ আন এটা নাম ❤❤❤❤

  • @ranjanmalakar9770
    @ranjanmalakar9770 Месяц назад

    Tew he jne ki hoise tewr...kbl sbte dhuniyake soli ase dhuniyake soli xei a duhu😂😂

  • @linakalita3142
    @linakalita3142 Месяц назад +2

    সম্পূর্ণ আপোনাৰ গাত দুখ। এবাৰ তেনেকুৱা হোৱা পাচত আকৌ কিয় পাতিলে। বিয়া দাঙৰ কথা নহয়

  • @Mehekrani
    @Mehekrani Месяц назад

    Baidew jnir bhut vol 1st time atar lgt dox hl nijr lora tok sai kam kri xai thoka aro next jone biya potar past aponi kio relationship t ase. Jibont kebl biya ba husband a sb nhy nijr life to valke jiawok

  • @himakhibmunu1258
    @himakhibmunu1258 Месяц назад +4

    ফন কৰিবটো কিয় নকৰিব যি নহওকঁ তেওঁৰ নিজৰ স্বামী