Upomar Xipare | Deuka | Assamese Modern Song | Tarali Sarma | Anup Baruah l Bishnu Nath

Поделиться
HTML-код
  • Опубликовано: 22 фев 2024
  • #UpomarXipare #Deuka #TaraliSarma #AnupBaruah #BishnuNath
    Presented by #Windsongs Productions
    Song - UPOMAR XIPARE
    Audio credits
    Vocal, Composition, Music - Tarali Sarma
    Additional vocals - Arupjyoti Baruah
    Lyric- Rahul Gautam Sharma
    Music Arrangement-Prasanta Saikia
    Additional programing - Dipkesh Borgohain,
    Abhinab Borah, Ishanu Sharma
    Sehnai - Pt. Lokesh Anand
    Tabla - Raja Baruah
    Flute- Anjan Medhi
    Bass - Jintu Bordoloi
    Recordist - Ripunjoy Sarmah
    Record, Mix-Master - Jintu Bordoloi at studio #DREAMS
    Video Credits
    Video concept & Direction- Anup Baruah
    Cinematographer - Chandra Kumar
    Editor - Manash Kashyap
    Cast - Tarali Sarma, Bishnu Nath
    Calligraphy- Anup Dutta
    Stills- Alakesh Baruah
    Posters-Saurabh Hazarika
    Video Make Up- Pranjal Pratim Kashyap
    Poster Make up - Hiranya Ranjan
    LYRICS
    উপমাৰ সিপাৰে
    উশাহৰ উমেৰে
    জিৰণীয়া ভালপোৱা মোৰ
    পাৰে পাৰে পাৰাপাৰ
    তুমি মই একাকাৰ
    বেলিমুৱা ভালপোৱা মোৰ
    আধামেলা খিৰিকীত
    সৰি পৰা কুঁৱলী
    মনে মনে ওলমিনো ৰয়
    জীৱনৰে আজীৱন আকলুৱা মৰমত আপোনৰে আপোনকে হৈ
    আদৰৰে ডেউকা দূৰণিলে’ মেলি যায় মেঘালীৰে ওৰণিকে লৈ
    অভিমানী অনুনয়
    অধৰতে সানি লৈ
    নিজানৰে নিচুকণি হয়
    উপমাৰ সিপাৰে...
    দুলি থকা দোমোজাত খেলি থকা সপোনৰ অকমাণি ঘৰ এটি হৈ
    হেঁপাহৰে ডেউকা আকাশলে’ উৰি যায় জোনালীকে বোকোচাতে লৈ
    অনুৰাগী অভিনয়
    দুচকুতে গুঁজি লৈ
    পলকতে যুগ পাৰ হয়
    Audio available on...
    SPOTIFY- open.spotify.com/track/6rxDt9...
    APPLE MUSIC- music.apple.com/in/album/upom...
    SOUNDCLOUD- / 5duqd
    AMAZON MUSIC- music.amazon.in/albums/B0CW9Q...
    WYNK- open.wynk.in/oBYzSpzoqHb?~des...
    RUclips MUSIC- M • UPOMAR SIPARE (From"DE...
    JIOSAAVAN-
    www.saavn.com/s/song/assamese...
    #deuka #upomarxipare #upomarsipare #taralisarma #rahulgautamsarmah #windsongs #abhinabbora #jintubordoloi #dreamsstudio #anupbaruah #bishnunath
    Follow Tarali Sarma,
    on Facebook:
    / taralisarma
    on Instagram:
    / taralisarma
    on Twitter:
    / taralisarma
    For Live Shows:
    taralisarma@gmail.com,
    windsongsproduction@gmail.com
    7002200609
    © All rights are reserved to Windsongs,Tarali Sarma,2024
    [Any kind of unpermitted downloading, uploading, copying or cropping of the videos will be liable under section 51 of the Indian Copyright Act.]
    Shorts remixing this video
  • РазвлеченияРазвлечения

Комментарии • 668

  • @dishabhuyan
    @dishabhuyan 5 месяцев назад +10

    শব্দৰ মায়া জাল , মৌন ভালপোৱাৰ মাধুৰ্যতা , শ্ৰেষ্ঠ বিন্দুত সুৰৰ মধূৰতা, বাৰে বাৰে শুনি থাকিলেও যেন মন নভৰা, এয়াই জানো তৰালী বাৰ গীত নহয় ❤

  • @abhilashadutta1396
    @abhilashadutta1396 5 месяцев назад +6

    এক বুজাব নোৱৰা অনুভৱ......❤

  • @assamesepoem2038
    @assamesepoem2038 5 месяцев назад +5

    " উপমাৰ সিপাৰে " উফ্ এখন যেন উপন্যাসহে । অনুপম-------

  • @user-jb7zz5wr5v
    @user-jb7zz5wr5v 4 месяца назад +4

    তৰালী বাৰ গীতে বাৰে বাৰে মোক প্ৰেমৰ উপমা শিকাই থৈ গুছি যায়,
    গীত সংগীত আৰু ভিডীঅ'গ্ৰাফী বৰ ধূনীয়া হৈছে।।
    'তাতোকৈ ধূনীয়া হৈছে প্ৰেম- ভালপোৱা আৰু কেতিয়াওঁ মনৰ কথা খুলি কব নোৱাৰাৰ উপহাৰ ।

  • @nikukalita4270
    @nikukalita4270 4 месяца назад +5

    আপোনাক এদিন ওচৰত পালে কব মন আছে কিমান ভাল পাওঁ আপোনাক।কিমান আগ্ৰহী হৈ থাকোঁ আপোনাৰ কামবোৰ চাবলৈ❤️❤️🥹খুব ভাল লাগিল

  • @janmanideka2801
    @janmanideka2801 4 месяца назад +7

    আপোনাৰ প্ৰতিটো গানেই দুচকু সেমেকাই এইবাৰ ও তাৰ ব্যতিক্রম নহ'ল.......গানটোৰ শেষত চকুৰ কোনত ৰৈ গ'ল এটোপাল তপত অশ্রু 🥺❤

  • @neelsaikia1238
    @neelsaikia1238 4 месяца назад +4

    আনে এশটা গান দিলেও তৰালী শৰ্মা বাৰ এটা গানেই সকলো হৈ পৰে দেখোন ইমান গভীৰকৈ চুই যায় এই হৃদয়খনক ❤❤❤❤

  • @SujataSaikia
    @SujataSaikia 4 месяца назад +4

    Uff❤.....eta kotha bhabi napau...emn dhuniya voice ru meaningful gaan bur manuhbute kio nuhune...
    Kunu meaning nothoka gaan bur or pasot manuhbur kio emn crazy.

  • @jadugogoi8926
    @jadugogoi8926 24 дня назад +3

    ও বা তুমি ক'ত হেৰাই থাকা তোমাৰ নতুন গান আহিছে নেকি প্ৰায বিচাৰি থাকো
    বা তোমাৰ কণ্ঠ সদায় ভগৱানে এনেদৰে ৰাখক

  • @pankajgogoi9233
    @pankajgogoi9233 5 месяцев назад +3

    ইমান সুন্দৰকৈ উপস্থাপন কৰিছে 🥰😍
    প্ৰেমৰ উদাহৰণ🎉
    যৌনগন্ধী হ'লেহে যে প্ৰেম নহয়, আজিকালিৰ বোৰে বুজিব নে কোনোবাই বোজোৱাৰ প্ৰয়োজনীয়তা আছে??????

  • @describeplaces9568
    @describeplaces9568 4 месяца назад +3

    (Singh Sir ) Bishnu sir Personality bahut val lage! Such a good human you are. Respect you Sir as always.Superb act both of u ❤❤❤❤Mon Sui gol.

  • @user-fj5em5un6p
    @user-fj5em5un6p 5 месяцев назад +2

    অসমীয়া গায়িকাৰ ভিতৰত, একমাত্ৰ প্ৰিয় আপুনি....কি সুন্দৰ গীত এটি উপহাৰ দিছে আমালৈ। ধন্যবাদ 🙏🙏🙏

  • @mrinaljyotimedhi3448
    @mrinaljyotimedhi3448 5 месяцев назад +3

    সুন্দৰ গীত ৰাহুল দাদা আৰু তৰালি বা আপুনি সুন্দৰ কৈ কণ্ঠ নিগৰাছে🙏❤️❤️

  • @Raam80
    @Raam80 5 месяцев назад +3

    বিষ্ণু দা (সিং চাৰ) সদাই প্ৰিয় আপুনি ।বহুত ভাল লাগিল গানটো । বৰ ধুনীয়া অভিনয় আপোনাৰ ।আৰু তৰালী বা উফ কি ধুনীয়া গাই আপুনি ❤❤❤ দুয়ো জন সদাই প্ৰিয় আৰু অন্যতম ।

  • @greeneryassamrg9523
    @greeneryassamrg9523 5 месяцев назад +3

    ধুনীয়া ❤
    প্ৰতিটো গীতে চুই যায়
    অপেক্ষা.... ❣️

  • @VISHWATHEWORLD
    @VISHWATHEWORLD 4 месяца назад +4

    Love you tarali sharma,
    Sending Love From Kathmandu, Nepal,
    May God Bless You.

  • @rajdeeponowal1989
    @rajdeeponowal1989 5 месяцев назад +3

    আপোনাৰ গীতত আমি অন্য পৃথিৱীলৈ গুচি যাওঁ।❤🎉

  • @user-yb8lm2ro4j
    @user-yb8lm2ro4j 2 дня назад +1

    Soothing song.. feels as if ur song heal all my wound.

  • @dvlog1591
    @dvlog1591 5 месяцев назад +5

    হয়টো সকলোৱে আপোনাৰ গান নুশুনে কিন্তু যি কেইজনে শুনে প্ৰতিটো গানে শুনে তাকো শ শ
    বাৰ l

  • @bhargavmisra1112
    @bhargavmisra1112 5 месяцев назад +2

    আজি ৰিলিজ কৰাৰ লগে লগে শুনিলো... বহুত ভাল লাগিল.. হৃদয় চুই গল... Lots of love ❤

  • @sanatkumar9141
    @sanatkumar9141 5 месяцев назад +2

    আপুনি মোৰ childhood দিনৰ পৰাই crush 🥰!! বৰ সুন্দৰ আপোনাৰ গীতবোৰ!! ❤❤

  • @pro91gaming
    @pro91gaming 4 месяца назад +3

    হাজাৰ বাৰ চালেও হেঁপাহ নপলায়
    ইমান ধুনীয়া concept
    তৰালী বাৰ কণ্ঠ কি কম...সৌন্দৰ্য্য from inner and outside❤
    অনুপ বৰুৱা খুব handsome❤natural acting 😊

  • @mallikagogoi2362
    @mallikagogoi2362 20 дней назад +1

    কি যে সুন্দৰ কথা Rahul Gautam Sharma। তৰালী বাৰ কণ্ঠই সোণত সুৱগা চৰাইছে ❤ ।

  • @user-pk3tp2go8i
    @user-pk3tp2go8i 4 месяца назад +2

    Singh Sir (Bishnu Sir) fantastic.. iman dhunia hoise Acting Dyotare. One of my favourite Actor you are ❤❤❤❤❤❤❤❤

  • @user-ir6rm3nj1c
    @user-ir6rm3nj1c Месяц назад +2

    তৰালী শৰ্মা বাইদেউৰ গান আৰু ব্যক্তিত্বই বৰকৈ আকৰ্ষণ কৰে মোক মোৰ ঘৰৰ সকলোকে ।

  • @pranjalbordoloi8155
    @pranjalbordoloi8155 5 месяцев назад +2

    Can't wait

  • @dweeppatgiri9267
    @dweeppatgiri9267 4 месяца назад +3

    অন্তৰ চুই যোৱা কথা আৰু সুৰ৷ সদায়ৰ দৰে সুন্দৰ৷
    আপুনি মোৰ সদায় প্ৰিয় আৰু শ্ৰদ্ধাৰ...ভালে থাকক আপুনি !

  • @ratulhazarika7836
    @ratulhazarika7836 4 месяца назад +2

    Bahut dhunia hoise, @Bishnu well done bro❤❤

  • @Kartikkalita95
    @Kartikkalita95 3 месяца назад +2

    কেনে সুন্দৰ গীত। তৰালী বাৰ গীতৰ কথা, উপস্থাপন শৈলীয়ে সুকীয়া। প্ৰাকৃতিক, নিৰ্ভেজাল প্ৰেমৰ অপূৰ্ব নিদৰ্শন পোৱা যায় গীতবোৰত।

  • @jayantarajkonwar6096
    @jayantarajkonwar6096 4 месяца назад +2

    অতুলনীয় ❤
    আপুনি মোৰ সদায়ে প্ৰিয় আৰু শ্ৰদ্ধাৰ, ভালে থাকক আপুনি ❤️🤍

  • @mayurimayuripatgiri9602
    @mayurimayuripatgiri9602 5 месяцев назад +3

    বাৰ গান সদায় প্ৰিয়❤

  • @user-og8il6ny7c
    @user-og8il6ny7c 5 месяцев назад +4

    কাহিনি ভাগে মন টো সেমেকি থৈ গ'ল।❤

  • @ljk6618
    @ljk6618 4 месяца назад +2

    গানৰ কথা আৰু চিত্ৰনাট্য অপূৰ্ব।
    তৰালী বা যে এগৰাকী ভাল অভিনেত্ৰী বৰ সুন্দৰকৈ প্ৰকাশ পাইছে 🎊🎉🔆✨।

  • @unicassam4497
    @unicassam4497 День назад

    My favourite singer..❤❤❤❤

  • @user-jy9sc6tz2x
    @user-jy9sc6tz2x 4 месяца назад +3

    Bishnu Sir such a lovely Acting..you are the Great. I really don't know the language but I can understand all the Great concepts

  • @one9-dhi
    @one9-dhi 5 месяцев назад +2

    মানুহগৰাকী আনবোৰতকৈ কিছু পৃথক❤

  • @tridibjyotimoran9058
    @tridibjyotimoran9058 4 месяца назад +2

    বহুত ধুনীয়া লাগিল তৰালি বা।

  • @khusbuborah430
    @khusbuborah430 2 месяца назад +4

    পাহৰিব নোৱাৰিম কেতিয়াও❤

  • @debajitdeka2602
    @debajitdeka2602 4 месяца назад +3

    একেই আছে সুৰৰ ঠিকনা, একেদৰেই বৈ থাকক চিৰদিন...❤

  • @jugalkalita4359
    @jugalkalita4359 4 месяца назад +2

    ধন্য হে শিল্পী আপোনাক ! আপোনাৰ গান বহুত দেৰিকৈ আহে , কিন্তু যেতিয়াই আহে প্ৰত্যেক বাৰেই সেই একেই সতেজতা অনুভৱ কৰোঁ ❤❤

  • @Chintumanihazarika
    @Chintumanihazarika 4 месяца назад +2

    Shehnai য়ে গোটেই গানটোকে সোণত সুৱগা কৰি তুলিছে।❤

  • @kushalgogoi7274
    @kushalgogoi7274 5 месяцев назад +2

    Bohut bohut val lage apunar song bur hodai vale thok apune❤

  • @mridusmitahazarika2456
    @mridusmitahazarika2456 5 месяцев назад +2

    বৰ ভাল লগা বা ❤♥️♥️♥️

  • @dr.rupshikhadutta2873
    @dr.rupshikhadutta2873 5 месяцев назад +2

    খুব ভাল লাগিল তৰালী ❤as always. Congratulations to the whole team🎉great job

  • @priyakalita1743
    @priyakalita1743 4 месяца назад +2

    Very beautiful bishnu ❤❤

  • @hemashreepathak8361
    @hemashreepathak8361 5 месяцев назад +1

    বহুত মৰম দিলোঁ মাহী ❤️
    --হিয়া

  • @tanujgogoi3920
    @tanujgogoi3920 4 месяца назад +4

    ❤❤❤❤💔💔💔💔💔❤❤❤❤কিছুমান গান চকু মুদি শুনি ভাল লাগে ❤❤❤❤

  • @chilmilsapun325
    @chilmilsapun325 4 месяца назад +3

    কি ধুনীয়া ❤

  • @fairytaleswithSB
    @fairytaleswithSB 5 месяцев назад +3

    ❤❤❤ আপোনাৰ সুৰত আপোনাৰ মাতত হৃদয় খন আনন্দত মতলীয়া হয়
    আপোনাৰ গীতে যেন প্ৰেমৰ ফাগুন কঢ়িয়াই আনে❤❤❤
    আপুনি ভালে থাকক❤

  • @parashmoniborahofficial7126
    @parashmoniborahofficial7126 5 месяцев назад +2

    শান্তি যেন অনুভৱ আপোনাৰ মাত লগ হ'লে কম কেতিয়াবা আপুনি যে কিমান প্ৰিয় ভালে থাকক এসোপা মৰম❤❤

  • @kashmiriborgohain1702
    @kashmiriborgohain1702 5 месяцев назад +2

    Khub dhuniya❤

  • @rustomraagsaikia1590
    @rustomraagsaikia1590 5 месяцев назад +2

    অন্তৰস্পৰ্শী গীত তৰালী বা❤সদায়ে প্ৰিয় আপোনাৰ কন্ঠ আৰু প্ৰতিটো গীতেই❤ অনুপ্ৰেৰণা আপুনি আৰু আপোনাৰ সংগীত আমাৰ বাবে❤ভালে থাকক আৰু ভাল ভাল গীত আমাৰ বাবে দি যাব অনাগত দিনত। বহুত বহুত মৰম❤

  • @TridipKalita-iw1bt
    @TridipKalita-iw1bt 5 месяцев назад +2

    BISHNU Concept is heart touching with the natural acting its simply great ❤‍

  • @makanmisra6571
    @makanmisra6571 5 месяцев назад +2

    সঁচা কৈ অতি সুন্দৰ গীত। গীতৰ কথা সুৰ আৰু ভিডিও খুউব সুন্দৰ মন চুই যোৱা হৈছে।

  • @RajumoniDas-hj5km
    @RajumoniDas-hj5km 3 месяца назад +2

    গানটো শুনিবলৈ বহুত ভাল লাগিল আৰু তৰালী বা ৰ গেটৰ সন্মুখত পেপাৰ লোৱা চিনটো বহু বছৰলৈকে মনত ৰাখিম

  • @deepikaborah7231
    @deepikaborah7231 5 месяцев назад +1

    বৰ ভাল লাগিল গানটো। আপোনাৰ প্ৰতিটো গীতেই সুকীয়া আৰু অন্তৰ চুই যোৱা। আপোনাৰ গান মুক্তি পালে বহুত ভাল লাগে। ৰৈ থাকো নতুন গানৰ বাবে।

  • @user-pf4on5yt7v
    @user-pf4on5yt7v 4 месяца назад +3

    বৰ ভাল লাগিছে। সুন্দৰ হৈছে অভিনয় বিষ্ণু আৰু তৰালী ।বৰ আবেগিক কৰি দিলা ।❤❤❤

  • @bdas9717
    @bdas9717 4 месяца назад +1

    iman besi dhunia story telling♥️

  • @alimuliassam6405
    @alimuliassam6405 4 месяца назад +2

    তৰালী বা,কি সুন্দৰ উপহাৰ দিলে আপুনি। সংগীতৰ সাম্ৰাজ্ঞী আপুনি । আপোনাৰ কণ্ঠত প্ৰতিটো গীতেই আকৌ নকৈ ৰঙ বিৰিঙাই । গীতৰ ভাষাত ভাৱ সুন্দৰকৈ উজলি উঠিছে বা। শেষ আৰু সুন্দৰ । আশাৰে________❤🙏🌼🥺❤
    #Prakashbarman

  • @kritiman3578
    @kritiman3578 4 месяца назад +2

    Tarali ba manei ata soulful voice❤❤❤

  • @anupbhattacharjee4518
    @anupbhattacharjee4518 5 месяцев назад +2

    আপোনাৰ নতুনবোৰলৈ অধিক আগ্ৰহেৰে ৰৈ থাকো বা 😊 এইদৰে সদায় নতুন নতুন উপহাৰ দি যাওঁক💐

  • @bontigogoi7214
    @bontigogoi7214 2 месяца назад +2

    অনুপম ...👏বাৰে বাৰে শুনিলেও মন নভৰে ...

  • @neelsky7492
    @neelsky7492 4 месяца назад +2

    Sing Sir Dekhun.. ❤ from chhaygaon.. Tarali Bar kontho hunile childhood monot pori jai...

  • @geetashreebaishya2749
    @geetashreebaishya2749 4 месяца назад +1

    Geet aru kahini e antor sui gol❤ khub khundar Torali baa aru Bishnu da

  • @user-et8yg3xx6e
    @user-et8yg3xx6e 3 месяца назад +3

    অন্তৰ চুই যায় আপোনাৰ কন্ঠ বাইদেউ ❤

  • @parthaduarah2567
    @parthaduarah2567 4 месяца назад +1

    সদায় প্রিয়। বহুদিনীয়া অপেক্ষাৰ অন্ত পৰিল। আজিৰ পুৱা আপোনাৰ গীতেৰে আৰম্ভ কৰিছোঁ । ❤❤❤❤

  • @banashrigogoi4192
    @banashrigogoi4192 5 месяцев назад +2

    বাইদেউ ,আপোনাৰ প্ৰতিটো গীতেই প্ৰিয় ৷ কুশলে থাকক ৷

  • @hiramoniborah5125
    @hiramoniborah5125 4 месяца назад +1

    ইমান কোমলতা শব্দবোৰ, কথাবোৰ, কাহিনী, ক'ৰবাত হিয়াখন ভাগি যায়, মানুহ গৰাকীৰ দৰে প্ৰানৱন্ত, মানুহ গৰাকীৰ দৰে আলসুৱা, প্ৰিয় সদায় প্ৰিয় হৈ থাকক ❤❤❤❤

  • @pradyutsharmapradyut5535
    @pradyutsharmapradyut5535 Месяц назад +1

    ক'বলৈ আৰু ভাষা নাই বহুত ধুনীয়া লাগিছে গীতটি❤️❤️❤️

  • @Rakeshvideography
    @Rakeshvideography 5 месяцев назад +2

    Apunar xokolo Geet a mur priyo....thank you for this

  • @indujyotibora6394
    @indujyotibora6394 5 месяцев назад +3

    গীত আৰু কাহিনীয়ে অন্তৰ পৰশি গ’ল❤❤❤

  • @parbinsultana2143
    @parbinsultana2143 5 месяцев назад +2

    তৰালী বা তুমি এক অন্যতম ❤ কুশলে থাকক ❤❤❤❤❤

  • @hiyahiya2219
    @hiyahiya2219 5 месяцев назад +1

    Baa apnar voice 💝💝💝Bishnu dada aponar act o khub dhunia hoise 💗💐 .... choreography ultimate 💗💐

  • @jeetrfatho7733
    @jeetrfatho7733 5 месяцев назад +2

    মোৰ বাবেই সদায়ে প্ৰিয় আৰু অনন্য বা জনী❤❤❤

  • @Maina198
    @Maina198 5 месяцев назад +2

    বা আপোনাৰ কন্ঠ❣️❣️ বাৰে বাৰে শুনিলো ইমান যে ভাল লাগিছে ❤❤ লগতে video concept সুন্দৰ ❣️❣️❣️
    দুজন প্ৰিয় মানুহক একেলগে দেখি সুবে ভাল লাগিল😊😊😊
    শুভেচ্চা যাছিলোঁ 🎉🎉

  • @swapnachutia6054
    @swapnachutia6054 4 месяца назад +1

    আধীৰ আগ্ৰহেৰে ৰৈ থাকোঁ আপোনাৰ নতুন এটি গানৰ বাবে । ধন্যবাদ বা ,আমাক ইমান ধুনীয়া গান বোৰ দিয়া বাবে । ভগৱানে আপোনাক ভালে ৰাখক সদায়। সঁচা প্ৰেমৰ অৰ্থ আপোনাৰ গানৰ জৰিয়তে পাওঁ ❤❤

  • @official-vf2tb
    @official-vf2tb 5 месяцев назад +2

    বা❤️❤️ আপোনাৰ আজীৱন প্ৰেমিক ❤️❤️❤️

  • @Nayansaikia
    @Nayansaikia 4 месяца назад +1

    তৰালী বা সদায় প্রিয়, এক সুকীয়া আমেজ পাওঁ বাৰ কণ্ঠত❤❤❤🔱🔱

  • @bijumedhi4047
    @bijumedhi4047 5 месяцев назад +2

    Beautiful song, beautiful video 👍👍❤️❤️

  • @kakumoniphukan4837
    @kakumoniphukan4837 5 месяцев назад +2

    Bohut bohut val lagil xuni

  • @rajashreeandmou
    @rajashreeandmou 4 месяца назад +1

    খুবেই মনপৰশা❤তৰালি বাৰ কন্ঠ সদায়েই প্ৰিয় 😍দুয়োগৰাকীৰে অভিনয়ে মন চুই গ’ল 🌼

  • @mayurgdas7193
    @mayurgdas7193 5 месяцев назад +2

    Not only a great singer, You are great actor too. Loved the concept and the song is literally a masterpiece ❤️

  • @rathinborahthengal4383
    @rathinborahthengal4383 4 месяца назад +2

    উফ ইমান সুন্দৰ ৷অন্তৰাত্মাত সোমাই গৈছে৷

  • @udayhazarika7300
    @udayhazarika7300 5 месяцев назад +1

    Eagerly waiting Tarali Ba....

  • @ranjansharma96
    @ranjansharma96 4 месяца назад +1

    কবলৈ ভাষা নাই,,,হিয়ামন আলোড়িত কৰি গ'ল,,,মৰম-আবেগ-হেঁপাহৰ এটি মন পৰশা গীত,,,,অভিনন্দন জ্ঞাপন কৰিলোঁ,,,❤❤❤❤❤

  • @rmk854
    @rmk854 4 месяца назад +1

    *উপমাৰ শিপাৰে*
    *উশাহৰ উমেৰে*
    *জিৰণীয়া ভালপোৱা* .....
    *ভাল লাগি লাগিল* ...
    (মোৰ যেন চোৱাতকৈ শুনি বেছি ভাল লাগিছে) ... 😌

  • @bijumanisarma5961
    @bijumanisarma5961 4 месяца назад +3

    মন ভৰি গৈছে।❤❤

  • @somenjyotibayan
    @somenjyotibayan 5 месяцев назад +1

    হিয়া শাত পৰি গ'ল বাইদেউ....👌👌👌 ❤❤❤

  • @bimandutta1302
    @bimandutta1302 4 месяца назад +1

    "উপমাৰ সিপাৰে" খুবেই ভাল লাগিল। ভালপোৱা, ভাললগা এই উপমাসমূহে কেনেকৈ সমৃদ্ধ কৰে সচাঁকৈ ব্যক্তি বিশেষক! ভাবিলেও ভাললগা যি। জীৱন সমৃদ্ধ। জীৱন ব্যাপ্ত। জীৱন শীৰ্ষ। জীৱন উন্মুক্ত। ❤❤❤❤

  • @surujdas5227
    @surujdas5227 5 месяцев назад +2

    Bohut dhuniya Baa ❤

  • @arundhatidas7881
    @arundhatidas7881 4 месяца назад +1

    আপোনাৰ গানত কিবা এটা বিশেষ থাকে ৷ সেয়ে আপুনি তুলনাহীন ৷ ❤❤❤❤❤❤❤❤❤❤❤❤

  • @manalishadas2421
    @manalishadas2421 5 месяцев назад +2

    মৰম মৰম❤❤❤

  • @nizaragogoi2471
    @nizaragogoi2471 4 месяца назад +1

    মজা হৈছে বিষ্ণু(বন্ধু)

  • @sajidabegum4096
    @sajidabegum4096 5 месяцев назад +1

    অপেক্ষাৰ অন্তত...🌺প্ৰতিটো গীতৰে এক সুকীয়া মাদকতা.... আপুনি যিয়েই গান নাগাই কিয় বুকুত যে আঁচ বহিব বুকু দাথি ক'ব পাৰো..... ❤শান্তি পাও আপোনাৰ গীতত... ভালে থাকক সদায়❤❤

  • @sauravborah482
    @sauravborah482 4 месяца назад +1

    Atiau enkua geet hunibole pai asu kebol apunar babei torali baa ,hosakoi bhttkoi bht beleg hosakoi apuni , bujabo nuarakoi val lagise .. hosakoi gaam hole enkuai hobo lage ❤❤ thank you so much for this tarali baa 🤗

  • @crazynhealthy4990
    @crazynhealthy4990 5 месяцев назад +2

    Only Peace 🕊️🕊️🕊️,, woowww

  • @boraxomsubhrajitbailung1289
    @boraxomsubhrajitbailung1289 29 дней назад +1

    ভাষাহীন❤

  • @Hahrhdugeg
    @Hahrhdugeg 4 месяца назад +1

    Bohut vl lagil ...geet ti xuni aru bisnu sir aru tarali baar cast .

  • @Pankajkai
    @Pankajkai 4 месяца назад +2

    Well done Bishnu, happy to see you.

  • @elaboruah6546
    @elaboruah6546 Месяц назад +1

    মিঠা অনুভৱেৰে এটি সুমধুৰ গীত। আপোনাৰ গীত সদায়েই প্ৰিয় ❤