Porojonomor Xubhologonot || Rabha Sangeet || Cover by Naimisha Saikia ||
HTML-код
- Опубликовано: 19 июн 2023
- বিষ্ণু ৰাভাৰ আভাৰে দীপ্ত হওক প্ৰেম আতুৰ প্ৰতিখন হৃদয় ... এই জনমৰ গোপন কথা কোৱা যাওক পৰজনমত, এই জনমৰ অপূৰ্ণ আশা পূৰণ হওক পৰজনমত, পৰজনমৰ শুভ লগনত...
Cover by: Naimisha Saikia
Music Rearrange: Mriganka Saikia
Melody Design: Shyamal Bhuyan
Tabla: Pranjal Dutta
Guitar: Rajib Baruah
Flute: Pritamjit Borpatra Gohain
Violin: Dijesh Khound
Recorded by : Mondeep Bora(M studio)
VFX: Pranjal Borah
পৰজনমৰ শুভ লগনত
যদিহে আমাৰ হয় দেখা,
পূৰাবানে প্ৰিয়ে এই জনমত
মোৰ হিয়াৰ অপূৰ্ণ আশা,
পৰজনমৰ শুভ লগনত
যদিহে আমাৰ হয় দেখা,
পূৰাবানে প্ৰিয়ে এই জনমত
মোৰ হিয়াৰ অপূৰ্ণ আশা,
পৰজনমৰ শুভ লগনত
যদিহে আমাৰ হয় দেখা,
পূৰাবানে প্ৰিয়ে এই জনমত
মোৰ হিয়াৰ অপূৰ্ণ আশা,
পৰজনমৰ শুভ লগনত…..
এই জনমৰ কুসুম মালা
যতনে তুমি গাঁঠি ৰাখিলা,
এই জনমৰ কুসুম মালা
যতনে তুমি গাঁঠি ৰাখিলা,
কাহানিও তুমি নিপিন্ধালা
কাহানিও তুমি নিপিন্ধালা….
শূণ্য মোৰ বুকু হ’ল যে উকা,
পূৰাবানে প্ৰিয়ে এই জনমত
মোৰ হিয়াৰ অপূৰ্ণ আশা,
পৰজনমৰ শুভ লগনত…..
এই জীৱনৰ আঁউসী ৰাতি
চকুলো টুকি যায় যে কাতি,
এই জীৱনৰ আঁউসী ৰাতি
চকুলো টুকি যায় যে কাতি,
কাহানিও সুখৰ ৰূপহী জোনাক
হৃদয়তে জিলিকনি নিবিলায়,
এই জনমৰ গোপন কথা,
গুপুতে থাকি দিয়েযে বেথা
এই জনমৰ গোপন কথা,
গুপুতে থাকি দিয়েযে বেথা
কাহানিও তুমি নেদেখিলা
কাহানিও তুমি নেদেখিলা,
শোকৰে ছবিটি হিয়াতে অঁকা,
পূৰাবানে প্ৰিয়ে এই জনমত
মোৰ হিয়াৰ অপূৰ্ণ আশা,
পৰজনমৰ শুভ লগনত
যদিহে আমাৰ হয় দেখা,
পূৰাবানে প্ৰিয়ে এই জনমত
মোৰ হিয়াৰ অপূৰ্ণ আশা,
পৰজনমৰ শুভ লগনত…..
Thanks
Lyrics always goosebumps 😮
Kom
Very sweet voice 💞❤❤
❤❤
Ki dhunia gaan likhi goisile amar vishnu prasad rabha deve, ❤ omg
কলা গুৰু
Hosai...sinta bhabona bur balag...
p@@info10
Hoi oooo ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Ki hundor geet hosakoi bujabo nuaru aei jonomot ❤❤
Ki xundor kantha❤❤...vakha ny oo ...Aagbarhi juwa xongitar khetrat🙏🙏🙏aaxirdaad korisu tumaak
খূৱ ভাল লাগিল দেখি
বৰ ধুনীয়া 👌
গানটো সদায় শুনো...আজি লিখিলো...সচাঁই সুন্দৰ👍👍👍
Khub val lagil😊 Rabha divas or age age xunilu!❤❤
Dhuniya dhuniya gaan gai aagbahi jua.. Mat tu bhut priyo tumr❤
চিৰ সেউজীয়া গীত সদায় প্ৰায়, সঁচা ই সুন্দৰ হৈছে।
বৰ সুন্দৰ ❤
Dhuniya . Apunar kontho no comment now at presant . ❤️❤️❤️
Tumar aji ai bikhekh dintur tumaloi bohut bohut huvaisa thakil aguwai juwa ❤❤❤
My favourite rabha dev ❤❤
গীতটিত এটি ব্যাথা ভৰা কাহিনী লুকাই আছে। Mesmerizing
ভাল লাগিল ❤
Bor dhuniya hoise gantu ❤
বহুত বহুত ভাল লাগিল
বৰ সুন্দৰ গীত। অতি সুন্দৰকৈ গাইছা। অশেষ ধন্যবাদ জনালোঁ।
সুনদৰ গাইছা।আগবাঢ়া🙏🙏🙏🙏❤️
Library t humai 1 ta bajat lunch kori ei suwali jonir voice tu huni bhal loga hoi ahise
গীতৰ প্ৰতিটো শব্দত বৰ সুন্দৰকৈ ভাব প্ৰকাশ কৰিছে।সুন্দৰ গাইছে।
শুনি শুনি শুনি শুনি............ Thank you জীয়াই ৰখা বাবে
বহুত ভাল লাগিল
Ki kom aru....
Naimisha the Superstar ✨✨✨
Thank you Parvis 🤗
বৰ ধুনীয়া❤
Bohut bhal lagil ,😂
Dhunia hoise dei 💕💓💓💓💓
Ati sundar kantha❤❤❤
Jibonor gaan mor aitu
Most beautiful song❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Wow ki dhunia kontho 😊
অতি সুন্দৰ ❤❤❤, আৰু আগুৱাই নিয়ক ভগৱানে সদায়ে আৰু অ-সী-ম-লৈ----👌👌👌
অশেষ ধন্যবাদ দাদা 😊💌
Buhut khundor baa apunar kontho tu bht vll lgise aru ankai nutn ntun geet xunibo pam boli akha thkil. ❤❤️🩹
Bohut val hoixe😍
❤❤😊😊
বহুত ভাল লাগিল ! আৰু আগুৱাই যোৱা ❤
Mind blowing song....your voice is so sweet unexpected voice
Hehe
❤Rava Dev r Ava mur ati pria
Ki hundor 🎉
Bhal lagil dei
Bohut dhuniya assmiyar gourav amar
1ooo bar xunileu hepah nopolai
Amazing song,excellent song.
শুনি শুনি এলাহ লগাই নাই অ 🥺❤️❤️🌼🌼🌻👍👍 ধুনীয়া কণ্ঠ ____
🤗❤️
Oo nice voice❤❤❤
মন চুই যোৱা গীত
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Hosakoi bhut bhut dhuniya hoise moi Hadai hunu gantu❤
Khub vhal hoiseh
Such a beautiful song❤❤
My heart touching
সুন্দৰ কণ্ঠ গীতটো শুনি বহুতো ভাল লাগিল। ঈশ্বৰে আশীৰ্বাদ কৰিব্।
Bahut dhunia hoise🎉🎉
Bhal lagil. Gantu mur bor prio
Ba tumar xur dhuniya😊😊
Xundor❤
ধুনীয়া ❤
❤️""সুমধুৰ কন্ঠ""❤️
❤"""""অনুপম""""'❤️
❤"""অতুলনীয"""❤️
❤️"""""""""""""""""""❤️
Your voice is so melodious ❤❤❤
Bohut bhal lagil.
Bai iman dhunia lagise❤❤❤
Eman val gaise ❤❤❤ nice ❤
So nice
Amezing ❤❤
Mur val loga gaan so sweet voice love you baa♥️💯
সুন্দৰ ❤
বহুত ভাল লাগিচে বা❤
সুন্দৰ কন্ঠ, ভাল লাগিল
Bor dhuniya gaisa Naimisha❤❤
Thank you Baa❤️
চিৰ সেউজ গীত,💚💚💚
বৰ ভাল লাগিল শুনি
সুন্দৰ🎉
সুন্দৰ কন্ঠ❤
Bohutt dhuniaa.. Bor mitha ke gaisa gantu tumi ❤
Thanks💕
সুন্দৰ ❤️❤️❤️❤️❤️❤️❤️❤️
And if you make a song like this, everyone will like it!💯
I really liked your noise.👍
মাতটো বৰ ধুনিয়া তোমাৰ। 😊
Melodious voice.....Haaaaye❤❤🤗
Bhut dhunia gaisa❤
Your voice is very fantastic ❤
Omgggggg😊
ধুনীয়া লাগিছে
Eman val gaisa❤❤❤ nice
No comment now at presant ❤️❤️❤️❤️
Very nice voice 🥰💕💕
S̊o̊ s̊ẘe̊e̊t̊ g̊o̊ åh̊e̊åd̊ g̊o̊d̊ b̊l̊e̊e̊s̊ s̊s̊ ẙo̊ů
অতি সুন্দৰ প্ৰয়াস,,, তোমাৰ সুন্দৰ কণ্ঠত এই কালজয়ী গীতবোৰ আৰু শুনা পাম বুলি আশা কৰিলো,, আশীৰ্বাদ থাকিল।
নিশ্চয়! 🙏🏻
ভগৱানে আপোনাক কণ্ঠ দিছে আগুৱাই যোৱা ❤️💚💙 From Kolkata . অনেক সুন্দব়
বহুত বহুত ভাল লাগিল।
❤❤❤
Ontor khon sui jai. ❤❤
❤️👍👍!
Bor sundor
Good attempt.beautifull🌹🌹🌹 original track by artist Kamal Narayan Choudhury.
❤
bor sundor
Ufff bor mitha❤
Beautiful❤
ভাল লাগিল আগবাঢ়ি যোৱা❤
Thank you so much ❤️❤️