Ojaantric || Assamese Podcast ft. Tarali Sarma || Ep.50
HTML-код
- Опубликовано: 7 окт 2024
- DOWNLOAD WINZO 👇
winzo.onelink....
Tarali Sarma's RUclips Channel...
• Matilei nami oha junak...
Bishrut Saikia's RUclips Channel...
• Bishrut Saikia - Upoha...
For business inquiries you can mail us at: oasismotionfilms@gmail.com
Our contact number : 8133836648
#TaraliSarma
#ojaantric
#assamesepodcast
DOWNLOAD WINZO 👇
winzo.onelink.me/VS3O/b91dcf5f
Sanjib borahak ebar mataksun val lagibo amaru hope koru matibo buli thank u ojantic.
সংগীত আৰু প্ৰজ্ঞাৰ ভৰত দোঁ খাই থকা এক ব্যক্তিত্ব~তৰালী শৰ্মা 💚
Blessed ❤️ Thank you Ojaantric
for all the love.
Apunar gan xosai bahut val lage @Bishrut dada 🥺❤️
@@pranjanakashyap9642 thank you 💝
Apuni xunkale ahok ojaantric t❤....
Tumar kam bur ekdm vintage!!
Gaan gai juwa..aru val gaan upohar di juwa amak🙌❤️
Upohar ultimate bro
বিশ্ৰুত দাৰ সৰ্বমুঠ ৬ এটা গান এতিয়ালৈকে RUclips প্লেটফৰ্মত release হৈছে...শুনি চাওঁক মাত্ৰ,নিৰাশৰ প্ৰশ্ন বহু দূৰৈত ৰ'ব...😍
অসমৰ সংস্কৃতিৰ এগৰাকীৰ উজ্জ্বল নক্ষত্ৰ । বহুত ধন্যবাদ যাঁচিলো আপোনালোকক 😊
Mur khub val loga singer...Thanks Ojantric for inviting her.
Ojaantric knows what we actually want📌.Thanks for bringing her in the show❣
মাতিলেই নামি অহা জোনাক, বহুত বাৰ শুনিলো, এতিয়াও শুনি থাকো... Evergreen💚 তৰালি শৰ্মা কথাবোৰ শুনি থাকিলে শুনিয়েই থাকিম যেন লাগে ❤️
তৰালি বাৰ সেই বিশেষ গ্লেমাৰটোৱেই আপোনাক অন্যৰ পৰা পৃথক কৰি ৰাখিছে ❤️❤️❤️❤️❤️
অনুৰাগ তোমাৰ বাবে। One of My favrt
মোৰ ৰাতিপুৱাটোয়ে সুন্দৰ হৈ গ'ল...
আপুনি বহুত ধুনীয়া তৰালী বা আপুনাৰ ব্যক্তিত্ব ই বিৰাট আকৰ্ষণ কৰে...
অযান্ত্ৰিক লৈ অশেষ ধন্যবাদ আৰু বহুত মৰম যাচিলো ।
Bohut val lagil ....torali bar gan huni khub vl paw.bikhekoi ahiba 2mi gan2 .kin2 aji teur kothbur huni torali bar bohut besi vl lgil..💕💕
বহুত বেছি ভাল লাগিল । অজ্বান্ত্ৰিকৰ এইটো সৰ্বশ্ৰেষ্ঠ খণ্ড । Her words made me realise that it's more on you how you see the colours of this world rather than what others showing to you. Her thinking standard is on another level. I will admire her forever.
সদাই চাই থাকো ajaantic....lov from Chabua
All time fav song"হেঙুলীয়া"
ইমান মধুৰ মূহুৰ্ত এটাত বাইদেউক পোৱা নাছিলো ৷ মই যেন এইমাত্ৰ বাইদেউৰ লগতে আছো ৷
“অযান্ত্ৰিক” ত আৰু এটা প্ৰিয় episode সন্নিৱিষ্ট কৰি ল’লো। ❤️
Ud দাৰ দৰে মইও লোভ এটা বঢ়াই ল’লো বাইদেউক লগ পোৱাৰ 😊
ভালে থাকক বাইদেউ❤️ ৷ Thanks brothers ❤️
50th Episode সঁচাকৈয়ে বহুত বেছি ভাল লাগিল। তৰালী বাৰ ব্যক্তিত্ব খুব আকৰ্ষণীয়, কথাবোৰ খুবেই সুন্দৰ।
"Keeps you grounded, মানুহ হৈ থকাত সহায় কৰে" বাৰ কথাষাৰ ❤️
বৰ ভাল লাগিল তৰালী বাক আমন্ত্ৰণ জনোৱা ৰ বাবে, আজি বহু কেইটা episode ৰ আগতেই মই অনুৰোধ কৰিছিলোঁ তৰালী বা আৰু মলয়া গোস্বামী বাইদেউক Ojaantric ত পাবলৈ, সঁচাকৈয়ে দৰ্শকৰ কথা ইমান গুৰুত্ব দি সন্তুষ্ট কৰোৱা টো ইমান সহজ নহয় । কিন্তু দেখিছোঁ প্ৰাই সকলোৱে সুখী Ojaantric ৰ সৈতে ।
বহুত বেছি ভাল লাগিল তৰালী বাৰ কথাবোৰ শুনি।
মাতিলে নামি অহা জোনাক গীতটি মন চুই গৈছে 💕💕💕 অপ্ৰকাশ ✨✨ আজি লৈ কিমান বাৰ শুনিলো হিচাপ নাই । প্ৰতিটো দিনৰ আৰম্ভণি আৰু শেষ তৰালী বা ৰ গানেৰেই হয় 💕💕 কুশলে থাকক এয়াই কামনা 💕💕💕
বহুত বেছি ভাল লাগিল । মাতিলেই নামি অহা জোনাক released হোৱা দিনাৰ পৰা শুনিয়ে থাকো । Ojantric alwaus Rocks 💕🎊🎊🎊🎊
ভাৰ্চিটিৰ জীৱনে আপোনাক বহু কাষলৈ লৈ আহিলে বা। প্ৰতিটো পলতে ক্ৰান্তিকা বাৰ ইমান আদৰৰ কিয় হয়, সেইয়া অযান্ত্ৰিকৰ বুকুত বুজি পালো। 💚
Best episode ..
Episode টো চাবলৈ আৰম্ভ কৰাৰ আগত মনটো খেলিমেলি হৈ আছিল ... এতিয়া যেন শান্তি পাইছোঁ ..
Lots of love to Tarali Ba and Ojaantric 💗
Thank you Ojaantric
"Matilei nami oha junak" one of my favourite songs. Loved it. Tarali Baa U are really my lady love🥰
Eman dinor murot .... Logot priyo manuhgoraki😍.... Thank you ojaantric
এইগৰাকী শিল্পীক চাবলৈ আশা কৰি আছিলো এই অনুষ্ঠানত, বহুত ভাল লাগিল। এগৰাকী সম্পূৰ্ণ শিল্পী।
💓💓💓hobdor obhab ,ki kom .Best episode.
প্ৰিয় ব্যক্তি গৰাকীক নিমন্ত্ৰণ কৰা বাবে সকলোকে ধন্যবাদ জনালোঁ। Rediot' আপোনাৰ সাক্ষাৎকাৰ শুনি খুউব ভাল লাগিল।।।
Bahut Dhunia lagil
কি সুন্দৰ ব্যক্তিতৰ অধিকাৰী।
UD aru oasis da duijonoke bohut bhal lage😇
সম্পূৰ্ণ এগৰাকী নাৰী। আপুনি কুশলে থাকক। ন-ন সৃষ্টিৰে জগত জিনক।
তৰালী শৰ্মা বা ব্যক্তিগত ভাবে মোৰ বাবে সদায়েই প্ৰিয় এগৰাকী নাৰী। বা, সচাকৈয়ে আপোনাৰ কথাবোৰ শুনিলে শুনিয়েই থাকিব মন যায় একদম আমনি নালাগে, গীতবোৰৰ দৰেই ইমান ধুনীয়া, ইমান মিঠা আপোনাৰ কথাবোৰ, সঁচাকৈয়ে আপোনাৰ কথাবোৰে সাহসী কৰে। এনেকৈয়ে সদায়ে মনৰ পৰা ধুনীয়া হৈ থাকক,কুশলে থাকক ❤️❤️❤️ আপোনালোকলৈ বহুত বহুত বহুত মৰম Udy দা & Oasis দা💕💕💕
বৰ ভাল লাগিল
I HAVE SEEN FOR THE FIRST TIME. COME HERE ONLY FOR TARALI BAA BUT NOW I'LL BECOME FRIEND OF ALL THREE.......
বা আপোনাৰ প্ৰতিটো শব্দই কাণত সুৰ হৈ বাজে, ইমান ধুনীয়া কথন শৈলী,❤️❤️❤️
Bishrut da 💕💕🎉
Just look at her eyes when she talks about the love for music... Damn she's truly in love with music ❤❤❤
Bahut besi val lagil..
Her way of talking is therapeutic! I think for the first time in the show Oasis is touched by each and everything she spoke! Full of depth, positivity, love and beauty of life
Finally eman kuwar pasot bak anile ... thank you
Moja....jito bisari asilo
Best episode
Val lagil.
Ahiba Tumi 🌎
Aitu best video ojjantic r
sukumoni dewri... plzz contact.. voice xunibo...
She don't need any introduction ❤️ আপোনাৰ ব্যক্তিত্ব সদায় বিশেষ। মনৰ মানুহৰ ভিতৰত আপুনি অন্যতম।ভালে থাকক💌
Hoi
Moja episode
আপোনালোকৰ অনুষ্ঠান চাই বৰ ভাল লাগে। নিয়মীয়াকৈ নহ'লেও প্ৰায়ে চাও নটিফিকেশ্বনটো আহিলে। কিন্তু কেতিয়াবা এনেকুৱা অনুভৱ হয় যে অতিমাত্ৰাত ইংৰাজী ভাষাৰ প্ৰয়োগে শ্ৰুতিমধুৰতা নোহোৱা কৰি পেলায় অনুষ্ঠানবোৰৰ। সেয়েহে প্ৰায়ভাগ পৰ্ব আধাতে সামৰো। (ভূপেন-শান্তা উজিৰৰ পৰ্বটো অৱশ্যে সম্পূৰ্ণ চাইছিলো)। Subtitle সংযোজন কৰি ভিডিঅ' বোৰ বনাব নোৱাৰি নে???
56:14...bohut vl lagir😊
Matilei naami oha junaak ❤️❤️❤️❤️❤️
Dhunia maat aru kontho,val lage Torali r gaan huni
She's love.❤️
Such a charming personality 🥰
Thank you ojaantric
আকৌ এবাৰ বিচাৰো তৰালী অজান্ত্ৰিক ৰ মজিয়াত
তৰালী শৰ্মা বাৰ মাতিলেই নামি অহা জোনাক গীতটি আগতে শুনিছোঁ বহুত ভাল লাগিছে।😍😍😍😍😍
Tarali bar gan xuni bohut vl lage .xunile xuni thakibo Mon Jai ..
Very nice and good
তৰালী বাৰ ইনচেণ্ট চেহেৰাটো আৰু তেখেতৰ কথা কোৱা ধৰণটো। উফ শুনিলে শুনিয়ে থাকিব মন যায়। বেছি ভাল লাগে তেখেতৰ মুখৰ শব্দৰ লগতে চকু দুয়োটাইও কথা কয় হাঁহি থাকে। Love you ba.
Ojaantric Zindabad ❤️❤️
My first crush upon voice since childhood ❤️Tarali Sarma❤️
❤️❤️
অনুৰাগ তোমাৰ বাবে ❣️😊
তৰালী শৰ্মা বাইদেউয়ে কথাখিনি ইমান মৰম লগা কৈ কৈছে। সছাকৈ বাইদেউৰ ব্যক্তিত্বটো দেখি ভাল লাগিল, ইমান যোগাত্মক তেওঁৰ দৃষ্টিভংগীবোৰ। বহুত মৰম যাঁছিলো আপোনাক, আৰু আগুৱাই যাওঁক।God bless u....
Bohut besi val lagil
🙏
❤️❤️❤️❤️big heart..❤️❤️❤️❤️❤️
Val lagile ♥️
Best Episode, শেষ নকৰাকৈ comment লিখিছোঁ। তৰালী শৰ্মা লৈ সন্মান ভালপোৱা বাঢ়ি গৈছে।।ইমান সুন্দৰ ব্যক্তিত্ব
Let's do it..
👍👌👌
Khub bhal lagile 💕👍...... Hepah thaki gol moi u zodi Torali Sarma r dore holu heten ...... Hosa geet guar hepah thaki gol 😢.....
Torali Sarma Geet , Kotha Xunile Kiba Ata Sristy koriboloi mon Jai...❤️❤️❤️
Uff tarali ba kotha kowteo voice sweet
ধুনীয়া মনৰ মানুহবোৰ সঁচাকৈয়ে ধুনীয়াই হয় ❤️❤️
তৰালী বাৰ কথাখিনিয়ে হৃদয় চুই গল💚💚💚
Mur priyo torali baa♥️
❤
11.00... তৰালী বাক লৈ এনেকুৱা অনুষ্ঠান কৰিলে নিমন্ত্ৰণ দিবচোন..... অনুৰোধ হে নামমাত্ৰ
Emn mrm lage baak
. My fvrt❤
Superrb episode....❤❤
Adil hussain sir k adin matibosun
উপহাৰ -গানটো বৰ ভাল । শুনিছো।
Val lagil
তৰালী বাৰ প্রতিটো কথাই, প্রতিটো expression ৱেই মানে কিবা এটা প্ৰেম প্ৰেম ভাৱ জগাই তোলে। বৰ ভাল লাগে। তৰালী বা খুব প্ৰেমিক মানুহ।
She's very sweet, and also her songs that UD daa said about .
Its true
Beautiful😍😍❤❤
Aapunar voice ❤❤❤
An epitome of beauty,her thoughts reveal what a gem of a person she is.Thank you Ojaantric for this wonderful interaction. 🙌🙌
Hundor
One of the best episodes.
Tarali Ba is so humble and soft spoken. She is pure ❤️
When she speaks u just feel like to keep listening forever.
প্ৰগ্ৰাম তো অসমৰ যিহেতু কথা বোৰ অসমীয়া ত হৱ লাগে।। ইংৰাজী ৰ ব্যবহাৰ অলপ বেছি হৈছে।।
আমি ইমান ইংৰাজী বুজি নেপাও যে আমি গাঁওলিয়া মানুহ ।।
She is full of positive energy! Very loving and inspiring! Loved the episode!❤️
Eman positive baa bahut besi val lagil aaji
তৰালী বাৰ হাঁহি 💓 তৰালী বাৰ কণ্ঠ 💓💓 লগতে" আহিবা তুমি " 💓💕💕💓
অযান্ত্ৰিক ৰ সকলোকে অশেষ ধন্যবাদ এনেকুৱা এটা আদ্দা লৈ অহাৰ বাবে, বহুত দিনৰ পৰা বাট চাই আছিলো অসমীয়া আদ্দা এটা চাবৰ বাবে, খুব মন যাই এটা অনুস্থান ত থাকিবৰ বাবে নিজৰ একো প্ৰতিভা নাই কিন্ত খুবেই ভাল লাগিছে মনে ভাল লগা মানুহবোৰ ৰ কথাবোৰ জানিব পাৰি..উদয়ন দা আপোনালোকে বহুত অনুপ্ৰেৰণা যোগায়।
Matilei nami oha junak is actually a very very very heart touching song.. And Tarali ba u are love
সংগীতৰ ৰাণী ❤️ LOTS OF LOVE TARALI BAA❤️
She's such a humble personality...Every word said by her is so constructive❤️
Want Shyamontika Sharma , Barsha Rani Bishaya on Ojaantric❤️
৩০ চেকেণ্ডৰ ভিডিও চাই অভ্যস্ত মানুহ বোৰক আপোনালোকে ১ ঘণ্টা বান্ধি ৰাখিব পৰিছে যেতিয়া মই ভাবো আপোনালোক সফল হৈছে।আগলৈও এনেদৰেই আগবাঢ়ি যাওক তাৰে কামনা।
অযান্ত্ৰিক আধাতে এৰি বিশ্ৰুতৰ গান টো শুনিলো আকৌ অযান্ত্ৰিক ......