AAPUNI AAHIBO II SUBASANA DUTTA || AMRITA GOGOI || KAMAL LOCHAN || NEW ASSAMESE SONG 2020

Поделиться
HTML-код
  • Опубликовано: 1 ноя 2020
  • Presenting a new Assamese video song "Aapuni Aahibo"
    Morom Lagi Jai (New video song)
    👉 • MOROM LAGI JAI (Offici...
    Vocal: Subasana Dutta
    Lyrics/Tune- Sameer Shekhar
    Music: Palash Gogoi
    Mixing & Mastering: Diganta Bordoloi
    Percussion: Raja Baruah
    Guitar: Prasanta Baruah
    Recorded by Moon @ Studio Orange & Studio Audioholic
    Director/Editor: Suvrat Kakoti
    Cinematographer: Uttam Kalita
    Asstt. Director: Nitu Khanikar & Jyotishman Chetia
    Make Up: Jaan Saikia
    Camera Asstt. Tirtha Nath
    VFX & Colour Grading: Ajanur Rohman
    Production Controller: Nayan Kalita
    Executive Producer: Shekharjyoti Baishya
    Photography: Dipankar Borah
    Graphics Design: Zonak Yugantar Borah
    🎶 Stream and download Aapuni Aahibo full song on-
    ■ Spotify: open.spotify.com/track/6rRLjO...
    ■ Wynk: wynk.in/u/TaxBeVrN1
    ■ JioSaavn: www.jiosaavn.com/album/aapuni...
    ■ Apple: / aapuni-aahibo-single
    ■ iTunes: / aapuni-aahibo-single
    ■ Resso: m.resso.app/ZS413jgq/
    Lyrics :
    আপুনি আহিব
    উশাহো বাঢ়িব
    অচিনা অনুভুতিয়ে বুকুতে নামিব
    কাষলে নাহিব
    জীয়াই মাৰিব
    দুচকুৰে দুয়োকাষে চকুলো সৰিব
    প্ৰনয়ৰে ৰং
    কপালত আঁ‌কি
    ৰাখিবনে মৰমে বুকুতে সাৱতি
    অভিমানো বাঢ়িব আজি
    কাষৰতে ৰ'লে আপুনি
    এই অভিনয় মৰম কিজানি
    অভিমানো বাঢ়িব আজি
    কাষৰতে ৰ'লে আপুনি
    এই অভিনয় মৰম কিজানি
    মোৰ অনুৰাগ মাথোঁ আপুনি
    ভালপোৱা লাহে লাহে বাঢ়ি আহে
    আধৰুৱা এটি এটি ভাৱনাতে
    থৈ দিয়া বহুকথা হেঁপাহতে
    ক'ম হিয়া খুলি আজি আপোনাকে
    হায়......
    দেৰিকৈ নাহিব
    আমনি কৰিব
    বুকুখনে
    ঘনে ঘনে
    প্ৰনয়ৰে ৰং
    কপালত আঁকি
    ৰাখিবনে মৰমে বুকুতে সাৱতি
    অভিমানো বাঢ়িব আজি
    কাষৰতে ৰ'লে আপুনি
    এই অভিনয় মৰম বিচাৰি
    অভিমানো বাঢ়িব আজি
    কাষৰতে ৰ'লে আপুনি
    এই অভিনয় মৰম বিচাৰি
    মোৰ অনুৰাগ মাথোঁ আপুনি
    Stay connected -
    Subscribe : / subasanadutta
    Facebook : / singersubasana
    Instagram : / subasanadutta11
    Google+ : plus.google.com/u/3/collections/
    #আপুনি_আহিব #AAPUNI_AAHIBO #SUBASANA_DUTTA
    #assamese_song #new_song #newvideo
  • ВидеоклипыВидеоклипы

Комментарии • 1,9 тыс.

  • @SubasanaDutta
    @SubasanaDutta  3 года назад +277

    "Morom Lagi Jai" Video Out Now
    👉 ruclips.net/video/Dzayb7Kyhb4/видео.html
    Hope you all like & enjoy it

    • @alimuliassam6405
      @alimuliassam6405 3 года назад +9

      .....….অভিমান........ভালপোৱাৰ এটি মিঠা অনুভূতি..... বহুত বেছি ভাল লগিছে.....গীতটি কিমান ভাল লগিছে কবই নোৱাৰোঁ .......সুবাসনা বা♥️♥️প্ৰেম♥️♥️

    • @satyascofficial7723
      @satyascofficial7723 3 года назад +4

      Lovely song

    • @mandiramazumdar4807
      @mandiramazumdar4807 3 года назад +2

      Bahut dhuniya anekoie dhuniya gaan bonai jauk. 🥰🥰🥰

    • @juringohain8307
      @juringohain8307 3 года назад +4

      Hoi enjoy korilu

    • @bikashneog1502
      @bikashneog1502 3 года назад +1

      Superhit ❤️❤️❤️

  • @parismitaborah5098
    @parismitaborah5098 3 года назад +446

    সুন্দৰ❤️🌺অমৃতা বা আৰু কমল লোচন দাৰ বাবে এটি লাইক❤️

  • @user-tu2pg3nf8v
    @user-tu2pg3nf8v 8 месяцев назад +30

    হাজাৰ বাৰ শুনিলেও আমনি নালাগে🌈🥹সচাকৈ বৰ প্ৰিয় ✨😊

  • @kabitachangmai6246
    @kabitachangmai6246 3 года назад +468

    আপুনি শব্দটো মোৰ বৰ আপোন....... সেই সময়তে এই গানটো মোৰ জীৱনৰ আলহী

    • @narutoshorts5545
      @narutoshorts5545 3 года назад

      Khisai... Ga tu ru video Tu khuni bht val lgise

    • @natureover7360
      @natureover7360 3 года назад +3

      😂😂😂😂

    • @ccismkbk4698
      @ccismkbk4698 3 года назад +1

      🧞‍♀

    • @chinmoyeedas7026
      @chinmoyeedas7026 2 года назад +3

      Apuni buli kbole moiu bhut vl pau....xe babe hoito gaan to bohut vl pao...

    • @minakshibhattacharya4938
      @minakshibhattacharya4938 2 года назад +4

      আপুনি শব্দটো মোৰো বৰ আপোন .....🤍

  • @mintugogoi4135
    @mintugogoi4135 3 года назад +53

    প্ৰথম শুনাৰে পৰাই গীতটি খুবেই প্ৰিয় হৈ পৰিল❤️

  • @madhusmitamedhi3881
    @madhusmitamedhi3881 3 года назад +158

    মোৰ প্ৰিয় গায়িকাৰ কণ্ঠৰে প্ৰিয় অভিনেতা আৰু প্ৰিয় অভিনেত্ৰীয়ে অভিনয় কৰা গীত বৰ সুন্দৰ হৈছে সুবাসনা বা ।

  • @artist37
    @artist37 3 года назад +66

    Aioo,Amrita..bar... expression..bur je ..♥️♥️Iman dhuniya

  • @changmaimamu5007
    @changmaimamu5007 3 года назад +57

    সুবাসনা বা আপোনাৰ মাতৰ প্ৰেমত পৰোঁ সদায় 💚💚। বহুত ভাল লাগিল গীত আৰু সকলো...👌👌👌

  • @himadrisonowal4017
    @himadrisonowal4017 2 года назад +24

    "আপুনি"এই শব্দ টো যে আজিও আপোন মোৰ,❤️❤️❤️আৱেগ বোৰৰ আকৌ উজান উঠিল গীতটি শুনি অ,বুকুখন বিষাই প্ৰতিবাৰতে গীতটি শুনি থাকিলে বহুত💔আপুনি বুলি কোৱা,প্ৰতিজন আপোন পুৰুষে কেৱল চকুলো দিলে মোক বুকু বিষাই যোৱাকৈ,😭💔গীতটো কিন্তু সচাই ধুনীয়া আৱেগ ধৰি ৰখাত মোক সহায় কৰিব গীত টিয়ে সদায়💔

  • @assamesekstatus1366
    @assamesekstatus1366 3 года назад +299

    সুবাসনা বা অমৃতা বা আৰু কমল লোচন
    দাৰ বাবে এটা like 👍❤️

  • @ksarma4847
    @ksarma4847 3 года назад +80

    ধুনীয়া এটা গান , হৃদয় চুই গ'ল , সুবাসনা বাৰ গান , অম্ৰৃতা বা আৰু কমল দা আছে ধুনীয়া । বহুত দিনৰ অপেক্ষা ৰে আজি সম্পূৰ্ণ হ'ল ।

  • @JRBElectronics
    @JRBElectronics 3 года назад +40

    উফ্ 😍 গানৰ কথা, সুৰ ভিডিঅ'ৰ কাহিনী সকলো ধুনীয়া। ❣💖

  • @ujjaluzir5957
    @ujjaluzir5957 3 года назад +33

    Assamese industry needs more classical base songs like this 😍

  • @jsediting406
    @jsediting406 3 года назад +1841

    গান শুনি শুনি Comment পঢ়া বোৰে এটা তিপ্চহী মাৰি দিয়ক।

  • @sathiskumarshanmugam7679
    @sathiskumarshanmugam7679 3 года назад +178

    Hi Subasana, This is one of the sweetest song I have ever listened to. I am from TAMILNADU and I don’t understand the language. But I have replayed the song more than 100 times. Request to share the lyrics and meaning in English if possible! My best wishes to you.

    • @jitumoran4532
      @jitumoran4532 3 года назад +4

      This is Assamese song of Assam

    • @HopesAlive23
      @HopesAlive23 3 года назад +1

      Music has no barrier ❤️

    • @himadritabaruah4197
      @himadritabaruah4197 3 года назад +7

      (When u'll come..my breathing will become faster..an unknown feelings will come to my heart..don't come close to me..I'll die alive..) this is the 1st stanza... u can summarize the meaning of the whole song now..

    • @manujaxom7584
      @manujaxom7584 Год назад

      thank you so much

    • @helloguys9959
      @helloguys9959 Год назад +1

      🥰🥰love from Assam .....so happy to see Assamese songs are really growing 🥰🥰🥰

  • @sagarikadevi1666
    @sagarikadevi1666 3 года назад +26

    Ufff imn dhuniya.. Touched my heart.. Kamol lochon is heartbit

  • @puspadutta2098
    @puspadutta2098 Месяц назад +1

    হঠাৎ তেওঁ লৈ মনত পৰে "আপুনি"❤❤

  • @anupriyaYein
    @anupriyaYein 3 года назад +53

    বহুত ভাল লাগিছে কি কম কবলৈ ভাষা নাই🥰
    গাৰ নুম শিয়ৰী উঠা কন্ঠ
    লগত কমল দা আৰু বাৰ অভিনয় সচাকৈ বহুত ভাল লাগিছে
    শেষত বহুত দুখ লাগিলে🥺
    Love you ba and dada
    All times 💓
    Bhut cute voice hoi

  • @l.p.production3223
    @l.p.production3223 3 года назад +52

    অপূৰ্ব...! বৰ সুন্দৰ গীত এটি শুনিলোঁ। এগৰাকী সফল গীতিকাৰৰ সুন্দৰ অনুভৱৰ কোমল শব্দ চয়নেৰে হৃদয় চুই যোৱা গীতৰ কথা শ্ৰুতিমধুৰ সুৰ আৰু সংগীতেৰে এটি অনন্য সুমধুৰ গীত। আপোনৰ সংগীতৰ প্ৰতিভাৰ লগতে অভিনয় প্ৰতিভায়ো মুগ্ধ কৰিলে... অসাধাৰণ...! আপোনাৰ সুমধুৰ মিঠা কন্ঠ আৰু সুৰীয়া গায়কীয়ে সদায়ে মুগ্ধ কৰে। লগতে গীতৰ অনুভৱ খিনিক অনন্য মাত্ৰা প্ৰদান কৰা...অভিনয় শিল্পী দুগৰাকীৰ সুন্দৰ অভিনয়েৰে দৃশ্যায়িত কৰা নেপথ্যৰ সুন্দৰ কাহিনীটোৱে হৃদয় আলোড়িত কৰিলে। গীতৰ অনুভৱৰ লগত সফল-সুন্দৰ ভাবে একাত্ম হৈ এটি সুন্দৰ গল্পৰ চিত্ৰায়ন কৰিলে...!! Videography-ও বৰ সুন্দৰ হৈছে। গীতৰ সংগীত... সম্পাদনাকে ধৰি সকলোখিনিয়ে বৰ মনোহৰা...! আমাৰ সংগীতৰ ক্ষেত্ৰখনলৈ এটি বৰ সুন্দৰ উপহাৰ দিলে। আপোনাৰ লগতে গীতিকাৰ... সংগীতকাৰ আৰু অন্যান্য সকলো শিল্পী-কলা-কুশলীলৈ আন্তৰিক অভিনন্দন যাছিলো। আগলৈকো আৰু এনে সুন্দৰ সুন্দৰ গীত আপোনাৰ সুৱদী কণ্ঠত শুনিবলৈ পাম বুলি আশা কৰিছোঁ।💐💐💐

    • @rashmibaruah5955
      @rashmibaruah5955 3 года назад

      khub xundor anuvobor ati geet....enekuwa sintare likha aiti geetei moi prothom axomia geetr album salu....dhanyabad🙏🙏🙏

    • @jitumonigogoi5816
      @jitumonigogoi5816 3 года назад

      Only Indian he dekhna Pakistan wali nehi 🥰ruclips.net/video/QS4pgl1TPpU/видео.html🥰

  • @nizaranath2661
    @nizaranath2661 3 года назад +11

    বুকু বিষাই গ'ল শেষৰখিনিত🥺🥺🥺,, সুবাসনা বায়ো ধুনীয়া অভিনয় কৰে ❤

  • @palashbhuyan1503
    @palashbhuyan1503 3 года назад +7

    ভাষা নাই-----
    সুবাসনাৰ বাবে হিট লাইক লাগে😘

  • @MisingNew
    @MisingNew 3 года назад +20

    জীবনত জীয়াই থকাতো একো একোটা অভিনয়হে মাথোন....

  • @urmilagogoi5737
    @urmilagogoi5737 3 года назад +27

    ইমান ধুনীয়া উফ😍😍😍😍😍😍😍।।।
    একেৰাহে প্ৰথমৰ পৰা গানটোত সোমাই চাই যোৱাৰ পাছত যেতিয়া শেষ মুহুৰ্তটো আহে তেওঁলোকক দেখি নিজৰে কেনেকৈনো চকু পানী ওলাই আহিল উমানয়েই নাপালোঁ,বহুত বেছি ধুনীয়া হৈছে💚💚💚💚

    • @manshigogoi61
      @manshigogoi61 3 года назад +2

      হয় দিয়া ।।।।।। অমৃতা বা ৰ অভিনয়ে কল্পনা কো জীয়াই তোলে ।।।।।শেষৰ দৃশ্য টো ত বাৰুকৈয়ে কন্দুৱাই দিলে ।।।।।অমৃতা বা সঁচাকৈ এগৰাকী সুদক্ষ অভিনেত্ৰী
      লগতে কমল দা আৰু সুবাসনা বা 💕💕💕

  • @Mamon51
    @Mamon51 2 года назад +27

    আপুনি শব্দটো মোৰ বহুত আপোন,,,,,মোৰ অনুভৱ,,,, মোৰ সহাৰি ,,মোৰ সাহস ,,,আৰু এই গীতটি এই সময়তেই আহিছে মোৰ জীৱনলে সুৱাসনা বাৰ কণ্ঠেৰে এটি নতুন অনুভৱেৰে ❤️❤️❤️❤️❤️❤️❤️

  • @Priyankush_Bora
    @Priyankush_Bora 3 года назад +20

    Subasana Dutta - One of the BEST Female Singers in Assam❤❤❤... Like if you agree👍

  • @asthaborah901
    @asthaborah901 3 года назад +76

    That's not fair, Kamal Lochan dies everywhere 🙄 actually it breaks my heart everytime getting unexpected twists like this that has become almost expected now.😭❤️

    • @dhireswarkalita5659
      @dhireswarkalita5659 3 года назад +1

      I'm Rajdeep kashyap 👍👍

    • @Avishake2.0
      @Avishake2.0 3 года назад +3

      Exactly!! Why he dies evrywhere🙂

    • @seemaaa253
      @seemaaa253 3 года назад +1

      Why 😟🧐

    • @priyankabora8976
      @priyankabora8976 3 года назад +2

      🤣🤣🤣🤣🤣.....

    • @jitumonigogoi5816
      @jitumonigogoi5816 3 года назад

      Only Indian he dekhna Pakistan wali nehi 🥰ruclips.net/video/QS4pgl1TPpU/видео.html🥰

  • @Lakhya_Prajil
    @Lakhya_Prajil 3 года назад +25

    উফফ😌
    3:05 বুকুখন চিৰিংকৈ মাৰিছিল,
    Concept-ভাষাহীন💜
    Kamal Da🔥
    Amrita Ba🔥
    ❣️শুভকামনা❣️

    • @jitumonigogoi5816
      @jitumonigogoi5816 3 года назад

      Only Indian he dekhna Pakistan wali nehi 🥰ruclips.net/video/QS4pgl1TPpU/видео.html🥰

    • @himadrisonowal4017
      @himadrisonowal4017 2 года назад

      Same 💔

  • @poojadowerah9584
    @poojadowerah9584 3 года назад +51

    After his death she donated his heart... It's soulful and a part of humanity.... It's disheartening to see someone's loved one dying in front of her...🥺

  • @Priyangshu980
    @Priyangshu980 3 года назад +16

    Wow....
    What a voice😍😍
    I love this song a lot ♥️♥️

  • @Assam24x7
    @Assam24x7 3 года назад +9

    কেনেকৈ শেষ হল গমকে নেপালো😍😍😍😍❤❤❤
    ভাল লাগিল সুবাসনা বা😍😍

  • @debajyotinath4812
    @debajyotinath4812 3 года назад +46

    কমল দা আৰু অমৃতা বা দুয়োজনে মোৰ প্ৰিয় 😍💕💕

  • @parikshitkakoti7289
    @parikshitkakoti7289 2 года назад +7

    সেই মৰমী লগৰী কেচেটৰ পৰা এই গানটিলৈ কিমানবাৰ যে আপোনাৰ কণ্ঠৰ প্ৰেমত পৰিলো সুবাসনা বা, ক'ব নোৱাৰোঁ....😍😍😍😍😍

  • @BanashreeDeka-bb8nj
    @BanashreeDeka-bb8nj 6 месяцев назад +2

    2024 t. konba xuna asa ne....moi xuniye thako..my favourite song ❤

  • @pranjitporakhmusical1400
    @pranjitporakhmusical1400 3 года назад +41

    বহুতেই ধুনীয়া তাতে সুবাসনা বাই গোৱা ।

  • @bhupalichoudhurymusical_2228
    @bhupalichoudhurymusical_2228 3 года назад +140

    _কমল দাক সকলোৱে লোৱা হৈছে। তেওঁৰ বাবেই যে সকলোৱে চাই। হয়নে নহয় কওঁক 😃🤗🥰🥰_

  • @mrinalkantikansari4171
    @mrinalkantikansari4171 3 года назад +366

    I am from West Bengal. I can not understand your language. But feel the emotion which you produced in the video. It is super..

    • @jitumonigogoi5816
      @jitumonigogoi5816 3 года назад +2

      Only Indian he dekhna Pakistan wali nehi 🥰ruclips.net/video/QS4pgl1TPpU/видео.html🥰

    • @dipankerboruah8769
      @dipankerboruah8769 3 года назад +11

      Love from Assam

    • @sindia1996
      @sindia1996 3 года назад +7

      Love from odisha

    • @Akash_n43
      @Akash_n43 3 года назад +2

      @@sindia1996
      Hlw vhi

    • @sindia1996
      @sindia1996 3 года назад +2

      @@Akash_n43 hm vaai kuho😊😊😊.

  • @animekingmk5048
    @animekingmk5048 10 месяцев назад +3

    হাজাৰ বাৰ শুনিলেও মন নভৰা গান এইটো❤❤ love you সুবাসনা বা ❤❤

  • @dipankarchangmaiaxom1299
    @dipankarchangmaiaxom1299 3 года назад +7

    গানৰ শব্দ বোৰ উফ😍😍# ‌সুৰ

  • @kalyanborah1865
    @kalyanborah1865 3 года назад +5

    Woowww wooowww speechless ❤️ সুৱাসনা বাৰ কণ্ঠ,অমৃতা বা আৰু কমল দাৰ অভিনয় 🔥🔥🔥everything is perfect 👌 ❤️ specially last moment 🔥গাৰ নোম শিয়ৰি উঠিল ❤️

  • @Brishti_Ramdhenu
    @Brishti_Ramdhenu Год назад +1

    গানৰ ভাষাই অভিনয়ে কিমান বাৰ যে হৃদয় চুইছে , কিমান বাৰ যে চকুলো সেমেকিছে তাৰ হিচাপ নাই❤❤❤

  • @alimuliassam6405
    @alimuliassam6405 3 года назад +2

    সুন্দৰ কথা.....গীতটিৰ কথাই হৃদয়ত সাঁচ বহুৱালে... কিযে সুমধুৰ.... মৰম জগাই তুলিছে.........সুবাসনা বাইদেউৰ কণ্ঠৰ কথা নকওঁ .....শুৱলা,কুঁৱলীৰ স্বপ্ন সনা......তাতেই আকৌ অমৃতা বা ৰ জুতি........বহুত বহুত ভাল লাগিল....... জীৱন জীয়া মৰমেৰে❤❤❤

  • @AbinashKalita_ABI
    @AbinashKalita_ABI 3 года назад +4

    কবলৈ ভাষা নাই❤️❤️
    👍👍👍কলিজা শাত পৰি গৈছে।।

  • @KDRongmei
    @KDRongmei Год назад +10

    I was in a relationship with Assamese girl 5 years back while I was in Guwahati. She is from Namrup. We break up due to some unnecessary reason. Now m settled and have one beautiful daughter but I still miss her and sometimes quietly cry. Never met anyone like her in my life. Such a calm and good. I feel like I loved her more than my wife. If I am bold enough and take the right decision at that time I wouldn't have suffered like this now. Am dying alive. This song made the memory more alive and made me cry. I only wished if I could bring back the time and be with her again..😥😥😥😥

    • @Sarma.k_123
      @Sarma.k_123 Год назад +1

      Plz move on brother. Otherwise indirectly u r cheating on ur current partner. I'm pretty sure that ur current partner is an amazing human being. Try to look good inside her. Nd be grateful that she is with u. We meet people, some of them leave us. It's natural. But our life is not goona stop. Plz move on bro. Nd I'm sorry if I hurt you. Lots of love to u 💜

  • @user-tt5kp4lf8o
    @user-tt5kp4lf8o 3 месяца назад +1

    Uff Ki madhurr kontho ,lgte priyo Amrita baa❤

  • @alimuliassam6405
    @alimuliassam6405 3 года назад +2

    .....….অভিমান........ভালপোৱাৰ এটি মিঠা অনুভূতি..... বহুত বেছি ভাল লগিছে.....গীতটি কিমান ভাল লগিছে কবই নোৱাৰোঁ .......সুবাসনা বা♥️♥️প্ৰেম♥️♥️

  • @gayatreedevi1620
    @gayatreedevi1620 3 года назад +14

    Now I'm practicing to call him "Apuni "😍😍😍

  • @TheNeal92
    @TheNeal92 3 года назад +8

    Sokupani ulai gol..
    Aru Gaan tu xosake bht Val lagil..
    Baa tumar Voice xosake ki Sweetness aase..
    Tones of LOVE to all of You ❤️❤️❤️🙌🏻🙌🏻🙌🏻

  • @mousumigogoi9692
    @mousumigogoi9692 3 года назад +1

    Really heart touching song..কিমান বাৰ যে এই গীতটো শুনিছো আৰু চকুলো বোৱাইছো হিচাব নাই ।আৰু ইমান সুন্দৰ কৈ সকলোৱে অভিনয় কৰিছে সঁচাকৈ বহুত ভাল লাগিছে ।আৰু কমল লোচন দা মোৰ প্ৰিয় অভিনেতা । Love u lots 😗😘😘💞

  • @evergreenmajuli8555
    @evergreenmajuli8555 3 года назад +6

    বহুত সুন্দৰ❤❤❤কমল দা ক সদায় সপোনত দেখো😪 love you kamal da❤

  • @SK-fk4ii
    @SK-fk4ii 3 года назад +17

    Everything is more than perfect... congratulations and thanks to the whole team

  • @THC-45
    @THC-45 3 года назад +5

    Maina tumi jui 🔥🔥🔥🔥...
    Dhunia lagil hosakoi...

  • @darshanatamuli5565
    @darshanatamuli5565 3 года назад +9

    Thnk u ba for the lovely song and a beautiful msg...really ba...moi jimn bar sau hunu gantu monei novore....and really ganor lyrics n ur voice is like...."sone pe suhaga"...i got goosebumps when i heard it for the very first time....luv u a lot ba.....🥰😘😘my all time fav singer😍

  • @Barasha_saikia
    @Barasha_saikia 3 года назад +1

    Bohut dhunia sakalubur ,love you Amrita

  • @misspriompoli6480
    @misspriompoli6480 2 года назад +6

    এই গানটো শুনিলেই বিচাৰি পাঁও হেৰুৱা বহুতো স্মৃতি, ❤

  • @jupitaradeka8227
    @jupitaradeka8227 3 года назад +9

    বহুত ধুনীয়া লাগিল বা ।❤️💛

  • @pranjanakashyap9642
    @pranjanakashyap9642 3 года назад +1

    It's not just a song,, its a emotion,,, সঁচাকৈয়ে সুবাসনা বাৰ আবেগ মিশ্রিত কন্ঠেই গানটোৰ কথাখিনিক গভীৰ কৰি তুলিছে,,, লগতে কাহিনীটোৱে যেন গানটিক এক বেলেগ ৰূপ দিছে,,,king of emotion "KAMAL LOCHAN" দা আৰু অমৃতা বাৰ অভিনয়ে জীৱিত কৰি তুলিছে সকলো,,, হৃদয়ৰ কোনোবাখিনিত চুই গল,,, উফফ,,, really awesome concept,,, 💕💕💕

  • @nature.12843
    @nature.12843 3 года назад +7

    great video I have ever seen before in Assamese musical world❤❤❤❤❤hats off guys🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @PremaTamuli
    @PremaTamuli 3 года назад +9

    My heart is broken 💔💔💔💔
    হৃদয় খন একেবাৰে গলি গল অ ❣️💖

  • @parineetahazarika3298
    @parineetahazarika3298 3 года назад +5

    Okol kamal ok sabole ahisu.. Amrita Tu always favorite.. Kamal is ❤

  • @rajeshgogoi7995
    @rajeshgogoi7995 Год назад +13

    7yrs r relationship...8mnthr Agt engagement hoi gl...aprilt biyar kotha ..... Kin2 xpun xpun hoi a rol tai atia belegr dubahut...moi ane k val loga ganr xur bisari utubt vumukiyai tewk pahori thokar upai bisari rati bur par korisu .....gan2r proti beleg ata dhoranr morom aru kiba ata xnman ase njnu kio

  • @nishaboro3317
    @nishaboro3317 3 года назад +3

    Bohut bohut val lage gaan to khuni ❤️❤️❤️❤️

  • @simideka6899
    @simideka6899 3 года назад +8

    উউউউউফফফফফ ,,,অভিমানবোৰ, মৰমবোৰ যেন বাঢ়ি গ'ল।।। গীত টো শুনি।।।।😘😘💚💚👌👌🔥🔥👍🏻👍🏻🙏🏽🙏🏽

  • @snigdhasaikia2785
    @snigdhasaikia2785 3 года назад +10

    সুন্দৰ বা...অন্তৰ চুই গ'ল.....❤❤❤💖💕💞💞💞💕💖❤

  • @arupgogoi9739
    @arupgogoi9739 Год назад

    Fist time মনৰ পৰা ❤❤❤❤❤

  • @assam30second85
    @assam30second85 3 года назад +1

    Hidoy sui gol ai gaantie,ki je khundor khobodor khomahar..kisu modhur onubhutir khanmisronere rasit 😌😌😌

  • @NKTrishnaOfficial
    @NKTrishnaOfficial 3 года назад +18

    ভাষাহীন। সকলো ফালৰ পৰা এটা উন্নত মানদণ্ডৰ ভিডিঅ'। সফল হৈছে আপোনালোক সকলো। আপুনি আহি শিহৰণ জগাই থৈ গ'ল।সুবাসনা বা লৈ বহুত বহুত ধন্যবাদ। ইমান সুন্দৰ কৈ গীতটোৰ জৰিয়তে সুন্দৰ বাৰ্তা দি যোৱাৰ বাবে ❤️❤️

  • @rajibbodoland1420
    @rajibbodoland1420 3 года назад +20

    সুবাসনা বাৰ কি যে সুৰীয়া মাত ,❤💚💙ওফ'''' হৃদয়ৰ কোনোবা এটা কোনত বিন্ধি দিলে মোৰ।
    #সুবাসনা বা মোৰ অতিকৈ মৰমৰ আৰু আদৰৰ প্ৰিয় গায়িকা হয়,,
    আৰু... আপোনাৰ ??

  • @bindassgirl5515
    @bindassgirl5515 3 года назад +2

    Emn vall loga gaan2...huni huni amnii nalage ufff hiya sui jai gaan tue 😘😘🤩🤩🤩❤

  • @DikhitaBorah-pz3np
    @DikhitaBorah-pz3np Месяц назад +1

    Aji loi k huni thaku hosai bor priyo git ti ❤️ apuni ...hobdo tu Jen ajiu priyo hoi ase 🥹❤️

  • @rajkanyahz7447
    @rajkanyahz7447 3 года назад +3

    Bohut val lagise ba gan tu😘😘😘

  • @krishnamoninath6178
    @krishnamoninath6178 3 года назад +12

    বহুত ভাল লাগিল সঁচাকৈ সুবাখনা বা এ গোৱা কাৰনে অাৰু মোৰ কাৰণে বহুত জনপ্ৰিয় সু্বাখনা বা।❤️❤️❤️❤️❤️❤️❤️

    • @pranjanakashyap9642
      @pranjanakashyap9642 3 года назад +1

      সুবাসনা বা,, not সুবাখনা 🤐🤐🤐

  • @mousumlason13
    @mousumlason13 3 года назад +7

    4:14 ki hundor scene. my Eyes full of tears and the concept wow. subasana baa r voice 🤗 eman dhunia. Suvrat Da eman dhunia direction and edit korise. ur Awesome bro😊

  • @ahalyaneog5000
    @ahalyaneog5000 3 месяца назад +1

    Fav song❤
    The lyrics just touched my heart🥺

  • @jyotiroy2082
    @jyotiroy2082 3 года назад +8

    If millions of likes is what it's take be the most viewed video of the year , I would have liked it till infinity If I could😊🤟

  • @rdutta3688
    @rdutta3688 3 года назад +7

    সুন্দৰ কথ সুৰ তাতে আকৌ সুবাসনা বাই গোৱা ।
    সুবাসনা বাৰ বাবে এটা লাইক 👌👌❤️👍

  • @dipankarparashar5761
    @dipankarparashar5761 Год назад

    কি ধুনীয়া , বা আপোনাৰ মাত টো🙏♥️

  • @paporineog2225
    @paporineog2225 3 года назад +4

    A very strong msg about organ donation and a beautiful song too.👍

  • @kashmiriscreation6929
    @kashmiriscreation6929 3 года назад +12

    অৱশেষত আপুনি অহাৰ বাবে দেহা মন জুৰ পৰি গ'ল।সুন্দৰ সংগীত,সুন্দৰ অভিনয়।♥♥

  • @dulumoniroy1752
    @dulumoniroy1752 3 года назад +5

    Oti hundor lgise bcz current fav Kamal da❤

  • @gyanjyotisvlogs7015
    @gyanjyotisvlogs7015 3 года назад +1

    Ufff xuni hepah napali ki xur, ki katha, ki abhinoy ufff thank you so much subasana baa love dis song love you ❤️❤️❤️❤️❤️❤️❤️

  • @mncreation9038
    @mncreation9038 2 года назад

    হৃদয় চুই যোৱা এটি গান . . .

  • @manikakalita4185
    @manikakalita4185 3 года назад +7

    Bahut val lagil sai baa ❤️

  • @SantoshMohanPhukan
    @SantoshMohanPhukan 3 года назад +34

    Kamal Lochan is A Sansational Star of Assam at this point of time. his simplicity nd the way he perform in any project and His Dedication that he showing towards any project , These are things that makes him famous and Valuable in this This industry! Rising star Of Assam!
    and The song is Just beautiful! Again Subasana dutt's song is always সুৱাস অনা গান💓

  • @yamilazi3847
    @yamilazi3847 3 года назад +8

    Song of the day ❤️❤️just love it 😍 wokeup at 2 am hearing this song ❤️ love the concept,acting of actor,actress superbbb and singer voice just fantastic 😍❤️❤️❤️Lots of love from Yami , Arunachal Artist ❤️

  • @kanyakumariborah9558
    @kanyakumariborah9558 4 месяца назад

    গানটো ইমান সুন্দৰ হৈছে যে, শুনি থাকোঁতে কেতিয়া শেষ হল গমে নাপালোঁ ।।❤

  • @manalishadas2421
    @manalishadas2421 3 года назад +8

    ৰৈ আছো বা 😍

  • @biswachangmai905
    @biswachangmai905 3 года назад +4

    This is Why I'm fan of Suvrat da 🙏🙏,
    And Great work by TEAM, a solo man can't do it without a team

  • @maineesaikia2204
    @maineesaikia2204 3 года назад +1

    গীত টিৰ প্ৰেমত এনেকৈ পঢ়িছোঁ যে কিমান বাৰ video টো চাইছো কব নোৱাৰো।অতি সুন্দৰ গীত❤️❤️❤️love u subasana ba,and also amrita ba ,kamal da❤️

  • @dreambarnascreation6522
    @dreambarnascreation6522 3 года назад

    Gaan tu hunile pgl hoi jau...❤️❤️❤️emn Hundor ati geet❤️❤️❤️❤️❤️

  • @bimannath9125
    @bimannath9125 3 года назад +3

    খুব মিঠা হৈছে গানটো,,,,
    দেহ মন জুৰ পেলোৱা
    বা তোমাৰ মাতত সচাই যাদু আছে

  • @mallikadas7640
    @mallikadas7640 2 года назад +3

    বৰ ভাল লাগিল বা গানটো । বহু শুভকামনা থাকিল আপোনালৈ । বৰ ভাল লাগে আপোনাৰ গানবোৰ । আপুনি শব্দটো মোৰো বৰ আপোন আৰু আদৰৰ । সেই বিশেষ আপুনি জন মোৰো অতিকে আদৰৰ আৰু শ্ৰদ্ধাৰ। যাক মই মোৰ নিজৰ মাজত লৈ কঢ়িয়াই ফুৰো কোনেও নজনাকৈ ।

  • @sweetyborah8098
    @sweetyborah8098 3 года назад +5

    Everything is just Beautiful
    Subhasana baa Ur voice just so Sweet..,,eman Xundor lyrics,song Nd videography..❤️❤️❤️🎶🎶❤️❤️

  • @priyadevi9223
    @priyadevi9223 2 месяца назад

    Emn dhunia song...khosakoi heart ot lagi goise❤lv u baa

  • @nikkibasu2232
    @nikkibasu2232 3 года назад +7

    বহুত বহুত বহুত ভাল লাগিছে💖💖💖💖💖💖💖

  • @souvikrajkhuwa1349
    @souvikrajkhuwa1349 3 года назад +6

    Just love the way how story ended ❤💕❤

  • @sikhamusic3696
    @sikhamusic3696 3 года назад +3

    বুকুখন হাত পৰি যায়...আপোনাৰ প্ৰতিটো গান মোৰ প্ৰিয় তথাপিও এইটো গানে মোৰ অন্তৰত বেলেগ এটা স্থান পাইছে...বা আপোনাৰ সুৰ বিশ্বত‌ জিলিকি পৰক❤

  • @Debashreekhound
    @Debashreekhound 5 месяцев назад +1

    সুবাসনা বাৰ বাবে এটি লাইক😊😊❤❤❤😊

  • @NitulDadhara
    @NitulDadhara 3 года назад +3

    বহুত ধুনীয়া ❤️❤️

  • @bangringgameplay2697
    @bangringgameplay2697 3 года назад +5

    Last part is just waoo waoo waoo what a unic,amazing,heart tuching... Love with concept ♥️♥️♥️

  • @peaa666
    @peaa666 2 года назад

    Such a beautiful, important message of compassion, helping others. So beautiful❤