Very much heart touching scene at last.. My god ... Automatically my tears came out and i don't even know after ending this video I saw that yes I m crying... Good luck papori baa and our entire team for this wonderful work... Keep going
So lovely song Nd video 😍😍😘😘....bohut dhuniya protomote bohut vl lagisil but lastr khini bohut dukh lgil...😔......but preety bak koina hoja te bohut vl lagise.....so so so lovely video 😍😘😘😘
Xekhor khini sai moi xobdohin hoi rolu kankana baa anekua jen karu lgt nhy takei kamona korilu ❤😢xokolure mongol houk 🙏🏻🙏🏻🙏🏻👌🏻🥰😘😍vl lagil vedioe tu sai 🥺
Uff very heart touching the end😌. Amazing choreography.... best wishes to the antre team ❤️ Everyday i Listening this song its gave me a extra feeling 🤗💞
ভয়,শংকা আছে যদিও বুকুত অযুত সাহস আৰু গভীৰ দায়িত্ব লৈ আমাৰ সকলোৰে এটা মৰমৰ সপোন লৈ আগবাঢ়িছো। সপোনটো পূৰ হোৱাত কিমানখিনি সফল হ'ম নাজানো কিন্তু আত্মবিশ্বাসেৰে পাৰ্যমানে চেষ্টা কৰিছোঁ। ভুল ভ্ৰান্তি নিশ্চয় থাকি গৈছে,আঙুলিয়াই দি আমাক আশীৰ্বাদ কৰে যেন!
Bohut bohut dhuniya hoise Dada😘
Bhut dhuniya hoise Raja da👍
Khasake bahut basi Val hoise dada
ভাল হৈছে দাদা ❤️
Uffffffff 🥺 literally Raja story.... first sb thik asil vl lgi asil sai asilu bt lastot seriously sui goisey 🥺💕🥰🥰❤️🔥bt I jst loving ❤️🔥
যিসকল লোকে নিজৰ ধুনীয়া চকুৰে কমেন্ট পঢ়ি আছা☺☺ সেই সকল লোকৰ মা দেউতা সদায় সুখী হৈ থাকক ♥️♥️♥️
Tq and same to u 😘😘😘
Tq
Thank you n same to you
Tq and same to you 😊😊❤️
Love you ❤
খুব সুন্দৰ হৈছে। শেষৰ খিনিত চকুপানী ৰখাব নোৱাৰিলোঁ। বাস্তৱত কাৰো লগত এনেকুৱা নহওঁক তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা 🙏
Hosake
Obviously... 😞😞😞
GrulyjkkJJkKau0aoagjwpwpw😊😘🏛🏚🕍💍👡📿🎩📿
Hyruutjptjlhtujwtpafhlzj gkai☺😉😘😙😍🙂😙🤗😙🤗😙😋🤩🤔🤩😋😊😎😉😍😘🤨🙂☺😙😎😍😎😙😍😉😘
A meal
কিছুমানৰ সপোন পূৰ্ণ হৈ আৰু কিছুমানৰ পূৰণ হৈ ও ৰৈ যায় 🥺 সঁচা মৰম সকলোৰে কপালত নাথাকে কিন্তু পোৱা জন সঁচাই বহুত ভাগ্যবান কিন্তু যিজন এ পাই ও হেৰুৱাই তেওঁৰ সমান দূৰভগীয়া কোনো নাই সেয়ে ভগবানৰ ওচৰত মিনতি সকলোৱে যেন নিজৰ মনৰ মানুহ জনক পাই 🥺
❤
❤❤❤
Mur video bur o sabo dei
Hosa kotha ,😭😭💔
❤❤
গানটোৰ শেষত মই শব্দহীন হৈ ৰলো🥺♥️
এনেকুৱা যাতে কাৰো নহয় তাৰে কামনাৰে 😌
Aji anekua ata ghotona hoi gl dora koina akelge gusi gl
এনেকুৱা কাহিনী বনাই কিয় দুখ দি দিয়ে ৰে ।... মিলন সমপূৰ্ণ কৰি শেষ কৰিব অ .. দুখ লাগে .. বাস্তব যেন অনুভৱ হৈ পৰে !.. কাহিনী বাৰু .. ❤️❤️❤️ heart touching ...
কবলৈ ভাষা নাই । বহুত ভাল হৈছে । বহুত দেৰিকৈ video টো চালোঁ । সঁচা ভালপোৱাৰ এক সুন্দৰ প্ৰদৰ্শন । কিন্তু শেষৰ খিনিয়ে কণ্ডৱাই দিলে । ইস্বৰৰ আগত এটাই প্ৰাৰথনা সঁচা ভালপোৱা জনৰ লগত যাতে কেতিয়াও এনেকুৱা নকৰে । আৰু এটা কথা video টোত নকৈ নোৱাৰি । বন্ধু দুজনৰ বন্ধুত্বৰ এক সুন্দৰ নিদৰ্শন । এনে বন্ধু এজনৰ সকলোকে প্ৰয়োজন । আৰু সকলোৰে অভিনয় হৃয়স্পৰ্শী । 😍❤️❤️
কলিজা কঁপাই যোৱা গীতটো❤
নীল দা আৰু পাপৰীয়ে গোৱা আটাইতকৈ প্ৰিয় গীতটো মোৰ❤
Same
Moro tamam mojja hoise kandi diso vidio ti sai
বহুত সুন্দৰ হৈছে হৃদয় স্পৰ্শ কৰি গল বহুত দুখ লগা শেষৰ খিনি 💖💖
বহুত হৃদয়স্পৰ্শ অ। চকুৰ পানী ওলাই গৈছে। মৰম ভালপোৱা সঁচাকৈয়ে এক স্বৰ্গীয় অনুভূতি যি ভগবানৰ সকলো সৃষ্টি তে প্ৰতিফলন হয়।❤️❤️গানটোৰ প্ৰতিটো শব্দয়ে হৃদয় স্পৰ্শক।
♥️♥️♥️♥️
Actor professor
Hero hero professor
Best professor
Bank manager
সঁচাকৈয়ে অতি সুন্দৰ । আৰম্ভণিৰ পৰাই প্ৰতিটো শব্দই যেন হৃদয় স্পৰ্শ কৰি গ'ল । ❤👍
I agree 👍 💯
হয়তো শব্দৰে প্ৰকাশ কৰিব নোৱাৰো কি অনুভৱ কৰিছো গান টো শুনি,চাই।কিন্তু কান্দি গ'লো শেষকণত।ইমান সুখৰ মাজতো দুখবোৰে কেনেকৈ আৱৰি ধৰে অ' নোৱাৰি বুকু বিষায় যায় বা।হ'লেও ভালপোৱা মিলন সকলো ভগৱানৰ ওপৰত।বহুত সুন্দৰ গীত এটা আমাক দিলা আৰু আগলৈও দি যোৱা।অশেষ শুভাসা।
সংগীত ৰ ওপৰত একো নাজানে খালি চাবলৈ জানো,,, ধুনীয়া হৈছে দে।🎉🎉🎉🎉
How beautiful the story, acting , cinematography and obviously the song❤️ Dhuniya... Ending 😔
ইমানদিনে সদায় দিনত ২০বাৰতকৈত বেছিকৈ শুনিছিলো । আজি প্ৰথম বাৰ ভিদিওটো চালো। কান্দি দিলো অ' । বাস্তৱত কাৰো লগত এনেকুৱা নহওক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো 😔
Xosakoi bohut dukh lagise 😞
I>u8]>00
Xosake sukur pani ulai gol😔
Olop besi hol ne ki.
Mu
লগৰকেইজনীয়ে কৈছিল videoটো বহুত ভাল লাগে,চাবা বুলি || আজি চালো ১০বাৰ মান.. সঁচাকৈ ইমান বেছি ভাল লাগিল..
কান্দি দিলো অ...........
বাস্তৱত কাৰো লগতে এনেকুৱা নহওক ||🙏🙏
মইও বাৰে বাৰে চাওঁ আমনি নালাগে
Actually যাক সঁচাকৈয়ে ভাল পোৱা যায় তেওঁক কেতিয়াও কাষত পোৱা নাযায় ❤️🩹🥺
😭 mmm
Xosa kotha
Hoi
Nohoi
ছোৱালী এজনীক ঘৰৰ পৰা উলিয়াই দিয়াৰ পিছত ঘৰ খনৰ মাক দেউতাকে হে কিমান দুখ প্ৰকাশ কৰে। সচাকৈ ছোৱালী জীৱনটো বহুত কঠিন।
ruclips.net/video/QXpp-jl_0cw/видео.html
Xosai bhut kosto hoi xeikhini xomoi 😔😔
Xosai o bohut tan suwali jibontu
@@bhumikathakuria6217 😓
Tumije ajon lora hoi u emantu kotha bujisa❤❤❤ jodi xokoluye tumer dore vabile hoi suwali r jibontu eman kothin nohol hoi😢😢😢
ইমান ধুনীয়া গীত টোত , শেষৰ খিনি কিয় এনেকুৱা কৰিব লগা হল। সুখে সুখে বিয়া খন হৈ গ'লে ভিডিয় টো যেন বেছি প্ৰাণ প্ৰায় উঠিল।🌸🥺❤️
Ryt
Maja
সচাকৈ অতি সুন্দৰ হৈছে😘প্ৰতিটো শব্দ মনত চুই গৈছে গানটো শুনি চকুৰ পানী ৰখাব নোৱাৰিলোঁ 😭😭😭
যিমান চালেও আমনি নালাগে ❤ইমান ধুনীয়া লাগে যে এই গানটো ❤❤❤❤❤
সুন্দৰ গীত, সুন্দৰ সুৰ, গীতটিৰ শেষৰ খনি চাই চকুপানী ওলাই গল.... কোনো swalir জীৱনত এনেকুৱা নহওঁক.... সুন্দৰ হৈছে আৰু আগুৱাই যাওক আপোনাকে 🙏
সঁচাকৈ এটি মননশীল আৰু আমোদজনক দৃশ্য উপভোগ কৰিলো গানটোৰ জৰিয়তে! বহুতেই ভাল লাগিল!
বহু দিনৰ অন্তত তোমাৰ গীতটি আজি চাই খুবেই ভাল লাগিল ❤বা❤
মৰম ভালপোৱাৰ এক বুজাব নোৱাৰা শিহঁৰন ৰ এই গীতটি হৃদয় চুই গৈছে
🥰সদাই আগুৱাই যোৱা😘
My fovert song
Um khosa koi nice song
Mojja baa
Hii
O
Laje laje tumale samm ❤❤❤...
Emotion🌹🌹
কৈছোঁ নহয় - একদম বুকুৰ ইপাৰ সিপাৰ হৈ গৈছে..... গানৰ কথা, সুৰ আৰু ইয়াৰ পৰিবেশন একদম অবৰ্ণনীয়...সঁচাই বহুত ভাল লাগিল ☺️❤️এই গানটোত কইনাৰ দৰে সাজি কাঁচি reels বনাব মন গৈছে😁☺️
বহু অপেক্ষাৰ অন্তত.. শেষৰলৈকে কান্দি পেলালো । বহুত সুন্দৰ উপস্থাপন ❤️
সুন্দৰ অভিনয় সকলোৰে । বেহাৰবাৰি হৰ ক বহুত দিন পাছত দেখি ভাল লাগিল। বেহাৰবাৰিত আকৌ দেখিম বুলি আশা ৰাখিলোঁ ।
বৰ ধুনীয়া Story Create কৰিছে ,খুবেই ভাল লাগিল,
বহুত ধুনীয়া হৈছে শুভেচ্ছা থাকিল পাপৰি বা❤️
ruclips.net/video/wMD9XZmayzs/видео.html
গানটো ইমানেই ধুনীয়া যে অপেক্ষা কৰি আছিলো ভিডিঅ'টোলৈ শেষত আজি আহি গ'ল। ভাল লাগিল বহুত ধুনীয়া হৈছে👌💓
Sahcmein proud our Assamese industry ❤️❤️❤️🙏🙏 supper bohut aage chala Gaya hai industry ❤️❤️🎉🙏👍
বহুত ধৈৰ্য ধৰিলো কিন্তু নোৱাৰিলোঁ আৰু অৱশেষত কান্দিয়েই পেলালোঁ 🥺♥️
ক'বলৈ ভাষা নাই সছাকৈ হৃদয় স্পৰ্শ কৰি যোৱা এটা গান যদিও নিহিত হৈ আছে এটা গভীৰ কাহিনী যিয়ে হৃদয় স্পৰ্শ কৰি যায় ❤️❤️❤️❤️❤️❤️❤️
সঁচাকৈ পাপৰি বা বহুতে ধুনীয়া হৈছে।।।।।। আৰু আপোনাৰ মাত টি সচাঁই বহুত সুৰীয়া।।।।।❤️❤️❤️❤️❤️
Very much heart touching scene at last..
My god ... Automatically my tears came out and i don't even know after ending this video I saw that yes I m crying...
Good luck papori baa and our entire team for this wonderful work... Keep going
পাপৰি বা গানটো জিমান ভাল লাগি চিল
Video tu
বহুত বেছি ভাল লাগিল কিন্তু ending
বিয়া খন নহল দুখ অলপ লাগিল🥺
পাপৰি বা 🥰🖤__
Neel Akash is one in a generation. What a voice ❤️
পাপৰি বা,আপোনাৰ মাততো শুনি থাকিলে শুনি থাকিবৰ মন যায় ,এই গানটো মোৰ অতি প্ৰিয় হয়❣️❣️❣️❣️❣️ Love From Dhemaji (Assam)
খুব ভাল লাগিল শুনি। এটা সুন্দৰ হৃদয়স্পৰ্শী গীতৰ ভিডিঅ' চাই খুব ভাল পালোঁ।
উফ বহুত বেছি ভাল হৈছে এটা ভিডিঅ song অত এখন চিনেমা নিচিনা কাহিনী চুই গৈছে । কান্দি কৈছো বহুত বেছি মৰম full team তোৰ loi ❤❤
মোৰ মৰমৰ বা জনী❤ ইমান যে ধুনীয়া হৈছে.. Lots of love to the entire team
Deepjyoti daa bhut Dhunia direction krisa ❤️ bhut vl lgil 🥰
Superb.... All video song burote tumi act kora hole bohut val lagil hoi kangkana ba love you so much baa❤❤❤
টিৰাপ,দীপজ্যোতি,প্ৰীতি আৰু টীমৰ প্ৰচেষ্টা,প্ৰয়াস সাৰ্থক হোৱা বুলি কব পাৰি। ভাল হৈছে।গান টি ও সুমধুৰ।শুভ কামনা থাকিল💐
Bohut dhuniya hoise ... super song
Owo bohut dhunia hoise baa
So lovely song Nd video 😍😍😘😘....bohut dhuniya protomote bohut vl lagisil but lastr khini bohut dukh lgil...😔......but preety bak koina hoja te bohut vl lagise.....so so so lovely video 😍😘😘😘
The dialogs!! God... Literally my tears came out 🌸💟
This song should reach millions of view's 💟
As same
😊
সৃষ্টি মজিয়াৰ পৰা বহু বহু মৰম আৰু শুভেচ্ছা থাকিল ❤️
খুবেই সুন্দৰ৷ অত্যন্ত আগ্ৰহেৰে ৰৈ থকা ভিদি'অটি চাই সচাকৈয়ে আপ্লুত হলোঁ৷
Supporting actor jonor acting tu ultimate hoise. Beharbarir pora tekhetor acting khub bhal pau sai. Krishnok sinti🙏
গানটোৰ বিষয়ে কবলৈ মোৰ ওচৰত শব্দ নোহোৱাৰ দৰে হৈ পৰিছে ।গানটো বহুত বহুত ধুনীয়া হৈছে ❤আশা ৰাখিছো যাতে আপোনাৰ বেলেগ গান অতি সোনকালেই সুনিবলে পাম । i❤u ba❤❤❤❤❤❤❤❤
Thank you so much❤😊❣️
🥺🥺🥺🥺 bhute besi dhunia …. Ending ufff 🥺🥲 great work team .. 🎉 congrats
বহুত ধুনীয়া হৈছে পাপৰি বা❤ লগতে মোৰ মৰমৰ দাদা সমীৰ শেখৰ দাদা ইমান ধুনীয়াকৈ লিখিছে ❤আৰু দীপজ্যোতি দাদা ভিডিও টো পৰিচালনা কৰিছে লগতে প্ৰিতিকংকনাৰ বাৰ অভিনয় কৰিছে বহুত ধুনীয়া হৈছে আৰু গান টো মোৰ সদায় প্রিয় দিনটো ৫০ বাৰ শুনো বহুত ভাল লাগে গান টো থকা সকলো কলা কৌশলী বহুত বহুত ধন্যবাদ লগতে সমীৰ শেখৰ দাদা লৈ ইমান ধুনীয়া গান এটা উপহাৰ দিয়া বাবে পাপৰি বা সমীৰ দাদা মোৰ সদায় প্রিয় ❤❤❤❤
Such a heart touching and beautiful song. After listening this song missing someone so badly. Love from Manipur❤❤❤
Tt8tyt8u98yttvgvljjhhhhre
হৃদয় চুই যোৱা এটি vedio সচাকৈ বহুত ভাল লাগিল ,
শুভেচ্ছা থাকিল বা তোমালৈ। মৰম লগা আৰু ধুনীয়া গানৰ ভিডিঅ টো। my favourite song ❤️❤️❤️
Heiiii Deep দা🥺 কিয় মানে
সঁচাকৈ বহুত মৰমলগা ভিডিও
গানটো বাৰু মিঠা পাপৰি বা নীল আকাশ দা😇😇
বৰ ভাল লাগিল
পিছে সচাঁ ক'বলৈ গ'লে শেষত হে চকুপানী ওলাল🥺🥺💕💕💕💫💫
গানটো শুনি শুনি হেঁপাহ পলুৱা নাই। ইমান সুন্দৰ হৈছে কি কম ভাষা নাই। আগলৈ আৰু গান কৰি যাওক শুভেচ্ছা জনালোঁ। সুন্দৰ কন্ঠ , সুন্দৰ অভিনয় আৰু সুন্দৰ হওক আগলৈ
গানটো relese দিয়াৰ পৰা দিনত এবাৰ নুশুনাকৈ থাকিব নোৱাৰি । কিবা বিশেষ অনুভৱ আছে প্ৰতিটো শব্দতেই । আৰু অভিনয় সুন্দৰ ....10 মিলিয়ন soon .. হবই 😊😍💕
....এটি বহুত ধুনীয়া কাহিনী আৰু গান... সঁচাই অপেক্ষা কৰি আছিলো ....... চকু পানীও ৰব নোৱাৰিলে বাগৰি গল😊
finally বহুত দিনৰ অপেক্ষাত গীতটো উপভোগ কৰিব পালো সঁচা কৈ বহুত সুন্দৰ হৈছে,, all act outstanding,,, beautiful song,, last ending কন্দুৱাই দিলা,,, আৰু আগুৱাই যোৱা আগলৈ আৰু ভাল ভাল গীত উপহাৰ দি যাবা,,, বহুত বহুত মৰম আৰু শুভেচ্ছা যাঁচিলো,,, ❤️❤️❤️
Hosai eman Dhuniya hoise video tu last t nijai Soku Pani ahi goise sai video tu sai Rokhabo nuwari❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
গানটো আৰু ভিদিও টো একেবাৰে শলাগ ল'ৱ লগীয়া কৈ সুন্দৰ হৈছে। একেবাৰে মন চুই গ'ল। অনাগত দিনত আৰু ভাল ভাল গান আমাক দি থাকিব বুলি আশা ৰাখিলোঁ। লগতে আপোনালোকৰ সকলো লৈ বহুত বহুত শুভেচ্ছা জাচিলো।।❤️
ভালপোৱা বোৰ হয়তো এনেকুৱা হৈ ৰয় যায় আধৰুৱা ভাৱে 🥺😌 যত নেকি সকলোৱে মানি লয় তেতিয়াই নেকি নিয়তিৰ হাতত হাৰ মানিব লগা হয় 💔🥺 বহু হেপাহ বহু আশা এনেদৰে থাকি ৰয় 😊🥺❤
Umm hoi 🙂
Right 😓😓
Bhal hoise concept Deepjyoti ♥️
Oh God! গীতটি শুনিছোঁ যদিওঁ সম্পূৰ্ণ শুনা নাছিলোঁ। আজি সম্পূৰ্ণ শুনিলোঁ আৰু চকু পানীও টুকিলোঁ 😭
❣️ কইনা❣️ চকুপানী উলিয়াই হে এৰিলে। বহুত বেছি ধুনীয়া হৈছে❤️
Mojjjaaa 🔥🔥🔥🔥🔥🔥🔥❤❤❤❤❤❤❤❤❤
বৰ সুন্দৰ হৈছে❤️
দুখ লাগিল 😭😭😭😭
Wow bulihe kolu...My fav assamese song...
😭শেষৰফালে হৃদয় চুই গ’ল❤️
Bhut dhunia song papori baa xuni bhut val lagil aru acting ufff jui emn Val lagil video tu sai❤️❤️Bhut morom papori baa deep Jyoti da💞
22 ফেব্ৰুৱাৰী পৰা অপেক্ষা কৰি আজি চাব পাই বহুত সুখী মোৰ বহুত প্ৰিয় গান এইটো❤️ বহুতো ধুনীয়া লাগিলে চাই😘😘 কিন্তু শেষৰ খিনি চাই চকু পানী ওলাই গল 😭
Hoi o
Umm
Um
Thike obosta hoise baa muru soku olaise....😭😭😭😭😭kio enekua Hoi gol...😢😢😢😭😭😭
Soku pani
Oti hundor bohut val lagil
শুভেচ্ছা জনাইছোঁ পাপৰি বা🥳 😍
সঁচাকৈ বহুত ধুনীয়া লাগে গানটো।। পাপৰি বা thank you...
হৃদয় চুই যোৱা এটি Video 😍❤️❤️❤️❤️
Bohut dhuniya hoise dei gaan vedio hokolo vhal lagise 👌👍❤❤
Superb lovely excelent Ausam ❤️❤️❤️❤️🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥
Uff . video a saba ne gaan a khuniba . mind-blowing song❤️❤️.papori ba you r great singer 🔥
Papori and Neel daa video2 xosakoi bohut dhuniya hoise❤️ Last finishing bohutei dhuniya lagise 😱
Mind blowing rly hurt touching song nd video hosa.. Kolija sui jai
বহু অপেক্ষা কৰাৰ পিছত এই গীতটোৰ ভিডিওটো চাবলৈ পালোঁ
বহু বহু শুভেচ্ছা থাকিল অতি জনপ্ৰিয় হৈছিল গান তু লগতে video ❤️❤️❤️
Hsai bohut vl lgil🙂❤
Ai song mur kolijat lagi goise 😔😔
Xosa koi koi su gan tu mur bohut bhal lagise ❤❤
Dhuniya hoise 🌼😌❤️
সচাঁকৈ এটি অতি হৃদয়স্পৰ্শ কৰি যোৱা video song । বহুত সুন্দৰ এটি video উপহাৰ দিলে।
Neel দা all time favorite singer.
L
What a wonderful piece of work, kudos to you Bro⚡️⚡️⚡️🎉🎉
Xekhor khini sai moi xobdohin hoi rolu kankana baa anekua jen karu lgt nhy takei kamona korilu ❤😢xokolure mongol houk 🙏🏻🙏🏻🙏🏻👌🏻🥰😘😍vl lagil vedioe tu sai 🥺
অকৃত্রিম হেপাসেৰে অপেক্ষা কৰি আছিলো, কবলৈ ভাষা নাই ইমান ধুনিয়াকৈ সজাই তুলিছে গীতটো। Thnq n mny congratulate to all team.. Lv frm Dibrugarh ❤❤❤
ইমান দিনে গম পাই আছিলোঁ যে "কইনা" নামৰ এটি গীত ওলাইছে।
কেইজন মানে কলেওঁ ভাল হৈছে গীত টো।
এতিয়া চাই গম পালোঁ কিয় তেনেকে কৈছিল♥️।
বহুতেই বেছি ভাল হৈছে।
আপোনালোকৰ ভাল হওঁক। আমাক এনেদৰে ভাল ভাল গীত দি যাওক।
হতাশ নহব ,এনেবোৰ গীত শুনিবৰ বাবে আমি আছোঁ।
শেষত গোটেই কৰ্মী কেইজনৰ শলাগ লৈছোঁ।
আৰু acting level 🔥🔥🔥
Thank you so much 🙏🙏🙏🙏
Uff very heart touching the end😌.
Amazing choreography.... best wishes to the antre team ❤️
Everyday i Listening this song its gave me a extra feeling 🤗💞
Nice Ba
Xosai gan to bohut dhuneya ❤❤❤
I Dont know Assamese But I Watched Full Video Without Skipping 1 secs Forward that says How Good This video Is
Love from Kerala ❤🥰
Amazing Job ❤❤❤
বহুত ভাল লাগিল বা what a beautiful story আৰু ভাল ভাল কাম কৰি যোৱা Love 😘 from (Dhemaji)
Karu logot enekuwa nhouk... Last r khini tenekuwa nokorileu val lagil hoi video Tu🥺
Anyways gan Tu khub xundor.. Congratulations to the whole team🥰
Bohut dhuniya lagil sai 🥺❤ best wishes for the entire team 😍