O MURE JAAN || RAKESH REEYAN || GANESH GOGOI || MEGHALI BOROKHA || PRANOY DUTTA
HTML-код
- Опубликовано: 14 сен 2020
- #O_MURE_JAAN is an assamese romantic song with a very romantic video story of a newly married couple featuring RAKESH REEYAN & KAJOL SHARMA.
VIDEO CREDITS:
Video Direction- Rintu Choudhury
Asst.- Prince Rahman
Cinematography- Parag Jyoti Das
MakeUp- Jaan Saikia
Cast- Rakesh Reeyan, Kajol Sharma & Pratiksha Choudhury
Editor- Manas Kashyap
AUDIO CREDITS:
Vocals- Rakesh Reeyan & Meghali Borokha
Lyrics/Tune- Ganesh Gogoi
Music/Mix & Master- Pranoy Dutta
Flute- Nabajit Saikia
Backing Vocals- Pranoy Dutta
Watch my latest song MOROMERE SUWANA
• MOROMERE SUWANA || RAK...
Listen to O MURE JAAN:
*JioSaavn: www.saavn.com/s/song/assamese...
*Gaana: gaana.com/album/o-mure-jaan
*Wynk Music: wynk.in/u/ZdC6tLF1x
*Spotify: spoti.fi/3mViDoG
*Amazon Prime Music: amzn.to/3mRracb
*Apple Music: apple.co/3ct0JEF
follow RAKESH REEYAN:
instagram- / rakesh_reeyan_
facebook page- / rakeshreeyanmusical
DISCLAIMER: Don't make cover videos of this song without permission or don't upload illegally.
#RakeshReeyan #AssameseRomanticSong2020 - Развлечения
মৰম আৰু শ্ৰদ্ধাৰে গীতটি আগবঢ়ালো। ভাল পালে SHARE কৰি আমাক উৎসাহ জগাব বুলি আশা থাকিল।
LUV U ALL😍😘
Mjh broo..
Bht val lagise gaan2
Love you ৰাকেশ দা ।।।।।। আগবাঢ়ি যোৱা কাকপথাৰ নাম উজ্বলাই তোলা🥰🥰🥰🥰🥰❤️❤️❤️🙂।।।।।
Bhut dhuniya lagise Rakesh da
Khob VL lagisa dada ...👍👍👍🎻🎻🎼🎼❤️❤️❤️❤️
উফ্.…... হৃদয় চুই গৈছে হাজাৰ বাৰ শুনিলেও আমনি নালাগে thank you so much rakesh daa ইমান ধুনীয়া গীত এটা উপহাৰ দিয়া বাবে
ruclips.net/video/RMD1ymNTPTM/видео.html
ৰাকেশ দা গানটো চাই বহুত ভাল💝 লাগিছে| আশা কৰো আগলৈও এনেকুৱা ভাল ভাল গান আমাৰ মাজলৈ আনিবা বোলি| ৰাকেশ দাদাৰ গান টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহলে এই comment টো like কৰা|
ৰাকেশ দাদাৰ এইটো গানত
নতুন status ruclips.net/video/RMD1ymNTPTM/видео.html
Hii
Hii
Hii 💖💖💖
মধ্যবিত্ত পৰিয়ালৰ দৃশ্য এটা গানটোত সম্পূৰ্ণভাৱে প্ৰকাশ পাইছে ৷ ভাল লাগিল গানটো ❤️
সকলোৱে যদি নিজৰ ভাল পোৱা জনক জীৱণসজ্ঞী হিচাপে পালে হয়।পৃথিৱীখন কিমান ধুনীয়া হ'ল হয়।😢❤️
😭
Hmmmmm
❤
Hmmmm
মোৰ সপোন আছিলে এনেকুৱা মানুহ মোৰ জীৱনত আহক , মোৰ মানুহজন এনেকুৱা ❤❤❤,তোমালে মৰম আকাশৰ সমান, তোমালে মৰম সাগৰৰ সমান ,আশা কৰোঁ গানটোৰ নিচিনা মোৰ গোটেই জীৱন হওক।
অতি সুন্দৰ।। সুখী হবলৈ বেছি বস্তুৰ প্ৰয়োজন নাই,এজন মৰমিয়াল আৰু সৎ জীৱন সংগী এ যথেষ্ট।।
Hoi
Khosa ..khosa hridoyr mnhu palei jothestho.
Maja
Hosa.... bohut vl lagise gan tu.....
Hmm hosa ktha👌👌
Ultimate 😭😭
Next level 🤟🤘
Next level songs
ruclips.net/video/RMD1ymNTPTM/видео.html
ৰাকেশ দা গানটো চাই বহুত ভাল💝 লাগিছে| আশা কৰো আগলৈও এনেকুৱা ভাল ভাল গান আমাৰ মাজলৈ আনিবা বোলি| ৰাকেশ দাদাৰ গান টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহলে এই comment টো like কৰা|
ৰাকেশ দাদাৰ এইটো গানত
নতুন status ruclips.net/video/RMD1ymNTPTM/видео.html
Next label
Ultimate ন
অন্তৰ চুই যোৱা এটি গীত উপহাৰ দিয়াৰ বাবে আপোনালৈ অশেষ ধন্যবাদ জনালোঁ।
I am from odisha but i can't understand this language but i can feel every word ♥️
Love from Assam ❤❤
গান টো ইমান মৰম লগা কৈ গাইছে নহয় ৰাকেশ দা মনটোক চুই গল আৰু video টো ইমান মৰম লগা কই সজোৱা হৈছে ন চুকৰ পানি নিগৰি পৰিব যেন খচা love you ৰাকেশ দা ❤️❤️❤️❤️❤️ 👍👍👍👍👍👍
উফফ ককাইদেউ 🔥🔥🔥
শব্দবোৰ❤️
কি দিলে অ' এইটো, চাই চাই হেঁপাহ নপলাব এতিয়া, কিমান চাম এতিয়া ঠিক নাই।
❣️শুভকামনা❣️
Meghali baa krone ETA like 👍 ❤❤❤❤lv from Lakhimpur
Hi
2022 ot tu geet khon huni aasu eman val lage ki je kom😢❤❤ i wish Bhagwaan a jate hokoluke nijor nijor val pua manuho jonor logot rakhe🙏🙏❤❤
😍😍 নকৈছো আৰু ইমান ধুনীয়া গীত হৃদয় চুই গৈছে ❤️❤️ আৰু কাৰ কাৰ ভাল লাগিছে লাইক কৰি যোৱা ।
Hosakoi
Tomi muk subscribe kori dea moiu tomak subscribe back korim 100%.
Hi vhai ki khr apunar
ruclips.net/video/1YsyN7RlUaQ/видео.html
Fbb@@jyotimonigogoi2821
আচলতে কষ্ট কি সেইতো নহয় যদি দুই চকুৰ চিনাকি তেজৰ সম্পর্কলে পৰিনত হয় তেতিয়া তেওঁ অধিক কষ্টত সুখী আপোনজনক কাষত সাবতি ধৰি😔
Iam from tamilnadu (kanyakumari district)My all time favorite song
কি কম ভাষা নাই । হৃদয়ত মানে চুই গৈছে । অ মোৰ জান 😭😭
Wow
অ মোৰে জান,
তাতে আপুনি গাইছে এইটো গান।
সকলোৰে জীৱনত থাকে এজনী জান,
আৰু ভাল নালাগিব নে এইটো গান।।
সুন্দৰ ককাইদেউ ৰাকেশ ৰিয়ান।।
Wao Cmmnt❤
ruclips.net/video/RMD1ymNTPTM/видео.html
ৰাকেশ দা গানটো চাই বহুত ভাল💝 লাগিছে| আশা কৰো আগলৈও এনেকুৱা ভাল ভাল গান আমাৰ মাজলৈ আনিবা বোলি| ৰাকেশ দাদাৰ গান টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহলে এই comment টো like কৰা|
ৰাকেশ দাদাৰ এইটো গানত
নতুন status ruclips.net/video/RMD1ymNTPTM/видео.html
🙄 oti xundor
@@girinborbhuyan7342 ধন্যবাদ
@@bkadventures66 ধন্যবাদ
Lot's of love from Tripura to our Assamese brothers and sisters love ur song
It's a moment where you don't understand the language and still listening the song , repeatdly. ❤️ From West Bengal.
Yes😁
O more jan kio kora oviman 😍moja rakesh daak kone kone val pai ata like kori jonabo👍👍👍👍🌺
ruclips.net/video/l3KvzKFHlkUt/видео.htmlfhi
Lots of love from twins, BB Bros 😍 😍 ❤️... ❤️ ❤️ ❤️ ❤️
মোৰ গীত বোৰ চাব পাৰে যদি বিচাৰে দাদা 🙏
জীৱনত এনেকুৱা ব্যক্তি আৰু সৰু পৃথিৱী এটা থাকিলে আৰু নো কি লাগে, এই সুখ কোনো যশ বা ধনে কেতিয়াও দিব নোৱাৰে।
গানটো আৰু ভিদীওটো বহুত ভাল লাগিছে।
Hasai o
Thik koisa hosai dei
Vare naseeb
Heartouching comment..❤❤
বা বেলেগ দে💛💚💞👍👍💘
তোমাকে পেলে হয়তো এতো সুন্দর একটা গান শোনা না প্রিয়...!❤ স্মৃতি রেখে গেলাম...!😊 যুগ যুগ ধরে শুনবে কেউ...।😢 তখন কেউ like দিলে Notification পেত্ত..!!🥺আমি আবারো শুনতে আসবো প্রিয় গানটা...!🥺
@Rakesh Reeyan❤
Lyrics
Music
Everything is just perfect
Really just awesome ❤
😂 i can't Stop laughing 😭
Kar val lagisa gantu ata like rakesh daa r babe😍
এবাৰ দুবাৰ দিনটোত বিছ বাৰ মান হুনু
ইমান ভাল লাগে ৰাকেশ দাৰ কাৰণে এটা like
Nice
Wow
😀
@@monimoranmoran6028 😘
@@philiptalukdar6951 😘
What n excellent composition n both the actors did commendable works....we feel so connected...it's so soothing.....❤❤❤
Iam leaving comment here because after a year or months if someone will like my comment I will get reminder for this masterpiece song. And i will search for this masterpiece ❤❤❤❤❤❤
*জুবিন দাৰ পিছতেই ৰাকেশ দাৰ কন্ঠটো প্রিয়*
বৰ ভাল লাগিল ৰাকেশ দা💚এনেকুৱা ধুনীয়া গান বোৰ আমাক উপহাৰ দি থাকিব ❤️🌼
Tomi muk subscribe kori dea moiu tomak subscribe back korim 100%.
Dislike kora bur pagol nki🙄
Eman dhunia gaan tu.. buji napai eisobe...
Love this song..❤❤❤
Dislike kora Luk Assamese nahai sage
Acting durbl...Gaan2 emn bea nhoi...by d wy Sankuraj da song...💓💓💓💓
Absolutely right kotha kose June june dislike korise 😠😠😠 but I love this song 😘😘😘😘😘
Lukor Choice r kotha kbola toi Kun Ab Wasim17? .... Mkl ne toi.. Sobora nijor Nijor choice thaka gom pao nai.. Tur ji khon bike vl nalaga hei khon bike mur vl lgibou para... Kiba kuwar agt vbi kbi..Direct pgl buli koi dixo ru kla
Very emotional and heart❤💕 touching song... Adding to that this video displays our rural life..... Congratulations
শ্ৰেয়া ঘোষাল বাইদেউ আজিৰ তাৰিখত ভাৰতৰ ১নম্বৰ গায়িকা ৷ মায়াবী তেওঁৰ গায়িকী, শব্দৰ উচ্চাৰণৰ কোমলতা স্পষ্টতা অকল্পনীয় ; কি হিন্দী কি বাংলা কি অসমীয়া... অদ্বিতীয় অভূতপূৰ্ব ❤❤❤
ৰাকেশ দাৰ প্রথমতো গান যিতো গানে মোৰ হৃদয় চুইছে।😍
বাকী বাদ এনেকুৱা গানৰ কাহিনী দেখিলে বিয়াহে হব মন যায়।
আয়ো কি মৰম।❤
phn number tu dibosun contact korim 😂
@@sangitabora829 apuniu dibo numbertu 😂
bht vl lgl thnk u
✍✍ শিক্ষক :- ঐ ডেকা ,,,? কোৱাচোন
টেনচন কি ,,,? উদাহৰণ সহকাৰে বুজাই
দিয়া ।
,
ডেকা :- চাৰ ,, ধৰি লওক আপুনি
খানাপাৰাৰ পৰা নিজৰ ব্যক্তিগত
গাড়ীৰে অকলশৰে পল্টন বজাৰ অভিমুখে
গৈ আছে ,,,! এনেতে এগৰাকী গাভৰু
ছোৱালীয়ে আপোনাক সংকেত দি
গাড়ী ৰখাই লিফ্ট বিচাৰিলে ।
মানৱতাৰ খাতিৰত আপুনি তাইক
গাড়ীত উঠাই ল'লে ।
,
কিন্তু আপুনি এবিচি পোৱাৰ লগে লগে
ছোৱালী জনীয়ে অজ্ঞান হৈ পৰিল
,,,!
আহি গ'ল টেনচন । আকৌ মানৱতাৰ
ফালে লক্ষ্য ৰাখি আপুনি সেই
ছোৱালী জনীক ভঙাগড়ৰ মেডিকেল
কলেজত লৈ গ'ল । চিকিৎসকে পৰীক্ষা
কৰি বাহিৰত ওলাই আহি আপোনাৰ
হাতত হাত মিলাই অভিনন্দন জনালে ,,,
মোবাৰক হো । আপুনি দেউতা হ'বলৈ
ওলাইছে । বাঢ়ি গ'ল টেনচন । আপুনি
যদিও চিকিৎসকক ক'লে যে আপুনি তাইৰ
গিৰিয়েক নহয় তথাপি চিকিৎসকে
মিচিকিয়া হাঁহিৰে ক'লে - তেন্তে
আপুনি চাগে নিশ্চয় ছোৱালীজনীৰ
প্ৰেমিক হ'ব ।
,
অলপ পিছত ছোৱালীজনী যেতিয়া
সুস্থ হৈ উঠিল তেতিয়া ছোৱালী
জনীয়ে আকৌ আপোনাক সাৱটি ধৰি
চিঞৰি চিঞৰি ক'লে - তুমিয়েই মোৰ
গৰ্ভত থকা অবৈধ সন্তানৰ বাপেক ।
এতিয়া ক ,,,? তই মোক বিয়া কৰিবিনে
নাই ,,,? হুৱা দুৱা লাগিল । বাঢ়ি গ'ল
টেনচন ।
,
কাষতে থকা আৰক্ষী চকীৰ পৰা পুলিচ
আহিল । তদন্ত হিচাপে আপোনাৰ ডি
এন এ টেষ্ট কৰি ধৰা পৰিল যে
ছোৱালীজনীয়ে মিছা অভিযোগ
দিছে । কাৰণ চিকিৎসকে পোৱা তথ্য
অনুসৰি আপুনি জীৱনতো সন্তানৰ
বাপেক হ'ব নোৱাৰে । আকৌ বাঢ়িল
টেনচন ।
,
এতিয়া আপোনাৰ সবাতোকৈ ডাঙৰ
টেনচন কি জানে ,,,? সেয়া হ'ল -
এতিয়া আপুনি ভাবিবলৈ ধৰিলে যে
মই যদি জীবনতো সন্তানৰ বাপেক হ'ব
নোৱাৰোঁ তেন্তে মোৰ ঘৰত থকা
সন্তান দুটা আকৌ কাৰ ,,,??? শেষত
আপোনাৰ হাৰ্ট এটাক ,,,
,
শিক্ষক বেহুচ !!!
*আমাৰ ভিডিঅ'বোৰ চাওক আৰু হাঁহি থাকক আৰু আনকো হাঁহি থাকিবলৈ ভিডিঅ'টো অলপ চেয়াৰ কৰি দিবি*
👇👇👇👇👇
ruclips.net/video/mWoxDHLLoYk/видео.html
✍✍ শিক্ষক :- ঐ ডেকা ,,,? কোৱাচোন
টেনচন কি ,,,? উদাহৰণ সহকাৰে বুজাই
দিয়া ।
,
ডেকা :- চাৰ ,, ধৰি লওক আপুনি
খানাপাৰাৰ পৰা নিজৰ ব্যক্তিগত
গাড়ীৰে অকলশৰে পল্টন বজাৰ অভিমুখে
গৈ আছে ,,,! এনেতে এগৰাকী গাভৰু
ছোৱালীয়ে আপোনাক সংকেত দি
গাড়ী ৰখাই লিফ্ট বিচাৰিলে ।
মানৱতাৰ খাতিৰত আপুনি তাইক
গাড়ীত উঠাই ল'লে ।
,
কিন্তু আপুনি এবিচি পোৱাৰ লগে লগে
ছোৱালী জনীয়ে অজ্ঞান হৈ পৰিল
,,,!
আহি গ'ল টেনচন । আকৌ মানৱতাৰ
ফালে লক্ষ্য ৰাখি আপুনি সেই
ছোৱালী জনীক ভঙাগড়ৰ মেডিকেল
কলেজত লৈ গ'ল । চিকিৎসকে পৰীক্ষা
কৰি বাহিৰত ওলাই আহি আপোনাৰ
হাতত হাত মিলাই অভিনন্দন জনালে ,,,
মোবাৰক হো । আপুনি দেউতা হ'বলৈ
ওলাইছে । বাঢ়ি গ'ল টেনচন । আপুনি
যদিও চিকিৎসকক ক'লে যে আপুনি তাইৰ
গিৰিয়েক নহয় তথাপি চিকিৎসকে
মিচিকিয়া হাঁহিৰে ক'লে - তেন্তে
আপুনি চাগে নিশ্চয় ছোৱালীজনীৰ
প্ৰেমিক হ'ব ।
,
অলপ পিছত ছোৱালীজনী যেতিয়া
সুস্থ হৈ উঠিল তেতিয়া ছোৱালী
জনীয়ে আকৌ আপোনাক সাৱটি ধৰি
চিঞৰি চিঞৰি ক'লে - তুমিয়েই মোৰ
গৰ্ভত থকা অবৈধ সন্তানৰ বাপেক ।
এতিয়া ক ,,,? তই মোক বিয়া কৰিবিনে
নাই ,,,? হুৱা দুৱা লাগিল । বাঢ়ি গ'ল
টেনচন ।
,
কাষতে থকা আৰক্ষী চকীৰ পৰা পুলিচ
আহিল । তদন্ত হিচাপে আপোনাৰ ডি
এন এ টেষ্ট কৰি ধৰা পৰিল যে
ছোৱালীজনীয়ে মিছা অভিযোগ
দিছে । কাৰণ চিকিৎসকে পোৱা তথ্য
অনুসৰি আপুনি জীৱনতো সন্তানৰ
বাপেক হ'ব নোৱাৰে । আকৌ বাঢ়িল
টেনচন ।
,
এতিয়া আপোনাৰ সবাতোকৈ ডাঙৰ
টেনচন কি জানে ,,,? সেয়া হ'ল -
এতিয়া আপুনি ভাবিবলৈ ধৰিলে যে
মই যদি জীবনতো সন্তানৰ বাপেক হ'ব
নোৱাৰোঁ তেন্তে মোৰ ঘৰত থকা
সন্তান দুটা আকৌ কাৰ ,,,??? শেষত
আপোনাৰ হাৰ্ট এটাক ,,,
,
শিক্ষক বেহুচ !!!
*আমাৰ ভিডিঅ'বোৰ চাওক আৰু হাঁহি থাকক আৰু আনকো হাঁহি থাকিবলৈ ভিডিঅ'টো অলপ চেয়াৰ কৰি দিবি*
👇👇👇👇👇
ruclips.net/video/mWoxDHLLoYk/видео.html
ধুনীয়া লাগিল।।।।ৰাকেশ দাদাক জুনে ভাল পোৱা লাইক এটা কৰি যোৱা
I am a Assam police person .I m bishnupriya but I luv Assam and I luv this song so so much😢 proud to be Assamese.❤️🕉️
😂 i can't Stop laughing 😂😭
Very lovely story 💕 dekhi Bo loi bor dhuniya lagil
ইমান ধুনীয়াকৈ কেনেকৈ বনাইছে? উফ্!
মৰম-অভিমানবোৰে কন্দুৱাই দিলে অ😰❤️
Video হ’লে এনেকুৱা হ’ব লাগে!👌❤️
বহুত দিনৰ মূৰত এটা val video sabole palu😘
একদম বাস্তৱিক লাগিলে video2.❤️
Hoi da
অ মোৰে জান নকৰিবা অভিমান... অপেক্ষা অন্ত ককাইদেউৰ বাবে এটা এটাকৈ লাইক
Really i love this song 💓💓💓💓💓 rakesh da apunar maat to jui😍😍😍
Ay gantu bohut boht Val lage.. Thanks anekuwa gaan guwar karone..
ৰাতি পুয়া টোপনি পৰা উটি এবাৰ হলেও সুনো মোৰ কলিজাত চুই দিলে এই গানটো 🔥🔥🔥❤️❤️❤️
Tysm🙂
@@abinashborah885 hi
@@rumisarma9412 Ooo hlo
পুয়া নহয় ককাই ৰাতিপুৱা 😂
Kajal bar ovinoi... waoo ...Mind blowing , amazing , expression to koboi nlge ekdm mojja...ru Rakesh dar lgt duioke dhunia k milise... Rakesh dai gaan r lgt e ovinoi o hundor vabe kre...Overall both are awsm ... cute couple lgise..Middle class family r ata hudor protisobi dekha pua goise video tut jituwe sokolore ontort thai loise., soru sura khut khat , oviman everything is perfect ...Gaan tu hunile hridoy sporso kre👌👌👌👌
My favourite Assamese song❤️ I love it 👍❤️❤️❤️
Morom aru bhal pua 2tai lge . heartot lgise dei ❤️ ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
কি কম ভাষা নাই কবলে ৰাকেশ দা ইমান ধুনীয়া গান উপহাৰ দিছে আমাক সঁচাই মৰম লগা গানটো , অ মো ৰে জান ন কৰিবা অভিমান তুমালে মৰম সাগৰ ৰ সমান ,💓💓💓💓💓💓💓💕
কি যে কম ইমান ধুনীয়া গান একো কব ভাষা নাই
❤️😘
গানতো আমাক উপহাৰ দিয়াৰ বাবে আপোনালৈ অশেষ ধন্যবাদ।সুন্দৰ গীত।
Mujhe sirf ye sab 😘 gana traveling karne ke same sun ne main bohot acha lagta hai 😘😘😘
Rakesh riyan deserves more thn more likes comments shares;
Imn dhuniya geeti r babe ami teok dhonoyobad dibo lge anekuwa hiya sui juwa xundor gaan tur xoite🙂❤️
ইমান দিনৰ অপেক্ষা আজি অন্ত পৰিল ... বহুত ধুনীয়া concept 😍 5:34 মিনিটত বহুত কিবাকিবি দেখাইছে যাৰ বাবে বহুত বেছিয়ে ভাল লাগিছে টকা -পইছাই মানুহৰ আচল সুখ নহয় লগতে কণ্ঠ ৰ কথাটো ক'বই নালাগে ❤❤❤❤❤❤❤❤❤❤❤❤❤❤আপোনালোকৰ শুভাকাংক্ষী💕💕💕💕💕💕
Kin2 ai2 kotha ma deuta hte buji napai kio
ৰাকেশ দাৰ বাবে এটা হিট লাইক মাৰি দিয়া👇👇👇👇👇❤️❤️❤️❤️❤️💔💔💔💔💔💔💔🔥🔥🔥🔥🔥🔥🔥🔥🔥👇👇👇👇👇👇👇👇👇👇👇👇
I can't understand Assamese language ..But I like assamese song very much .... main bhi thora thora Assamese language Sikh rahi hun .... ur voice is so amazing... ..❤💙❤
Chanu ips ka song mujhe bht mast lgta he..ekai yunghis yenre... Lyrics 🤣
Moja lagile video to
সছাই বহুত ধুনীয়া হৈছে ♥️♥️
ৰাকেশ দা (JNV)Love সাগৰৰ সমান। 😍😍😍🤟🤟👍👍
🖤👌👌❤❤🧡💗🥀
Bhut dukhor gan bonaisa love you
ৱাহ কি মৰম ঐ ♥♥
মই বিয়া পাতিলে কিমান যে মৰম কৰিম ভাৱি এ নাপাওঁ অ 😍😍😍😘😘
সুন্দৰ 👌👍
Apnr mnr vab bhut dhuniya vl lgil jani.. Apunjnk xdai moromere he bandhi raxib pari.
প্ৰথমে আপোনাক অশেষ ধন্যবাদ!
উম সচাকৈয়ে মৰমেৰে সকলো বুলি ভাবো মই 😍
@@rajibgohain3074 Hoi.. jot morom ase tat ador xonman aru bissaxu ase. Morom senehr majthe jibn.
হয় 👍 মৰমৰ অবিহনে সকলো মিছা
Apunar anubhav jani buhut vl lagil.
all time fvrt...best video ever in the assamese film Imdustry..love you.. rYan daa
Duniya hoise ❤❤❤❤❤❤❤
Hit Like For Rakesh Da.....👍🏼🙂❤️
ৰাকেশ দা হসাকে বহুত ভাল লাগিল video খন চাই ময় আগতে ভাবিছিলো এইবাৰো আপোনাৰ video খন আগৰ বিলাকত কৈ বহুত ভাল হব আৰু সচাকে এইবাৰৰ video টো বহুত ভাল হৈছে গান খন শুনিলে একদম মৰম লগীজয়। Love U Rakesh Da ❤️❤️👍🏼🙂
নুশুনাৰ আগত লাইক কৰিছো আৰু লগালগ তিনি বাৰ চাইছো। হৃদয় চুই গ'ল ৰাকেশ দা। Love from Sadiya 😘😘😘
Really moiu 😊😊❤❤
My favorite😍 song I'm from Gujarat my love is assam rakesh dada ur nice voice famel voice v mujhe pasand hai gaana sir jii
Ooo
Fabulous song in the entire Assamese industry ...... I recently started listening your song ...it jst gives me relief .. and your voice is so soothing..... ❤️❤️ My god... Keep it up brother .....and female voice is also gooddddd 💖
কোনে নিবিছাৰে এনেকুৱা মৰম ভালপোৱা ! ভগৱানে দিলে নিজৰ জনিক ইয়াতকৈ বেছি মৰম, সন্মান কৰিম !!
Vai tmr kotha khini montuk xnti dile.. Tmr nicina jdi xokoluye vbe kunu sualiye jibonot kndibo nalagibo. 😇🤗may god bless you bro. 😖
@@Shahanaj_world19 Thank you dear sister
@@mrislam99kviews.1hourago3 wlcm 🙂
Hoi ne.. Dibo kio nidibo o..
@@dikshitanath5850 হম,,,,পালে হৃদয় উজাৰী মৰম দিবলৈ মই সাজু আছো ! অকল মৰম নহয় সন্মানো কৰিম !!
What a lyric ❤ One of my Fav Rakesh Da
Oh ❤❤😢😢😢😢 kiman duniya geet khon ❤❤😊😊😊😊
Kar kar ai gantuye hridoi sui goise like kori jbo👍❤
Mur
Mur
Mur
Mur hoisa
Val lagel
সকলোৰে ভালপোৱাৰ সংসাৰ বোৰ এনেদৰেই সুখৰ হওঁক তাকেই কামনা কৰিলো।❤️😇
@@Xellsantanu bhikhri kela
Right
Hii
Dhuniya
Bohut bhal lage oo😍😍😘
Can't get over with this song
Love❤
💕সয়নে সপোনে তোমাকেই দেখো....উশাহে উশাহে তুমিয়েই বকুত 💕
হৃদয় চুই যাই গানটোৱে 💘
🥰🥰❤
Please gave me your namber
Umm
ইমান ধুনীয়া গান এটিত dislike কেনেকৈ দিব পাৰে 😕😕
Hosake pai😔
@Ananya DuarahUm ,hosa kotha koise😊
Balor song aibur
So sweet story 🥰😍😊
Listening on repeat 🌿
❤️❤️❤️ গানটো শুনি বহুত ভাল লাগিল।❤️❤️❤️
আৰু কাৰ কাৰ গানটো শুনি ভাল লাগিল like here👍👍👍👍
Tomi muk subscribe kori dea moiu tomak subscribe back korim 100%.
@@localboys3787 Sure tumi o kora Subscribe...
Mr nijor life 2 Jen Anka hbo.. hnka jeñ lgise
আপোন বুলিবলে মাথো তুমিয়েই😍😍
ভয় লাগে জানৈ_ __
গলে দূৰলে__
আই ও ____ইমান মৰম লগা💕💕💕💕💕
So beautiful song
❤️❤️❤️❤️ nice song 👌👌👌
""অ মোৰে জান"" গীত তোৰ লগত জড়িত সকলোলৈ শুভ কামনা থাকিল।♥️
গীতটি সকলোৱে অকোৱালি লওক।♥️
MOJA হৈছে গান টো RAKESH DA♥️🌼🌼
ruclips.net/video/RMD1ymNTPTM/видео.html
ৰাকেশ দা গানটো চাই বহুত ভাল💝 লাগিছে| আশা কৰো আগলৈও এনেকুৱা ভাল ভাল গান আমাৰ মাজলৈ আনিবা বোলি| ৰাকেশ দাদাৰ গান টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহলে এই comment টো like কৰা|
ৰাকেশ দাদাৰ এইটো গানত
নতুন status ruclips.net/video/RMD1ymNTPTM/видео.html
গানটো সঁচাকে শুনিলে শুনি থাকিব মন যোৱা ..ভিডিঅটো ভাল লাগিল চায় ..
বহুত মৰম.
ruclips.net/video/RMD1ymNTPTM/видео.html
ৰাকেশ দা গানটো চাই বহুত ভাল💝 লাগিছে| আশা কৰো আগলৈও এনেকুৱা ভাল ভাল গান আমাৰ মাজলৈ আনিবা বোলি| ৰাকেশ দাদাৰ গান টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহলে এই comment টো like কৰা|
ৰাকেশ দাদাৰ এইটো গানত
নতুন status ruclips.net/video/RMD1ymNTPTM/видео.html
Bhai unbelievable singing....mojjha❤❤❤
O Mure Jaan❤
টকা-পইচাই যদি সকলো হ'ল হেতেন তেনেহ'লে হয়তো পৃথিৱীত দুখী মানুহ নাথাকিল হয়.😊
মই ভাবো হৃদয়ৰ সচা মৰম,ভালপোৱাই জীৱনৰ আচল সুখ❤
(If money was everything then there'll no person left who stay unhappy.. I think the real love and care is the main happiness of life❤)
Right..
Val powa bor anekuway ....... 💕❤️💕🥰🥰😍😍
Mojaa lagese bar bar hunebar mon chai ❤
শব্দবোৰে হৃদয়ৰ একোণ চুই গ'ল।ৰাকেশ দা 👍🏻👍🏻👍🏻👌🏻👌🏻👌🏻👌🏻
Hi ba ki khr apunar
ruclips.net/video/1YsyN7RlUaQ/видео.html
Uff❤❤ৰোমান্টিক ❤❤সৈনিকৰ হৃদয় খন জুৰাই গৈছে_🥰🥰মই বহুত ৰোমান্টিক_❤❤অপেক্ষা কৰি আছোঁ, জীৱনলৈ এজনী অহালৈ_🥰❤❤🤗🤗
Ahibo de
Apnr jibonoloi ajoni jldi ahejen tare kamona krisu n tq so much apnlgke mathu amr babe njr fmly pra durat thki duty diya babe aji aami shurukkhit asu heihe apnk bhut bhut Dhanyabaad🙏.
Ahibo diya3
Love from❤️❤️ Portugal miss my mother land AXOM ❤️love you RR DADA
Hosa koi gantu mon sui goise 😘😘
অকনমান কাহিনী এটা,কিন্তু ইমান সুন্দৰ বৰ্ণনা। মৰম লাগি গ'ল বহুত।
Everything is perfect in this song .
ৰাকেশ দা, বিহু গাবলৈ অসমীয়া বহুত গায়ক আছে❗ কিন্তু এনেধৰণৰ গান কৰাৰ ক্ষমতা সকলোৰে নাথাকে ❗ আপোনাৰ কণ্ঠ এনেধৰণৰ গীতবোৰৰ বাবে একেবাৰেই উপযুক্ত ❤️ আপোনাৰ পৰা ভবিষ্যতে এনেধৰণৰ গীত বহু আশা কৰোঁ ❗
🔻যদি একমত , লাইক কৰা সকলোৱে❗
Moja
Nice song
yes yes
Moja
K
Assamese song fatafati hoise
Rakesh daa anekua aru gaan bonuak bhut val lage😍 lyrics dhuniya hoise
গীতটিৰ যোগেদি মানুহৰ জীৱনৰ আশা আকাংক্ষা সুন্দৰ ভাৱে প্ৰতিফলিত হৈছে।।
Realy
@@christinanayak4038 really
@@christinanayak4038 Amar channel tu u pls subscribe koribo
Realy
Hii
মৰম ভালপোৱা হলে এনেকুৱা হব লাগে তেতিয়া হে জীৱনৰ আচল সুস বোৰ পোৱা জাই 👍👍👍👍👍👍❤️❤️ ❤️❤️
ruclips.net/video/RMD1ymNTPTM/видео.html
ৰাকেশ দা গানটো চাই বহুত ভাল💝 লাগিছে| আশা কৰো আগলৈও এনেকুৱা ভাল ভাল গান আমাৰ মাজলৈ আনিবা বোলি| ৰাকেশ দাদাৰ গান টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহলে এই comment টো like কৰা|
ৰাকেশ দাদাৰ এইটো গানত
নতুন status ruclips.net/video/RMD1ymNTPTM/видео.html
সূখ
যায়
Right
😘😘❤️❤️❤️
Bhtt vll lgee gann tuu rakesh reeyann daa♥️🥰
Mojaa rakech da
সঁচাই মৰমৰ সংসাৰ খন ইমানেই সুন্দৰ সদায় যদি সকলো লোকেই সুখত থাকে❤️❤️❤️❤️
ধৈনবাদ
গীতটো সছাকে বহুত ৰোমেণ্টিক হয় ৰাকেশ দা ।আৰু আপোনাৰ গান বোৰ বহুত ভাল লাগে মোৰ। আগলৈ আমাক আৰু ধুনীয়া ধুনীয়া গান দিৱ বুলি আশা থাকিল❤️❤️❤️
My favourite song 🎉🎉❤❤❤
Wooow. Hosai aai gangu hunile kiba ata monot hanty lage 😇😇😇🥰
গীতটিয়ে সচাকৈ মন চুই গ'ল,বৰ ভাল লাগিল ৰাকেশ দা আগুৱাই যোৱা সদায় ।
ruclips.net/video/pxfNFSrrB60/видео.html
.....
আপুন বুলিবলে মাথো তুমি এ
VOI লাগে জানৈ গ'লে দুৰলে
ছুই গইছে♥️♥️♥️♥️♥️
My fav part
ধুনীয়া