Tomar Kotha (Official Music Video) | Papon | Keshab Nayan | Assamese Song

Поделиться
HTML-код
  • Опубликовано: 1 фев 2025

Комментарии • 4,7 тыс.

  • @paponmusic
    @paponmusic  4 года назад +3686

    Thanking you all for showering so much love on this song! 🙏🏼❤️

    • @pari1360
      @pari1360 4 года назад +142

      🙏 ❣️

    • @VishalVK0
      @VishalVK0 4 года назад +51

      ❤️💘

    • @nabazyotibarman329
      @nabazyotibarman329 4 года назад +42

      Heart touching Papon daa,,,❤️❤️👌

    • @ranjitboro1612
      @ranjitboro1612 4 года назад +19

      🙏💘💘

    • @mitalisarma6019
      @mitalisarma6019 4 года назад +15

      Lots of love Dada💞.. May you shine forever💐💐.. Loved it😍..

  • @ffgc1093
    @ffgc1093 2 года назад +295

    ভগৱানে মোক ধন সম্পত্তি নিদিলে যদিও ,মা দেউতা আৰু এটি সম্পূৰ্ণ পৰিয়াল দিয়াৰ বাবে অশেষ ধন্যবাদ ❤️

  • @durlavsonowal2600
    @durlavsonowal2600 2 года назад +51

    প্ৰেম চাগে এনেকুৱাই বুকুখন শিল হৈ ৰয় । সুন্দৰ অনুভূতি ।

  • @bishalborah8409
    @bishalborah8409 2 года назад +391

    গীতটো শুনিলে অতীতৰ সেই সুমধুৰ স্মৃতিবোৰলৈ মনত‌ পৰি যায় , যাক হাজাৰ চেষ্টা কৰিও পাহৰিব নোৱাৰি।💞💞❤️❤️

    • @lxcreation5581
      @lxcreation5581 2 года назад +9

      Monor kotha koi dili vai🥺❤️

    • @bhubannath2786
      @bhubannath2786 Год назад +3

      Hoi

    • @I_kaushik-das
      @I_kaushik-das Год назад +12

      সকলোৰে জীৱনলৈ এদিন এজাক ধুমুহা আহেই সেই ধুমুহা যাক পাহৰিবলৈ চেষ্টা কৰিও নোৱাৰি ।

    • @mirjahanali4051
      @mirjahanali4051 Год назад +1

      😢

    • @mirjahanali4051
      @mirjahanali4051 Год назад +2

      😢

  • @mikuneo1733
    @mikuneo1733 Год назад +93

    কেতিয়াবা আনৰ সুখৰ কাৰণে নিজৰ সুখ বোৰ ত্যাগ কৰিব লগা হয়😊
    প্ৰেম এনেকুৱাই 🙂

  • @dipankar7161
    @dipankar7161 4 года назад +140

    গানটো বাৰু প্ৰিয় আছিলেই, এতিয়া ভিডিঅটি এ মন চুই গল।❤

  • @bijoymili9338
    @bijoymili9338 2 года назад +35

    আনৰ কথা নাজানো, কিন্তু মোৰ হৃদয় চুই গল,, বহুত দুখ লাগিল।

  • @shyamalbaruah9391
    @shyamalbaruah9391 4 года назад +830

    এই শ্ৰেণীৰ গানেই যে কেৱল থাকিব লাগে সেইটো নকও কিন্ত্ত এনে ধৰণৰ গানেহে মোৰ অন্তৰত স্হান পাই। জালুকবাৰীৰ পৰা বিজয়নগৰ অভিমূখে গাড়ীত উঠিয়েই গীতটি দৰ্শনেৰ অবেগৰ অশ্ৰু নিগৰিল।
    পাপন পাপনেই 🙏❤

  • @sewalibormudoi4731
    @sewalibormudoi4731 Год назад +12

    কিছুমান গান মাথোঁ শব্দ নহয়, সুৰ নহয় হৃদয়ৰ অনুভূতি বোৰৰ মুক্ত প্ৰকাশ 🧡🧡 সেই ঠাইত থকাবোৰক ৰাতিৰ নিজানত এই গান বোৰে বাৰুকৈয়ে কন্দুৱাই 😢😢

  • @ruhitdas4308
    @ruhitdas4308 3 года назад +66

    ব্হুত ভাল লাগিল গানটো শুনি .....অন্তৰ চুই গল......Thank you ...পাপন দা ইমান ধূনীয়া গান উপহাৰ দিয়াৰ বাবে....

  • @dhirajkalita2099
    @dhirajkalita2099 4 года назад +67

    চকু চলচলীয়া হৈ পৰি ৰ'ল.. গীতটিয়ে আগতেই মোক মুগ্ধ কৰিছিল আজি সেই গীতটিত এই ভিডিঅ'টো দেখি সচাই খুবেই ভাল পালোঁ.. 🌹 তুমি বুলিলেই আজি হেজাৰ গোলাপে ৰঙা কলি মেলে🌹

  • @bishalgogoi1644
    @bishalgogoi1644 4 года назад +185

    সঁচা কথা কবলৈ গলে,
    পাপন দাৰ গান নিজানৰ গান❤️
    ভাল লাগিল 👍

  • @NeverEver-mg4do
    @NeverEver-mg4do 10 месяцев назад +4

    যিমানবাৰ‌ গানটো শুনো‌ প্ৰতিবাৰেই চকু সেমেকি উঠে। এই গতিশীল জীৱনত স্মৃতিবোৰ‌ সদায়েই স্থবিৰ... সেই সময়ৰ সাঁচ বহুৱাই যোৱা মূহুৰ্তবোৰ‌ সদায়েই সুমধুৰ। গানটোৰ মাজত নিজকে বিচাৰি পাওঁ ❤ প্ৰতিবাৰেই..

  • @RockstarJNB742
    @RockstarJNB742 4 года назад +381

    গীতটি সদায়েই প্ৰিয় আছিল, এতিয়া নতুনকৈ সংযুক্ত কৰা কাহিনীটিয়ে সোণতে সুৱগা চৰালে। সঁচাকৈ হৃদয় চুই গ'ল ❤

    • @gunajitdas6366
      @gunajitdas6366 4 года назад +2

      একদম মনৰ কথা কলা ভাই

    • @moon...632
      @moon...632 4 года назад +1

      Bohut vl lge

    • @lyricsovera2zagenuinelyric859
      @lyricsovera2zagenuinelyric859 4 года назад

      Lyrics of this Amazing Song is Here: www.lyricsovera2z.com/2021/01/tomar-kotha-lyrics-papon-assamese.html

    • @himanidas2095
      @himanidas2095 4 года назад

      Xosa ka😍

  • @simideka6899
    @simideka6899 4 года назад +325

    দীৰ্ঘ দিনৰ মূৰত মৃদুলা বৰুৱা বাইদেউক দেখি ভাল লাগিল।।। চিৰসেউজ তেওঁ।।🙏🏼🙏🏼😘😘👌👌💚💚

  • @jintudihingia
    @jintudihingia 3 года назад +246

    7 মিনিটৰ এক স্বৰ্গ যাত্ৰা 💜

  • @barnalidekavideos
    @barnalidekavideos Год назад +34

    😊এই গীতটো প্ৰথমবাৰৰ বাবে শুনিলোঁ, হৃয়স্পৰ্শী গীতটোৱে কন্দুৱাই পেলালে 😢

  • @northeastnaturelover5769
    @northeastnaturelover5769 4 года назад +64

    ইমান ধুনীয়া ভিডিঅ এটা পাম বুলি ভৱাই নাছিলো দাদা ৷ সচাই হৃদয়খন চুই গল ৷ বহুত বহুত মৰম দাদা ৷ also কেশৱ নয়ন দা ৷

  • @Manoj_Barua
    @Manoj_Barua 4 года назад +17

    #কেশৱ_নয়ন দা, আপোনালৈ প্ৰথমে বহুত বহুত ধন্যবাদ জনাইছোঁ ইমান সুন্দৰ গীত এটি উপহাৰ দিয়া বাবে লগতে পাপন দাক আৰু কি বুলি ধন্যবাদ দিম, তেওঁৰ এইবোৰ গীতত টো কণ্ঠৰ কথা কবই নেলাগে। সঁচাকৈ গীত টিৰ Audio টি পোৱাৰ পৰা আজিলৈকে সদায় দিনত কমেও ১০ বাৰ কৈ শুনিছোঁ। Video টোও যথেষ্ঠ ভাল লাগিছে সুন্দৰকৈ সজাই তুলিছে। ধন্যবাদ গোটেই team টো লৈ। এনেকুৱা গীত বোৰ দি যাওক কেশৱ দা আগলৈ।

  • @dharitrigogoi365
    @dharitrigogoi365 3 года назад +7

    Khasake ... Gaan to jimanei khunu khimanei hepaah nopolai ... Gaan to khunile gaar khire khire gaan to boi jaai ..... Awesome papon daa ... Anedore gaan bur gaai thaka nd aamk mugdho Kori Tula ...

  • @silmisangma4774
    @silmisangma4774 10 месяцев назад +2

    ছায়া হৈ আহা এবাৰ কাষৰলে দিতকত নেলাগে আহিবলে সপোনত আহাঁ এবাৰ কাষৰলে।
    এই গীতটি সদাই শুনি হেঁপাই মোৰ নপলাই শুনিয়ে থাকিম যেন লাগে। ❤❤❤❤❤❤❤❤❤❤

  • @BanditaBRAssam
    @BanditaBRAssam 4 года назад +327

    পাপন দা আপোনাৰ কণ্ঠ বৰকৈ প্ৰিয় মোৰ। গানটো প্ৰথম যেতিয়া শুনিছিলো তেতিয়াই ইয়াৰ এটা এটা শব্দই অনুভূতি ৰঞ্জিত কৰিছিল হৃদয়ত। এতিয়া ভিডিঅটোত সকলোখিনিয়ে উপলদ্ধি কৰিব পাৰিছো। অতীতৰ এখন জীয়া ছবি চকুৰ আগত ভাহি উঠিছে প্ৰেমময় মিঠা আলোকৰ সজ্জাৰে যেতিয়া তাইৰ লগত গোটেই জীৱন পাৰ কৰি দিয়া সপোন দেখো। সেই সপোন যেতিয়া এনেকৈ ভাঙি চুৰমাৰ হৈ যায়। সঁচাকৈ ভিডিঅটো চাই চকুপানী ৰখাব নোৱাৰিলো।
    (অনুভূতিৰ এডোলা মৰম বিশ্বাসৰ
    তাত তোমাৰ কথা ভাবিলে আজীৱন জোনাক উপচি পৰিব)
    এতিয়া মোৰ এই কমেণ্ট যিসকলে পঢ়ি আছে সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল। ❤️❤️

    • @duttakishore1847
      @duttakishore1847 3 года назад +2

      বৃষ্টি প্ৰিয়া তোমাৰ কি সুন্দৰ অনুভৱৰ লিখনি তোমালৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালো

    • @dipankarboruah6436
      @dipankarboruah6436 3 года назад +2

      Love u janmanu.but tumr h hbo nuwarelu.same gan tur dorei.love u

    • @mridulkalita6395
      @mridulkalita6395 3 года назад +2

      Tyy

    • @yasminahmed9921
      @yasminahmed9921 3 года назад +1

      Lyrics2 huni a mon2 bht vl lge ..

    • @chowprokhanto8728
      @chowprokhanto8728 3 года назад +1

      Makosom gaan tuye soku pani ulai diye....muur jibonotu enwkai hol ge...

  • @kiddlynikha
    @kiddlynikha 4 года назад +59

    উফ ক'বলৈ ভাষা নাই বহুদিনৰ মুৰত অন্তৰ চুই যোৱা গান ভিডিও দেখিবলৈ পালো|কুশলে থাকক অংগৰাগ দাদা😘😘😘😘😘😘

  • @parthabaruahsvlogs4568
    @parthabaruahsvlogs4568 4 года назад +25

    এই গানটোৱে মন মগজু চুই যায় ,অতি সুন্দৰ গীত ,ধন্যবাদ পাপন দা।ইমান ধুনীয়া গীতটো আমাক উপহাৰ দিয়া বাবে ।গানটো কাৰ কাৰ প্রিয় জনাবছোন।💓😊😊💚

  • @archanadas450
    @archanadas450 2 года назад +107

    তোমাক .. তোমাক লগ নোপোৱা হ'লে ভাল আছিল কিজানি ❤️। এতিয়া জানা 😔 তোমাৰ কথা ভাবিলে জোনাক উপচি পৰে ❤️ । সচাকৈ গানটো যিমানেই নুশুনো কিয় সদায় জীপাল । সুখী হোৱা ❤️ তোমাৰ কথা ভাবিলেই নজনাকৈৱে চকুলো বৈ 😔 । কিছুমান কথাই বহুত বেছিকৈৱে আমনি কৰে ...!!!! ভালে থাকা ।

  • @arunavburagohain1687
    @arunavburagohain1687 4 года назад +6

    সছাই অতুলনীয় এটি সংগীত....... প্ৰেম এনেকুৱাই নি বাৰু? যত তেওঁ নাথাকিলেও এহেজাৰ গোলাপে ৰঙা ৰঙা পাহি মেলে............❤️❤️❤️❤️♥️♥️♥️❤️🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹

  • @manjitrabhaa
    @manjitrabhaa 4 года назад +138

    এই গানটো মোৰ বহুত বেছি প্ৰিয় হয়। প্ৰায়েই মই এই গানটো শুনি ৰাতি টোপনি যাও।
    সুন্দৰ গান। 💖💖💖💖💖

  • @akshyagaming3625
    @akshyagaming3625 2 года назад +36

    এইয়াই প্ৰেম..
    কল্পনা বহুত,সপোনো বহুত..
    কিন্তু পোৱাহে নাযায় কেতিয়াও ❤😒

  • @sunilkhanikarsivasagor3905
    @sunilkhanikarsivasagor3905 2 года назад +5

    Hosai Prothom prem enekuai ni.. Bohudinor murt akou tumer smrtibur monot porile...🥰😍🥰 Papan hosai Paponei...

  • @kishurkumar2443
    @kishurkumar2443 4 года назад +21

    বহুদিনৰ মূৰত বিচাৰি থকা আগন্তুকৰ দৰে কিবা এটা পোৱা যেন অনুভৱ হৈছে ❤️

  • @blueberry9693
    @blueberry9693 3 года назад +143

    "ছায়া হৈ আহা‌ এবাৰ কাষৰলে দিঠকত নালাগে আহিবলে " 😊💔 touched ..

    • @bitupongogoi5722
      @bitupongogoi5722 3 года назад +2

      Nice song 👌👌 ছুপাৰ পাপন দাদা তুমি সদায় এনে গান গায় আমাৰ মন আকৰ্ষণ কৰা

  • @miturajsaikia306
    @miturajsaikia306 4 года назад +23

    গীতৰ কথাৰ লগত ভিডিঅ'টি খাপ খাইছে। উপস্থাপন মনোগ্ৰাহী,অভিনয় শলাগনীয়।।

  • @barashatalukdar2787
    @barashatalukdar2787 Месяц назад +2

    যাক সঁচাকৈ ভাল পোৱা যায় তাক কেতিয়াও পোৱা নাযায়🥺 ভালে থাকা প্ৰিয়জন❣️

  • @anubhab525
    @anubhab525 4 года назад +7

    এক অভূতপূৰ্ব সমাৰোহ ,,,গীত টো প্ৰিয় আছিলেই,,,,,এতিয়া কাহিনী আৰু চিত্ৰনাট্য ই ,,,মন চুই গল 👌👌❤️❤️

  • @nikhitagogoi9587
    @nikhitagogoi9587 4 года назад +14

    ধ্রুৱ জো্্যতি ৰাজবংশী ককাইদেউ ইমান সুন্দৰ কনচেপ্ট কত পায় হে!!! যোগেশ ককাইদেউ, আইমী বা, মলয়া বাইদেউ, ৰাজীৱ গোস্বামী ককাইদেউ, ৰাজ, ৰাগ ঐনিতম,ককাইদেউ সঁচাই আপোনালোকৰ অভিনয় খুউব বেছি ভাল হৈছে।লগতে, child artist কেইজন কি কম ভাষা নায়। জোনাক..... জোনাকী...🤗 আগোৱাই যোৱা love you papon da🤗

  • @প্ৰাঞ্জলতালুকদাৰ

    নিজানত বহি যেতিয়া দূৰ আকাশলৈ চাই কিবাকিবিবোৰ ভাবি থাকি এই গানটো শুনোঁ, নিজে ক'ব নোৱাৰাকৈয়ে চকুপানীৰে দুগাল তিতি যায়।
    ধন্যবাদ পাপন দা এটি ইমান মনপৰশা গীত সকলোৰে মাজলৈ আগবঢ়াই দিয়াৰ বাবে।..
    🙂❤️🦋🥀

    • @archanadas450
      @archanadas450 2 года назад

      গানটো যিমান দিনে হওক সদায় জীপাল ❤️❤️

    • @প্ৰাঞ্জলতালুকদাৰ
      @প্ৰাঞ্জলতালুকদাৰ 2 года назад +2

      @@archanadas450 বিশেষকৈ পাপন দাই গোৱা সেই শাৰীটিয়ে মন চুই যায়-
      " ছাঁয়া হৈ আহা এবাৰ কাষৰলে
      দিঠকত নেলাগে আহিবলে'।''😌💗🦋

    • @archanadas450
      @archanadas450 2 года назад +1

      @@প্ৰাঞ্জলতালুকদাৰসচাকৈৱে 😔❤️ যিজনক বিচাৰোঁ তেওঁক দেখোন নাপাওঁৱে

    • @প্ৰাঞ্জলতালুকদাৰ
      @প্ৰাঞ্জলতালুকদাৰ 2 года назад +1

      @@archanadas450 তেওঁক নাপাওঁ বুলি জানিও পাগলৰ নিচিনাকৈ তেওঁকেই ভালপাই থকাৰো এক সুকীয়া মাদকতা আছে__🙂💗🦋

    • @archanadas450
      @archanadas450 2 года назад +1

      @@প্ৰাঞ্জলতালুকদাৰ ঠিক কৈছা তুমি 😔 কিছুমান কথাই খুউব আমনি কৰে

  • @alakeshbarman5054
    @alakeshbarman5054 Год назад +6

    Thnk uu for this song papon daa.... I was feeling so lonely 🥺😭 Thnk uu...🥺❤️

  • @marulidharrabha8339
    @marulidharrabha8339 3 года назад +18

    ♥️♥️পাপন দাৰ গানত মোৰ প্ৰথম কমেন্ট,,,,
    💚💚যাক মনে-প্ৰানে ভালপোৱা যায় সেইজন হেৰুৱাৰ পিছত আৰু আন কোনোবা থাকিব পাৰে,,? পাপন দাৰ এই গানৰ লগতে ভিডিঅ'টো চাই অতীতৰ বিচ্ছেদ প্ৰেমৰ কথা মনত পৰি গ'ল। সঁচাই হৃদয় চুই গ'ল এই ভিডিঅ'টোৱে,,,।💔💔
    ভাল লাগিল,,,,।💚♥️

  • @binayarnav8781
    @binayarnav8781 4 года назад +85

    Touched🤗🤗❤️.....এটা বস্তু শিকিলোঁ ভিডিও টোৰ পৰা ,বেয়া সংগই কিমান ক্ষতি কৰে আপুনি বেয়া নহলেও আপোনাক মানুহে বেয়া বুলিয়ে ভাবিব।

  • @মহাকাল-ৰুদ্ৰ
    @মহাকাল-ৰুদ্ৰ 4 года назад +20

    পাপন দাৰ সদায় সুকীয়া নিজস্বতা আছে । আৰু মানুহ জনে সদায় বিতৰ্কৰ বাহিৰত থাকিব বিচাৰে । বাকী বেছিভাগ গায়কে টো বেপাৰী হ'ল আজিকালি । সুন্দৰ পাপন দা ।

  • @BhadrasingPegu
    @BhadrasingPegu 4 месяца назад

    এই গীতটো মোৰ সদায়েই প্ৰিয় | Thank you Papan da . Love from Narayan pur , Lakhimpur❤❤❤

  • @dimpapathak4855
    @dimpapathak4855 2 года назад +51

    গানটো শুনি নিজকে হেৰুৱাই পেলাইছে আকৌ এবাৰ ,যাক সঁচাকৈ ভাল পোৱা যায় কেতিয়াও পোৱা নাযায় ,কিন্তু মনত ৰৈ যায় অতীতৰ সুমধুৰ স্মৃতি বোৰ ,যিমান মন কৰিলেও পাৰিব নোৱাৰি 🥺🌼 love you Papon da❤️

  • @prantoshduarah9997
    @prantoshduarah9997 3 года назад +11

    এইয়াই প্ৰেম..
    কল্পনা বহুত,সপোনো বহুত...
    কিন্তু পোৱাহে নাযায় কেতিয়াওঁ💓

  • @ponchiboruah6833
    @ponchiboruah6833 2 года назад +6

    অতীতত হেৰাই যোৱা আপোনজনৰ স্মৃতিক গীতটিয়ে সজীৱ কৰি তুলে। মানসিক শান্তিও যেন বিচাৰি পাওঁ। প্ৰতিটো শব্দই বাৰুকৈয়ে স্পৰ্শ কৰি যায়😌🥀

  • @GOHAIN_69
    @GOHAIN_69 Год назад +77

    মই জন্ম হওঁতে মোৰ দেউতা মৰিল। হইটো মোৰেই সেইয়া বেয়া ছায়া আছিল যাৰ বাবে মোৰ মা বিধবা হব লগা হল । এই গানটো শুনি দেউতালৈ মনত পেলাই কেতিয়াবা চকুলো তুকো।মনত পৰে তুমালৈ দেউতা।🥺❤️

  • @nixachor2726
    @nixachor2726 3 года назад +67

    কথাবোৰে হৃদয় চুমী যায়। স্মৃতিত সদায় এ এই গানটো থাকিব। video টো story টো লগতে পাপন দাৰ voice সঁচাকৈয়ে কন্দুৱায়…❤️❤️❤️ নপোৱাৰ নাম এ চাগে প্ৰেম ❤❤❤

  • @visible4324
    @visible4324 3 года назад +51

    🤗❣️those lines... "তোমাৰ কথা ভাবিলেই জানা জোনাক উপচি পৰে ❣️
    ছায়া হৈ আহা এবাৰ কাষৰলে দিঠকত নালাগে আহিবলে "🌿
    "শেষ বুলিলেই ভালপোৱা জানো শেষ হৈ যায়!!! তুমি নাই একো নাই তথাপি তুমি বুলিলেই এহেজাৰ গোলাপে ৰঙা ৰঙা কলি মেলে "❣️🌿🤗

  • @masumrohman9217
    @masumrohman9217 2 года назад

    Khub hundar eti geet Dil sui Jai..hosa papon da apunr voice really sooo NYC...Ashirwad thakil..aru aguwai jauk...apunk tv dekhu real dekha nai pabo akha ase Jodi kismat ase sure paam...lv u bro...❤️❤️🙏🙏

  • @CHANGTheMisingAo
    @CHANGTheMisingAo 4 года назад +36

    সদায় প্রিয় তুমি মোৰ পাপন দা 💖❤️ ঈশ্বৰে তোমাক কুশলে ৰাখক সদায় ❤️❤️❤️❤️ বহুত মৰম আৰু প্ৰেৰণা তোমালৈ 😍💖❤️❤️❤️❤️

  • @saqleinmostak5589
    @saqleinmostak5589 4 года назад +20

    মনপৰষা video...
    best videography..everything is natural ....just wow.

  • @bikashdeka2996
    @bikashdeka2996 4 года назад +9

    ওফফ! যেতিয়াই গীতটি শুনো গাৰ নোম শিয়ৰি উঠে ♥️।। Love u papon daa....love from Gogamukh (Assam)

  • @Rajib-assam-
    @Rajib-assam- 6 месяцев назад

    হেজাৰ বাৰ শুনিলেও মন নভৰা এটি গীত ❤❤❤ বহুত বহুত মৰম আজ্ঞাঠুৰী ৰ পৰাই।😊😊 পাপন পাপনে❤❤

  • @chaikirajkumar
    @chaikirajkumar 3 года назад +40

    লিখাজনলৈ বহুত ধন্যবাদ ;পাপন দাৰ কণ্ঠই জীয়াই তুলিছে গীতটি---আইমী বা অতিকে প্ৰিয় মোৰ --

  • @Rk-py8hp
    @Rk-py8hp 3 года назад +610

    প্ৰথম প্ৰেম চাগে এনেকুৱা ই। তোমাক নেদেখা বহুত বছৰে হ'ল তথাপি আজিও তোমাৰ স্মৃতি সজীৱ হৈ আছে 😔

  • @hkamrul94
    @hkamrul94 4 года назад +28

    Proud to be an assamese. Proud to be a villagers. Love the song. It's really very heart touching. Song with the video it's like icing on the cake. This video is much better than some of 3 hours movie. My eyes are getting watery... keep making like this evergreen song....❤❤❤ Really love never end. We can't delete our memories.....

  • @pranabjyotihazarika7145
    @pranabjyotihazarika7145 11 месяцев назад +1

    বাৰ বাৰ শুনিও আমনি নালাগে,
    ইমান সুন্দৰ ❤❤❤❤

  • @manjitraabha
    @manjitraabha 4 года назад +35

    এই গানটো মোৰ বহুত বেছি প্ৰিয় হয়। প্ৰায়েই মই এই গানটো শুনি ৰাতি টোপনি যাও। বুকু উচুপি উঠে যেতিয়া এই গীতটি শুনো । 😢😢
    🎊💖
    সূন্দৰ গান। 💖💖💖💖💖

  • @pritthishdutta6409
    @pritthishdutta6409 3 года назад +92

    I am a bengali...i just can understand "tomar kotha vabile"...but the whole song is so soothing...i just fell in love with the song and Papon's voice never disappoints❤️

  • @hemarabha8322
    @hemarabha8322 4 года назад +43

    উফফ বহুত বেছিয়ে ভাল লাগে পাপন দাৰ এই গানটো । হৃদয় চুই যায় একদম ❤️ আশা কৰোঁ এই ২০২১ বৰ্ষত আৰু সুন্দৰ সুন্দৰ গীত উপভোগ কৰিব পাৰো । জয় আই অসম 🙏

  • @MindulLalung
    @MindulLalung 4 месяца назад +296

    Anyone in 2025❤😢

  • @lil_wanye7777
    @lil_wanye7777 2 года назад +7

    মন চুই যায় এই গানটো শুনিলে পাপন দা আপুনি অসমৰ মানুহক এটা অতি আমোদজনক বৈশিষ্ট্যপূৰ্ণ lyrics লিখি ব্যক্ত কৰাৰ বাবে অশেষ ধন্যবাদ
    অসমৰ মানুহৰ পৰা আপোনাক বহুত বহুত মৰম জাচিলো ❤️২৩/০৩/২০২২ ৰাতি ১০:২৬ ভালপোৱা স্মৃতিবোৰ আকৌ এবাৰ মনত পৰি গল। Big Thank you Papon da

  • @jadabbordoloi1224
    @jadabbordoloi1224 3 года назад +81

    অসমৰ বিনন্দীয়া পৰিবেশৰ লগত , কি এই সুন্দৰ গীত উপহাৰ দিছে পাপন দাই♥ সচাকৈ ধন্যবাদ♥ আমাৰ অসম জয় আই অসম ♥ i love you Assam❤

    • @sansitakonwar4050
      @sansitakonwar4050 3 года назад

      🤬🤬🤬🤧😷🤕🤢🤮😖😩😵😱🥵😥💔💢💢💢💢💢💢💢💢💢💢🙇

  • @priyanujblogs5873
    @priyanujblogs5873 3 года назад +6

    Complete gun Tu huni soku pani ulai gol. Bohut besi bhal hoise, ata motivational song. Papon da keep rising.

  • @ipshitabarman
    @ipshitabarman 2 года назад +2

    Dada, u r just 🔥
    Love from Cooch Behar ❤️🌻
    প্রণাম 🙏😊

  • @manjimanambiar3811
    @manjimanambiar3811 2 года назад +203

    I'm from Kerala. One of my friends suggested this song and i added into my music list. Without knowing the language i can feel it ❤️😊

    • @dancewithbristi2127
      @dancewithbristi2127 Год назад +2

      Woww 👏👍👍

    • @aruparup3863
      @aruparup3863 Год назад +3

      This song is my most special. I would even die on this song. papon da my best singer

    • @ahmedsoikat8929
      @ahmedsoikat8929 Год назад

      @thepiash9999

    • @s.k.anupkumar
      @s.k.anupkumar Год назад +2

      Dear elder sister,
      Language don’t matter.I'm from Bangladesh.I also don't know the exact meaning of this song. I'm impressed. Inspired of that i want to learn lt.

    • @ripunbaruah99
      @ripunbaruah99 Год назад

      @@s.k.anupkumar ❤️ from India 🇮🇳

  • @DiamondAasamese
    @DiamondAasamese 4 года назад +9

    চিনাকি মুখবোৰ ধুনীয়া গীত যেন সোণত সুৱগা হে ...😍😍

  • @bidyutbikashdeka7228
    @bidyutbikashdeka7228 4 года назад +7

    কি কম ভাষা নাই কবলে,,,,,
    গানটি যেনেকৈ শুৱনি ভিডিও টি ও বহু শুৱনি।।।
    ভগৱানে যাতে মোক এনেকুৱা নকৰে।।।।।।
    Love you papon da❤❤

  • @preronamahanta7371
    @preronamahanta7371 4 месяца назад

    যেন এছাটি মৃদু মলয়া হৈ বৈ আছে এই সুৰ, কণ্ঠ...

  • @kavyasrideka9401
    @kavyasrideka9401 2 года назад +7

    Uff papon da Ki voice oo Tomar mon 2 jor Pori jai oo🧡🧡

  • @abhikchatterjee9454
    @abhikchatterjee9454 3 года назад +81

    Hi.. this is Abhik from Kolkata. Just loved the content to the fullest, could not control my tears for a while. Will be expecting more such heart touching videos from your end. Best wishes!

  • @mousumichangmai525
    @mousumichangmai525 3 года назад +85

    ইমান অনুভৱ কৰি গীতটি গাইছে পাপন দা.. কেৱল ভাল লাগিছে বুলি ক'লে উপযুক্ত নহ'ব|মোৰ শব্দৰ অভাৱ|

    • @sansitakonwar4050
      @sansitakonwar4050 3 года назад +1

      ❤️❤️❤️❤️❤️🩸☝️👌👌👌ttyrujd to how to maintain kaise

    • @TsG260
      @TsG260 3 года назад +1

      Agreed👍

  • @BhargijDas
    @BhargijDas Год назад +2

    Papon da r ktha nu ki km xorur prai teo mor favourite aru in future t o teo mor favourite hoyei thakib .
    Teor prottyek tu gan xuni manxik xanti pao moi ❤

  • @zneegogoi9748
    @zneegogoi9748 4 года назад +31

    পাপন দা সদায় পাপন দা ই......💐 গান তোৰ শেষ ৰ অংশ জোনাকী বুলি মতাৰ পাছতেই ❤️❤️সেমেকি গল দুচকু।।

  • @joymathew9383
    @joymathew9383 3 года назад +217

    I am from deep down south. Kerala. I don't understand the language but I totally understand the feel of this song. Awesome voice. Stay blessed

    • @ranjitchetia9361
      @ranjitchetia9361 3 года назад +1

      #pulimurugan one of my favorite Malayalam movie

    • @GiGaChadAF
      @GiGaChadAF 2 года назад

      Someone has correctly said, pure art doesn't always need a language.

    • @kaushallimbachia1546
      @kaushallimbachia1546 Год назад +2

      same here brother, I'm from Gujarat but I understand the deep feeling of this song .

  • @ujjaldas2447
    @ujjaldas2447 3 года назад +16

    কল্পনা বহুত, সপোনো বহুত...
    কিন্তু পোৱা নাযায় কেতিয়াও....
    প্ৰেম এক বলিয়া বতাহ...??🖤💔

  • @jyostnakakati643
    @jyostnakakati643 9 месяцев назад

    গীতটো ইমানেই ধুনীয়া ভিডিঅ'টি ও বিৰাটেই ধুনীয়া হৈছে ❤️🥰 ক'ব নোৱাৰাকৈ চকুপানী ওলাই গ'ল, শিশু শিল্পী কেইগৰাকীৰ অভিনয় সুব সুন্দৰ হৈছে ❤️❤️❤️@paponmusic

  • @raktimranjan985
    @raktimranjan985 4 года назад +6

    পাপন দা ❤️
    তেওঁৰ কণ্ঠ আৰু গীত 💕💕💕।
    আপোনাৰ গীত বাজিলেই জোনাকৰ দেশত ফুৰিব যোৱাৰ দৰে এক বেলেগ অনুভৱৰ অনুভূতি হয় ❤️

  • @tutumonigogoi4573
    @tutumonigogoi4573 2 года назад +5

    Hosakoie bohut val lage gantu ....antor sui Jai ....thx papon da ....❤️🙏🌼🌺

  • @PSpsps12345
    @PSpsps12345 4 года назад +98

    সঁচাকৈ এখন movie ৰ নিচিনা লাগিল ❤❤❤❤🤗

  • @dipjyotinath6022
    @dipjyotinath6022 4 месяца назад

    তুমি সদাই বিশেষ আছিলা....আৰু বহুত বিশেষ হৈয়ে থাকি গ'লা....
    একো নাই, আকৌ কেতিয়াবা লগ পাম❣️

  • @parishmitamahanta4677
    @parishmitamahanta4677 4 года назад +44

    দিঠকত নালাগে আহিবলে সপোনত আহা এবাৰ ❤️❤️❤️

  • @ranahazarika6679
    @ranahazarika6679 3 года назад +256

    It's been 5 years since I lost my sister.. This song always reminds me of her.. specially those lines "ছায়া হৈ আহা এবাৰ কাষৰলে, দিঠকত নালাগে আহিবলে ..."
    thank u so much Papon da for this soulful song ❤❤ and yess... I miss my sister😘 miss u baa!

  • @pradyut_69
    @pradyut_69 4 года назад +9

    এই গানটো শুনিলেই স্মৃতিবোৰে আমনি কৰে,, বহুত ধুনীয়া গাইছে পাপন দাই ❣️❣️Love You papon Da ❣️❣️Love from Nagon,,

  • @ubtotalcoverup3688
    @ubtotalcoverup3688 9 месяцев назад +2

    সচাঁ প্ৰেমত সপোনবোৰ কেতিয়াও সম্পূর্ণ নহয়😢😢😢
    কিন্তু তথাপিও তাত কোনো স্বাৰ্থ নাথাকে, থাকে কেৱল ত্যাগ❤❤❤

  • @chaobg7717
    @chaobg7717 4 года назад +6

    হৃদ়স্পৰ্শী দৃশ্যপট। ❤️❤️❤️❤️❤️❤️
    গানটো সদায় প্ৰিয় আছিল। ভিডিঅ'টো বহুত বহুত বেছি ভাল লাগিছে।❤️❤️❤️❤️❤️

  • @homelivings2790
    @homelivings2790 4 года назад +5

    , সঁচাকৈ খুব সুন্দৰ উপস্থাপন গীত টোত video টো। শিশু শিল্পী তিনি তি লৈ আশীৰ্বাদ থাকিল। আৰু ভাল দৰে আগুৱাই যোৱা। লগতে সমূহ team টো লৈ শুভেচ্ছা থাকিল ।

  • @kishorsarania9176
    @kishorsarania9176 4 года назад +7

    Thank you so much papon da for giving this masterpiece
    Video tur pora ata kotha। শিকিলোঁ যে আমি এখন judgemental সমাজত বসবাস কৰো

  • @BarashaSaharia-n5o
    @BarashaSaharia-n5o 2 месяца назад

    যেতিয়া এই গান টো শুনো অতীত ৰ কিছুমান স্মৃতি এ বৰকৈ আমনি কৰে❤

  • @dipankarborahvlogs6225
    @dipankarborahvlogs6225 4 года назад +17

    Uff ki গান আৰু vedio তো কবই নালাগে ভালপোৱা তাকেই কয় যত স্বাৰ্থ নাথাকে ,ভুক্তভোগী মই

  • @leenamonismb1887
    @leenamonismb1887 4 года назад +12

    Waahhh....😭🤧😢, Ki xundor ACTING, COMPOSITION.....👍

  • @paglaminow803
    @paglaminow803 4 года назад +80

    অতীতৰ আপোন জনক কেতিয়াবা হৃদয়ে আকৌ বিচাৰে নহয়নে❤️💛
    #debrajgolaghat

    • @ankurdas4889
      @ankurdas4889 4 года назад +6

      Mur prothom preme muk kali 13 bosor pasot phone korile...aru Papon da ye ai video tu aaji release dile...ki kom iman dukh lagise...

    • @kishorbharali1350
      @kishorbharali1350 4 года назад

      হয়

    • @user-nj8kq2dk6p
      @user-nj8kq2dk6p 3 года назад +2

      😭😭😭😭😭😭

    • @duttakishore1847
      @duttakishore1847 3 года назад

      কিন্তু সকলো অতীত হৈ যায়

    • @bigmagicticks2859
      @bigmagicticks2859 4 месяца назад

      😭😭😭😭

  • @hridoyoronuvuti5903
    @hridoyoronuvuti5903 2 года назад +7

    বিচৰা প্ৰিয় জনক পোৱাৰ সৌভাগ্য সকলোৰে নাথাকে,
    কিছুমান বাধ্যত পৰি আঁতৰি যায় আৰু আন কিছুমানে নতুন কাৰোবাক বিচাৰি পায়। ☺️💔

  • @aadilrasheed2941
    @aadilrasheed2941 4 года назад +96

    can't understand ...love your soulful voice
    Big fan sir
    love from Kashmir 🍁

  • @kushalmedhi8276
    @kushalmedhi8276 3 года назад +6

    এই গানটো শুনি সঁচাকৈয়ে বহুত ভাল লাগে । পাপন দা ,আপোনাক মই কথাৰে বুজাব নোৱাৰা যে ইমান ধুনীয়া লাগিছে গানটো ।😍😍😍
    Love you😄😄😄

  • @ABHILASH_SARMAH
    @ABHILASH_SARMAH 4 года назад +5

    "Manuh Khua Baagh" Nator porayei Jogesh Kashyap priyo ❤️ aru aguai jaok tare kamona korilu 🔥. And a big Congratulations to the entire team of "Tumar Kotha"

  • @himjupathak4970
    @himjupathak4970 2 года назад

    এইয়াই প্ৰেম....কল্পনা বহুত, সপোনো বহুত...কিন্তু পোৱাহে নাযায় কেতিয়াওঁ 💓

  • @lavitadas636
    @lavitadas636 4 года назад +9

    গান টো ইমান যে ভাল লাগিল শুনি কবলৈ ভাষা নাই।সঁচাই হিয়া চুই গল আপুনি কুখলে থাকক পাপন দা আৰু এনেকুৱা ভাল গান অনেক আমাক উপহাৰ দিব বুলি আশা ৰাখিলোঁ আপোনাৰ সকলো গানেই হৃদয় চুই যায়।lv uh papon da ❤️❤️😌☺️

  • @nahiedmia
    @nahiedmia 3 года назад +14

    খুব ভালো লাগে পাপন দার কন্ঠে অসমীস গান শুনতে ।
    কেন জানি খুব আপন মনে হয়
    মনে হবে না কেন কত পূরব পুরুষ পড়ে আছে
    আসামে ।
    সালাম নিবেন দাদা ।

  • @Sayabasumatary21
    @Sayabasumatary21 4 года назад +47

    OMG its really outstanding😍🔥🔥 Soku pani ulaigeisu mur😥😥

  • @ananyakakoti88
    @ananyakakoti88 7 месяцев назад

    কিমান যে প্ৰিয় আপোনাৰ গীতবোৰ 🥺❤️ আপোনাৰ গীতবোৰৰ প্ৰতিটো মন পৰখা শব্দই প্ৰিয় মোৰ বাবে🥰 বিশেষকৈ এই গীতটো❤...... উফ্ফ 🥺❤️