Haliki Puwar by Mahalaxmi

Поделиться
HTML-код
  • Опубликовано: 20 июн 2018
  • DISCLAIMER : THIS VIDEO SONG IS JUST A HARMLESS AND HONEST AT CREATING ENTERTAINING VIDEO. PLEASE DON’T APPLY A COPYRIGHT TAKE DOWN REQUEST. IF YOU WANT TO REMOVE THIS SONG THAT YOU OWN PLEASE COMMENT BELOW. WE WILL SURELY RESPOND TO IT. THANK YOU.
    শালিকী পুৱাৰ ৰ’দালি দেখিলে
    তোমালৈ মোৰ মনতে পৰে
    বুকুৰ উশাহ হিম হৈ থাকে
    কিজানি তোমাতে গলিব পাৰে
    হিয়াৰ থাপনা থাপিলো তোমাক
    জনমে জনমে পূজিছোঁ তোমাক
    শালিকী পুৱাৰ ৰ’দালি দেখিলে
    তোমালৈ মোৰ মনতে পৰে
    সন্ধিয়াৰ লুইতে জোকালে মোক
    মেঘালী আকাশে জোকালে মোক
    বলিয়া ফাগুনে জোকালে মোক
    অসহায় শাওণে জোকালে মোক
    ক’তে তোমাকেনো পাও
    খুলি মনৰ কথা কও
    ক’তে তোমাকে লুকাও
    চিকুটি চিকুটি চাও
    অ’ মন ভৰি ৰয় মাঠোঁ তোমাৰ বাবে
    শালিকী পুৱাৰ ৰ’দালি দেখিলে
    তোমালৈ মোৰ মনতে পৰে
    বুকুৰ উশাহ হিম হৈ থাকে
    কিজানি তোমাতে গলিব পাৰে
    তিমিৰ বৰণ তোমাৰ চকু
    দেখিছিলোঁ মোৰেই চকুযুৰি
    আঁকিলো তোমাতেই য’ত আশা
    হেৰুৱালোঁ মোৰ ওঁঠৰে ভাষা
    যাযাবৰী দিন যায়
    ৰাতিও যে নুপুৱাই
    মিঠা মিঠা কথা কয়
    হাততো যে নৰয়
    অ’ সপোনে আগছে মনে মনে
    শালিকী পুৱাৰ ....
  • РазвлеченияРазвлечения

Комментарии • 1,1 тыс.

  • @PranayDas-me3wy
    @PranayDas-me3wy 3 месяца назад +167

    কোনো কোনো মোৰ দৰে 2024 ত শুনি আছে এই গান টো

  • @rajurajsutradhar9498
    @rajurajsutradhar9498 Год назад +57

    সঠিক হিচাপ দিব নোৱাৰো কিন্ত গীতটি ওলোৱাৰ পৰা মোৰ অনুমান হয় ৫০০০+ বাৰ মান শুনিলো । মহালক্ষ্মী বা মোৰ সদায় প্ৰিয় ❤️❤️❤️

  • @sudiptanayandas8324
    @sudiptanayandas8324 Год назад +99

    গীতটো জুবিন দাই নিজকে এজনী ছোৱালীৰ ৰূপত কল্পনা কৰি লিখিছিল বোলে! উফ্❤

    • @baloramdas9626
      @baloramdas9626 Год назад +8

      Recently, comment box t Zubeen Daar naam2 palu.... Tq de vai.

  • @jonalidas624
    @jonalidas624 Год назад +90

    এই গীতটি সচাকৈ হৃদয় চুই যায় ।কবলৈ ভাষা বিছাৰি পোৱা নাই কি বুলি ধন্যবাদ জনাম ।আচল কথা মহালক্ষ্মী বাইদেউৱে ইম্মান সুন্দৰকৈ গাইছে খুউৱ ভাল লাগে ।

  • @parulgogoi8211
    @parulgogoi8211 4 года назад +45

    গানটোৱে কেৱল মোৰেই নহয়,সকলোৰে যে অন্তৰ চুই যায় তাত মোৰ অলপো সন্দেহ নাই। Love u ba....love u so much....thnx

  • @Beautyoflife-bf9fx
    @Beautyoflife-bf9fx 4 месяца назад +11

    কিয় নাজানো, চকুপানী ওলাব যেন হৈ যায়,,,,,,,,কিমান ভাল লাগিলে এনে অনুভৱ হয় বুজাব নোৱাৰি🥺❤️

  • @DeepakDas-tl2oe
    @DeepakDas-tl2oe 5 лет назад +70

    এইবোৰকহে প্ৰকৃত গান বুলি কয়

  • @sobinborgohain3165
    @sobinborgohain3165 Месяц назад +26

    Kune kune mur dore huni ase 2024 lik kora

  • @j.swargiari1323
    @j.swargiari1323 Год назад +66

    বলিউডৰ মহালক্ষ্মী, কবিতা কৃষ্ণমূৰ্তি, সাধনা স্বৰগম, শ্ৰেয়া ঘোষাল এওঁলোকৰ অবদানে অসমীয়া music industry ক জীপাল কৰি ৰাখিছে । ভবিষ্যতে আৰু নতুন সৃষ্টি শুনি বলৈ আশা থাকিল।

  • @user-ru7ty3zz8d
    @user-ru7ty3zz8d 25 дней назад +3

    উহঃ কিমান যে সুন্দৰ শুনি ভাল পালো

  • @epoch6184
    @epoch6184 3 года назад +15

    হৃদয়ৰ নিভৃত কোণত শিহৰণ সৃষ্টি কৰা এটি চিৰসেউজ গীত...💝

  • @bhagabansarma8679
    @bhagabansarma8679 3 дня назад

    Our Assamese singer can never sing in this way. You are the best Assamese singer. No can beat you. God bless you. Live long , Mahalakshmi.

  • @NEELOFARSULTANA
    @NEELOFARSULTANA 2 года назад +60

    বৰ ধুনীয়া গান! অনাঅসমীয়া গায়ীকাৰ কণ্ঠত ইমান সুন্দৰ উচ্চাৰণ শুনি আপ্লুত হলো 👍👌👌👌👌👌💖💖💖

    • @axomiyageetsangeet5652
      @axomiyageetsangeet5652 Год назад

      youtube.com/@aneeankitaofficial564?sub_confirmation*1

    • @parash1963
      @parash1963 10 месяцев назад

      She isn't assamese😊

    • @NEELOFARSULTANA
      @NEELOFARSULTANA 9 месяцев назад +1

      @@parash1963 perhaps you don't understand the term (অনাঅসমীয়া) 😇😅😂

    • @KhanjanBoruah-kw3kb
      @KhanjanBoruah-kw3kb 18 дней назад

      ​@@NEELOFARSULTANA😂

  • @halla7654
    @halla7654 5 лет назад +25

    ৰাতিৰ টোপনিৰ ঔষধ এনেকুৱা গানবোৰ😍😍

  • @parashmonigogoi7715
    @parashmonigogoi7715 Год назад +44

    ইমান সুন্দৰ কন্ঠ শুনিলে শুনি থাকিবৰ মন যায় wow,❤️❤️

  • @amarjyotinath4351
    @amarjyotinath4351 11 месяцев назад +12

    বহুত ভাল লাগে দেই গান টো শুনি। কি ধুনীয়া মিঠা মাত মহালক্ষ্মী বাৰ ❤️💯

  • @parthaborbora6718
    @parthaborbora6718 Год назад +19

    শব্দবোৰ বুকুত লাগি যায় ❤ বহুবাৰ শুনিছোঁ আৰু অসংখ্যবাৰ শুনিম❤❤❤

  • @user-rh5zw5gi4i
    @user-rh5zw5gi4i 4 года назад +12

    বুজাব নোৱাৰি বহুত সুন্দৰ গান মন প্ৰান চুই গ'ল আৰু যোৱা দিনবোৰলৈ মনত পৰি গ'ল যাতে এইবোৰ গান চিৰ যুগমীয়া হয় ৰই।

  • @priyadas7978
    @priyadas7978 3 месяца назад +14

    2nd year r gutai bosor tu clg jau ta papa lgt ai2 gaan ka hunilu okl 🥺❤emn ja vl lga.....

  • @leucinachutia9456
    @leucinachutia9456 Год назад +16

    2:18 Ai part tu mur bohut val lage huni 😌Hunile huni a thakibo mon jai😊Atiya loike mur 100 times man hol gaan tu huna😁
    Love from Dhemaji❤❤

  • @tridipbora5599
    @tridipbora5599 5 лет назад +284

    অসীমৰ সীমাত যেন কিবা এটি বিচাৰি ফুৰোঁ। একো নেপাওঁ; তথাপি প্ৰাপ্তিৰ সন্তুষ্টিত ডুব যাওঁ।

  • @mohsinakhanam2837
    @mohsinakhanam2837 Год назад +19

    গানটো শুনি বহুতো স্মৃতি মনত পৰি গল আজি...!!!❤️🥺

  • @minakshibhattacharya4938
    @minakshibhattacharya4938 2 месяца назад +2

    "যাযাবৰী দিন যায়,ৰাতিও যে নোপোৱাই .....মিঠা মিঠা কথা কয় ,হাতটো যে নৰয় .....💕অ' সপোনে আগছে মনে মনে"🙈.....My heart melt here🥺❤️

  • @boishaliankita3525
    @boishaliankita3525 4 года назад +7

    ইমান মধুৰ কন্ঠ...😍 শুনিলে শুনি থাকিবৰ মন যায়,one of my assmese fav song🤗🤗

  • @priyankas779
    @priyankas779 Год назад +74

    যেতিয়াৰ পৰা গানটো প্ৰথম শুনিছোঁ
    যোৱা ৬ তা বছৰ ধৰি প্ৰত্যেকটো ৰাতিপুৱা এই গানটোৰ সৈতেই আৰম্ভণি কৰি আহিছোঁ। স্কুলীয়া জীৱনৰ ৰাতিপুৱাই কুঁৱলী ভাগি টিউচন যোৱা এই গানটো বজাই বজাই আৰু এতিয়া স্নাতক জীৱনৰ হোষ্টেলৰ খিৰিকীৰ সন্মুখত বহি এই গানটো উপভোগ কৰাৰ এই সুকীয়া মাদকতাটো স্মৃতিৰ পাতত ধুনীয়াকৈ সজীৱ হৈ থাকিব। ❤️🥺 উফ্ প্ৰত্যেকতা শব্দই হৃদয়ৰ কোনবা এটা চুকত বৰ গভীৰকৈ চুই যায়।

    • @jadubharali2947
      @jadubharali2947 Год назад +3

      সচাঁই। ইমান সুন্দৰ গীতটি। গীতটিয়ে অন্তৰৰ কোনোবা এচুকত খুন্দা মাৰি আবেগৰ চকুলো বোৱাই দিয়ে। যেন অতীতবোৰ ঘূৰি আহে এনেকুৱা লাগে।

    • @nayanjyotinath8176
      @nayanjyotinath8176 2 месяца назад

      এইটো গান শুনিলে মোৰ মৰিব মন নাযায় জীৱনত কিবা এটা যেন বিচাৰি পাওঁ মই❤️2মাহ মই ভৰি ভাঙি বিচনাত আছিলো আৰু এইটো গান শুনি শুনি মই দিন পাৰ কৰিছিলোঁ এইটো গানে মোক জীয়াই থকাৰ প্ৰেৰণা দিয়ে

  • @masumgogoi5163
    @masumgogoi5163 5 лет назад +122

    মুখৰ ভাষা হেৰাই যায় গানটো শুনিলে😍😘😌

  • @Ruhi_phukon
    @Ruhi_phukon 4 года назад +9

    গানটো যিমান বাৰেই শুনো , প্ৰতি বাৰেই এক শিহৰণ তোলে ।
    মন অভিমানী কৰি দিয়ে ।

  • @kakalikathar1937
    @kakalikathar1937 5 лет назад +68

    মন চুই যোৱা সংগীত !

    • @PankajDas-cu2lp
      @PankajDas-cu2lp 4 года назад

      তলত দিয়া link টো click কৰিৱলৈ একদম নাপাহৰিব , কাৰণ নতুন নতুন ভাল লগা video পাবলৈ, লগতে channel টো subscribe কৰি থব ।। ধন্যবাদ ।।
      ruclips.net/video/CllGvrDaPII/видео.html

  • @pradipgogoi3182
    @pradipgogoi3182 Год назад +7

    সুন্দৰ কণ্ঠ গীতটো শুনি বহুতো ভাল লাগিল, আগবাঢ়ি যোৱা ঈশ্বৰে আশীৰ্বাদ কৰিব্।

  • @assamesvlogertulika343
    @assamesvlogertulika343 4 года назад +4

    ৰাতি পুৱাই উধিয়ে এই গান তোৱে গুন গুনও।কি য়ে ভাল লগা এটা গান।মন প্রান চুই জাই।

  • @Niranjanbokxi
    @Niranjanbokxi 4 месяца назад +15

    এই গান টো শুনিলে প্ৰিয় মানু্হ জনৰ কথা বহুত মনত পৰে মোৰ 😢 তাই এতিয়া আনৰ 😢 ভঙা হৃদয় খনক কোনে বুজাব 😢

    • @dhanjitgamer6093
      @dhanjitgamer6093 4 месяца назад +2

      Dukh nokoriba bhai

    • @Niranjanbokxi
      @Niranjanbokxi 4 месяца назад +1

      @@dhanjitgamer6093 umm

    • @malabikadas8810
      @malabikadas8810 2 месяца назад +1

      Khosai kisuman monor dukh monote Roy jai.😢😢

    • @Niranjanbokxi
      @Niranjanbokxi 2 месяца назад

      @@malabikadas8810 তাকে টো 😭

  • @aashbir
    @aashbir Год назад +12

    ইমান সুন্দৰ গান, বাৰে বাৰে শুনি থাকিব মন যায়

  • @kapilsekhar7338
    @kapilsekhar7338 Год назад +6

    I become very emotional, I can't keep me in control when I listen to this song.... Zubeen mahalaxmi.... Thank uu very much

  • @binoydas7156
    @binoydas7156 5 лет назад +24

    Bohut dinar pisot eta dhuniya romantic gaan khunibaloi palu...love you Mahalaxmi ji..

  • @jumasaikia8120
    @jumasaikia8120 Год назад +18

    বুকুভৰা গীত ♥️এক বুজাব নোৱাৰা মিঠা অনুভৱ♥️♥️

  • @dhrubadas7024
    @dhrubadas7024 5 лет назад +74

    কথা, সুৰ আৰু কণ্ঠৰ সচাই কি অনন্য সংমিশ্ৰণ।

  • @kismitaroy
    @kismitaroy 5 лет назад +26

    শুনি শুনি আমনি নলগা এটি গীত♥️♥️

    • @hirensonowal9605
      @hirensonowal9605 3 года назад

      এনেকোৱা পুৰণি গীত শুনি আমনিনালাগে

  • @sumisaikia763
    @sumisaikia763 5 лет назад +157

    একেবাৰে নিভাজ হৃদয় চুই যায়

  • @CreativeSaiman4
    @CreativeSaiman4 Год назад +4

    Jetiya first ay gaan tu xhunisu Movie khnr pra tetiya r pra aru xhunibor mn bsi hoi jai ase ay gaan tu....kb gle addicted with the song nd voice...❤️

  • @jaavlogssaudi1672
    @jaavlogssaudi1672 5 лет назад +51

    অতি ভাল লগা এটা গান।।বাৰে বাৰে শুনিব মন যায়

  • @dilipk.bordoloi5758
    @dilipk.bordoloi5758 5 лет назад +1039

    ইউ টিউব প্ৰিমিয়ামে বিনা প‌ইছাই গানটি ডাউনল'ড কৰিবলৈ নিদিয়াত ,গানটি 'ছেভ' কৰিয়েই ৰাখিছোঁ কাৰণ গানটি এবাৰ শুনিয়েই মন ভৰা গান নহয় । গানটি শুনি ছল্লিছ বছৰমান আগতেই ভন্টীহঁতে বিশ্বাস কৰা কথা এটালৈ মনত পৰিল ! ৰাতিপুৱাই হেনো এটা শালিকা দেখিলে দিনতো দুখত যায় । এযোৰ দেখিলে দিনটো ৰোমাঞ্চকৰ হয় । তিনিটা দেখিলে প্ৰেমপত্ৰ আহে ‌। চাৰিটা বা অধিক দেখিলেও কিবাকিবি হয় বুলি কৈছিল , পাহৰি থাকিলো । যিকিনহৱক মহালক্ষ্মীৰ কন্ঠৰ মিঠা গানটি শুনি অত্যন্ত ভাল লাগিল । 👌

    • @IK-hf2vb
      @IK-hf2vb  5 лет назад +51

      আপোনাৰ মন্তব্যই মোকো উৎসাহিত কৰিলে। ধন্যবাদ জনালোঁ।

    • @nishitadeka9
      @nishitadeka9 5 лет назад +6

      Xosa ke

    • @bobitadas4917
      @bobitadas4917 4 года назад +6

      Khosa

    • @madhujyaborgohain3837
      @madhujyaborgohain3837 4 года назад +6

      Hosakoi khub dhuniya gitti.

    • @kesobsonowal6694
      @kesobsonowal6694 4 года назад +5

      @@IK-hf2vb Nice song

  • @popisenapati9697
    @popisenapati9697 5 лет назад +48

    বাৰে বাৰে শুনিবলৈ মন যোৱা এটি ভাল লগা গীত

  • @upasanadeka7607
    @upasanadeka7607 11 месяцев назад +19

    See how beautiful our Assamese language is ❤️😘....
    In English we say "I miss you"
    But in Assamese we express our feelings so beautifully that when it composed as a song , attracts our heart 💓💖

  • @samelinath6181
    @samelinath6181 29 дней назад

    গানটো শুনি এনেকুৱা এটি অনুভৱ হয় যেন মনটো কৰোবালৈ উৰি ফুৰিছে😌❤️

  • @lakshyabaruah3260
    @lakshyabaruah3260 2 года назад +13

    অতি সুন্দৰ গীত হৃদয় চুই যোৱা! ❤❤

  • @bhugeswarsonowal5835
    @bhugeswarsonowal5835 5 лет назад +5

    Imaan hundor eti geetor hubakhere aazi ei hondhiatu zipal kori tulilehi..... Deh mon Sui jua eti gaan.... Mahalaxmi tumi jen aru bohut ene upahar di zuwa aamale..... God bless you!!!

  • @ankurdas6026
    @ankurdas6026 4 года назад +1

    Sad song নহয় এইটো ,কিন্ত মনতো উকা- উকা ,ৰিঙা-ৰিঙা লাগে গীতটো শুনিলে । হৃদয় চুই যোৱা গীতটো শুনিলে সচাকৈ বহুত ভাল লাগে ,ভাৱনাবোৰে মনটো সেমেকাই তোলে😍❣

  • @aasthavaishnavi2325
    @aasthavaishnavi2325 11 месяцев назад +9

    Her versatility omg. She's made for Assamese song❤️

  • @indrani8378
    @indrani8378 Год назад +16

    Assamese diction of Mahalaxmi is amazing...nice song

  • @jeetsaikia5301
    @jeetsaikia5301 2 года назад +34

    ইমান মধুৰ গান।কেৱল শুনিবলৈ,ভাবিবলৈ।তাৰ পাছত নীৰৱতাৰ কোলাত আকৌ শুনিবলৈ।এই মধুৰতাৰ শেষ নাই।

  • @ankurdeka164
    @ankurdeka164 Год назад +5

    ❤ from UDALGURI kalaigaon 🔥🥰

  • @sopnalibordoloi6532
    @sopnalibordoloi6532 Год назад +7

    বহুত ভাল লাগে গানটি শুনিলে , নিৰবতাত আৰু ভাল লাগে

  • @borshagogoi2826
    @borshagogoi2826 Год назад +3

    Bohut smriti bhahi ahe geet tu hunile 😌🍂🍃

  • @sayanikahaloi2697
    @sayanikahaloi2697 Год назад +2

    Xokolo geetor vitor mor priyo ❤️geeti eman val paw j dine nixai xonu ❣️❣️

  • @jarnakashyap
    @jarnakashyap 2 года назад +9

    বহুত বহুত ভাল লাগিল গানটো শুনি ❤❤

  • @jbcreations5882
    @jbcreations5882 4 года назад +11

    This song all credit goes to our living legend and our heart through Zubeen Da

  • @vlogerpriyakhi1885
    @vlogerpriyakhi1885 Год назад +2

    Aiii gan tu je mur kimn priyo❤️🥺ekk nubuja hihoron jgi uthe aii gan tu hunile🥺❤️ hosaii imn hundor gan 🙃💞

  • @satyamadas546
    @satyamadas546 4 года назад +2

    শুনিলে শুনি থাকিব মন যোৱা এটি ভাল লগা গীত,,,,,

  • @abanidas6664
    @abanidas6664 5 лет назад +14

    For the last few days I have been listening and listening this song but could not quench my thirst. What a marvellous presentation. Awesome, heart touching and perfectly perfect singing. Appreciate you Mahalakshmi Iyar.

  • @nabulbg6246
    @nabulbg6246 5 лет назад +66

    কোমল অনুভুতিৰে সিক্ত এটি সুন্দৰ গীত।

    • @IK-hf2vb
      @IK-hf2vb  5 лет назад

      👍👍👍

    • @Jyotishmita6929
      @Jyotishmita6929 5 лет назад

      Huni bohut vl lagil

    • @pompikakoti8258
      @pompikakoti8258 5 лет назад

      সচাকৈ বুকু জুৰ পৰি গৈছে

    • @IK-hf2vb
      @IK-hf2vb  5 лет назад

      thank you

    • @sambudas9859
      @sambudas9859 4 года назад

      খুব ভাল লগে এই গীতটো,আজিকালি এনে লাগে নতুকে কাৰোবাৰ কাৰণে জীয়াবলৈ লৈছো ।

  • @sushmitapaul8148
    @sushmitapaul8148 4 месяца назад +1

    I and my one and only person knows what this song means to us.Today in life's ups and downs we are not able to exchange our words and feelings for long.Tears roll down my eyes everytime i hear this song and i miss him so much

  • @DikhitaDeka-n3q
    @DikhitaDeka-n3q Месяц назад

    আটাইতকৈ প্ৰিয় গীত ❤️🎧🥰😘

  • @jesminsultana1421
    @jesminsultana1421 5 лет назад +4

    অতি সুন্দৰ হৈছে , ভাল লাগিছে শুনি হৃদয় চুই যোৱা এটি গীত, 😘😘😘👍👍💓💓💖💖

  • @deepkalita8436
    @deepkalita8436 5 лет назад +25

    বহুত দিনৰ পিছত মন চুই যোৱা গান এটী হুুনিলো

    • @IK-hf2vb
      @IK-hf2vb  5 лет назад

      thank you

    • @kuljitdas4545
      @kuljitdas4545 4 года назад

      Assamese word to likhisai jetiya bhal koi likha. Bht bhal loga gaan aitu

  • @AnjanaSaikia-hn8bi
    @AnjanaSaikia-hn8bi 2 месяца назад +1

    শুনি আমনি নলগা গান ❤❤❤

  • @PrasantaBora-nh4eb
    @PrasantaBora-nh4eb 2 месяца назад

    Wonderful song,xunile xuni amoni nologa song,Mohalaxmi Ba voice aru besi xundor lagise

  • @bhriguroy1799
    @bhriguroy1799 5 лет назад +5

    Iman dhunia oxomiya uccharan bur ... Wow ... It's just wow ...

  • @murtazaakhtar6797
    @murtazaakhtar6797 5 лет назад +10

    মনটো ছুই যায়

  • @SunuBailung
    @SunuBailung 20 дней назад

    গানটো সঁচাকৈ অতি সুন্দৰ

  • @dilipchandrabora6161
    @dilipchandrabora6161 4 года назад +1

    বহুত ভাল লগা গান, মন প্ৰাণ পুলকিত হৈ পৰে।

  • @pradipgogoi3182
    @pradipgogoi3182 Год назад +3

    সুন্দৰ গীতটো শুনি বহুতো ভাল লাগিল।

  • @pritomborah4406
    @pritomborah4406 Год назад +6

    অতি সুন্দৰ লাগিল গানটো শুনি।

  • @ushasaikia3414
    @ushasaikia3414 4 года назад +5

    Mur bohut val loga eti gaan...hodaie hunu...😊

  • @priyankanath5970
    @priyankanath5970 4 года назад +2

    ধুনীয়া এটি গীত তাতে আপোনাৰ কন্ঠ সঁচাকৈয়ে ভাল লাগিল বহুত

  • @pintudebnath2076
    @pintudebnath2076 5 лет назад +20

    Khub vall lage o ganti,kiba ata monot pore hosake...miss someone 🤗

  • @raazkhan190
    @raazkhan190 Год назад +4

    হিয়া চুই গৈছে , Awesome ma'am

  • @pradiplahkar2286
    @pradiplahkar2286 Год назад +1

    Gaan tu hunile mon hitol hoi pore ...ratipua Hui utha pora dintut kimn bar j Huna hoi gaan tu hisap ny🥰

  • @dhanmanidas6515
    @dhanmanidas6515 5 лет назад +33

    Mon pran sui jai❤

  • @arabindgohain6352
    @arabindgohain6352 5 лет назад +3

    Thnx to zubeen da, apuni amak mahalaxmi aru anandita Paul dore legend gift diyar babe... I love mahalaxmi n anandita Paul singing too much

  • @namasteyindia2239
    @namasteyindia2239 Год назад +25

    Can't express what I feel whenever I listen this song ❤ much love

  • @PriyankaRay-q4x
    @PriyankaRay-q4x 19 дней назад

    Bohot dhuniya hoisa😊

  • @Udityagogoi123
    @Udityagogoi123 11 месяцев назад +1

    Hunile aru hunibo mon jua gaan2 😌💞🥀🥀

  • @trishnabora7290
    @trishnabora7290 5 лет назад +17

    Hosakoi bht dhunia ai gan2...huni amoni nalage..

  • @missrekha7768
    @missrekha7768 5 лет назад +4

    Moi protidine ratipua gan2 xunile din2loi mn2 bohut vl lge,,,👌👌👌👌👌👌👌👌👌👌👌👌

  • @sangitaboruah7776
    @sangitaboruah7776 Год назад +1

    Uff kiman val lage ei gaantu ru Jen uliyai enakua gaan ❤️❤️❤️❤️❤️

  • @dipchetia7857
    @dipchetia7857 4 года назад +1

    Bahut Val lagil

  • @dilipdoley8072
    @dilipdoley8072 Год назад +7

    এই গানটি এবাৰ শুনিয়েই দিনটো আৰম্ভণি কৰোঁ।

  • @monalishasonowal2128
    @monalishasonowal2128 5 лет назад +34

    বুকু ভৰি যায় গানটো শুনিলে।

  • @mintuborahhazarika4648
    @mintuborahhazarika4648 3 года назад +2

    বৰ সুন্দৰ গীত।

  • @bluenightingle1996
    @bluenightingle1996 Год назад +1

    The are legend.....eeman dhunia kontho ....we r blessed

  • @mrinmoydas098
    @mrinmoydas098 9 месяцев назад +6

    কেতিয়াও পুৰণি নোহোৱা এটি কণ্ঠ...❤
    গীতটি চিৰযুগমীয়া হৈ ৰওক..🎉
    #Mahalakshmi baa💕

  • @snigdhajunak
    @snigdhajunak 10 месяцев назад +5

    Just imagine ---"solo driving +morning time+showeeing +mountain vibe+this song

  • @kusumbardeka
    @kusumbardeka 25 дней назад

    বৰ ধুনীয়া গীত

  • @uttamgogoi8471
    @uttamgogoi8471 Год назад +1

    ধুনীয়া ❤, সু প্ৰভাত।। 🌄

  • @sayangamisaikia3004
    @sayangamisaikia3004 5 лет назад +9

    Really mam,you have a amazing voice...it cannot be explained only by words... really mam I'm wordless.....I have heared this song more than 10 times

  • @parikhitdas5401
    @parikhitdas5401 Год назад +8

    Heart touching song.

  • @sumsumm-kb7qi
    @sumsumm-kb7qi 10 дней назад

    emn dhuniya kontho❤

  • @bubuldas8502
    @bubuldas8502 4 года назад +1

    Notun somoyt no puroni surere gowa gan bohut val lagil suni

  • @pallavigogoi2014
    @pallavigogoi2014 4 года назад +3

    Sometimes you need serene moments to realise how much love you treasure for someone.....which you can't realise in post marriage hectic schedule of duty bound life........this song is just what you need to trigger those old memories......the singer is awesome. Love this

  • @GODISGOOD1984
    @GODISGOOD1984 5 лет назад +4

    সুন্দৰ লাগিছে গীতটো। মহালক্ষ্মী বা।