Mur Bukur Pitai | Mayurpankhi Chetia | Manjyotsna Mahanta | Hopun Saikia | Assamese song 2022

Поделиться
HTML-код
  • Опубликовано: 21 янв 2025

Комментарии • 1,7 тыс.

  • @hopunsaikia
    @hopunsaikia 2 года назад +314

    Thank you so much everyone for showing so much love to the song .. keep listening #murbukurpitai

    • @OptionBuyerAbhi
      @OptionBuyerAbhi 2 года назад +28

      Hopun, appreciate your hardwork. Keep going bro.

    • @mridusmitabaruah607
      @mridusmitabaruah607 Год назад +8

      ​@@OptionBuyerAbhimo

    • @mridusmitahazarikabhuyan1975
      @mridusmitahazarikabhuyan1975 Год назад

      ​@@OptionBuyerAbhi😊

    • @RimaDas-fk7fw
      @RimaDas-fk7fw Год назад +2

      😢🎉😮😮😮🎉😢😮🎉🎉😢🎉😮🎉😢🎉😢😮🎉😢😮😢🎉😮🎉😢😮🎉😢🎉🎉😮😢😢😮🎉😢😮😢😢🎉😮🎉🎉😢🎉🎉🎉😮🎉😮😮😢😢😮🎉🎉😮🎉🎉

    • @nilotpaldeka9347
      @nilotpaldeka9347 11 месяцев назад +2

      Bht dhuniya song..lora hoi o buku kopi goixe mr❤

  • @devadiganta9632
    @devadiganta9632 7 месяцев назад +12

    এই গীতত অসমীয়া সমাজ জীৱনৰ আবেগ অনুভুতি আৰু সৰলতা পবিত্ৰতা সুন্দৰ ভাবে প্ৰতিফলিত হোৱাৰ লগতে সুন্দৰ কণ্ঠই হৃদয় স্পৰ্শ কৰিলে।

  • @debajitrock
    @debajitrock Год назад +17

    সুন্দৰ,,,💔যদিও মই লৰা,, তথাপিও বুকু বিষাই যায় ,এনেকুৱা গান শুনিলে,,,💔গানেৰে ছোৱালীৰ জীৱন এটা সুন্দৰ ভাৱে উপস্থাপন কৰাৰ বাবে, আপোনাক ধন্যবাদ💔💔💔

    • @priyankabarman5096
      @priyankabarman5096 Год назад

      ছোৱালীৰ মণ বুজা লৰা ও আছে মানে

  • @indranisarmah7563
    @indranisarmah7563 Год назад +10

    "মোৰ বুকুৰ পিতাই অ'
    তই হেনো ওলাইছ মোক বিয়া দিবলৈ"
    Ufff....যিমান বাৰ শুনিছো শাৰী দুটা প্ৰতি বাৰে বুকু খন বিষায়।ভাবিলেই ভয় লাগে চোন সেই দিনতোৰ কথা

  • @SaratRajkhowa-l6r
    @SaratRajkhowa-l6r 9 месяцев назад +10

    ময়ূৰ, তোমাৰ কণ্ঠৰ পৰা নিগৰি ওলোৱা গীতটিয়ে বহুতকে কন্দোৱাইছে আৰু কন্দোৱাব ।তাৰে প্ৰমাণ আমাৰ ইয়াত বিয়া এখনত দেখা পালো । গাওঁ সমাজলৈ উপহাৰ দিলা ।বহুত ধন্যবাদ ও আৰ্শীবাদ নিবেদিলো ।

  • @daisysaikia7097
    @daisysaikia7097 Месяц назад +6

    Deuta maa ❤❤😘😘😘😘😘 ভগৱান সদায় ভালে ৰাখিব প্রভু।🙏🙏🙏

  • @PahiPhukan-zl9zs
    @PahiPhukan-zl9zs 7 месяцев назад +5

    কি যে মধুৰ কন্ঠৰ তাতে আকৌ ইমান ধুনীয়া সংগীত,❤ প্ৰতি জনী ছোৱালীৰ জীৱনৰ লগত তুলনা কৰিবৰ পৰা এটি অতি হেঁপাহ ৰ আৰু মৰমৰ দেউতাৰ লগত কটোৱা মধুৰ মূহুতৰ বোৰৰ কথা প্ৰকাশ পাইছে ❤❤❤

  • @DayWithParismita
    @DayWithParismita Год назад +10

    এইবোৰ হে‌ গান❤❤❤😢
    আজি কালি গান বোৰত কি কি যে শব্দ

  • @Gaming.sortss
    @Gaming.sortss 11 месяцев назад +3

    গান টো শুনি শৈশৱ লৈ মনত পৰি গ'ল। সৰু তে আমাক দেউতাই বিহুত পিন্ধিবলৈ ফ্ৰক আনি দিছিল।দেউতাই যি ক্ৰিম আনি দিয়ে সেইটোৱেই মুখত সানিছিলো। বহুত ভাল পাওঁ দেউতাক।

  • @DkVlogswithDipankar
    @DkVlogswithDipankar 9 месяцев назад +6

    ইমান সুন্দৰ কণ্ঠৰে সৈতে গানটো বহুত ধুনীয়া কৈ উপস্থাপন কৰিছে বহুত বহুত ধুনীয়া লাগিল বাইদেউ।

  • @depankargogoi-u5c
    @depankargogoi-u5c 7 месяцев назад +10

    Ufff. ki gaan❤❤. Mur 5 bosoriya swali ajoni ase taiu buji pai. Gan tu logale tai bor dukh kore😊

  • @pallabipolhazarika6047
    @pallabipolhazarika6047 8 месяцев назад +5

    দেউতা❤❤❤❤❤❤ভগৱানে চিৰদিন ভালে ৰাখক ❤❤

  • @GitanjaliKalita-m1k
    @GitanjaliKalita-m1k 8 месяцев назад +4

    বৰ সুন্দৰ হৈছে গীতটো , বুকু ভৰি গ'ল ❤️❤️😘😘 বহুত বাৰ শুনিলোঁ একেৰাহে...

  • @drkalyanirajkumari1513
    @drkalyanirajkumari1513 2 года назад +4

    ময়ূৰপংখী!!! ভাষা নাই, ধন্যবাদ দিবলৈ। Insta, reel ৰ কৃত্ৰিমতাভৰা একঘেয়ামী পেনেপেননিবোৰৰ ধামখুমীয়াৰ মাজত কি যে এটা অকৃত্ৰিম পুৰণি পুৰণি গোন্ধ থকা গান! তোমাক লৈ আকৌ এবাৰ গৌৰৱ কৰিছো, সদায়ৰ দৰেই! সকলো অসমীয়া Women musician ৰ মাজত এনেকৈয়েই একক আৰু ব্যতিক্ৰম হৈ ৰোৱা। 🌿💚💚💚

    • @MayurpankhiChetia
      @MayurpankhiChetia  2 года назад +1

      কি বুলি ধন্যবাদ দিওঁ তোমাক কল্যাণী বা। ❤🙏
      চেষ্টা কৰিম সদায় ভাল ভাল গীত উপহাৰ দিবলৈ।
      বহুত মৰম পঠিয়াইছোঁ তোমালৈ 🥺❤

  • @ruplekhagohain4469
    @ruplekhagohain4469 Год назад +4

    বৰ ধুনীয়া গীত। চকুপানী ওলাই গ'ল। চহা সমাজৰ শব্দ উচ্চাৰণে আৰু সুন্দৰ কৰিছে। আদৌ , জেলেপতে,মেলেটেৰী,খেজেনা ....বৰ ভাল লাগিল।

  • @kamaljyotidas2448
    @kamaljyotidas2448 Год назад +9

    Ki je kom eman dhuniya lagise gaan Tu deutar kotha koboloi bhaxa nai teu Tu mur kolijar tukura❤❤

  • @amu9376
    @amu9376 3 месяца назад +6

    I'm not Assamese bt could feel this song...loads loads of love from Odisha...

  • @panktineog1141
    @panktineog1141 Год назад +9

    দেতা 😧😧 মোৰ গোটেই আয়ুস লাগি যাওক তোমাৰ। মোৰ জীৱনৰ সকলোতকৈ বেছি প্রিয় মানুহজন তুমি

  • @Abongohain
    @Abongohain Год назад +6

    সহজ-সৰল গাঁৱলীয়া ছবি প্ৰকাশিত গীত ,যি গীতে অসমীয়া ছোৱালীক সুন্দৰকৈ উপস্থাপন কৰিছে ....সঁচাই ভাল গীত❤

  • @abhijitsaikia4827
    @abhijitsaikia4827 Год назад +4

    গীতটো শুনি বৰ ভাল লাগিল। দেউতাকৰ যি নিভাজ মৰমৰ গীতটো ফুটি উঠিছে।অন্তৰ চুই গৈছে।ভাষা নাই ❤❤❤

  • @mahib024
    @mahib024 10 месяцев назад +3

    Aji prothom hunilu gaan tu. Akeloge 10 bar man hunilu. Nijor suali jonir kotha vabile bukukhan siring koi mare...😢😢
    Gaan r kotha, hur, aru voice really amazing...❣🙌

  • @axomiyasuwalijusmi9137
    @axomiyasuwalijusmi9137 2 года назад +5

    মন্তৰ চুই গৈছে🥺 প্ৰত্যেক গৰাকী ছোৱালীয়ে ভাল পাব শুনি ❣️

  • @Susmitabora432
    @Susmitabora432 10 месяцев назад +5

    Aiii gan tu xuna r pist prottek jni suwali r sakupani ulbo🥺❤
    Xosai Bhut dhunia gan tu ❤

  • @kamaldas963
    @kamaldas963 11 месяцев назад +9

    Baki bad bhte Mojja lgise ❤❤❤❤ gan to vl lga bure like kra sun

  • @assamvromonaxom
    @assamvromonaxom 9 месяцев назад +5

    ইমান সুন্দৰ হৈছে ,কবলৈ ভাষা নাই

  • @jitudas1622
    @jitudas1622 6 месяцев назад +4

    এটি সুন্দৰ গীত আৰু কন্ঠ মনতো ভাল লাগিছে ❤

  • @mrinmaykalita9403
    @mrinmaykalita9403 Год назад +6

    কমেন্ত পঢ়ি এনে লাগিছে মই বিয়া নাপাটো নেকি।। নহৈ মানে সঁচা কে বহুত মন টো বেয়া ।। ছিংগাৰ তোৰ মাত ইমান মিঠা ❤❤

  • @জিলিকা--জিলিকিতৰা

    বুকুৰ কোনোবা এচুকত বিষ হৈ যায় ।গান টো শুনিলে।ইমান সুন্দৰ অ বুকুৰ পিতাই শাৰীটো

  • @sanjusvlogs
    @sanjusvlogs Год назад +2

    সহজ সৰল দেউতাক আৰু তেওঁৰ মৰমৰ ছোৱালীজনীৰ এখন সুন্দৰ ছবি গীতটিত প্ৰকাশ পাইছে। সুন্দৰ

  • @অসমীয়ালৰামই-ছ৪ছ
    @অসমীয়ালৰামই-ছ৪ছ 5 месяцев назад +5

    আদৈ বুলি মতা মোক ইমান চেনেহত...উফ্ কলিজাত লাগিছে❤❤❤

  • @trishnadeka1509
    @trishnadeka1509 9 месяцев назад +9

    বেলেগৰ কি নাজানো। কিন্তু প্ৰত্যেকগৰাকী নাৰীৰে এই গীতটি শুনিলে ভাবিলে বুকুখন কিবা বিষাই যায় ❤

  • @bikashsarmabarua4563
    @bikashsarmabarua4563 Год назад +3

    অতি সুন্দৰ ।
    কণ্বমুনিয়ে শকুন্তলাক পতিগৃহলৈ বিদায় দিছে --- আজি শকুন্তলা যাবগৈ । শোকত অন্তৰ উৎকন্ঠাৰে ভৰি পৰিছে । কন্ঠৰ স্বৰ ৰুদ্ধ হৈ পৰিছে , চিন্তাজ্বৰ উৎপন্ন হৈছে । তেওঁ‌ৰ দৰে এজন বনবাসী সন্ন্যাসীৰেই স্নেহবসতঃ এনে পীড়াদায়ক অৱস্থা । কন্যাবিদায়ৰ দুঃখে গৃহস্থীজনক কিমান পীড়িত কৰিব পাৰে !!!
    কৰুণা , মমতা , বিচ্ছেদ ।
    এই মুহূৰ্তটো বৰ কৰুণ ।

  • @anupkalita5527
    @anupkalita5527 3 месяца назад +4

    আপোনাৰ কন্ঠত গীতটি শুনি বহুত বহুত ভাল লাগিছে। আমাৰ পিতেলৈ (পিতাই) বহুত মনত পৰি গ'ল।পিতাইৰ বাস্তৱ ছবি অঁকা হৈছে গীতটিত।

  • @mausumidutta4669
    @mausumidutta4669 Год назад +5

    কন্ঠ,সুৰ,কথা ...হৃদয় চুই যোৱা❤

  • @brijeshshandilya2182
    @brijeshshandilya2182 10 месяцев назад +3

    One of the most emotional song. A perfect song dedicated to our DEUTAS'.
    My tears fall down when I listen to this song.

  • @dollybarman3687
    @dollybarman3687 Год назад +612

    Vabilei buku khn bikhai jai... Atia jenekoi mon tnke a thku ji mon take koru ji khai beya pau heiya ghrt nobonai a khai vl pua bostu h maa bonai diye. Hbo pare ketiaba hoitu bisora bostu tu nai pua kintu ketiaba nibisara keu deutai ani diye.. kintu adin akhn blk ghrt juar kotha vbilei buku khn jen hesa mari dhore 😑😑😑

  • @deepjyotiborah6374
    @deepjyotiborah6374 Год назад +7

    বুকুত লাগি গৈছে,তিনিজনি বাইদেউক বিয়া দিছো ,বহুত কষ্টকৰ দিনকেইটা ।

  • @simpihandique9768
    @simpihandique9768 Год назад +4

    গান টোৱে মন‌ চুই গ'ল। বহুত বহুত মৰম আৰু ভালপোৱা🥰🥰

  • @dimbeswargogoi9576
    @dimbeswargogoi9576 7 месяцев назад +3

    বৰ ভাল লাগিল দেই । এনেকৈ, ইমান প্ৰাণস্পৰ্শী ৰূপত গীত গোৱা মানুহবোৰ নথকা হ'লে কি যে হ'লহেঁতেন আমাৰ !!

  • @skillindiaimplicationgrowt5152
    @skillindiaimplicationgrowt5152 8 месяцев назад +4

    ব্যস্ততাৰ মাজতো বৰ সুন্দৰ গীত এটা শুনিবলৈ পালো ❤❤

  • @ripunjayripunjay1433
    @ripunjayripunjay1433 11 месяцев назад +4

    Moi agi hunisu ..eman dhunia gan bhut val lgel .. beast of the best

  • @tajulwahid5326
    @tajulwahid5326 Год назад +4

    বৰ ধুনীয়া গান দেই। লৰা হৈও ছোৱালী ছোৱালী feel আনি দিলা।

  • @bishalbordoloi4074
    @bishalbordoloi4074 11 месяцев назад +2

    ইমান সুন্দৰ গীত। এজনী ছোৱালীৰ জীৱনৰ কাহিনী ❤

  • @rascalbgmi3677
    @rascalbgmi3677 8 месяцев назад +3

    ল’ৰা হৈও emotional হৈ golu😊

  • @bidulmatak850
    @bidulmatak850 10 месяцев назад +3

    বহুত ভাল লাগিল গীত তো শুনি, বাস্তৱ এটা কাহিনী , ঘৰৰ পৰা ভন্টি বাইদেউ বিয়া হৈ গলে পিছত বহুত অকলশৰীয়া অনুভৱ হয়,

  • @urmilagayan9478
    @urmilagayan9478 8 месяцев назад +4

    মন চুই যোৱা গান ❤

  • @anamikarahang2480
    @anamikarahang2480 29 дней назад +5

    Sob suwali r deutakor osrt aitu gaan 😢 logbo nuwrim😢😢

  • @AhinkhaRabha
    @AhinkhaRabha 5 месяцев назад +4

    Hosai kui buhut mont porise deuta lui ❤❤❤

  • @JunaliThakuria-g1e
    @JunaliThakuria-g1e 9 месяцев назад +5

    Emn xondor get❤ val lgil xoni😢

  • @RukminiDas-gq7fv
    @RukminiDas-gq7fv Год назад +3

    Bohut dhuniya gan❤ khuniye thakib mon goi ase😊

  • @PriyankaDas-ee2pc
    @PriyankaDas-ee2pc Месяц назад +5

    Aitu gaan hunilai bohut dukh lagai.Maa n Paa homan kunu hobo nuwarai life ot.❤❤❤

  • @KaustovSarma
    @KaustovSarma 11 месяцев назад +8

    মৰমৰ ছোৱালী জনীক বিয়া দিবলৈ ওলোৱা সময় খিনি এজনৰ পিতৃৰ বাবে বৰ কষ্টকৰ অ ।
    প্ৰতিজন বুকুৰ পিতাই ভালে কুশলে থাকক ❤️🙏🥺

  • @mousumikalita2973
    @mousumikalita2973 Год назад +5

    গানটো যেতিয়াই শুনো বুকুখন বিষাই যায়, দেতালে মনত পৰি , বিয়া হোৱাৰ 3 বছৰ হল আৰু দেতা 7 মাহৰ আগত ধুকাল😢😢

  • @amikhakaptak6885
    @amikhakaptak6885 Год назад +3

    ❤really bahut miss krisu papak 😢 aji hamar majt nai papa holeu miss kru😢 tq so much❤ mayur baa song🥰 bhut vl lagile aru ane lagese j papa ase j lght tq so much🙏😂❤

  • @AnkitaJaya123
    @AnkitaJaya123 8 месяцев назад +4

    খুবেই সুন্দৰ গান ।বুকু বিষাই গৈছে

  • @DasKumud-gm4qj
    @DasKumud-gm4qj 8 месяцев назад +3

    Khosa koi deuta loi mont pri gol miss u deuta... Gan to bor dhunia lgise😍😍😍

  • @UtpalHazarka
    @UtpalHazarka 8 месяцев назад +18

    2024ত কোনে কোনে খুনিচা লাইক কৰা😊

  • @AnusmitaBarman-je2pc
    @AnusmitaBarman-je2pc 9 месяцев назад +4

    Val lagil

  • @khanjanaduwarah6759
    @khanjanaduwarah6759 11 месяцев назад +17

    ছবিখনৰ চিত্ৰকাৰ আমাৰ ভাইতি.....শদিয়াৰ জান্টু

  • @Manashidazz
    @Manashidazz Год назад +6

    কান্দি পেলালো অ' কি যে আবেগ 😢😭

  • @labapegu4635
    @labapegu4635 8 месяцев назад +2

    খুৱ সূন্দৰ গান আজিহে ভালদৰে শুনিছো very nice singer

  • @kingmotor6424
    @kingmotor6424 8 месяцев назад +3

    Eman dhuniya huni bor val lagil😊😊😊

  • @statusguru2146
    @statusguru2146 8 месяцев назад +2

    সুন্দৰ এক অৰ্থপূৰ্ণ দুখ লগা গান💐🥹👍

  • @pitaiborgohain3203
    @pitaiborgohain3203 8 месяцев назад +3

    বহু...........ত.... ধুনীয়া ধুনীয়া হৈছে

  • @জয়মহাকাল-শ৯ভ

    গানটো শুনি সদায়ে এসোঁতা কান্দোঁ যেন মোৰ বিয়াহে ...বিয়া বুলি ক’লে কান্দিব লগাকৈ সৰু হৈ থকা নাই বাৰু ৷ আনৰ হিচাপত বিয়াৰ বয়স উকলিবৰে হ’ল ৷ তথাপিও কিয় জানো বিয়াৰ কথা ওলালে বা বিয়ানাম শুনিলেই কান্দোন ওলাই ভয়তে নে দুখতে নাজানো ৷

  • @satyajitsvlogs1435
    @satyajitsvlogs1435 17 дней назад +4

    শুনি থাকিলে পুৰুষ যদিও বুকুখন বিষাই যায়😢

  • @biswajyotibora6477
    @biswajyotibora6477 10 месяцев назад +2

    Bhonti biya t bidai diya homoi t pai thoisu,kiman kostokor ,sukupani rokhabo nuwari...😢😢 Hundar gan❤

  • @subhasbora
    @subhasbora 2 года назад +5

    SUPERB Mayurpankhi ! God bless you dear Sister ! Deutar Upoja dinot best gift ! our best wishes to all of you ! regards to Manjyotshna Ba

  • @priyakhibaruah667
    @priyakhibaruah667 10 месяцев назад +2

    গীতটি আগতে শুনা শুনা লাগিছে যদিও এই সংস্কৰণটো হৃদয়ত চুই গৈছে। খুব সুন্দৰ 👏❤️

  • @hemkantaborah2503
    @hemkantaborah2503 Год назад +51

    Nijor maa deutar homan kuneu morom dibo nuware😢

  • @ritukonwar9587
    @ritukonwar9587 8 месяцев назад +3

    বুকুৰ পিততে তুমি অমৰ হোৱা ❤😢 বহুত ভাল লাগিল শুনি।।।

  • @jyotimix9912
    @jyotimix9912 8 месяцев назад +9

    মই বাপেক, ছোৱালী জনীও সৰু অকনমানি, তাই শুই থাকোঁতে চাই চাই গানটো হেডফোন ত মনে মনে শুনি থাকো, কি কি যে ভাৱ আহে😓😓😓😓

    • @Rumigogoi7890
      @Rumigogoi7890 7 месяцев назад

      মোৰো একেই😥😥😥

  • @digantachangmai2286
    @digantachangmai2286 9 месяцев назад +4

    বহূত ভাল লাগিল।

  • @anjumanisarma4793
    @anjumanisarma4793 8 месяцев назад +6

    মন চুই গৈছে সচাকে বুকু বিষাই যায়

  • @manabendradasmusical2631
    @manabendradasmusical2631 11 месяцев назад +2

    অন্তৰ চুই গৈছে❤❤আবেগিক হৈ গৈছো😊সচাকৈয়ে

  • @deepshikhasaikiagogoi3571
    @deepshikhasaikiagogoi3571 Год назад +5

    চকু পানী ধৰি ৰাখিব নোৱাৰিলো দেউতালৈ মনত পৰি গ'ল, 😢❤

  • @bidyutbordoloi2000
    @bidyutbordoloi2000 11 месяцев назад +2

    বৰ ধুনীয়াকৈ গাইছে আপুনি গানটো! কথা-সুৰো অতি সুন্দৰ হৈছে❤❤❤

  • @sowravchangmai7657
    @sowravchangmai7657 9 месяцев назад +11

    Moi lora hoiu gaan2 huni bahut sokupani ulai jai.bahut mon kumol kori diye gaantue..hosa dai ghr ari juwa suwalibur ghrkhonor dukh

  • @boikunthabori1519
    @boikunthabori1519 5 месяцев назад +6

    ছোৱালী জীৱনটো ন বহুত এটা কঠিন ত্যাগ

  • @himashreegoswami707
    @himashreegoswami707 Год назад +3

    Masterpiece ❤️. Emotion of a girl is well explained ❤️

  • @tarunidevi2733
    @tarunidevi2733 Год назад +1

    Gaan tu xunile mur deuta le mohot pore karon gute gaan tu kotha khini mur logot mili goise. extraordinary show of brilliant musical ability 💜

  • @kartikdas4926
    @kartikdas4926 6 месяцев назад +3

    ভাল লাগিল গান টো 😊❤🎉🎉🎉

  • @PranabKutum-gk5rw
    @PranabKutum-gk5rw 6 месяцев назад +3

    Bohut val song❤

  • @banditasaikia3093
    @banditasaikia3093 Год назад +3

    পিতাই 🥺❤🌍

  • @goutamgourangoofficial2505
    @goutamgourangoofficial2505 8 месяцев назад +2

    Bohut besi dhuniya hoise ❤

  • @BumanPhukan
    @BumanPhukan 11 месяцев назад +6

    দেউতা নাই যে যিমানেই শুনো সিমানেই চকুলো নিগৰে😢😢😢😢😢😢😢

  • @RatulGogoi-n8k
    @RatulGogoi-n8k 10 месяцев назад +2

    So emotional and heart touching.Great job by all artists.

  • @anamikaneog2564
    @anamikaneog2564 11 месяцев назад +8

    বুকুৰ কোনোবাখিনিত খুন্দিয়াই থৈ যায় গানটোৰ প্ৰতিটো শব্দই 🥺হয়তো মোৰ লগতে প্ৰতিজনী বিবাহিত নাৰীৰে দুফালে দুধাৰি চকুলো নিগৰিছে গানটো শুনি😢

  • @TandraRay-sr2ky
    @TandraRay-sr2ky 8 месяцев назад +2

    Dhuniya song....bohut bhal lagise song tu..

  • @Ankitadeka-j7s
    @Ankitadeka-j7s 8 месяцев назад +4

    দেউতা❤❤❤❤

  • @JoyshreeSaikia-uw6ys
    @JoyshreeSaikia-uw6ys Год назад +2

    Sokupani ulai gol😢😢 deuta❤
    Swalir jibon 🥹🥹

  • @antarakalita
    @antarakalita 15 дней назад +3

    এনেকুৱা এটা গান যিটো গান কেৱল খেইখিনি মানু্হ এ বুজি পাব যিখিনি ৩খাজ নহয় এখাজৰ বাবে কাম কৰি কিবাকে চলি নিজৰ সন্তান টিক লৈ ভাবে এদিন ভাল দিন আহিব ।

  • @hemantakonwarhk8120
    @hemantakonwarhk8120 11 месяцев назад +4

    গান টো শুনি বুকু খন বিষাই গল,,,,,,,, বাইদেউ লৈ মনত পৰি গল 🥹🥹🥹

  • @dipanjalidutta9535
    @dipanjalidutta9535 Год назад +4

    অৰ্থপূৰ্ণ গান ❤❤❤❤

  • @paponssong1535
    @paponssong1535 11 месяцев назад +3

    সঁচাকৈ মন ছুই গৈছে।চকুত পানী আহি গল।মইও এজন দেউতা।নাজানো কি হব😢😢

  • @nanditabarman6334
    @nanditabarman6334 Год назад +5

    বুকুখনত এটা অবুজ বিষ উঠে গানটো শুনিলে 😢 দেউতা-মাৰ মুখখন চকু আগত ভাহি আহে, চকু গম নোপোৱাকৈ সেমেকি উঠে 🙂 চাকৰিসূত্ৰে এতিয়াও ঘৰৰ পৰা আঁতৰত কিন্তু বিয়া হৈ আন এখন ঘৰত যোৱা কথাচোন ভাবিবই নোৱাৰোঁ 😢

  • @namasteindia9168
    @namasteindia9168 Год назад +2

    Prothom reels saote xunilu bhute besi val lagile xuni thank you for this beautiful song ❤️💕

  • @ParichitaDevi
    @ParichitaDevi 5 месяцев назад +4

    Ajihe hunisu gaan tu
    Eman bhal lagise
    Bia hua 8 yrs hol.. still can feel the song ❤❤

  • @KalpajyotiKonwar-j1t
    @KalpajyotiKonwar-j1t 11 месяцев назад +2

    অন্তৰ চুই যোৱা গীত,, ❤❤ চকুলো বৈ গল

  • @ritusmitadeka757
    @ritusmitadeka757 Год назад +3

    নিজৰ বিয়াৰ দিনটোলৈ মনত পেলাই দিলা।❤❤❤ গানটোৰ প্ৰথম লাইন কেইটা উফ। চকুপানী 😢😢😢।