Kio bare bare abegik hoi jao eitu gaan xunile. Jimn bar e xuno soku pani ulai. Kib eta beleg bujabo nuara abeg. Eman xohoj nhoi enekua eta geet sristi kra tu. Bohut kostor murot he hoi. Bhut bhut dhonyobad Tarun da aru sunit da.
Bro aibilakok koi lav ni ... Janai dekhun kukuror nej kuno din sedha nohoi ... Xosai koisu zubeen dar pisot moi tarun tanmoy dar anuragi hoi poriso .. emn dhuniya voice2 .. ke kom ... Tarun tanmoy da lv u 💕 forever
Proud to have you as one of my best friends... Sunit kaair likhar uporot aru ki comment korim.. Hats off to him... Gaantu kori thakutei moi pagol hoi goisilu xuni...
সচাকৈ বহুত বহুত ভাল লাগিছে গানটো । হৃদয় চুই গৈছে । মাক কিমান ভাল পাওঁ কোনো বস্তুৰেই তুলনা কৰিব নোৱাৰি । ধন্যবাদ তৰুণ দা ইমান সুন্দৰ গান এটি আমাক উপহাৰ দিয়াৰ বাবে ।
Very nice
I love you ❤❤❤❤❤❤❤maa
গানটোৰ কথাই অন্তৰ চুই গৈছে।সুৰটোতো আৰু এনেও নিভাঁজ।সঁচা অৰ্থত এটা স্বয়ংপূৰ্ণ গান উপহাৰ দিছে শ্ৰোতাক।
ক্ষমা কৰিব গানটোৰ মাধুৰ্য প্ৰকাশ কৰিবলৈ শব্দৰ অভাৱ হৈছে আৰু।যিমানে ভাল অলংকাৰেৰে গানটো অলংকৃত নকৰোঁ লাগিলে কম হ'ব দেই।
ধন্যবাদ এনে এটি গান উপহাৰ দিয়া বাবে।
উহ!কিযে মিঠাসুৰীয়া গীতটিৰ সুৰ ৷ মাঁক লৈয়ে গোৱা গীতটি শুনি সচাঁকৈ মনটিত সেমেকি গ'ল ৷ইমান শুৱলা গীতৰ সুৰৰ বাবে গীতিকাৰ, সুৰকাৰলৈ ধন্যবাদ জনালোঁ ৷
Maa bht vl paw 2mk
Tarun daa
Apuni sdai aneke jiliki thkok 💝
Lyrics 🔥🔥🔥
Hridoy khn t jn kiba ata lagi goise 😣
হৃদয় স্পৰ্শী এটি গীত, বাস্তৱ জীৱনত ঘটি থকা কিছুমান কাহিনী প্ৰকাশ পাইছে, বৰ ভাল লাগিল গীতটি শুনি,love you maaa❤
Tarun tanmoy lover like plz 👍
হাঁহি দে মা হাঁহি দে না ,টোৰে এটি হাহিতে, পাও হেজাৰ হাতীৰ বল।।।।😍bhut besi vl lga ga2..
অতি সুন্দৰ 😍
Love u" মা" মাৰ কাৰনে like এটা কৰি দিয়া ❤❤❤
🙆🙆💕🍰
Love you ma
mja
😍😍😍😍😍😍💕💕
Love you Maa
হৃদয়স্পৰ্শী কথা আৰু শব্দবোৰ , সুৱলা সুৰ ,বৰ সুন্দৰ লাগিল ,আজিকালি প্ৰায় নোহোৱা হৈছে এনেকুৱা গান শুনিবলৈ ,
Kio bare bare abegik hoi jao eitu gaan xunile. Jimn bar e xuno soku pani ulai. Kib eta beleg bujabo nuara abeg. Eman xohoj nhoi enekua eta geet sristi kra tu. Bohut kostor murot he hoi. Bhut bhut dhonyobad Tarun da aru sunit da.
মা নোহোৱা অনুভৱ ভালদৰে হৈছে আজি
মা এৰি থৈ যোৱা আজি 20 দিন মান হল যতেই আছে ভালদৰে থাকে তাকে ভগৱান ভালদৰে ৰাখক
পৃথিৱীৰ প্ৰতিগৰাকী "মা"লৈ সশ্ৰদ্ধ প্ৰণিপাত...
Hii
Love u ma
I love you Maa ❤️❤️❤️
I love you❤
I Love you MAA ❤❤❤❤❤❤❤❤❤❤
ইমান ভাল লাগিল শুনি 😍😍😍👌কি যে ধুনীয়া কণ্ঠ.... দিনটোত অতি কমেও তিনি /চাৰি বাৰ এইটো গান মই শুনো 😍😍মা কাৰণে এটা লাইক, এটা কমেন্ট 🙏
Maa sai aru kono nai maa bhagoban
Love you maa
😍😍😍😍😍
Yes
Ma love u
ইমান ধুনীয়া গীতৰ কথা-সুৰ পৰিচালনা লগতে কণ্ঠত লাইক কমেন্ত নাই কি আচৰিত।পাৱত গজা কিছুমান সস্তীয়া জনপ্ৰিয়তা অৰ্জন কৰা কিছুমানৰ গীতত লাইক কমেন্ত কিয়।অসমৰ কেঁচা মাটিৰ গান গোৱা শিল্পী সকলক আগোৱাই নিব বুলি অসমৰ ৰাইজলৈ এটি অনুৰোধ জনালোঁ ধন্যবাদ।
সুন্দৰ গান তন্ময় দা।
Lovely song
Bohut bhal lagise gittu torun
Bhal lagil
Really dada
বহুত ধুনীয়া গান আমাৰ ২ বছৰীয়া ছোৱালীয়ে সদায় শুনি শুনি টোপনি যায় ❤️ হৃদয় চুই যোৱা গান 👍👌👌👌👌
মা তোমাৰ অবিহনে সকলো আধৰুৱা 💞💞❤❤
ৱাঃ। মালৈ এইটো এটা সুন্দৰ উপহাৰ 💓। মন প্ৰাণ কাঢ়ি নিয়া গান 😍😍😍 ধন্যবাদ গানটোৰ বাবে।
Love u maa 💝
Nice song
এই গানটো lyrics খিনি ১-2 বছৰ আগৰ পৰাই জানো। যেতিয়া গানটো গুনগুনাইছিলো নজনাকে চকু পানী ওলাই আহিছিল। গানটোৰ lyrics জনাৰ পাছত কিমান মাহ ৰখিলো ঠিক নাই চাগে। শেষত নতুন বছৰত পালোগৈ। ধন্যবাদ তৰুন দা।
অপূৰ্ব ব্যক্তিৰ অপূৰ্ব সৃষ্টি ......প্ৰকাশ কৰিবলৈ হয়তো শব্দৰ অভাৱ হব 👌👌👌
Moja 👍👌👌
গীতটো যদি অলপ গভীৰ ভাবে অনুভৱ কৰা হয় তেন্তে চকুৰ পানী উলাই আহে। ধন্যবাদ শোণিতদা আৰু তৰুণ মাউত ককাইদেউ এই গীতটো চিৰযুগমীয়া হৈ ৰব
পৃথিৱীৰ protyg গৰাকী মা লৈ অলেখ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ🙏lv you maa❤️
909⁰⁹000p000⁹⁹900⁰
9990
999
এনেধৰনৰ গানবোৰেহে মনত নেদেখা এনাজৰী এডাল গাঠি দিয়ে ,,, ,,,,, তন্ময় দা আপোনাক অশেষ ধন্যবাদ ........!
গান টো শুনি অন্তৰ চুই গল ।
দুচুকু সেমেকি উঠিল।
ঠিক.......
এই গানটো শুনিলে বৰ সাহস পাওঁ।কাৰণ মায়ে মোক বহু কষ্ট কৰি ডাঙৰ দীঘল কৰিলে।এটা চৰকাৰী চাকৰি পোৱালৈ সক্ষম কৰি তুলিলে।
হৃদয় স্পৰ্শী।কথা, সুৰ ,কণ্ঠৰ tribeni সংগম।বৰ্তমান সমাজত এনে মূল্যবোধৰ গীতৰ প্ৰয়োজন।সকলোলৈকে ধন্যবাদ আৰু শুভকামনা যাচিলোঁ।
Tarun tanmoy দাৰ এই মহান কণ্ঠ সচাকৈ অতুলনীয়, লগতে Sunit gogoi দাক এনেকু্ৱা মহান সৃষ্টির বাবে বহুত বহুত ধন্যবাদ জনালো ।।
MAA🙏🙏🙏
January job jjjjjjjhhhhhhhhj
Hhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhh
Hhhjhhhhhhhhhh
@@itzrock5500 so no 0p
P
Maa karona ata like kora❤️👈👇
অতি সুন্দৰ হৈছে।
মা তুমি মোৰ মাথোঁ মোৰ
Maa❤❤❤❤❤
Oh Maa I luv dis songs
সঁছাকৈয়ে মা দেউতাৰ দৰে কোনেও মৰম দিব নোৱাৰে।
Like এটা মাৰি নিজা পৰিচয় দি যাৱক মাৰ বাবে মৰমত dislike কৰি কিয় হৃদয়হীন পৰিচয় দিছে🥰👌 যদি তৰুণ তন্ময় দাদা আপোনাৰো favorite singer তেনে এটা like🥰
Love u ma 😚
I love you maa
I love you ma ❤
Love you maa...
সকলো মাতৃ লৈ বহুত বহুত শ্ৰদ্ধা আৰু মৰম জাচিলো ♥️
❤❤❤❤
জন্মদাতা মাৰ বাবে এটা 👍👍👍 লাইক দিয়া। আজি মাৰ বাবে এই সুন্দৰ পৃথিৱীখন দেখিবলৈ পাইছো। আইৰ সমান হ'ব কোন নৈৰ সমান বোবো কোন । Love you Ma 💞💞💞
অতি সুন্দৰ! সুমধুৰ কনঠ আৰু ধুনীয়া গীতৰ কথাৰে হৃদয়স্পৰ্শী এই গীতটো শুনি খুব ভাল লাগিল। আন্তৰিক অভিনন্দন যাচিলো।🙏🙏🙏
জন্মদিন ৰ অলেখ শুভকামনা থাকিল, তৰুণ তন্ময় দা
আই সমান কোনো হব নোৱাৰে যিয়ে বিনা শ্বাথত মায়ে মৰম কৰে যিমান যি ভুল কৰিলেও পলকতে ক্ষমা কৰি দিয়ে , মা তোক বহুত ভাল পাওঁ অ ।
I love you maa
Hoitu kothare bujabo nuwaru.❤️❤️❤️
সচাকে দেই মাৰ অবিহনে সকলো আধৰুৱা 😢😢😢 মায়ে আমাক এৰি যোৱা ছবছৰ হল 😢😢
Miss you maa 😭😭
তৰুণ তন্ময় দা আপোনি গুৱা গীতটোৰ কথাই বিলাকে হৃদয় মন চুই গৈছে, এখন দুখীয়া ঘৰৰ পৰিয়াল এটা জীয়া কাহিনী ,বহুত ভাল লাগিছে গীতটো দাদা , মোৰ মা লগতে সকলো মা সুস্থ হৈ থাকক ,
মা....... আজি বিশ্ব মাতৃ দিৱস!!!!!
তোমাৰ চৰণতেই মোৰ পৃথিৱী 💟💟💟💟💟
অন্তৰ্স্পশী গান৷ মাৰি দে মাৰি দেনা লাইক এটা৷ জয় তৰুণ আৰু শোণিত দা
Awesome lyrics sonit da...awesome singing tarun tanmoy da...hriday sui gl..
" আকৌ এবাৰ আজি গীতটি শুনিলো ককাই ❤ বহুত বেছি ভাল পাও এই গীতটি ❤ ভালে থাকক পৃথিবীৰ সকলো " মা" Love you maa ❤❤❤
মা নামৰ আকাশ খন বহুত বিশাল I love you maa 😘😍
তৰুণ তন্ময় দাৰ (মইনা চৰাই কইনা হব )গানটো মোৰ সকলোতকৈ প্রিয় গান। আৰু আজি (হাহি দে মা) গানটো শুনি অত্মৰ চুই গ'ল। বহুত ভাল হৈছে গানটো। 🙏🙏🙏
ইমান সুন্দৰ কণ্ঠ লগতে আমাৰ মৰমৰ মা ক লৈ গানটো গাইছে, কোন সেইকিটা যিয়ে Dislike দিছে। সিহঁতৰ হিদয় নাই চাগে
সচাঁ কৈ মাৰ সমান হব কোন ।
thik koise aapuni.....
মা তুমি অনন্যা ❤️❤️
অতি সুন্দৰ 💛
Maa a abhiman krile ai gaan2 xunai dio..love you maa.❤️❤️❤️❤️❤️❤️..emn val lage gaan2 xuni...❤️❤️❤️❤️❤️❤️❤️
জীৱনত প্ৰথম গান শুনি কান্দিলো, বহুত মনত পৰিছে মা লৈ....
Ki bule kom eman dhunia gan. Ma karone like ata mare dia
ইমান সুন্দৰ গীত আৰু like দিব'লৈ মাত্ৰ কেইটামান
সচাই বহুত ধুনীয়া গীত অ ভাল লাগিল শুনি মা সমান কোনো হ'ব নোৱাৰে । I really miss you Maa
𝕀 𝕝𝕠𝕧𝕖 𝕪𝕠𝕦 𝕞𝕒𝕒❤❤❤❤
Maa❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤🫶🫶🫶🫶🫶🫶🫶🫶🫶🫶🫶🫶🫶🫶🫶🫶🫶🫶🫶🫶🫶🫶🫶🫶🫶👍👍👍👍👍👍👍👎👎👎👎👍👍👍👎👍
দিনত এবাৰ হলেও শুনো। মনত বহুত সাহস পাওঁ।
Sam2u
এইটো গানত যিকেইজনে deslike কৰিছে , সেইকেইজন মৰি যোৱাই ভাল হ'ব অহা নতুন বছৰত । কি কম তহঁতক ভাষা নাই , কোনোবা অভদ্র , চৰিত্রহীনা নাৰীৰে সন্তান হবি তহঁত , কেলা
ইহতবোৰৰ দৰে এচামেইতো নিজৰ মাক-দেউতাকক বৃদ্ধাশ্রমত থয় , নৰাধম সোপা
Right
Bro aibilakok koi lav ni ... Janai dekhun kukuror nej kuno din sedha nohoi ... Xosai koisu zubeen dar pisot moi tarun tanmoy dar anuragi hoi poriso .. emn dhuniya voice2 .. ke kom ... Tarun tanmoy da lv u 💕 forever
Right
thikei
Xosa koisa bro
সকলোকে মাতৃ দিৱস আন্তৰিক শুভেচ্চা জনালোঁ😊😍আইৰ সমান হব কোন☺️
নৈৰ সমান ব'ব কোন,,আইৰ সমান হ'ব কোন...
গীতটি শুনি এক অজান শোকে খুন্দা মাৰি ধৰিলে 😭❤
Nice song ❤❤❤
বহুত বহুত ভাল হৈছে...।। কি কম আৰু কবলৈ একো ভাষা নাই.❤️💖
💖❤️igi
বহুত ভাল লাগিল তৰুণ দা......কৱলৈ ভাষা নাই😘😘😘
সচাকৈ তৰুণ তন্ময় দাৰ গীতবোৰে অন্তৰ স্পৰ্শ কৰি যায়। dislike মৰা সকল নিশ্চয় সেই মহান মহান সন্মানীয় লোকসকল যিয়ে নিজৰ পিতৃ-মাতৃক বৃদ্ধাশ্ৰমত থয়।
Bahut hondar lage Honi gaan tekhetar Hahide maa Ufff kiman j hono oo Honi Honi kandio dio 😰😰😰😰
হয় অ। এনেকুৱা মানুহবোৰৰ বাবে মা দেউতাৰ কোনো সন্মান নাই। তেওঁলোকে মাথো টকাৰে সুখ কিনিব বিচাৰে।
@@jubiphukan3862 এইবিলাক মানুহৰ বাবেই আজি সৃষ্টি হৈছে বৃদ্ধাশ্ৰম, নিজৰ পুত্ৰ-কন্যা থাকোতে জানো ইয়াৰ কিবা প্ৰয়োজন ? নাই নাই মানুহবিলাকৰ নিজৰ মা-দেউতাৰ বাবে অলপ সময় নাই,যাৰ বাবেই আজি তেওঁলোকে এই পৃথিৱীত মানুহৰূপে আহিব পাৰিছে।
।।।ধিক্কাৰ ।।।।
Hosai ontor sui goise
@@jitudeka8648 thike koisa
😭😭😭😭
ভাষাৰে বুজাব নোৱাৰি।
ইমান ভাল লাগিলে ।
❤❤❤❤maaaaa
বঢ়িয়া হৈছে ।সচাঁকৈ গান টো বহু অৰ্থ পূৰ্ণ ।🙏🙏🙏🙏👏👏
বহুত বহুত......ভাল লাগিল।
Uff ki km ru mon sui gl o maa 😍😍 মা মোৰ বাবে second God 😍
এটাই শব্দ
........ মা........
❤️🙏
Bohut morom loga gan👌👌👌❤❤❤❤❤❤
কি কম গানটো শুনা পিছত কবলৈ ভাষা নাই।
মা মোৰ কলিজা আৰু দেউতা মোৰ জীৱন ।
Same
I like this song 😍 khosai bohut Val lagil git Tu huni
Proud to have you as one of my best friends... Sunit kaair likhar uporot aru ki comment korim.. Hats off to him... Gaantu kori thakutei moi pagol hoi goisilu xuni...
বহ্নত বাৰ শুনিলো তথাপিও মন ভৰা নাই ,,,lave you maa 💓💓💓 mies you maa😭😭😭
Love you ma❤❤মা তোমাৰ অবিহনে সকলো আধৰুৱা ❤❤
বহুত সুন্দৰ একে বাৰে হিয়া ভৰি যোৱা গানঃঃঃ
প্ৰথম কলিটোতে চকু পানী বৈ গ'ল তৰুণ তন্ময় দা, সুন্দৰ ❣️
তন্ময় দা আপোনাৰ চিৰসেউজ গীতবোৰ আগৰ পৰাই শুনি আহিছো আকৌ এবাৰ আপোনাৰ দৰদী কণ্ঠত "মাৰ" বাবে এটি সুন্দৰ গীত শুনিবলৈ পালো ধন্যবাদ। মা লাভ য়ু ।
সুন্দৰ গীত ৷ আবেগিক হৈ যাও
😭😭🥺 Maa muk kio ari gola tumaloi bohut monut porisa I Love You Too Maa🤱🤱
Aaaiii gan to adin moi gutee RUclips bisare napalu aji Pai golu🥰🥰🥰 moi aaiii gan to bohut val pau ... June gaise bohut bohut bohut val gaise
তৰুণ, তোমাৰ কণ্ঠৰে পুনৰবাৰ এনেকুৱা মিঠা এটি গীত আমাক উপহাৰ দিয়া বাবে বহুত বহুত ধন্যবাদ। তোমাৰ কণ্ঠত প্ৰাণ পোৱা এই গীত টোৱে আমাৰো প্ৰাণ টানি ধৰিছে।
বৰ ভাল লাগিল । ইমান সুন্দৰ গীত ... হৃদয় চুই গ'ল💐💐
খুউব সুন্দৰ হৈছে। সুন্দৰ কণ্ঠ আৰু কথাৰে সমৃদ্ধ। ভাল লাগিল।
Mozza
Hosakoi hridoy sui gol gaantuye...Hunit dada aru Tarun dada dhonyobad..Val k mon dile dusokuye sokulu boi jabo huni sauk....❤️
অতি সুন্দৰ লাগিছে অ' গান 2... Love ❤u maaa
Who will ok dog ha❤️tsjyowgi htigo,🥺udjg
Omg emn dhuniya xur, dhuniya lagise 😘😘😘😘😘😘😘
Nice song, Tarun Tonmoy always best
Moja❤❤
Love you mom 😍😍
মন প্ৰাণ সৰি নিলে, কথা - সুৰ সকলো সুন্দৰ।
Bohu dinor pora ai gantu bisari asilu .so aji pai golu .nice song torun da
Plz don't dislike this song, Eman dhuniya Gan...xosai ki kom aru... Hearttouching..
গানটো বহুত ভাল পাওঁ ,নাজানো কিবা এটা হিদয় চুই যায়। মা বুলি কলে পৃথিৱী ❤ তৰুণ দাদা লৈ অলেখ মৰম যাছিলোঁ ❤❤❤❤❤❤❤❤❤
I love ma and papa 😢😢😢😢😢😢❤❤❤❤❤❤
Tarun dak kune kune val pai ata Like Love you
কিবা এটা মন তোক বুজাব পাৰা নাই।। ৰাতি পোৱাৰ পৰা ককাইদেউ ৬ বাৰ শুনিলো।। এতিয়া মা কোছত সোমাই শুনিম ।।
Maa❤❤❤❤ just feel peaceful..... N lyrics are good👍👍👍
Eman dunia gaise hosake maa obihonay hokolu misa. ❤maa karonay like ata kori dibo🌎🌎♥️♥️
Maaa...... কাৰনে লাইক....এটা কৰি দিয়া....💕💕💕💕❤❤❤❤❤❤❤👌👌👌👌👍👍👍👍👍
কান্দি পেলালো,,
Hosakoi dei moro suku pani oali gol😢
@@parismitadoloi9784 umm
Kandi dilu. Ma
moja ra ......moja ra......❤️❤️❤️❤️❤️❤️💞💞💞💞💓💓💓💓💓
ভাল লাগিল শুনি। সুন্দৰ হৈছে
Hahi de ma hahi de na git tu hosai koi bohut val lagesi kenekua git huniboloi bat sai rom ❤❤❤❤😭😭😭😭😭😭.I love you maaa ♥️♥️♥️♥️♥️💋
Gantu huni bht val lagil... I love song..😘😘😘