Ardhangini Title Song - Subasana Dutta Ft. Prastuti Porasor (Abahan Theatre 2023-24)
HTML-код
- Опубликовано: 7 июл 2023
- Abahan Theatre presents
Ajoy Phukan Musical
Prastuti Porasor as Ardhangini
Lyrics: Abhijit Bhattacharya
Music Composer:Ajoy Phukan
Singer : Subasana Dutta
Music Producer: Tarun Tonmoi
Baking vocal : Rohit Sonar Tarun Tanmoy
Guitar: Mon
Flute: Anjan Medhi
Video Credits
Starring: Prastuti Porasor,Sanjib Sarma,Jaffy Bakshi
Director : Chittaranjan Parasar And Uday Shankar
Asst. Director: Kaku
Cinematographer : Bipul Das
Make Up: Arup Das
Costume: Rani Dutta Baruah
Editor : Simanta Kalita
DI: Shyamal Das
Production controller : Balen And Raju
Management : Anjali Hatibaruah And Utpal Bezbaruah
Transport: Habijur Rahman and Motiyar Rahman
Special Thanks to Manash Das
#ardhangini #Prastuti_Porasor Видеоклипы
সুবাসনা বা আৰু নিলাক্ষী নেওঁগ- উফ কণ্ঠ। বহুত কণ্ঠশিল্পীতকৈ উৰ্দ্ধত এওঁলোক।
আবাহনৰ মঞ্চত যি নাটক মঞ্চস্থ কৰা হয় প্ৰতিখন নাটকে যে সমাজলৈ কিবা নহয় কিবা এটা বাৰ্তা আনে❤️❤️
"অৰ্ধাঙ্গিনী"🔥,,বহুত আহিব বহুত যাব,কিন্তু স্থান কোনেও ল'ব নোৱাৰিব Prastuti ba ❤️
1
Hoy
হৃদয় স্পৰ্শ কৰি যোৱা এটি গীত। আৱাহন থিয়েটাৰ ৰ সকলো কলা কৌশলী লৈ আন্তৰিক অভিনন্দন জনালোঁ।
কবলো ভাষা নাই । মন ভৰি গল হত বাৰ প্ৰনাম🙏🙏🙏🙏🙏🙏🙏আপোনালোকৰ পৰিয়াললৈ ।নোদেখা জনলৈ মংগল কামনাৰ দুইহাত আগ বহালো মই
হৃদয় স্পৰ্শ কৰি যোৱা এটি গান। গীতৰ কথা বৰ ধুনীয়া ❤। সুবাসনা বাৰ কণ্ঠ ❤❤❤
মা💞🙏❤❤❤❤❤❤❤❤❤❤
এটি শব্দ নহয় "মা" হৈছে এক বুজাৱ নোৱাৰা শিহৰণ ! প্ৰতিটো সুখ দুখত ক্ষণত আমাক মৰম দিৱ পৰা
সেইজনেই "মা"🥰 I love my family ❤❤❤❤
হৃদয় চুই গৈছে ❤
Prastuti Baa always awesome 👍
হৃদয় স্পৰ্শ কৰি তোলা গীত।গাৰো নোম শিয়ৰী উঠে।❤সুবিধা বাৰ গান বহুত ভাল লাগে।
Subashana baa's voice❤️❤️
জীবন ৰ লগত কিছু কৰাত যেন মিল হিয়া খন পাথৰ কৰিজীয়াই
থকাৰ অধিকাৰ
সুন্দৰ অভি নয়
হিয়া ভৰা মৰম যাচিলো
সদায়ে আমাৰ গৌৰৱ ❤
Speechless, wordless...just amazing 😍 subasana baa, prastuti baa🔥
Prastuti baa always awesome❤❤❤
Correct 💯
হৃদয় স্পর্শ কৰি যোৱা গীত বহুত ভাল লাগিল
গীত টোত থকা গোটেই খিনি কথা বা অভিনয় একবাৰ হৃদয়ত খুমাই লৈ উপভোগ কৰিব। অলপ হলেও চকুপানী নিগৰিব।।মোৰ চকু পানী ৰখাব পৰা নাই।ভগবান কসম😭😭😭।।সুন্দৰ লাগিছে।।
@subasana dutta voice is the best for this type of lyrics.
সুবাচনা বাৰ প্ৰতি টো কণ্ঠই ভাল লাগে।
বৰ্তমান সময়ৰ এক শ্ৰেষ্ঠ আদৰ্শ মূলক গীত বহুত ভাল লাগিল।
Wow❤ হৃদয় চুই গʼল😢
উফ🥺....... ক'বলে ভাষা নাই ultimate 😍😍😍
Bohut dhuniya lagise❤❤❤হৃদয় চুই গল😢😢
এই নাটকখন চায় ইমান ভাল লাগিছে। আৰু এবাৰ চাৱ বহুত ইচ্ছা আছে। বহুত দুখ লাগিছে এই নাটকখন চায়।হৃদয় স্পৰ্শ কৰি যোৱা এখন নাটক😢😢
আৱাহন থিয়েটাৰ নাটক নিৰ্বাচন ৰ ক্ষেত্ৰত অনন্য অদ্বিতীয়। হদয়ত বুজাব নোৱাৰা এক শিহৰন। অহা 13চেপ্তম্বৰলৈ প্ৰস্তুতি বাৰ লগতে আৱাহন থিয়েটাৰৰ শিল্পী সকলৰ অভিনয় চাবলৈ আনন্দবজাৰত অপেক্ষাৰে বাত চাই ৰৈ থাকিলো।
উফ্ ! কান্দি দিলোঁ😢
সঁচাকৈ হৃদয় স্পৰ্শ কৰি যোৱা এটা গীত 😢
Eman dhuniya gaise moi Kandi disu selut subasona aru aguai jowa
হৃদয় ছোই জোৱা এটা গান
অকনমান দেখিএ জানিব পাৰিলো যে এই নাটক খনে মানুহক বহুত শিকাব।
হৃদয় স্পৰ্শ কৰা এটি গান, প্ৰায় ১ ঘণ্টা গানটো শুনিছো, অভিনয় কি সুন্দৰ, ৰজগড় ত চাব বাবে অতি আগ্ৰহেৰে ৰৈ আছো।
Subasana Baa love from my whole family ❤
বহুত ভাল লাগিছে 💞
কবলৈ ভাষা নাই..হৃদয় চুই গৈছে।
সকলোয়ে এবাৰ নাটক খন চাওক।। বর্তমান সময়ত চলি থকা পৰিস্থিতি ৰ ওপৰত নাটক খন।। সচাই বৰ সুন্দৰ হৈছে অভিনয় সকলোৰে।।
nice to the power infinity 💕💕💕💕💕.............
Subhasana dutta ba...wao voice 👌
খুবেই সুন্দৰ গীত,❤
Prastuti ba eman dhuniya aciting ❤❤❤❤
উফ! কি সুৰ, অভিনয়🥰
বহুত বেছি ভাল লাগিল❤ৰৈ আছো
🥺🥺❤️❤️ excellent
সুন্দৰ গীত ❤
ৰৈ ৰৈ অৱশেষত পালোঁ গীতটো❤❤
অভিনয় বোৰ বেছি ভাল লাগিল❤❤
ৰাতিপুৱাৰ পৰা ১০০বাৰ মান শুনিবলৈ ❤
Ki kom bar bikhoi subasana bar song bor buhot buhot a val laga mor love you baa❤❤
❤❤❤❤❤😊
Bohut bhal lagile sai 💓
Xosai Mon .pran sui gol o ganto xuni Uff ❤️
অতি সুন্দৰ হৈছে
Jinonor heh homoy loikr kebol husband wife etua hitur logot thke baki kunu nthke...gaan kiman bar hunilu hisab nai..bor dhunia gaan dei vashare bujabo nuari❤
বহূত দিনৰ মূৰত কিবা এটা ভাল লাগিল
Best song & today new generation...
Iman dhuniya avinoi ....bhut val lagil
ছুআলি বাবে মাক কেতিয়া নাপাহু🥰🥰🥰
Best act today's genaration
সঁচাই সুন্দৰ হৈছে
.hridoisporkhi.. Nice Concept.. Prostuti bar ovinoi aaru subakhona bar kontho.. Opurbo❤❤❤❤
Bohut Val lagil sokur Pani ulai goise bokut khunda Mari jowa kahani
Hridoi sekuri kandibo mon goise...subhasana baa ru prastuti baa ❤i love you
Gaan2 bohut val lagil .❤❤
..my favourite Subasana ba ...
জয় আবাহন থিয়েটাৰৰ,,,,,,,,,,
Moja Abhijit Ajoy Tarun Subasana
So heart touching ❤️❤️
Best dhuniya Natok akhon.. 'ARDHANGINI' bahut val lagil sai kine.
This is totally touched my heart ❤️❤️ maa dewtar pisot hodai husband e apun ai prithibi t baki bur sob misa😢
Amazing❤❤❤
Heart touching song ❤❤❤
One of the best singer. Sebasana
❤❤nice song
Great dialogues ❤️
I love prastuti ba ❤❤ bohut. Val pau
বৰ্তমানৰ বাস্তৱ কাহিনী বহুত ভাল হৈচে
হৃদয় চুই গল 😢😢😢😢😢
Beautiful song.. the play is one of the best of recent times. Just watched it yesterday.
অন্তৰ স্পৰ্শ কৰি যোৱা এটি গান।।❤❤❤
বহুত ভাল লাগিল গানটো ❤👏🙂
সুন্দৰ 🙏অভিনয়.. ভাষাৰে বুজাব নোৱাৰি.... 🥺🥺
বহুত সুন্দৰ অভিনয়, সুৰ
I like this song 😍😍😍❤
Heart touching.
সুন্দৰ গীত ।
❤❤❤❤❤ ভাষা নাই কি বুলি কম বহুত সুন্দৰ
Love from Baihata Chariali.❤
Heart touching song
হৃদয় চুই যোৱা নাটক অʼ......🥺
Ufffff❤❤❤
অতি সুন্দৰ গান আৰু কাহিনী অন্তৰ স্পৰ্শ কৰিব পাৰে
বহত ভাল লাগিছে ❤
Prastuti baideu acting mojjaa
Bhut dhunia ❤
Bohut hundor baa tumi maa hopun ki hukai disa ❤🎉.
10bar xunilu hy gan2emn vl lagese I love this song ❤❤❤❤
My favorite one.
গান তো শুনিলেই গা সিয়ৰি যায় অ❤️
অকল সুবাসনা বা নহয় দেই লগত নিলাক্ষী বা ও গাইছে গীত টো ❤️ ধাৰা সলনি কৰিব গীত টোৱে আশাবাদী 🌹
Nice postuti baa
Bar val lagil gantu ru abhinaya
Bhut a dhuniya ..waw 😮
So touching 😢😢😢