Hunarure Halodhiya Hanhi Theme Song By C. S. Shivaa
HTML-код
- Опубликовано: 5 янв 2019
- Singer: CS Shivaa
Lyrics/Tune/Music : CS Shivaa
Music Arrangement: Arup Dutta
(আবেগৰে ঢৌ মোৰ
খুলিলে মনৰ দুৱাৰ
হেপাঁহৰে সুৰ মোৰ
মেলে মন পখী হোৱাৰ)2
ফুল ফুলিছে কি?২
সুৰ বাজিছে কি?২
(সোণাৰুৰে হালধীয়া হাঁহি
সোণাৰুৰে হালধীয়া হাঁহি)2
আলসুৱা আলসুৱা
হালধীয়া মুকুতা
হালধীয়া হালধীয়া
মুকুতা আলসুৱা
সেউজীয়া বন সেউজীয়া
ফুলিছে ফুল ৰং হালধীয়া
উৰনীয়া মন উৰনীয়া
উৰিছে হৈ মৌ বনৰীয়া
মৰমতে লাগে মৰো মৰো
মনৰো কি ৰং মোহনীয়া
আলসুৱা আলসুৱা
মুকুতা হালধীয়া
সেউজীয়া বনতে হেৰাল দুচকু
হালধীয়া মৰমৰে লুকাভাকু
চুলে হিয়া ক’ৰে লাজুকী মলয়া
লাজত লুকাল
মেঘতে আকাশৰ নীলা
বৰষাই চুলে গোপনে মোৰো হিয়া
উদাসী মন হ’ল মতলীয়া
উন্মনা উন্মনা
মন মোৰ উন্মনা Видеоклипы
প্ৰথমে সকলোলৈ নমস্কাৰ🙏। আপোনালোকৰ প্ৰত্যেকটো কমেণ্টৰ Reply দিব পৰা নাই তাৰ বাবে ক্ষেমিব ।🙏 শ্রোতাসকল.. আপোনালোকক অশেষ ধন্যবাদ 🙏❤
দাদা আপোনাৰ সকলো গীত ইমান মধুৰ আকৌ উলিয়াব নতুন এলবাম
ককাই মন গলেই আপোনাৰ গানবোৰ বিচাৰি বিচাৰি শুনো
@@rahulnath5746😢😅
@@rahulnath5746q1q11❤A
😊😊😊😊😊😊😊😊😊😊
2024 kune khunisa like kori jaba ❤
19s kids here
❤
❤
❤❤
Moi moi 😂🙋
তেতিয়া চাগে ২০০৮ চন আছিল মোৰ বয়স আছিল ৬ বছৰ ।গাওত সেই সময়ত কাৰেং নাছিল ,। বেতাৰিত ভিচিডি লগাই চাইছিলো uff কি দিন আছিল সেইবোৰ উফ 😭
Antenna ghurai ghurai 😅
@@DK-fh1zn V
😞😞❤️🙏
Xosakoi 😢
আপুনি 6 বছৰ বয়সতে চাইছিল নে 😂
কত নো হেৰাল সোণালী দিনবোৰ বৰকৈ আমনি কৰে অতীতৰ স্মৃতিবোৰে যদি ঘূৰাই পালোঁ হয় পুনৰ হেই দিনবোৰ প্ৰতিটো গীত লগত এটা এটা স্মৃতি ৰৈ যায় গীত এক মাধ্যম স্মৃতি বোৰ জীয়াই ৰখাৰ।সোণাৰু ৰে হালধীয়া হাঁহি ,ভাল নালাগে জনা ufff ki যে গান
Really Yarr______
Hunile ane kiba ata feel Ahe 😓
Right...bohut beya lage monot prile
আমনি নালাগে শুনি শুনি আৰু লাগে আমাক এনেকুৱা গীত cs da সকলো গীত বহুত ভাল বুজাৱ নোৱাৰো । আগত আমাৰ কাষৰ ঘৰত লগাই মই মনে মনে শুনো তেতিয়া আমাৰ ঘৰত লাইন নাছিল ২০০৩ চনৰ কথা যেতিয়া নিজেই ল'লো লাইন তেতিয়াৰ পৰা সদাই শুনো ।গানটো কিবা পুৰনি কাহিনি বোৰ সোমাই আছে
Bohut mis korisuge. ... kiman bhal loga din asil hei homoi khini. ... ubhoti jabo khuju ei geet bur hunile
Miss you so much
গানটো শুনি থকা সময়ত এনে লাগে যেন গোটেই পৃথিৱীখনেই যেন সোণালী সোণাৰুৰে ভৰি আছে ------
Hmm hoi oo ❤️
Yeas
ৰাস্তাত সোণাৰু দেখিলেই এই গীতটো নজনাকৈয়েই গুণগুণাই ভাল লাগে…গীতৰ ভাষা সোণাৰুৰ দৰেই মুকুতাৰে পৰিপূৰ্ণ ।
আজিও মনত পৰে শৈশৱৰ দিনবোৰলৈ😌❤️
গীতটিৰ লগত শৈশৱ জড়িত হৈ আছে অ❤
আকৌ এবাৰ মনত পৰি যায় কথাবোৰ🌻🌻🌻🥀
বৰভাল লাগিছে সদায়ে শুনাই থাকিব ধন্যবাদ ।
শুনি শুনি আমনি নালাগে গানটো ।চিৰসেউজীয়া হৈ থাকক এই গানবোৰ ।🙏
আজি বহুত দিনৰ পিছত এই গান শুনি মনটো ভাল লাগিল । thanks
Shivaa dadar hokolu gaanei mur otikoi priyo. Tare vitorot aitu gaan otikoi vaal pau
Bor dhunia gan.aji kali enekua gan huniboi nepau
সোণাৰুৰ হালধীয়া হাঁহি❤ইমান সুন্দৰ কাব্যিকতা৷অসমীয়া সংগীতৰ গীতিকবিতা ❤
অতি সুন্দৰ অপূৰ্ব গীতৰ সুমধুৰ গুঞ্জন
ভাল লাগিল চাই ভিডিওত সংগীতৰ মূৰ্চনা
Shivaa daa বাবে এটা like
আজি আকৌ মনত পৰিল। ক্ষন্তেক অতীতত ডুবিলো।কি যে ভাল লাগিল।উফ !
গোটেই কেইটা গানেই ধুনীয়া লাগে । ❤
Geet tu hunile mur xoru kalor Kotha mont pore, because xoru thakute movie khon saisilu😙😘😘😘🤗😅
Literally yarr 😢
সম্ভাষণ জানিব এই ক্ষেত্রত এই গানটো শুনি মনত খুব ভাল লাগে কিন্তু শুনি শুনি মনত পৰিছে তাহানিৰকলেজৰ পঢ়িথকাদিনলৈ,,,,,,,,,
Emn vl paw apunr gun bur ..hunarur halodhiya hahir gun kaita all time favourite... Daily hunu bht br💞
বৰ ভাল লাগে ৷
এই এলবাম খনৰ সকলো গানেই মোৰ প্ৰিয়।শুনো মই কেতিয়াবা ❤️
Hosa deii❤
UFF ki dhunia Gan.... poti2 hobdoi jn hiyar mjt humai jaii... Oti hundor.... Earphone lgai huni aru vll lgbo long journey t..... 😍 😍 😍
Bhut Vl lgil gaan tu huni🥰🥰🥰
গানটি মোৰ বাবে সদায় প্ৰিয়
👌🥰🥰🥰🤩😍
@@ranjittamuli966 rcv be
Bhal loga ata git 👍❤️
Kiman j val asil hei dinbur . VCD sai sai par kora dinbur ❤️ atyau childhood friend keijni log hole ame purona axomia cinema sau ❤️🌈ki pau njnu but bujabo nuwara kiba hukh pau ❤️
এই গীতটো ৰলগতমোৰ শৈশৱৰ কথা জড়িত হৈ আছে আৰু তাহানিৰ সেই কলেজ ৰ পঢ়া দিন লৈ বৰকৈ মনত পৰে তাতে বহু কথাই আহি পৰে, সেয়ে কিনো কম বা থম, ইমানেই,,,,,
huni asu 2022 ot ❤ bohut bhal lage hunaru gosor tole tole ai gan tu amejei beleg😊
🙏😍 Thank you
Anekuwa theme r aru gaan lage...
Ai gaan tu khub val lage..soft song Arup Da music he paribo this kind of song making koribo......awesome
🙏🙏🙏✨
Bohut dhunia
কইনা চাবলৈ অহা দিন। বোৰ বেছিকৈ মনত পৰিছে আ বৰণ খুলি হৃদয় জুৰা য় এটা মাথো কামিজ তাৰো চিগো সিগো চিল আয়
Hundar evergreen song by my favorite singer ♥ ❤ 💕 😍 💗 💖
Ever green Assames song.....
আমি জানি কোনদিন এই শিল্পী গুলোর সাথে আমার দেখা হবেনা। তবুও তাদের জন্য সারা জীবনের জন্য ভালোবাসা রেখে গেলাম। কারণ এই গান টা শুনলে আমার যখন তখন ফিল চলে আসে।😊
Awesome.favorite song
Mur atiokoi cs Shiva sirr gan vl Lage
Hundar gan
কি যে দিন আছিল ,সোণালী শৈশব লৈ মনত পৰি যায় যায়,মই তেতিয়া H.s first year student।
❤❤
২০২৪ কোনে কোনে চাই আছা লাইক এটা মৰা, ছুটিং কেনেদৰে হৈছিল দেখাম
Great Song Hundor
বহুত ধুনীয়া গান শুনি থাকিবৰ মন যায় সোনাৰো ফুল বোৰ ফুলিলে বৰ ধুনীয়া লাগে
All time my favourite😍
Beautiful😍❤😍
What a song🥰🥰🥰
Falling in ❤Love
Fabulous.
😍❤️🙏সুন্দৰ
কেতিয়াও শুনি আমনি নালাগে আপোনাৰ গীতবোৰ
❤️
Agote xoru hoi thakute VCD saisilu dei ai khon movie ❤❤
বহুত ধুনীয়া গীতটি শুনি থাকিলেও হেপাহ নপলায় কবলৈ ভাষা নাই মোৰ অতিকৈ প্ৰিয় হৃদয় ছুই যায় ❤❤❤
আপোনাৰ কণ্ঠত সঁচাকৈ যাদু আছে দাদা 💓😍
সচা, সোনালী বৰণৰ সোনাৰু ফুল আৰু ইমানভাল লাগে এই গীতটো শুনি,,, সচাইফুলোফুলিছে ৰঙ হালধীয়া,,
🙏🙏🌸
Xoru Kalor Dinot Eibur Gaan Sadai Moi VCD T Logai Home theater Ot Full Sound Di Xunslu..Etya O Sadai Xunu Bht Ei Stage Or Super Hit Gaan Ase Jibur Amar Stage Or Khini a Kunudine Pahoribo Nuare
Verry nice mur favarit sang hodai xuni takileu amoni nalage bohut horu pora gan xuni ahisu val lage
All time favourite ♥️😘
বহুত সুন্দৰ কথা সুৰ কিন্তু এই মানুহ জনক একে নেদেখা হলো । আখাকৰো যাতে আকৌ আগৰ দৰে কাম কৰে
Decoration is very beautiful 🦋🦋🦋
Bohut Bohut val lage ai gan to 👌👌😍😍
সৰুৰ পৰাই খুব বেছি প্ৰিয় এই গীতটো 💛
🙏🙏😍 ধন্যবাদ জনালো
Mon Golai Hunu Dai Dada Apunar Gan 💓🥳
Very nice 👌 👍 👏 😀 ☺ 😊 👌 👍
ইমান সুন্দৰ গান ❤৷ভাষা নাই বুজাব নোৱাৰা অনুভৱ❤
❤সোণাৰু ফুলিলে কেৱল এই গানটোহে মনলৈ আহে❤
❤❤❤dhuniya
Aji kali herai gol aru abu gan😫😫kiman j val lagisil hey horu dinbu...aji o mont ase vcd bisari cycal loi bohut dur jabo logiya hoi😫😫
Nice song
অতি সুন্দৰ গান বাৰে বাৰে চালেও আমনি নালাগে৷
Beautiful song
So nice song 👌👌👌👌👌👌
Childhood memory🥺❤
সচা কথা,, সোনাৰুৰ ফুল আৰু সেই সময়ত এই গীতটো লৈমনত পৰে,,,, সেয়ে কওযেসুনাৰুৰ দৰে হবলৈ,,,,
অতীতৰ স্মৃতিয়ে যেন পুনৰ জীৱন পালে ❤❤❤।
ধুনীয়া
হাজাৰ শুনি থাকিলেও আমনি নালাগে।❤
বহুত সুন্দৰ গীত কেইটা ধন্যবাদ
First time xunilo. Aponar gan. Bhut Val lagil dada
Bohut din or murt jdi u songs bur hunu ,,lge jn aji u hei agr homoi bur. Ghuri oha dra ❣️❣️
Hunaru jupa dekhilei aei gantue monole ahe 😊🥰
Aajiw bukur aapun hoi aase anebur xunali geet 🥰🥰❤️❤️
Hosai horukalr kotha mont pori jai❤I love this song
Aji u huni amoni nologa ❤❤❤❤❤❤❤ I love this song....
🙏🙏🥰
Evergreen best ASSAMESE song
V jkkkkkkkk
Moi speechless mind blowing
Mojja
সোনাৰু ফুলাৰ বতৰত গীতটো
শুনিবলৈ ইমান ভাল লাগে।
সদাই নতুন হৈ ৰব এইবোৰ গান❤❤ বহুত প্ৰিয় গানটো ❤❤
Very nice ❤❤❤😅
সচা কথা, লুকাই নাথাকে, সোনাৰু ফুল ৰকথাটোলৈ মনতে পৰে,,,,,
Ai gaan to xoni thakileo hepah nopolai so beautiful song
Bohut vl lage all time fvt😢❤
My favorit singer cs shivaa moi xoru kalore pora hunisu amar mr Linkan taid tetiya hei gaan2 hunisu
Old is gold
Mur priyo gaan
দৌৰি দৌৰি ছুটিং চাবলৈ যোৱা সেই দিনবিলাক এতিয়াও মনত পৰে অ 🥺।
Forever favourite.
mur bohu agr kotha horo kotha bur monot pore I love you song 💝🦂🕉️ Om namah shivay 🌹💐🌼🌻💐💖
This song never gets old
Agoteu priyo asil atiyau priyo aru hodai priyo hoi thakibo 😍
Aponar he gan val lage mor