ভয়ানক আচৰিত সুৰংগ
HTML-код
- Опубликовано: 24 июл 2023
- সৰগৰ দুৱাৰ কোনোদিনেই আৰু ঘূৰি নহাৰ পথ যদিহে আপুনি ইয়াত সোমায় ৷ইয়াত সোমাবলৈ কেতিয়াও যাতে চেস্টা নকৰে ৷বৃহত্তৰ হাজোৰ ফকীৰতোলা গাওঁত অৱস্থিত এই সৰগৰ দুৱাৰ ৷
#assam
#guwahati
#guwahaticity
#assamese
#assameseyoutuber
#newslive
#guwahatiblogger
#rangia
#shortsvideo
#rangianews
#guwahatidiaries
#guwahatiplus
#guwahatirealestate
#guwahatiuniversity5thsemesterexamresult2020
#guwahatilive
#guwahati_university
#guwahativlogger
#hajo
#hajonews
#hajosworld
#dimpubaruah
#dimpus
#dimpus_vlogs
#hajo sarag duwar
#dimpu
#dimpuvlogs
#dimpubaruahnewstatusvideo
#dimpubaruahnewvideo
#morigaon
#morigaonor_lora
#morigaonyoutuber
#nagaon
#nagaonbeach
#nagaondigital
#shivasagar
#shivasagar
#assamnews
#assamesenews
#assamesenewstoday
#dimpubaruah
#dimpus
#madhusmitasarmah
#purbanchal
##bikash_chetry
Hb pare 😮
সৰগৰ দুৱাৰ দেখি ভাল লাগিল , বহুত কথা জানিলো , পুখুৰী কথা সুন্দৰ কৈ কলে ,ঠাইখিনি বহুত ভয় লাগে , সুন্দৰ Share 🔥💯
আন্তৰিক ধন্যবাদ জনালোঁ ৷
চেতটো ঠাই খনৰ নাম কবি।
হাজো
সৰগৰ দুৱাৰ দেখি বোৰ ভাল লাগিল ❤❤ channel tu subscribe kori full video sai friend holu akha korisu mor o friend hoba buli
আন্তৰিক ধন্যবাদ ৷ নিশ্চয় হম
Bohut bhoyanok
আন্তৰিক ধন্যবাদ জনালোঁ ৷
Sundor place ❤
আন্তৰিক ধন্যবাদ
Sundor video 👌👌 notun bondhu holu muku back korile bhal lagibo 😊
আন্তৰিক ধন্যবাদ ৷নিশ্চয় কৰিম ৷
হোছা Entertaining Video 👍
thanks
beautiful vlog ❤❤❤
thanku
Very nice 👍🥰
ধন্যবাদ জনালোঁ
Horrgr duar nhoi oo misa misi ktha koi tim los kri ase
সেইখিনি জেগা সৰগৰ দুৱাৰ বুলিয়েই বিখ্যাত ৷
Beautiful video sharing 🙏🙏
thanku so much
ঠাইখন কিছু ভয়ানক যদিও তোমাৰ বৰ্ণনাৰ শৈলীত আৰু অধিক ভয়ানক যেন লাগিছে । সুন্দৰ বৰ্ণনা
আপোনাক আন্তৰিক ধন্যবাদ ৷ ঠাইখিনি সচাকৈয়ে ভয়ানক ৷অকলে তালৈ নোযোৱাই ভাল ৷
Nice sharing 😊
ধন্যবাদ
Bhut সুন্দৰ❤❤❤❤❤❤
আন্তৰিক ধন্যবাদ
Shok fas😂
ধন্যবাদ
Very nice
Thanks
Nice sharing 👍...val lagil
আন্তৰিক ধন্যবাদ
সুন্দৰ শুভেচ্ছা থাকিল বন্ধু 🙏
আন্তৰিক ধন্যবাদ
গুহা টো ব্যবহাৰ অনুপযোগী কাৰণ উপযুক্ত ভাৱে ব্যবহাৰ কৰা হোৱা নাই বা অন্যান্য গেছৰ ভাণ্ডাৰ থাকিব পাৰে বৈজ্ঞানিক গৱেষণা কৰিব তেতিয়া সকলো ধৰা পৰিব, পুখুৰী ক্ষেত্ৰত মিচা কথা মানুহ এবাৰেই জন্ম হয় আকৌ জন্ম নহয়,ভীম মহা ভাৰত এইবোৰ মিচা কথা,
মানুহে মই কোৱাবোৰেই কয় ৷
Where is the place pl inform me
Hajo
Wow nice sharing 😊😊😊
আন্তৰিক ধন্যবাদ
Val lagil 😊
আন্তৰিক ধন্যবাদ জনালোঁ
Hosakoi voianok 😊 vl lagil vido2 👍 new frnd holu Akha koru apuniu mur vido sai frnd hbo 👍🙏❤ #Rashmimaina
আন্তৰিক ধন্যবাদ ৷নিশ্চয় হম ৷
Vangi de kela pahar😂😂😂
Val lagil dada...nojona kotha janilu ru nedekha thai dekhilu aji...horog duwar ru pukhuritu 😊💕
আন্তৰিক ধন্যবাদ জনালোঁ ৷ অনুগ্ৰহ কৰি Share কৰিবা ৷
Swarg duwaredi khumale uvoti ru kio ahibo lage sidha swargo jai pabo,manuhe swargot jabo bisare tat goi khumale hol swago paboge,apuniu khumai jaok
Pukhuritut sage kiba mulyaban bostu pelai thuwa ase hei karone manuhe jate uliyaboloi voi kore tarbabe kijani pukhuri gorakiye ai posar solai thoi gol.
ইমান মই নাজানো ডাঙৰীয়া ৷
Bhut bhut val lagil dei video tu sai.....goi powa nai....ketiyaba goleo voi nai...sokolu khini agote janilu....
আন্তৰিক ধন্যবাদ হিয়া
I can't believe
কৰা নকৰা তোমাৰ নিজৰ কথা ৷কেৱল এটা কথাই কম , বিশ্বাসে মিলয় হৰি ৷আন্তৰিক ধন্যবাদ জনালো ৷
Waoo..vl lgil. ..dei swarag dwar...emn dangerous...music u khatarnak...stay connected dada❤
Thanku so much
Video tu bahut bhal hoise.
Swargo duware di ami'o edin swargo jabo lagibo
'হা হা নিশ্চয় ৷আন্তৰিক ধন্যবাদ জনালোঁ
ঠাইখিনি বহুত জয়াল. সৰগৰ দুৱাৰ ৰ ৰহস্য . পুখুৰী ৰ পানী চুবুলৈ মানা কৰি ভাল কৰিলে.bhahut najana kotha janilo.আগুৱাই যাওক দাদা🙏🙏
আন্তৰিক ধন্যবাদ জনালোঁ ৷
Pukhuritu kun mistria poka kam krisil o,
নাজানো ৷পুখুৰীতো বহু দিনৰ পুৰনি
Majaaa❤
ধন্যবাদ
Vime brkhi bai mas napale sage so pukhuritu pani sule mukti napai
হবও পাৰে
Where is the place?
hajo
Kun jegat ase baru...dist..
কামৰূপ জিলাৰ হাজোত আছে
আৰু ভালকৈ বনাব লাগিছিল❤
umm
বৰ ধুনীয়া কৈ সকলো দেখালে আৰু বুজাই কলে শুনি ভয়েই লাগিল 😅
আন্তৰিক ধন্যবাদ জনালোঁ তোমাক ৷
Kun jaga
Hajo
বহুত ভয়ানক জাগা এইটো দিনতে যাৱ ভয় লাগে মই একবাৰ গৈছো কিন্তু তেতিয়া RUclips কৰা নাছিলো এজনি মাইকি মানুহ আছিল আমি যাওতে বাদুলি আছিল বহুত মৌ ৰ বাহ আছিল ডাঙৰ ডাঙৰ ভাল লাগিল বহুত বছৰ মুৰত দেখিলো সৰগৰ দুৱাৰ
আন্তৰিক ধন্যবাদ জনালোঁ ৷
New friend holu dei akha Koru apuniu hoi 😊
আন্তৰিক ধন্যবাদ ৷ নিশ্চয় হম ৷
Kun jega hoi
@@shibanath4741 hajo
nice video ❤❤ new find back kore deba
আন্তৰিক ধন্যবাদ। নিশ্চয় কৰিম