বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পীৰ অন্যতম পচন্দ কেশব বৰুৱা || +91 96192 01472

Поделиться
HTML-код
  • Опубликовано: 3 окт 2024
  • +91 96192 01472
    আম্বানী পৰিয়ালৰ বিয়াত গীত গোৱা অসমৰ কণ্ঠশিল্পী গৰাকী
    INDIAN ARMYৰ
    বাবে গীত পৰিৱেশন কৰে কেশব বৰুৱাই
    বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পীৰ অন্যতম পচন্দ কেশব বৰুৱা
    Contact with Chakrrapanni Parashar on
    📷 Instragram: ....
    🚀Facebook : / chakrrapanni. .
    ✅Main Channel : / @baartalaap .
    👱‍♂️Vlog Channel : / @chakrapaniparash. .
    ...................................
    / baartalaapme. .
    For Business Enquiry Email :-Baartalaapofficial@gmail.com
    Show Enquiry : 8472051224
    / baartalaap
    / baarta_laap
    / baartalaapdotin
    baartalaap.in/
    #chakrapaniparashar #baartalaap #assameseinterview #singer

Комментарии • 421

  • @brjonardan3481
    @brjonardan3481 2 месяца назад +25

    অসমৰ বাবে এটি অচিনাকি কণ্ঠ! অথচ বলিউডত অতিকৈ জনপ্ৰিয়।তেনেহেন সংস্কৃতিবাণ ব্যক্তি তথা শিল্পী গৰাকীক বাৰ্তালাপত চিনাকি কৰি দিয়া বাবে আপোনালৈ ধন্যবাদ নিদি নোৱাৰিলো। আজি চৌদিশে অসমীয়াৰ জয় জয় ময় ময়। অসমীয়া হিচাপে সঁচাকৈয়ে আমি গৌৰৱান্বিত। সন্মানীয় কেশৱ বৰুৱালৈ বহুত বহুত ধন্যবাদ । দেশ তথা বিশ্বৰ বুকুত উজলি উঠক অসমীয়া সংস্কৃতি। এয়াই বাৰ্তালাপৰ জড়িয়তে আপোনালৈ শুভ কামনা ❤

    • @anjanabaro6275
      @anjanabaro6275 2 месяца назад

      😊😊😊😊😊😊😊😊❤😊❤😊❤😊❤😊❤😊❤😊❤😊❤😊😊😊😊😊😊😊😊😊😊😊😊❤😊😊❤😊❤😊❤😊❤😊😊😊😊😊😊❤😊❤😊😊😊😊😊😊😊😅😊😊😊😊😊😊😊😊😊😊😊😊😊😊😅😮😮😮😮😮😅😅😮😮😅😅😅😅😅😅😮😮😅😮😅😮😅😮

    • @keshabdhwani1044
      @keshabdhwani1044 2 месяца назад +3

      ধন্যবাদ❤

  • @chinupathak2664
    @chinupathak2664 2 месяца назад +17

    বাৰ্তালাপৰ এটি শ্ৰেষ্ঠ খণ্ড। অভিনন্দন কেশৱ বৰুৱা। Go ahead.

  • @adityakalita2763
    @adityakalita2763 2 месяца назад +3

    বহুত ভাল লাগিল দাদা আগবাঢ়ি যোৱা। শুভেচ্ছা থাকিল 🎉🎉

  • @trinayanhandique7459
    @trinayanhandique7459 3 месяца назад +50

    কেশৱ বৰুৱাক লৈ মই বহুত গৌৰৱ অনুভৱ কৰোঁ। বহুত কষ্ট কৰি আজি এইখিনি পাইছে। মই বৰ মৰম কৰোঁ। চক্ৰপানি পৰাশই তোমাক এই অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰি বৰ ভাল কাম কৰিছে। তোমাক অসমৰ ৰাইজে জনাটো বৰ দৰকাৰ।

    • @mamonidevi617
      @mamonidevi617 3 месяца назад

      Bohut bhal lagil anusthantu chai

  • @parameswarnath-ps1fb
    @parameswarnath-ps1fb 2 месяца назад +10

    ইমান জনপ্ৰিয় মানুহজনক আজিহে চিনি পালো।অসমৰ গৌৰব God bless you.

  • @td8671
    @td8671 2 месяца назад +6

    বাৰ্তালাপ অনুষ্ঠানত হঠাৎ এটি সুন্দৰ সাক্ষাৎকাৰ চাই অতি আপ্লুত হলো। উজনি অসমৰ গহপুৰ নামৰ ঠাইৰ পৰা অতি কম বয়সীয়া নিভাজ শিল্পী কেশৱ বৰুৱা- যাৰ মিঠা কথা, লাজৱাৱ দৰদী কণ্ঠ, বিশ্ব বৰেণ্য সংগীত সাধক সকলৰ সান্নিধ্যত , সংগীতৰ ব্যাকৰণ শিকি, পাহাৰ - ভৈয়াম , যুদ্ধক্ষেত্ৰ, সাংস্কৃতিক ক্ষেত্ৰ একাকাৰ কৰি গীত গাই যি নজীৰ দাঙি ধৰিছে তাৰ বাবে শিল্পী কেশৱ বৰুৱাক ধন্যবাদ জনাবলৈ ভাষাহীন হৈ পৰিছো।কেৱল অসম গৌৰৱ নহয় ভাৰত গৌৰৱ কেশৱ বৰুৱা নামেৰে তেওঁ পৃথিৱী জনাজাত হওঁক।লগতে বাৰ্তালাপৰ উদ্যোক্তা চক্ৰপানি পৰাশৰ আৰু সতীৰ্থ সকলকো শুভেচ্ছা জ্ঞাপন কৰিলো । ধন্যবাদ
    = জয়া দাস বৰুৱা=
    বৰপেটা

    • @keshabdhwani1044
      @keshabdhwani1044 2 месяца назад

      বহুত বহুত ধন্যবাদ ..🙏❤

  • @manjubarman1855
    @manjubarman1855 2 месяца назад +3

    ইমান জনপ্ৰিয় কণ্ঠ শিল্পীজনক আজিহে জানিলোঁ।বহুত ভাল লাগিল।

  • @anamikadutta8912
    @anamikadutta8912 2 месяца назад +7

    বহুত ভাল লাগিল ....কেশৱ বৰুৱা আৰু আগুৱাই যাওঁক .......ধন্যবাদ ....

    • @pamisaikia4818
      @pamisaikia4818 2 месяца назад

      বহুত বহুত ভাল লাগিল ।

  • @MohanChutia-q2l
    @MohanChutia-q2l 2 месяца назад +11

    বহুত বহুত ধন্যবাদ আৰু আগবাঢ়ি যোৱা ভগৱানে আশীৰ্বাদ কৰক।

  • @kamalakantanath2896
    @kamalakantanath2896 2 месяца назад +5

    বহুত ভাল লাগিল। অসমীয়াৰ গৌৰৱ ।ভৱিসত কুশল কামনা কৰিলো। চাপৰমুখ নগাঁও ।

  • @probhatmoran7594
    @probhatmoran7594 3 месяца назад +17

    ইমান জনপ্ৰিয় এজন মানুহক চিনি পোৱা নাছিলো৷🙏বহুত বহুত ধন্যবাদ৷

  • @ranibaruah7364
    @ranibaruah7364 2 месяца назад

    ইমান ভাল লাগিল। কেশৱ বৰুৱাৰ প্ৰতিভা দেখি আপ্লুত হ'লো!!ইমান প্ৰতিভাৱান ল'ৰাজনৰ বাবে বৰ গৌৰৱ অনুভব কৰিছো আৰু আগবাঢ়ক তাৰবাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ।

  • @nareswardas7725
    @nareswardas7725 2 месяца назад +3

    ইমান জনপ্ৰিয় মানুহজনক আজিহে চিনি পালোঁ । আগ বাঢ়ি যাওক। । বহুত ভাল লাগিল ।

  • @padumibharali3681
    @padumibharali3681 3 месяца назад +70

    Bahut bhal laghil.ashirbad thakil aghuwai juwa.

    • @niva8647
      @niva8647 2 месяца назад +7

      Bahut bhal lagiil

    • @khemsharma2886
      @khemsharma2886 2 месяца назад

      ​@@niva8647the first

  • @PinkumaniChoudhury111
    @PinkumaniChoudhury111 Месяц назад

    খুব সুন্দৰ আৰু অমায়িক শিল্পী, অভিনন্দন জনালো 💐🙏

  • @নতুনকুঁহি
    @নতুনকুঁহি 2 месяца назад +3

    আজি এই অনুষ্ঠানত চক্ৰপাণি লৈ বহুত বহুত ধন্যবাদ যাঁচিছো। মই বিশেষ কৈ এনে এজন সুমধুৰ কণ্ঠশিল্পী এগৰাকীক সচাঁকৈ চিনি পোৱা নাছিলো। আজি এই অনুষ্ঠানত এখেতক দেখা পাই গৌৰৱান্বিত হৈছো্ ।এখেতৰ কথা কোৱা আচৰণ ইমান সুন্দৰ।কেশৱ বৰুৱাক লৈ মই বহুত গৌৰৱ অনুভৱ কৰোঁ। বহুত কষ্ট কৰি আজি এইখিনি পাইছে। মই তেখেতক অলপ মৰম যাঁচিছো। চক্ৰপানি পৰাশই তোমাক এই অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰি বৰ ভাল কাম কৰিছে। তোমাক অসমৰ ৰাইজে জনাটো বৰ দৰকাৰ। আগলৈ আকৌ লগ পাম।🙏🙏🙏

  • @jantihira9356
    @jantihira9356 2 месяца назад +6

    ইমান ধুনীয়া স্পষ্ট ভাৱে কথা পতা দেখিয়েই বৰ ভাল লাগিল ..দুয়োজনকে আন্তৰিক শুভেচ্ছা থাকিল।

  • @rinuphukan4144
    @rinuphukan4144 2 месяца назад

    কেশৱ বৰুৱালৈ বহুত শুভ কামনা জনালো, তেখেতৰ এই জয়যাত্ৰা অব্যাহত থাকে যেন।

  • @likhaborthakur2161
    @likhaborthakur2161 2 месяца назад

    ইমান গুণৱান শিল্পীজনৰ বিষয়ে জানিবলৈ দিয়া বাবে চক্ৰপাণি পৰাশৰক অশেষ ধন্যবাদ জনালো৷

  • @purnimamahantaray7841
    @purnimamahantaray7841 3 месяца назад +4

    বহুত ভাল লাগিল, শুনি থাকিলে শুনি থাকিব মন যায়,আমনি লগা নাই

  • @girindasarmah8003
    @girindasarmah8003 3 месяца назад +4

    আপোনালৈ বহু বহু ধন্যবাদ থাকিল আপোনাক ঈশ্বৰে মঙ্গল কৰক

  • @anjalimoran8578
    @anjalimoran8578 Месяц назад

    বৰ ভাল লিগিল এনে এজন ব্যক্তিক অসমৰ মানুহক চিনাকী কৰি দিয়া বাবে।

  • @swarnahazarika6242
    @swarnahazarika6242 2 месяца назад +1

    অনুস্থানটো চাই বহুত ভাল লাগিল।

  • @Bidyadhar29
    @Bidyadhar29 2 месяца назад +2

    Best video.

  • @sibuboruah6240
    @sibuboruah6240 2 месяца назад

    এইজন অসমৰ যে ইমান এজন সুন্দৰ কন্ঠ শিল্পী তেওঁৰ গোৱা গান বোৰ আমাৰ মুখত গুণ গুনাই অনবৰতে ,তথাপিও তেওঁক আমি চিনি নাপাওঁ । বাত্ত্ৰা লাভ অৰ্থাৎ চক্ৰ পানী ককাইদেউ😊 আপোনাক ধন্যবাদ চিনাকি দিয়াৰ বাবে

  • @Asomiyasantan9184
    @Asomiyasantan9184 2 месяца назад

    বহুত ভাল লাগিল দাদা জীৱনত প্ৰথম এনেকুৱা এটা ভিডিঅ উপহাৰ দিয়াৰ

  • @bigdaddy2873
    @bigdaddy2873 2 месяца назад +1

    মই প্ৰথম চিনি পাইছোঁ বাৰ্তা লাভৰ জৰিয়তে । এনেকুৱা ও গায়ক আছে এইখন অসমত । বহুত গৌৰব অনুভব কৰিছো ।

  • @rupantapriyamofficial8577
    @rupantapriyamofficial8577 3 месяца назад +2

    ইমান সুন্দৰ কণ্ঠ bohut val lagil sai

  • @runimamahanta6699
    @runimamahanta6699 3 месяца назад +1

    সুন্দৰ কণ্ঠ। শুভকামনা থাকিল।

  • @minakhisaikia5776
    @minakhisaikia5776 2 месяца назад

    বাৰ্তালাপৰ Best Video . বহুত ভাল লাগিল ৷ কশেৱ বৰুৱা বিষয়ে জানিব পাৰিলো ৷ এজন অসমীয়াক লৈ গৌৰৱ বোধ কৰিলোঁ ৷ ❤

  • @ritatalukdar7264
    @ritatalukdar7264 2 месяца назад +3

    Bohut bhal lagil....tumak Nanda Banerjee sir r grt log paisilu❤....aguai jua aru🙏💐

  • @mitalinath6601
    @mitalinath6601 2 месяца назад +1

    ইমান আগশাৰীৰ শিল্পী তেওঁ কোনো দিনে দেখাই নাছিলো । ভাল লাগিল অনুষ্ঠানটো ❤

  • @pronotigohain5259
    @pronotigohain5259 2 месяца назад +1

    অনুস্থানটো বৰ ভাল লাগিল।চক্ৰপাণি, এনেকুৱা অনুস্থান সদায়েই আদৰণীয়।কেশৱ বৰুৱা তুমি আগুৱাই যোৱা আমাৰ আশীৰ্ব্বাদ সদায়েই আছে।

  • @MITHUBARUAH-js2lc
    @MITHUBARUAH-js2lc 2 месяца назад +1

    ইমান ধুনীয়া অনুষ্ঠান এটি উপহাৰ দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @beautygayan90
    @beautygayan90 3 месяца назад +3

    বহুত ভাল লাগিল আশীবাদ থাকিল ।❤❤

  • @dhrubajyoti2260
    @dhrubajyoti2260 2 месяца назад +1

    বৰ সুন্দৰ কন্ঠ ভাল লাগিল

  • @surajitchutia6635
    @surajitchutia6635 3 месяца назад +4

    ইমান সুন্দৰকৈ এক ঘণ্টা সকলো কৈ গল অলপো আমনি নালাগিল কি সুন্দৰ প্ৰতিভা, শেষত তেখেতৰ গীতটি বেছি ভাল লাগিল কি সুন্দৰ❤🎉

    • @luckyahmed2972
      @luckyahmed2972 3 месяца назад

      ভাল লাগিল, শুভেচ্ছা জনালোঁ দুয়ো জনকে ।

  • @gakulgoswami2163
    @gakulgoswami2163 2 месяца назад

    সুন্দৰ সাক্ষাৎকাৰ। বহুত ভাল লাগিল।
    কেশৱ বৰুৱা আৰু আগবাঢ়ি যাওক।
    পৰাশক ধন্যবাদ জনালো।

  • @মিনতিসোনোৱাল
    @মিনতিসোনোৱাল 2 месяца назад +1

    বৰ সুন্দৰ❤❤❤

  • @champawatydas5086
    @champawatydas5086 2 месяца назад

    বহুত ভাল লাগিল I আশীৰ্বাদ থাকিল কেশৱ বৰুৱা লৈ

  • @jitenborah963
    @jitenborah963 2 месяца назад

    এক মন পৰশি যোৱা অনুষ্ঠান। আজি প্ৰথম দেখিলো বৰুৱা ডাঙৰীয়া‌ক। ইমান প্ৰতিভাধৰ অথচ অকনমানো অহংকাৰ নাই। পৰাশৰ ডাঙৰীয়া‌লৈও বহুত বহুত ধন্যবাদ। এক সুন্দৰ অনুষ্ঠান‌ৰ জৰিয়তে এগৰাকী প্ৰচাৰবিমুখ শিল্পী‌ৰ লগত চিনাকি কৰাই দিয়াৰ বাবে।

  • @niharikaborkoch7777
    @niharikaborkoch7777 2 месяца назад

    বহত ভাল লাগিল অসমীয়াৰ গৌৰব

  • @chandraphukan7008
    @chandraphukan7008 2 месяца назад

    বহুত ভাল লাগিল অনুষ্ঠানটি। লগতে অতি গৌৰাম্বিত এনে এগৰাকী শিল্পী ৰ সতে চিনাকী কৰি দিয়াৰ বাবে আপোনালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  • @pabitrarabha1898
    @pabitrarabha1898 2 месяца назад +2

    স্বাগতম, ধন্যবাদ, ভাল ভিডিঅ' দেখিলো, সুন্দৰ, আগুৱাই যাওক আশীৰ্বাদ থাকিল ।

  • @abdulmotin7868
    @abdulmotin7868 2 месяца назад +1

    বহুত ভাল লাগিছে ❤

  • @PinkumaniChoudhury111
    @PinkumaniChoudhury111 Месяц назад

    খুব সুন্দৰ 🙏

  • @AnantaGohain-k1l
    @AnantaGohain-k1l 2 месяца назад

    অভিনন্দন....🎉 আপোনাৰ এই যাত্ৰাক লৈ বুকুখন গৰ্বিত হৈ উঠিল.......।

  • @bidyutbarunsarmah2735
    @bidyutbarunsarmah2735 2 месяца назад

    Thank you CP for introducing him....great job...proud of him

  • @rajashridas1955
    @rajashridas1955 2 месяца назад

    বহুত বহুত আন্তৰিক অভিনন্দন 🎉থাকিল তেখেতৰ যাত্রা আৰু সুন্দৰ হওক 💐🙏 এটা সুন্দৰ সাক্ষাৎকাৰ 🙏🙏

  • @lotsrain6653
    @lotsrain6653 2 месяца назад

    Voice 2 emn clearly buji pua goise gaan burt...ktha bur emn simple, bohute val lagil dada ❤

  • @abhijitborgohain350
    @abhijitborgohain350 2 месяца назад

    বৰ সুন্দৰ ৷ উজ্জ্বল নক্ষত্ৰ ৷ আশীৰ্বাদ সদায় থাকিব ৷

  • @nirurajkhowakonch4324
    @nirurajkhowakonch4324 2 месяца назад

    বহুত ভাল লাগিল অনুষ্ঠানটো

  • @JaanmoniSaikia-gp5be
    @JaanmoniSaikia-gp5be 3 месяца назад +1

    Bohut val lagil ❤️❤️

  • @dipikagoswami8922
    @dipikagoswami8922 2 месяца назад

    সুন্দৰ ভাল লাগিল

  • @jutikasharma8510
    @jutikasharma8510 2 месяца назад

    অতি সুন্দৰ অনুষ্ঠান এটি চোৱাৰ সৌভাগ্য ঘটিল। কুশলে থাকক। 👏👏👏

  • @Rajshreebaruah
    @Rajshreebaruah 3 месяца назад +2

    Bohut bohut besi val lgile..

  • @binapanichetia582
    @binapanichetia582 2 месяца назад

    অতি সুন্দৰ তুমি আগুৱাই যোৱা ভগৱানে তোমাক সহায় কৰিব।❤❤❤

  • @jayantahirahira-jn1ht
    @jayantahirahira-jn1ht 2 месяца назад +1

    Bhout bhout Val lagila....🇮🇳🇮🇳🇮🇳🙏🙏🙏🤝🤝🤝

  • @kavitachoudhury4797
    @kavitachoudhury4797 2 месяца назад

    Nice God bless you❤

  • @prodipkhound4287
    @prodipkhound4287 2 месяца назад

    বৰ ভাল লাগিল। ভবিষ্যত আৰু উজ্জ্বল হোৱাৰ কামনা কৰিলোঁ।

  • @minuchangmai1717
    @minuchangmai1717 2 месяца назад

    এনেদৰেই অসমৰ নাম উজলাই গৈ থাকক। বহুত বহুত শুভেচ্ছা থাকিল।

  • @ChandraprovaSaikia-tc7og
    @ChandraprovaSaikia-tc7og 2 месяца назад

    ❤❤অন্তৰৰ পৰা আৰ্শীবাদ যাচিলোঁ কেশৱ বৰুৱাৰ ভবিষ্যত উজ্বল কামনা কৰিছো।এতিয়া ৰাতি ১বাজিল তথাপি চক্ৰপাণি ৰ বাৰ্তালাপ চাই বহুত গৌৰৱবোধ কৰিছো ,গহপুৰ ঘাহি গাৱৰ পৰা গৈ নিৰহংকাৰী‌ কেশৱ বৰুৱাৰ কথন শৈলী আকৰ্শনীয়। তেখেতক প্ৰথম দেখা বা চিনি পোৱাটো হে আচৰিত কথা
    হইগআৱৰ

  • @nayanmonidutta9768
    @nayanmonidutta9768 2 месяца назад

    বৰ ভাল লাগিল। ধন্যবাদ জ্ঞাপন কৰিলোঁ চক্ৰপাণি পৰাশৰলৈ এই শিল্পী গৰাকীক চিনাকি কৰাই দিয়াৰ বাবে ্

  • @PoppyDutta-fe4xm
    @PoppyDutta-fe4xm 2 месяца назад

    Very good God bless you 🙏🙏🙏

  • @kailashbharali5604
    @kailashbharali5604 2 месяца назад +1

    Miyo ajn aprashakhit sipli pramik aponak atia all evrithing janilo bhut val lagil . Dhanybad.

  • @banajituzir5197
    @banajituzir5197 2 месяца назад +1

    Dear Chakra Paani Poraakhor,I Know Very Well YOu are exceptional With Very Good, Long live Indian Army..

  • @BimalaGogoi-q8j
    @BimalaGogoi-q8j 2 месяца назад

    অতি সুন্দৰ 👌 ভবিষ্যত উজ্বল কামনা কৰিলোঁ, আগুৱাই যোৱা।

  • @assamesesapun3398
    @assamesesapun3398 2 месяца назад

    সুন্দৰ

  • @gohpuriyaloraMoi1383
    @gohpuriyaloraMoi1383 2 месяца назад

    বহুত‌ ভাল লাগিল অনুষ্ঠানটি

  • @MonalishaBorah-x6f
    @MonalishaBorah-x6f 3 месяца назад +2

    Bahut kotha janilu teor pora..... Chakrapani ku dhnyabad jonalu❤❤

  • @MohendraGogoi-m5x
    @MohendraGogoi-m5x 2 месяца назад +1

    YOUR SANGEET YATRA IS BRILLIANT ONE.Shareing yr experience in the society be maintained for ahead.God

  • @gourangis8578
    @gourangis8578 Месяц назад

    Khub val lagil Keshab da

  • @junakiboruah4081
    @junakiboruah4081 2 месяца назад +1

    প্ৰথম ‌কেশৱ বৰুৱাৰ বাৰ্তা ৰাপ চাই অশেষ ধন্যবাদ থাকিল ।

  • @michaelvlogs4811
    @michaelvlogs4811 2 месяца назад +1

    ইমান জনপ্ৰিয়তা বলিউডত কিন্তূ আজিহে চিনি পাইছো।আগুৱাই যাব তাকেই কামনা কৰিছো।❤

  • @kushalboro1800
    @kushalboro1800 3 месяца назад +4

    Val lagil Dada 👍

  • @ranjitgogoi3354
    @ranjitgogoi3354 2 месяца назад +1

    Excellent.May God bless you .

  • @RenuKumariBorah
    @RenuKumariBorah 2 месяца назад +1

    Bhal lagil,go ahead

  • @aninditakhanikar2478
    @aninditakhanikar2478 3 месяца назад

    বৰ ভাল লাগিল।নজনা কথা জনোৱাৰ বাবে ধন্যবাদ

  • @mukutadevi302
    @mukutadevi302 2 месяца назад

    কেশৱ বৰুৱা ভাইটিৰ কোমল কণ্ঠৰ মিঠা মিঠা গান শুনি বহুত বহুত বেছি ভাল লাগিল। তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। লগতে বাৰ্তালাপকো ধন্যবাদ জনাইছো ইমান সুন্দৰ এটা অনুষ্ঠান ৰাইজৰ মাজলৈ আগবঢ়োৱা বাবে।

  • @BinandiKalita
    @BinandiKalita 2 месяца назад

    ইমান ধুনীয়া অনুস্থান আগতে পোৱা নাছিলো, ।

  • @legend_gaminng
    @legend_gaminng 2 месяца назад

    Kesab Da , RUclips te holeu lag paai bor val.lagil ! Saku dhaya hol !🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @badanDas-f4r
    @badanDas-f4r 2 месяца назад

    বহুত ভাল লাগিছে ৷ভৱিষ্যত উৰ্জল কামনা কৰিলো ৷

  • @bijoytiru2714
    @bijoytiru2714 2 месяца назад

    Bahut bhal lagil anusthan tu dekhi. Keshab Baruah dangorialoi bahut dhanyabad.

  • @pinkubordoloi4156
    @pinkubordoloi4156 2 месяца назад

    ধন্যবাদ ভাল লাগিল বহুত ।

  • @ajaygogoi1495
    @ajaygogoi1495 2 месяца назад

    Very Good Programme. No words to say.
    All artist may kindly be brought to light.

  • @dibyasharma1877
    @dibyasharma1877 2 месяца назад

    কেশৱ দা আমাৰ অসমৰ গৌৰৱ ।এনে অনুষ্ঠান/বাৰ্তালাপ শুনি বা ভাবাৰ্থ জানি আপ্লুত হৈ চক্ৰপাণি দাদা তথা কেশৱ দালৈ শুভেচ্ছা জনালো ।

  • @smritirekhabaruah7189
    @smritirekhabaruah7189 3 месяца назад

    বৰ সুন্দৰ....

  • @bhaskarboruah1946
    @bhaskarboruah1946 2 месяца назад

    Aijon Asomr Hira ❤ Val lagil

  • @kamaldas6429
    @kamaldas6429 2 месяца назад

    Bohut val lagisa. ❤❤❤

  • @AlakeshBarman-pc8zn
    @AlakeshBarman-pc8zn 2 месяца назад

    বৰ সুন্দৰ অনুস্থান 🎉❤🎉❤

  • @yutikagogoiburhagohain8765
    @yutikagogoiburhagohain8765 2 месяца назад

    সাংঘাতিক ভাল লাগিল বাৰ্তালাপ চাই ---

  • @rupamonigogoi592
    @rupamonigogoi592 2 месяца назад

    বৰ সুন্দৰ ভাল লাগিল বাৰ্তালাপ চায় 👌👌

  • @babulsonowal5023
    @babulsonowal5023 2 месяца назад

    Bohut bohut bhal lagil. Porashor aru Borua ,doyuoloike bohut subhakamonare

  • @PhuleshwariDeka-xq7en
    @PhuleshwariDeka-xq7en 2 месяца назад +1

    আমি আক' অসমীয়া সোপাই দেৰিকৈহে চিনি পাইছোঁ। তেওঁলৈ আন্তৰিক অভিনন্দন আৰু আশীৰ্বাদ যাচিছোঁ।🎉 আগবাঢ়ি যাওক।

  • @nirurajkhowakonch4324
    @nirurajkhowakonch4324 2 месяца назад

    চক্ৰপাণিৰ বিষয়বস্তু বাচনি বৰ সুন্দৰ

  • @ashimadas76
    @ashimadas76 2 месяца назад

    Khub hundar🎉🎉 Barttalap 🎉🎉,, thanks

  • @PankajBorah-b7j
    @PankajBorah-b7j 2 месяца назад

    Salute to Keshab Baruah. Keep it up.

  • @hemaprovahazarik
    @hemaprovahazarik 2 месяца назад

    আজি চক্ৰপাণি পৰাশৰ বাৰ্তা লাপ অনুষ্ঠানৰ জড়িয়তে গহপুৰৰ সন্তান কেশৱ বৰুৱা বিশ্ব বিখ্যাত সংগীতজ্ঞক চিনি পাই বহত গৌৰৱ অনুভৱ কৰিছোঁ।চক্ৰ পাণি তুমিও আমাৰ গৌৰৱ। মই বাৰ্তা লাভ অনুষ্ঠান ভাগ চাই থাকো। মই গহপুৰ শাখা লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা হৈ থাকোঁতে তুমি কবিতা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পুৰস্কাৰ লাভ কৰিছিলা।

    • @keshabdhwani1044
      @keshabdhwani1044 2 месяца назад

      বহুত বহুত ধন্যবাদ❤

  • @ArupjyotiSenapati-r6p
    @ArupjyotiSenapati-r6p 2 месяца назад

    আমাৰ সচাই গৌৰৱ কেশৱ দা,Tagra Rahu keshob Da

  • @kalpanakataky9092
    @kalpanakataky9092 2 месяца назад

    অন্তৰ চুই যোৱা খণ্ড টি উপহাৰ দিয়া বাবে বাত্ৰালাপ লৈ ধন্যবাদ।কেশৱ বৰুৱা ডাঙৰীয়ালৈ অভিনন্দন অসমক বাহিৰত উজলাই ৰখা বাবে

    • @keshabdhwani1044
      @keshabdhwani1044 2 месяца назад

      ধন্যবাদ❤

    • @kalpanakataky9092
      @kalpanakataky9092 2 месяца назад

      @@keshabdhwani1044 কেশৱ বৰুৱা ডাঙৰীয়া আপোনাৰ ফোন ন টো পাম নেকি।আৰু আপুনি অন লাইন ক্লাছ কৰে যে ফিজ কিমান অনুগ্ৰহ কৰি জনাব নেকি