Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
সুন্দৰ হৈছে। খুব সুন্দৰ গীত
Baideo apunar gan Mur hidoi khon hat pori goice ধন্যবাদ ।।অৰুণাচল পৰা
বাইদেউ আপোনাৰ গীতবোৰ চীৰসেউজ হৈ থাকক
আপনার নাম অনেক শুনেছি কিন্তু গান শুনছি এই প্রথম। দারুন সুরেলা আপনার কন্ঠ! আপনার গান হৃদয়কে ছুঁয়ে যায়। অসাধারণ পরিবেশন।
000😊
old songs are very sweet hearing again hearing🎉🎉🎉.
বহুত ভাল লাগিছে। Thanks
বাইদেউ আপোনাৰ প্ৰতিটো গীতেই ভাল লাগে ।❤
শিল্পী গৰাকী দেখা নাছিলো। দেখিবলৈ পাই ভাল লাগিল। লগতে গীতবোৰ সজীৱ হৈ থাকক। 🙏🙏🙏🙏।
Bohut val lagesa god bless you
সুন্দৰ গীত সুন্দৰ কণ্ঠ
ইমান ধুনীয়া
Old is gold.hira kimat things .Purani gitbort imagei beleg.Doli ghosar git bor suni val lage❤❤❤❤❤❤
বাইদেউ আপুনাৰ গান বিলাক ভাল লাগে ❤❤❤
এইবোৰ গীত শুনিলে মোৰ শৈশৱৰ দিনবোৰৰ লৈ মনত পৰে
ইমান সুন্দৰ, শ্ৰুতি মধুৰ আৰু চিৰ সেউজ গীত, শুনিলে হেপাহেই নপলাই। অসমৰ এটি বিখ্যাত পৰিয়ালৰ বোৱাৰী, মাননীয়া ডলি ঘোষ বাইদেউৰ অসমীয়া সংগীত জগতলৈ অনন্য অৱদান। ভাবিলে আচৰিত লাগে। এনেবোৰ অৱদানে বাইদেউক আসমী আইৰ বোকোত চিৰস্মৰণীয় কৰি ৰাখিব। ফটোত বাইদেউৰ বিষাদ ভৰা মূখ,খনি দেখিলে, অন্তৰখন বিষায় যায়, হাহাকাৰ কৰি উঠে। এইয়া হয়তো বাইদেউৰ অসম্পূৰ্ণ দাম্পত্য জীৱনৰ বেদনাও হব পাৰে। বাইদেউ আপুনি য'তেই আছে সুখত থাকক, শান্তিত থাকক তাকে কামনা কৰি প্ৰাভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছো। ধন্যবাদ।
Very. Nice song
Evergreen Assamese song . ♥️
❤❤❤❤
This is the supper song,,❤sweet is singing❤
বহুত সুন্দৰ সুৰীয়া গীতবোৰ, মই জনা হোৱাৰ পৰাই শুনিছোঁ ৰেডিঅ'ত । প্ৰিয় হয় এই গীতবোৰ ❤❤
Nice 👍👍👍👍
Baideo Namaskar. I really like to you. Excellent Voice &Scelll.❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
ভাল লাগিল
এই গীতফাঁকী ৮৫- ৮৬ চনত খুউৱ হেপাহ পলোৱাই গাইছিলো। গীততি শুনা পাই সঁচাই নাহৰ গছজোপাক চাই ফুৰিছিলো। মোৰ বাবে একেবাৰে প্ৰীয় গীত ❤️❤️।পৰাতিলেশ্বৰ য়েইনশিঃ-দিচাংমুখ।
Ohh good message thank you so much
Very very nice.........so nice gan
বাইদেওৰ সকলো গীত মোৰ প্ৰিয়।চীৰ সেউজ গীত বোৰ আমি পুনৰ চৰ্চা কৰি থাকিম।
Baidew apunar gan huni vl paow .gaboloi try koi asu .parim sag.moy BBh.
বৰ ভাল লাগিল শুনি
Bahut2 bhaal laage Ane purana gaan hunile.
Baidew aponar ganbilak khub Lage moi gao aponar gan
Khub sundar gan bhal lagil xuni
😊
9
❤❤
6:27 6:27 @@ManikaPathak-pn1wf
Very nice God bless you
Old is GOLD❤❤❤
অতীতবোৰ যেন নষ্টালজী হৈ পৰিছিল। এনেদৰে প্ৰচাৰ থাকিব।🎉।
Git keitaandgayski verysweet good bless to singer
❤nice
চিৰ যুগমীয়া
বাইদেউ এতিয়াওঁ জীয়াই আছে নে? আজি মোৰ ৩৯ বছৰ হল, আজি হে প্ৰথম শুনিলো বহুত তুমালই শুভিশ্চা থাকিল
এইটো বহু পুৰণি গীত; কিন্তু সদায় যেন চিৰ সেউজ
Right 👍
❤Thesupperest song of Doli Ghosh❤ like these song❤
Sweet song by old is gold ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Good morning 🌞💐🌞
Jibanor.rongbur.utloawa.geet❤
Old gitbor eman sweet comments karibaloi bhakha nai mor
Vabia val lagi goisa ari oha smirti monala ghuri oha jan lagisa anakua harai jua git akow punor paisu oxax doinybad agota gaisilu
Khuub dhuniya geet.pratibosore bohagbihut nahor fula botorot.nahor fulibor holne .duhatote disa.buku vora ei morom.jilmil rodalite.bohagor epahi ful koril kiya.Apunar eikeita geet moi gaoei baideu.amar ghorot taprekordot apunar casate bajai sabe gan xunisil etia ei systemtue naikia hol.casatebur asei,
Good program
ইমান জীপাল গান
😮
Ever green song.
শৈশৱতে ৰাতিপুৱা গীতিমালিকাত সুনিচিলো ৰেদি্অত। বৰ মন পৰসি যায় গীত কাটা সুনি
old songs are different image
❤❤❤
Hridai.juraua.❤
Sweet sweetsweetganbor
অতীতৰ সেউজীয়া গীতে আমাক,নিজক বুজিবলৈ শিকাই,আজিৰ সেউজীয়া গীতে ভৱাই তুলে!
🎉 nice.
❤pran powa git ❤
Horu kalor kotha monot pori jai
Aji kali gaanor quality kiman tolole gol ai puroni xumodhur gaanbur xunile xohojote bujibo pari.
Purna gitbor kiman je mitha
🎉🎉🎉🎉🎉❤❤❤❤❤😂😂😂😂😂😂
SUPERBHATAM SISTER LOVE YOU 🙏♥️🙏 ENJOY YOUR GREAT DAY WITH FAMILY MEMBERS ONLY,,,T/C,,, MAAp.
Xarute fanctionburat gaisilu baidewr gan keita
❤😂😂😂😂,.,,,,,/😊😅
Very nice
❤❤❤❤❤
সুন্দৰ হৈছে। খুব সুন্দৰ গীত
Baideo apunar gan Mur hidoi khon hat pori goice ধন্যবাদ ।।অৰুণাচল পৰা
বাইদেউ আপোনাৰ গীতবোৰ চীৰসেউজ হৈ থাকক
আপনার নাম অনেক শুনেছি কিন্তু গান শুনছি এই প্রথম। দারুন সুরেলা আপনার কন্ঠ! আপনার গান হৃদয়কে ছুঁয়ে যায়। অসাধারণ পরিবেশন।
000😊
old songs are very sweet hearing again hearing🎉🎉🎉.
বহুত ভাল লাগিছে। Thanks
বাইদেউ আপোনাৰ প্ৰতিটো গীতেই ভাল লাগে ।❤
শিল্পী গৰাকী দেখা নাছিলো। দেখিবলৈ পাই ভাল লাগিল। লগতে গীতবোৰ সজীৱ হৈ থাকক। 🙏🙏🙏🙏।
Bohut val lagesa god bless you
সুন্দৰ গীত সুন্দৰ কণ্ঠ
ইমান ধুনীয়া
Old is gold.hira kimat things .Purani gitbort imagei beleg.Doli ghosar git bor suni val lage❤❤❤❤❤❤
বাইদেউ আপুনাৰ গান বিলাক ভাল লাগে ❤❤❤
এইবোৰ গীত শুনিলে মোৰ শৈশৱৰ দিনবোৰৰ লৈ মনত পৰে
ইমান সুন্দৰ, শ্ৰুতি মধুৰ আৰু চিৰ সেউজ গীত, শুনিলে হেপাহেই নপলাই। অসমৰ এটি বিখ্যাত পৰিয়ালৰ বোৱাৰী, মাননীয়া ডলি ঘোষ বাইদেউৰ অসমীয়া সংগীত জগতলৈ অনন্য অৱদান। ভাবিলে আচৰিত লাগে। এনেবোৰ অৱদানে বাইদেউক আসমী আইৰ বোকোত চিৰস্মৰণীয় কৰি ৰাখিব। ফটোত বাইদেউৰ বিষাদ ভৰা মূখ,খনি দেখিলে, অন্তৰখন বিষায় যায়, হাহাকাৰ কৰি উঠে। এইয়া হয়তো বাইদেউৰ অসম্পূৰ্ণ দাম্পত্য জীৱনৰ বেদনাও হব পাৰে। বাইদেউ আপুনি য'তেই আছে সুখত থাকক, শান্তিত থাকক তাকে কামনা কৰি প্ৰাভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছো। ধন্যবাদ।
Very. Nice song
Evergreen Assamese song . ♥️
❤❤❤❤
This is the supper song,,❤sweet is singing❤
বহুত সুন্দৰ সুৰীয়া গীতবোৰ, মই জনা হোৱাৰ পৰাই শুনিছোঁ ৰেডিঅ'ত । প্ৰিয় হয় এই গীতবোৰ ❤❤
Nice 👍👍👍👍
Baideo Namaskar. I really like to you. Excellent Voice &Scelll.❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
ভাল লাগিল
এই গীতফাঁকী ৮৫- ৮৬ চনত খুউৱ হেপাহ পলোৱাই গাইছিলো। গীততি শুনা পাই সঁচাই নাহৰ গছজোপাক চাই ফুৰিছিলো। মোৰ বাবে একেবাৰে প্ৰীয় গীত ❤️❤️।
পৰা
তিলেশ্বৰ য়েইন
শিঃ-দিচাংমুখ।
Ohh good message thank you so much
Very very nice.........so nice gan
বাইদেওৰ সকলো গীত মোৰ প্ৰিয়।চীৰ সেউজ গীত বোৰ আমি পুনৰ চৰ্চা কৰি থাকিম।
Baidew apunar gan huni vl paow .gaboloi try koi asu .parim sag.moy BBh.
বৰ ভাল লাগিল শুনি
Bahut2 bhaal laage Ane purana gaan hunile.
Baidew aponar ganbilak khub Lage moi gao aponar gan
Khub sundar gan bhal lagil xuni
😊
9
❤❤
6:27 6:27 @@ManikaPathak-pn1wf
Very nice God bless you
Old is GOLD❤❤❤
অতীতবোৰ যেন নষ্টালজী হৈ পৰিছিল। এনেদৰে প্ৰচাৰ থাকিব।🎉।
Git keitaandgayski verysweet good bless to singer
❤nice
চিৰ যুগমীয়া
বাইদেউ এতিয়াওঁ জীয়াই আছে নে? আজি মোৰ ৩৯ বছৰ হল, আজি হে প্ৰথম শুনিলো বহুত তুমালই শুভিশ্চা থাকিল
এইটো বহু পুৰণি গীত; কিন্তু সদায় যেন চিৰ সেউজ
Right 👍
❤Thesupperest song of Doli
Ghosh❤ like these song❤
Sweet song by old is gold ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Good morning 🌞💐🌞
Jibanor.rongbur.utloawa.geet❤
Old gitbor eman sweet comments karibaloi bhakha nai mor
Vabia val lagi goisa ari oha smirti monala ghuri oha jan lagisa anakua harai jua git akow punor paisu oxax doinybad agota gaisilu
Khuub dhuniya geet.pratibosore bohagbihut nahor fula botorot.nahor fulibor holne .duhatote disa.
buku vora ei morom.jilmil rodalite.bohagor epahi ful koril kiya.Apunar eikeita geet moi gaoei baideu.amar ghorot taprekordot apunar casate bajai sabe gan xunisil etia ei systemtue naikia hol.casatebur asei,