Assamese Radio songs ll অসমীয়া ৰেডিঅ গীত ।।
HTML-код
- Опубликовано: 23 окт 2023
- #radiosongs #olisgold #assamesesong #assam
Assamese Radio songs ll অসমীয়া ৰেডিঅ গীত ।।
Assamese old songs.
Take a trip down memory lane with these timeless radio classics. Let the soothing melodies and iconic voices transport you to a bygone era of radio magic. Don't forget to like, share, and subscribe for more musical journeys through time! 📻🎶
#RadioHits #Nostalgia #OldiesButGoodies
#assameseradio #oldassamese #oldsongofassam #radiosongs #vintageassamese #asomiyaold #radiogeetassam #nostalgicassamesesong
A selected and rare collection of Assamese songs from radio. Subscribe, enjoy and be nostalgic.
Copyright of the songs reserved by their respective owner.
বৰ ধুনীয়া গীত কেইটি 👌🏻💞🤟🏻🙏🏻
এইবোৰহে অসমীয়া চিৰসেউজ গীত । ধন্যবাদ ।
অশেষ ধন্যবাদ।এনেদৰে পুৰনী গীতবোৰ মোৰ বাবে আগ বঢ়াব বুলি অনুৰুধ কৰিলো
বৰ সুন্দৰ, লৰালি কালতে ৰেডিঅ'ত শুনা পুৰনি মাটিৰ গুন্ধ থকা গীত ❤❤❤❤❤❤
অতি সুন্দৰ 🙌❤❤❤✍✍✍✍✍✍✍
❤❤❤❤❤❤বৰ সুন্দৰ সংগ্ৰহ ।মন জুৰাই গল ।
বৰ সুন্দৰ লাগিছে
ল'ৰালি কালৰ পুৰণি সুৰীয়া গীত কেইটা শুনিবলৈ পাই বৰ ভাল লাগিল ।
সুন্দৰ কণ্ঠ
সেই সোণালী সময়বোৰলৈ ঘূৰি যাবলৈ মন যায় এই গীতবোৰ শুনিলে
Nice song
❤
Jorhat j b g bohut hundor lagil
যিমানেই নতুনত্বৰ পিনে গতি কৰিছোঁ সিমানেই পুৰণিক আদৰিবলৈ লৈছোঁ;কাৰণ নিজৰ জীৱন, যৌৱন এই গানবোৰৰ মাজতেই লুকাই আছে।অতি সুন্দৰ সংগ্ৰহ; ধন্যবাদ জনাইছোঁ এই গীতবোৰ সংগ্ৰহ কৰি শুনাত সহায় কৰাৰ বাবে 🙏
সঁচাকৈ
❤❤❤❤😍😍😍😍😍😍
❤❤❤❤ki je hundar gitbur hunile agar dinburale monto ghuri jai❤❤❤❤
old song also amazing. proud this song also singer.
"বৰ অসম" নাম দি ঐতিহ্য লৈ ইউটীউব খুলি অসমীয়া ভাষাক শৰাধ কিয় ? বৰঅসমত বেজবৰুৱই "দোভাগ ৰাতি"টো "দুভাগ ৰাতি" লিখিছিল নেকি ?
Very nice song 💝💝💝
দুখ বোৰ পাহৰি যাওঁ গীতৰ কথা আৰু সুৰৰ প্রত্বিধনি . শুনি
❤❤❤অতীতৰ বুকুত হেৰাই যাওঁ ❤❤❤❤
Beautiful songs
মন পুলকিত হৈ পৰে
❤❤❤ Baba Hazarika ❤❤ Very Nice songs..
Best song for me
Nice song.
T.Dowarah.
অপূৰ্ব
Bohut val laga .❤
Nice song ❤❤❤🎉🎉🎉❤❤
❤❤❤
Aagar din buroloi monat pori gol o
এই চিৰসেউজ গীত বোৰ শুনিলে মনটো অতীতলৈ উৰা মাৰে
সোণালী দিনৰ সুমধুৰ গীত
অসমীয়া চিৰসেউজীযাগীত
1:24
Dhoniya
Bohut din or murat ho that ei geet keiti eman val lagil. Hosakoi bondhu tumak bhut bhut dhonyobad.
এনে গীতসমূহৰ ভাল সংকলন এটি কৰক। গীতবোৰ শুনিলে নস্টালজিক হওঁ
যৌৱনৰ সময়ছোৱাত বৰকৈ আমনি কৰা গীতবোৰ …. শুনিলে আজিও মন উৰি যায় সেই পাখিলগা দিনবোৰলৈ …
অতিৰ সুন্দৰ গীত