Everybody will always admit that Jayanta Hazarika 's songs are somewhat different from that of other singer's song.His voice/tune can't be compared with anybody else.
I want to listen all more songs sung by legendary Assamese Singer Jayanta Hazarika. Real Fan of Jayanta Hazarika, Swapan Kr Mukherjee, Biswanath Chariali.
Everybody will always admit that Jayanta Hazarika 's songs are somewhat different from that of other singer's songs.His tunes can't be compared to other singer's
Golden memories. I remember as a School going kid, would always hear these songs in the radio while preparing to go to School. There is no replacement for these times accompanied by these songs. Oh so nostalgic 😪.
Bhupenda and Ranada shouldn't be compared.. Both are genius in different...or can say..in their own way...say Ranada is much more passionate... And Bhupenda is much more determind...practical...on ground.. Actually ranada is the king of passionate Assamese songs...shall remain in this throne for ever....
Note - song #2 is not Jayanta Hazarika original, it is sung by someone else very likely by Mayukh. No disrespect to Mayukh, but there is one and only one Jayanta Hazarika. Those who grew up with his voice, would remember the feelings of youthful romanticism of love, life and death from the lyrics vibrating with his voice . I also feel that folks in that era were fortunate to hear his voice and songs. Sadly he passed away too soon, depriving the next generation from experiencing the greatness of Assamese music
দৰদী শিল্পী জয়ন্ত হাজৰিকা দেৱৰ আটাইকেইটা গীতেই চিৰসেউজ তথা শ্ৰোতাৰ অতি প্ৰিয়। আজি 15অক্টোবৰ তাৰিখে তেখেতৰ মৃত্যু দিৱস।সেয়ে তেখেতৰ গীতবোৰ শুনি তেখেতক সোৱৰিছোঁ আজিৰ এই বিশেষ দিনটোত। গীতিকাৰ,সুৰকাৰ,কন্ঠ শিল্পী আৰু সংগীত পৰিচালক জয়ন্ত হাজৰিকা দেৱৰ প্ৰতিটো গীতেই চিৰসেউজ তথা শ্ৰোতাৰ অতি প্ৰিয়। তেখেতে সংগীত পৰিচালনা কৰা ছবি সমূহ "বনৰীয়া ফুল","নিয়তি","বৃষ্টি",ধৰ্মকাই "আৰু"নতুন আশা "(এই খনৰ অসমাপ্ত সংগীতৰ কাম মনীষা হাজৰিকাই সম্পূৰ্ণ কৰে)।তোৰোপৰি তেখেতে"লখিমী থিয়েটাৰ "নামৰ ভ্ৰাম্যমাণ নাট্য গোষ্ঠীৰ বাবেও সংগীত পৰিচালনা কৰিছিল।সুৰ বাহিনীৰ সৃষ্টি কৰি,নপুৰণি শিল্পীৰ সমাৱেশ ঘটাইছিল আৰু অসমীয়া সংগীত জগতক এক অনন্য সুন্দৰ মাত্ৰা প্ৰদান কৰিছিল। এনে এজন দৰদী শিল্পীলৈ আজিৰ এই বিশেষ দিনটোত মোৰ শত সহস্ৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলোঁ। তেখেতৰ এনে চিৰসেউজ গীতকেইটি আপলোড কৰা বাবে আপোনালৈ আন্তৰিক শ্ৰদ্ধা ও প্ৰণাম জনাইছোঁ।🙏
16 October
গীত বহুত পূৰণা, কিন্তু শ্ৰোতা বহুত নতুন। সুমধুৰ চিৰসেউজ গীত পূৰণা হ'লেও আজি বহু নৱ প্ৰজন্মৰ শ্ৰোতাইও আদৰি লৈছে। ই এটা শুভ লক্ষণ।
Jayanta Hazarika is my most favourite Assamese singer. He has left behind great immortal songs which can never be forgotten.
সচাঁকৈ কি যে অপূৰ্ব সৃষ্টি, নিৰ্মল প্ৰভা বৰদলৈ বাইদেউ আৰু জয়ন্ত হাজৰিকা ছাৰ, তেওঁ লোকৰ গীত অসমীয়া সাহিত্যত সদায়েই চিৰসেউজ হৈ থাকিব, ছাৰ মোৰ খুবেই প্ৰিয় !❤️
জয়ন্ত হাজৰিকা দেৱৰ যাদুকৰী কণ্ঠৰ সুমধুৰ চিৰসেউজ গীতসমূহ সদায়েই প্ৰিয় ❤️❤️❤️
Everybody will always admit that Jayanta Hazarika 's songs are somewhat different from that of other singer's song.His voice/tune can't be compared with anybody else.
মা আৰু দেউতাহঁতৰ প্ৰিয় এই গীতবোৰ সৰুতে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই প্ৰচাৰ কৰা সুৰৰ সাতসৰী, গীতিমালিকাত শুনিছিলোঁ৷ এতিয়া শুনিলে সেই শৈশৱৰ বহু কথাই মনত ভুমুকি মাৰে৷ মনটো প্ৰশান্তিৰে ভৰি পৰে৷
Maja
জয়ন্ত হাজৰিকা যদিও আমাৰ মাজত নাই কিন্তু তেখেতৰ যাদুকৰী কণ্ঠ ই তেখেতক সদায়ে শ্ৰ্তাৰ মনত জীয়াই ৰাখিব।
I want to listen all more songs sung by legendary Assamese Singer Jayanta Hazarika.
Real Fan of Jayanta Hazarika,
Swapan Kr Mukherjee, Biswanath Chariali.
কি সুন্দৰ গীত, গীতৰ কথা, সুৰ , শুনি মন ভৰি পৰে,এই গীত বোৰ সদায় চিৰসেউজ
Uff..ki je xumadhur...
Bhogowane iman futuristic apurva voice bonua ajonei bonale...All time favourite songs
Kohinoor of Assam ! He was such a versatile singer !
2 no গীত টো জয়ন্ত হাজৰিকাৰ কণ্ঠৰ নহয় ।
Legends are with us always and forever... proud to be an Axomiya...
2024 tu teu ganor pogola moi💚😌....xdai❤
জীৱন্ত কিম্বদন্তি, যাৰ বাবে সমগ্ৰ অসমবাসী গৌৰৱান্বিত 😌😌
Excellent song, evergreen, marvelous, awesome, superhit, most beautiful song
Akasvani Shillong কেন্দ্ৰত সন্ধিয়া সুনিছিলো আমি সৰুকালত, আজিকালি আকাশবাণী গুৱাহাটী মহাবাহু বজলে শুনি মনটো ভাল লাগে।
❤
মোৰ প্রিয় গীত
🙏🙏🙏🙏🙏🙏🙏🙏🙏 সচাই কি যে মিঠা মিঠা।
Much more and Very very sweet than Another Hazarika
Ai Burak Ha Gan Bule Koi । Aji Kali Guwa Bur Hol Gun, , , , , , , ,
ৰাতি শুনি বেছি ভাল লাগে
সুন্দৰ চিৰসেউজীয়া গীত , জয়ন্ত দাৰ অমৰ সৃষ্টিৰাজিৰ জৰিয়তে সমগ্র অসমীয়া জাতিৰ মাজত তেও যুগে যুগে অমৰ হৈ আছে আৰু থাকিব , অসমীয়া শিল্পজগতত তেও যি আধুনিক ৰোমান্তিক গীতৰ সৃষ্টি কৰিলে সি নিসন্দেহে অতুলনীয় , অদ্বিতীয় আৰু অনন্য | জয়ন্ত দাৰ গীতবোৰ মই প্রায়ে শুনো আৰু গুণগুণাই থাকো |
I love old assamese song
Only the real Singer of Assam... Only Good dies young.... 😢....... Only the memories...
Never forget this legend of Assam!!!
গপৰজকজলদ
🙂
@@pwianskimotivation699 onm
🎉😢😊
@@yogitv8496😊ll
The words in the lyrics are great... These are the lyrics.
If had he lived more years, he would have been surpassed Bhupen daa's legacy❤
He was a Gem, and he will remain as a GEM❤
Xundor gaan .Mon vl logai die
Bor dhunia gaan khuni bhal laga
Evergreen songs...i get goosebumps whenever hear
Everybody will always admit that Jayanta Hazarika 's songs are somewhat different from that of other singer's songs.His tunes can't be compared to other singer's
Guiness world record book world no 1 best song, my favourite song
My favourite songs. Never forget you Jayanta Da. You are immortal in our heart.
কি যে ভাল লগা ।
জয়ন্ত হাজৰিকাদেৱলৈ শ্ৰদ্ধা জনালোঁ।এক বুজাব নোৱাৰা আনন্দ পালোঁ তেওঁৰ গান শুনি।
Never forget this legend. I remember may garand father too lod radio listening this soungs♥️♥️♥️♥️
I love them all
Ki gaan ki xur ki lyrics ki music ki voice ufff korobat herai jao xhunile gaan bur xhunile
Joi Jayanta. Joi ai Axom. ❤️
Jayanta Hazarika's songs are still unique .His voice is different from that of other singers.
8
888iii6i888888f86i88i8i88ii888i8ii8
888iii6i888888f86i88i8i88ii888i8ii8
Old Is Always Gold And Forever Legend And Unbeatable 💯💓💓
Assamese 💓💓💓
মজা
Very nice evergreen songs
@@pabonkhanikar217 3
জয়ন্ত হাজৰিকা দেৱৰ চিৰসেউজ গীত সমূহ শুনিলে হেঁপাহ নপলাই 🙏
অতি সুন্দৰ গীত সমূহ বৰ ভাল লাগে।
All the Best Song.Best Singer.❤❤❤❤❤❤
Best collection. Thanks.
Golden memories. I remember as a School going kid, would always hear these songs in the radio while preparing to go to School. There is no replacement for these times accompanied by these songs. Oh so nostalgic 😪.
Uff eiyaa he gaan ... xosakoye xunile xuni thakiboe mon jaai n
প্ৰথমতে সেৱা যাচিলো , respected অসমৰ CMড. হিমন্ত বিশ্ব শৰ্মাদেৱ, আপোনাৰ বিষয়ে মই সকলো জানো, সৰু কালতেই অসমৰ সমস্যাৰ বিষয়ে জানি উঠি শুদ্ধভাৱে ভগৱানৰ আৰ্হিৰে ভগৱানে যি কৰে ভালেই কৰে এই ধাৰণা নেদেখাজনৰ পৰা পাই , ছাত্ৰৱস্থাতেই পিতৃৰ কবিতাৰে আবৃত্তি,dibat, বক্তৃতাত আগুৱান হৈ যুজি যুজি শত্ৰু মিত্ৰৰ মাজত একতা আনিবলৈ দিনৰাতি একাকাৰ কৰি গৱেষনালব্ধ কথাৰে অসমৰ ভাৰতৰ বিশ্বৰ বিশ্বব্ৰহ্মাণ্ডৰ মাটি জীপাল কৰা অনন্য সত্ বুদ্ধিমান হিচাপে জীৱন পৰিয়ালৰ শান্তিৰ বাবে কাম কৰি ভাগৰিও ভাগৰি নপৰা my dearest বিশ্বদেৱ আটাইতকৈ বিশাল সন্মান ন'বেল বঁটা পোৱাৰ বাবে তেঁওৰ বাহিৰে অন্য এজন থকা বুলি মোৰ মনে নকয়,God bless you forever respected Sir welcome 🙏❤মই তিনি বছৰৰ পৰাহে সকলো বুজিবলৈ চেষ্টা কৰিছো, শ্ৰদ্ধাৰ ছাৰ আপোনাৰ কাৰণে সঁচাখিনি কবলৈ সাহস পাইছো, সেইখিনি মোৰ বাবে বহুত সহায় আপোনাৰ ছাৰ,মই আপোনাৰ বিষয়ে কোৱাখিনিৰ এটা শব্দও মিছা নহয় গুণ,অযুত মৰম দিলো ধুন,লগতে সেৱা যাচিলো❤❤
👹
😂❤
একেবাৰে সৰু কালৰ পৰা আজি ৫০ বছৰ ত কৈ ও অধিক বয়সলৈ তেওঁৰ গীত শুনি আছোঁ,বোধ কৰোঁ জীয়াই থকা লৈ শুনি থাকিব লাগিব,,,
Such a melliflous n natural voice. Salutations 2d immortal singer.
😊😊
😊❤
😊
❤❤
😊
Jayanta Hazarika left for heavenly abode at his younger age... If he would get some more time definitely he would be
d best..
Ontor sui juwa ganbur❤❤❤❤sirojugomiya geet
I love old Assamese song❤❤😂🎉🎉
mon xojib hoi uthe
Evergreen songs of jayanta Hazarika sir.
মোৰ প্ৰিয় গীত এইবোৰ ।শুনিলে মন ভাল লাগি যায় ❤️
Beautiful compositions.
Tribute to this legendary revolutionary singer. Assam lost a jewel. Gone too soon..
Evergreen songs I get goosebumps hear❤❤❤❤🎉
Evergreen song all assamese people's.
মোৰ জীৱনৰ প্ৰিয় গান
বহুত ভাল লগা গান
বিৰাট এক প্ৰশান্তি লাভ কৰোঁ জয়ন্ত হাজৰিকা দেৱৰ এই কালজয়ী গীত বোৰ শুনিলে।
Bhupenda and Ranada shouldn't be compared..
Both are genius in different...or can say..in their own way...say Ranada is much more passionate...
And Bhupenda is much more determind...practical...on ground..
Actually ranada is the king of passionate Assamese songs...shall remain in this throne for ever....
Moja ❤❤❤
অ মা তোলৈ বহুত মনত পৰে...আছা বহি মোকে ধিয়াই গোঁসাই ঘৰত বন্তি জ্বলাই💚💚💚
OLD IS GOLD......
😊
চিৰ সেউজ এই গীত বিলাক শুনিলেদেহা পৰি যায়।
Always enjoy and love the song. Great singer
Jayanta Hazarika sir e zubeen da t koi o bht speedy gai..thkile hoi to bht kiba kibi xunibo loi palu hoi...❤️❤️❤️
❤❤ Legendary!!
The jayanta sir is Assam great singer
Pp00
Real gems🙏❤️👍😀😭❤️
The legends always will be gold
No.2 song is somewhere lost that feeling n charisma of the late Legend...since sung by someone else
He was better than bhupen hazarika but could not get his due
Both are good 👍
May be a victim of dirty music industry politics
Have more feel and heart touching
He died early that's it. And bhupen hazarika sang paul Robson s communist song
Absolutely right bro..... He was far better
Apunar gan bohut dhuniya
Just oshadharan❤❤❤
unforgotable !
How sweetness is . Xuper song. Tq❤❤❤❤❤❤❤❤❤❤❤❤
Good morning and happy Birthday to Amit and Minakshi Sharma you happy Birthday to Amit 🎉🎉🎉❤❤❤❤❤
Irreplaceable ✅🛐
Old is gold
Yes your and mein thinking is same
গানবোৰ শুনিলে জয়ন্ত হাজৰিকাই বিহুৰ মঞ্চত গান গাই থকা ছবিখন মনলৈ আহে ।
"তোমাৰ মৰমে মোৰ" এই গানটোত মাত টো অলপ বেলেগ যেন লাগিছে ,AI ৰ প্রভাব পৰা নাই টো ??? চিৰ স্বনাম ধন্য জয়ন্ত হাজৰিকা দেৱৰ গানবোৰ আমাৰ দেহৰ শিৰা উপ শিৰাত বহু গভীৰলৈ সোমাই গৈছে ,কিন্তু আজি এই গান টো শুনাত সেই একেবোৰ অঙ্গ ই যেন মানিব খোজা নাই .........
Amar..houk.
Kiman Xundor srishti asil eibur. jikunu ejone xunar pisot gun gunai uthe
Immortal song sung by an immortal singer.
What a melodious voice
The songs are awesome we new generation respect these type of song and if possible preserve these type of song
I love ❤Every song of jayanta Hazarika
I love you Jayantada 😭❤
Note - song #2 is not Jayanta Hazarika original, it is sung by someone else very likely by Mayukh. No disrespect to Mayukh, but there is one and only one Jayanta Hazarika. Those who grew up with his voice, would remember the feelings of youthful romanticism of love, life and death from the lyrics vibrating with his voice . I also feel that folks in that era were fortunate to hear his voice and songs. Sadly he passed away too soon, depriving the next generation from experiencing the greatness of Assamese music
Exactly.
Evergreen songs
বৰ ভাল লাগে।
Jayanta Hazarikar gunbor tahanir hamoitkoi advance,hai karone ajiu hone bhal lage
Happy new year dear god bless you 💓💓🌹🌹🌹💖🎊💖💖
3:08 Tomar marame mor
7:45 mor minati
10:50 Krishnasura Tomar
14:01 Ketiyaba bejarote
কিংবদন্তি শিল্পীগৰাকীলৈ প্ৰণাম যাঁচিলো । ইয়াত সন্নিৱিষ্ট কৰা "তোমাৰ মৰমে মোৰ" গানটো জয়ন্ত হাজৰিকাৰ কণ্ঠৰ নহয় । আন কোনোবাই গোৱা । গতিকে ইয়াৰ দ্বাৰা নতুন প্ৰজন্মৰ বাবে এটা ভুল বাৰ্তা দিয়া হয়। এনেক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে গানটো গোৱা বুলি উল্লেখ থকা দৰকাৰ বুলি ভাবো ।
Jayanta Hazarika's wife was very correct....How Dare some Nonsense makes a remake without Her or Their Families Permission..Shame less creature...
Ki je bhal lagil huni
Jogojoe get bohut val lagel
৭০ ৰ সেই গীত আৰু আজিৰ !