Bhupenda and Ranada shouldn't be compared.. Both are genius in different...or can say..in their own way...say Ranada is much more passionate... And Bhupenda is much more determind...practical...on ground.. Actually ranada is the king of passionate Assamese songs...shall remain in this throne for ever....
Best song, my favourite song, I love you this song, my favourite song, most beautiful song, best song, excellent song, evergreen, marvelous, awesome, superhit, most beautiful song best song
সচাঁকৈ কি যে অপূৰ্ব সৃষ্টি, নিৰ্মল প্ৰভা বৰদলৈ বাইদেউ আৰু জয়ন্ত হাজৰিকা ছাৰ, তেওঁ লোকৰ গীত অসমীয়া সাহিত্যত সদায়েই চিৰসেউজ হৈ থাকিব, ছাৰ মোৰ খুবেই প্ৰিয় !❤️
দৰদী শিল্পী জয়ন্ত হাজৰিকা দেৱৰ আটাইকেইটা গীতেই চিৰসেউজ তথা শ্ৰোতাৰ অতি প্ৰিয়। আজি 15অক্টোবৰ তাৰিখে তেখেতৰ মৃত্যু দিৱস।সেয়ে তেখেতৰ গীতবোৰ শুনি তেখেতক সোৱৰিছোঁ আজিৰ এই বিশেষ দিনটোত। গীতিকাৰ,সুৰকাৰ,কন্ঠ শিল্পী আৰু সংগীত পৰিচালক জয়ন্ত হাজৰিকা দেৱৰ প্ৰতিটো গীতেই চিৰসেউজ তথা শ্ৰোতাৰ অতি প্ৰিয়। তেখেতে সংগীত পৰিচালনা কৰা ছবি সমূহ "বনৰীয়া ফুল","নিয়তি","বৃষ্টি",ধৰ্মকাই "আৰু"নতুন আশা "(এই খনৰ অসমাপ্ত সংগীতৰ কাম মনীষা হাজৰিকাই সম্পূৰ্ণ কৰে)।তোৰোপৰি তেখেতে"লখিমী থিয়েটাৰ "নামৰ ভ্ৰাম্যমাণ নাট্য গোষ্ঠীৰ বাবেও সংগীত পৰিচালনা কৰিছিল।সুৰ বাহিনীৰ সৃষ্টি কৰি,নপুৰণি শিল্পীৰ সমাৱেশ ঘটাইছিল আৰু অসমীয়া সংগীত জগতক এক অনন্য সুন্দৰ মাত্ৰা প্ৰদান কৰিছিল। এনে এজন দৰদী শিল্পীলৈ আজিৰ এই বিশেষ দিনটোত মোৰ শত সহস্ৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলোঁ। তেখেতৰ এনে চিৰসেউজ গীতকেইটি আপলোড কৰা বাবে আপোনালৈ আন্তৰিক শ্ৰদ্ধা ও প্ৰণাম জনাইছোঁ।🙏
16 October
গীত বহুত পূৰণা, কিন্তু শ্ৰোতা বহুত নতুন। সুমধুৰ চিৰসেউজ গীত পূৰণা হ'লেও আজি বহু নৱ প্ৰজন্মৰ শ্ৰোতাইও আদৰি লৈছে। ই এটা শুভ লক্ষণ।
Jayanta Hazarika is my most favourite Assamese singer. He has left behind great immortal songs which can never be forgotten.
জয়ন্ত হাজৰিকা দেৱৰ যাদুকৰী কণ্ঠৰ সুমধুৰ চিৰসেউজ গীতসমূহ সদায়েই প্ৰিয় ❤️❤️❤️
Much more and Very very sweet than Another Hazarika
Kohinoor of Assam ! He was such a versatile singer !
কি সুন্দৰ গীত, গীতৰ কথা, সুৰ , শুনি মন ভৰি পৰে,এই গীত বোৰ সদায় চিৰসেউজ
মা আৰু দেউতাহঁতৰ প্ৰিয় এই গীতবোৰ সৰুতে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই প্ৰচাৰ কৰা সুৰৰ সাতসৰী, গীতিমালিকাত শুনিছিলোঁ৷ এতিয়া শুনিলে সেই শৈশৱৰ বহু কথাই মনত ভুমুকি মাৰে৷ মনটো প্ৰশান্তিৰে ভৰি পৰে৷
Maja
2 no গীত টো জয়ন্ত হাজৰিকাৰ কণ্ঠৰ নহয় ।
Ki gaan ki xur ki lyrics ki music ki voice ufff korobat herai jao xhunile gaan bur xhunile
Akasvani Shillong কেন্দ্ৰত সন্ধিয়া সুনিছিলো আমি সৰুকালত, আজিকালি আকাশবাণী গুৱাহাটী মহাবাহু বজলে শুনি মনটো ভাল লাগে।
❤
I love all songs of Jayanta Hazarika
জয়ন্ত হাজৰিকা যদিও আমাৰ মাজত নাই কিন্তু তেখেতৰ যাদুকৰী কণ্ঠ ই তেখেতক সদায়ে শ্ৰ্তাৰ মনত জীয়াই ৰাখিব।
Our childhood hero Jayant hazarika
All time favourite, I like his song
Never forget this legend of Assam!!!
গপৰজকজলদ
🙂
@@pwianskimotivation699 onm
🎉😢😊
@@yogitv8496😊ll
মোৰ প্রিয় গীত
🙏🙏🙏🙏🙏🙏🙏🙏🙏 সচাই কি যে মিঠা মিঠা।
Xundor gaan .Mon vl logai die
Bor dhunia gaan khuni bhal laga
Only the real Singer of Assam... Only Good dies young.... 😢....... Only the memories...
The words in the lyrics are great... These are the lyrics.
ৰাতি শুনি বেছি ভাল লাগে
Uff..ki je xumadhur...
Bhogowane iman futuristic apurva voice bonua ajonei bonale...All time favourite songs
Ai Burak Ha Gan Bule Koi । Aji Kali Guwa Bur Hol Gun, , , , , , , ,
Never forget this legend. I remember may garand father too lod radio listening this soungs♥️♥️♥️♥️
Excellent song, evergreen, marvelous, awesome, superhit, most beautiful song
জীৱন্ত কিম্বদন্তি, যাৰ বাবে সমগ্ৰ অসমবাসী গৌৰৱান্বিত 😌😌
এইবোৰ প্ৰিয় গীত ৰাতি শুনা আমেজ সুকীয়া❤❤ কি যে মিঠা🙏🏻🙏🏻
All time favourite song 🎉❤🙏🙏
I love old assamese song
Assamese 💓💓💓
মজা
Very nice evergreen songs
@@pabonkhanikar217 3
Joi Jayanta. Joi ai Axom. ❤️
2024 tu teu ganor pogola moi💚😌....xdai❤
My favourite old singer is jayanta hazorika
Irreplaceable ✅🛐
All the Best Song.Best Singer.❤❤❤❤❤❤
Uff eiyaa he gaan ... xosakoye xunile xuni thakiboe mon jaai n
Evergreen songs...i get goosebumps whenever hear
অতি সুন্দৰ গীত সমূহ বৰ ভাল লাগে।
I love old Assamese song❤❤😂🎉🎉
Guiness world record book world no 1 best song, my favourite song
My dear sweet song ❤❤❤.
Kiman Xundor srishti asil eibur. jikunu ejone xunar pisot gun gunai uthe
Old is gold
Evergreen songs I get goosebumps hear❤❤❤❤🎉
জয়ন্ত হাজৰিকা দেৱৰ চিৰসেউজ গীত সমূহ শুনিলে হেঁপাহ নপলাই 🙏
My favarit singer
I LOVE. Assamese song
My favourite songs. Never forget you Jayanta Da. You are immortal in our heart.
কি যে ভাল লগা ।
I love them all
Ontor sui juwa ganbur❤❤❤❤sirojugomiya geet
Old is gold❤❤❤
Evergreen songs of jayanta Hazarika sir.
Evergreen song all assamese people's.
Apunar gan bohut dhuniya
mon xojib hoi uthe
মোৰ প্ৰিয় গীত এইবোৰ ।শুনিলে মন ভাল লাগি যায় ❤️
This song remain me early days.Its so sweet memory.
Dhanyabad
If had he lived more years, he would have been surpassed Bhupen daa's legacy❤
He was a Gem, and he will remain as a GEM❤
No.2 song is somewhere lost that feeling n charisma of the late Legend...since sung by someone else
What a melodious voice
Legends are with us always and forever... proud to be an Axomiya...
মোৰ জীৱনৰ প্ৰিয় গান
বহুত ভাল লগা গান
Real gems🙏❤️👍😀😭❤️
Dhanyabad.
Such a melliflous n natural voice. Salutations 2d immortal singer.
😊😊
😊❤
😊
❤❤
😊
I love jayanta Hazarika I love his Song Too Much
The songs are awesome we new generation respect these type of song and if possible preserve these type of song
I love you Jayantada 😭❤
How sweetness is . Xuper song. Tq❤❤❤❤❤❤❤❤❤❤❤❤
অ মা তোলৈ বহুত মনত পৰে...আছা বহি মোকে ধিয়াই গোঁসাই ঘৰত বন্তি জ্বলাই💚💚💚
Evergreen songs
Rana mama i miss you
Jayanta Hazarika's songs are still unique .His voice is different from that of other singers.
8
888iii6i888888f86i88i8i88ii888i8ii8
888iii6i888888f86i88i8i88ii888i8ii8
unforgotable !
❤❤ Legendary!!
huni val lage maje homoye
Just oshadharan❤❤❤
বৰ ভাল লাগে।
Moja ❤❤❤
3:08 Tomar marame mor
7:45 mor minati
10:50 Krishnasura Tomar
14:01 Ketiyaba bejarote
কিংবদন্তি শিল্পীগৰাকীলৈ প্ৰণাম যাঁচিলো । ইয়াত সন্নিৱিষ্ট কৰা "তোমাৰ মৰমে মোৰ" গানটো জয়ন্ত হাজৰিকাৰ কণ্ঠৰ নহয় । আন কোনোবাই গোৱা । গতিকে ইয়াৰ দ্বাৰা নতুন প্ৰজন্মৰ বাবে এটা ভুল বাৰ্তা দিয়া হয়। এনেক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে গানটো গোৱা বুলি উল্লেখ থকা দৰকাৰ বুলি ভাবো ।
I didn’t single word
But I love this
Mur maramar silpi garakik khadai sradha Kari jaam. 😊
❤
I love old Assamese song
The jayanta sir is Assam great singer
Pp00
Ki je bhal lagil huni
Happy birthday legend
God bless you. Nice all day
Class 1-10 that time ohh.. its give me a relex time everyday...I never frgt that time..
No able to sleep at night
Playing these songs ❤️
Happy new year dear god bless you 💓💓🌹🌹🌹💖🎊💖💖
One of my best singer.
Bhupenda and Ranada shouldn't be compared..
Both are genius in different...or can say..in their own way...say Ranada is much more passionate...
And Bhupenda is much more determind...practical...on ground..
Actually ranada is the king of passionate Assamese songs...shall remain in this throne for ever....
Immortal song sung by an immortal singer.
চিৰসেউজ এই গীতসমূহ শুনি থাকিলেও হেঁপাহ নপলায়।
বিৰাট এক প্ৰশান্তি লাভ কৰোঁ জয়ন্ত হাজৰিকা দেৱৰ এই কালজয়ী গীত বোৰ শুনিলে।
Best song, my favourite song, I love you this song, my favourite song, most beautiful song, best song, excellent song, evergreen, marvelous, awesome, superhit, most beautiful song best song
EXCELLENT....
চিৰ নতুন গীত এইবোৰ