Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
সচাকৈয়ে কিমান অৰ্থবহ গীত । এই মহান শিল্পী দুগৰাকীলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছো।
ভূপেনদাৰ একক কণ্ঠৰ আৰু আৰু ৰাণাৰ লগত দ্বৈত কণ্ঠৰ এই গীত কেইটা প্ৰতিজন অসমীয়া আৰু অসমক ভালকৈ চিনি পোৱা পৃথিবীৰ যি কোনো ভাষা-ভাষী সঙ্গীত প্ৰিয় লোকৰ বাবেই গীত কেইটাত সন্নিবিষ্ট হৈ থকা অসমৰ এটা এটা যুগৰ বাৰ্তা সাঁচি ৰখা একোটা একোটা অবিস্মৰণীয় সৃষ্টি । যি সময় খিনিৰ পৰিক্ৰমাত এই কেইটা গীত সৃষ্টি হৈছিল , সেই কাল ছোৱা অতিক্ৰম কৰি অহা যি কোনো অসমীয়া মানুহকে গীত কেইটাই মোহাবিষ্ট কৰি পেলোৱাৰ আৰু গীত কেইটা সৃষ্টি হোৱা অতীতৰ সেই বিশেষ বিশেষ সময় খিনিত নিজকে নিজে অৱগাহন কৰোৱাই নষ্টালজিক কৰি পেলোৱাৰ সক্ষমতা ধৰি ৰাখিছে ।
সুধা কন্ঠ ড:ভূপেন হাজৰিকা দেৱৰ অমৰ সৃষ্টি। পাবলৈ অতি কঠিন এই চিৰসেউজ গীতবোৰ শুনি আপ্লুত হলোঁ।দ্বৈত কন্ঠৰ গীতকেইটি অসমীয়া সংগীত জগতৰ একো একোটা আপুৰুগীয়া সম্পদ। গীতকেইটি আপলোড কৰা বাবে আপোনালৈ অশেষ ধন্যবাদ জনাইছোঁ।
অতি অৰ্থপূৰ্ণ আৰু উপদেশমূলক গীত এই বোৰ আমাৰ ডেকা বয়সৰ। আমি ইয়াৰ পৰা অনুপ্ৰাণিত হৈছিলো। এতিয়া ৰ যুবকসকলে বা কি ভাৱে !
Nostalgic কৰি তুলিলে গীতকেইটাই। বহু। ধন্যবাদ।
Salute to the evergreen singers of Assam
Great creations.
পুৰণি গীতবোৰ শুনি খুব ভাল লাগে ।প্ৰতিটো গীত অৰ্থ পূৰ্ণ।
ভাল পালে ও ঈশ্বৰে মিলাই দিয়েই,,,
ৰেডিঅ'ৰ অনুৰোধৰ অনুষ্ঠান কল্পতৰুত এই গীত বোৰ অনুৰোধ কৰি কৰি শুনিছিলো । ইমান যে ভাল লাগিছিল অ,,,
Two maharathi of assamese song.
All time greatest duet.
very nice
Old is gold
❤
❤❤❤❤❤❤
Love
🙏🙏🙏
Aibur .geetor tulana nai ...prema handique😅
🙏