কল্পতৰু - পুৰণি গীতৰ সমাহাৰ | Best old Assamese song || Mahendra Hazarika & Jayanta Hazarika Song
HTML-код
- Опубликовано: 22 июн 2024
- কল্পতৰু - পুৰণি গীতৰ সমাহাৰ | Best old Assamese song || Mahendra Hazarika & Jayanta Hazarika Song Part 8
#timesguwahati #oldassamesesong #কল্পতৰু
A
Nahid Afrin
B
Dipali Barthakur
Beauty Sharma Barua
Joi Barua
Kashmiri Saikia Baruah
Shamshad Begum
Rupam Bhuyan
Parineeta Borthakur
Plabita Borthakur
C
K. S. Chithra
Anamika Choudhari
Anima Choudhury
D
Jim Ankan Deka
G
Zubeen Garg
Shreya Ghoshal
H
Axl Hazarika
Bhupen Hazarika
Jayanta Hazarika
Mayukh Hazarika
Queen Hazarika
I
Mahalakshmi Iyer
K
Kavita Krishnamurti
Kishore Kumar
M
Archana Mahanta
Khagen Mahanta
Usha Mangeshkar
N
Sonu Nigam
P
Pratima Barua Pandey
Papon (singer)
Maitrayee Patar
Rameshwar Pathak
Kalpana Patowary
Anindita Paul
R
Manas Robin
S
Sagarika
Debojit Saha
Tarali Sarma
Shaan (singer)
Simanta Shekhar
Parween Sultana
Y
Alka Yagnik
About us
We are a web portal from North-East
Times Guwahati
Follow us on FB
/ timesguwahatinewsassam
Follow Us at Google news.google.com/publications/...
Follow Us at Twitter : / times_guwahati
follow Pulak Nath at inst
/ pulaknath123
Visit our website
timesguwahati.com
Thanks for visit us
old assamese song,old assamese songs collection,old assamese song new version,old assamese song video,old assamese song dipen baruah,old assamese song jayanta hazarika,old assamese song audio,assamese old song anima choudhury,assamese old song anjana,all old assamese song,old assamese song by jayanta hazarika,old assamese song by dipali borthakur,Best old Assamese song - Видеоклипы
Bohut val lage ai gan bur hunibole pale .agote radiot Huna gan bur atia mobileot hunibole paisu.❤❤anedore শ্ৰোতাৰ majoloi aga borhai jawk anadhoronor geet bur.
Dhoinyabad ane bur geet amar majloi dia babe
These kind of songs remind me my childhood days of 80-90,s days.
🥺🥺
ৰূদ্ৰ বৰুৱা গীতটি মন পৰশা আছিল ৷
🙏🏼🙏🏼🙏🏼Ami xoru thakote Philips company r Redio ata ghorot asil. Asil mane dewtar xukh dukhar logori. Dewtai tetiya Meghalaya r Jowait P.W.D. t sakori korisil.Dewta ghorot agile Redio Tu logot loi ahe aru gole loi jai. Ghorot Redio Tu thaka keidin abela mor logot abela bhanti- bhaitir logot Rakhi Natok Kalpataru Chitrageet upsnnyax path ADI Nanan amodjonk anusthan xuisilu.❤
After lesening remember my childhood ❤
Rudra Barua
ৰুদ্ৰ বৰুৱা আছিল।
মহেন্দ্ৰ হাজৰিকা আৰু আলকা য়াগ্নিকৰ দ্বৈত কণ্ঠৰ গীতটো শুনিবলৈ ভালেই হৈছে , পিছে গীতটোত ব্যৱহিত এটা শব্দৰ ভুল। প্ৰয়োগ বৰকৈ কাণত বাজিছে । গীতিকাৰ কোন নেজানো , কিন্তু তেওঁ এটা কথা মনত ৰাখিব লাগে যে অসমীয়া মানুহে ঘৰ সাজে , নবনায় । গহনা গঢ়ায়হে , নবনায় ।
গোটেই গীতটোত এই শব্দটোৱে হৈছে খাপ নোখোৱা শব্দ ।
@@digontagohain7281 kun tu gan r kotha koise? Mahendra Hazarika ru Alka Yagnik a guwa
কল্পতৰুতে সিদিনা শুনিলোঁ , গানটো সম্পূৰ্ণ মনত নাই । গানটোত আছে
" ... তোমাৰ কাৰণে ঘৰ 'বনালো' .....
গহনা 'বনালো ' …। এনেকুৱা বাক্য দুটামান আছে ,যিকেইটা ধুনীয়া গীতটোৰ লগত খাপ খোৱা নাই।
তাতকৈ যদি ' ঘৰ সাজিলোঁ '.... গহনা গঢ়ালোঁ ' __বুলি গালে হেঁতেন, গীতটো বচি ভাল লাগিল হেঁতেন। সেইটোহে কৈছিলোঁ ।
আমাৰ নো কি , অসমীয়া শ্ৰোতা হিচাপে ভাল গান এটা পালে শুনিবলৈ মন যায়। তাতে এনেকুৱা পালে নকৈ নোৱাৰোঁ। অপৰাধ মাৰ্জনীয় ।
এ
মহেন্দ্ৰ -আলকা যুতিৰ বৰ বেচি গান নাই চাগে । যি কেইটা আছে তাৰ মাজতে বিচাৰি চালে পাব ।
এইখিনিতে আৰু এটা গানৰ কথা মনত পৰিছে । নামী-দামী গায়িকা তৰালী শৰ্মাৰ গান । গীতিকাৰ কোন নেজানো। ইমান ডাঙৰ শিল্পী , গীতিকাৰ সকলৰ সমালোচনা কৰা ধৃষ্টতা আমাৰ নাই । তথাপিও কাণত বজা দুটা এটা শব্দৰ কথা নকৈও নোৱাৰোঁ।
গীতটো ::
" আহিবা তুমি বুভাগ ৰাতি, পৃথিৱী যেতিয়া শুব ......" __ইমান ধুনীয়া শব্দ , সুৰ , কণ্ঠ ,গায়কী ,বাদ্য সংগীত সমাহাৰ ঘটা এই অনন্য শুৱলা গানটো এটা মাত্ৰ খাপ নোখোৱা অনা-অসমীয়া শব্দ " চাঁৱৰীয়া ৰে লগাই দি গানটোৰ
@@digontagohain7281 thank you..Gan tu plu ..
সৌন্দৰ্য হ্ৰাস কৰি পেলালে।
মনলৈ অহা কথাটো হে কৈছোঁ দেই । কোনোবাই আক' উভতি ধৰি " তুমি শুনিবলৈ ভাল পোৱা নাই, নুশুনিবা " __ বুলি ক'লে আমাৰ ফালে আধ্যা । বিতৰ্ক নিবিচাৰোঁ।
Ara. Kolpatarur psate anchalik batori dilei 1kmtr durair scoolkhanaloi jatraaromva karisilu. Ghari nasaleu hai