Assamese Radio Song2
HTML-код
- Опубликовано: 15 окт 2024
- #assameseradio #oldassamese #oldsongofassam #radiosongs #vintageassamese #asomiyaold #radiogeetassam #nostalgicassamesesong
A selected and rare collection of Assamese songs from radio. Subscribe, enjoy and be nostalgic.
Copyright of the songs reserved by their respective owner.
এই গীতবোৰ শুনিলেই মন ভৰি পৰে।আমাৰ দিনৰ সুন্দৰ গীতবোৰ।সদায় নতুন।
এই গীত বোৰত নিজক বিচাৰি পাওঁ । লৰালি, কৈশোৰ আৰু যৌৱন জীপাল হৈ উঠে ।❤স্মৃতি গৰ্ভৰ পৰা❤❤❤❤❤
নিজৰ এৰি অহা দিনবোৰ সজিৱ কৰাৰ একমাত্ৰ সহজ উপায়। নিজৰ লগতে বন্ধুবোৰৰ চেহেৰা❤
@@wilddoves3 ❤️❤️
ৰাতিপুৱাপৰা দুপৰীয়া আৰু ৰাতিলৈকে সময়ে সময়ে দিয়া এই গীতবোৰ শুনিবলৈ কিমান যে আগ্ৰহেৰে ৰৈ আছিলো❤️ ৷ মোৰ দদাইদেউৰ ঘৰত এতিয়াও ৰেডিঅটো আছে আৰু সেই পুৰনি দিনবোৰৰ দৰেই এতিয়াও বাজি থাকে ৷
যি সময়ৰ যি গান, সেইসময়ৰ আমি, আমাৰ খুব ভাল লাগে । অতিত জিৱন জৌৱন সকলোৰেই সেই বিশেষ মূহুৰ্ত মনলৈ আহে। তাকে লৈ আমি জিয়াই আছো। যেন সৌ সিদিনাৰ কথা। পতককে গ'ল সেই দিনবোৰ। ভাল লাগিল অতিতক মনলৈ আনি।
❤❤❤🙏
Bahut2 bhaal lagil purani gaan huni. Manat pore atitor din bhuraloi.
শুনি বহুত ভাল লাগিল। দাদা অনাগত দিনবোৰত আৰু ভাল ভাল গীত শুনিভলৈ পাও৺ যেন। ধন্যৱাদ🙏🙏🙏
খুব ভাল লাগিল পুৰণি অসমীয়া গীতকেইটি শুনি ।
মন আনন্দত তুলি উঠে। কিমান যেভাললগা
এই বোৰ গান শুনিলে সেই পুৰণি সোণালী দিনবোৰলৈ মনত পৰে। বৰ ভাল আছিল। 🙏👍👍 ।
ধন্য়বাদ, আমি উৎসাহিত হলোঁ
ধন্যবাদ ❤
গানটোৰ শুনি ধন্য হলো 🙏
ৰেডিঅ'শুনাৰ কথা উল্লেখ কৰিবলৈ ভাল পাম যে পূৱা ৮-৩০বজাৰ ,সুগম সংগীতৰ অনুষ্ঠান গীতি মালিকাৰ গীত সমূহ কণ্ঠস্থ আছিল গীতিকাৰসহ ।❤️❤️❤️👍👍
Ai gaan honi otitar manuhar maazat thaka maram val powar kathaa manat aahe.❤
বৰ সুন্দৰ🙏 আমাৰ ঘৰত এতিয়া ও ৰেডিঅ আছে আৰু সদায় শুনো
Purani git bor eman vl lage ❤. ..aagr din borei bhut vl loga din asil.....❤
Nice Song Assamese 🎉🎉
ইমান ধুনীয়া গান বোৰ ❤
ভাল লাগিল পুৰণি গীত বোৰ হুনি ❤❤❤❤❤❤
19:13
❤❤❤❤❤❤❤❤❤❤❤❤❤
বহুত ভাল লাগিছে 😊
অতিতক নাজাবা পাহৰি 🙏🙏👌👌👍👍
❤❤❤👌👍
Fantastic CALLETSON
Nice properment perfect voice superb.
Hundar bohut hundar.👌👌👌👌
পাহৰণিৰ গৰ্ভত হেৰাই যাব খোজা গীত কেইটি পুণৰ সুযোগ দিয়াৰ বাবে অশেষ ধন্যবাদ ❤❤❤
আগৰ দিন বোৰ মনত পৰিছে। কিমান ভাল আছিল ।
ৰাতিপুৱা স্কুলত যাবলৈ ওলাই থাকোতে এই গীতবোৰ আমাৰ ফিলিপসৰ ৰেডিঅত বাজি থাকিছিল। বিৰাট স্মৃতি😥
❤😂🎉😢😮😅😊
❤😂🎉😢😮😅😊
🔥 গান কেইটা শুনি ভাল লাগিল।
শুনি আপ্লুত হলো দাদা অনাগত দিনবোৰত এই গীত শুনিবলৈ পাওঁ যেন
বহুত ভাল লাগিল দেই ❤❤❤❤
val lagil
ল'ৰালিৰ আনন্দ বোৰলৈ মনত পৰে।
পুৰণি গীতবোৰ শুনি কেতিয়াও আমনি নালাগে সদায়ে ভাল লাগে
ধন্য়বাদ
পুৰণি গীত বোৰ শুনিলে মনটো কিবাতা ভাল লাগে বুজাব নোৱাৰি
W
Puroni gitbur hodai val lage.
Imn val lagil.... Ratipuwa school t jbo olaote gitimalika, fon in kalpataru, aaideu r buloni..... Bor vl loga anuvob.....
অতীতলৈ উভতি গলো❤ আকৌ যদি এনেদৰে ঘৰে ঘৰে ৰেডিঅ' 'থাকিল হেঁতেন আৰু এনে সুমধুৰ সুৰৰ গান শুনিব পাৰিলেহেতেন ❤❤
Bahut bhal lagil dada... photo khon o moja❤❤❤
#১ আৰু #২ ত আপলোড কৰা গীতকেইটি শুনি আপ্লুত হʼলো,, আপোনাক অশেষ ধন্যবাদ এই গীতসমূহ আপলোড কৰাৰ বাবে 🙏💐
প্ৰতি ধন্যবাদ জনালোঁ। আমাৰ সংগীতৰ জগতখনিত প্ৰাণ প্ৰতিস্থা কৰা এই গীতসমূহক এৰি দিব পৰা নাযায়।
মন জুৰাই যায় গীত বোৰে
Old songs pleased my health and heart. 👌👌👌
Right🙏
Radio git suni bahut bahut val lagil❤ .
Fidahh moi ❤ agor songbure Val asil jui 🔥👍❤❤❤❤
উস হিয়া উগুল থুগুল কৰি কিযে মিঠা অতীতৰ গান শুনি কলিজা মৰমতে পৰশি গৈছে পুনৰ শুনি থাকিম যেন লাগে দেই
, nice
Thank you sweet song brings sweet memory
Wow very nice,L P school ot podi thoka dinoloi monot poril,,,
Dil mage more. Thanks ❤ from andharpradesh.
❤❤❤দীপ জয় বৰুৱা ।🎉🎉🎉
সুন্দৰ
অতীতলৈ মনত পৰি গ'ল
ৰাতিপুৱা 8বাজিত গীতিমালিকা আৰু 9বাজিত চিত্ৰগীত ত এইবোৰ গীত শুনিছিলো
গিটটৃ সৃণৃবাৰ বাবে সৃখি হলা।❤❤❤
I went back to my childhood. What beautiful days were those ! Many many thank to you for bringing this song to you tube.
😢p,🎉
Hello qaww3 s 23
Sakolu Geet Apurugia Apuruba srutimodhur.Hi..Atit lorali...
Axomiat kua hole aru bhal lagil heten dada
বৰ ভাল লাগিল
Oh fine Radio song: Fantastic
I and ours family members remember old song with heardtest thanks to our singers to listening the song
Oll. Song. Very nice 👍👍👍 thanks
Very nice song ❤❤❤❤
❤❤❤❤❤ lovely collections ❤❤❤❤❤❤
Thanks. ❤
মোৰ অতিকে প্ৰিয় গীত❤
Very nice song
My favourite song thank you
Very nice song ♥️❤💞♥️❤
Thank You
Bohut val lagise di thakibo
Very.nice❤❤❤
ধন্যবাদ
Purani smriti bhal lagil
Nostalgic ♥️♥️
1st song is my fav.❤
Bhal lga din burole monat pore😢
Gan kaita khuni bhut val lagise
Nais
Great song love you usha ji
Good content❤
Totally nostalgic, Dibrugarh railway quater, afternoon time sleeping at bad Philips radio, top of wooden almira, light air 🍃 blow outside, missing old memories 🙏💐💐💐💐💐
Kamm nai aru
😂😂😂😂
🤣🤣💀💀💀💀
Chi
U have no idea
Very good
I like old song
Bahu, basar, hol
@@ThaneswarBaruah-o6c❤❤
❤ nostalgia
Ki ananda❤❤
It is my most past childhood life's songs . I have lost my mind to day .
Beautiful ❤
Philiphs, comander, radiot, kalpataru, sunajen, lagise,
Old is always good
Thank you
Xoru kalote xuna geet bur....aai geet bure prakrita ekhon nivaj axomiya xamaj r ruprekha sokur agot dangi dhore....xundor
Gaan bur amer dinor emanai bhal lage kobo nuari
❤ love song
Radio geet aru diba buli akha krilu
❤❤❤sweet
Ki j madhur din asil
My favorite song
Very nice
❤❤❤So sweet I heard on my chieldhood❤❤❤.
Hridoi jurpora git puroni xilpi amar hiar amothu
Old is gold
🎉sweet melodi
Are these songs really from radio station source. I doubt that after listening SAGORIKA by Ridip dutta
I and ours famile membeks old song with head test thsnks to our singer s to litening the aon❤❤😂❤❤❤❤😂❤
Nostalgia
বিদ্যালয়লৈ বুলি সাজু
Mor Sokolo ganei priyo
Majjalegil
Ene lagise jen moi goromor dinot barandat bohi radio tu huni asu....
অৰুণ কুমাৰ বৰ্মনৰ গীত বজাবচোন
Chira seuj geet...❤