কল্পতৰু - পুৰণি গীতৰ সমাহাৰ || Old Assamese song || Best old assamese song LIVE nonstop
HTML-код
- Опубликовано: 28 ноя 2024
- কল্পতৰু - পুৰণি গীতৰ সমাহাৰ || Old Assamese song || Best old assamese song LIVE nonstop
Join this channel to get access to perks:
/ @timesguwahati
follow us at intragram :- / timesguwahti
Fb :- / timesguwahti
for any news information please share 8011767104 (whatsapp)
Website :- timesguwahati.com
সুন্দৰ । পুৰণি গীতবোৰ শুনিলে নতুন গীতত কোনো সোৱাদেই পোৱা নাযায় ।🙏🙏
এই অনুষ্ঠানৰ জৰিয়তে আমি আৰু পুৰনি গীত বোৰ শুনিবলৈ পাম । সুন্দৰ অনুষ্ঠান কল্পতৰু।
অতি সুন্দৰ আশাকৰোঁ পুৰণি গীতবোৰ এনেকৈ শুনিবলৈ পাম
সুন্দৰ 👌 আকৌ এবাৰ শৈশৱৰ হেৰুৱা দিনবোৰ চুই চোৱাৰ অনুভৱ হল এইবোৰৰ মাজেৰে।
এই গীত বোৰ শুনি বৰ ভাল লাগে , এই গীত বোৰে আমাক কিশোৰ অৱস্থালৈ লৈযায়
বর ভাল লাগিল দেই ।হৃদয় চুই গৈছে। আগলৈ আৰু আশা থাকিল।
Sarute anatar ba radiot kalpataro anusthantot assamiya aie suwala geetbor sunisilo,bahut bhal lage aie geetbor Soni .
সুন্দৰ প্রয়াস, আগলৈও বিচাৰো.. 💗
অনুষ্ঠান টো খুব সুন্দৰ নতুনৰ হেচাত পুৰণি গীত বোৰ যেন কত হেৰাই গল । এতিয়া শুনিবলৈ পাই খুব ভাল লাগিছে। ডক্তৰ বেজবৰুৱা বোলছবি খন মই 7 বাৰ চালোঁ অকল ধুনীয়া গীত বোৰৰ বাবে ।
Aji ha ukhaa paisu ai puroni geet bur eka raha hunibor pai bor val laga...... Puroni din bur loi monot pora ...... That's why
Old is Gold ....😘😘😘😘😘
খুব ভাল লাগিল ধন্যবাদ দিলো আৰু আগলৈ পুনৰ আশা কৰিলোঁ
আকৌ নিজকে ষোল্ল সোতৰ বছৰৰ যেন লাগি গল ।বহুত ভাল লাগিল ।
বৰ সুন্দৰ। মোৰ অতিকৈ প্ৰিয়।
সদায় নতুন নতুন লাগে।
ইমান ভাল লাগে সদায় শুনিব পাম বুলিবহুত আশা কৰিলোGodbless u
🙏বৰ সুন্দৰ অনুষ্ঠান,নষ্টালজিক হৈ পৰিছো। সেই দিনবোৰ দুপৰীয়া আৰু নিশা কল্পতৰু অনুষ্ঠান শুনিবলৈ বৰ হেপাহেৰে বাট চাই আছিলোঁ।
Thanks for your approach to give us an opportunity to listen these melodious songs of 70s and 80s
বাঃ বঢ়িয়া, মন ভৰি গ'ল, সচাকৈয়ে বহুত ভাল লাগিল। তাহানিৰ সেই দিনবোৰলৈ উটি ভাহি গ'ল মনটো কব নোৱাৰাকৈয়ে।
আপোনাসবক অশেষ ধন্যবাদ জ্ঞাপন কৰিলো ইমান সুন্দৰ উপহাৰৰ বাবে। আগলৈ অপেক্ষা কৰিলো। 👌❤️🌹
Oh what beautiful songs I feel very happy l wish bright future of Kalpataru
These are nice songs
Purana gan collection bahut hundar bhal lagise 👌👌
হ্যায় কল্পতৰু অনুষ্ঠান, ----------আজি ৫৫ বছৰীয়া জীৱনকালত হাইস্কুলীয়া ছাত্ৰ জীৱন লৈ বৰ কৈ মনত পৰিল অ ।
কি সুন্দৰ। মন কিবা ভাল লাগি গল। সৰুৰে black/white TVত চাইছিলো এইখন চিনেমা। বহুত বহুত ধন্যবাদ গীতটি শুনোৱা বাবে।
কল্পতৰু অনুষ্ঠান শূনি ভাল লাগে।
সেই মধুৰ দিনবোৰ লৈ মনত পৰি গল।
XUNDAR
অতি সূন্দৰ আপোনালৈ বহুত বহুত ধন্যবাদ থাকিল ❤️❤️❤️❤️❤️❤️❤️🙏🙏🙏🙏🙏🙏🙏
বহুত ভাল লাগিল । আগতে কল্পতৰু শুনিবলৈ বহুত ৰৈ আছিলোঁ ।আজি সেই পুৰণা গীত শুনি সেই দিনবোৰ লৈ মনত পৰিল । সুন্দৰ সেই পুৰণি গীত বো ৰ । ধন্যবাদ 🙏
Q
গান বোৰ শুনি কিশোৰ জীৱন লৈ বৰ কৈ মনত পৰিল অ।
@@SushilRay-fk5ps siba gogoi thankfl
I am love old songs of Assamese
Good
Very good, অনুস্থান বহুত সুন্দৰ হৈছে, " ৰেডিঅ' " সুন্দৰ মাধ্যম টো আজি প্ৰায় নোহোৱা হৈ গ'ল। ভিডিঅত দেখি মনত পৰিছে । এই চেনেলত তাহানিৰ গীতবোৰ যেন শুনিবলৈ পাম । Thanks very much.
সচা কৈ বহুত ভাল লাগে! কিজে মধু
অলং কৰন প্ৰাণ বৰ্ষা গীত! শুনি থাকিবলৈ মন জাই।
Every sunday want to hear the kolpotaru
Bohut hundor lagil❤❤❤
Old is gold thanks kolpotoru program
Old is gold.
বৰ ভাল লাগিছে। সৰুতে শুনিছিলো, শৈশৱ ৰ দিনবোৰলৈ মনত পৰি গ'ল।
Thanks for taking us to the memory lane.
কিমান যে সুন্দৰ সুন্দৰ গীত এইবোৰ...
বঢ়িয়া
মোৰ মায়ে শুনি বৰ ভাল পালে। তেওঁৰ পুৰণি দিনলৈ বৰকৈ মনত পৰি গৈছিল। আপোনালোকে খুব ধুনীয়া প্ৰচেষ্টা আগবঢ়াইছে। আকৌ পৰবৰ্তী খণ্ডবোৰ দি থাকিব বুলি আশা কৰিলো ❤
Thank you
সুন্দৰ।বহু পুৰণি দিন বোৰ লৈ উভতি গলো।ভাল লাগি গল।
আকৌ মন যায় সেই দিনবোৰ ঘূৰাই পাবলৈ।মনত কৰকছোন সেই বিদ্যাৰ্থীৰ অনুষ্ঠান আৰম্ভনিৰ মধুৰ মিউজিকটো।আৰু ৰাতিপুৱাৰ চিত্ৰ গীত আৰম্ভ হল মানেই স্কুল যাবৰ হলেই।আৰু যে কত সোণালী শৈশৱৰ সপোন জৰিত হৈ আছে আমাৰ এই আকাশ বাণীৰ সৈতে।
Aai samastha ganbur 0rtha Purna gan katiao madokota Kom hoi nejai ,Hale Jale oi.gantu sunar loge loge 20 years age t ghuri oha jen lage really this moment I listening that song I just dream appology
Agalai aru akha thakile... bhut vl lgile xuni
Old is gold go ahead next kalpatru
বহুত ভাল লাগি গল মনটো ৷যেন তাহানিৰ দিনৰ সময়টোক বান্ধী ৰাখিম ❤❤❤❤❤❤❤আগলৈ পুৰনি গীতবোৰ উদ্ধাৰ কৰি জনসমাজত প্ৰচাৰ কৰে যেন ৷
বৰ ভাল লাগিল। মনটো পুৰণি দিনলৈ উৰা মাৰিলে।
I love
Puroni Assamese song bur huni bor bhal lagise,sadai huni thakiboloi pam buli aaxa korilu.👍👍👌👌♥️♥️
সুমধুৰ গীত সমূহ শুনিবলৈ পাই সুখী হৈছোঁ । ' শকুন্তলা আৰু শংকৰ যোচেফ আলি ' বোলছবিৰ দীপেন বৰুৱাৰ কণ্ঠত ' যায় শকুন্তলা পতি গৃহে যায়,,,,, গীতটি শুনিবলৈ পালে সুখী হ'ম ।
বহুত বহুত ধন্যবাদ। God bless you
Bor bhal palu. Xubheccha thakil. Aru eta xankalan xunkale ulabo buli axa rakilu.👍👍👌🎉
Nostalgia geet bor ..deutai bojuwa radio ot xunisilu.aaji aakou Jen lorali ghurai puwa Jen lagil❤❤❤❤
যি কোনো বিনিময়ত এই অনুষ্ঠানতো জিয়াই ৰাখিবলৈ উদোগতা সকলক ভগৱানে শক্তি দিবলৈ প্ৰাথনা জনালোঁ
Old is gold... emn modhur song 90 t jug tu ghuri jbo mon jai ako
পুৃৰণা গীতবোৰ প্ৰায়ে চিৰসেউজ l বহুত ভাল লাগিল l❤❤
মনটো আকৌ এবাৰ জীপাল কৰি তুলিলে গীতবোৰে❤
জানু..কিয় পুৰণি দিনবোৰত উভতি যাব মন কৰিছে..গানবোৰ শুনি ❤
সৰু থাকোঁতে মায়ে ৰেডিওত বহুতো গীত -নাটক বজাইছিল ☺️☺️
এইবোৰ যেন আকৌ চকুৰ আগত জীয়াই গ'ল🙃
❤️❤️❤️❤️❤️❤️❤️❤️❤️super
বহুত ভাল লাগিছে।জীয়াই ৰাখিব পুৰণা গানবোৰ
Bor Hundar. Thanks
কিমান যে সুন্দৰ সুন্দৰ গীত এইবোৰ শুনিলে শুনি থাকিবৰ যন যাই ।
পুৰণি দিনলৈ মনত পৰি গ'ল। ভাল লাগিল। ধন্যবাদ
বহুত ভাল লাগিল শৈশৱত চিত্ৰ গীত অনুষ্ঠানত শুনা গীত বোৰ শুনি । প্রজোজক মহোদয়লৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছো ।
Oti hundar prosesta khob bhal lagise, agoloi Pam buli akha thakil, Dhanyavad
Sundor puroni gite bur bor bhal lage
So greatful 👍 .
Aponalokor ei anusthan to khuni axomor dore khojib hoi uthilo 🥰🙏🙏
Ai bor gan hunibar babe duparia radio toa bukat tuliloi huichilo ,tq
পুৰণি অসমীয়া লিপিৰ গীতৰ কথা শুনি সচাকৈয়ে ভাল লাগে ❤❤❤❤
মোৰ বয়স ৫ বছৰৰ পৰা ৰেদিঅ শুনিছো বহুত দাদাহতৰ পৰা বহুত গালি খাইছো এতিয়াও ৬৪ Years তো শুনি আছো ৰিদঅ মোৰ প্ৰানৰ প্ৰান
সুন্দৰ লাগিছে বহুত পুৰণা গান শুনিব পাই মই বৰ শুনি হৈছো ❤❤❤ হেপি
Iam verry verry lnterested hearing the song of kalpataru anusthan from school life and till now.
❤bht dhuniya geet kaiti xuni
Old songs is Gold ❤❤❤❤
Where has gone those golden days...
কল্পতৰু শুনিবলৈ পাই সুখী হলোঁ। অনুস্থানটিৰ লগত জড়িত সকলো লৈকে ধন্যবাদ। অতীতৰ বহুচিত্ৰ পুনৰ সজীৱ হৈ উঠিল।
সচাই ইমান ভাল লাগিছে ।
Bohut bohut dhunia program, Thanks.
Excellent step.
Many Many thanks
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো
মন ভৰাই তোলা গীত বোৰ বাৰে বাৰে শুনি থাকিবৰ মন।
Hosai aji kali hihu hote Aya hune janu !❤❤❤❤
তেতিয়াৰ এই গীতবোৰ ভাল নোপোৱা ব্যক্তি নাছিল আৰু এতিয়াও নহ'ব । শৰীৰৰ তেজে তেজে সোমাই যোৱা এইবোৰ গীত ।
Hune thakok jibon hundor hob.
অতীত সোঁৱৰণীয়ে মনটো জীপাল কৰি তুলিলে🙏
সময়ে সেই পুৰনি গানবোৰ হেৰাই পেলালেও আমাৰ বুকুত আজিও সজিব হৈ আছে।
Bohut val lagise ,ay onustan mur bor prio,agoloi hunai jabo buli akha rakhilu, dhainiobad,
Golden songs of all time hits golden Era. What a beautiful days was those days. Very nice Very nice.
এই গীত বোৰ শুনিলে অতীতলৈ গুছি যাওঁ বহুত মৰমৰ গীত শুনিলে শুনি থাকিব মন যায়🎉🎉🎉
আগতে কল্পতৰু দিয়া সময় খিনিলৈ বৰ আগ্ৰহেৰে বাট চাই আছিলোঁ।আজি সেই পুৰণি দিনবোৰলৈ মনত পেলাই দিয়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ ।
হায় সেই দিন বোৰ ! বহুত ভাল লাগিল।
Golden moment
অতি সুন্দৰ!❤
এক সুন্দৰ প্ৰচেষ্টা ❤..... আন্তৰিক ধন্যবাদ ও শুভেচ্ছা জ্ঞাপন কৰিছোঁ 🙏..... আগলৈও এনে সমুধুৰ গীতবোৰ শুনিবলৈ পাম বুলি আশা ৰাখিলোঁ।
Very marvellous collection
বৰ সুমধুৰ
মই কলপতৰো অনুস্থান অথাত পুৰণি গীত সমুহ মোৰ প্ৰিয় শুনি বৰ ভাল লাগিল
শ্রীদীপককুমাৰনাথ
অতি সুন্দৰ এইবিলাক গীত সুনিলে দেহ মন জুৰ পৰি যায়। এনেকুৱা গীত সদায়য়ে শুনিবলৈ পাম বুলি আশা ৰাখিলো ধন্যবাদ।
বহুত ভাল লাগিল। কল্পতৰু অনুষ্ঠান খন সামাজিক মাধ্যমেৰে শুনিবলৈ পাই নথৈ আনন্দিত। ভবিষ্যতে শুনিবলৈ পাম বুলি আশা কৰিলো। ধন্যবাদ।
Mojaa
কল্পতৰু অনুষ্ঠান টি এনেদৰে প্ৰচাৰ হৈ থাকক। তেতিয়াহে আমি সুন্দৰ সুন্দৰ গীতবোৰ উপভোগ কৰিব পাৰিম। 🙏🏻🙏🏻🙏🏻❤️🙏🏻🙏🏻
Bahut val lagil
মোৰ প্ৰিয় গীত সৰুতেই দেউতাৰ লগত খুব শুনিছিলো আগতে আমাৰ ফিলিপ.চ কোম্পানী এতা তেপৰেদীঅ আছিল এই গীতবোৰ কেছেট কিনিছিল
Mone bisora bohut bhal loga gan ,Stage program , aru cassette or din harai gol, natun technology din bur ghuri ahise kalpataru program long live ,
Khub val lagil
Ufff,, নিভাঁজ আৰু ৰসাল গানবোৰ বহু দিনৰ মূৰত শুনিব পালো💞
কালজয়ী গীতসমূহ শুনিবলৈ পাই আপ্লুত হলোঁ। ধন্যবাদ।
Old Song Nostalgic Fantastic ❤❤❤
মনটো বহুত ভাল লাগি গল❤❤❤❤
Our minds go to the past days when
we had been small children. Remembering the sweet old days
made us now emotional, although
we are old enough these songs these songs have given us immense
pleasure. Thanks for those people
who have preserved these songs
in their original quality.
Very nice selection...listenning again and again..