কল্পতৰু - পুৰণি গীতৰ সমাহাৰ || Old Assamese song || Best old Assamese song || Part4
HTML-код
- Опубликовано: 6 июн 2024
- কল্পতৰু - পুৰণি গীতৰ সমাহাৰ Old Assamese song
#oldassamesesong
About us
We are a web portal from North-East
Times Guwahati
Follow us on FB
/ timesguwahatinewsassam
Follow Us at Google news.google.com/publications/...
Follow Us at Twitter : / times_guwahati
follow Pulak Nath at inst
/ pulaknath123
Visit our website
timesguwahati.com
Thanks for visit us
Best old Assamese song
old assamese song,
old assamese songs collection,
old assamese song new version,
old assamese song video,
old assamese song dipen baruah,
old assamese song jayanta hazarika,
old assamese song audio,
assamese old song anima choudhury,
assamese old song anjana,
all old assamese song,
old assamese song by jayanta hazarika,
old assamese song by dipali borthakur
*New episod* ruclips.net/video/raWyoeogedo/видео.html
@@TimesGuwahati Dhoino jonaiso
তাহানিৰ শৈশৱৰ সময়বোৰ লৈ যেন উভতি গলো! ..... স্কুললৈ ওলোৱাৰ আগমূহুৰ্তত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত বজোৱা(৯.৪৫) সুন্দৰ গীতবোৰ শুনি ভাল পাইছিলোঁ।.... আগলৈও এনেকুৱা সুন্দৰ গীতবোৰ শুনিবলৈ পাম বুলি আশা কৰিলোঁ।
বহুত বহুত ভাল লাগিছে আশা কৰো পিছলৈ আৰু হুনাব বুলি
এনেকুৱা পুৰণি চিৰসেউজ গীতসমূহ সঁচাকৈয়ে ভাল লাগে
Bahut vl lagil
Bohut Dhuniya Lagise
❤❤
বহু বহু ধন্যবাদ আৰু আগলৈ দিব । কালজই গিত
Thanks hear this song
কি যে সুন্দৰ সুৰ কথা কণ্ঠ বহুত ধুনীয়া এতিয়া এনেবোৰ গান শুনিবলৈ নাই
পুৰণি দিনবোৰলৈ মনত পৰি গ'ল। কল্পতৰু অনুষ্ঠানটি বহুত ভাল লাগিছিল । এতিয়াও পুৰণি গানবোৰ শুনি বহুত ভাল লাগে ।
বৰ সুন্দৰ , আগলৈ এনেদৰে শুনিবলৈ পায় বুলি আশা কৰিলো আৰু কল্পতৰু অনুষ্ঠানৰ দীৰ্ঘায়ু কামনা কৰিলো 🙏
Old s0ngsare very sweet
গীতটো শুনি লৰালি সময় ঘূৰাই পোৱা যেন লাগিল
সুন্দৰ পুৰণি দিন বোৰ পুনৰ ঘুৰি অহাযেন লাগিছে । বহুত বহুত ধন্যবাদ । 🙏🙏
Anuthan is very good
Bhot. Val lagis
😌😌😌😌 mon to bohut xanti pai puroni geet bur xuni
বৰ সুন্দৰ অনুষ্ঠান পৰিবেশন কৰিছে আপোনালোকে 🙏 এই অনুষ্ঠান গীত শুনি লৰালিৰ কাললৈ মনত পৰি যাই 👍 ধন্যবাদ 🙏🙏🙏🙏🙏🙏
,,,,, এই গীতবোৰ শুনিলে হিয়া মন জুৰি পৰি যায়
Beautífulso much
Radio ot niyomit xunisilo, Bohut bohut dannayabad gaan keita upload kora babe❤
Purani geet samuh bhut vaal lage. purani geetikar surkar sakal dhurba Tara hoi jug- jugantr babe jiliki thakibo.
সুন্দৰৰ আৰাধনা জীৱনৰ খেলা 🎉
This songis my fevaretsong
অতি সুন্দৰ পদক্ষেপ ।
সুন্দৰ।
এই চিৰসেউজ গীতসমূহ শুনিলে পুৰণি স্মৃতি বোৰ মনলৈ আহে।
সুন্দৰ
Bahut Val lagil .
Bhut val lagil ❤
❤❤❤❤ Mojja
ভাল লাগিল পুৰণি গীতৰ অতি জনপ্ৰিয়।
অতি সুমধুৰ এই গীত সমুহ হিয়াৰ এটা কোণত এতিয়াও সজীৱ হৈ আছে ।
Eman duniya so Nice song ❤
🌿🌿🌿🌿🌿 sira seuj
Kalpartaru may be old but it good l feel mysalf
Gaan bilak xuni birat val lagil ❤puroni gaan bilak jen enedore siro xeujiya 💗💗🌷🫀
*Mojaaa*
Bahut val lagil moi Radio pagol asilu.lorali monat poril nostalgic hoi galu❤
,সূনি। বহুত। ভাল লাগিল। আগলৈএনেকূরা গান। শুনাবছোন
Lorali dinbur akou ebar sajib kori tulile ei sumadhur geetbure. Apunar prosesthak bahu dhanyawad 🙏
Very nice to hear old songs.
Old is gold.... Anima mam r gan ata hunabo..
বহুত ভাল লাগে , মায় জয়ণট হাজৰিকা আৰু 17:02 দিপালী বৰঠাকুৰ, প্ৰতিমাপানেদৰ গান বিলাক ৰেডিওত শুনিবলৈ কৈছিল, আৰু গীত গাবলৈ শিকাৰ লগতে গীত গাবলৈয়ো পেৰণা দিছিল।
Beautiful song
🎉🎉
খুব ভাল লাগে
Old is gold beautiful radio center
ধন্যবাদ কল্পতৰু অনুষ্ঠানটো আকাশবানী গুৱাহাটীত ৰবিবাৰে ১২ বজাৰ পিছত আৰু বুধবাৰে নিশা ৮ বজাত হৈছিল ।
Anyanya. Keep up.
Great singer of gowalpara!!
Nostalgia hoi golu
আজি মই আকৌ দহবছৰিয়া ল'ৰা টো হৈ পৰা যেন অনুভৱ হৈছে।
Birina bonore xuhuri nice, duet tu gaisu ❤❤❤
Nice
সচাঁ বৰ ভাল লাগি গ'ল অ । এই গীতসমূহ শুনিলে ৰডিঅ' শুনাৰ দিনবোৰলৈ মনত পৰি যায়। স্কুল যোৱাৰ সময়, গাধুৰ সময় সন্ধিয়াৰ কিতাপ টেবুল এৰি ভাত খাবলৈ যোৱা .,..., ইত্যাদি সময়ৰ হিচাপ। আধুনিক অসমীয়া গীত, অসমীয়া বোলছবিৰ গীত, সৈন্যবাহিনীৰ অনুষ্ঠান , আঞ্চলিক বাতৰি , নাটক , উপন্যাস পাঠৰ অনুষ্ঠান ক্ৰমশঃ , আদি অনুষ্ঠানসমূহ নষ্টালজিক হৈ পৰোঁ।
mur mrito swamir priyo git great
Agor kotha bur mont pore ai gaan bilak sunile
Bohut bohut val laagil
ruclips.net/video/raWyoeogedo/видео.html
পুৰনী গীত বোৰ বজায় থাকক
ভাল লাগিল🙏🪔🙏
Dda plz chandra nayan dasor manor dinor halmora git ti agborhabo sun
Eman duniya lagil porani ganbu khuni.
Val lagesy khodai logabo
অতিতৰ দিনবোৰ ঘুৰাই পোৱাৰ যেন লাগিল ।
purona dinor smitie akow monot pelaisr jen moi ajiu juoti
Pgood
Depali borthakurr geet diok
Hidoy jur pori jai geetbur huni............
আৰু আগলৈ পুৰনি গীতবোৰ শুনিব পাম বুলি আশা থাকিল❤❤
আৰু আগৰ গীতিকাৰ সকলৰ গীত পৰিৱেশন কৰিবচোন।বৰ সুন্দৰ লাগিছে। দেউতাই Antennae দি ৰেডিঅ বজোৱা দিনলৈ ঘূৰি গৈছো। এই বোৰ গীত কলজয়ী।
মোৰ বৰ প্ৰিয় অনুস্থান আছিল।
Mou ajio ai purana gaan bur huni he basi Bhal paon. mur ati anurudh apuni dipen baruar -sahar suwalia namane kunu guru gushai Gaantu hunabasun
❤
দূৰৰ বাহিটী অ গীত টো সুনাব ছোন
Its GITImalika not Kalpatoru?
Only assamese film song are playing
On request of licenersers.
AIR,guwahati-3
Moi jetia 4th class t aasilu tetia aamar Gharat Manuranjan ek matra aahila philips Redio tu asil moi tetia biseh koi juga bani, hurar sathari ,hurar pansori aadi anusthan bur ketiao nuhuna koi nathakisilu .
সুন্দৰ