Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
কল্পতৰু অনুষ্ঠান শুনি শ্ৰোতাসকলৰ ইমান সুন্দৰ সুন্দৰ কমেণ্টতে ভৰি পৰা দেখি আপ্লুত হলো সঁচাকৈয়ে এই গীতিকাৰ, সুৰকাৰ, তথা শ্ৰদ্ধাৰ শিল্পীৰ সকললৈ জনালোঁ কোটি প্ৰনাম আমাৰ মাজত আৰু প্ৰতি শ্ৰোতা ৰাইজৰ অন্তৰে,অন্তৰে সজীৱ হৈ থাকিব আৰু এই গীত সমূহ বৰ্তমানৰ গীত সমূহৰ লগত কোনো পাৰ্টিৰ নাপাই এই শিল্পী গীতিকাৰ, সুৰকাৰ, শিল্পী সকল চন্দ্ৰ, সূৰ্য, পৃথিৱী থকালৈকে থাকিব প্ৰজন্মৰই,প্ৰজন্মই শুনিব বহুত ভাল লাগিল শুনি ডিব্ৰুগড় অনাতাঁৰ কেন্দ্রৰ জৰিয়তে প্ৰায় ৰেডিঅত শুনি থাকোঁ 🙏🙏🙏🙏
ai gitbur khuni dangor halu montu val lagi jai ari aha dinburoloi monat pora
❤❤❤
❤❤❤🎉
মোৰ ল'ৰাটোক সদায় শুনিব লাগে হিয়াৰ মৰম।
মই class 1বা 2 ত আছিলো চাগে । মনটো কিবা এটা ভাল লাগি গ'ল । হয়তো সেই সময়তেই দেউতাই এটা ৰেডিঅ' আনিছিল। তেতিয়া আমাৰ ঘৰত এইটোৱে একমাত্ৰ মনোৰঞ্জনৰ আহিলা আছিল , T.V. আহিছিল যদিও আমাৰ ঘৰত নাছিল; আনকি মোবাইল এটাও নাছিল। মই খুব গান শুনি ভাল পাইছিলো মা দেউতাই বেলেগ অনুষ্ঠানৰ লগতে যেতিয়া যুৱবাণী , মইনা মেল , কল্পতৰু আদি অনুষ্ঠান বোৰ লগাইছিল মই বহুত স্ফূতি পাইছিলো । আৰু যিমান পাৰোঁ volume টো বঢ়াই দিছিলোঁ, নিজেটো শুনিছিলো এ লগতে আনে শুনক বুলি volume টো বঢ়াই ৰাখো ; কাৰণ আজিৰ পৰা ১৫-২০ বছৰ আগতে music system বুলি গাঁৱত বিশেষ একো আহিলা নাছিল । আজি মোৰ recommend videoত এই videoটি আহিল , নিজকে যেন সেই ১৫-২০ বছৰ আগত আবিষ্কাৰ কৰিছো তেনে অনুভৱ হ'ল। অশেষ ধন্যবাদ ❤️ হয়টো বহুতেই ভাবে আজিৰ দিনত এই অনুষ্ঠানবোৰৰ আদৰ আমি নৱ প্ৰজন্মই নকৰো । মোৰ কিন্তু আজিও এই গান আৰু অনুষ্ঠান বোৰৰ ওপৰত এক বিশেষ দুৰ্বলতা আছে । পুনৰ বাৰ ধন্যবাদ 🙏
পুৰণি দিনৰ চিৰ সেউজ গীত বোৰ " কল্পতৰু"ত শুনিবলৈ পাই নথৈ আনন্দিত হলো। আপোনাৰ সুন্দৰ উপস্থাপনে সোণত সুৱগা চৰালে সুন্দৰ শ্ৰুতিমধুৰ বোৰক। আপোনাৰ প্ৰচেষ্টাৰ শলাগ লৈছো। আপোনালৈ অশেষ আন্তৰিক ধন্যবাদ তথা অভিনন্দনৰ শৰাই নিবেদিলো।
প্ৰথমে এই গীতবোৰৰ গায়াক সকললৈ শ্ৰদ্ধাৰে সেৱা জনালোঁ । হাঁহি থাকক আৰু আনকো হাঁহি বলৈ শক্তি দিয়ক ।এওঁলোক হৈছে আমাৰ অসমীয়াৰ আয়ুস ৰেখা।
বহুত ভাল লাগিল।কল্পতৰু মোৰ বৰ প্ৰিয় অনুস্থান আছিল।আজি বহু বছৰৰ পাছত শুনিবলৈ পাই বৰ ভাল লাগিল।
অনুষ্ঠানটোৱে অতীতৰ স্মৃতি জীপাল কৰিলে। তাৰবাবে আপোনালোকক বহুত ধন্যবাদ জনালোঁ
আপোনালোকৰ অনুষ্ঠানৰ জৰিযতে পুৰণি গীত সমুহ শুনিব পাই ভাল লাগিল।আগলৈও এই অনুষ্ঠানটো চলি থাকিব বুলি আশা ৰাখিলো।
কিছু মোৰ জন্ম আগৰ আৰু কিছু মোৰ জন্ম ৰ পিছৰ সৰু কালত স্কুল যোৱা সময়ত ৰেডিঅত বাজি থকা শুনিছিলো কিবা কিবি বহুত মনত পৰি গল ।অলপ নাচিও দিলো ফূৰ্তিটে সচাই বহুত ভাল লাগিল। নদি মাথো বয় গানটো আগতে প্ৰায়ে আমি গুনগুনাইছিলো মাজতে পাহৰিছিলো আকৈ আজি আপোনাৰ অনুষ্ঠানৰ জৰিয়তে আজি পুনৰ এবাৰ গুনগুনালো ।পাৰে যদি এই গানবোৰ ইন্সটাগ্ৰামত দিব চোন।ধন্যবাদ।
অনুষ্ঠান টো ভাল লাগিছে।পুৰণা দিনৰ ৰেডিঅ ত কল্পতৰু অনুষ্ঠান শুনি থকা যেন লাগিছে। অনুষ্ঠান টি লৈ welcome
অনুষ্ঠানটো শ্ৰুতিমধুৰ হৈছে।আগলৈকো এনে অনুষ্ঠানৰ বাবে আশা থাকিল।
29:09 29:10
😊😊😊
সুন্দৰ .পুৰনা গীতবোৰশুনিলে অতীতৰ বহু কথা মনত পৰে.খুব ভাল লাগিছে .
Old is gold. বৰ প্ৰিয় অনুষ্ঠান আছিল কল্পতৰু l ধন্যবাদ থাকিল।
বৰ ভাল লাগিল।পুৰণি গীতবোৰ যেনেকৈ আছিল তেনেকৈয়ে শুনিব পালেহে শান্তি পোৱা যায়।ৰহদৈ ও এয়া নিৰ্মলা নদীৰ ঘাট ---আদি গীতবোৰ লগ লগাই আৰু নতুন কৈ কল্পতৰু অনুষ্ঠান কৰিব বুলি আশা কৰিলোঁ।
কেতিয়াও ভবাই নাছিলোঁ এই গানবোৰ যেন আকৌ পাম 😢স্কুল কলেজৰ দিনবোৰ লৈ মনত পৰি গল.. মোৰ লগত মোৰ মাও এই গীত সমূহ শুনিছিল.. কিন্তু আজি মোৰ মা এই পৃথিৱীত আৰু নাই... মালৈ বহুত মনত পৰিছে... 😢আজি এই গীত সমূহ নষ্টনষ্টালজিক ❤❤❤❤❤ মোৰ বাবে 😭😭
এনে ধৰণৰ পুৰণা গীত শুনি সচাকে আপ্লুত হলো।পাৰিলে পুৰণি তৰমাই ছবি খনৰ গীত কেইটা শুনোৱা ব বুলি আশাৰে ৰলো।
Bor val lagil .samai mamsab or gitow sunabson
পুৰণি গীতবোৰ শুনিলে নষ্টালজিক হৈ পৰোঁ।সচাঁকৈয়ে OLD is GOLD.
বৰ ভাল লাগিছে কল্পতৰু অনুষ্ঠান টি শুনি। ধন্যবাদ আপোনাসৱলৈ।
সেই যে সুৰীয়া ঘোষনাৰে ধৰা দিয়ে অসীম কুমাৰ কাজী, প্ৰৱাল শৰ্মা, চন্দ্ৰিমা শৰ্মা !! মন মগজুত আজিও ক্ৰিয়া কৰে অহৰহ !!
পুৰণি গীত কেইটি শুনি ভাল লাগিল। আগলৈও শুনাব বুলি আশা কৰিলো।
পুৰণি গীতবোৰ শুনিলে মনটো ভাল ও লাগে আৰু বেয়াও লাগে। বেছিকৈ বেয়াহে লাগে। দুখ লাগে। অতীতৰ সোণালী দিনবোৰৰ কথা মনত পৰে। যিহেতু বৰ্তমানকলৈ মুঠেই সুখী হ'ব পৰা নাই। যি কি নহওক এই অনুষ্ঠানটো ভাল লাগিছে। পুৰণি গীতবোৰে বেছিকৈ মোক বেছিকৈ টানে। "আকাশৰ ৰংবোৰ হেঙুলীয়া --------"। কিবা বেলেগ ধৰণৰ ভাল লাগে।
আপোনালোকৰ অনুষ্ঠান সচাই বহু ভাল লগা। আগলৈকে নিশ্চয় সুনিব পাম লগতে এই স্মৃতিত পৰিণত হব গীত বোৰ সংৰক্ষণ কৰাৰ চেষ্টাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।
ধন্যবাদ কল্পতৰু," বৰ্ণালী"ও সংযোগ কৰিবছোন
এনেকৈ কল্পতৰু অনুস্থান সমূহ দি থাকিবচোন।মনটোৱে শৈশবলৈ উৰা মাৰে।
বহুত ভাল লাগিছে এই অনুষ্ঠানতো আকৌ শুনিৱলৈ পায়। পুৰণি দিনবোৰ ঘুৰাই পোৱা যেন লাগিছে। বহুত বহুত ধন্যবাদ জনালো আপোনালোকক🙏
এই অনুষ্ঠান বিলাক আজিও ৰাখি থোৱা কাৰণে, বহুত বহুত ধন্যবাদ 🙏,, অলপ সময় কাৰণে মই সৰু কালৰ দিনলৈ মনত পৰিছে, তাহানিৰ ৰেডিঅ'অনুষ্ঠান বিলাক খুব মন দি সুনিছিলো ,❤ মিঠা মিঠা সুৰ ,মনটো জিপাল কৰি দিলে
অনুস্থানত বিজয় ভুঞাৰ কণ্ঠত গাতো শুনি ভাল লাগিল,পিছে বৰ্তমান তেওঁ গান গায় নে নাই কব নোৱাৰিলো।কলেজ দিনত এই গানটি চিঞৰি চিঞৰি গাইছিলো।
বহু দিনৰ পিছত মধুময় কিবা শুনিলো, অতীত সেই জীপাল গীত কেইটাৰ বাবে ধন্যবাদ ।
বৰ সুন্দৰ লাগিল।বহুত দিনৰ পাছত গান কেইটা একেলগে শুনিবলৈ পালো।
এটা সুন্দৰ দিন মনলৈ আহে লগতে সময়ৰ সংকেত পাইচিলো সকলো সময়তে ,অতীতলৈ বহুত মনত পৰে
এই বোৰৰ বাহিৰে বহুত পুৰনি গীত আছে বেলেগ বেলেগ দি থাকিব❤❤❤❤❤❤🙏🙏🙏
Bahut bhal lagil . Agaloi o anekuwa anuthan sunibo pam buli akha karilu
শৈশৱলৈ মনত পৰি গল। ৰেডিও শুনাৰ কি যে মধুৰ স্মৃতি।
Very good song ❤❤❤❤
So sweetßong b sir❤❤❤❤❤
Very veru lovely song bsir ❤😂😂❤❤❤
50।বচৰ।আগৰ।জিবনতি।জেনলাগিচে।।পুৰনিগিতলৈ।ধন্যবাদ ।
Old is Gold এইদৰেই দি থাকিব।শুভেচ্ছা থাকিল।ধন্যবাদ।
বহুত ঝুনিয়া লাগিল মনটো...আগতে য়ে কিমান চিঠি লিখিছিলো তাৰ হিচাপ নাই...আকৌ শুনিবলৈ ৰৈ থাকিম
তাহানিৰ কাঠৰ frame ৰ Radio ৰ কথা মনত পেলাই দিছে। কলপতৰু অনুষ্ঠানটো আগুৱাই লৈ যাব বুলি আশা কৰিলো।
ruclips.net/video/TOF5oS9lqDU/видео.html
ভাল লাগিল কিন্ত্ত হাতখ পুৰনা দিনৰ দেখিব পোৱা হলে আৰু ভাল লাগিল হয়..। নখৰ নেলপলিছ সেই সময়ত ওলোৱাই নাছিল.😁👌👍🙏
Old is gold. Bahut bhal lagil huni. Nostalgic hoi golu. Dhanyabad. 🙏🏻
চিৰসেউজীয়া এই গীতসমূহ আমাৰ সদায়েই প্ৰিয়। এই গীতসমূহ youtube ত সাঁচিৰখাৰ বাবে অনেক ধন্যৱাদ ❤❤
বহুত ভাল লাগিল ৷আগতে কল্পতৰো মানে ৰেদিয়তো আগত বািজবই ৷
আৰু তেনকৈয়ে আমাৰ মনক অতীতৰ খেই অমৰ গীতবোৰ খুনাই জিপাল কৰী ৰাখিব l বহুত বহুত ধনযবাদ l প্ৰবীণ কুমাৰ বৰো l ৰঙিয়া l
banan bor suddokoi likhib de
শৈশৱতে শুনা গান বোৰ শুনি যিতো মাদকতা পোৱা যায়।।।কি সুন্দৰ লিখনি/সুৰ/কণ্ঠদান/মিউজিক ❤❤❤❤আৰু আজিকালি?????
Buhut Bhal Lagise Puroni Gaan Bilak Huni Kintu Time stamp Lagisile sob Ganor description'ot
এই অনুষ্ঠানটো শুনি বহুত বহুত বহুত ভাল লাগিল। আগলৈও এনেদৰে মনোৰঞ্জন দিব বুলি আশা ৰাখিলোঁ।
এনেধৰনৰ কালজয়ী গীতসমুহ শুনিলে মনবোৰ অতীতলৈ ঘৃৰি ৰায় অ।
ভাল লাগিল মোৰ। এনেকুৱা পুৰণি দিনৰ গীত শুনিবৰ বাবে অধিক আগ্ৰহৰে বাট চাই থাকিলো।
Borbhal loga geet bor hunoR karone dhninyabad jonalo
অতি সুন্দৰ ।এনেদৰেই আগলৈও অসমীয়া গীত দি থাকিব বুলি আশা ৰাখিলোঁ।
এই অনুষ্ঠান শুনি মই বহুত ভাল পাওঁ এনেকৈ আৰু ভাল ভাল পুৰণি গান বোৰ শুনাই থাকিবলৈ মোৰ ফালৰ পৰা অনুৰোধ 🙏🙏🙏|
Siro xeuj geet xamuh aamar xodai Priya 🎉🎉🎉
এইদৰে আৰু পুৰণি গীত পৰিৱেশন কৰে যে ধন্যবাদ ❤❤
সোনালী শৈশৱলৈ মনত পৰি গ'ল। বহুত ভাল লাগিল😊
বহুত ভাল লাগিল । কল্পতৰু অনুস্থান টো দিয়াৰো অধীৰ হেপাহৰে বাট চাই ৰৈছিলো
Dada khub dhunia apuni bhogoban
অতি সুন্দৰ লাগিছে সদাই পাম বুলি আশা কৰিলো 🙏
❤️❤️❤️❤️👍👍👍👍👍👍বাঃবাঃ কি সুন্দৰ অনুস্থান ... বৰ ভাল লাগিল দেই
অনুষ্ঠানটোয়ে অতীতক মনত পেলাই দিলে। গীতবোৰ শুনি বহুত ভাল লাগিল। আগলৈও শুনিবলৈ পাম বুলি আশা ৰাখিলো।
অনুষ্ঠানটো খুবেই ভাল লাগিল 🙏
উফ..........ভাল লাগিল পুৱাই পুৱাই।
নষ্টালজিক হৈ আনন্দ অনুভৱ কৰিছোঁ !
ধন্যবাদ জনাইছো অতিতশিল্পীকজীয়াইৰখাৰবাবে
শুনি ভাল লগা গোটেইকেইটা গীতৰ postটোৰ বাবে অশেষ ধন্যবাদ।
কল্পতৰুৰ জীতবোৰ শুনি সৰুকালৰ কথাবোৰ মনত পৰি যায় ৷ মনটো নষ্টালজিক হৈ উঠেদ ৷
অনুষ্ঠানটো শুনি সচাই বহুত ভাল লাগিল । আগৰদিনবোৰলৈ মনত পৰি যায় ৷
পুৰনি দিন বোৰ লৈ মনত পৰিল। মন চুই যোৱা গীতবোৰ।
অতি প্ৰশংসনীয় প্ৰচেষ্টা ।এনেয়ে নকয় নহয় OLD IS GOLD
পুৰণি গানবোৰ শুনিবলৈ বৰ সুন্দৰ।
বৰ সুন্দৰ হৈছে । আগলৈ এনে গীত শুনিবলৈ পাম বুলি আশা ৰাখিলোঁ ।
Bohut bhal lagil horu kaloloi monot pori nijoke pahori juwa Jen lagil. All the best.❤
বহুত ধুনীয়া লাগিছে গান কেইটা ❤
Bohut besi bhal lagil , xodai enedore huniboloi aakhare roi aasu .God bless you .
বহুত দিনৰ পিছত এই গানবোৰ শুনি বহুত বহুতে ভাল লাগিল। আগলৈ শুনিব পাম বুলি আশা কৰিলো ।
বঢ়িয়া
আগতে আমি ৰেডিঅ ত সুনিচিলো ❤
সচাকৈ অপূৰ্ব এই গীতবোৰ।আইদেউৰ বুলনি অনুষ্ঠানটোও আগবঢ়াচোন।ধন্যবাদ
কল্পতৰুৰ দৰে গীতিমালিকা অনুস্থানটোৰ গীত সমূহো দিবোচোন।
সুন্দৰ লাগিছে। আগলৈকে যাতে শুনিবলৈ পাও যাতে ইয়াকে কামনা কৰিলো।
অতি সুন্দৰ অনুস্থান ৷
সুন্দৰ গান আপোনালোকে ধৰি ৰখাৰ কাৰনে আন্তৰিক ধন্যবাদ।
বৰ ভাল লাগিল আগৰ দিন বোৰলে মনত পৰি গ'ল ❤❤❤❤❤❤❤❤
শুনি হেপাহ নপলোৱা গীত বোৰ এটা মুঠিতে উপস্থাপন কৰি সুবিধা কৰি দিয়াজনলৈ বহুত বহুত ধন্যবাদ।
এই বোৰেই হল আচল গীত
খুউব ভাল লাগিছে পুৰণা গীত সমুহ শুনিবলৈ পোৱাত, পুনৰ শুনাৰ আমাকে।
Thanks for your this great initiative taken by u .God bless you.
খুব সুখী হ'লো। শৈশৱতে কল্পতৰু সদায় শুনিছিলো।
সৰু কালৰ কথা মনত পৰি গল এয়া কলপটোৰো অনুষ্ঠান আব্বাৰ কোলাত নহলে আইতাক কোলাত বহি ৰেডিঅত শুনিছিলো।। আজি অই অনুষ্ঠানৰ কথা আইতাক বহুত মিছ কৰি আছো কাৰণ আইতা এই পৃথিৱীত নাই 😢😢
পুৰণি গীত বোৰ মজায় বেলেগ শুনিলে শুনি বলৈ মন জাই😮
"ধন্যবাদ জনাবলৈ ভাষা নাই ।"
অসমীয়া পুৰনি গীতবোৰ শুনি বৰ ভাল লাগিল ,এই অনুষ্ঠানটো মোৰ বাবে প্রিয় অনুষ্ঠান হব |
Hhjk
বৰ ভাল লাগিল ধন্যবাদ
আপোনালোকৰ এই মহৎ প্ৰচেষ্টাৰ শলাগ ললোঁ ৷ শ্ৰোতা সকলৰ অফুৰন্ত সঁহাৰি আপোনালোকে যে লাভ কৰিব তাত কোনো সন্দেহৰ অৱকাশ থাকিব নোৱাৰে ৷
বহুত বহুত প্ৰিয় গীত ❤
ইমান সুন্দৰ এৰি অহা দিনবোৰ।।
পাহৰিব নোৱাৰা অনুষ্ঠান আছিল কল্পতৰু । ।সেই দিনলৈ উভতি গল মন
এনেকুৱা গীতবোৰ মাজে মাজে দি থাকিবচোন❤❤❤
অনুষ্ঠানটো বহুতভাললাগিল
Agor dinbur monot pori goise .redio t hunar dore lagise thanks
Bor val lagil. Bohu dinonoloi monot pori goise. Congratulations.
আকাশ বাণী গুৱাহাটীৰ দ্বাৰা নিবে দিত জনপ্ৰিয় কল্পতৰু অনুষ্ঠান জীয়াই ৰখা সকলক ধন্যবাদ জনালোঁ।
Really, বহুত ভাল লাগে পুৰণি গীত বোৰ শুনি। শৈশৱৰ দিনবোৰৰ কথা মনলৈ আহে.... 👌👌😊
চিৰ সেউজ অসমীয়া গীত বোৰ আজিও সমানেই অন্তৰত ঝংকাৰ তোলে, deh- মন সিহৰিত কৰি তোলে, অশেষ ধন্যবাদ আপোনালোকক ।❤
সুন্দৰ ব্যৱস্থা।। বহুত বহুত ধন্যবাদ।ৰেডিও ত শুনা গীত বোৰে আগৰ শৈশৱৰ কথা বোৰ মনত পেলাই দিলে।
আপোনালোকৰ অনুষ্ঠানটোক বহুত বহুত ধন্যবাদ জনাইছোঁ। শৈশৱৰ সময়, স্মৃতি বোৰ মনত পৰি গ'ল। 🙏🙏🙏🙏
Tremendous
কল্পতৰু অনুষ্ঠান শুনি শ্ৰোতাসকলৰ ইমান সুন্দৰ সুন্দৰ কমেণ্টতে ভৰি পৰা দেখি আপ্লুত হলো সঁচাকৈয়ে এই গীতিকাৰ, সুৰকাৰ, তথা শ্ৰদ্ধাৰ শিল্পীৰ সকললৈ জনালোঁ কোটি প্ৰনাম আমাৰ মাজত আৰু প্ৰতি শ্ৰোতা ৰাইজৰ অন্তৰে,অন্তৰে সজীৱ হৈ থাকিব আৰু এই গীত সমূহ বৰ্তমানৰ গীত সমূহৰ লগত কোনো পাৰ্টিৰ নাপাই এই শিল্পী গীতিকাৰ, সুৰকাৰ, শিল্পী সকল চন্দ্ৰ, সূৰ্য, পৃথিৱী থকালৈকে থাকিব প্ৰজন্মৰই,প্ৰজন্মই শুনিব বহুত ভাল লাগিল শুনি ডিব্ৰুগড় অনাতাঁৰ কেন্দ্রৰ জৰিয়তে প্ৰায় ৰেডিঅত শুনি থাকোঁ 🙏🙏🙏🙏
ai gitbur khuni dangor halu montu val lagi jai ari aha dinburoloi monat pora
❤❤❤
❤❤❤🎉
মোৰ ল'ৰাটোক সদায় শুনিব লাগে হিয়াৰ মৰম।
মই class 1বা 2 ত আছিলো চাগে । মনটো কিবা এটা ভাল লাগি গ'ল । হয়তো সেই সময়তেই দেউতাই এটা ৰেডিঅ' আনিছিল। তেতিয়া আমাৰ ঘৰত এইটোৱে একমাত্ৰ মনোৰঞ্জনৰ আহিলা আছিল , T.V. আহিছিল যদিও আমাৰ ঘৰত নাছিল; আনকি মোবাইল এটাও নাছিল। মই খুব গান শুনি ভাল পাইছিলো মা দেউতাই বেলেগ অনুষ্ঠানৰ লগতে যেতিয়া যুৱবাণী , মইনা মেল , কল্পতৰু আদি অনুষ্ঠান বোৰ লগাইছিল মই বহুত স্ফূতি পাইছিলো । আৰু যিমান পাৰোঁ volume টো বঢ়াই দিছিলোঁ, নিজেটো শুনিছিলো এ লগতে আনে শুনক বুলি volume টো বঢ়াই ৰাখো ; কাৰণ আজিৰ পৰা ১৫-২০ বছৰ আগতে music system বুলি গাঁৱত বিশেষ একো আহিলা নাছিল । আজি মোৰ recommend videoত এই videoটি আহিল , নিজকে যেন সেই ১৫-২০ বছৰ আগত আবিষ্কাৰ কৰিছো তেনে অনুভৱ হ'ল। অশেষ ধন্যবাদ ❤️ হয়টো বহুতেই ভাবে আজিৰ দিনত এই অনুষ্ঠানবোৰৰ আদৰ আমি নৱ প্ৰজন্মই নকৰো । মোৰ কিন্তু আজিও এই গান আৰু অনুষ্ঠান বোৰৰ ওপৰত এক বিশেষ দুৰ্বলতা আছে । পুনৰ বাৰ ধন্যবাদ 🙏
পুৰণি দিনৰ চিৰ সেউজ গীত বোৰ " কল্পতৰু"ত শুনিবলৈ পাই নথৈ আনন্দিত হলো। আপোনাৰ সুন্দৰ উপস্থাপনে সোণত সুৱগা চৰালে সুন্দৰ শ্ৰুতিমধুৰ বোৰক।
আপোনাৰ প্ৰচেষ্টাৰ শলাগ লৈছো।
আপোনালৈ অশেষ আন্তৰিক ধন্যবাদ তথা অভিনন্দনৰ শৰাই নিবেদিলো।
প্ৰথমে এই গীতবোৰৰ গায়াক সকললৈ শ্ৰদ্ধাৰে সেৱা জনালোঁ । হাঁহি থাকক আৰু আনকো হাঁহি বলৈ শক্তি দিয়ক ।এওঁলোক হৈছে আমাৰ অসমীয়াৰ আয়ুস ৰেখা।
বহুত ভাল লাগিল।কল্পতৰু মোৰ বৰ প্ৰিয় অনুস্থান আছিল।আজি বহু বছৰৰ পাছত শুনিবলৈ পাই বৰ ভাল লাগিল।
অনুষ্ঠানটোৱে অতীতৰ স্মৃতি জীপাল কৰিলে। তাৰবাবে আপোনালোকক বহুত ধন্যবাদ জনালোঁ
আপোনালোকৰ অনুষ্ঠানৰ জৰিযতে পুৰণি গীত সমুহ শুনিব পাই ভাল লাগিল।আগলৈও এই অনুষ্ঠানটো চলি থাকিব বুলি আশা ৰাখিলো।
কিছু মোৰ জন্ম আগৰ আৰু কিছু মোৰ জন্ম ৰ পিছৰ সৰু কালত স্কুল যোৱা সময়ত ৰেডিঅত বাজি থকা শুনিছিলো কিবা কিবি বহুত মনত পৰি গল ।অলপ নাচিও দিলো ফূৰ্তিটে সচাই বহুত ভাল লাগিল। নদি মাথো বয় গানটো আগতে প্ৰায়ে আমি গুনগুনাইছিলো মাজতে পাহৰিছিলো আকৈ আজি আপোনাৰ অনুষ্ঠানৰ জৰিয়তে আজি পুনৰ এবাৰ গুনগুনালো ।পাৰে যদি এই গানবোৰ ইন্সটাগ্ৰামত দিব চোন।ধন্যবাদ।
অনুষ্ঠান টো ভাল লাগিছে।পুৰণা দিনৰ ৰেডিঅ ত কল্পতৰু অনুষ্ঠান শুনি থকা যেন লাগিছে। অনুষ্ঠান টি লৈ welcome
অনুষ্ঠানটো শ্ৰুতিমধুৰ হৈছে।আগলৈকো এনে অনুষ্ঠানৰ বাবে আশা থাকিল।
29:09 29:10
😊😊😊
সুন্দৰ .পুৰনা গীতবোৰশুনিলে অতীতৰ বহু কথা মনত পৰে.খুব ভাল লাগিছে .
Old is gold. বৰ প্ৰিয় অনুষ্ঠান আছিল কল্পতৰু l ধন্যবাদ থাকিল।
বৰ ভাল লাগিল।পুৰণি গীতবোৰ যেনেকৈ আছিল তেনেকৈয়ে শুনিব পালেহে শান্তি পোৱা যায়।ৰহদৈ ও এয়া নিৰ্মলা নদীৰ ঘাট ---আদি গীতবোৰ লগ লগাই আৰু নতুন কৈ কল্পতৰু অনুষ্ঠান কৰিব বুলি আশা কৰিলোঁ।
কেতিয়াও ভবাই নাছিলোঁ এই গানবোৰ যেন আকৌ পাম 😢স্কুল কলেজৰ দিনবোৰ লৈ মনত পৰি গল.. মোৰ লগত মোৰ মাও এই গীত সমূহ শুনিছিল.. কিন্তু আজি মোৰ মা এই পৃথিৱীত আৰু নাই... মালৈ বহুত মনত পৰিছে... 😢আজি এই গীত সমূহ নষ্টনষ্টালজিক ❤❤❤❤❤ মোৰ বাবে 😭😭
এনে ধৰণৰ পুৰণা গীত শুনি সচাকে আপ্লুত হলো।পাৰিলে পুৰণি তৰমাই ছবি খনৰ গীত কেইটা শুনোৱা ব বুলি আশাৰে ৰলো।
Bor val lagil .samai mamsab or gitow sunabson
পুৰণি গীতবোৰ শুনিলে নষ্টালজিক হৈ পৰোঁ।সচাঁকৈয়ে OLD is GOLD.
বৰ ভাল লাগিছে কল্পতৰু অনুষ্ঠান টি শুনি। ধন্যবাদ আপোনাসৱলৈ।
সেই যে সুৰীয়া ঘোষনাৰে ধৰা দিয়ে অসীম কুমাৰ কাজী, প্ৰৱাল শৰ্মা, চন্দ্ৰিমা শৰ্মা !! মন মগজুত আজিও ক্ৰিয়া কৰে অহৰহ !!
পুৰণি গীত কেইটি শুনি ভাল লাগিল। আগলৈও শুনাব বুলি আশা কৰিলো।
পুৰণি গীতবোৰ শুনিলে মনটো ভাল ও লাগে আৰু বেয়াও লাগে। বেছিকৈ বেয়াহে লাগে। দুখ লাগে। অতীতৰ সোণালী দিনবোৰৰ কথা মনত পৰে। যিহেতু বৰ্তমানকলৈ মুঠেই সুখী হ'ব পৰা নাই। যি কি নহওক এই অনুষ্ঠানটো ভাল লাগিছে। পুৰণি গীতবোৰে বেছিকৈ মোক বেছিকৈ টানে। "আকাশৰ ৰংবোৰ হেঙুলীয়া --------"। কিবা বেলেগ ধৰণৰ ভাল লাগে।
আপোনালোকৰ অনুষ্ঠান সচাই বহু ভাল লগা। আগলৈকে নিশ্চয় সুনিব পাম লগতে এই স্মৃতিত পৰিণত হব গীত বোৰ সংৰক্ষণ কৰাৰ চেষ্টাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।
ধন্যবাদ কল্পতৰু," বৰ্ণালী"ও সংযোগ কৰিবছোন
এনেকৈ কল্পতৰু অনুস্থান সমূহ দি থাকিবচোন।মনটোৱে শৈশবলৈ উৰা মাৰে।
বহুত ভাল লাগিছে এই অনুষ্ঠানতো আকৌ শুনিৱলৈ পায়। পুৰণি দিনবোৰ ঘুৰাই পোৱা যেন লাগিছে। বহুত বহুত ধন্যবাদ জনালো আপোনালোকক🙏
এই অনুষ্ঠান বিলাক আজিও ৰাখি থোৱা কাৰণে, বহুত বহুত ধন্যবাদ 🙏,, অলপ সময় কাৰণে মই সৰু কালৰ দিনলৈ মনত পৰিছে, তাহানিৰ ৰেডিঅ'অনুষ্ঠান বিলাক খুব মন দি সুনিছিলো ,❤ মিঠা মিঠা সুৰ ,মনটো জিপাল কৰি দিলে
অনুস্থানত বিজয় ভুঞাৰ কণ্ঠত গাতো শুনি ভাল লাগিল,পিছে বৰ্তমান তেওঁ গান গায় নে নাই কব নোৱাৰিলো।কলেজ দিনত এই গানটি চিঞৰি চিঞৰি গাইছিলো।
বহু দিনৰ পিছত মধুময় কিবা শুনিলো, অতীত সেই জীপাল গীত কেইটাৰ বাবে ধন্যবাদ ।
বৰ সুন্দৰ লাগিল।বহুত দিনৰ পাছত গান কেইটা একেলগে শুনিবলৈ পালো।
এটা সুন্দৰ দিন মনলৈ আহে লগতে সময়ৰ সংকেত পাইচিলো সকলো সময়তে ,অতীতলৈ বহুত মনত পৰে
এই বোৰৰ বাহিৰে বহুত পুৰনি গীত আছে বেলেগ বেলেগ দি থাকিব❤❤❤❤❤❤🙏🙏🙏
Bahut bhal lagil . Agaloi o anekuwa anuthan sunibo pam buli akha karilu
শৈশৱলৈ মনত পৰি গল। ৰেডিও শুনাৰ কি যে মধুৰ স্মৃতি।
Very good song ❤❤❤❤
So sweetßong b sir❤❤❤❤❤
Very veru lovely song bsir ❤😂😂❤❤❤
50।বচৰ।আগৰ।জিবনতি।জেনলাগিচে।।পুৰনিগিতলৈ।ধন্যবাদ ।
Old is Gold এইদৰেই দি থাকিব।শুভেচ্ছা থাকিল।ধন্যবাদ।
বহুত ঝুনিয়া লাগিল মনটো...আগতে য়ে কিমান চিঠি লিখিছিলো তাৰ হিচাপ নাই...আকৌ শুনিবলৈ ৰৈ থাকিম
তাহানিৰ কাঠৰ frame ৰ Radio ৰ কথা মনত পেলাই দিছে। কলপতৰু অনুষ্ঠানটো আগুৱাই লৈ যাব বুলি আশা কৰিলো।
ruclips.net/video/TOF5oS9lqDU/видео.html
ভাল লাগিল কিন্ত্ত হাতখ পুৰনা দিনৰ দেখিব পোৱা হলে আৰু ভাল লাগিল হয়..। নখৰ নেলপলিছ সেই সময়ত ওলোৱাই নাছিল.😁👌👍🙏
Old is gold. Bahut bhal lagil huni. Nostalgic hoi golu. Dhanyabad. 🙏🏻
চিৰসেউজীয়া এই গীতসমূহ আমাৰ সদায়েই প্ৰিয়। এই গীতসমূহ youtube ত সাঁচিৰখাৰ বাবে অনেক ধন্যৱাদ ❤❤
বহুত ভাল লাগিল ৷আগতে কল্পতৰো মানে ৰেদিয়তো আগত বািজবই ৷
আৰু তেনকৈয়ে আমাৰ মনক অতীতৰ খেই অমৰ গীতবোৰ খুনাই জিপাল কৰী ৰাখিব l বহুত বহুত ধনযবাদ l প্ৰবীণ কুমাৰ বৰো l ৰঙিয়া l
banan bor suddokoi likhib de
শৈশৱতে শুনা গান বোৰ শুনি যিতো মাদকতা পোৱা যায়।।।কি সুন্দৰ লিখনি/সুৰ/কণ্ঠদান/মিউজিক ❤❤❤❤আৰু আজিকালি?????
Buhut Bhal Lagise Puroni Gaan Bilak Huni Kintu Time stamp Lagisile sob Ganor description'ot
এই অনুষ্ঠানটো শুনি বহুত বহুত বহুত ভাল লাগিল। আগলৈও এনেদৰে মনোৰঞ্জন দিব বুলি আশা ৰাখিলোঁ।
এনেধৰনৰ কালজয়ী গীতসমুহ শুনিলে মনবোৰ অতীতলৈ ঘৃৰি ৰায় অ।
ভাল লাগিল মোৰ। এনেকুৱা পুৰণি দিনৰ গীত শুনিবৰ বাবে অধিক আগ্ৰহৰে বাট চাই থাকিলো।
Borbhal loga geet bor hunoR karone dhninyabad jonalo
অতি সুন্দৰ ।এনেদৰেই আগলৈও অসমীয়া গীত দি থাকিব বুলি আশা ৰাখিলোঁ।
এই অনুষ্ঠান শুনি মই বহুত ভাল পাওঁ এনেকৈ আৰু ভাল ভাল পুৰণি গান বোৰ শুনাই থাকিবলৈ মোৰ ফালৰ পৰা অনুৰোধ 🙏🙏🙏|
Siro xeuj geet xamuh aamar xodai Priya 🎉🎉🎉
এইদৰে আৰু পুৰণি গীত পৰিৱেশন কৰে যে ধন্যবাদ ❤❤
সোনালী শৈশৱলৈ মনত পৰি গ'ল। বহুত ভাল লাগিল😊
বহুত ভাল লাগিল । কল্পতৰু অনুস্থান টো দিয়াৰো অধীৰ হেপাহৰে বাট চাই ৰৈছিলো
Dada khub dhunia apuni bhogoban
অতি সুন্দৰ লাগিছে সদাই পাম বুলি আশা কৰিলো 🙏
❤️❤️❤️❤️👍👍👍👍👍👍বাঃবাঃ কি সুন্দৰ অনুস্থান ...
বৰ ভাল লাগিল দেই