Bonjui/Assamese song/old is gold
HTML-код
- Опубликовано: 7 фев 2025
- -;Copyright Disclaimer: -
Copyright disclaimer undersection 107 of the
copyright act 1976 allowance is made for fair use
for purposes such as criticisms, comment, news,
reporting, teaching, scholarship and research. Fair
use is a permitted by copyright statute that might
otherwise be infringing, non-profit educational or
personal use tips the balance in favour of fair use.
বনজুই ৰে বহু দিনৰ মূৰত লৰালি সেই সুন্দৰ দিনবোৰ মনত পেলাই দিলা। ধন্যবাদ dhyan masty
Thnq U
Shubhen da
অত সুন্দৰ সংগ্ৰহ। পুৰণি বিহু সুৰীয়া গীতকেইটি শুনি আপ্লুত হলোঁ।অসমৰ চিৰ সজীৱ কন্ঠ শিল্পী লোনা সোণোৱাল বাইদেউ, দেৱজিৎ শইকীয়া আৰু স্বৰ্গীয় মহানন্দ মজিন্দাৰ বৰুৱাৰ গীতসমূহে নব্বৈৰ দশকতে জনপ্ৰিয়তাৰ শিখৰ চুবলৈ সক্ষম হৈছিল। তেওঁলোকৰ ভালেমান গীত আজিৰ নৱপ্ৰজন্মৰ শ্ৰোত সকলেও আদৰি লোৱা দেখা যায়।
এনেকুৱা সোনসুৰীয়া গীতবোৰ সঁচাকৈয়ে মধুৰ আছিল।অষেশ. ধন্যবাদ ।
সোনালী দিনবোৰলৈ মন উভতি যায়।
সুৱদি সুৰীয়া কণ্ঠত মাদকতা ভৰা সংগীতৰ
মায়াজাল।
আপোনপাহৰা হও।
অনুভৱ প্ৰকাশ কৰিবলৈ শব্দৰ অভাৱ।
🙏🙏
এই গীতবোৰ তেতিয়াই টেপ ৰেকৰ্ডাৰত শুনি শুনি প্ৰায় মুখস্ত গৈছিল আৰু মনলৈ আহিলই তেতিয়াৰ পৰাই গুনগুনাইছিলো ৷ মাজতে অলপ পাহৰণিৰ গৰ্ভত সোমাই গৈছিল যদিও এবছৰ মানৰ আগৰপৰা ইউ টিউবত শুনিবলৈ পায় আকৌ মনত পৰি মনটো তেতিয়াৰ দিনলৈ উৰা মাৰি গৈছিল ৷
ভাষা নাই এই কেছেট টো আনক নিদিওঁ বুলি লুকুৱাই থওঁতে দাদাৰ লগত কাজিয়া কৰিছিলো । বহুত ভাল পাওঁ । অশেষ ধন্যবাদ...
সচায় বৰ ভাল লাগিল গীত কেইটি শুনি
ধন্যবাদ ইউ তাপত আপলোড দিয়াৰ বাবে
কিমান সুন্দৰ গীত। প্ৰকাশ কৰাৰ কোনো ভাষা নাই ।আশা কৰো এই সোনালী গীতবোৰৰ দৰে নতুন শিল্পী সকলেও গায়।
প্ৰথমেই আপোনালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলো। এই চিৰসেউজ গীতবোৰ আমালৈ উপহাৰ হিচাপে আগবঢ়াই দিয়াৰ বাবে। মোৰ বহুত প্ৰিয় গীত, আজিও সমানেই প্ৰিয়।
কুশলে থাকক 🙏🙏
সুন্দৰ পুৰণি গীতটো শুনি বহুতো ভাল লাগিল। এনেকৈয়ে পুৰণি গীত শুনোৱাৰ বাবে আপোনাক ধন্যবাদ জনায়ছো।
আগৰ সোণালী দিনবোৰ মনত পেলাই দিলে।গাঁৱৰ মঞ্চত হোৱা প্ৰতিযোগিতা অনুষ্ঠান ত অংশগ্ৰহণ কৰা পেহী দাদা সকলোলৈ মনত পৰি গল।ধন্যবাদ
"YA 0QW LULL
"YA 0QW LULL
লোনা সোনোৱাল বাইদেউৰ এই গানবোৰ বহুত ভাল লাগিছিল। এতিয়াও বৰ ভাল লাগে। সেই দিন বোৰলৈ মনত পেলাই দিয়ে
beautiful soung
Gan bor khuni thakib mn Jay ebar aponk lakkrib mnjay dada
প্ৰথমতে জীৱনত এই গীতবোৰৰ গাবলৈ শিকিছিলো মন পৰযা এই গীতবোৰ এতিয়াও বহু ত ভাল লাগে ধন্যবাদ থাকিল 👍👍👍👍👍
eta hamoyat ei geet keiti emman hunisilu .etiya punar huni hei tahanir din buraloi monat pari gol. Dhanyabud.
Beautiful song
আগৰ দিনলৈ মনত পৰি গৈছে অ👍👍
❤❤❤❤❤❤❤বৰ সুন্দৰ লাগিছে 👍👍 ধন্যবাদ জ্ঞাপন কৰিছোঁ 🙏
আজিও সজীৱ হৈ আছে ;ইমান সুন্দৰ কণ্ঠ৷
এই ভাল লগা গানটো ২০২৪ চনত কোনে কোনে শুনিলে বাৰু ? ❤❤
দেবজীৎদাৰ লগত মোৰ ঢুলুকী বজোৱাৰ সৌভাগ্য হৈছিল ।গীতকেইটি শুনিলে মোৰ সেইিন বোৰলৈ মনত পৰিযায় । আমি মৰিয়নিত আখৰা কৰিছিলো আৰু আখৰাৰ শেষত দেবজীৎদাৰ লগত মটৰচাইকেলেৰে (হিৰহণ্ডা) ঘৰলৈ যাওঁত ,বাটত আমি হাতী এজাকৰ মূখামূখী হৈছিলো । সচাই গীতকেইটিয়ে সেই দিনবোৰলৈ মনটো লৈ যায় ।
সঁচাই অতি সুন্দৰ আছিল সেইবোৰ দিন। লুনা বাইদেউ এতিয়া কত থাকে?
Apunar usrt debojit da phool kumolia tumarei dehati gaan tu pam niki baru??
ভাল লাগে , ❤
সুন্দৰ লাগিছে আৰু লাগি থাকিব।
এই গীত সমূহ মই সৰুতে মাইকত শুনিবলৈ পাইছিলোঁ। এতিয়া এই গীতবোৰ শুনি মই আত্মহাৰা হৈ ৰওঁ।
I Love this song
এইবোৰ গীত শুনিলে সৰু কালৰ কথাা মনত পৰে কিমান সুন্দৰ আছিল সেই দিনবোৰ
অতি সুন্দৰ ❤❤❤❤
So sweet.... Mon jor pori jai
Bohut xundor
এই গীতবোৰ শুনিলে তাহানিৰ দিনবোৰ মনলৈ আহে কি যে সুন্দৰ কি যে অনুপম উহ""""""""""""""""""""" । চিৰসেউজ সংগীত ।
সুন্দৰ৷আগৰ দিনবোৰ মনত পৰি গল৷
সুন্দৰ 👌👌👌
অতি অপূৱ´ সুন্দৰ সঙ্গীতৰ এলবাম॥
Bohut dinor murot hunilu. Val lagil
Bohut val lagil
এই গীত শুনিলে সৰু কাললৈ মনত পৰে, গীত বিলাক বৰ ৰসাল .
Khub bhal lage moke egila gan shunibare. Mongol kamona kurisung dei aro ag baruk. Dhanyavad.
চিৰসেউজ গীতসমূহ তেতিয়াও শুনি ভাল লাগিছিল আজিও শুনি সমানেই ভাল লাগে।👌👌❤️
Everlasting, Evergreen songs...👍👍🙏
বৰ ভাল লাগে দেই ❤❤❤❤❤
বহোত ভাল লাগিলদেই
Very Nice Song $ Murai commented
খুউৱ সুন্দৰ গীত ভাল লা গি যায়।
বহুত বহুত শুৱলা কণ্ঠ বা । লৰালি কাললৈ মনত পৰি গল ।
Supper collection
মধুৰ কণ্ঠ | লৰালি কালত আপোনালোকৰ এই গানবিলাকত Nijok পাহৰি goisilu. Still one of my fav. album.
বহুত দিনৰ পিছত শুনিলো , বহুত ভাল লাগিল।
ভাল লাগিল দেই
Ai geet samuh sunile suni thakibor man jaai. Bhut vaal lage.
I remember when I used to listen to these songs over n over again and said Maa Kosom Kee Gaaise Bey. Thanks for uploading and bringing back the memories of yesteryear.
এইবোৰ গীত বিহু মঞ্চত গাইছিলো | বহুত ভাল লাগিছে শুনি | আগৰ দিনলৈ মনটো উৰি গ'ল...
মন পৰখা গান শুনি বহুত ভাল লাগিলে ধন্যবাদ
Bohut vall lagise
বহুত ভাল পাওঁ ।
Ijoi dada hoda thakibo ,
Hundor
অতি সুন্দৰ... কণ্ঠৰ সু-সংগীত ।
Bohut dhuniya🙏🙏
সুন্দৰ গীত অতীতৰ কথা বোৰ মনত পৰে
সুন্দৰ ।
Hundar...❤️❤️
xuni bor moja lagise bohut dinor pisot
বহুত বহুত মনত পৰে এই গীত বোৰ
Roi roi binala luna sunuwalor ai geet to mur khub priyo❤️👌👌
বৰ সুন্দৰ কন্ঠ শুনি শুনি আমনি নেলাগে।
আৰু কাহানিও ২৯/৩০বয়স ঘূৰি নাহে।আৰু নাহে সেই ১৯৮৬ ।পাগলামি কৰা বয়স ।মা, দেউতাও নাই।অতিতৰ স্মৃতি মাঠো ৰৈ গ'ল ,সেই গানবোৰ।
ধন্যবাদ ।
এয়াই মানব জীৱন । মাথো দি যায় স্মৃতিৰ সঁফুৰা ।
😓😭❤
U r the best thinket
Wow I liked this album so nice
মই পুৰণি গান বৰ সুন্দৰ পাওঁ
আৰু জেন এনেকোৱা গান
ভবিছতলে জেন আৰু
পাই থাকিম বুলি আশা কৰিলো
বহু দিনৰ পাছত সোনিলো । মনটো ভাল লাগি গল ।
সেই যে দিনবোৰ, গীত বোৰ, বৰ ভাল লাগিল ,ধন্যবাদ
Sundar git .sundar seen. Green mine .❤❤❤❤❤❤❤
লুনা বাইদেউক মৰিয়নি ৰেলৱেৰ কলনিত, আৰু দেৱজিৎ দাদাক মোৰ ঘৰৰ সন্মুখৰ ৰাস্তাইদি যোৱা দেখাৰ স্মৃতি আজি ও মনত আছে। তেওঁ লোকৰ গান ইউ টিউব ত পাই বৰ সুখী হৈছো। ধন্যবাদ
অতি সুন্দৰ তথ্য দিলে আপুনি ।লুনা বাইদেউ ক কোনো দিন টীভী তো দেখা নাই। এতিয়া কত থাকে বাইদেউ। এই বোৰ সোণসেৰীয়া গীত শুনিলে আজিকালি বেবেৰিবাং বোৰ শুনিবলৈ মন নাযায়। মোৰ ঘৰ মৰিয়নীৰ পৰা ৬ কিমি দূৰত।
সচাঁকৈ লুনা বাইদেও এতিয়া ক'ত আছে বাৰু
,cnm nsrdeeeeee,,,,,,,,
বহুত দিনৰ পৰা বিচাৰি ফুৰা এই কেছেটখন পায় ভাল লাগিল আশা কৰো আৰু পাম
Bahut hundar Luna Sonowal baideo
পুৰণি গীতবোৰ সঁচাই বহুত ভাল লাগে বহুবাৰ শুনিলেও আমনি নালাগে।
Super 💯..
Bohiya lagil
বৰ ভাল লগা সুমধুৰ গান
Val lagil
❤❤❤❤সুন্দৰ গীত
Moja lagil
গান কেইটা শুনি বহুত ভাল লাগিল
কিমান ধুনিয়া আৰু মৰমলগা গীত...
😊
Waoo !1986 This is my Birth year,My Golden Time 🥰❤️
বহুত ভাল লাগিল শুনি ।
God blrss you lonaj
God bless you lunaba
Mur born 1983.moi puroni gan Val pao radiot gan huni Val pao.bonjui cassatetu Val pao puroni ganbur mobilot huni thaku.old is gold gold❤❤❤❤❤❤❤❤❤❤❤❤❤❤
কি যে সুমধুৰ গীত। সেই সময়ত কিমান যে শুনিছোঁ
Iman hundor kontho aru geetbur kotje heraigol.
Evergreen love's song,
Always greatful,🙏
ঝধোওৱোৱোওৱ
ওওৱোৱোৱোও
ৱো
ঝধোৱৱৱোচোৱৱোৱৱো
ৱোও
নিজান দুপৰীয়া ঘৰত অকলে শুনিবলৈ খুউব ভাল লাগে
এই বনজুই য়ে সেই সময়ত ফালি আছিল। কেতিয়াবা এতিয়াও শুনো। বৰ ভাল লাগে।
গানৰ সুৰ কথা গায়কীৰ মাতে আৰু মাদকতা দিছে❤️❤️❤️🙏
বৰ সুন্দৰ গীত
Very nice song aru anekua ganbore huniboloipaleval pam
সচাঁই মন পৰশা গীত।
দেৱজিত দা আৰু এনেকুৱা গীত তোমাৰ পৰা বিচাৰিছো
He is no more.
ভাল গীত কেতিয়াও পুৰণি নহয়। সেই দশকৰ গীত বোৰত melody আছিল। সেয়ে আমাৰ দৰে melody বিচাৰি ফুৰা বলিয়া জাকৰ বাবে এইবোৰ সদাই নতুন, চিৰ সেউজ।
দেৱজিত দা আৰু লুনাক বহু আগৰে পৰা পাইছোঁ। কিংসুক ক্লাবৰ লগত জড়িত হৈয়ো আছিলোঁ। দেৱজিত দা হতৰ লগত বাদ্যও বজাইছিলোঁ। মনত পৰে
Nice song ❤❤❤
কেছেটটোৰ গীতবোৰ ইমানেই শুনিছিলো , আজিও সেই সময়, সেই দিনলৈ মনতো উভতি যায় l
এই গানবোৰ শুনি মনটো ভাল লাগি গল।
কিমান সুন্দৰ গীত। প্ৰকাশ কৰাৰ কোনো ভাষা নাই ।আশা কৰো এই সোনালী গীতবোৰৰ দৰে নতুন শিল্পী সকলেও গায়।
মোৰ কাৰণে 25 বছৰ আগতে মোৰ দোকানখন থকা সময়ত আৰু আজিও।
কত হেৰাই আছিল এই গীত বোৰ, U Tube 1St time শুনি চকুপানী ওলাই গৈছিল,ইমানেই ভাল পাও এই গীতকেইটা শুনি
কেচেট প্লেয়াৰ আছিল ১০/২০ জন লগ হৈ শুনিছিলো। বেটাৰী চাৰ্জ শেষ কৰি দিছিলো এইবিলাক গীত শুনি