Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
সচাকৈ ভাল লাগিছে তুমি মোৰ মৰমৰে মইনা।
এইবোৰ চিৰযুগমীয়া গীত ।আমাৰ যৌৱনৰ মধুৰ ক্ষণবোৰ এইবোৰেৰে সজাইছিলো।
Really heart touching song, best song, my favourite song, I love you this song
বহু দিনৰ মূৰত গীতটো শুনি ভাল লাগিল। এনেবোৰ চিৰসেউজ গীতে মনটো জীপাল কৰি তোলে।
বৰ ভাল লাগিল গীতটো শুনি ৷
বহুদিনৰ পিছত গানটো শুনি বহুত ভাল লাগিল॥এনে দৰে পুৰণি গান বোৰ দি থাকিব॥
বহুত ধুনীয়া গীত । বাৰে বাৰে শুনিলেও আমনি নলগা ।
সঁচাকৈ অতি সুন্দৰ গান , ভাল লাগিল
সঁচাকৈ এটি ধুনীয়া গান।
এইবোৰ আমাৰ অতুলনীয় সম্পদ । নিভাজ সহজ সৰল যাদু যাদু লগা কি সুন্দৰ । হৃদয় হাত পৰি যায় এই গানবোৰ শুনিলে । ২০২২ ট কোনে কোনে শুনি আছা ?? এটা লাইক কৰি দিয়া🤍
Ĺnu*kjpunñyyñ
হৃদয় স্পৰ্শ কৰা গান।অমৰ গান
Iman dhuniya gan bohut xunilu amoni loga nai ganto xodai siro xeuj hoi thakok soindha ba aponak tq
Old is Gold কথাষাৰ একেবাৰে সচাঁ ।
স্কুলীয়া জীৱনত যেতিয়া এই গানটো শুনিছিলোঁ বৰ লাজ লাগিছিলি। কিন্তু এতিয়া ইমান যে ভাল লাগে!
এই পুৰণি গান বোৰ শুনিবলৈ পালো বৰ ভাল লাগিল ।
চাৰু দা,সদায় অমৰ হৈ থাকিব। মোৰ অতি শ্ৰদ্ধাৰ/মৰমৰ শিল্পী। সৰুৰ পৰাই তেখেতৰ গান শুনিছো।খুব ভাল পাওঁ।
Good romantic song
সচাকৈ ভাল লাগিল তুমি মোৰ মৰমৰে মইনা
পুৰনি গানবোৰ শুনিলে কিবা আবেগিক হৈ পৰো।এপলক হলেও নিজকে পাহৰি পেলাও 😭
YES,
এটি সুন্দৰ প্ৰেমৰ গীত । শুনিলেই শুনি থাকিবলৈ মন যায়। দুখন হৃদয় জুৰাই ৰঙীণ সপোন......
Gan tu dhunia bar val lagise voice quality beautiful
Bahut dhuniya hidoi sui jua gaan
ধুনীয়া গান ।শুনি বহুত ভাল লাগিল মোৰ।
অতি সুন্দৰ গীত
অতি সুন্দৰ,,পুৰণি গানৰ মদকতাই সুকীয়া।ইমান কোমল শব্দ ,কোমল সুৰ মন প্ৰাণ কঁপি উঠে।
6 to
Puni gan bahut bhal pano. Dhanyabad
Puroni gaan bilak mur bhut priyo hoi .
Oti hundor gan dei
সচাকৈ কিবা এটা ভাল লাগি যাই গানটো শুনিলে ❤
বৰ ভাল লাগিল
Hosakoie gan tu bor val loga.. Old is gold kothakhar misa nohoi ❤❤
Hridoy jur Pori Jay. Bare bare xuni thakibo man jay.geet tu mor bahut priya.thank you.
❤❤❤❤❤ কি ভাল লাগে পুৰণি গীতবোৰ।
সচাকৈ পুৰণি গীতবোৰ শুনি থাকিবৰ মন
Best song, my favourite song, I love you this song,my favourite song, excellent song, evergreen, marvelous, awesome, superhit, most beautiful song, best song
গানবোৰে বহুত সময়ত মনৰ কথাকে কৈ যায়।
সুন্দৰ উপভোগ কৰিছোঁ
আগৰ যিবিলাক গায়ক-গায়িকা তেখেত লোকৰ গান সুনিলে দেহা শীতল পৰি যায় |
অ' হয় নেকি? পাৰিলে ফেন অফ কৰি সেই গানবোৰ শুনিব। কাৰেন্টৰ বিলটো ৰাহি হ'ব।
L
@@অসমীয়াগীতৰশৰাই-দ৩শ😢
বহুত ৰোমান্টিক হলে হে এনে ধৰণৰ গীতৰ জন্ম হব পাৰে। আজিকালিৰ বেপাৰী সকলে নোৱাৰে
Right
সচাকৈ আগৰ গান বোৰ ভাল লাগে বাৰে'বাৰে শুনিব মন যায়
এই গীত বোৰ শুনিলে শুনি থাকিবৰ মন যায়🌹🌹🌷🌷
অপূৰ্ব সুন্দৰ গীত ।
Wonderful song. Hatts off to JP Das, Charu Gohain and Sandhya Menon for this wonderful song.
Bor val lagise
Evergreen songs, heart touching ❤❤
সুন্দৰ গীত
Heart touching song তুমি মোৰে মইনা।
Ai bor geet hridayt rakhiso
এই বিলাক গান শুনিলে সঁচাকৈ দুচকুয়ে চকুপানী নিগৰে।এক বুজাব নোৱাৰা আবেগ।
এইবোৰ গানে হৃদয় চুই যায় ❤❤❤
Uff emn val lage
পুৰণি গীতবোৰৰ কথাই বেলেগ বহুত দিনৰ পিছত শুনি ভাল লাগিল
Sweet song
বহুত ভাল লাগিলে সছাই কৈছা
Kub duniya lagise ei gaan
পুনৰ গীত তো শুনি ভাল লাগিল l
কি যে আৱেগসনা গীত।।ভাষা নাই বুজাবলৈ
Wow very nice❤❤❤
আমাৰ অতীত ৰ গ্ৰাম্য জীৱনৰ এক প্ৰতিচ্ছবি ভাহি আহে আৰু এক কালজয়ী গীত শ্ৰদ্ধা ৰ শিল্পী দুয়ো লৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ
শুনি বহুত ভাল লাগে এই গানটো।
Love this song. Old is gold
xundor geet. bahu dinor murot xunilo.
Bohut dhuniya lagise gan to suni mok
গানবোৰে মনৰ আবেগ দুৰ কৰি হৃদয় চাফ চিকুন কৰে আৰু জীৱৰ প্ৰতি সমান চকুৰে চাবলৈ প্ৰেৰণা যোগায়।
সচাকৈয়ে
Yes
Tamam voice quality.... kiman bhal loga gaan....
Khub xundor geet🙏🙏💐💐💐
Best song, my favourite song, I love you this song, my favourite song, most beautiful song, best song, my favourite video
Sweet voice &...👍nice music..
Bha saru da god bless you.🎸🎸🎸
🎶🎵old is gold 😌😌😌😌😌😌😌
Mojja lagil gaan2 huni
ধুনীয়া
I like old songs ☺️
Old is gold❤❤❤
ধন্যবাদ টুটুল দাদা ও ছাৰ বহুত ধুনীয়া এটা গান শুনিবলৈ link টো দিয়াৰ বাবে ।।
Tumi mur moromore moina,line tu hit..
Mur papa a buhut val pai song to😊😊😊
অপূর্ব, অনুপম।
এই পুৰণা গীতবোৰ মোৰ বৰ প্ৰিয় এনেকুৱা দৰদী সুৰৰ গীত নতুন গীতত বহু কমেই পোৱা যায়
সচাকৈ গানবোর শুনিলে খুব ভাল লাগে
Ai bor geet hridayt so jotone rakhiso
এই গানটো মই খুউব ভাল পাওঁ
Beautiful song 💯👍👍👍
Awesome
Mon bhal lagil
Xosakoi
Gaan r kotha.... Uffff Dridoy sui jai
Xosake bhut dhuniya gaan tu xunile xuni thakibo mn jy
কি বুলি কম বহু ত ভাল লাগিল
সুন্দৰ
Bhut dhuniya
অতি সুন্দৰ
সুৰ তাল লয় অতি সুন্দৰ খুউব ভাল লাগে
Lovely .....song
Iman xundor geet kot lukai asil ,aji first time hunile Jan 2025 t
Vert very beautiful
Such a beautiful song ❣️...hosakoi e deuta htr dnt imn dhunia gaan bor asil
সচাকৈয়ে ৷ইমান ভাল লগা গীত ৷
👍 nice music
Oh! My heart bleeds. ❤❤❤
Evergreen song🙏🙏
এইবিলাক গান গোটেই ৰাতি শুনিব পাৰি গাড়ীত গলেও বন্ধু বান্ধবৰ লগতো শুনি থাকিব পাৰি
সন্ধ্যা মেননৰ মাত টো বৰ মিঠা আছিল । স্কুলত পঢ়ি থকাৰ দিনৰে পৰা ( সম্ভৱতঃ ১৯৮৫ চনৰে পৰা ) আজি লৈকে শুনি আছো , আজিও আমনি লগা নাই , এটা অপূৰ্ব সুন্দৰ গীত
Moi ei gantu gai 1 priz paisu
গানটি শুনি মনতো জীপাল হৈ উঠিল
ভাল লাগিল
Best singer Dr.Sandhya Menon,Dr.Saru Gohain