Размер видео: 1280 X 720853 X 480640 X 360
Показать панель управления
Автовоспроизведение
Автоповтор
নৱ প্ৰজন্মৰ হৈ এই গীতৰ সুৰত আমি অতি মোহিত । গীত সুৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ ।
বোধহয় অপূর্ব দাই ১৫০০ মান গীত ৰচিছিল মই কিছু গীত তেখেতৰ অনুমতি লৈ FB ত ৰাইজৰ আগলৈ আগবঢ়াই দিয়াৰ চেষ্টা কৰিছিলো। তেখেতৰ মৃত্যুত কিছুমান কাম আধৰুৱা হৈ থাকিল। অসমীয়াই এগৰাকী সচা সংগীতজ্ঞ ক হেৰুৱালে। মাটিৰ গোন্ধ তেখেতৰ প্ৰতিটি গীতটে পোৱা যায়।
কি যে অপূৰ্ব সৃষ্টি। তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। তেখেতৰ সৃষ্টি সদায় আমাৰ অন্তৰত থাকিব
Hoisa Kotha koise apuni
কি অপূৰ্ব।সু ললিত কন্ঠ শুনি থাকিলে শুনি থাকিবৰ মন যায়।বাইদেউৰ গীত।
Eman dhunia gaan o likhene...aldam feeling r gaan kandi disu
হেৰাই যোৱা দাদা দুজনলৈ বহুত মনত পৰিছে,, কাতি-আঘোণ মাহত মাহত এনেকুৱা গীত শুনি শুনি ধানৰ মাৰন মাৰি আছিল দুজনে।। miss u Dada 😭
Very good.
😢😢😢 Nija dada ne? Ru ki hoi dhukaise?
অতি সুন্দৰ গাইছে। শুভেচ্ছা জনালো। যোৰহাট
সচাই কি যে অপূর্ব সৃস্হি তোমাৰ ,শুনি থাকিলেও হেপাহ নপলাই,তোৰে খোপাত কৌপো পাহি ,গানতো মই আজিও প্রতি দিনে শুনো,ভগবানে স্বর্গ দান কৰক,অপূর্ব চাৰ সচাই অপূর্ব
,BBB huh u have rs Smutty
এশ বছৰ পিছত যেতিয়া আমাৰ লৰা ছোৱালীয়ে এই গান বোৰ শুনিব আৰু মোৰ কমেণ্ট চাই কব দেউতা কিমান ডাঙৰ সংগীত প্ৰেমী আছিলে। স্মৃতি হিচাপে কমেণ্ট দি থৈ গলোঁ। কমেণ্ট থাকি যাব আমি নাথাকিম।❤❤
❤😢
😢😢😢😢
😢😢
Really
😢❤❤❤
১৯৯০-৯১চনত university ত থকা কালত খুউব ভাল লাগিছিল।
Ami aiitu gaan rediot hunaa hompurno monot ase,, hunile huni thakibo mon juaa gaanbur kytiauu miss kora nasilu❤❤... Atiaa enekuaa gaan bonabole zubeen da bahire aru blg kunu nulabo❤❤
মন ভাল লাগি গ'ল। অমৰ সঙ্গীতলৈ ধন্যবাদ।
সচাঁকৈয়ে ইমান দৰদী কন্ঠ। যেতিয়াৰ পৰা শুনিছো, শুনাৰ একেই হেপাহঁ।এই গীত সমূহ অমৰ সমল।
উফ কি গান আছিল এইবোৰ ❤❤❤❤
অনিমা বাইদেউৰ গীতৰ সুৰত মই অতি মোহিত মোৰ আন্তৰিক শ্ৰদ্ধা জাছিছোঁ
সুন্দৰ কন্ঠত, সুন্দৰ গীত। শুনি থাকিলেও হেঁপাহ নপলাই।
সুন্দৰ কথাৰে সুন্দৰ গীত। শুনি বৰ ভাল লাগিল।
সুন্দৰ
অহ কি ধুনিয়া
Moyu bohut val pawo khuni eay gantu
Eman dhuniya konthor ❤❤❤❤❤❤ kosha koisu 🎉🎉
Eman dhuniya gan xuni thakib mon jai
অমৰ সৃষ্টি,শুনি কিবা এটা অনুভৱ হয় মনত,ইমান সুন্দৰ গান।
পুৰণি গীতবোৰ সঁচাকৈ বহুত ভাল লাগে ❤❤ Old Is Gold 👍👍
Eman dhuniya gan maje maje huni thaku.
Axomiya Sangit jagatot aybor kaljoi geete anya ak matra dise❤❤❤❤❤❤
ভাল, লাগে, শুনিলে শুনি থাকিবৰ মন যায়❤❤❤
Bht dhunia gan......
Eman sundor gan suni bohut bhal lagise.
Bahutbhal lagil
অতি সুন্দৰ
Bohut hundor geet
❤❤❤❤❤❤❤মন ভাল্ লাগি গৈছে গীত বোৰ শুনি
এই গানটো ২০২৪ চনত কোনে কোনে চাই আছে like কৰি যাৱক
Moi..pallab medhi
মই❤
Gc. T b
Evergreen ❤❤❤
সুন্দৰ গীত ❤শুনি থাকিলে শুনি থাকিব মন যায়
Herua hopun uboti ahil jen lage ❤❤❤ lovely song
Hosai eman modhur ai geet bur❤
অমিয়া কন্ঠ অনিমা বাইদেউ long live ।
Mur khura kaka Tumi enekua gaan gai gola moi bht xukhi . Tumr krnei muk sbei sini pai. Ummmmaaaah kaka
Borhiya
সুন্দৰ ☺️
The. Old. Is. Gold. It's. Melody. Always. In. My. Heart
অতি সুন্দৰ ❤❤
Come up with new and old ..songs. Really fantastic in this sweet years of life.Really fantastic..God will help.come up.
ভাল লগা গীত❤
কিমান সুন্দৰ গীত
❤❤❤❤❤ মজ্জা
কি যে অমিয়া কন্ঠ
সুন্দৰ গীত
💞💞💞💞🥰🥰🥰🥰❤️❤️❤️❤️👌👌👌✌️✌️✌️Bahut valgise ganti.
Ever green song.what a beautiful song
শুনিলে শুনি থাকিবৰ মন য়ায়
Pernamoi ishmiti love hard song ❤❤🎉
অপূৰ্ব সৃষ্টি ❤
emn val song I love you 😢❤
So nice ❤❤
Mur boyoh etiya 27 aibur gaan xuni val pau ortho thaka geet ...❤
পুৰণা গান বিলাক কিবা এটা ভাল লাগে যিটো প্ৰকাশ কৰিব নোৱাৰি 😊😊
Ufff 😍😍😍😍❤️
Then we were young wher this song was released. So sweet voice .Today I am nostalgic by hearing this song .
Super. VERY NICE SONG
Moi class 6 thakute adhunik ganor protiyogitat ai gan to gaisilu gan tur mining tetiya Buji puwa nasilu kintu aji ai gan tu xunile kalija bixai jai
Ki apurba gaan ||🙏🙏
What a song ❤❤
Hard touch song all in all
সুন্দৰ কণ্ঠ
ভাই-তুমি-ভাল-গায়ক-হৱলৈ-মইভগৱানৰ-ওচৰতপাথনাকৰিছো
তেওঁৰ আত্মাৰ চিৰশানতি কামনা কৰিলো ।
Gg
Ki bydow nai neki ! ! ! I am so sorry
Mor xoixoboloi uvoti jabo mn goise♥️
So good song.
Siro seuj geet ❤❤
❤❤ old is gold 🥇 Very nice Song 🎉🎉🎉🎉
My fevt😘 song
Very nice song❤❤❤😊
বোরভাল লগা গীত
Unique song.
Very beautiful song
My favorite song
শুনি থাকিলেও হেপাঁহ নপলাই৷
Very nice song
মই অসমীয়া পুৰনিকলীয়া গীতবোৰ শুনি বহুত ভাল পাওঁ❤
Gaantu lgt mor life tu jorito ase.. aamr dinr kotha aibor😢lg dhrib gole o voi
Purani Dinar ganbur shunile mantu val lage .
Very nice
Old is gold ✨️ 💛 👌 💖 💕 ❤😂🙏🙏🙏🙏
TRUE voice.
আগতে স্কুল ৰ বাৰ্ষিক অধিবেশনত এইবোৰ সংগীত ত নৃত্য কৰিছিল আজিকালি Reels ৰ গান ত Dance কৰে অলপ শিক্ষা গুৰু সকলে গুৰুত্ব দিব লাগে
Nice song 💖💖💞💞💗✨🙏
Mur bhut vall lage git to
Very nice.❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Niceeeeeeeeeee👍👍👍👍👍👍👍👍👌👌👌👌👌👌👌👌
Deota r Cycle khan loi log koribo jua din bur monot pori gol ❤
Beautiful
Mor bhohut priyo aei gaan
Allows grateful to my dear baidaw
My mom favorite song..& i am also this song😘😘
I miss you dada😢😢😢😢😢😢
Val lagise
Beautifulsong
Excellent performance
নৱ প্ৰজন্মৰ হৈ এই গীতৰ সুৰত আমি অতি মোহিত । গীত সুৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ ।
বোধহয় অপূর্ব দাই ১৫০০ মান গীত ৰচিছিল মই কিছু গীত তেখেতৰ অনুমতি লৈ FB ত ৰাইজৰ আগলৈ আগবঢ়াই দিয়াৰ চেষ্টা কৰিছিলো। তেখেতৰ মৃত্যুত কিছুমান কাম আধৰুৱা হৈ থাকিল। অসমীয়াই এগৰাকী সচা সংগীতজ্ঞ ক হেৰুৱালে। মাটিৰ গোন্ধ তেখেতৰ প্ৰতিটি গীতটে পোৱা যায়।
কি যে অপূৰ্ব সৃষ্টি। তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। তেখেতৰ সৃষ্টি সদায় আমাৰ অন্তৰত থাকিব
Hoisa Kotha koise apuni
কি অপূৰ্ব।সু ললিত কন্ঠ
শুনি থাকিলে শুনি থাকিবৰ মন যায়।বাইদেউৰ গীত।
Eman dhunia gaan o likhene...aldam feeling r gaan kandi disu
হেৰাই যোৱা দাদা দুজনলৈ বহুত মনত পৰিছে,, কাতি-আঘোণ মাহত মাহত এনেকুৱা গীত শুনি শুনি ধানৰ মাৰন মাৰি আছিল দুজনে।। miss u Dada 😭
Very good.
😢😢😢 Nija dada ne? Ru ki hoi dhukaise?
অতি সুন্দৰ গাইছে। শুভেচ্ছা জনালো। যোৰহাট
সচাই কি যে অপূর্ব সৃস্হি তোমাৰ ,শুনি থাকিলেও হেপাহ নপলাই,তোৰে খোপাত কৌপো পাহি ,গানতো মই আজিও প্রতি দিনে শুনো,ভগবানে স্বর্গ দান কৰক,অপূর্ব চাৰ সচাই অপূর্ব
,BBB huh u have rs Smutty
এশ বছৰ পিছত যেতিয়া আমাৰ লৰা ছোৱালীয়ে এই গান বোৰ শুনিব আৰু মোৰ কমেণ্ট চাই কব দেউতা কিমান ডাঙৰ সংগীত প্ৰেমী আছিলে। স্মৃতি হিচাপে কমেণ্ট দি থৈ গলোঁ। কমেণ্ট থাকি যাব আমি নাথাকিম।❤❤
❤😢
😢😢😢😢
😢😢
Really
😢❤❤❤
১৯৯০-৯১চনত university ত থকা কালত খুউব ভাল লাগিছিল।
Ami aiitu gaan rediot hunaa hompurno monot ase,, hunile huni thakibo mon juaa gaanbur kytiauu miss kora nasilu❤❤... Atiaa enekuaa gaan bonabole zubeen da bahire aru blg kunu nulabo❤❤
মন ভাল লাগি গ'ল। অমৰ সঙ্গীতলৈ ধন্যবাদ।
সচাঁকৈয়ে ইমান দৰদী কন্ঠ। যেতিয়াৰ পৰা শুনিছো, শুনাৰ একেই হেপাহঁ।এই গীত সমূহ অমৰ সমল।
উফ কি গান আছিল এইবোৰ ❤❤❤❤
অনিমা বাইদেউৰ গীতৰ সুৰত মই অতি মোহিত মোৰ আন্তৰিক শ্ৰদ্ধা জাছিছোঁ
সুন্দৰ কন্ঠত, সুন্দৰ গীত। শুনি থাকিলেও হেঁপাহ নপলাই।
সুন্দৰ কথাৰে সুন্দৰ গীত। শুনি বৰ ভাল লাগিল।
সুন্দৰ
অহ কি ধুনিয়া
Moyu bohut val pawo khuni eay gantu
Eman dhuniya konthor ❤❤❤❤❤❤ kosha koisu 🎉🎉
Eman dhuniya gan xuni thakib mon jai
অমৰ সৃষ্টি,শুনি কিবা এটা অনুভৱ হয় মনত,ইমান সুন্দৰ গান।
পুৰণি গীতবোৰ সঁচাকৈ বহুত ভাল লাগে ❤❤ Old Is Gold 👍👍
Eman dhuniya gan maje maje huni thaku.
Axomiya Sangit jagatot aybor kaljoi geete anya ak matra dise❤❤❤❤❤❤
ভাল, লাগে, শুনিলে শুনি থাকিবৰ মন যায়❤❤❤
Bht dhunia gan......
Eman sundor gan suni bohut bhal lagise.
Bahutbhal lagil
অতি সুন্দৰ
Bohut hundor geet
❤❤❤❤❤❤❤মন ভাল্ লাগি গৈছে গীত বোৰ শুনি
এই গানটো ২০২৪ চনত কোনে কোনে চাই আছে like কৰি যাৱক
Moi..pallab medhi
মই❤
Gc. T b
Evergreen ❤❤❤
সুন্দৰ গীত ❤শুনি থাকিলে শুনি থাকিব মন যায়
Herua hopun uboti ahil jen lage ❤❤❤ lovely song
Hosai eman modhur ai geet bur❤
অমিয়া কন্ঠ অনিমা
বাইদেউ long live ।