O Senai, Nixa Naahe Toponi ( অ' চেনাই, নিশা নাহে টোপনি) - by Santa Uzir.
HTML-код
- Опубликовано: 19 дек 2018
- Assamese song of Santa Uzir. / Lyrics and Melody by Dhrubajoyti Phukan.
#people #portrait #outdoors #fashion #style #stylish #photooftheday #instagood #instafashion #party #cheerful #relaxation #fun #creativity #wear #music #bestsong #friendship
কি সুন্দৰ এটি গীত। এনেকুৱা গান বোৰ শুনিলে অতীত ঘূৰি অহা যেন লাগে।
অন্তৰ চুই যোৱা কিমান যে সুন্দৰ গান
হয় বহুত ভাল লাগে
এইটো গীত শুনিলে মই সচাকৈ পাগল হৈ যাও কি মোহিনী আছে তাত 👍👍👍👍
Sm 2 u mi khodai 2br koi khunua
Amazing👍
Seriously 😒❤❤
এইবিলাক গীত কেতিয়াও পুৰণি নহয় ❤ সদায় চিৰসেউজীয়া হৈ থাকিব 💕❤
যৌবনলৈ ঘুৰি গলো ৷
এটি অতিকৈ মৰমলগা আৰু চিৰযুগমীয়া গীত। যিমান শুনি মন নভৰে।❤❤❤❤
Happy Durga aru ata natun xopunhopun dekhise aai aai m s c
🥸
Ajir dinotu ai geetbure monbur xuriya kori tule... Xunile xuni thakibor Mon jai♥️
বহুত ভাল লগা গীত
শান্তা বাইদেউৰ চিৰ সেউজ গীত বোৰ সদায় শুনু। আগতে মঞ্চত গাই ফুৰিছিলো। অতুলনীয় অৱদান বাইদেউৰ।🎉🎉🎉🎉
আগতে ৰেডিঅ যেতিয়া আছিল তেতিয়া কল্পতৰুত শুনিছো এইবোৰ গান কিমান যে মজা লাগিছে তেতিয়া 😍😍😍
Hoi
O bhut monot pore desun
@f😂🙏🙏🎉😂🎉💆😂😂💇f😂 fd😂😂😂🤩♥️😜🟨💫😂🤦🟨🤦🤦😂🤦😃🤦😂🟦🤦😂😂🤦🤦😃🟦🤦🟨😂😂😂😊😂😄😊🎉😂🟦💫 rdazyboychannel9978
Um akou jodi ahil heten
@@crazyboychannel99785❤❤❤55555555
A moja,. Jota nohoi arro🤣🤣🤣🤣🤣🤣 that,s my fabrat song🥰🥰🥰🥰😍😍
Mojja bhut val laga oo
উফ শান্তা উজীৰ বাইদেউৰ কণ্ঠ 🙏❤️ সুন্দৰ কণ্ঠত চিৰসেউজ সুন্দৰ গীত ❤️🥰
L
Nice song
Apuni🔥
ইমান সুন্দৰ গীত লগতে আপোনাৰ কণ্ঠত দেহ-মন জুৰ পৰি যায়।
এই গীতটো কিমান যে শুনিছোঁ। শুনি থাকিবৰ মন যায়। কিবা যেন যাদু আছে। শান্তাউজীৰ বাইদেউক অশেক ধন্যবাদ
শান্তা উজীৰ বাইদেউৰ এটা চিৰসেউজ গীত। তেখেতৰ কন্ঠ চিৰ সজীৱ। আশীৰ দশকৰ শেষৰ ফালে আৰু নব্বৈৰ দশকৰ প্ৰথমভাগত যিসকল শিল্পীয়ে জনপ্ৰিয়তৰ শিখৰত আৰোহণ কৰিবলৈ সক্ষম হৈছিল তাৰ ভিতৰত তেখেত অন্যতম। তেখেতৰ প্ৰতিটো গীতেই শ্ৰোতাৰ অতি প্ৰিয়।গায়কী অতি উচ্চ মানদণ্ডৰ। তেখেতৰ লঘু শাস্ত্ৰীয় সংগীতৰ আধাৰত গোৱা গীতবোৰ হৃদয়স্পৰ্শী।সেইবোৰ শ্ৰোতাৰ অতি আদৰৰ।
সৰুথাকোতে ৰেডিঅত এই গানটো বজোৱাৰ লগে লগে ৰেডিঅৰ ভলিয়াম বাৰি যোৱা গান ,,ইমান ভাল লাগে এইগানটো কি কম Wonderful,,outstanding Song ❤️❤️
1
অ বৰ ভাল লাগে গান টো
My mom needs
Mom monitoring
Mom momma's
Mongolian
Mom mm mm mm mm mm
Man mm
Bfcinema
ইমান সুন্দৰ গান যিমান শুনিলেও হেপাহ নপলায় । ২০২১ অক্টোবৰ ত শুনা কোন কোন আছা ???
2.4 M manuhei saise
2024 to xuni aaso
সন্ধিয়া ৭ বজাত দেউতাৰ ১১০০ মডেল নকিয়া মবাইল টো লৈ FM ত ..এইবোৰ গান শুনিছিলো😊😊❤ old is gold.
😂
Q
👍
Majjjjjjjjjjja
Mu favourite
ভাল লাগি থাকক সদায়েই❤
শান্তা উজী বাইদেউৰ গীত শুনি বহুত ভাল লাগে৷
ধুনীয়া।এইবিলাক গীত শুনিলে শুনি থাকিব মন যায়।❤
Ohh nice nice no comments Direct Love 💕
Oooooooooo Senai 😘😘😘imn dhuniya lage xuni,,,,,,,,❤️❤️❤️ জয় আই অসম ❤️
কিমান সুন্দৰ গান. আজিও সকলোৰে প্ৰিয়
২০২১ৰ মাৰ্চত কোনে কোনে চাইছে like কৰক ।
Nice
Asu 👍
Nice
@@mohidulislam2748
Lllopopkp oppkmopk
@@karnob770
czgrsklgae
উফ...কি সুন্দৰ... সৰুতে ৰেডিঅত শুনিছিলো আমনি নালাগে💗💗💗
Aaio.. dehi..😅
Heart touching Song❤️
আজি বহুদিনৰ পাছত গানটো শুনিলো, পুৰণি দিনৰ বিহুৰ কথা মনত পৰিল। Those days are never Forgatable...Pls God bring back my old days again.....
Heart touching song...old is gold 💕💕💕💕💕
*Val lagil buhut dinor xunilu*
Bhut vl lagil gaan 2
Bahut vl lagil ganto xuni
Beautiful song
অন্তৰ চুই যোৱা চিৰযুগমীয়া গীত
Rw
Nika....nahe tuponi ture kotha vabi rati ujagori......super
Evergreen
Mur onyo eta priyo gaan,,hodai ebarkoi holeu hunu 💞💞💕💕💕
Ai gan2 sunile ...agor fanson burole monot more....sunile ...suni thakibor mon jai...
Heard touching song. Bhot vhl loga gaan. 05/10/2023.❤
Oo senai mur eta priyo geet. Xunile mantu rokhabo nuaru
বিহু ফাংচনৰ কথা মনত পৰে, ❤🧡💛
কি সুন্দৰ কন্ঠ যেন আকাশেও নাচিছে সুৰৰ তালে তালে । চিৰসেউজ গীত
কি ধুনীয়া গিত .............
এই বুৰ গান শুনি বিৰাট ভাল লাগে।❤
ঢোল পেঁপা গগনা বাজিছে চেনাইধন .... Wow line টো ইমান awesome.
Nice good 👍👍
tuloi mnt pore😰😰❤️❤️❤️❤️
Nostalgia ❤
emn dhunia geet......
Ufbcgcvbxvhf
Heart touch song
Thrilling. Voi es. And. . melodies.......
Heart touching song
Still hear this song at 2021❤
ইমান ধুনীয়া গানটো ক মানুহে কনকে নো dislike কৰে ভবিয়ে নাপাওঁ।।।
aibur neha kokar or fan hupa
Tmr bhakhon xuni honey Singh or biggest fan nisina lagise 🌚
@@khanjanedit6:12 😊 se
@@anneshachakrabartty9650aykhon dekhot 135 crore public axe assam ot 3 crore 3 lakh public axe sob homan nohoi burbak nixina kotha kio koi
সঁচাকৈ অতুলনীয় অৱদান ❤️❤️
মোৰ মা বহুত ভাল পায় গীত টু মাৰ favourite গান এইটো আৰু মই ও বহুত ভাল পাওঁ গানটো ❣️❣️❣️
😂😂
Evergreen Song❤
সচাকৈ এই গীত শুনিলে আমাৰ অতিকৈ মৰমৰ বিহুটিলৈ মনত পৰি যায় দেই
নস্টালজিক
Hosa vhl lage
Bhor jouban moor
Then i was in class sex
Heart touching...I love this song so much... and what a beautiful ❤️ voice, what a beautiful song, what a music....
Old is gold..Evergreen song💚💚💚
Old is gold❤
Emn dhuniya geet. Sadai hunileo amani nalage.
Beautiful songs ♥️♥️♥️♥️🤩🤩♥️♥️
My fav song ever
👍
Nice .. Baideu
Very nice song my like big singer miss and mr do you long life god bless you good assamese Family my sellout jay bhorout.
I love this song......... ❤❤❤
সুন্দৰ
After 4yrs pasot gaantu Mont poril bohut val lagise gaantu xuni
I really miss old Assamese song
ইমান জোচিলা অসমীয়া গীত আৰু নাইয়েই নেকি। সকলো দিশৰ পৰাই গীতটো পৰিপূৰ্ণ।
All time favourite superhit santa ujir baa aibore gan
ৰেডিঅ শুনা দিনবোৰলৈ মনত পৰি গ'ল ❤❤❤
Old is gold
My feverish song
What was the epic ...............can not belief .......such kind of romantic song with such distinctive simple music . It was simply great.
মনত নপৰিলে ও পৰিৱলৈ বাধ্যকৰায় দিয়ে ইমা হুুৱালা গান
Awesome👍👍 outstanding performance❤❤❤
heart touches song.......
চিৰ সেউজ গীত❤️
love this song
অনুপম
অ চেনাই তলৈ মনত পৰে আৰু এই গীতটো প্ৰকাশ নমঃ দাস জিলা ধুবুৰী অসম চৰকাৰৰ দ্বাৰা বঁটা প্ৰদানৰ ব্যৱস্থা কৰা হব লাগে আৰু লগতে অসমৰ মাননীয় শ্ৰীযুত হিমন্তবিশ্ব শৰ্মা ডাঙৰীয়াই এই বঁটা প্ৰদান অনুষ্ঠানিক ভাবে ৰাইজৰ মাজলৈ দি আমাৰ সংগীত প্ৰেমি ৰাইজৰ ধুবুৰী জিলাৰ অন্তৰ্গত এই চাপৰ প্ৰগতি ভবনত শিল্পী জনক আশিৰবদ দিবলৈ আশা বাদী form , শ্ৰী যুত হিমন্তবিশ্ব শৰ্মা ডাঙৰীয়া অসম চৰকাৰ । আপুনি আমালোকক যেনেকৈ এটা এটা আখৰ বুজাই কয় ঠিক তেনেকৈ এই গীতটো আমালোকৰ কলিজা ভিতোৰচৰা চুই গৈছে আপুনি ৰাইজৰ এই কামখিনি আপোনালোকৰ এই মহা গোটবন্ধন নে কৰিব লাগে বুলি ৰাইজে আশাবাদী অসম । ইতি, প্ৰকাশ নমঃ দাস জিলা ধুবুৰী পো, চাপৰ
গাঁও, গোবিন্দপুৰ ,পিন নং,783371ফোন নং6000814685
Nice song
Thanks.
Evergreen song , 🌲, sweet voice ,,❤️❤️❤️
After minimum 6 yrs pist gaan tu mnt pril...bht val lagil
Bohut val lage gantu
বহাগবিহুত funtion এইটো গান থাকিবই ❤❤❤
Aji Manu bihu .baidew r Gaan huni montu val logaisu.because gaon loi jabo pora nai. Nice song . Evergreen son.
nice song 👍
I love this song
Nobo projonmo hoi o aji o moi ai geet xunu...ai geetor pagol ajio moi♥️♥️♥️santa ujir baideu apunak bohut val pau ru srodhya koru🙏♥️🙏
Nice songs
Bohut khubsurat bidowr khonthobor ❤️❤️❤️🙏🙏🙏
Lovely song❤️👍
Mur priyo git Old is gold Super 👌 Song
এসময়ত এই গানটোৰ অবিহনে বিহ্ ফংচন সম্পূৰ্ণ নহৈছিল।
Awesome singing 👌👌 I like every song 🤗🤗🤗🤗
সঁচাই বহুত ভাল লাগিল
ব'হাগৰ মাদকতা ল'ব লাগিলে এই গীতবোৰ বিচাৰি বিচাৰি হ'লেও শুনিব লাগে❤
চিৰসেউজ গীত🌿
I like your voice ❤❤❤❤ Shanta songs are so beautiful 😍😍😍😍❤️
🙏🥰 এইবোৰ গীত শুনি আনন্দিত হৈ পৰো
Y.
I.love you.
Really
really moiu