sar mor bhatja or saidul easlam dunno mok mor pator bat Kari kabo karana offisot tar gharet 4ghanta mok abdh kare rakishil tar Pat Bora nai offisor manuhok hat Kare my gharot notàkat mohare Ani mati guke Jai mok hai mohoregona kala that's tat goi shailo my tata bhatjar kalo he misa màtisa
এনে কুৱা গান শুনি বৰ ভাল লাগে ❤❤❤❤😊😊😮😮,,
Mor kareni dada bhagaban
উফ কি যে হৃদয় চুই যোৱা গীত ,, গাৰ নোম শিয়ঁৰি উঠে আপোনাৰ এই স্বদেশৰ গীত বোৰ শুনিলে ।
মহেন্দ্ৰ দাৰ প্ৰতিতো গানেই সছাকৈয়ে দেহ মন জুৰ পেলাই।জয় আই অসম🙏🙏🙏
Hojag hobaloi jonua gitbur Mur.bor peryo thankyou❤
Lakshi..Hazarika..Verynice
এইবোৰ গীতেই আমাক সমাজৰ প্ৰতি অধিক দায়বদ্ধ হবলৈ যুগ যুগ ধৰি উনুকিয়াই যাব ।
🙌🙌🙌🙏🙏🙏
Xundor . Awesome
এইবোৰ গীত হাজাৰ বাৰ শুনিলেও হেঁপাহ নপলাই।❤
.কাল জয়ী গীত
সুন্দৰ গান মহেন্দ্ৰ দা।
I Like you ❤️👍🙏 God bless you and your family
সমাজ সচেতন গীত ভাল লাগে
Bohut vl loga gan mehandra Hazarika dev gan
❤❤❤❤❤❤❤❤
Khundar
অতি সুন্দৰ গীত
মহেনন্দ্ৰ প্ৰতিটো গানে সুন্দৰ।
🙏🙏🙏
❤❤❤❤
বাস্তৱ সত্য,আপোনাক বহুত বহুত
ধন্য বাদ জনাইছোঁ!
Oti hridyoi sui juwa gite❤️🧡🙏💪
শেঁতা মনবোৰ সতেজ হৈ পৰে আপোনাৰ গান শুনিলে
Great sir🙏🙏
Dhunia lagise❤❤❤
সুন্দৰ
হাজৰিকা দেৱ, আপুনি আপোনাৰ পুত্ৰকো একেদৰেই আগবঢ়ায় নিচে। আপুনি হয়তু মোক চিনি পোৱা নাই। এবাৰ বহু বছৰৰ আগতে লিডুৰ বিহু সন্মিলনত আপোনাক লগ পাইছিলো।বাৰু হব, আপোনাৰ ল'ৰা আৰিয়ানলৈ মোৰ আশীৰ্বাদ থাকিল। তেওঁ যেন আপোনাৰ দৰে আগবাঢ়ি যায়। এয়াই কামনা কৰি লো
Old is gold
Hundor
Heart touching song, namaskar
🙏💝 সঁচাকৈ
Absolutely 100%
আপুনি দীৰ্ঘায়ু হওক আৰু আগলৈ ও আমাক গান শুনাই যাওক।জয় আই অসম।
🙏🙏🙏
🙏😇
অতি প্ৰাসংগিক গীত
Nice
Great singer whose every word of song is incomparable.
Hi
Very nice song ❤
Dada eeman bhall lagill
9:40
Jug joy smoronia praroner geet pahoribo nusti .
অন্তৰত আছে আপোনি
Aji 1st xunisu nice👍👍👍👍👏👏👏
ধন্যবাদ
Good 👍👍👍
বুঢ়া আঙুলি জিয়া আছে সিংহ
Beautiful sang da 🙏😍
I Love you ❤️🙏👍🙏 Please caii ki me
আমি অসমীয়া 🌹🌹👍
Bohot bohot dhuniya m da
😂😂😂😂😂😂❤❤❤❤❤❤❤
Dada.moy.aupanar.anuragi.bhobeen.
Huh
Moja
Nice. Song
Very very nice thanks
কালজয়ী গীত
😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂❤❤❤❤❤❤❤❤❤❤
গানটোৰ অর্থ বুজি পোৱা জানোঁ তুমি
আপোনাৰ এই সুন্দৰ কালজয়ী গীত বোৰে প্রতি জন অসমীয়াৰ মনত স্বদেশ প্রেম জগাই তোলে। আপুনি চিৰসেউজ।
🥦🥦🍋🥔🍋🥔🥔🍋🥔🥔
সমাজ সচেতন মূলক গীত ।
L
@@rajibdewri2236 to
Oo
Qqqqqqq😂বাংলা ভাষাত ‘ কালকে ‘ বুলি এটা শব্দ আছে। Yesterday বুজাবলৈ কালকেৰ আগত গত আৰু Tomorrow বুজাবলৈ কালকেৰ আগত আগামী লিখি ’ গত কালকে ‘ আৰু ‘ আগামী কালকে’ লিখে। আনহাতে আমাৰ অসমীয়া ভাষাত Yesterday বুজাবলৈ ‘ কালি ‘ আৰু Tomorrow বুজাবলৈ ‘ কাইলৈ ‘ দুটা সম্পূৰ্ণ বেলেগ শব্দ আছে। তেনেস্থলত বাংলা ভাষাৰ অনুকৰণত ‘ যোৱা কালি ‘ আৰু ‘ অহা কালি ‘ লিখাৰ কিবা যুক্তি আছেনে ? আহকচোন আজিৰ পৰা যোৱাকালিৰ পৰিবৰ্তে কেৱল ‘ কালি ‘ আৰু অহাকালিৰ পৰিবৰ্তে কেৱল ‘ কাইলৈ ‘ লিখাৰ অভ্যাস কৰোঁ। -ধন্যবাদ।😂বাংলা ভাষাত ‘ কালকে ‘ বুলি এটা শব্দ আছে। Yesterday বুজাবলৈ কালকেৰ আগত গত আৰু Tomorrow বুজাবলৈ কালকেৰ আগত আগামী লিখি ’ গত কালকে ‘ আৰু ‘ আগামী কালকে’ লিখে। আনহাতে আমাৰ অসমীয়া ভাষাত Yesterday বুজাবলৈ ‘ কালি ‘ আৰু Tomorrow বুজাবলৈ ‘ কাইলৈ ‘ দুটা সম্পূৰ্ণ বেলেগ শব্দ আছে। তেনেস্থলত বাংলা ভাষাৰ অনুকৰণত ‘ যোৱা কালি ‘ আৰু ‘ অহা কালি ‘ লিখাৰ কিবা যুক্তি আছেনে ? আহকচোন আজিৰ পৰা যোৱাকালিৰ পৰিবৰ্তে কেৱল ‘ কালি ‘ আৰু অহাকালিৰ পৰিবৰ্তে কেৱল ‘ কাইলৈ ‘ লিখাৰ অভ্যাস কৰোঁ। -ধন্যবাদ।
@@jintuborahjintuboraho no no no no
Loo kk no MI moo
ওলংগ দেশত ৰজাৰ কাম কি?
বন্ধু অসমত তোমাৰ বহু প্ৰয়োজন আ ছে পিছে মালকন অলপ কমাবা।
3lakh bisarisil
Pod
নতুন গায়ক বোৰ ভাইৰেল হয় দাদা
আপোন বোৰ , আমাৰ নিজৰ
আমি বুজি আচো
নতুন পুৰুষ আৰিয়ানৰ গানো শুনো🙏🙏👌👍🤗❤️🌹
Smaj scetn mulak geet
Beautiful Song ❤️
Uej kdo
অসমীয়া সজাগ হোৱা সময় ❤️
ৃৃ
1000 ganor majat 1ta 2ta anekuwa gan pao
Comment to p k mahanta
Aponak kowar kono bhsa nai.jiten das h p bhawanipur
hi
Good
Bad diya he......
sar mor bhatja or saidul easlam dunno mok mor pator bat Kari kabo karana offisot tar gharet 4ghanta mok abdh kare rakishil tar Pat Bora nai offisor manuhok hat Kare my gharot notàkat mohare Ani mati guke Jai mok hai mohoregona kala that's tat goi shailo my tata bhatjar kalo he misa màtisa
অবোধ্য ভাষা। অসমীয়াত লিখকচোন।
Aaààaaààaaàaaaàaaàaqaaaaaaaqaqqqààaaàaaaqaaaaqàaaàaaaàqàqqqqqqqqw
অতি সুন্দৰ গীত
সুন্দৰ