Thikona Bihin Jibon Nator//ঠিকনা বিহীন//Mahendra Hazarika Song//Aryan Hazarika

Поделиться
HTML-код
  • Опубликовано: 22 окт 2024

Комментарии • 496

  • @monjurikagogoi1406
    @monjurikagogoi1406 Год назад +25

    মহেন্দ্ৰ হাজৰিকাৰ কণ্ঠ ভূপেন হাজৰিকাৰ দৰে অৰীয়ান তোমাৰ সুৰ, শব্দ উচ্চাৰণ স্পষ্ট দেউতাৰ দৰে। তুমি আগ বাঢ়ি যোৱা আশীৰ্বাদ জনালোঁ।

    • @hiranyapatgiri4060
      @hiranyapatgiri4060 6 месяцев назад +2

      তোমাৰ কণঠত মই মুগ্ধ হৈছোঁ

    • @jayantachoudhury9189
      @jayantachoudhury9189 3 месяца назад

      He to 5jj ej5 zk​@@hiranyapatgiri4060

  • @digitalindia7191
    @digitalindia7191 Год назад +11

    শুনিবলৈ বৰ ধুনীয়া লাগিছে। মহেন্দ্ৰ হাজৰিকাৰ উত্তৰ সুৰীলৈ স্বাগতম। আগুৱাই যোৱা

  • @ajaydeka6229
    @ajaydeka6229 Год назад +7

    হিয়া ভৰা শুভেচ্ছা জনাইছো তোমাক । ভগৱান সহায় হওক। বহুতো গীতেৰে চহকী কৰিব পাৰিবা নিশ্চয় ।

  • @manojhazarika374
    @manojhazarika374 2 года назад +31

    মোৰ জীৱনৰ প্রিয় গীতটো প্রিয় গায়ক জনৰ সুকণ্ঠৰ অধিকাৰী পুত্ৰৰ মুখত ।।। _অতি সুন্দৰ হৈছে বাবা।।। আগুৱাই যোৱা।।। ভগৱানে তোমাৰ আৰু ভাল কৰক।।।_💓💓💓💓💓❤️❤️ _With love and support from udalguri_

  • @chitranath-x9s
    @chitranath-x9s Год назад +7

    অতি সুন্দৰ আৰিয়ান ৷ মাটিৰ গোন্ধ থকা গান গাই যোৱা ৷ শুভকামনা থাকিল।

  • @jibansaikia8870
    @jibansaikia8870 2 года назад +21

    এনে সুন্দৰ কণ্ঠ, অন্তৰ চু‌ই গৈছে .... বাৰে বাৰে শুনি‌ও হেঁপাহ পলোৱা নাই 🌺

  • @jayantachetia4488
    @jayantachetia4488 9 месяцев назад +3

    সুন্দৰ গলাৰ ভৱিষ্যতৰ মঙ্গল কামনাৰে ডাইতিহৈ ভগৱন্তৰ ওছৰত প্রথনা কৰিলো।

  • @dharmeswarsonowal9774
    @dharmeswarsonowal9774 2 года назад +56

    অতি সুন্দৰ সুৰীয়া কণ্ঠ ,গীতটো যেন তোমাৰ কণ্ঠত অনন্য এক সুকীয়া অনুভূতিয়ে প্ৰাণ পাই উঠিছে । নিজৰ স্বকীয়তাৰে জিলিকি উঠা ।

  • @RadhaDevi-rn2ed
    @RadhaDevi-rn2ed 2 года назад +12

    আৰিয়ান তোমাৰ কণ্ঠদানে মোক বহুতো সুখী কৰিছে । আশীৰ্বাদ কৰিছোঁ বহুত বহত আগোৱাই যোৱা।

  • @rhythmofheart6578
    @rhythmofheart6578 2 года назад +68

    নিজস্বতাৰে পৰিপূৰ্ণ... বাৰে বাৰে শুনিছোঁ, মন চুই গল, গীতটোৰ কথা কি কম ইমান সুন্দৰ কথা সুৰ....।।🙏🙏🙏

  • @pratimboruah6865
    @pratimboruah6865 Год назад +13

    সংগীতৰ পথত তোমাৰ যাত্ৰা অব্যাহত থাকক, বহুতো শুভেচ্ছা জনালোঁ ।

  • @rijukonwar7883
    @rijukonwar7883 2 года назад +31

    বাৰে বাৰে শুনিছোঁ । প্ৰান ধালি গাইছা ।তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো ।

  • @pallabkumar2201
    @pallabkumar2201 Год назад +9

    অতি সুন্দৰ কণ্ঠ।আমনি নলগা প্ৰাণ ঢালি গোৱা এটি গীত

  • @mamonisharma3726
    @mamonisharma3726 Год назад +6

    বৰ সুন্দৰ কৈ গাইছা বেটা,বৰ ভাল লাগিল। আৰু আগবাঢ়ি যোৱা এই অচিনাকী আইতাএজনীৰ আশীৰ্বাদ,মৰম আৰু শুভেচ্ছা থাকিল।

  • @pallabitakakotyshah1496
    @pallabitakakotyshah1496 2 года назад +108

    আৰিয়ানৰ কন্ঠ আতি সুন্দৰ.প্ৰতিটো গানেই প্ৰানধালী গায় .তেওৰ উজ্জল ভৱিস্যত কামনা কৰিলো

    • @mridulahazarika940
      @mridulahazarika940 2 года назад +4

      Ariyan tumar ganar hure muk apluta kari tule bor hundor guwa tumi lag pale katha patim moi tumar deota gan huni bor bhal pao 1991 tumar deota progem ratipuwa loike salu

    • @pradipbaruah814
      @pradipbaruah814 Год назад +1

      Voice is very good.Lyrics are nice.Very well sung.

    • @bhadreswardeka1695
      @bhadreswardeka1695 Год назад +2

      @@mridulahazarika940 ll0)

    • @rubulchutia1248
      @rubulchutia1248 Год назад +1

      Vpp

    • @pallabjyotigaonkhowa7967
      @pallabjyotigaonkhowa7967 Год назад +1

      @@mridulahazarika940 CT

  • @rupaliborthakur2491
    @rupaliborthakur2491 Год назад +11

    শুনি বৰ ভাল লাগিল ৷
    সুন্দৰ কণ্ঠ

  • @nirusaikia7631
    @nirusaikia7631 2 года назад +35

    মহেন্দ্ৰ হাজৰিকাৰ দেৱৰ কণ্ঠ যিদৰে সুমধুৰ আৰিয়ানৰ কণ্ঠও সুমধুৰ।

  • @hewaligohaindekabaruah3709
    @hewaligohaindekabaruah3709 Год назад +7

    সঁচাকৈ বৰ সুন্দৰ কন্ঠ মই খুবঅনুপ্ৰাণিত এই গীত টিৰ প্ৰতি তোমাৰ সুদীৰ্ঘ কামনা কৰিলো আৰিআন

  • @travelvlogs5093
    @travelvlogs5093 2 года назад +41

    বয়সত কৈ কন্ঠ বহু উচ্ছ উজ্বল ভৱিষ্যত কামনা কৰিলো।

  • @rajlakshmibhuyan6346
    @rajlakshmibhuyan6346 Год назад +13

    আগবাঢ়ি যোৱা🎉🎉🎉,সৰস্বতী আইৰ আশীৰ্বাদ সদায় থাকক

  • @JyotishKalitacreation
    @JyotishKalitacreation 10 месяцев назад +5

    আগুৱাই যোৱা,শুভেচ্ছা থাকিল ।

  • @rabindasdas2002
    @rabindasdas2002 Год назад

    সুন্দৰ হিদয় চুই গ'ল।

  • @anandadas6174
    @anandadas6174 Год назад +5

    ভয়ঙ্কৰ সুন্দৰ কণ্ঠ ! কণ্ঠ স্বয়ং গীততৰ গভীৰলৈ সোমাই গৈছে । এটা পৰিবেশ জীৱন্ত ৰূপত প্ৰকাশ কৰিবলৈ থাকিব লগা সকলো খিনি লালিত্যই ভাইতিৰ কণ্ঠত আছে । আগলৈ নতুন নতুন গীতৰ আশাত বন্দী হৈ ৰ’লো

  • @latumonisaikia6852
    @latumonisaikia6852 Год назад

    অতি সুন্দৰ । আগবাঢ়ি যোৱা ।

  • @parulmedhi5753
    @parulmedhi5753 Год назад +4

    বৰ সুন্দৰ আৰু দৰদি কণ্ঠ ভগৱানে তোমাক গান গায় যাবলৈ আশীৰ্বাদ দিয়াক ❤️👍🙏

  • @BhulaHazarika-x7p
    @BhulaHazarika-x7p 8 месяцев назад +2

    Ki sundor kontho❤❤❤❤

  • @simigaming2463
    @simigaming2463 2 года назад +76

    মই মহেন্দ্র হাজৰিকাদেৱৰ গীতৰ অনুৰাগী। কিন্তু এওঁ অৰিজিনেল গানটোতকৈ ভাল গোৱা যেন লাগিল। 🥰

  • @anjanabezbaruah9617
    @anjanabezbaruah9617 4 месяца назад +1

    বহুত সুন্দৰ হৈছে 🙏🙏 ধন্যবাদ আগলৈ আগুৱাই যোৱা আশীৰ্বাদ কৰিছোঁ

  • @annasaikia5722
    @annasaikia5722 2 года назад +23

    হৃদয় স্পৰ্শ কৰা গান... আৰিয়ানৰ কন্ঠত 👌👌

  • @mrigendrakalita75
    @mrigendrakalita75 Год назад +3

    সুন্দৰ কণ্ঠ----প্ৰাণ ঢালি গোৱা মানসিকতা --- দেখি খুবেই ভাল লাগিল। অসমৰ কলা-সংস্কৃতিক আগুৱাই নিয়াত অৰিহণা যোগোৱাৰ কামনা কৰি হিয়াভৰা আশীৰ্বাদ যাচিলো।

  • @PurnimaDutta-m1h
    @PurnimaDutta-m1h 4 дня назад

    ভাইটি আৰিয়ান ইমান সুন্দৰ কণ্ঠ তোমাৰ গীত শুনি থাকিবলৈ মন যায় । আশীৰ্বাদ থাকিল।

  • @mrinalassamnk.3365
    @mrinalassamnk.3365 2 месяца назад

    খুবেই সুন্দৰ ❤️❤️ দেউতাকৰ নাম উজলাই তুলিলা তুমি আগলৈ ৰচয়িতাৰ পাতত সুন্দৰ হ'ক ❤❤❤

  • @malabikadeka9187
    @malabikadeka9187 3 месяца назад +1

    বাৰে বাৰে শুনিলেও মন নভৰে তোমাৰ গীত ৷আগুৱাই যোৱা শুভকামনা সদায়েই আছে

  • @jaanbiswas5122
    @jaanbiswas5122 Год назад +2

    হৃদয় চুই যায় গীত তোৱে,,,,," জীৱন সজালোঁ মিছাকৈ",, কি সুন্দৰ গীতৰ কলি

  • @ejumanibaruah6380
    @ejumanibaruah6380 2 месяца назад

    সুন্দৰ❤ উজ্বল ভবিয়্যত কামনা কৰিলো

  • @nirupomanirmolia2820
    @nirupomanirmolia2820 Год назад +3

    আৰিয়ান তুমি দেউতাৰ দৰেই একাগ্ৰতাৰে আগুৱাই যোৱা।তোমাৰ কন্ঠ বৰ সুৰিয়া👍👍👍

  • @priyankabaruah2311
    @priyankabaruah2311 Год назад +4

    দেউতাকৰ এই গীত আমি শুনিবলৈ পাইছিলো যৌৱনকালত। দেউতাকৰ এই গীতবোৰৰ শব্দগাথনিৰ লগতে তেখেতৰ অমিয়া কন্ঠই আমাক আকৰ্ষিত কৰিছিল। সেই তেতিয়াৰ পৰাই তেখেতৰ গীত শুনিয়েই আছোঁ আজিও। কেতিয়াও আমনি লগা নাই। তেখেতৰ পুত্ৰৰ কন্ঠই আকৌ আমাক এটা সুকীয়া সূখৰ খৱৰ দিছে। ভাল লাগিছে বহুত। দেউতাকৰ দৰেই কন্ঠ। অনাগত দিনত বহুত আশা কৰিলোঁ। এই কন্ঠইও জগত জিনি বিশ্ব দৰবাৰত অসমক প্ৰতিষ্ঠিত কৰক -এই আশাৰে অপেক্ষাৰে বাট চালোঁ।

  • @haribaruah9280
    @haribaruah9280 4 месяца назад +1

    আৰিয়ান তোমাৰ এই গীতটোত ভবিষ্যতৰ এক সুন্দৰ ৰেঙনি দেখা পোৱা গৈছে। সাধনা কৰা । আমাৰ আশীৰ্বাদ থাকিল ।

  • @dipaliborpujarieaseyourcon5040
    @dipaliborpujarieaseyourcon5040 2 года назад +64

    According to my opinion he has his own identity now so you don't have to introduce him as mahendra hazarika's son...what a superb voice he has

  • @AjantaBaruah-k3b
    @AjantaBaruah-k3b 11 месяцев назад +1

    বৰ সুন্দৰ কন্ঠ আৰিয়ানৰ ।তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।

  • @debashissinhacvphsschooldu168
    @debashissinhacvphsschooldu168 Год назад +1

    মনপৰশা কথাখিনিত আৰিয়ানৰ মোহময় কণ্ঠই এক অনবদ্য আবেদনৰ চাদৰেৰে শ্ৰোতা দৰ্শকক সম্মোহিত কৰিব। হৃদয় চুই গ'ল আৰিয়ানৰ কণ্ঠই।

  • @barnalideka2260
    @barnalideka2260 Год назад

    বহত বহত সুন্দৰ ও ভাল লাগিছে আপোনাৰ প্ৰতি টো কথা শুনি বিশ্বাস ধন্যবাদ আপোনালৈ

  • @BalinKonwar
    @BalinKonwar 5 месяцев назад +3

    ভাল লাগিল ৷ সুমধুৰ কণ্ঠ, বহু দিনৰ বিৰতিৰ পাছত গীতটো শুণিলো ৷ অন্তৰৰ গভীৰতাৰ পৰা গীতটি গাইছে ৷ অনাগত দিনত উজ্জ্বলি উঠাৰ কামনাৰে ৷ অৰ্থ পূৰ্ণ পুৰণি গীতবোৰৰ মাদকতাই বেলেগ ৷

  • @tapannath6338
    @tapannath6338 11 месяцев назад +1

    এয়া হল নবপজনৰ গান এয়া গান এজন মহান গীতি কাৰৰে গাই গৈইছেআৰু তেওঁ গানৰ খোৰত কব বিছাৰিছিল যে মানুহৰ জীবনতু কেনেকুৱা ৷তাৰ উপৰিও মই নিজ ফালৰ পৰা কব বিছাৰিছো আৰিঅন হাজৰিকই ইমান সোনদৰকৈ গানতু গাইছে মোৰ মন সাত পৰা নাই কাৰন গানতু সোনিলে সোনি থাকিবৰ মন যাই ৷❤❤❤❤❤❤❤

  • @dmanta5218
    @dmanta5218 11 месяцев назад +1

    আৰিয়ান লৈ বহুত বহুত ধন্যবাদ।♥️♥️♥️♥️♥️♥️♥️

  • @jehirulhuda3147
    @jehirulhuda3147 9 месяцев назад

    অতি সুন্দৰ। so sweet. নিজস্বতাৰে আগবাঢ়ি যোৱা, বহুত বহুত আশীৰ্বাদ থাকিল।

  • @ShakunChangmai
    @ShakunChangmai 4 месяца назад

    অতি সুন্দৰ,আগ বাঢ়ি যোৱা আশীৰ্বাদ জনালোঁ।

  • @Gitaliborah-li4pb
    @Gitaliborah-li4pb 8 дней назад

    কিমমান বাৰ যে শুনিলোঁ গীতটি।মৰমলগা ভাইটিৰ গীতটি ,,,,,
    জীৱন টো অতি সুন্দৰ আৰু ঊজ্বল হোৱাৰ কামনাৰে🎉🎉🎉🎉

  • @hemaborgohain556
    @hemaborgohain556 2 года назад +4

    আৰিয়ানৰ কণ্ঠ সচাঁই বৰ সুন্দৰ। আশীর্বাদ থাকিল।

  • @bhabaranjanicreation9887
    @bhabaranjanicreation9887 Год назад +2

    , মন‌ প্ৰাণ ভৰি যোৱা এটি সুন্দৰ গীত আৰিয়ানৰ দৰদী কন্ঠত।🎉🎉🎉🎉

  • @NilimadasDas-j5f
    @NilimadasDas-j5f 2 месяца назад

    This is very fine so ng❤
    Ariyan, tumi sundar paribeshan karisa val
    lagil ganto suni❤
    Bahut shibhesha thakil
    Tomalai❤❤❤❤❤❤❤❤

  • @prabinsutradhar5692
    @prabinsutradhar5692 9 дней назад

    শুনিলে শুনি থাকিব মন যায় এবাৰত হেপাহ নপলায় তিনি চাৰি বাৰ শুনাৰ পিছত হে অন্য এটা লৈ যাওঁ! এৰিয়ান হাজৰিকাৰ উজ্বল ভৱিষ্যৎ কামনা কৰিলোঁ! ধন্যবাদ :

  • @parthajitnath6107
    @parthajitnath6107 Год назад +1

    অতি সুন্দৰ হৈছে ❤❤❤

  • @sujithazarika169
    @sujithazarika169 Год назад

    Bohut hundor kontho....👍👍👍👍..bap sai beta

  • @rekhamonigogoi5063
    @rekhamonigogoi5063 Год назад +1

    Bohut xundor kontha ,
    Ariyan tumar ভৱিষ্যত উজ্জ্বল হওঁক

  • @digantadeka7201
    @digantadeka7201 9 месяцев назад +1

    মজা❤❤❤পুৰা প্ৰাণ ধালী দিলা❤

  • @aayatbharali35
    @aayatbharali35 Год назад

    উফফ! এজন তুমি এজন মহান শিল্পীৰ পুত্ৰ ❤ এক আৱেগ!

  • @ajitdarig5035
    @ajitdarig5035 Месяц назад

    অতি সুন্দৰ। আৰু আগুৱাই যোৱা

  • @DipamanibharLiMedhi-tv4zj
    @DipamanibharLiMedhi-tv4zj 10 месяцев назад +1

    এওলোকেই অসমীয়া সংগীতৰ ভাবিষ্যত ' ৷ জাতিক পাহৰি নাযাবা ৷❤❤❤

  • @bijoyagogoi6248
    @bijoyagogoi6248 2 месяца назад

    সুন্দৰ কণ্ঠ ।অনুৰাগ আগুৱাই যোৱা ।

  • @surendrasarma3471
    @surendrasarma3471 4 месяца назад

    অতি সুন্দৰ কণ্ঠ , আগুৱাই যোৱা, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।

  • @atulgogoiassam3765
    @atulgogoiassam3765 Год назад

    So sweet voice ....hunile huni thakibo mn jy😊

  • @hirokjyotiray7149
    @hirokjyotiray7149 Год назад +1

    ......এয়েটো জীৱন হায় মাথোঁ দুদিনৰ।... বৰকৈ চুই গৈছে।🙏🙏🙏🙏🙏

  • @binakumarigogoiborah8407
    @binakumarigogoiborah8407 Год назад

    উফ্ ইম্মান সুন্দৰ কণ্ঠ ❤❤❤❤ একেবাৰে দেউতাকৰ দৰেই কণ্ঠ 👌👌👌

  • @gopalchandradeka4261
    @gopalchandradeka4261 10 месяцев назад

    অতি সুন্দৰ কণ্ঠস্বৰ । উজ্জ্বল ভৱিষ্যৎ কামনা কৰিলোঁ ।

  • @panchamborah6298
    @panchamborah6298 Год назад +2

    ভাইটি জীৱন আমাৰ
    নাট ঘৰ
    পৃথিৱী তুমাৰ লগৰী❤🎉
    আগুৱাই যাবা সুন্দৰতাৰ গীতাৰৰ সুৰতেই

  • @uttamkumarroy2583
    @uttamkumarroy2583 2 года назад +4

    ইমান সুন্দৰ গায়কী।.....মন প্ৰাণ চুই যোৱা।

  • @parthapratimdutta5744
    @parthapratimdutta5744 Год назад +1

    Very nice singing bro....kip it up God bless you 👍 👍👍👍👍👍👍👍👍

  • @munbosumotari1522
    @munbosumotari1522 Год назад +1

    সুন্দৰ❤

  • @apurbaborha3621
    @apurbaborha3621 8 месяцев назад

    Ati hundor poribekhan bor hantukha palu. Aguai juva. Aosombakhi ahibad hodai thakibo🎉

  • @himanibanikya8168
    @himanibanikya8168 Год назад

    VERY2 nice Aariyan Godbless u বহুত ভাল লগিল

  • @meghalithakuria5322
    @meghalithakuria5322 Год назад

    বৰ ধুনীয়া ।👌

  • @DuluborahDulu
    @DuluborahDulu 7 месяцев назад

    Like father like son but son is so melodious wish u bright future ❤

  • @prasantadas2828
    @prasantadas2828 6 месяцев назад

    সুন্দৰ কণ্ঠ । স্পষ্ট উচ্চাৰণ,তনাল মেলোদীৰ সংযোগ,স্কেলৰ কন্ত্ৰল----- বঢ়িয়া ! উজ্বল ভৱিষ্যত কামনা কৰিলো।

  • @papusaikia825
    @papusaikia825 Год назад

    Bohut dhunia voice ariyan vaiti 👌👌👌ru aguwai juwa ...

  • @khanindrabora423
    @khanindrabora423 Год назад +1

    প্ৰণাম,, সুন্দৰৰ পূজাৰী,,তুমি তোমাৰ সুন্দৰ প্ৰতিভা ৰে আগুৱাই যোৱা

  • @ShakunChangmai
    @ShakunChangmai 4 месяца назад

    বাৰে বাৰে শুনিও হেঁপাহ পলুৱা নাই- মন প্ৰান হৰি নিলা। ❤❤❤

  • @Movieshrot-s2d
    @Movieshrot-s2d 2 месяца назад

    অতি সুন্দৰ আৰু মধুৰ কন্ঠ।❤

  • @taxsolution9301
    @taxsolution9301 2 года назад +4

    অতি সুন্দৰ মন চুই গ'ল

  • @mamonigogoi5039
    @mamonigogoi5039 Год назад

    সুন্দৰকৈ গাইছা ভাল লাগিল আৰূ আগবাঢ়ি যোৱা !

  • @mridulmridulkonwar3207
    @mridulmridulkonwar3207 7 месяцев назад

    তোমাৰ পৰা আৰু বিচাৰো....তোমাৰ নিজৰ সৃষ্টিৰে আগবাঢ়ি যোৱা ❤️❤️❤️

  • @বিমানচন্দ্ৰগগৈ

    সুন্দৰ, অতি সুন্দৰ দেই

  • @ramadas5839
    @ramadas5839 9 месяцев назад

    Amazing ur this great melodious heart touching song repeatedly I listen whenever I like God bless you u go ahead like this.

  • @Gayatrideka6641
    @Gayatrideka6641 10 месяцев назад +1

    অতি সুন্দৰ কন্ঠ ❤

  • @MiraDevi-f2g
    @MiraDevi-f2g Год назад

    বৰ সুন্দৰ❤

  • @nirmalchandraborah6504
    @nirmalchandraborah6504 5 месяцев назад

    Beautiful presentation. Best wishes for his future journey in the field of music.

  • @chandandeka5633
    @chandandeka5633 2 месяца назад

    আশীৰ্বাদ কৰিছো বাছা,ডাঙৰ হৈ যাতে অসমীয়া ভাষাৰ এজন শ্রেষ্ঠ শিল্পীত পৰিণত হ।

  • @pranjaldoley1519
    @pranjaldoley1519 6 месяцев назад

    Oti opurbo kontha ❤❤❤ bohut bar huni asu youtube ot search kori kori

  • @wahabali1298
    @wahabali1298 Год назад

    Bhut dhunia hoisa vaity

  • @anandadas6174
    @anandadas6174 Год назад

    বৰ সুন্দৰকৈ গাইছে ।

  • @mohanchandradas939
    @mohanchandradas939 Год назад

    ইমান সুন্দৰ কণ্ঠ নিগৰাইছে আৰু এখোপ আগবাঢ়ি সংগীত জগত খন চহকী কৰক।

  • @jureeduttaborah4204
    @jureeduttaborah4204 2 года назад +9

    মন‌চুই যোৱা এটি গীত।❤️

  • @dinabandhu9827
    @dinabandhu9827 Год назад

    It's really mind blowing 👌👌💪💪আৰিয়ানৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ... 🙏🙏🙏❤️❤️

  • @sewalideuri5672
    @sewalideuri5672 Год назад

    তোমাৰ কনঠ ইমান ধুনীয়া অাগবাঢ়ি যোৱা

  • @prasenjitkalita1963
    @prasenjitkalita1963 10 месяцев назад

    Uff , what a wonderful voice love you brother

  • @popingogoi2605
    @popingogoi2605 Год назад

    বহুত বহুত সুন্দৰ আগোৱাই জুৱা

  • @textret9971
    @textret9971 Год назад

    বৰ মিঠা ।শুভেচ্ছা জনালো ।

  • @birajborah9111
    @birajborah9111 2 года назад

    কবলৈ কোনো ভাষা নাই ইমান সুন্দৰ হৈছে।

  • @bishnubaruah9983
    @bishnubaruah9983 Год назад +2

    এই গীতটো শুনিলে অন্তৰখন হাহাকাৰ কৰি উঠে🌸

  • @binakumarigogoiborah8407
    @binakumarigogoiborah8407 Год назад

    অৰিয়ান আৰু আগবাঢ়ি যাওক 🙏🏻🙏🏻🙏🏻🙏🏻